ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আহ্ হা.... পুৰণি গীতবোৰৰ মাদকতাই বেলেগ। জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত এই চিৰসেউজ গীতটি আপোনাৰ কন্ঠত আকৌ এবাৰ শুনি খুব ভাল লাগিল।
ব হুত ভাল লাগিল, music o বহুত sundar
Bor val lagil
সচাঁকৈয়ে মধুৰ সংগীত। জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰাই আমাক ধন্য কৰিলে।এতিয়া চয়নিকাই আকৌ আমাক প্ৰাণ পৰশিচে।
হয় দাদা.. ধন্যবাদ।
বহুত ভাল লাগে ❤
@@pinkyboruah5364 অতি সুন্দৰ। মন ভৰি গল। অশেষ ধন্যবাদ। দোপত দোপে উন্নতি কৰা।
মধুৰ সঙ্গীত
অতি সুন্দৰ কণ্ঠ। গীতটো শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
অতী সুন্দৰ গীত মোৰ প্ৰিয় খুব ভাল লাগিল
এনেকৈ আগবাঢ়ি যোৱা ছয়নিকা তুমি।❤
সুন্দৰ।
বৰ সুন্দৰ
🙏🙏🙏🙏🙏🙏 বহুত ধুনীয়া চিৰযুগমীয়া গীত সদায় সকলোৰে মাজত জোনৰ দৰে জিলিকি থাকিব।🙏🙏🙏🙏🙏👍👍👍👍👍🙏🙏🙏🙏🙏.
অতিশয় সুন্দৰ হৈছে। আপোনাৰ দৰদী কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।মূল গীতটিৰ প্ৰাণ নিগৰাবলৈ আপুনি সক্ষম হৈছে। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
চয়নিকাৰ কণ্ঠত শ্ৰদ্ধেয়া নিৰ্মল প্ৰভা বাইদেউৰ গীতটিয়ে প্ৰাণ পাই উঠিছে।
সুন্দৰ গায়কী প্ৰতিভা
কি যে সুন্দৰ হৈছে, শুনিয়েই থাকিম যেন।বৰ ভাল Selection. ঈশ্বৰে এটা ভাল কণ্ঠ দিছে,নিজৰ পৰিচয় হওক এগৰাকী কণ্ঠ শিল্পী হিচাপে তাৰেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা।
Excellent cloan audio singes deuhi bhal lagil❤❤❤❤😂😂
ইমান সুন্দৰ এটি গীত শুনিবলৈ পাই মনটো ভাল লাগি গল।।। unlike কৰা কেইজন কোন হয়।।।
Is I above the group
Wow so nice🎉🎉🎉
ণদডবথদ
সঁচাকৈ, ইমান সুন্দৰ গীত ,মগজু শীতল হৈ যায়....
অতি সুন্দৰ ভাল হৈছে
Sumudhur awaj var vaal lagi gole
প্ৰিয় গীতটি নতুন ৰূপত দেখা পাই বহুত ভাল লাগিল।সুন্দৰ দৃশ্যায়নে ভিডিঅ'টিক অধিক প্ৰাণৱন্ত কৰি তুলিছে।
ধন্যবাদ।
Hasai khub val lagil, aaru hunabo sun dei...
Beautiful.
The best song from Sayaniks Baishya-------Mindblowing, ❤️ touching,superb., excellent.
অতি সুন্দৰ!মন ভৰি গ'ল!
ধন্যবাদ বাইদেউ ।
ইমান সুন্দৰ হৈছে ।
মধুৰ সুন্দৰ ধুনিয়া
Xundor ✨
Bor val lagil...
What a beautiful romantic song ! The writing of Nirmalprabha Bardaloi is always superb. Chyanika has poured her sweet voice carefully in order to make the song enjoyable.Thank you, Chyanika. Try to be more better.
