Happy Anniversary ❤️❤️ to both of you 🎂 stay happy always and enjoy your day with happiness in the years to come in your life stay happy with lots of happiness together in your life stay safe with lots of happiness, laughter and love together in your life stay safe with love congratulations and happy marriage anniversary both of you 🎂 and congratulations for your 💐
শ্ৰদ্ধাৰে মূৰ দোৱাইছো এই চিৰসেউজ গীতটি সৃষ্টিকৰ্তা সমূহ শিল্পীসকললৈ 🙏🙏🙏🙏🙏🙏
হৃদয় চুই যোৱা গান । ইমান ধুনীয়া পৰিবেশন । মন জুৰাই গৈছে । এয়াই আছল সঙ্গীত যত আছে মধুৰতা । বহুত ভাল লাগিছে, কোৱাৰ ভাষা নাই । বাইদেউ আপুনি আৰু বহুত আগবাঢ়ি য়াওঁক আমাৰ শুবকামনা আপোনাৰ লগত আছে ।
ক'ত খুন্দিয়াই গ'ল গমে নাপালো অতিত বৰ মৰমৰ ,
বিচাৰিলে সুকান হাত দুখন সেমেকি পৰে ,😢😢😢
বৰ মৰমে আদৰ্শৰে গীত টো গাইছে আপোনি,
আগলৈ এই কণ্ঠত অতি সুন্দৰ গান শুনিম বুলি আশা ৰাখিলোঁ,
বৰ সুন্দৰ অতি সুন্দৰ কি কম ভাষা নাই❤❤❤
শুনি শুনি ভাগৰ নলগা গান ,কি কম ,কিমান সুমধুৰ কণ্ঠ, এক চিৰসেউজ গীত.....
সচাই হিদয়ৰ কোনোবা এটা চুকত বৰকৈ আমনি কৰে।
মোৰ ঘৰৰ ওচৰ ৰ সূৰ্য কুমাৰ ৰাজা দেৱ লৈ বহুত বহুত ধন্যবাদ, ইমান ধুনীয়া অৰ্থ ৰ এটি গীত তেওঁ অসম বাসী লৈ আগবঢ়াই দিলে
গীতটো বৰ সুন্দৰকৈ গাইছে। কোনো খিনিতেই বিশেষ খুঁত বিচাৰি নাপালোঁ। সুন্দৰ কণ্ঠ, সুন্দৰ feel...... God bless👌🙏
হৃদয় চুই গ'ল। শব্দ নাই প্ৰকাশ কৰিবলৈ। কথা,সুৰ,কণ্ঠ মিউজিক সকলো অতুলনীয়।
Aote Sundor 🎉 ❤
মন্দিৰা বাইদেউৰ পিছত আপোনাৰ কণ্ঠতহে গীতটোৱে প্ৰাণ পাই উঠিছে।
ভাষা নাই কেনেকৈ বৰ্ণনা কৰিম আজি কালি এনে হৃদয় স্পৰ্শ গীত শুনিবলৈ পোৱা নাযায়!
এটা শুনি আমনি নলগা গীত । কিমান শুনিছোঁ যে,
জীৱনৰ বাটত লগ পোৱা মনৰ মানুহ বোৰৰ কথা সোঁৱৰাই দিব যোৱা এই গীতটি শুনিলেও আমনি নালাগে।
Exactly
এনে গীত বোৰেই চিৰযুগমীয়া আৰু সকলো স্তৰ স্পৰ্শী
আপোনাৰ কণ্ঠত যাদূ আছে প্ৰতিটো গীতয়েই খুব ভাল লাগে
গীতটি বহু বছৰৰ আগতে আকাশবাণী ডিব্ৰুগড় যোগে মন্দিৰা শৰ্মা লাহিৰীৰ কণ্ঠত বাজিছিলা।মনজুৰুৱা গীত।গায়ত্ৰীয়ে আবেগ ঢালি গাইছে।
দেহা- মন জুৰ পৰি যায়।কিমান যে সুন্দৰ উপস্থাপন।
মোৰ ব্যক্তিগত অভিমত গায়ত্ৰী বাৰ গীতটো অৰিজিনেলটোতকৈও ভাল শুনিছোঁ। আপুনি বৰ বেছি ভাল গায় বাইদেউ ❤️❤️❤️
হয়।
Right... Gayatri baa is best singer...
