journalist and author Anuradha Sharma Pujari || নাহৰৰ নিৰিবিলি ছাঁ কেনেকৈ সৃষ্টি হৈছিল...

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 พ.ย. 2024

ความคิดเห็น • 21

  • @manishadevichoudhury5751
    @manishadevichoudhury5751 2 หลายเดือนก่อน

    Thank u ,Manalisha ba,Bahut Katha janilo,Anuradha baideur

  • @DaniBorborah
    @DaniBorborah 2 หลายเดือนก่อน

    Khub val lagil

  • @bondonaborgohain5576
    @bondonaborgohain5576 12 วันที่ผ่านมา

    অনুষ্ঠানটো চাই আপ্লুত হ'লো!অনুৰাধা বাইদেউ মোৰ অতি প্ৰিয় ব্যক্তি❤❤❤মনালিছাকও দূৰদৰ্শনৰ অনুষ্ঠানবিলাকত দেখাৰ দিনৰ পৰা ভাল লাগে❤❤❤দুয়ো গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @gh-my4ut
    @gh-my4ut หลายเดือนก่อน

    কিমান যে ভাল লগা ❤

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 2 หลายเดือนก่อน +2

    গোটেই অনুষ্ঠানটো মন্ত্ৰমুগ্ধ হৈ চালো ৷ বাইদেউৰ কথাৰ মাজেৰে বহুতো কথা নতুনকৈ ভবাৰ অৱকাশ পালো ৷ তেখেতক আন্তৰিক শ্ৰদ্ধাৰে নমস্কাৰ জনালো ৷ ইমান সুন্দৰ অনুষ্ঠানটোৰ বাবে কৃতজ্ঞতা জনালো ৷

  • @BhargovTheExplorer
    @BhargovTheExplorer หลายเดือนก่อน

    খুবেই ভাল লাগিল ❤ ধন্যবাদ

  • @priyankabaruah6300
    @priyankabaruah6300 25 วันที่ผ่านมา

    ❤❤❤

  • @NimaKataki
    @NimaKataki 15 วันที่ผ่านมา

    Eman bhal lagise

  • @mayurakhikashyap5436
    @mayurakhikashyap5436 2 หลายเดือนก่อน +1

    অন্যতম প্ৰিয় ❤❤

  • @HimangshuKalita-im1od
    @HimangshuKalita-im1od 2 หลายเดือนก่อน

    মানুহ গৰাকী সদাই বিশেষ ❤

  • @pahidas34859
    @pahidas34859 2 หลายเดือนก่อน +1

    প্ৰিয় মানুহগৰাকী❤❤❤❤

  • @mamonigogoi3895
    @mamonigogoi3895 2 หลายเดือนก่อน +1

    Mur oti prio sahitykgaraki

  • @hirakjyotiborah8930
    @hirakjyotiborah8930 2 หลายเดือนก่อน +1

    আজীৱন অনুৰাধাৰ অনুৰাগী অভাজন । ভালে থাকক সদায় বাইদেউ নেদেখা জনে চাই থাকক সদায় আপোনাক।

  • @anuranidevi942
    @anuranidevi942 2 หลายเดือนก่อน

    অন্যতম প্ৰিয় লেখিকা,,,,ভাল লাগিল

  • @nibeditatammuliborah6615
    @nibeditatammuliborah6615 2 หลายเดือนก่อน +1

    মোৰ প্ৰিয় এগৰাকী নাৰী , যি গৰাকী নাৰীৰ আদৰ্শই বহুক্ষেত্ৰতে মোক অনুপ্ৰাণিত কৰে ।

  • @rashnahazarika4602
    @rashnahazarika4602 2 หลายเดือนก่อน

    ধন্যবাদ মনালিছা, বাইদেউ ৰ সাক্ষাৎকাৰ টি‌ দেখি খুউৱ ভাল লাগিল। বহুতো নজনা কথা জানিব পাৰিলো ।

  • @monidasmahanta6822
    @monidasmahanta6822 2 หลายเดือนก่อน +1

    বৰ ভাল লাগিল.

  • @RinaBaishya-z4i
    @RinaBaishya-z4i 2 หลายเดือนก่อน

    I Love Anuradha baa apunar kitap pahru bar val lage prha ses hole kisu din office bag t loi thaku saritra bor bahut val lage apuni mur prio nari, Rina Nalbari

  • @diptidevi3797
    @diptidevi3797 2 หลายเดือนก่อน +1

    Man vari gal

  • @diptidevi3797
    @diptidevi3797 2 หลายเดือนก่อน

    Man vari gal manalisha

  • @LalitaChoudhury-zn5hl
    @LalitaChoudhury-zn5hl 2 หลายเดือนก่อน

    Ba apanar likhani aru kathae sadai anuprarana diye