জয়ন্ত সঙ্গীত সদায়ে ভাল পাও।।। আপোনাৰ গায়কী ধুনীয়া হৈছে।।।
গীতটিত কণ্ঠদান কৰিছে চয়নিকা বৈশ্যই.. মই সম্পাদনাহে কৰিছো॥
Bohut dhunia hoise gaantu editing borhiya 👍👍
সুন্দৰ গায়কী।কতো খুত অনুভৱ নহ'ল।
সুমধুৰ গীত, শুনি ভাল লাগিল।
বৰ ভাল লাগিল,বহু দিনৰ পিছত শুনিলো । ধন্যবাদ ।
অতি সুন্দৰ ।
সুন্দৰ শুনি ভাল লাগিল
Bai do dhuniya lagesa huni.👍
শুনি বহুত ভাল লাগিল ❤❤❤
চয়ানিকা বৈশ্যৰ গান দিনটোত নুসুনিলে দিনটো মোৰ বেয়া লাগি থাকে।
Very very well sung.
ভাল লগা গানটো❤️চিত্ৰায়ণ অতি সুন্দৰ❤️
Q
বহুত ভাল লাগিল শুনি ।
বৰ সুন্দৰ গান
GOD Bless you
Wah vai Kiya songha
Xosa.jibone.ai.geet.xodaiAdorib.Jar.jibon.ase.xi.he.aiGeetor.gurutta.busibVakhare.bujab.noari
😭🤣🤣🤣
গীত টো বহুত ভাল লাগিল 🥰
Excellent lirics, corigraphy,, evergreen song, beautiful
Majjaa
সুন্দৰ ...👌
এইবাৰ এই গীতটী গানৰ বিদ্যালয়ত গাম
Lojja ❤
বৰ ভাল লাগিল গীতটো শুনি। আপোনালৈ অনুৰোধ থাকিল চিৰসেউজীয়া গীত বোৰ আৰু শুনিব পাম বুলি ।।।।❤️
👍
বহুত ধুনিয়া।প্ৰায়ে শুনো।
Evereen melodious song❤❤❤❤❤
Bahut Val lagil
সুন্দৰ গীত
মই মোৰ মবাইলত এই ভিডিঅ'টো সাচি ৰাখিছো৷ বহুত ভাল লাগে গানটো৷ গানটো শুনিলে মনটো ক'বনোৱাৰাকৈয়ে ভাল লাগি যায়৷ চয়নিকা শৰ্মাৰ কন্ঠত সোণত সুৱগা চৰাইছে৷
চয়নিকা বৈশ্য,বৰ ভাল গায়িকা,❤️❤️
perfect singing. Nice voice.
প্ৰিয় গান, প্ৰিয় কণ্ঠ বহুত সুন্দৰ হৈছে ❤️❤️
Nice song and beautiful voice ❤❤❤❤❤❤🎉🎉🎉🎉🎉😮😮
চিৰসেউজ গীত❤
Great voice so sweet love it
সুন্দৰ
বহুত ভাল লাগে গানবোৰ শুনী
Ati xundar
Amar vidio
Amar vidio sab
Bor val lae তেখেতৰ গান
❤️❤️❤️
Wow so beautiful song❤❤
মোৰ প্ৰিয় গীত। আপোনাৰ কন্ঠ সুন্দৰ 👍🙏
Moi ai Gan tu huni pagol hoi goisu❤❤😊
Beautiful song with sweet voice 🥰🥰
Very nice ba😂😂❤😂😂❤
Very beatiful nice voice ba❤❤😂❤❤
Good so good❤❤❤❤❤
Dear ba very fine love you❤😂😂❤❤❤
মই তোমাৰ গান বাৰে বাৰে শুনি থাকো চয়নিকা
Sweet voice.
👌💘👌👌👌
🎉❤🎉
Excellent coriography
❤❤❤❤❤❤
মনিষা হাজৰিকা বাইদেউ মাত হয়
lack my words to describe how beautifully the song is performed. Wish you very best and hope to hear many more songs from you.
মোৰ এটি প্ৰিয় গীত ।
mindblowing
Ever green countless decades
WcomeBeautiful So
Hundargeet
Moi a gan tu huni val pao❤❤❤❤❤
😊😊
♥️♥️♥️♥️
Dhoino Baat aigit prosaror babe
Val lagil
So sweet voice
নতুন ৰূপত চিৰসেউজ গীতবোৰে মনটোক একেবাৰে প্ৰশান্তি ৰে ভৰাই দিলে।
Evergreen song
Good performance
উফ্ ❤
Nice
গীতটোৱে মনটো ভাল লগাই দিলে ধন্যবাদ।
❤কোনে গাইছে ? চয়নিকা বৈশ্যই নে মনিষা হাজৰিকাই? ধৰিব পৰা নাই !
