ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কি যে সুন্দৰ অভিনয় আছিল কবলৈ ভাষা বিচাৰি পোৱা নাই তাতে আকৌ দেহা শাত পৰি যোৱা গান ।
শৈশৱৰ ৰেডিঅ তোলে বৰকৈ মনত পৰি যায় এই গান বোৰ শুনিলে..😔.
সঁচাকৈ
মোৰ মাইয়ে আগতে গাইছিল এই নিচুকণি মোৰ ভন্তিক টোপনি নিয়াবলে❤ আৰু আজি মাই নাতিনী কেইটাক এই নিচুকনি শুনাই টোপনি নিয়াই সঁচাই যাদু আছে এই নিচুকনী গীতটিত🥰
অসমীয়া চিনেমা জগতৰ অতি ভদ্ৰ অমায়িক অভিনেত্ৰী গৰাকীয়েই হয়তো মৃদুলা বৰুৱা বাইদেউ।হৃদয়ত প্ৰশান্তি ৰ বা দিয়া এটি চিৰ যুগমীয়া গীত💕💕💕💕💕।
L PPLPpPPPPPPPPP.P PPP.PP
Great and naturally beautiful actress she was talented. Olop bhejal naai taiir roop acting aru charitrat. They are great
Maar dore anuvob hoi
এই চিনেমাখনত থকা দীপেন বৰুৱাৰ কণ্ঠত -- যায় শকুন্তলা পতি গৃহে যায়,, গীতটি শুনিবলৈ বহুত বহুত মন গৈ আছে ।
Old is gold. ইমান ধুনীয়া গান। সৰু কালৰ কথা মনত পৰি গল।
দেহা মন সাত পৰি যায় অ,,, কি যে মিঠা সুৰ
কি সুন্দৰ গীত,কবিতা বৰঠাকুৰ বাইদেউলৈ অশেষ ধন্যবাদ জনালোঁ ।
এইবিলাক গীত শুনিলেই মনটো ভাল লাগি যায়। চিনেমাকেইখনো আগতে চাইছিলো। সেয়ে আৰু চাবলৈ বহুত মন যায়। কিন্তু দুখৰ বিষয় যে অসমীয়া টিভি চেনেলকেইটাত এখনো পুৰণি চিনেমা নিদিয়ে।
অতি মৰম লগা বাইদেউ গৰাকীৰ অভিনয় অতি মৰমৰ।
সৰু কালৰ কথাবোৰ মনত পৰি যায় । ভাল টোপনিও আহি যায় ।
সৰুতে ৰেডিঅ' ত শুনিবলৈ পাইছিলো❣️❣️❣️
লৰালি কাললৈ মনত পৰি গ'ল,,,,,,এনে সুন্দৰ গীতসমূহ এতিয়া পাবলৈ নাই । উলিয়ালেও শুনোতা নাই ।
গাটো কিবা শিহৰণ উঠি যায়
Bahu dinor murot geetti khunilo. Bahut vaal lagil
খুবেই প্ৰিয় গীত মোৰ...শুনিলে শুনি থাকিব মন যায়
ইমান ধুনীয়া গান, এইবোৰ গান শুনিলে সঁচা কত আছোঁ গমেই নেপাও,
মোৰ বাইদেউ সৰু (টুলনি বিয়া ) এই কেছেত খন আনি ছাইচিলো বহুত ভাল লাগিছিল । এতিয়া গানতো শুনি লৰালি কালৰ কথা ৱোৰ মনত পৰি গল ।
নিজৰে টোপনি আহি যায় এই গীতটি শুনিলে। 😇প্ৰশান্তি আছে কিবা এক।
এনেবোৰ গীত মৰিশালিৰ নিৰ্জনতা মাজতো অকলে থাকিলে ভয় নালাগে।
এই পুৰণা গীত বোৰৰ সৈতে আমাৰ বৰ্তমান প্ৰচলিত গীত বোৰ কত টিকিব পাৰিব বাৰু ।সঁচা কে old is gold...🥰🥰👌👌👌
bos moi ayti geet singing kori kori ahiasu
এই বিলাক গানৰ লগত কোনো গানে পাত্তা নাপাই গীতৰ কথা আৰু সুৰ কি অতুলনীয়.
