সন্ধিয়াৰ আকাশত বগলী উৰে ( Xondhiyar Akashot Bogoli Ure) কণ্ঠ - চয়নিকা বৈশ্য / কথা- নিৰ্মলপ্ৰভা বৰদলৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 พ.ย. 2024

ความคิดเห็น • 311

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +18

    সচা কথা এনে হেন গীত শুনি ভালপোৱা গীত কোনোবা থাকেনে,,, গীটটো শুনি খুবেই আনন্দ পালো

  • @hemantahazarika9715
    @hemantahazarika9715 ปีที่แล้ว +14

    এইবোৰ কেৱল গীত নহয়, এইবোৰ একো একোখন উপন্যাস, জীৱন উপন্যাস, প্ৰতিটো শব্দৰ সুকিয়া মাদকতা, প্ৰতিটো সুৰৰ হৃদয়স্পৰ্শী আমোদ, ❤❤❤❤❤

  • @crazypjn3566
    @crazypjn3566 3 ปีที่แล้ว +17

    গাওলীয় জীৱনৰ সচা কাহিনী ৷ মাকৰ মৰম আনফালে স্বামীৰ লগতে শাহুৱেকৰ মৰম ৷ চিৰযুগমীয়া হৈ থাকক ৷

  • @janarddansenapati8904
    @janarddansenapati8904 3 ปีที่แล้ว +113

    এই বোৰ গীত মাত অসমীয়া ৰ কোনো কালেই বিলুপ্তি নোহোৱা সম্পদ । অসমীয়া ই এই বোৰ সম্পদৰ অস্তিত্ব চিৰকালেই অনুভৱ কৰিব

  • @pollymahanta7508
    @pollymahanta7508 7 หลายเดือนก่อน +3

    সুন্দৰ গীত খূব ভাল লাগিল

  • @kishoresaikia6506
    @kishoresaikia6506 3 ปีที่แล้ว +21

    এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।বহুত ধুনীয়া গায়কী তোমাৰ।আইলৈ সচা‌ঁকৈ মনত পৰে।সুন্দৰ কণ্ঠ তোমাৰ শুনি ভাল লাগিল ৷

  • @labaram566
    @labaram566 2 ปีที่แล้ว +15

    অতি সুন্দৰ ।লৰালিৰ কৈশৰৰ স্মৃতিয়ে মনটো বহু দূৰ অতীতলৈ লৈ যায় । অশেষ ধন্যবাদ ।

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 3 ปีที่แล้ว +29

    সোণসেৰীয়া অসমীয়া গীতসমূহ সুন্দৰকৈ পৰিৱেশন কৰাৰ ক্ষেত্ৰত চয়নিকা আৰু তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি বৈশ্যৰ প্ৰচেষ্টা শলাগিবলগীয়া 👏👏👏
    তেওঁলোকৰ সাংগীতিক যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ । 💐💐

  • @swatibora3802
    @swatibora3802 ปีที่แล้ว +5

    😭😭suwali jibontue bohut dukhor..suwalir kunu khn ghorei nijor nohoi.. bohut dukh lage

  • @moran__puwali2465
    @moran__puwali2465 2 ปีที่แล้ว +7

    ইমান সুন্দৰ গীত অন্তৰ খন স্পৰ্শ কৰি গ'ল গীতটিয়ে।। আৱেগিক হৈ গলো। ভাল লাগিল চিৰসেউজ গীত।।

  • @archanakonwar3305
    @archanakonwar3305 3 ปีที่แล้ว +13

    এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।

  • @sayabakhatun8435
    @sayabakhatun8435 2 ปีที่แล้ว +5

    Siro kheujia geetor kotha khur aru khomoyor anubhuti,,😢 khisakoiye khoru kalor kotha, maa deuta bhai bhoni atmiyo swojonor morombor ghurai paboloi mone bohut kande😭😭 nirobe nihkhobde😚😚😚😚

  • @minakshibezbaruah2429
    @minakshibezbaruah2429 3 ปีที่แล้ว +6

    Vdoti ati xundar 💟. Mon sui jua. Totapio montu beya lagi gol. Kionu aji poshis bosore air ghor dekha nai. Air jiyai thoka hole podulir gosh jupar osoroloi ke douri golu heten.