চয়নিকা বৈশ্যই
আহ্ হা.... পুৰণি গীতবোৰৰ মাদকতাই বেলেগ। জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত এই চিৰসেউজ গীতটি আপোনাৰ কন্ঠত আকৌ এবাৰ শুনি খুব ভাল লাগিল।
ব হুত ভাল লাগিল, music o বহুত sundar
Bor val lagil
সচাঁকৈয়ে মধুৰ সংগীত। জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰাই আমাক ধন্য কৰিলে।এতিয়া চয়নিকাই আকৌ আমাক প্ৰাণ পৰশিচে।
হয় দাদা.. ধন্যবাদ।
বহুত ভাল লাগে ❤
@@pinkyboruah5364 অতি সুন্দৰ। মন ভৰি গল। অশেষ ধন্যবাদ। দোপত দোপে উন্নতি কৰা।
মধুৰ সঙ্গীত
অতি সুন্দৰ কণ্ঠ। গীতটো শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।
অতী সুন্দৰ গীত মোৰ প্ৰিয় খুব ভাল লাগিল
এনেকৈ আগবাঢ়ি যোৱা ছয়নিকা তুমি।❤
সুন্দৰ।
বৰ সুন্দৰ
🙏🙏🙏🙏🙏🙏 বহুত ধুনীয়া চিৰযুগমীয়া গীত সদায় সকলোৰে মাজত জোনৰ দৰে জিলিকি থাকিব।🙏🙏🙏🙏🙏👍👍👍👍👍🙏🙏🙏🙏🙏.
অতিশয় সুন্দৰ হৈছে। আপোনাৰ দৰদী কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।মূল গীতটিৰ প্ৰাণ নিগৰাবলৈ আপুনি সক্ষম হৈছে। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
চয়নিকাৰ কণ্ঠত শ্ৰদ্ধেয়া নিৰ্মল প্ৰভা বাইদেউৰ গীতটিয়ে প্ৰাণ পাই উঠিছে।
সুন্দৰ গায়কী প্ৰতিভা
কি যে সুন্দৰ হৈছে, শুনিয়েই থাকিম যেন।বৰ ভাল Selection. ঈশ্বৰে এটা ভাল কণ্ঠ দিছে,নিজৰ পৰিচয় হওক এগৰাকী কণ্ঠ শিল্পী হিচাপে তাৰেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা।
Excellent cloan audio singes deuhi bhal lagil❤❤❤❤😂😂
ইমান সুন্দৰ এটি গীত শুনিবলৈ পাই মনটো ভাল লাগি গল।।।
unlike কৰা কেইজন কোন হয়।।।
Is I above the group
Wow so nice🎉🎉🎉
ণদডবথদ
সঁচাকৈ, ইমান সুন্দৰ গীত ,
মগজু শীতল হৈ যায়....
অতি সুন্দৰ ভাল হৈছে
Sumudhur awaj var vaal lagi gole
প্ৰিয় গীতটি নতুন ৰূপত দেখা পাই বহুত ভাল লাগিল।সুন্দৰ দৃশ্যায়নে ভিডিঅ'টিক অধিক প্ৰাণৱন্ত কৰি তুলিছে।
ধন্যবাদ।
Hasai khub val lagil, aaru hunabo sun dei...
Beautiful.
The best song from Sayaniks Baishya-------Mindblowing, ❤️ touching,superb., excellent.
অতি সুন্দৰ!মন ভৰি গ'ল!
ধন্যবাদ বাইদেউ ।
ইমান সুন্দৰ হৈছে ।
মধুৰ সুন্দৰ ধুনিয়া
Xundor ✨
Bor val lagil...
What a beautiful romantic song ! The writing of Nirmalprabha Bardaloi is always superb. Chyanika has poured her sweet voice carefully in order to make the song enjoyable.Thank you, Chyanika. Try to be more better.