Hoi dada❤❤
সচাঁকৈ কি অপূৰ্ব সুন্দৰ গীত আৰু কণ্ঠ! আপ্লুত হৈ গ'লো বহুত দিনৰ মূৰত শুনি।
The child artist in the film is me Prarthana Hazarika
@@prarthanah12বাহ! খুব ভাল লাগিল জানিব পাৰি! আপুনি অভিনয় জগতৰ লগত এতিয়াও জৰিত হৈ আছে নে? আপোনাৰ অভিনয় চাবলৈ পালে বহুত ভাল লাগিব!❤❤❤
চকুপানী নিজে নিজে ওলায় এই গানটো শুনিলে। মোৰ ডেৰমহীয়া ছোৱালী কণক শুৱাওঁতে এইটো গীতো গাঁও মই। এই গানটোত dislike মৰাকেইটা মানুহ নে কি ঔ
Dislike mora keitai Gaan huniboi najane
Gkdkgckgcyk
Vdsbshdbdjcbkd
বাইদেউ আপোনি থিকেই কৈছে যিমানবাৰ শুনো সিমানবাৰেই চকুপানী ওলাই
One of my favourite song of childhood.Thanks Bobita baa for your melodious voice.
বহুত সুন্দৰ গীত ।
Aii git bur 😢xunila sokupani ulai jai...Kim J xundr ...Ami xoru thskuta film bur saisu... nostalgia
❤
Ki j hundor geet❤❤❤❤
Atitkoi xondor nisokoni geet
Heart touching ...All time my favourite.. Thanxs for upload 👍
বহুত ভাল লাগে শুনি এতিয়াও। দেহা শাতঁ পৰি যায়
Buja-nubuja kalotei Ma'k herualu..I often listen to this song to lure myself.so touching..
Bohut dinor murot ai gaantu xuniboloi paai bohut val lagil
Bohut val lagise ....
Redio tu loi bor koi monot pori gol aji ... ❤❤❤ love this song ...
Eman sundar gaan,suni thakele saru kalor dinaloi monot pore goise,Ma ee gungunai thake,bohut val lage,suni thakele suniee thakiba mon jai.
বহু দিনৰ পিছত এবাৰ গীত সুনীল বহুত ভাল লাগিল very nice song
এনেকুৱা গীতবোৰ শুনিলেই শুনি থাকিব মন যায়
ইমান ধুনীয়া গীত। কেতিয়া শুনি আমনি নালাগে
সৰু কাললৈ মনত পৰি যায় সচাঁই মনটো বহুত ভাল লা গে।
কি যে সুৰ....অতীতলৈ মনত পৰে!!!
Radha Krishna ❤❤❤❤❤
শুনিলে শুনি থাকিবলৈ মন যায়। ইমান ধুনীয়া গান।
eman hundor gan hunile murei tuponi ahi jai .hundor oti hundor
Xhosakoi bohut dhuniya xhoru kalor bohut kothai monot pore
ছবি খন চাই বহুত ভাল লাগে। গীত কেইটাও খুব সুন্দৰ।
বুকু সাত পৰি গৈছে❤️
A very nice song, thanks to the artist and Mridula Baruah.
Very few listen real songs ,dislikers of beautiful songs always remain outside of any human art.yes it is fact .
Eman dhunia vl lagisa huni.
অতীতবোৰ সচাকৈ বৰ মধুৰ আছিল অ,পাহৰিব নোৱাৰা কিছুমান স্মৃতিয়ে বাৰে বাৰে খুন্দিয়াই।
Imn dhuniya xuni thkb mon jai.antor xat pori jai❤❤❤❤❤....xsa ke ki xundor geet.