    • @pinkyboruah5364
      @pinkyboruah5364  3 ปีที่แล้ว

      বহুত ধন্যবাদ ।

  • @Kiran-si2bf
    @Kiran-si2bf 2 หลายเดือนก่อน +3

    এই গীত টি তুলিকা সেনাপতি ,তুমি সুন্দৰ কৈ গোৱা কাৰণে ভাল লাগিল,এই বোৰ গীত শুনি থাকিলে আমনি নালাগে ,

  • @malayadevi5955
    @malayadevi5955 3 ปีที่แล้ว +7

    Old is gold! Xasakoi, xuni obhibhuta halu.30basor agaloi ubhati jowa Jen lagil.dhanyabad.

  • @pankajabaruah9932
    @pankajabaruah9932 3 ปีที่แล้ว +3

    Bohut bhal lagil bàa aapunar gaan2 huni. Hosai maa ji maai. Gaan2 huni mur mur sokupani ulai goisi.

  • @nripendeka6794
    @nripendeka6794 ปีที่แล้ว +9

    ইমান ধুনীয়া গীত। 😇আগুৱাই যোৱা শুভেচ্ছা থাকিল। 😇😇

  • @niranjankalita4493
    @niranjankalita4493 6 หลายเดือนก่อน +1

    Bahut sweet voice Sayanika;God bless u

  • @JiaulHussain-i5s
    @JiaulHussain-i5s ปีที่แล้ว +1

    Khub hundor geet, hridoy suigol apunar hurot

  • @yabomtaba1045
    @yabomtaba1045 4 หลายเดือนก่อน +1

    Bahut bariya gai sa, God bless you.

  • @jnanashreesaikia4522
    @jnanashreesaikia4522 4 ปีที่แล้ว +13

    ভাল লগা এটা গীত।সুন্দৰ গাঁৱৰ পৰিৱেশৰ দৃশ্যৰে সম্পাদিত হোৱা ভিডিঅটি' চাই সঁচাকৈ বৰ ভাল লাগিল

  • @SuperZintu
    @SuperZintu 3 ปีที่แล้ว +5

    উফ! কি সুন্দৰ গীত ।❤️ পুনৰ ঘুৰি যাব বিচাৰো আকৌ পুৰণি ইস্মৃতি দিনবোৰলে । ।।।।

    • @beberibung400k5
      @beberibung400k5 3 ปีที่แล้ว +2

      সচাঁই

    • @SuperZintu
      @SuperZintu 3 ปีที่แล้ว +2

      @@beberibung400k5 এতিয়া আৰু ভাল লগা দিনবোৰ সোণালী হৈ পৰিল ।।

  • @birennath8618
    @birennath8618 2 ปีที่แล้ว +6

    চয়নিকা, সুন্দৰ কণ্ঠ তোমাৰ। আগুৱাই যোৱা। শুভেচ্ছা থাকিল।

  • @akanrajsahariah832
    @akanrajsahariah832 ปีที่แล้ว +3

    এইবোৰ গীতে আমাৰ মনটো অলপ সময়ৰ কাৰণে হ'লেও শান্ত কৰি ৰাখে। অতীতলৈ মনত পেলাই দিয়ে।

  • @dhaniramdas7116
    @dhaniramdas7116 3 ปีที่แล้ว +8

    ভিদিও ইদিতৰলৈ মোৰ আন্তৰিক শুভেচ্ছা
    থাকিল ইমান ধনীয়া কৈ এই গীত তি সদায় নতুন বহু ভাল

  • @IkramHJuwel
    @IkramHJuwel 4 ปีที่แล้ว +8

    সুন্দৰ । ভিডিঅ'টি সুন্দৰকৈ সজোৱা হৈছে॥

    • @pinkyboruah5364
      @pinkyboruah5364  4 ปีที่แล้ว

      অশেষ ধন্যবাদ।

  • @sunilghanswam4104
    @sunilghanswam4104 3 ปีที่แล้ว +2

    Khub val lagil suni...valke vabile soku paniye olay desun.. kiman je dukhot gaisil ane dhoronor geet bilak.

  • @mridulgogoi1914
    @mridulgogoi1914 3 ปีที่แล้ว +6

    Hosai khub bhal lagil, haru kalor Kathabur hasai manot poril.