জয়ন্ত সঙ্গীত সদায়ে ভাল পাও।।। আপোনাৰ গায়কী ধুনীয়া হৈছে।।।
ধন্যবাদ।
গীতটিত কণ্ঠদান কৰিছে চয়নিকা বৈশ্যই.. মই সম্পাদনাহে কৰিছো॥
Bohut dhunia hoise gaantu editing borhiya 👍👍
সুন্দৰ গায়কী।কতো খুত অনুভৱ নহ'ল।
সুমধুৰ গীত, শুনি ভাল লাগিল।
বৰ ভাল লাগিল,বহু দিনৰ পিছত শুনিলো । ধন্যবাদ ।
অতি সুন্দৰ ।
সুন্দৰ শুনি ভাল লাগিল
Bai do dhuniya lagesa huni.👍
শুনি বহুত ভাল লাগিল ❤❤❤
চয়ানিকা বৈশ্যৰ গান দিনটোত নুসুনিলে দিনটো মোৰ বেয়া লাগি থাকে।
Very very well sung.
ভাল লগা গানটো❤️চিত্ৰায়ণ অতি সুন্দৰ❤️
ধন্যবাদ।
Q
বহুত ভাল লাগিল শুনি ।
বৰ সুন্দৰ গান
GOD Bless you
Wah vai Kiya songha
Xosa.jibone.ai.geet.xodai
Adorib.
Jar.jibon.ase.xi.he.ai
Geetor.gurutta.busib
Vakhare.bujab.noari
😭🤣🤣🤣
গীত টো বহুত ভাল লাগিল 🥰
Excellent lirics, corigraphy,, evergreen song, beautiful
Majjaa
সুন্দৰ ...👌
এইবাৰ এই গীতটী গানৰ বিদ্যালয়ত গাম
Lojja ❤
বৰ ভাল লাগিল গীতটো শুনি। আপোনালৈ অনুৰোধ থাকিল চিৰসেউজীয়া গীত বোৰ আৰু শুনিব পাম বুলি ।।।।❤️
👍
বহুত ধুনিয়া।প্ৰায়ে শুনো।
Evereen melodious song❤❤❤❤❤
Bahut Val lagil
সুন্দৰ গীত
মই মোৰ মবাইলত এই ভিডিঅ'টো সাচি ৰাখিছো৷ বহুত ভাল লাগে গানটো৷ গানটো শুনিলে মনটো ক'বনোৱাৰাকৈয়ে ভাল লাগি যায়৷ চয়নিকা শৰ্মাৰ কন্ঠত সোণত সুৱগা চৰাইছে৷
চয়নিকা বৈশ্য,বৰ ভাল গায়িকা,❤️❤️
perfect singing. Nice voice.
প্ৰিয় গান, প্ৰিয় কণ্ঠ বহুত সুন্দৰ হৈছে ❤️❤️
ধন্যবাদ।
Nice song and beautiful voice ❤❤❤❤❤❤🎉🎉🎉🎉🎉😮😮
চিৰসেউজ গীত❤
Great voice so sweet love it
সুন্দৰ
বহুত ভাল লাগে গানবোৰ শুনী
Ati xundar
Amar vidio
Amar vidio sab
Bor val lae তেখেতৰ গান
❤️❤️❤️
Wow so beautiful song❤❤
মোৰ প্ৰিয় গীত। আপোনাৰ কন্ঠ সুন্দৰ 👍🙏
Moi ai Gan tu huni pagol hoi goisu❤❤😊
Beautiful song with sweet voice 🥰🥰
Very nice ba😂😂❤😂😂❤
Very beatiful nice voice ba❤❤😂❤❤
Good so good❤❤❤❤❤
Dear ba very fine love you❤😂😂❤❤❤
মই তোমাৰ গান বাৰে বাৰে শুনি থাকো চয়নিকা
Sweet voice.
👌💘👌👌👌
🎉❤🎉
Excellent coriography
❤❤❤❤❤❤
মনিষা হাজৰিকা বাইদেউ মাত হয়
lack my words to describe how beautifully the song is performed. Wish you very best and hope to hear many more songs from you.
মোৰ এটি প্ৰিয় গীত ।
mindblowing
Ever green countless decades
Wcome
Beautiful So