কিযে অপূৰ্ব গীত
Muk Maye Ai Gaan tu Hunai hunai huwaisil horute monot pori gol din bur.....Sundor Geet
সুন্দৰ গীত শুনিলে টোপনী আহি যায় এতিয়াও
Horure pora huni asu ai geet ti......and still it my favourite.....thanks to its composer and lyricst🙏⚘
Anekuwa dhuniya geet ketiyao pahoribo nowari
Bor xundr geet love u maa❤️❤️❤️
অসাধাৰণ সৃষ্টি, চিৰযোগমীয়া
Mridula baruah evergreen actress,,ru gaan tu bhut hunilu,,
মজা 👌👌👌
Abar hunile huni thakibo a man Jay.... bhuuut dhunia gaan
এই সুন্দৰ গীত বিলাকত dislike মৰা বোৰ কোন পাষণ্ড বাৰু.. বেয়া পোৱা তোমালোকে নুশুনিলেই হল
Modern rap buja bilk jn lgiseeee
Pagol heibor. .. drinks Kori rastat Pori thoka xeibor..ako nubuje diok xeibor a ..may be Bangladeshi...puroni gitok koneo noware.. challenge 👊👊👊👊👎👎👎✌️✌️✌️✌️✌️💪💪💪💪💪💪💪💪💪💪💪💪💪💪💪🏼💪💪💪💪💪💪💪💪💪💪
ভুলতে দিচলাইক হৈ গ'ল চাগে। জানি বুজি এনেকোৱা গানত দিচলাইক কৰিব নোৱাৰে কিজানি কোনেও।
Hoidei
সেইবোৰেই আজিকালি "অহৈমা" বুলি নিজকে চিনাকী দিয়া অসমৰ নাগৰিক
এই লৱাটো কিমান দাঙৰ হল চাব বহুত মন গৈছে
Utpal Das
হৰ হৰ মহাদেৱ
বৰ ভাল লাগিল শুনি । বহুদিনৰ পিছত শুনিলো
Radha kanta boruah
এই গীতটি শুনিলেই মোৰ দুচকু চিপচিপীয়া হৈ যায় ৷ এনেই এনেই ৷
These are not only songs....these are golds
And part of life that u cannot erase
Support you
Bor Xundor Gan to..
Dhunia assamese film moi 10 bar mnn saloo xosakoi amani nalage akonoo
Bohut bohut dhuniya ❤️❤️
hachakai tupani ahi jaay.nice song.
প্ৰিয় গীত এটি শুনিবলৈ পাই মন টো ভাল লাগি গল❤
ইমান যে সুন্দৰ গীত !!
soku pani ulai gol..... ma loi monot pori gol... bohut dukh laga gan... huni thakib mon jai......
হিয়া জুৰ পৰি যোৱা গীত
Xosakoi bahut bahut val lage, very nice song
Eman dhuniya maat
Bhal lagil Gan tu huni ❤❤
বহুত ভাল
I remember my golden childhood in assam with my assamese friends.
1984,,,উৰ্বশীত চাইছিলো ।Class VI ত তেতিয়া ।কি যে দিন আছিল সেইবোৰ ।আৰু আজিৰ দিনবোৰ !
Bohut bhal lagil gantu❤️❤️
গানটো মোৰ বহু প্ৰিয় । ফুল চাউন্দত শুনি থাকো বস্কত লগাই । যেতিয়া ঘৰত অকলে থাকো ।।
Bohut dhunia
ইমান ধুনীয়া গানটো মন গলেই শুনো । কেতিয়াবা নিজে গাও ।
eman din agatei eman dhunia sangeet parisalana
অসমী আইৰ সুৰীয়া ভাষা।
মই সৰু থাকোঁতেই মা গাইছিল ❤️ এটিও মনত পৰি যায় ।
সুন্দৰ
Bahut val lagise mur hoikhabar kotha monot pore
Sundor gannn.....
সুন্দৰ অতি সুন্দৰ
Bhut vl lage git to
It reminds me the moment of my childhood , when maa sang this song for me to sleep . Really miss those memories of childhood ❤️
A great singing 👍👍👍👍
নুবুজাকৈ চকু চলচলিয়া হৈ গল।
I think we r the last generation who listens these songs.