Original গীতটো গায় মন্দিৰা লাহিড়ী। বাইদেৱে। কিন্তু গায়ত্ৰী হাজৰিকাৰ গীতটো অৰিজিনেলতকৈও বেছি ভাল লাগে
অতি সুন্দৰ গায়কী। লগে লগে গীতিকাৰ জনলৈও মনত পৰিছে।ভাব হৈছে তেখেত যেন উপেক্ষিত হৈ ৰ'ল।
এই গীতটো মই সদায় শুনো। ইমান সুন্দৰ গীত! Evergreen
অতি সুন্দৰ গীত, শুনি থাকিলেও আমনি নেলেগে , বহুত ভাল লাগিছে গীতটো শুনি
এই বোৰ গীত সঁচাকৈয়ে অসমৰ সংগীত জগতত চিৰসেউজ আৰু জীপাল কৰি ৰখাৰ দায়িত্ব লৈছিল চাগে। সেয়ে আজিৰ প্ৰতি জনৰ মুখে মুখে,,,,,,।
বৰ সুন্দৰ গীত ,শুনি থাকিলেও আমনি নালাগে ।
Uuuiiuuuiiiii
Iui um uuuiutiuuiuiii iui uuuuuuuuuiuuuuiuu
Uu
Uuyuuuuuuuuuuuuuu
Uiuuuuuuuuuuuuiuuuiuuuuuuiui
প্ৰিয়জন যেতিয়া দুৰাৰোগ্য ৰোগত ভুগি শয্যাগত হৈ থাকিবলগীয়া হয় তেতিয়া এই গীতটো শুনি থাকিলে হিয়া থকাসৰকা হয় তথাপিও আজৰি সময়ত মই এই গীতটো শুনো
😭😭😭😭
একদম হৃদয়ত লগা কণ্ঠ |অতি ধুনীয়া হৈছে |
১৯৮৪ চনৰ পৰা এই গীত টো শুনিছো
বিভিন্ন গৰাকী গায়িকাৰ কন্ঠেৰে এই
গীতটি নিগৰিছে , মই নিজেও এগৰাকীৰ
লগত সঙ্গত কৰিছিলো এসময়ত । প্ৰত্যেকেই ইমান মন - প্ৰাণ ঢালি গায়
কাৰনেই নেকি ! এই গীত টো আজিও নতুন । আপোনালৈ বহুত বহুত ধন্যবাদ।
অন্তৰ পৰশা গীত ।শুনিলে শুনিথাকিবৰ মন যায় ।ইমান সুন্দৰ কণ্ঠ নিগৰিছে কি কম ।
অতিতৰ সকলো স্মৃতি চকুৰ আগত ভাহি উঠে আৰু তেজাল চকু পানী নিগৰি নিগৰি পৰে যিমান বাৰ শুনু
গীতিমালিকা যেন আকৌ উভতি আহিছে,মন মোৰ উৰা মাৰে সোণালী শৈশৱলৈ।অশেষ ধন্যবাদ থাকিল
মন পৰশা গীত । গায়ত্ৰীক এবাৰ লগ পোৱাৰ সৌভাগ্য হওক ❤️
বহুত ভাল লাগে
My favourite singer and song
Thanks
কণ্ঠ অতি সুন্দৰ। গীতটি শুনি আপ্লুত হলো।
এনেকুৱা গীত বোৰ শুনিলে বুকোখ শিতল পৰী যাই ইমান মনোমোহা গীত যে সচাঁ কৈয় 👍🏻👍🏻
Bahut dhunia gaaise .koboloi bhasa nai. Thank you so much Gayatri ba
Really outstanding
এই গীতটোৱে এনে কাৰোবাক মনত সোঁৱৰাই থাকে যিজনক পাইও নাপালো অথবা পাই হেৰুৱালো। বাস্তব জীৱনৰ অনুভৱক গীতৰ আকাৰে প্ৰকাশ কৰা জনলৈ শতকৌটি প্ৰণাম।❤
, অতি সুন্দৰ, গীতটো দুবছৰ পুৰণি যদিও গীতটো শুনিলে শুনি থাকিবৰ মন যায় । বাদ্য যন্ত্ৰ সংগত কৰা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল ।
Eman dhunia gaise . Bohut bhal lagise .
