মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 พ.ค. 2024
  • বিৰোধী মিত্রজোঁটৰ অসমত ফলাফল কেনেকুৱা হ’ব?
    সৰ্বাধিক কেইখন আসন পাব পাৰে বিৰোধী মিত্রজোঁটে?
    গৌৰৱ গগৈ আচলতে জিকিব নে হাৰিব?
    লুৰীণজ্যোতি গগৈৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ?
    ৰাইজৰ দল, অজাপৰ একত্রীকৰণ বাস্তৱত সম্ভৱ নে?
    হিন্দুতকৈ মুছলমানৰহে বেছি প্রিয় নেকি অখিল গগৈ?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ ‘জনমত'-২০২৪
    #pratidintime #assam #janamat #electionwithpratidintime

ความคิดเห็น • 474

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 6 วันที่ผ่านมา

    অখিলৰ বিকৃতি হাঁহি জেষ্ঠ সাংবাদিক নিতুৰ নিকৃষ্ট সাংবাদিকতা শেষত গৈ দেখিব ৰাইজৰ লাঠিৰ পিঠিত কোৱ ৷ ইহঁতৰ ৰাইজৰ ৰসত পৰিবলৈ বেছিদিন নাই ৷নিতুৰ ভাষ্য দিনক দিনে সলনিহৈ আছে ৷গুৱাহাটী বাসীহৈ নিতু লক্ষীমপুৰৰ কথা পাহৰি গল ৷ নিতু তুমি ইমান ভাল মানুহজন সলনিহৈ গলা ৷পুনৰ আগৰ অৱস্থালৈ আাহিবলৈ চেষ্টা কৰা ৷তোমাৰ এতিয়াও সময় আছে ৷ হিমন্ত বেয়া হব পাৰে কিন্তু দল বেয়া নহয় ৷অসমৰ ভৱিষ্যত চিন্তা কৰা দল যদি আছে BJP .অখিলৰ বিকৃতি হাঁহি সহ্য নহয় ৷

  • @user-le7jh8pf2e
    @user-le7jh8pf2e 2 หลายเดือนก่อน +10

    অখিল গগৈ ডাঙৰীয়া জিন্দাবাদ ❤

  • @Putulbhuyan
    @Putulbhuyan 2 หลายเดือนก่อน +13

    39:39 যদি অসমত বাস কৰা অনাঅসমীয়া ,বাগানীয়া,(আদিবাসী) বেংগলী হিন্দু , মিঞা মুচলমান, অসমীয়া মধ্যবিত্ত চাকৰিজীৱী শ্ৰেনী,(যাৰ অভাৱ নাই) আৰু জনজাতিৰ লোকে বিজেপিক ভোট দিয়া নাই অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে ফলাফল হ'ব । যদি ইয়াৰ বিপৰীত হয় তেন্তে বিজেপিয়ে কোৱাৰ দৰে চৈধ্য খনেই পাব । এইটোৱে সত্য। লাগিলে যেনেকৈ যত যিমানে প্ৰচাৰ আৰু চেষ্টা নকৰক। চিধা কথা

  • @tarunboravlogs333
    @tarunboravlogs333 2 หลายเดือนก่อน +220

    জনমতৰ সব' শ্ৰেষ্ঠ খণ্ড । অসমৰ প্ৰতিজন মানুহে এই দীঘলীযা গোটেই অনুষ্ঠানটি শেষলৈকে চাব । ইযাত ভবিষ্যতৰ ৰাজনীতিৰ বিষযে জানিবলগীযা বহুতো কথা আছে । হিমন্ত বিশ্ব শমাই যি কূট কৌশল ৰচনা কৰে । সকলো নিস্পভ কৰা কৌশল অখিলৰ হাতত আছে । হিমন্ত বিশ্ব শমাক হেৰুবাব পৰা একমাত্ৰ মানুহজনেই হব অখিল গগৈ । অনুষ্ঠানটো শেষলৈ চাব আৰু এই উত্তৰটিযেই ওলাই পৰিব ।।🎉🎉🎉🎉🎉

    • @mintusaikia8875
      @mintusaikia8875 2 หลายเดือนก่อน +6

      420

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 2 หลายเดือนก่อน

      ​@@mintusaikia8875Misa kotha 420....hosa 2 hol 1500 tokiya ondho vokto 😝

    • @MsBimolarabha
      @MsBimolarabha 2 หลายเดือนก่อน +6

      অখিল গগৈয়ে কংগ্ৰেছৰ লগত জোট বন্ধন নকৰি,আচলতে কংগ্ৰেছত যোগদান কৰিব লাগিছিল।কাৰন অসমৰ ৰাজনীতিত জড়িত হ'লে আঞ্চলিকতাবাদ কাম নাই।১৯৮৫চনৰ ইতিহাস 😂😂😂। আচলতে হেমন্ত শৰ্মা ৰাজনৈতিক আদৰ্শ সৰ্ব বিদিত।অসমৰ সকলোয়ে কয় আদিও আপোলোকৰ দৰে চুকু চৰহা নেতাই আনৰ ভাল হোৱাটো নিবিচাৰে।নিজেও নোৱাৰা, আনকো আগবঢ়ায় ই নিদিয়া ্। তিনিজন নেতা বা অধিক সংখ্যক নেতা কোনো কাম নাই। শিয়ালৰ জাক জাক , সিংহৰ এটাই ভাল। অসমখনক যদি আগবঢ়ায় নিব বিচৰা,এজনকে ভাৰতবৰ্ষৰ সৰ্বসব আসনত উপবিষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে।

    • @tarunboravlogs333
      @tarunboravlogs333 2 หลายเดือนก่อน +16

      @@MsBimolarabha হিমন্ত বিশ্ব একো ভাল নেতা নহয । কাৰোবাবাক মাৰি নিজে খোবা নেতা । হিমন্ত বিশ্ব আপোনাৰ বাবে Lion কিন্তু মোৰ মতে তেও শিযাল ।

    • @tarunboravlogs333
      @tarunboravlogs333 2 หลายเดือนก่อน

      @@mintusaikia8875 420 নহয Good Luck ..........