Mur lorali kalor kothabur monole ahi gol.. ❤
Memories ❤️❤️❤️❤️❤️❤️. Moi aajiu aibur git hunu,bht vl lge o, agr din bur monot pore,kimn dhunia asil,bht besi dhunia asil,Agr dinole ghuri oha jen lge, aru ktiaba sokut paani ahe
কি যে সুন্দৰ অভিনয় আছিল কবলৈ ভাষা বিচাৰি পোৱা নাই তাতে আকৌ দেহা শাত পৰি যোৱা গান ।
শৈশৱৰ ৰেডিঅ তোলে বৰকৈ মনত পৰি যায় এই গান বোৰ শুনিলে..😔.
সঁচাকৈ
মোৰ মাইয়ে আগতে গাইছিল এই নিচুকণি মোৰ ভন্তিক টোপনি নিয়াবলে❤ আৰু আজি মাই নাতিনী কেইটাক এই নিচুকনি শুনাই টোপনি নিয়াই সঁচাই যাদু আছে এই নিচুকনী গীতটিত🥰
অসমীয়া চিনেমা জগতৰ অতি ভদ্ৰ অমায়িক অভিনেত্ৰী গৰাকীয়েই হয়তো মৃদুলা বৰুৱা বাইদেউ।হৃদয়ত প্ৰশান্তি ৰ বা দিয়া এটি চিৰ যুগমীয়া গীত💕💕💕💕💕।
L P
P
L
Pp
P
P
P
P
P
P
P
P
P
.
P
P
P
P.
P
P
Great and naturally beautiful actress she was talented. Olop bhejal naai taiir roop acting aru charitrat. They are great
Maar dore anuvob hoi
এই চিনেমাখনত থকা দীপেন বৰুৱাৰ কণ্ঠত -- যায় শকুন্তলা পতি গৃহে যায়,, গীতটি শুনিবলৈ বহুত বহুত মন গৈ আছে ।
Old is gold. ইমান ধুনীয়া গান। সৰু কালৰ কথা মনত পৰি গল।
দেহা মন সাত পৰি যায় অ,,, কি যে মিঠা সুৰ
কি সুন্দৰ গীত,
কবিতা বৰঠাকুৰ বাইদেউলৈ অশেষ ধন্যবাদ জনালোঁ ।
এইবিলাক গীত শুনিলেই মনটো ভাল লাগি যায়। চিনেমাকেইখনো আগতে চাইছিলো। সেয়ে আৰু চাবলৈ বহুত মন যায়। কিন্তু দুখৰ বিষয় যে অসমীয়া টিভি চেনেলকেইটাত এখনো পুৰণি চিনেমা নিদিয়ে।
অতি মৰম লগা বাইদেউ গৰাকীৰ অভিনয় অতি মৰমৰ।
সৰু কালৰ কথাবোৰ মনত পৰি যায় । ভাল টোপনিও আহি যায় ।
সৰুতে ৰেডিঅ' ত শুনিবলৈ পাইছিলো❣️❣️❣️
লৰালি কাললৈ মনত পৰি গ'ল,,,,,,
এনে সুন্দৰ গীতসমূহ এতিয়া পাবলৈ নাই । উলিয়ালেও শুনোতা নাই ।
গাটো কিবা শিহৰণ উঠি যায়
Bahu dinor murot geetti khunilo. Bahut vaal lagil
খুবেই প্ৰিয় গীত মোৰ...শুনিলে শুনি থাকিব মন যায়
ইমান ধুনীয়া গান, এইবোৰ গান শুনিলে সঁচা কত আছোঁ গমেই নেপাও,
মোৰ বাইদেউ সৰু (টুলনি বিয়া ) এই কেছেত খন আনি ছাইচিলো বহুত ভাল লাগিছিল । এতিয়া গানতো শুনি লৰালি কালৰ কথা ৱোৰ মনত পৰি গল ।
নিজৰে টোপনি আহি যায় এই গীতটি শুনিলে। 😇প্ৰশান্তি আছে কিবা এক।
এনেবোৰ গীত মৰিশালিৰ নিৰ্জনতা মাজতো অকলে থাকিলে ভয় নালাগে।
এই পুৰণা গীত বোৰৰ সৈতে আমাৰ বৰ্তমান প্ৰচলিত গীত বোৰ কত টিকিব পাৰিব বাৰু ।সঁচা কে old is gold...🥰🥰👌👌👌
bos moi ayti geet singing kori kori ahiasu
এই বিলাক গানৰ লগত কোনো গানে পাত্তা নাপাই গীতৰ কথা আৰু সুৰ কি অতুলনীয়.