বহুত সুন্দৰ শুৱলা কণ্ঠ ।মোৰ ভাল লগা এইটো সংগীত । তেওঁলৈ অনেক ধন্যবাদ জনালো ।
❤❤❤❤❤ সুন্দৰ ।হেপাহ নপলাই শুনিলেও শুনি থাকিবলৈ মন যায়।
ভাষা নাই বুজাবলৈ৷কিমান ভালপাওঁ এই গীতটি❤❤❤❤❤
মন পৰশা অন্তৰ আত্মাক চুই যোৱা গীত । মই শুনি ভাল পোৱা এটি শ্ৰেষ্ঠ গীত ।
ৱাহ, কি সুন্দৰ ,কি যে মনপৰশা গীত।
ইমান ধুনীয়া লাগিছে, শুনিলে শুনি থাকিম যেন লাগে
মন্দিৰা লাহিৰী ৰ কণ্ঠত ৰেডিঅত শুনাৰ দৰেই হু বহু ।মন্দিৰা বাইদেউৰ আশীৰ্বাদ আছে কাৰণেই এনে হোৱাটো সম্ভব হৈছে।এই গানটো মই ১৯ ৮১ চনত ৰেডিঅৰ পৰা recording কৰি থোৱা casset আজিও আছে ।তেতিয়াৰ দিনত ইৎচ্ছা হ'লেই গান শুনিবলৈ পোৱা নগৈছিল ।সেয়ে এই গীতবোৰ বৰ মৰমৰ। ধন্যবাদৰ পাত্ৰী গায়ত্ৰী ।
Nice voice and composition.
Moi nostalogic..ULFA aru ARMyr voyankor dinburloi mont porise
Moiu recording korisilu radior gaan blank casset ot
মোৰ প্ৰিয় শিল্পী
গাযত্ৰী বহুত ভাল পাওঁ তোমাক
মোৰ অতি ভাল গান
তোমাৰ কন্ঠত হৃদয় চুই গৈছে
গা শিয়ৰি গৈছে
25 বাৰ শুনিলোঁ এবাৰত
Xundor geet xundor poribeson xuni xanti palu
হৃদয় চুই যোৱা গান। সঁচাকৈ মন হাত পৰি গল।
অন্তৰ চুই যোৱা গীত শুনি শুনি থাকিলেও আমনি নলগা গীত।
কি সুন্দৰ পৰিৱেশন
অতি সুন্দৰ গীত। শুনি আপ্লুত হলো
বহুত ভাল লগা গীত এটা। সুন্দৰ পৰিবেশন ❤
হৃদয় পৰশা গানটো আপোনাৰ কণ্ঠত আৰু যেন সজীৱ হৈ উঠিছে ৷
ইমান সুন্দৰ৷৷কি বুলিযে ক’মমম৷৷৷
akashbani dibrughar gitanjalee anusthanar ati akarsaniya sundar geet. Suni thakile amoni nalage
অতিশয় সুন্দৰ কন্ঠ, অতিশয় সুন্দৰ গীত। এনে এটি চিৰসেউজ সৃষ্টিৰ বাবে গীতিকাৰ সূৰ্য্য কুমাৰ ৰাজা আৰু সুৰকাৰ চৈয়দ ছাদুল্লা দেৱলৈ মোৰ শত সহস্ৰ প্ৰণাম জনাইছোঁ।
হৃদয় চুই যোৱা কন্ঠ , অসাধাৰণ ।
Xsai kantha o sur hiya sui jai
এই গীতটিয়ে মোৰ অন্তৰ আত্মা চুই যায় তাতে আপোনাৰ কি যাদুকৰী কন্ঠ ৷ গীতটোৰ কথাংশৰ তুলনাবিহীন ৷ great great song
My
Happy Anniversary ❤️❤️ to both of you 🎂 stay happy always and enjoy your day with happiness in the years to come in your life stay happy with lots of happiness together in your life stay safe with lots of happiness, laughter and love together in your life stay safe with love congratulations and happy marriage anniversary both of you 🎂 and congratulations for your 💐
💖💖💖 অতিকৈ প্ৰিয় গীত । বহুত বাৰ শুনিছোঁ বা... অনন্য অপূৰ্ব। অনন্য সৃষ্টি এয়া। গভীৰ অভিনন্দন।।
Moi apunar protitu geetei xunu....khub bhal lage...xuni thakibor mon jai....hridoy sui jai❤
বর ভাল লাগিল
ইমান সুন্দৰ কৈ গীতটি পৰিবেশন কৰিছে , সচাকৈয়ে শুনি বৰ সন্তোষ পাওঁ মই ।
শুনি শুনি যেন হেপাহ নপলাই এই গীতটি। গীতটিৰ কলি বোৰ ইমান ধুনীয়া লিখিছে কি বুলি যে কম আৰু। ইমান ধুনীয়া গীত এটি উপহাৰ দিয়াৰ বাবে তেওঁলৈ মই শ্ৰদ্ধাৰে সেৱা জনাইছো 🙏❤️
বাৰে বাৰে শুনিলেও আমনি নালাগে এনেকুৱা গীত l আপোনাৰ কন্ঠ সঁচাই অপূৰ্ব l
বহুত ভাল লাগিল।এটি মিঠা কন্ঠ শুনালে। বহুত সুন্দৰ। ধন্যবাদ।🙏💐🌹
ৰাতি তুপনি মাৰিলে এবাৰ শুনি আৰু হে তুপনি জাৱা হয়
মোৰ অতিকৈ প্ৰিয় গীত....বৰ ধুনীয়াকৈ গাইছে বাইদেউ আপুনি....
