ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কথা-বাৰ্তাৰ আৰম্ভণীতেই সকলো বুজিলোঁ ৷ দুয়োজনকে অশেষ ধন্যবাদ জনালোঁ এই সুন্দৰ অনুষ্ঠানটো উপহাৰ দিয়া বাবে ৷ এতিয়া বুজিছোঁ প্ৰস্তুতি পৰাশৰহঁতৰ দৰে কিছুসংখ্যক অভিনেতা-অভিনেত্ৰীৰ বৰ্তমানৰ প্ৰদৰ্শনে সমাজলৈ অৱক্ষয় কঢ়িয়াই আনি থকাৰ কথাটো খুব ভালকৈ ৷ ভৱেশদাই পুনৰ নেতৃত্ব লওক ভ্ৰাম্যমাণ থিয়েটাৰৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ বিষয়টোত ৷ ধ্ৰুবজ্যোতি শৰ্মাই সুন্দৰ নাটক লিখক, যি নাটকত চাৰ্কাচ নাথাকে, মেডাম মেনকাৰ দৰে অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক চৰিত্ৰ নাথাকে ৷
খুবেই মনোগ্ৰাহী আলোচনা॥ Podcast ৰ এই ভিডিওটো চাই অত্যন্ত আনন্দিত হলো আৰু ভ্ৰাম্যমান ঠিয়েটাৰৰ এক বৰ্ণিল ব্যক্তিত্ব ভৱেশ বৰুৱা মহাশয়ৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো॥
সুন্দৰ কথোপকথন । চৰকাৰে এইসকলৰ মৰ্ম বেদনা বুজক।
সুন্দৰ কথোপকথন ভাল লাগিল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেতা মোৰ আতি শ্ৰদ্ধাৰ মৰমৰ ভৱেশ দাৰ বহু নজনা জানিলো।
সুন্দৰ অনুষ্ঠান।ভাল লাগিল
এজন বলিষ্ঠ অভিনেতা।৭০ টা বসন্ত অতিক্ৰমি ও নিজৰ সৎগুনৰ বাবে আজিও চফল ডেকা। বৰুৱা দেৱৰ অনাগত ভৱিষ্যত সুখময়,আনন্দময় হোৱাৰ শুভ কামনাৰে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ 🌹🌺
সুন্দৰ অনুষ্ঠান। ভগবানে তেখেতক কুশলে ৰাখক।আজীবন বলিষ্ঠ অভিনয় কৰি যাওক তাকেই কামনা কৰিলো।
Best of luck.
মোৰ আটাইতকৈ প্ৰিয় অভিনেতা। সৰু কালতেই তেখেতৰ অভিনীত "শ্ৰী বৎস চিন্তা"নাটক খন প্ৰথম দেখিয়েই তেখেতৰ প্ৰতি আকৃষ্ট হৈছিলো। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
এইখন নাটক মই বহুত সৰুতে চোৱা মনত আছে
ইমান সুন্দৰ কথোপকথন । বহুত উচ্চ পৰ্যায়ৰ হৈছে।মোৰ অতি শ্ৰদ্ধাৰ অভিনেতা ভৱেশ বৰুৱা ডাঙৰীয়া।
ভাগ্যৱান অনুভৱ কৰিছোঁ, আপোনালোকৰ এই কথোপকথন উপভোগ কৰি ।
বহুত ভাল লাগিল বহুদিন থাকক
বহুত ভাল পালো চাই.....
Most important interview in respect of culture of Assam
বহুত ভাল লাগিব
Supar sir
সৰু থাকোঁতে মোৰ প্ৰিয় নাট্য শিল্পী আছিল। বহুত বছৰৰ পিছত তেখেতক দেখি বহুত ভাল লাগিল
অনুষ্ঠান ভাল লাগিছে।
চনটো সঠিক মনত নাই, সম্ভৱত আমি তেতিয়া ষষ্ঠ-সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিলো । কহিনুৰৰ মঞ্চত সৰ্থেবাৰীত শ্ৰদ্ধেয় শ্ৰীযুত ভবেশ বৰুৱা ডাঙৰীয়াৰ "ঠিকনা" নাটক খন চাইছিলোঁ । মই চোৱা বলিষ্ঠ অভিনেতা গৰাকীৰ এইখনেই আছিল মোৰ বাবে প্ৰথম নাটক । নিশা দ্বিতীয় দৰ্শনী উপভোগ কৰাৰ পাছত নিশা প্ৰায় ৮ কিমি দূৰত্ব খোজকাঢ়ি ঘৰলৈ উভতিছিলোঁ । পৰৱৰ্তী সময়ত তেখেতৰ ভালে কেইখন বিখ্যাত বিখ্যাত নাটক চাইছিলোঁ । অসমৰ মঞ্চ জগতত ইমান সুদৰ্শন চেহেৰা আৰু ইমান মিঠা সংলাপৰ দ্বিতীয় গৰাকী অভিনেতা চাগৈ নোলাব । এইবাৰ তেখেতে অভিনয় কৰা থিয়েটাৰ খন সুযোগ পালে নিশ্চয় চাম ।
Bhabesh Da thanks
সুন্দৰ অনুষ্ঠান।
সাক্ষ্যাৎকাৰটো বহুু জানিবলগীয়া কথাৰে সমৃদ্ধ ।
মোৰ শ্ৰদ্ধাৰ ব্যক্তি
The best..
ভৱেশ বৰুৱা জিন্দ্বাদ আৰু এ জন লাগে
Xundor lagile ❤❤❤❤
'দৃষ্টিদান' নাটকখন চিৰদিন মনত থাকিব। মোৰ স্বৰ্গগামী আইতাই চোৱা শেষ নাটক।
Thank u
❤
sai val lagiel bahudinar murat
Priya ovineta Bhavesh barua
Mor ejon priyo mancho Abhineta
Interview tu monput nohol.sradher Bhabesh Barua debor logot ji Interview hob lagisil monput nohol.
I love dada moi priam
নতুন নাম থিয়েটাৰ ভাগ্যদেৱী কিন্তূ পুৰণি অসমীয়া নাম আছিল ভাগ্যদেৱী থিয়েটাৰ তেতিয়া আছিল শৰৎমজুমদাৰ
দাদাৰ দখল নাট খন আজিও মনত আছে
Champak Sarma k anibo sun
চম্পক শৰ্মা আৰু ভৱেশ দাই একেলগে অভিনয় কৰা মনত নাই ।
Eijon mohan byoktir pora bortomnr bht ovineta,ovinetri hikha lua usit.ki udarota teor,ohongkarr kunu lekhei ni.emn dhuniakoi ktha bur koise hunie vl lgi gl
More ati priya abhineta
Drishtidaan natok khn xodai mnt thkbo apnr
Dispur natak ajio paharib pra ni