Hoi dada❤❤
সচাঁকৈ কি অপূৰ্ব সুন্দৰ গীত আৰু কণ্ঠ! আপ্লুত হৈ গ'লো বহুত দিনৰ মূৰত শুনি।
The child artist in the film is me Prarthana Hazarika
@@prarthanah12বাহ! খুব ভাল লাগিল জানিব পাৰি! আপুনি অভিনয় জগতৰ লগত এতিয়াও জৰিত হৈ আছে নে? আপোনাৰ অভিনয় চাবলৈ পালে বহুত ভাল লাগিব!❤❤❤
চকুপানী নিজে নিজে ওলায় এই গানটো শুনিলে। মোৰ ডেৰমহীয়া ছোৱালী কণক শুৱাওঁতে এইটো গীতো গাঁও মই। এই গানটোত dislike মৰাকেইটা মানুহ নে কি ঔ
Dislike mora keitai Gaan huniboi najane
Gkdkgckgcyk
Vdsbshdbdjcbkd
বাইদেউ আপোনি থিকেই কৈছে যিমানবাৰ শুনো সিমানবাৰেই চকুপানী ওলাই
One of my favourite song of childhood.Thanks Bobita baa for your melodious voice.
বহুত সুন্দৰ গীত ।
Aii git bur 😢xunila sokupani ulai jai...Kim J xundr ...Ami xoru thskuta film bur saisu... nostalgia
❤
Ki j hundor geet❤❤❤❤
Atitkoi xondor nisokoni geet
Heart touching ...All time my favourite.. Thanxs for upload 👍
বহুত ভাল লাগে শুনি এতিয়াও। দেহা শাতঁ পৰি যায়
Buja-nubuja kalotei Ma'k herualu..I often listen to this song to lure myself.so touching..
Bohut dinor murot ai gaantu xuniboloi paai bohut val lagil
Bohut val lagise ....
Redio tu loi bor koi monot pori gol aji ... ❤❤❤ love this song ...
Eman sundar gaan,suni thakele saru kalor dinaloi monot pore goise,Ma ee gungunai thake,bohut val lage,suni thakele suniee thakiba mon jai.
বহু দিনৰ পিছত এবাৰ গীত সুনীল বহুত ভাল লাগিল very nice song
এনেকুৱা গীতবোৰ শুনিলেই শুনি থাকিব মন যায়
ইমান ধুনীয়া গীত। কেতিয়া শুনি আমনি নালাগে
সৰু কাললৈ মনত পৰি যায় সচাঁই মনটো বহুত ভাল লা গে।
কি যে সুৰ....অতীতলৈ মনত পৰে!!!
Radha Krishna ❤❤❤❤❤
শুনিলে শুনি থাকিবলৈ মন যায়। ইমান ধুনীয়া গান।
eman hundor gan hunile murei tuponi ahi jai .hundor oti hundor
Xhosakoi bohut dhuniya xhoru kalor bohut kothai monot pore
ছবি খন চাই বহুত ভাল লাগে। গীত কেইটাও খুব সুন্দৰ।
বুকু সাত পৰি গৈছে❤️
A very nice song, thanks to the artist and Mridula Baruah.
Very few listen real songs ,dislikers of beautiful songs always remain outside of any human art.yes it is fact .
Eman dhunia vl lagisa huni.
অতীতবোৰ সচাকৈ বৰ মধুৰ আছিল অ,পাহৰিব নোৱাৰা কিছুমান স্মৃতিয়ে বাৰে বাৰে খুন্দিয়াই।
Imn dhuniya xuni thkb mon jai.antor xat pori jai❤❤❤❤❤....xsa ke ki xundor geet.