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm 2 หลายเดือนก่อน +5

    আপাৰ আসামৰ মনুহৰ ভাল গুনটো হৈছে ধৰ্ম আৰু জাতিৰ ৰাজনীতি নকৰে । তেওলোকে ৰাজ্যৰ উন্নতিৰ ৰাজনীতিৰ কথা কয়

  • @kartick1957
    @kartick1957 หลายเดือนก่อน +16

    সুন্দৰ, শক্তিশালী পৰ্য্যালোচনা দেখি আপ্লুত হৈছো ।

  • @prafullahazarika5789
    @prafullahazarika5789 2 หลายเดือนก่อน +17

    অসমৰ স্বাৰ্থত দুয়োটা দল একে হোৱাটো শুভ লক্ষণ । আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছেও এই নিৰ্বাচনৰ পৰা নিশ্চয় শিক্ষা লাভ কৰিছে।

  • @nayankumarpawe2671
    @nayankumarpawe2671 2 หลายเดือนก่อน +6

    অখিল গগৈ সঁচা কথা কৈ দিলে ব্যৱসায় বানিজ্য মিডল ক্লাছ মানুহৰ অৱস্থা আজি তথৈবচ।

  • @user-ot8nn9zz8y
    @user-ot8nn9zz8y 2 หลายเดือนก่อน +31

    তিনি গগৈ যে এক নতুন অসমৰ শক্তি।এইতু অখিল দাই সঁচা কৈছে। ভবিষ্যতে তিনিউকে আমি এনেকৈ থকাতু বিছাৰিছো।

  • @user-dc6dd5he2x
    @user-dc6dd5he2x 2 หลายเดือนก่อน +6

    সুন্দৰ জনমত অনুষ্ঠান, ভাল লাগিল।

  • @dhrubajitrabha5232
    @dhrubajitrabha5232 2 หลายเดือนก่อน +14

    Akhil gogoi best of luck 🤞

  • @NasrinAktar-bz4ju
    @NasrinAktar-bz4ju หลายเดือนก่อน +4

    Bohut Bhal Lagil

  • @user-rk5ht2bk1z
    @user-rk5ht2bk1z หลายเดือนก่อน +14

    অখিল ছাৰ হেনো এজন সাহসী ও বুদ্বিয়ক🎉

  • @romonbasumatary6297
    @romonbasumatary6297 2 หลายเดือนก่อน +31

    বৰ ভাল লাগিল এই 'জনমত ' খণ্ডটো চাই।❤❤

  • @advika...8603
    @advika...8603 หลายเดือนก่อน +3

    বহুত ভাল লাগিছে আপোনাৰ অনুষ্ঠান চাই ধন্যবাদ

  • @user-qm1bp7fd7j
    @user-qm1bp7fd7j 2 หลายเดือนก่อน +10

    Best interviews

  • @AbdurRahman-cn4xg
    @AbdurRahman-cn4xg 2 หลายเดือนก่อน +14

    Akhil Gogoi jindabad

  • @user-cj4xp5if2h
    @user-cj4xp5if2h 2 หลายเดือนก่อน +9

    অখিল গগৈ জিন্দাবাদ রকিবুল জিন্দাবাদ জিন্দাবাদ রকিবুল

  • @realkushalmiri7542
    @realkushalmiri7542 2 หลายเดือนก่อน +8

    অখিল দাৰ কথাবোৰ সঁচা হ'ব যেন পাইছোঁ।

  • @user-vw5gr5ur1p
    @user-vw5gr5ur1p หลายเดือนก่อน +2

    অখিল দা বহুত ভাল কথা ক'লে আপুনি। ভাল লাগিল

  • @spread_positivity992
    @spread_positivity992 2 หลายเดือนก่อน +8

    Two great people in one frame ❤

  • @hemanta9711
    @hemanta9711 2 หลายเดือนก่อน +15

    Bohut val lagil akhil da...

  • @nayankumarpawe2671
    @nayankumarpawe2671 2 หลายเดือนก่อน +32

    বহুত ভাল লাগিল আপোনাৰ জনমত অনুষ্ঠানটি চাই।

    • @user-ox3wg9jw3d
      @user-ox3wg9jw3d หลายเดือนก่อน

      In hi uungu uh oh ijjihjijnn um jk jk jkunjhuunjjiuj jk muknyjj jug JFK nuj jugggggggggyyytgtg ujjhuuuukiiukuuhukubh huh hbuhhbbbhbhhhbhbhhh😊 ju j hi oh L hnnhnjuhiumjjjuunu hi ujjjj

    • @user-uc2hj4pf8i
      @user-uc2hj4pf8i หลายเดือนก่อน

      Akhil gogai karane gourab jokile

  • @MinakshiRabha-cs3wp
    @MinakshiRabha-cs3wp 2 หลายเดือนก่อน +8

    Akhil gogoi jindabad❤❤❤❤🎉❤❤❤❤

  • @ujjalneog7055
    @ujjalneog7055 2 หลายเดือนก่อน +61

    অখিল দাক এনেই হলেওঁ ভাল লাগে 🔥💯❤️

  • @goutamboruah123
    @goutamboruah123 2 หลายเดือนก่อน +9

    আহোমে যেনেকৈ মুগল ক খেদিছিল,,,তেনেকৈ এইবাৰ BJP ক খেদিব

  • @mridulassam4425
    @mridulassam4425 2 หลายเดือนก่อน +6

    Nitu aru akhil da interview kiba ata di gol future babe .. thank you so much both of you

  • @HabiburRahman-rk2do
    @HabiburRahman-rk2do 2 หลายเดือนก่อน +18

    Very. Good. Jonomot. Akhil. Gogoir. Montyobo

  • @wazid7280
    @wazid7280 2 หลายเดือนก่อน +7

    Akhil Gogoi is emerging as a matured politician now . Very good to see❤

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 หลายเดือนก่อน +4

    নিতু মহাশয় !যিয়ে ভালৰ ভালটো বিচাৰে তেওঁ কুন্ধচ,যিয়ে আনৰও ভাল বিচাৰে তেওঁ সৎ আৰু যিয়ে আনৰ কাৰণে ত্যাগ কৰে তেওঁ মহৎ।

