Mur val loga writter goraki a hoise anuradha sharma pujari mam❤moi jona nasilu pujari mam r ktha jtiya aitai tekhetor akhn kitap ani hatot tuli dile ttiyai sini paisilu mam k❤hun horinor sekur namor kitap khn class 10 ot u paisilu tekhete likha ata lesson 🌟bhut vl pau puajari mamk 🎉love from tinsukia ❤
নতুন প্ৰজন্মক লৈ মোক কিয় দোষ দিব লাগে। গতিকে হৃদয় কথা যদি খূলি কয় --- চৰিত্ৰ বিলাক প্ৰকাশ পাব -- No body could say every one right ___ .I am alone from the human being ------- l am only trust on myself - মোক নেলাগে হৃদয়ৰ গুণ গুণনি --- লাগে মাথো হৃদয় সচা স্পৰ্ষ ।
Mur val loga writter goraki a hoise anuradha sharma pujari mam❤moi jona nasilu pujari mam r ktha jtiya aitai tekhetor akhn kitap ani hatot tuli dile ttiyai sini paisilu mam k❤hun horinor sekur namor kitap khn class 10 ot u paisilu tekhete likha ata lesson 🌟bhut vl pau puajari mamk 🎉love from tinsukia ❤
অনুৰাধা শৰ্মা পূজাৰী বাইদেউ.. মোৰ অতিকৈ প্রিয় লেখিকা ❤🌼
আপোনাক ভগৱানে সদায় সুস্থ কৰি ৰাখক 🙏🌼
হৃদয় এক বিজ্ঞাপন❤❤❤
Aji biyaghorot log pai bohut bhal lagil baidew.apuni shodai shukhihoi thakok.
সোণ হৰিণৰ চেঁকুৰ
জলছবি
নীল প্ৰজাপতি
হৃদয় এক বিজ্ঞাপন
নাহৰৰ নিৰিবিলি ছাঁ
বৰাগী নদীৰ ঘাট
কাঞ্চন
এজন ঈশ্বৰৰ সন্ধানত
চাহেবপুৰাৰ বৰষুণ
ইয়াত এখন অৰন্য আছিল ❤
এই কিতাপ সমূহ সদায় বিশেষ মোৰ বাবে 🥀🤍
Baidewr bolistha prakash bhongik Moi natohire pronam jonaw, punor natun upanyakhar ashare apunar Mangal kamona korilu.
সচাকৈ, বাইদেউ ৰ কথা বিলাক ইমান কোমল। বাইদেউ ৰ কিতাপ বোৰ পঢ়ি বৰ ভাল পাওঁ। বহুত পঢ়িছোঁ বাইদেউ ৰ কিতাপ। বাইদেউ ৰ হৃদয় এক বিজ্ঞাপন প্ৰথম আছিল যিখন মই পঢ়িছিলোঁ। সচাকৈ, বৰ সুন্দৰ উপন্যাস হয়। ❤
কিতাপ খনৰ ৰূপালী জয়ন্তীৰ সাপেক্ষে বহুতো অভিনন্দন জাছিলো । অনুৰাধা শৰ্মা পূজাৰীৰ দৰে বাইদেউহতৰ লেখিকা সকলৰ লিখনী সমূহে আমাৰ নাৰীৰ জাতিটোক বহুতখিনী সুৰক্ষা দি আহিছে ……আগলৈও এনে কিতাপ উপহাৰ দি যাব বুলি আশা থাকিল ।
খুওব ভাল লাগিল।নৱ প্ৰজন্মৰ লেখিকা আশ্ৰৱিকা বৰা বাক এবাৰ মাতিব চোন ভাল লাগিব।
তেওঁৰ উপন্যাস পঢ়িয়ে পৰিবলৈ লৈছিলোঁ উপন্যাসৰ প্ৰেমত ।মোৰ প্ৰিয় লেখিকাগৰাকী ❤
I can't express in words how much love respect I have for baidew ... what a personality ❤❤❤❤❤❤❤
এইখন কিতাপখন (হৃদয় এক বিজ্ঞাপন) পোন্ধৰ বছৰত পঢ়াটো চাগে মোৰ এটা ডাঙৰ ভূল আছিল.... কাৰণ সেইটো বয়সত যেতিয়া পঢ়িছিলো তাঁত মহুৱা আৰু মায়াৰ যি চৰিত্ৰ প্ৰকাশ কৰা হৈছিল সেইখিনিয়ে মোৰ মনত এনেকুৱা ভাৱ এটা আনি দিছিল যে সকলো ছোৱালীয়ে চাগে তেনেধৰণৰ.... কাৰণ এই ১৫ বছৰত ল'ৰা এজন ইমানো বিকশিত হব নোৱাৰে।
বৰ ভাল লাগিল । কথাবোৰো শুনিও উপন্যাস পঢ়ি থকাৰ সোৱাদ এটাই পালো।
প্ৰিয় লেখিকা,বহুত বহুত শ্ৰদ্ধা আৰু শুভকামনা যাচিলো বাইদেউ ।
মোৰ প্ৰিয় লেখিকা গৰাকী❤
বৰ ভাল লাগিল ৰীতা চৌধুৰী বাইদেউ কো লাগে ❤