কিযে অপূৰ্ব গীত
Muk Maye Ai Gaan tu Hunai hunai huwaisil horute monot pori gol din bur.....Sundor Geet
সুন্দৰ গীত শুনিলে টোপনী আহি যায় এতিয়াও
Horure pora huni asu ai geet ti......and still it my favourite.....thanks to its composer and lyricst🙏⚘
Anekuwa dhuniya geet ketiyao pahoribo nowari
Bor xundr geet love u maa❤️❤️❤️
অসাধাৰণ সৃষ্টি, চিৰযোগমীয়া
Mridula baruah evergreen actress,,ru gaan tu bhut hunilu,,
মজা 👌👌👌
Abar hunile huni thakibo a man Jay.... bhuuut dhunia gaan
এই সুন্দৰ গীত বিলাকত dislike মৰা বোৰ কোন পাষণ্ড বাৰু.. বেয়া পোৱা তোমালোকে নুশুনিলেই হল
Modern rap buja bilk jn lgiseeee
Pagol heibor. .. drinks Kori rastat Pori thoka xeibor..ako nubuje diok xeibor a ..may be Bangladeshi...puroni gitok koneo noware.. challenge 👊👊👊👊👎👎👎✌️✌️✌️✌️✌️💪💪💪💪💪💪💪💪💪💪💪💪💪💪💪🏼💪💪💪💪💪💪💪💪💪💪
ভুলতে দিচলাইক হৈ গ'ল চাগে। জানি বুজি এনেকোৱা গানত দিচলাইক কৰিব নোৱাৰে কিজানি কোনেও।
Hoidei
সেইবোৰেই আজিকালি "অহৈমা" বুলি নিজকে চিনাকী দিয়া অসমৰ নাগৰিক
এই লৱাটো কিমান দাঙৰ হল চাব বহুত মন গৈছে
Utpal Das
হৰ হৰ মহাদেৱ
বৰ ভাল লাগিল শুনি । বহুদিনৰ পিছত শুনিলো
Radha kanta boruah
এই গীতটি শুনিলেই মোৰ দুচকু চিপচিপীয়া হৈ যায় ৷ এনেই এনেই ৷
❤
These are not only songs....these are golds
And part of life that u cannot erase
Support you
Bor Xundor Gan to..
Dhunia assamese film moi 10 bar mnn saloo xosakoi amani nalage akonoo
Bohut bohut dhuniya ❤️❤️
hachakai tupani ahi jaay.nice song.
প্ৰিয় গীত এটি শুনিবলৈ পাই মন টো ভাল লাগি গল❤
ইমান যে সুন্দৰ গীত !!
soku pani ulai gol..... ma loi monot pori gol... bohut dukh laga gan... huni thakib mon jai......
হিয়া জুৰ পৰি যোৱা গীত
Xosakoi bahut bahut val lage, very nice song
Eman dhuniya maat
Bhal lagil Gan tu huni ❤❤
বহুত ভাল
I remember my golden childhood in assam with my assamese friends.
1984,,,উৰ্বশীত চাইছিলো ।
Class VI ত তেতিয়া ।
কি যে দিন আছিল সেইবোৰ ।
আৰু আজিৰ দিনবোৰ !
Bohut bhal lagil gantu❤️❤️
গানটো মোৰ বহু প্ৰিয় । ফুল চাউন্দত শুনি থাকো বস্কত লগাই । যেতিয়া ঘৰত অকলে থাকো ।।
Bohut dhunia
ইমান ধুনীয়া গানটো মন গলেই শুনো । কেতিয়াবা নিজে গাও ।
eman din agatei eman dhunia sangeet parisalana
অসমী আইৰ সুৰীয়া ভাষা।
মই সৰু থাকোঁতেই মা গাইছিল ❤️ এটিও মনত পৰি যায় ।
সুন্দৰ
Bahut val lagise mur hoikhabar kotha monot pore
Sundor gannn.....
সুন্দৰ অতি সুন্দৰ
Bhut vl lage git to
It reminds me the moment of my childhood , when maa sang this song for me to sleep .
Really miss those memories of childhood ❤️