  • @raktimlahkar8290
    @raktimlahkar8290 2 หลายเดือนก่อน +69

    Akhil Gogoi only Assamese leader ❤ Jai Aai Axom

  • @ramchandradeka6315
    @ramchandradeka6315 2 หลายเดือนก่อน +15

    আমিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লগ হৈ এটা শক্তিশালী উমৈহতীয়া আঞ্চলিকতাবাদীগঠন কৰিব লাগে।

    • @mamonibora2837
      @mamonibora2837 2 หลายเดือนก่อน

      মইও কামনা কৰো এটা ভাল আঞ্চলিক দল।

  • @bb3762398427
    @bb3762398427 2 หลายเดือนก่อน +6

    Akhil da ami aso logot...love u... God bless u

  • @mimusicassam6498
    @mimusicassam6498 2 หลายเดือนก่อน +9

    Khub sundor ❤❤❤❤

  • @user-tj4yh8mz8b
    @user-tj4yh8mz8b 2 หลายเดือนก่อน +4

    Val lagil Sai..

  • @arunimakuli2073
    @arunimakuli2073 2 หลายเดือนก่อน +8

    I D I A mitro zut zindabad Akil Gogoi zindabad .

  • @user-ct9gf7hn9z
    @user-ct9gf7hn9z 2 หลายเดือนก่อน +5

    Very very good discussion.Thanking all.

  • @rubikoch5083
    @rubikoch5083 2 หลายเดือนก่อน +7

    Very good

  • @munindragohain9391
    @munindragohain9391 2 หลายเดือนก่อน +3

    সুন্দৰ সাক্ষাৎকাৰ।

  • @raktimlahkar8290
    @raktimlahkar8290 2 หลายเดือนก่อน +15

    খুব সঠিক বিশ্লেষণ ।

  • @abhijitpegu5755
    @abhijitpegu5755 หลายเดือนก่อน

    অখিল গগৈৰ কথাত গৌৰৱ গগৈ জয় হোৱা নাই। জয় হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ ব্যক্তিত্ব গুনৰ বাবে।

  • @pradipborah526
    @pradipborah526 หลายเดือนก่อน +1

    Akhil Gogoi zindabad

  • @junuborgohain
    @junuborgohain หลายเดือนก่อน

    Jonomot anusthanti Akhil going sir Aru netumoni sir or borbhal lagel God bless you

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 หลายเดือนก่อน +105

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @abulbasarmohiuddin6993
    @abulbasarmohiuddin6993 หลายเดือนก่อน

    I like very much Akhil gagaoi sir. Every Assamese people specially young generation should follow him to make golden Assam.

  • @abinashkalita8952
    @abinashkalita8952 2 หลายเดือนก่อน +4

    সৰ্বানন্দ সোণোৱাল কৰ্মদক্ষ নহব পাৰে কিন্ত এইজন মহান নেতাই সোণোৱালৰ বিষয়ে যেনেদৰে পিছফালে লাঠ মাৰা টাইপৰ কথা কৈছে ইয়াৰদ্বাৰাই গম পাই এইজন এজন চূড়ান্ত অসভ্য বা মামাৰ পকেটত সোমাই থকা নেতা৷

    • @brojenkhargharia15
      @brojenkhargharia15 2 หลายเดือนก่อน

      Mohn natajona kaeta bedasek khadela assam sukte ke hol kehor mohan ge belaka caa anel assamor bodon

    • @SatishDaimary-wg6sl
      @SatishDaimary-wg6sl หลายเดือนก่อน

      You are right

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i 2 หลายเดือนก่อน +1

    মামাৰ ভালেই হ'ল পাছতা চুৰে কমান যে পয়ছা পাব আৰক্ষী বাহীনিয়ে পাব বাহ বাহ মজা এই চুৰ কেইতাতু উলাই আহিব

  • @LakshiiChoudhury-rm1ts
    @LakshiiChoudhury-rm1ts 2 หลายเดือนก่อน +3

    আগৰ অখিল গগৈ নাই ফতুৱা

  • @subaldas8908
    @subaldas8908 2 หลายเดือนก่อน +7

    4th june loi wait korisu aapuna lokor kothar kiman jukti juktata thakibo....

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm 2 หลายเดือนก่อน +4

    Smrity rekha
    Nitu da and Akhil da apunalukor zuktimulok alusanahomuh sai hosai bhal lage.

  • @smritichetia7497
    @smritichetia7497 2 หลายเดือนก่อน +17

    ভাল মানুহক হে আমি নেতা বিচাৰোঁ,

  • @pdchannel8869
    @pdchannel8869 2 หลายเดือนก่อน +13

    Very nice sharing

  • @bandanagayan1929
    @bandanagayan1929 2 หลายเดือนก่อน +9

    ভগৱান বুলি এজন আছে জি জনে বেয়া অতৰাই ভালতোক সামৰী লয় কৃষ্ণ কৃষ্ণ

  • @hdeka6184
    @hdeka6184 2 หลายเดือนก่อน +15

    AGogoi G Gogoi L Gogoi n congress jindabad

  • @BjpHatao
    @BjpHatao 2 หลายเดือนก่อน +4

    কংগ্ৰেছ জিন্দাবাদ ❤️

  • @Hgikv
    @Hgikv 2 หลายเดือนก่อน +2

    অখিল ভাইক এটা কথা সোধক কংগ্ৰেছ চৰকাৰ থাকোতেই কংগ্ৰেছ বেয়া বুলি কৈছিল। ইটা কংগ্ৰেছ ৰ কাৰণেই মৰি আছে কিয়।অখিল uddin ভাইও kom😢 পানীৰ মাছ নহৈ

    • @kalpanadeka6201
      @kalpanadeka6201 2 หลายเดือนก่อน +1

      পৰিবেশ | তেতিয়া থকা মানুহ এতিয়া কংগ্রেজ ত নাই চিন্তা ধাৰা ভাললৈ আহিছে

  • @Lekhakch.BorahBorah
    @Lekhakch.BorahBorah หลายเดือนก่อน +1

    অলিক সপোন৷ এইজনে বহুত ইছু দেখুৱালে কিন্ত এটাও সপক্ষে সমাধান দেখুৱাব নোৱাৰিলে৷ অট্টহাস্য চোৱা৷