  • @jibeswarvlogs7896
    @jibeswarvlogs7896 3 ปีที่แล้ว +8

    বহুত ধুনীয়া গায়কী তোমাৰ।উত্তৰোত্তৰ কামনা কৰিলো

  • @bidyutsaikia2507
    @bidyutsaikia2507 3 ปีที่แล้ว +2

    গীতো শুনি ব কুখন বি খায় যায় চ কো লো ওলাই যায়। ধন্য বা দ।

  • @Learntoscore
    @Learntoscore 4 หลายเดือนก่อน +1

    News etat Jiten Dev r ktha likha dekhi ahilu gaan tu xunibole... composed by Jiten Dev ❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 ปีที่แล้ว +26

    শৈশবলৈ মনত পৰে।বিৰাট ভাল লাগে ।

  • @kanganamalhotra4875
    @kanganamalhotra4875 22 วันที่ผ่านมา +1

    Tulika Senapati& Bina Bhagawati Ma'am's songs should be preserved as those reflect Assamese simple rural life.

  • @munindrakumarsahariah7804
    @munindrakumarsahariah7804 3 ปีที่แล้ว +7

    সুন্দৰ গীত, বাদ্য বিহীন ভাৱে গোৱাৰ বাবে আৰু ৰসাল কৰিছে।

  • @gobindradewri2305
    @gobindradewri2305 2 ปีที่แล้ว +1

    Bor dhuniya git

  • @renusaikia2596
    @renusaikia2596 2 ปีที่แล้ว +8

    বাইদেউ ৰ চিঠি পালো পঢ়ি চালো গীতটি শুনি বনলৈ মন আছিল পঠাবচোন মোলৈ

  • @debenborah2905
    @debenborah2905 2 ปีที่แล้ว +8

    বহুদিনৰ মূৰত প্ৰিয় গীতটি শুনি অন্তৰখন ভৰি পৰিল।

  • @jintusarma4704
    @jintusarma4704 3 ปีที่แล้ว +4

    Iman hriday sui jowa geet💓👏👏

  • @hemaborgohain556
    @hemaborgohain556 3 ปีที่แล้ว +10

    চয়নিকা, তোমাৰ কণ্ঠত পুৰণি চাম শিল্পীৰ গান বোৰ জীপাল হৈ পৰে। গাই থাকিবা।

    • @abdulehsan15
      @abdulehsan15 3 ปีที่แล้ว

      They tty6yyyy a t55664 Dr yyHuuu ❣️

  • @Runjunmoni-b5v
    @Runjunmoni-b5v หลายเดือนก่อน +3

    সচাকৈ মনত পৰে😢😢😢😢

  • @abhijitdas5010
    @abhijitdas5010 ปีที่แล้ว +4

    বাইদেউলৈ মনত পৰি গল। মন চুই যায় এই গীতটি শুনিলে।

    • @lilawatidevi4910
      @lilawatidevi4910 ปีที่แล้ว

      Ki kam ai geetu sunile suni thakibar man jai

  • @anantadhunsaikia
    @anantadhunsaikia 3 ปีที่แล้ว +6

    বহুত ধুনীয়া লাগিলে গীতটি অতি সুন্দৰ 👌👌

  • @nayanmonichutia9408
    @nayanmonichutia9408 3 ปีที่แล้ว +7

    ইমান যে ভাল লাগে অ ।

  • @rismabodo7614
    @rismabodo7614 3 ปีที่แล้ว +2

    Heart touching baidew ❤️❤️ bahut arthapurno❤️👍

  • @kushachutia4655
    @kushachutia4655 3 ปีที่แล้ว +2

    Bhut dhunia lagile geet 2 huni,,,

  • @dandiramsonowal3710
    @dandiramsonowal3710 2 ปีที่แล้ว +8

    অমৰ মৰম স্নেহৰ অনুভুতি সকলো অসমীয়া জীয়াৰীৰ মনত চিৰ যুগমিয়া হৈ থাকিব* ।

  • @IndiaGogoi64
    @IndiaGogoi64 3 ปีที่แล้ว +4

    ইমান ধুনীয়া, লিৰিক, corigraphy, evergreen song,

  • @nahidabegum3362
    @nahidabegum3362 3 ปีที่แล้ว +7

    Dhunya hoise Val lagise

  • @six1nine388
    @six1nine388 ปีที่แล้ว +4

    লৰালি কাললৈ মনত পৰি গল ।

  • @shikhadas5536
    @shikhadas5536 2 ปีที่แล้ว +8

    এই গানটো শুনিলেই মনটো দুখেৰে ভৰি পৰে

  • @Life-n-poetry
    @Life-n-poetry 3 ปีที่แล้ว +2

    বৰ সুন্দৰ সম্পাদনা ৷ গানটোৰ কথাতো উল্লেখ অপ্ৰয়োজনীয়!