সচাকৈ মোৰ বহুত প্ৰিয় বাইদেউ গোটেই কেইখন উপন্যাসয়েই , ( হৃদয় এক বিজ্ঞাপন খন বহু বাৰ পঢ়িছো ) সপোনতো ভাবা নাছিলো এই উপন্যাসখন টিভিত ছিৰিয়েল হিচাপে দেখিবলৈ পাম বুলি , সেই কাৰণে বহুত বেছি ভাল লাগিল 🙏
All time favourite Anuradha Ma'am❤️hosai khub Val lagil ajir bartlap
বাৰ্তালাপ মোৰ প্ৰিয় ।মোৰ প্ৰিয় লেখিকাগৰাকী (অনুৰাধা বাইদেউ)ৰ লগত হোৱা তত্ত্ব গধুৰ আলোচনাই যথেষ্ট আপ্লুত কৰিলে ।বাইদেউৰ কলমত নতুন নতুন লেখাৰ সৃষ্টি হওক তাকেই কামনা কৰিলোঁ ।
Chakrapani is so noble and honest
আপোনাক বৰ ভাল লাগিল বাইদেউ
Thank you চক্রপাণি পৰাশৰ দা❤
প্ৰিয় সাহিত্যিক❤
Khub xundor.. Jenedore cinema r prosar kora hoi, kitap r prosar korau bor jaruri buli vabu.
কিতাপ পঢ়ি বহুত কথা বুজা যায়,
মোক এখন হৃদয় দিয়া, মই কিস্তি কিস্তি কৈ পৰিশোধ কৰিম.......
আপুনি মোৰ প্ৰিয় লেখিকা আপোনাক পাবলৈ বহুত মন যায়। আপোনাৰ সকলোবোৰ উপন্যাস মই বিচাৰি বিচাৰি কিনি আনি পঢ়ো।
ময়ো বাইদেউ
Favourite writer
খুব প্ৰিয় লেখিকা গৰাকী♥️
বাআপোনাৰ,সকলো,উপনাস,পহিবহূতভাল,লাগে,আৰূসেইবিলাকৰ,পৰাবহূত,কথা,শিকবলৈ,পো ৱাযায,আৰুআগলৈ,যাতেভাল,ভাল,উপন্যাস, কবিতা,লিখক,বুলি,আশা,ৰাশিলো,আৰু,ভগমানৰু,উচৰত,পাথনাবিচাৰিচো,আপুনি যাতে,সুখেৰেশাতিৰে,থাকক,ইয়াৰেকামনা,ৰাশিলো
আপুনি সদায় প্ৰিয় ❣️🌼
Nam2 sinaki kintu mukh khon sini npaislu aji apuni sinaki kri dia babe dhanyabad dada Love from Gohpur
বাইদেউক বহুত ভাল পাওঁ। খুব ভাল লাগিল চাই।👍
অনুস্থানটো বহুত ভাল লাগিছে।
বাৰ্তালাপৰ মোৰ সকলোতকৈ বেছি ভাললগা খণ্ড❤️
অতি সুন্দৰ বাইদেওঁ বহুত ভাল লাগিল ।
বৰ ভাল লাগিল বাৰ্তালাপটো ❤
প্ৰিয়❤
মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ গৰাকী 🙏
My All time favourite ❤Anuradha mam
All time fev till now it is not possible to read her all books but most of them completed , now a days i am reading her book sahebpurar boroshun❤
Chokro Pani porashoror program bur unic concept hoi,best of luck
Hosai, baideur upanyasbur bhal lage😊
অৰণ্য যাত্ৰা❤ class 10 ot poha ajiu monot ase
Bahut bhal lagil.
Khun bhal lagil anusthantu,agoloio Asa korilu.
মোৰ প্ৰিয় লেখিকা । প্ৰতিখন উপন্যাসেই পঢ়িছো । লগতো আছে ।❤
বাইদেউ লৈ অশেষ ধন্যবাদ।
এটা অপ্ৰিয় হলেও সত্য যে বৰ্তমান কিতাপ মানুহে নপঢ়ে গতিকে মানুহক আকৰ্ষণ কৰিবলৈ যৌনগন্ধী লিখনিৰ সহায় লোৱা হয়
খুউব ভাল লাগিল । ❤
বাইদেউ আপোনাৰ কথাবোৰ খুব ভাল লাগিল
Background music টো বেছি হল। নোহোৱা হলে ভাল হলেলেতেন।
বাকী সকলো অতি সুন্দৰ।
অনুৰাধা শৰ্মা বাইদেউৰ দ্বাৰা ৰচিত "চাহেবপূৰা বৰষূণ " আৰু "নাহৰৰ নিৰিবিলি ছাঁ"উপন্যাস দুখন পঢ়িলো।। অনাগত দিনত তেওঁ ৰচনা কৰা আন আন গ্ৰন্থ সমূহ পঢ়িম।।।
এক কথাত কবলৈ গলে অনুৰাধা বাইদেউ মোৰ প্ৰিয় লেখিকা।।
উপন্যাস খন পঢ়িছো ।বহুত ভাল লাগে
My favourite Anuradha Baidew........jiwanor prio novel.......ejon isshoror hondhanot.....