  • @nirupamatalukdar-kh1ld
    @nirupamatalukdar-kh1ld หลายเดือนก่อน

    বিজেপিএ অকল দুখীয়াৰ হে চাই ,আমিবোৰে কি কৰিম মানে মধ্য বিত্ত ই সকলোৰে বাবে চিন্তা কৰক

  • @dhananjaybarman9249
    @dhananjaybarman9249 หลายเดือนก่อน

    অখিল জিন্দাবাদ অখিল সঁচা

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 หลายเดือนก่อน +19

    সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক এই কথা মুছলমানে বুজি পায়, অখিল গগৈ সৎ চৰিত্ৰ প্ৰাপ্ত লোক হয় এই কথা মুছলমান সকলে বুজি পাইছে যাৰ বাবে অখিল গগৈৰ মিটিঙত মুছলমান বেছিকৈ অঙ্শ লৈছে। আকৌ এটা কথা লক্ষ কৰক, সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক,আকৌ ধাৰ্মিকৰ স পক্ষ সয়্ঙ্ বিশ্ব শ্ৰষ্টা। এতিয়া লক্ষ কৰক যিজনৰ সপক্ষ সয়্ঙ বিশ্ব শ্ৰষ্টা সেই জন জয়ী হব ই।আকৌ অসৎ চৰিত্ৰ প্ৰাপ্ত জন অ ধাৰ্মিক,অ ধাৰ্মিক কেনেকৈ বিশ্ব শ্ৰষ্টাৰ সপক্ষ হ'ব পাৰে? নিশ্চয় তেওঁৰ বিপক্ষ,ঘৰ যাৰ পৰিচালন ক্ষমতা তাৰ, গতিকে তেওঁৰ বিপক্ষক তেওঁ দেশ পৰিচালন ক্ষমতা প্ৰদান নিশ্চয় নকৰে।এই বি,জে, পি, শাসন ভাৰ প্ৰপ্তকঙ্গৰেজেই কিবা নহয় কিবা এটা ভুলৰ সুফল। এতিয়া নিশ্চয় কঙ্গৰেজ সজাগ হ'ল, হয়তো ভবিষ্যতে এই ভূল আৰু নকৰিব, কৰিলে কুফল প্ৰাপ্ত হব।

    • @user-oy7ef9tb1m
      @user-oy7ef9tb1m 2 หลายเดือนก่อน

      প্ৰকৃত সাংবাদিকতা কৰা চেনেল❤️

    • @user-oy7ef9tb1m
      @user-oy7ef9tb1m 2 หลายเดือนก่อน

      নিতুমনি আৰু অখিল ৭ খনৰ বেছি নাপায় চিন্তা নকৰিব

  • @subhasishhazarika8573
    @subhasishhazarika8573 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল ।

  • @artgarden1619
    @artgarden1619 2 หลายเดือนก่อน +5

    আজমলৰ তাত সুকুৰ আলিয়ে পাব ।

    • @MsBimolarabha
      @MsBimolarabha 2 หลายเดือนก่อน

      ভাল লাগিছে

  • @nitulphukan4230
    @nitulphukan4230 2 หลายเดือนก่อน +18

    ভাল লাগে মানুহজনক।

  • @MofidulIslam-mt1eg
    @MofidulIslam-mt1eg 2 หลายเดือนก่อน +3

    3 টাতকৈ বেছি অসম্ভৱ যেন লাগে এইবাৰ

    • @akmulhussain1336
      @akmulhussain1336 2 หลายเดือนก่อน

      Congress a 9ta pbo aibar 😊

  • @rawandreal99
    @rawandreal99 2 หลายเดือนก่อน +17

    তিনি গগৈ জিন্দাবাদ ❤

  • @jhoondeka8568
    @jhoondeka8568 2 หลายเดือนก่อน +2

    অখিল এজন সাহসী, স্পষ্টবাদি ব্যক্তি।

  • @Savagehighlander
    @Savagehighlander 2 หลายเดือนก่อน +5

    হিমন্তই তিনি গগৈক কিনিব নোৱাৰে । হিমন্তই টকাৰ বলেৰে নোৱাৰে আৰু ৰাজনৈতিক প্ৰত্যাবান গ্ৰহন কৰিব নোৱাৰে ।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 หลายเดือนก่อน

      Threat to Nation
      *Education:* Central Government has adopted new Education Policy. Children will learn Coding from Class 6. Vocational Training or Skill Training will be given importance. Even extra curriculum activities like dance, Singing, Yoga, Sports will be important. US Education system is not perfect. Look at US and Britain, most Doctors and Engineers are Indian. Previous Central Government had failed to give importance to Education sector. Even present NDA Government has done little in Education sectors. Yes present Government has build more IIT, IIM, AIIMS and other institution. But Government should do more. Specially Government should work hard with State Government to implement New Education Policy. Yes it will take time but work should be done war footing. By the way many companies has opened R&D center in India recently.
      *MSP:* *Swaminathan commission* had probably given report on *2004-2006.* Indian economy would have collapsed if it is implement now on 2024. About Farmer's suicide if MSP would be implemented completely then Middle class will be collapsed. *How would people buy Rice or Wheat probably Rs 200 Kg or more?* Entire Country's income would go to only one direction. No money would be left for Education, Security, Infrastructure, Healthcare etc? Votebank Policy will kill the Nation. If MSP would be implemented completely by a political party and it would be permanent like Reservation. No political parties would dare to reverse it even economist would suggest to scrap MSP policy.
      *Banks:* During the time of UPA Banks were in deep trouble. If people look into Dr Manmohan Singh Sir's report on Banks during his own Government (UPA). All banks were in disastrous conditions. But now Banks (Some) has done phenomenal success. Recently SBI has surplus Reliance Industries in terms of Profit.
      *Mahalakshmi Scheme:* Government can't give mammoth amount to anyone. It will be middle class who have to pay for politically motivated Schemes. This Scheme is so huge it would be equal to Education budget of the entire country. If Government would implement it, how Government would give MSP on crops, where will money come from?
      *Human Development:* Yes more money should be there to implement New Education Policy. More Money should be there for Jal Jivan Mission (Note : Water is a State subject but first time in history Present Central Government has taken up the Scheme). More money should be in Healthcare. Last 10 years phenomenal sucess on Infrastructure, Companies will grow, Government would get Revenue and then Government could spend more on Human Development.
      *Old Pension Scheme:* No economist would support Old Scheme. But the opposition parties has talked about differently. Party doesn't want to explore various options, party strictly wanted to implement Old Pension Scheme. Himachal will run out of money for young people soon. Himachal is a small state will lesser employee but if it would be implemented in Telangana, Karnataka; it probably became disaster for Youths and the State.
      *Stock Market and Health of overall Economy:* Market will collapsed probably. Opposition parties has said that they will equalized everyone. They will put more Tax on Rich and middle-class people to give freebies? Rich people will move out their money from India. They won't going to invest in Properties of India. But Middle-class will have to sacrifice for Thackeray Family, Mamata Banerjee Family, Faruq Abdullah Family, Mehbooba Mufti Family, Akhilesh Yadav Family, Uddhav Thackeray Family, Sharad Pawar Family, Gandhi Family, Soren Family, Kejriwal Family etc. No god can save Middle-class....?
      Please analyze