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +2

    সুন্দৰ কন্ঠত, চিৰসেউজ গীত।ভি.ডি.অ.ব্যবস্হাপনা অতি মনোৰম।

  • @arunodoyhighschool9211
    @arunodoyhighschool9211 3 ปีที่แล้ว +3

    বৰ সুন্দৰ কন্ঠ । এই চিৰসেউজ গীতটোত সোণত সুৱগা চৰিছে

  • @bijoyclassicdas2304
    @bijoyclassicdas2304 2 ปีที่แล้ว +3

    সুন্দৰ সৰল কালজয়ি গীত
    মন্ত্ৰমুগ্ধ পৰিবেশন

  • @manjulachoudhury241
    @manjulachoudhury241 3 ปีที่แล้ว +10

    চয়নিকা তোমাৰ কণ্ঠ অতি অতি সুন্দৰ

  • @daijyhazarikadaijyhazarika1065
    @daijyhazarikadaijyhazarika1065 4 ปีที่แล้ว +6

    Dhuniya hoise

    • @pinkyboruah5364
      @pinkyboruah5364  4 ปีที่แล้ว

      অশেষ ধন্যবাদ ।

  • @kanoujdas4440
    @kanoujdas4440 2 ปีที่แล้ว +5

    বহুত ধুনীয়া ❤️

  • @jinadas3229
    @jinadas3229 3 ปีที่แล้ว +5

    Wah ki dhunia gaan🥰🥰😍😍😍😍

    • @pinkyboruah5364
      @pinkyboruah5364  3 ปีที่แล้ว

      হয় বৰ ধুনীয়া গান।

  • @sajidurrahman8666
    @sajidurrahman8666 ปีที่แล้ว +2

    Wow nice super git

  • @biswajitdeka9135
    @biswajitdeka9135 3 ปีที่แล้ว +6

    Bhout dhuniya gaan ❤️❤️

  • @debajitgogoi8623
    @debajitgogoi8623 3 ปีที่แล้ว +3

    বহুত ভাল লাগিছে ।

  • @mohendratanti1874
    @mohendratanti1874 3 ปีที่แล้ว +4

    ভাল লাগিছে।
    তোমাৰ কণ্ঠ সঁচাই হুৱালা

  • @snigdhanath5432
    @snigdhanath5432 11 หลายเดือนก่อน +1

    ইমান যে ভাল লগা এইবোৰ গান, চিৰযুগমীয়া হৈ থাকিব, শুনি বৰ ভাল পালোঁ ❤

  • @kusumsarma4484
    @kusumsarma4484 ปีที่แล้ว +1

    Very good. Song 💓❣️👍💕💘🧡🌹🌹🌹

  • @jaanbiswas5122
    @jaanbiswas5122 ปีที่แล้ว +1

    😢 কিবা অবুজ বেদনাই চুই গ'ল গীতটো শুনি,, সুন্দৰ গীত

  • @chawdggogoi8722
    @chawdggogoi8722 3 ปีที่แล้ว +3

    সুন্দৰ অনুভৱ বিলাগ মনত পৰে।

  • @sanjitbarman8448
    @sanjitbarman8448 ปีที่แล้ว +1

    Khub abegik karile

  • @BhupenBorah-r3y
    @BhupenBorah-r3y 2 วันที่ผ่านมา +1

    Nice singing ❤

  • @madhumitabarkataki721
    @madhumitabarkataki721 3 ปีที่แล้ว +14

    Brought tears to my eyes 😞so beautiful but poignant!!

  • @babitabora6622
    @babitabora6622 3 ปีที่แล้ว +5

    Khub xundor 💞👌

  • @tanvimalakar825
    @tanvimalakar825 3 หลายเดือนก่อน +1

    Nice song 😍

  • @rimakalita4381
    @rimakalita4381 2 ปีที่แล้ว +1

    Kiman bar je gan tu hunisu hisab nai,,,,,tothapitu huni amoni nalage,,,,,Hosai aair gharaloi bohut monot pore ooo.