সঁচাকৈয়ে অতুলনীয় কন্ঠ।
গানটো শুনিলেই দেউতালৈ খওব মনত পৰে 😭😭😭
বৰ সূন্দৰ কণ্ঠৰ মোৰ অতি প্ৰিয় গীত। শুনি থাকিলেও আমনি নেলাগে।🧡🧡🧡🙏
আমনি নলগা এটি সুন্দৰ তথা হৃদয় স্পৰ্শ কৰি যোৱা গীত ।
কি যে এক সমুধুৰ গীত সুৰ লয় , প্ৰত্যেকটো নিশা যেন এই গানতে পাৰ হয়।
Xundor bohut bhal loga geet ata gaisa ba👌👌👌👌👌👌👌
গায়ত্ৰী, তুমি গায়ত্ৰীমন্ৰতকৈও দৃঢ় আৰু অনন্য
তোমাৰ কণ্ঠৰ তুলনা নাই ,ভগৱানে তোমাক আৰু আগুৱাই নিয়ক 🙏
যেতিয়া মন বেয়া লাগে এই গীতটি হেপাঁহ পলোয়া ই শুনি।
অতি সুন্দৰ গীত। শুনি থাকিলেও অামনি নেলাগে। আজি কালি তেনে গীত শুনিবলৈ পোৱা নাযায়। অকল বিহু বিহু। সকলো সময়তে বিহু গীত শুনিবলৈ মন নাযায়।
Kabaloi bhakha nai😢😢😢😢kiman j dhuniya atulaniya gaan to ki j xur uffff❤❤❤❤❤❤❤
Dupor nixa ai ganei mur logori .bhut vl lge baideu.
হাইস্কুলত পঢ়ি থকা দিনতে শুনা গানটো আজি ৩৫ বছৰৰ পাছত গায়ত্ৰিৰ কণ্ঠত শুনি মন টো ভাল লাগি গ'ল । ধণ্যবাদ গা্য়ত্ৰি ।
বৰ সুন্দৰ গীত সঁচাকৈ l শুনিলে শুনি থাকিব মন যায় । গায়িকা গৰাকীৰ কণ্ঠ অপূৰ্ব । বাদ্য যন্ত্ৰৰ পৰিবেশন অতি সুন্দৰ ।
হৃয়স্পৰ্শী । অনুভৱ কৰিব পাৰি।
সকলো কথা ই কৈ যায় ।
ইমান সুন্দৰ মিঠা অনুভৱৰ সুৰীয়া গীত, খুবেই ভাল লাগিল শুণি ❤❤❤❤
সুন্দৰ গীত সদায় চিৰদিনীয়া
হৈ ৰব
Best super sweet beautiful 😍❤️ video bahut Sundar Laga aapkaa song's Thanks 🙏🙏 gaytri Hari ka❤❤❤❤❤❤
চিৰ কালেই ভাল লগা গান,,,শুনি থাকিলেও হেঁপাহ নপলায় ❤🎉🌹
বহুত ভাল লাগে এই গানটো। নিজৰ লগতেই যেন মিলি গৈছে। সুৰীয়া কণ্ঠ
তোমাৰ সুৱদি কন্ঠ আৰু সুৰীয়া গায়কী গীতৰ অলংকাৰ গায়ত্ৰী। তুমি প্ৰাণ দিয়া প্ৰতিটো গীতত তোমাৰ অনন্য সুৰীয়া কণ্ঠৰ সুমধুৰ পৰিবেশনেৰে। সদায়ে মুগ্ধ হওঁ শুনি। এনেদৰেই জিলিকি থাকা আমাৰ সংগীত জগতত তুমি। শুভকামনা সদায়ে আছে তোমাৰ বাবে...থাকিব সকলোৰে। উজ্বলি থাকা...💐💐💐💐
A
hoi oh
O
বাহ ,কবিয়ে অপূৰ্ব কণ্ঠ,শুনি থাকিব ৰে মন যায়।
আইয়া---- বহুদিন বহুবাৰ শুনিছো এই গানটো আস-- কি যে আলসুৱা মনপৰসা
Very nice song my like singer miss Gayatri hazarika your long life god bless you good assamese beautiful singer.