    • @pranjalburagohain676
      @pranjalburagohain676 2 หลายเดือนก่อน

      Education: 1. How much % of budget allocate for education?
      2. Why schools are not renovate to compete with private school? Why govt has not controll over frequent price hike of private school fees?
      Do you know " Education is non profit in India".
      3. New education policy are only result oriented not knowledge base.
      Delhi Govt Education Policy is some upgrade though they have ICSE and CBSE board .
      New IIT and IIMs are on pen and paper.
      IIT and IIMS graduate are also unemployed if you have data.
      MSP: C2, A2, FL all are calculated with respect to current cost. Get some knowledge.
      OPS: Why politicians avail OPS ? Why not public servants? If economy will collapse by OPS then it's Govt failure.
      Ambani becoming the top richest by JiO at the same time BSNL collapse.
      Tax : Tax on essential commodities, educational accessories, Petrol, Diesel, LPG.
      1. Who knows Drupadi Murmu before? Coz someones favour. Capability ?
      2. Is the selection committee of ECI is biased?
      3.How Sambit Patra become NOD of IOCL?
      4. How Jay Shah elected ?
      All political leaders should have elected by people, whether he/she belongs to political family or not.

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 หลายเดือนก่อน

      @@pranjalburagohain676 Govt of India has build more *Highways* in 10 years that previous Governments had build in 70 years. Most on going highway project of India excluding North East will be completed within few years. Government could spend more money on other sectors. Like: Education.
      *Education:* Central Government has introduced *new Education Policy* after Independence. Students will learn Coding from school itself? Students will get complementary marks for their performance on sports, arts, Yoga, Acting, Singing etc? Many IIT, IIM and other premium Education institution has opened in last 10 years. Many Central Government run Schools has opened in last 10 years.
      *India is blessed to have 3 dynamic Ministers. Ashwini Vaishnaw, Dr S Jaishankar and Nitin Gadkari Sir.*
      Jyotiraditya M. Scindia is also good. Recently TATA and Indigo has ordered about 1000 new Aeroplane. The number of operational airports in the country has increased to 148 in 2023.
      Upcoming Vande Bharat Express could go upto 240 Kmph. There will be multiple new Semi Fast Train would come as *Vande Bharat Express, Vande Metro and Vande Sleeper.* Government should focus on High Speed Sleeper Train and improvement of Railway Tracks. Presently Railway Tracks are not suitable for High Speed Trains. Hopefully in future India could export Vande Bharat Trains to other countries also. *Presently Government has ordered about 300+ new Trains.* It was unfortunate that previous Government had ignored giving order of new Trains.
      Medical : There was only one AIIMS in Delhi during previous regime. Patna AIIMS was also started by Atal Ji. *But now almost 20+ New AIIMS is under construction stage.*
      *Border Infrastructure:* Neighbouring States of Tibet (China controlled) like Kashmir and North East gets huge Infrastructure boost. Probably Arunachal Pradesh will get three national highways - the Frontier Highway, the Trans-Arunachal Highway and the East-West Industrial Corridor Highway. It will help both people and Indian Army. It's very important for Country's security. Note : If Government do spending on North East, Kashmir, Himachal, Uttarakhand, Orissa and others then *companies of Southern and Western States get benefited. More profit for business means More Tax for the State and more Job creation.*
      *Kashmir:* How could we forget Kashmir. It was Hell on earth. Students can't go to School because Stone Pelting, Business was on very bad situation in J&K. Attack on soldiers everyday. Ladakh and Jammu was affected by dirty politics of Kashmir valley's family based parties? But now everyday School is running smoothly. Tourism is at high point. Mega Infrastructure project is going on. Vande Bharat will reach Srinagar probably within few months.
      Production Linked Incentive Scheme has been done awesome Job to bring lots of Investment which resulted creation of new Jobs. Electronic manufacturing has gone up. Apple is investing in India. Semi conductor manufacturing units are coming.
      *Green Energy:* Central Government has decided to give free and clean (Non polluted) Electricity to People of India. PM Surya Ghar Muft Bijli Yojana 2024 (Free Rooftop Solar Unit). Solar Rooftop will also give free energy to electric vehicle and free energy on electric induction stove for cooking. Government has invested hugely on Ethanol, Solar Energy, Wind Energy, Hydrogen. The cost of Solar Production has also come down. Hydrogen is the future, Government has already announced its Hydrogen policy. It will help India to cut down cost of Oil and Gas Import and it will be helpful for Environment. Hopefully in future India will export Hydrogen Energy to other countries.