  • @purobidhun8835
    @purobidhun8835 3 ปีที่แล้ว +3

    চকুলো বাগৰি গ'ল ইমান সুন্দৰ কন্ঠ‌‌‌

  • @atulrayblog8719
    @atulrayblog8719 3 ปีที่แล้ว +4

    Dhuniya lagise ❤️👍🏻

  • @ankitadekasmusical9599
    @ankitadekasmusical9599 3 ปีที่แล้ว +1

    Xundor hyse...Baa

  • @babajan6873
    @babajan6873 3 ปีที่แล้ว +3

    বহুত ভাল হৈছে

  • @nandini2667
    @nandini2667 3 ปีที่แล้ว +1

    Eman xundor, xosake aaire ghoroi monot pore

  • @radha.online16
    @radha.online16 3 ปีที่แล้ว +2

    খুউব সুন্দৰকৈ গালে.. ধন্যবাদ দেই 🙏🙏

  • @nipandeka5628
    @nipandeka5628 10 หลายเดือนก่อน +1

    অন্তৰ খন জুৰ পৰি গল গীত টো শুনি

  • @utpalsaikia3460
    @utpalsaikia3460 ปีที่แล้ว +1

    ইমান ধুনিয়া।

  • @nikumonibora6540
    @nikumonibora6540 3 ปีที่แล้ว +8

    গানটো শুনিলে বৰ দুখ লাগে

    • @ramdhenu5399
      @ramdhenu5399 3 ปีที่แล้ว

      বাস্তৱ সত্য।
      দুখ কৰিলে কি হ'ব।

  • @karabideka2242
    @karabideka2242 3 ปีที่แล้ว +3

    Hridoi sui jua gaan😌😌

  • @parijatburhagohain9741
    @parijatburhagohain9741 3 ปีที่แล้ว +2

    hridoy sui jua eti gan.gantu moi khub val pau babe bare bare huni thaku

  • @momikboje4932
    @momikboje4932 3 ปีที่แล้ว +9

    Waoow !! Mindblowing song . My most favorite one.

  • @pankajsarma6273
    @pankajsarma6273 2 ปีที่แล้ว +3

    Dhunia hoisea gaan to

  • @tultulmili1297
    @tultulmili1297 3 ปีที่แล้ว +8

    ইমান ভাল লাগে ❤️❤️

  • @mixgaming2928
    @mixgaming2928 3 ปีที่แล้ว +4

    Bohut bhal lagile huni ❤️❤️

  • @bhabeshphangsho7062
    @bhabeshphangsho7062 3 ปีที่แล้ว +3

    সুন্দৰ প্ৰতীতো গীতৰ অৰ্থত মাঁ থকাৰ বাবে

  • @bijitnath6971
    @bijitnath6971 3 ปีที่แล้ว +1

    Sayanika tomar kantha bahut val, Val gysa, sesta rakha

  • @bornalidutta8826
    @bornalidutta8826 3 ปีที่แล้ว +3

    Gantu bohut dhuniya..hsa Bor monot pore

  • @ankurbhattacharyya3097
    @ankurbhattacharyya3097 ปีที่แล้ว +1

    সুন্দৰ 👌👌

  • @lunashreehajarika8731
    @lunashreehajarika8731 3 ปีที่แล้ว +10

    গীতটি শুনিলে সচাকৈ মোৰ চকুলো বাগৰি আহে।✨❣️

  • @anjanagogoidhakuakhana7582
    @anjanagogoidhakuakhana7582 4 ปีที่แล้ว +5

    বৰ ভাল লাগিল ।

    • @pinkyboruah5364
      @pinkyboruah5364  4 ปีที่แล้ว

      অশেষ ধন্যবাদ ।

  • @anilkumarnath55
    @anilkumarnath55 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @rubulrahman4441
    @rubulrahman4441 3 ปีที่แล้ว +2

    বহুত বহুত ভাল লাগিল,

  • @khirudgogoi5182
    @khirudgogoi5182 3 ปีที่แล้ว +4

    বৰ ভাল লাগিল শুনি

  • @anuradhadas4156
    @anuradhadas4156 3 ปีที่แล้ว +2

    বহুত বহুত ভাল লাগিল

  • @অনন্যপৃথিৱী
    @অনন্যপৃথিৱী 3 ปีที่แล้ว +6

    সুন্দৰ।❤️❤️❤️

  • @anjaliborah753
    @anjaliborah753 3 ปีที่แล้ว +3

    বৰ ভাল লাগে অ ।

  • @khagendas5526
    @khagendas5526 3 ปีที่แล้ว +4

    সুন্দৰ গীত সুন্দৰ কন্ঠ