ইমান ধুনীয়া কাব্যিক lyrics।।।।
বাৰে বাৰে শুনিলেও আমনি নালাগে।।
Assamese female singer r bhitorot apuni a queen baa. Eman dhuniya kontho aponar.
এই গীত টো শুনিলেই দেউতা লৈ খুব মনত পৰে...কি সুন্দৰ কৈ গাইছে❤❤❤❤
হৃদয়ৰ চুই যোৱা গীতটি শুনি যেন হেপাহ নপলায় ইমান সুন্দৰ কণ্ঠ নিগৰাইছে ❤️❤️❤️❤️❤️
bhut dhunia moi bhut huni thku gantu ..gantur katha aru xur bhut dhunia .lgate konth hasai halag loba logia
তাহানি দিনৰ পৰাই শুনি অহা অথচ শুনি হেপাঁহ নপলোৱা এটি অতিকে হৃদয়স্পৰ্শী গীত ।
বৰ বেছি ভালপোৱা কোনোবা যেতিয়া জীৱনৰ পৰা আঁতৰি যোৱাৰ উপক্ৰম হয় তেতিয়া হয়তো এই গানটোৱে অন্য এক মাত্ৰা প্ৰদান কৰে । তুমিও মোৰ জীৱনত আহিছিলা ঠিক ভৰ বাৰিষাৰ মেঘৰ দৰেই,
হয়তো তুমি অহিবা বুলি মই ভবাও নাছিলো ,
আহিলা , উপচাই পেলালা মৰমেৰে , অনুভৱ কৰিবলৈ শিকালা ভালপোৱাৰ শিহৰণ, অকলশৰীয়া মনটোক এক পূৰ্ণতা প্ৰদান কৰিলা আৰু লাহে লাহে আঁতৰি গলাগৈ মোক দি থৈ এআকাশ পাহৰিব নোৱাৰা মিঠা স্মৃতি 🤗❤️ কুশলে থাকা তুমি😭
Bht bht bht sundar .bhagawane sadai kusale Rakhak .
গীতটি বৰ সুৱদী সুৰীয়া , কথাও হৃদয়স্পৰ্শা ! শুনি থাকিও মন নভৰে যেন । অনাতাঁৰ কেন্দ্ৰ যোগে শুনিছিলো ।
অনাতাঁৰ যন্ত্ৰ শিল্পী হিচাবে এই গীতটো মোৰ প্ৰথম ৰেকৰ্ডিং। চল্লিশ বছৰ মান হ'ল বোধহয় ! কিমান যে কথা , জীৱনৰ বিয়লি বেলা চকু সেমেকি যায়। 😢
Hriday sui jua geet. Eman nice koi gaaise. God bless you Gaitri baideu.may you live long
ইমান শুনিছো, যেন প্ৰথমবাৰহে শুনিছো।❤
Gayatri ba loi bohu bohu dhonyabad disu punar ai geet ti huniba pua babe.Bor hundar kontha aapunar.
'শৰতৰ এপাহী ফুল' মৰমৰ গায়ত্ৰী বা!
সৰুতে ৰেডিঅ ত এই গীতটো শুনিছলো❤
বাইদেউ খুব সুন্দৰ কণ্ঠ,গীতৰ শব্দৰ কোমলতাই মনলৈ সৰগ নামি আহে,সংগীত ব্যৱস্থাপনাও বুকু জুৰ পৰা।
ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতুলনীয় কণ্ঠ ! মোৰ বোধেৰে আজিৰ তাৰিখত অসমৰ গায়িকা সকলৰ ভিতৰত গায়ত্ৰী হাজৰিকা শিখৰত আছে।
ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও আমনি নালাগে