      *Historic decision:* Women Reservation. Banning Triple Talaq, Article 370, Support Ram Mandir movement. Creation of Ministry of Jal Shakti for Tap water. Water is a state subject but now center will help States.
      *Vision For Bharat/India:* Most political parties told Voters that they will give Free Free and Free. Example: Free Electricity. But present Government has said they will give free or Subsidies Solar Rooftop Unit so that people themselves can generate Electricity. Empowering people is very important. People are not beggars.
      *Internet Revolution:* India has become highest consumer of Data consumption in the World. Internet has developed huge Job opportunities. TH-camr, Instagram, Ola, Uber, Homestay, Food based business, Other self employed works etc. Even Modi critics gets Job because of Modi ji's good work.
      th-cam.com/video/30pk938SDeY/w-d-xo.htmlsi=zEYP7aH8vicIkHK5
      *Indian economy is going fast.* That's why probably almost every State Government has announced more and more politically motivated *free beneficiary Scheme or promoting Revdi culture?* Karnataka government has probably announced about 60000 crore/year free new beneficiary Scheme. They have also running old freebies Schemes along with new one. Look at the freebies of Punjab Government, Delhi Government, West Bengal Government, Assam Government, Tamilnadu Government, Telengana Government, Kerala Government etc.
      *Attack on Media and Journalist* by Opposition Parties is very concerning. Recently Opposition alliance has declared to boycott Journalist who don't accept slavery of Dynasty Politics? When Uddhav Thackeray, Sharad Pawar was in power in Maharashtra, they took action against Arnab and his team of Republic to create fear? If Arnab had done something wrong then only Arnab and senior members of Republic should be punished but why to disturb others. With the help of Dynasty Politician of Bihar Dynasty Politician of Tamilnadu had sent Manish Khasyap to Jail? It's OK if Manish Khasyap had done something wrong, he should be punished. But Tamilnadu Government uses India's one of the Costliest Lawyer Kapil Sibal Sir against a tiny TH-camr. They could have used other talented Lawyer against a tiny TH-camr but why they had used Kapil Sibal Sir who is also fighting against Government of India on behalf of Dynasty Politician of Kashmir (Article 370). Ask yourself.
      *Attack on Sanatan and spreading hatred is really concerning?* Thol. Thirumavalavan (DMK allies), Udhayanidhi Stalin (DMK), A. Raja (DMK), Rajendra Pal Gautam (AAP), Swami Prasad Maurya (Ex Samajwadi Party), Kirti Chidambaram (Congress), Priyank Kharge (Congress), Jagdanand Singh (RJD), Chandra Shekhar (RJD)??
      You should know most important Mandirs are Government controlled but No Church or No Masjid or No Gurudwara is under Government control or politically being controlled. So Muslim organization and Christian organization like Missionaries are financially & politically powerful. They can easily do more social work for their society. Government puts Tax only on Mandirs? Only Mandirs gives Lakhs of Jobs across India. Example: South Indian Temples, Puri Jagannath Mandir, Vaishnaw Devi Mandir of J&K, Mandirs of Uttarakhand etc.
      Opposition probably wanted to divide people based on Caste, Religion and Region? Example: Some leaders told Indian Muslims that they will lose citizenship if CAA would be implemented. Which was a lie. Probably they wanted to disturb communal harmony of India and blame it on to Ruling Party.
      *Muslim:* People should ask for RTI report on Muslims. Muslims gets highest benifits from Central Schemes. House, Toilet, Scholarship, Education etc. Almost No Riots in UP. Crime Rate or Mafia Influence has come down in UP. Shockingly Muslims are start liking Yogi Government. No School Bandh/Close due to Stone Pelting in Kashmir. New Medical College, IIT's are in construction in Kashmir. Vande Bharat will reach Kashmir by this year. Almost all Muslim countries (excluding Communist Chinese supporter) has good relationship with India. Saudi Arabia had conducted Yoga Camp. UAE has given land to build Temple.
      *Global Power:* India's global power has rapidly increased in Global arena. Global leaders do give importance to PM and present Foreign Minister. This Election is very important for both China and West Powers. They don't want powerful Government in India, they want weak puppet Government in India. *Microsoft has warned that China is gearing up to disrupt the upcoming elections in India.* This Election is very important for Chinese Communist Party and Pakistani ISI?
      Note: Please verify and analyze the above arguments by yourself. If you want to double check or Triple check the data, you can do it. Please take screenshots and share it as much as possible. It should reach more and more people for discussion.
      www.businesstoday.in/india/story/more-jobs-less-takers-only-87-lakh-applied-against-109-crore-openings-in-fy24-427220-2024-04-27