অজিৰ অনুষ্ঠানতো চাই খুব ভাল লাগিল
All time favourite
Val .lagil baiduk dakha pi
প্ৰিয় লেখিকা❤
অনুৰাধা বাইদেউ ৰ কিতাপৰ প্ৰেমত সৰুৰে পৰা পৰিছো। কাঞ্চন মোৰ প্ৰিয় উপন্যাস। মোৰ what's app about ত সদায় বাইদেউ ৰ উপন্যাসৰ এটা লাইন উজ্বল হৈ আছে --- " মোক অলপ সত্য দিয়া, বঞ্চনা নকৰা সত্য।"
My favourite line from নাহৰৰ নিৰিবিলি ছা - ৰুঢ় বাস্তৱ যেনেকৈ সদায় ভাল নালাগে, অলীক কল্পনাও সদায় ভাল নালাগে। ভাল লাগে ইয়াৰ সংমিশ্ৰণ ❤️।
ধন্যবাদ দেই। গ্ৰন্থ প্ৰেমী লোক আজিকালি নাইকীয়া হৈছে দেখোন।
মোৰ প্ৰিয় লেখিকা গৰাকী❤😘
Nice baideuk dekhi bohut vl lgl....👍👍👌🙏
All time mur favourite ❤️👍
Bor val lagil . Thnk u dada.
Bartalap ♥️
All time favorite meam
Anuradha ma'am ❤
Baidew Mur all time favourite moi khub prohu apunar hakalu likha
নতুন প্ৰজন্মক লৈ মোক কিয় দোষ দিব লাগে। গতিকে হৃদয় কথা যদি খূলি কয় --- চৰিত্ৰ বিলাক প্ৰকাশ পাব -- No body could say every one right ___ .I am alone from the human being ------- l am only trust on myself - মোক নেলাগে হৃদয়ৰ গুণ গুণনি --- লাগে মাথো হৃদয় সচা স্পৰ্ষ ।
নাহৰৰ নিৰিবিলি ছা is my favourite
প্ৰিয় লেখিকা😍
Ekebare right baideo
আজিৰ দিনত উপপতি /উপপত্নী থকাটো গৌৰৱৰ কথা...
Tekhetor likhoni bor val lge..bohu keikhn pohisu❤
প্ৰিয় লেখিকা গৰাকী❤
Kitap khon pohi hosai vl lagil❤
Khub val lagile..
Huni thkile Jen huni a thkim😌imn dhuniya ke koise baideo a💌
Uff apunar thinking bur emn vl lage ...
বাইদেউক অভিনন্দন জনালোঁ।ভালে থাকক সুস্থ থাকক তাৰেই কামনা কৰিলোঁ।
My favorite
চক্ৰপাণি অনন্য।
ভাল লাগিল 😘👌
Class 10 Aranya jatra
সুন্দৰ ❤️
Dada Hridayat bigyapan serial khnr nam ki hbo baru...janibo Mon goise...
Love you
Kta bur huni bhut vl lagil
Bhal lagil
সকলো কৰিব পাৰি কিন্তু হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি
My fvrt
Very nice Baidew ❤️❤️🙏🙏
❤বাৰ্তালাপ ❤
Persistency
Purokhei Narir horiror huwad noloi.....Suwaliyeo loi purokhor horiror huwad loi
Khub bhal paw বাইদেউ r লিখনি
Xosakoi..moi 1st page tu pohar pisot aru aribo nowari 2hours t porhi xekh korisu
❤❤❤
Baground music to nedibo sn
Video 2 prothomr pra ahibo ne?
Anuradha baidow aru bartalap hunat huaga sorese
Apuni hosai adorkho, eman buji pai
Dada Pallabi Ghosh k abar matibo ketiaba
Aru ei interview tu iman vl lagil ki kom mane...
প্ৰিয় লেখিকা গৰাকী ❤️❤️
বৰ্তমান সময়ৰ এক প্ৰাসংগিক চিন্তা,,বাৰ্তালাপত উপলব্ধ হোৱা বাবে,আমি অতিশয় সুখ অনুভৱ কৰিছো। অনুৰাধা বাইদেউ,পৰাশৰ দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপোনাৰ প্ৰায়বোৰ কিতাপেই মোৰ আলমিৰাত বাইদেউ আপুনি মোৰ সদায় প্ৰিয় সাহিত্যিক হৈ ৰব