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 หลายเดือนก่อน

      @@pranjalburagohain676 Central Government has build more *Highways* in 10 years that previous Governments had build in 70 years. Most on going highway project of India excluding North East will be completed within few years. Government could spend more money on other sectors. Like: Education.
      *Education:* Central Government has introduced *new Education Policy* after Independence. Students will learn Coding from school itself? Students will get complementary marks for their performance on sports, arts, Yoga, Acting, Singing etc? Many IIT, IIM and other premium Education institution has opened in last 10 years. Many Central Government run Schools has opened in last 10 years.
      *India is blessed to have 3 dynamic Ministers. Ashwini Vaishnaw, Dr S Jaishankar and Nitin Gadkari Sir.*
      Jyotiraditya M. Scindia is also good. Recently TATA and Indigo has ordered about 1000 new Aeroplane. The number of operational airports in the country has increased to 148 in 2023.
      Upcoming Vande Bharat Express could go upto 240 Kmph. There will be multiple new Semi Fast Train would come as *Vande Bharat Express, Vande Metro and Vande Sleeper.* Government should focus on High Speed Sleeper Train and improvement of Railway Tracks. Presently Railway Tracks are not suitable for High Speed Trains. Hopefully in future India could export Vande Bharat Trains to other countries also. *Presently Government has ordered about 300+ new Trains.* It was unfortunate that previous Government had ignored giving order of new Trains.
      Medical : There was only one AIIMS in Delhi during previous regime. Patna AIIMS was also started by Atal Ji. *But now almost 20+ New AIIMS is under construction stage.*
      *Border Infrastructure:* Neighbouring States of Tibet (China controlled) like Kashmir and North East gets huge Infrastructure boost. Probably Arunachal Pradesh will get three national highways - the Frontier Highway, the Trans-Arunachal Highway and the East-West Industrial Corridor Highway. It will help both people and Indian Army. It's very important for Country's security. Note : If Government do spending on North East, Kashmir, Himachal, Uttarakhand, Orissa and others then *companies of Southern and Western States get benefited. More profit for business means More Tax for the State and more Job creation.*
      *Kashmir:* How could we forget Kashmir. It was Hell on earth. Students can't go to School because Stone Pelting, Business was on very bad situation in J&K. Attack on soldiers everyday. Ladakh and Jammu was affected by dirty politics of Kashmir valley's family based parties? But now everyday School is running smoothly. Tourism is at high point. Mega Infrastructure project is going on. Vande Bharat will reach Srinagar probably within few months.
      Production Linked Incentive Scheme has been done awesome Job to bring lots of Investment which resulted creation of new Jobs. Electronic manufacturing has gone up. Apple is investing in India. Semi conductor manufacturing units are coming.
      *Green Energy:* Central Government has decided to give free and clean (Non polluted) Electricity to People of India. PM Surya Ghar Muft Bijli Yojana 2024 (Free Rooftop Solar Unit). Solar Rooftop will also give free energy to electric vehicle and free energy on electric induction stove for cooking. Government has invested hugely on Ethanol, Solar Energy, Wind Energy, Hydrogen. The cost of Solar Production has also come down. Hydrogen is the future, Government has already announced its Hydrogen policy. It will help India to cut down cost of Oil and Gas Import and it will be helpful for Environment. Hopefully in future India will export Hydrogen Energy to other countries.
      *Historic decision:* Women Reservation. Banning Triple Talaq, Article 370, Support Ram Mandir movement. Creation of Ministry of Jal Shakti for Tap water. Water is a state subject but now center will help States.
      *Internet Revolution:* India has become highest consumer of Data consumption in the World. Internet has developed huge Job opportunities. TH-camr, Instagram, Ola, Uber, Homestay, Food based business, Other self employed works etc. Even Modi critics gets Job because of Modi ji's good work.
      *Indian economy is going fast.* That's why probably almost every State Government has announced more and more politically motivated *free beneficiary Scheme or promoting Revdi culture?* Karnataka government has probably announced about 60000 crore/year free new beneficiary Scheme. They have also running old freebies Schemes along with new one. Maybe 1 lakh crore freebies. Karnataka will be in deep Financial trouble like almost bankrupt Kerala. Look at the freebies of Punjab Government, Delhi Government, West Bengal Government, Assam Government, Tamilnadu Government, Telengana Government, Kerala Government etc.
      *Attack on Media and Journalist* by Opposition Parties is very concerning. Recently Opposition alliance has declared to boycott Journalist who don't accept slavery of Dynasty Politics? When Uddhav Thackeray, Sharad Pawar was in power in Maharashtra, they took action against Arnab and his team of Republic to create fear? If Arnab had done something wrong then only Arnab and senior members of Republic should be punished but why to disturb others. With the help of Dynasty Politician of Bihar Dynasty Politician of Tamilnadu had sent Manish Khasyap to Jail? It's OK if Manish Khasyap had done something wrong, he should be punished. But Tamilnadu Government uses India's one of the Costliest Lawyer Kapil Sibal Sir against a tiny TH-camr. They could have used other talented Lawyer against a tiny TH-camr but why they had used Kapil Sibal Sir who is also fighting against Government of India on behalf of Dynasty Politician of Kashmir (Article 370). Ask yourself.
      *Attack on Sanatan and spreading hatred is really concerning?* Thol. Thirumavalavan (DMK allies), Udhayanidhi Stalin (DMK), A. Raja (DMK), Rajendra Pal Gautam (AAP), Swami Prasad Maurya (Ex Samajwadi Party), Kirti Chidambaram (Congress), Priyank Kharge (Congress), Jagdanand Singh (RJD), Chandra Shekhar (RJD)??
      You should know most important Mandirs are Government controlled but No Church or No Masjid or No Gurudwara is under Government control or politically being controlled. So Muslim organization and Christian organization like Missionaries are financially & politically powerful. They can easily do more social work for their society. Government puts Tax only on Mandirs? Only Mandirs gives Lakhs of Jobs across India. Example: South Indian Temples, Puri Jagannath Mandir, Vaishnaw Devi Mandir of J&K, Mandirs of Uttarakhand etc.
      Opposition probably wanted to divide people based on Caste, Religion and Region? Example: Some leaders told Indian Muslims that they will lose citizenship if CAA would be implemented. Which was a lie. Probably they wanted to disturb communal harmony of India and blame it on to Ruling Party.
      *Muslim:* People should ask for RTI report on Muslims. Muslims gets highest benifits from Central Schemes. House, Toilet, Scholarship, Education etc. Almost No Riots in UP. Crime Rate or Mafia Influence has come down in UP. Shockingly Muslims are start liking Yogi Government. No School Bandh/Close due to Stone Pelting in Kashmir. New Medical College, IIT's are in construction in Kashmir. Vande Bharat will reach Kashmir by this year. Almost all Muslim countries (excluding Communist Chinese supporter) has good relationship with India. Saudi Arabia had conducted Yoga Camp. UAE has given land to build Temple.
      *Global Power:* India's global power has rapidly increased in Global arena. Global leaders do give importance to PM and present Foreign Minister. This Election is very important for both China and West Powers. They don't want powerful Government in India, they want weak puppet Government in India. *Microsoft has warned that China is gearing up to disrupt the upcoming elections in India.* This Election is very important for Chinese Communist Party and Pakistani ISI?
      th-cam.com/video/Dm_w8BkyKGA/w-d-xo.htmlsi=bD9jkyH7qJo-KuCu
      Note: Please verify and analyze the above arguments by yourself. If you want to double or Triple check the data, you can do it. Please take screenshots and share it as much as possible. It should reach more and more people for discussion.

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 หลายเดือนก่อน

      Government of India has build more *Highways* in 10 years that previous Governments had build in 70 years. Most on going highway project of India excluding North East will be completed within few years. Government could spend more money on other sectors. Like: Education.

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj 2 หลายเดือนก่อน +1

    আজি এটা কথাই বুজিলো যে, ৰাজনীতিত ভাল মানুহ বেয়া মনুহ কবলৈ নাই, সকলো একে পানীৰ মাছ।
    লংকালৈ গলে সকলো ৰাবন 😀😀😀।

  • @PrajenBorman-ud9ih
    @PrajenBorman-ud9ih 2 หลายเดือนก่อน +21

    Akhil zindabad

  • @user-fb4bn2rw5j
    @user-fb4bn2rw5j 2 หลายเดือนก่อน +3

  • @dibyajyotisaikia5053
    @dibyajyotisaikia5053 2 หลายเดือนก่อน +1

    Right 100%

  • @gyandeepdutta27
    @gyandeepdutta27 2 หลายเดือนก่อน +1

    Akhil gogoi jindabad ❤

  • @bishnuboro3165
    @bishnuboro3165 2 หลายเดือนก่อน +2

    সুন্দৰ আপোনাৰ মতামত শুনিবলৈ পাই ভাল লাগিল।

  • @chittathakuria3359
    @chittathakuria3359 2 หลายเดือนก่อน +4

    Anchalik dal strong hole khokolu asomiai vote dibo. Bjp congress or pora khokolu asomia gusi ahibo

  • @prafullahazarika5789
    @prafullahazarika5789 2 หลายเดือนก่อน +4

    এই জনমত অনুস্থানটো প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ আগতে হ'ব লাগিছিল।

  • @bishalsarma5306
    @bishalsarma5306 2 หลายเดือนก่อน +9

    দুজন কংগ্ৰেছ ৰ ৰাজনীতিবিদ এটা ফেম ত 😂 মই বুজা নাই

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 2 หลายเดือนก่อน +6

    কংগ্ৰেছক আনিলে বাংলাদেশী মিঞা হ'ব অসমখন,কাটাতাৰ পাৰ হৈ☺️

  • @rajusarma9691
    @rajusarma9691 2 หลายเดือนก่อน +3

    100℅ right

  • @mintudey8493
    @mintudey8493 2 หลายเดือนก่อน +2

    Best. Program. N. M. S. Sir

  • @DipPaul-ng4ox
    @DipPaul-ng4ox หลายเดือนก่อน

    Akhil gogoi da zindabaad

  • @AbyanNafi567
    @AbyanNafi567 2 หลายเดือนก่อน +2

    Very Nice ❤❤❤❤❤

  • @user-ps8gc5qw1n
    @user-ps8gc5qw1n หลายเดือนก่อน

    Agntak conges shr val cendedat deyea Jan Jai I assam

  • @lakhinathbhuyan4358
    @lakhinathbhuyan4358 หลายเดือนก่อน

    গোটেই কৌশল বোৰ শিকাই দিব নেলাগিচিল নেকি।

  • @dibyajyotidas5827
    @dibyajyotidas5827 2 หลายเดือนก่อน +4

    Krisno krisno

  • @chiranjivsonowal2050
    @chiranjivsonowal2050 หลายเดือนก่อน

    ভাৰতৰ টেক্স ব্যৱস্থাটোৱে মধ্যবৃত্ত শ্ৰেণীটোক ধ্বংস কৰি দিছে। দৰমহা লাভ কৰা মানুহ এজনৰ দৰমহাৰ ওপৰত ইনকাম টেক্স লাগে, প্ৰফেচনেল টেক্স লাগে, শিক্ষা টেক্স লাগে। তদুপৰি প্ৰতিটো বস্তুতেই ১৮% GST, VAT ইত্যাদি আছেই।

  • @kubjikakulkul1946
    @kubjikakulkul1946 หลายเดือนก่อน

    👍 great

  • @Lekhakch.BorahBorah
    @Lekhakch.BorahBorah หลายเดือนก่อน

    Akhil Gogoi can't be a big factor in assamese politics. No probability at all. People are very much alert .

  • @glow_iq
    @glow_iq 2 หลายเดือนก่อน

    অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে চলিত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক।
    Source: Wikipedia and বাণীকান্ত কাকতি দেৱৰ কলিতা জাতিৰ ইতিবৃত্ত
    এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।

  • @SonjoyDoley-iy8wy
    @SonjoyDoley-iy8wy 2 หลายเดือนก่อน +1

    Akil .da nice comment

  • @archanaborah667
    @archanaborah667 หลายเดือนก่อน +1

    সুন্দৰ ৰাজনৈতিক বিশ্লেষণ।চাই উপকৃত হলো।

  • @sanjeenabegum421
    @sanjeenabegum421 หลายเดือนก่อน

    Right kotha tu hoi kintu

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g 2 หลายเดือนก่อน +2

    Right

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl หลายเดือนก่อน

    নহব যিমানেই মিঠা কথা নকোবা কিয় কাম নহব ৷তুমি মূখ্য মন্ত্ৰী হলে দেশ অধপতনে যাব । সৰ্বানন্দক তুমি একোদাল লৰাব নোৱাৰা ৷

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 2 หลายเดือนก่อน +1

    নাঙল আলি ককাই, লুৰিণক কোবাল সোঁতৰ নদীৰ ওখ গড়াত উঠাই লৈ পিছ ফালৰপৰা গোৰ মাৰি দিয়াৰ চিন্তা কিয় কৰিলি ঔ?? ফলাফলৰ দিনাখন তাৰ সৈতে ক'ৰবাত লুকাই নাথাকিবি আকৌ। নিৰ্বাচনৰ আগত গৌৰৱ ককাইৰ সৈতে যি কৰিলি 😠 । আহোমৰ নামত কলংক। আৰু তোৰ এই ফটুৱা কথা খিনি....

  • @debajitdehingia7732
    @debajitdehingia7732 หลายเดือนก่อน

    3 time modi p m
    Long live p m salut

  • @pranabjyotideka5560
    @pranabjyotideka5560 2 หลายเดือนก่อน +3

    Dorangt jodi olp val ke khilil hoi bohut kamot ahil hoi

  • @jintusaikia4256
    @jintusaikia4256 2 หลายเดือนก่อน

    জনমত টি চাই বৰ ভাল লাগিল ।

  • @kamaluzir6332
    @kamaluzir6332 2 หลายเดือนก่อน +1

    দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ ৰ বিশ্লেষণ ক'ত নিতুমণি ডাঙৰীয়া? বেয়া দেখি সুবিধাবাদী হব নালাগে।

  • @AbdulSukur-zp6re
    @AbdulSukur-zp6re 2 หลายเดือนก่อน

    Akhil is a great

  • @bb3762398427
    @bb3762398427 2 หลายเดือนก่อน +4

    Jorhat t Bengali manuheo vote dise