Jayanta Hazarika Best Assamese Songs

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • #jayantahazarikaassamesesongs #oldassamessongs #bestofjayantahazarika #superhitassamesesongs #bhupenhazarikasongs #allassamesesongs

ความคิดเห็น • 233

  • @BikashNeog-fr9kp
    @BikashNeog-fr9kp 9 หลายเดือนก่อน +22

    সচাঁকৈ কি যে অপূৰ্ব সৃষ্টি, নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আৰু জয়ন্ত হাজৰিকা ছাৰ, তেওঁ লোকৰ গীত অসমীয়া সাহিত্যত সদায়েই চিৰসেউজ হৈ থাকিব, ছাৰ মোৰ খুবেই প্ৰিয় !❤️

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +17

    দৰদী শিল্পী জয়ন্ত হাজৰিকা দেৱৰ আটাইকেইটা গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। আজি 15অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু দিৱস।সেয়ে তেখেতৰ গীতবোৰ শুনি তেখেতক সোৱৰিছোঁ আজিৰ এই বিশেষ দিনটোত। গীতিকাৰ,সুৰকাৰ,কন্ঠ শিল্পী আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা দেৱৰ প্ৰতিটো গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। তেখেতে সংগীত পৰিচালনা কৰা ছবি সমূহ "বনৰীয়া ফুল","নিয়তি","বৃষ্টি",ধৰ্মকাই "আৰু"নতুন আশা "(এই খনৰ অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে)।তোৰোপৰি তেখেতে"লখিমী থিয়েটাৰ "নামৰ ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ বাবেও সংগীত পৰিচালনা কৰিছিল।সুৰ বাহিনীৰ সৃষ্টি কৰি,নপুৰণি শিল্পীৰ সমাৱেশ ঘটাইছিল আৰু অসমীয়া সংগীত জগতক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছিল। এনে এজন দৰদী শিল্পীলৈ আজিৰ এই বিশেষ দিনটোত মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তেখেতৰ এনে চিৰসেউজ গীতকেইটি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏

    • @nayan7497
      @nayan7497 7 หลายเดือนก่อน

      16 October

  • @jibanandakonwar5933
    @jibanandakonwar5933 หลายเดือนก่อน +6

    Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's song.His voice/tune can't be compared with anybody else.

  • @nazmulkarimborbhuyan6694
    @nazmulkarimborbhuyan6694 ปีที่แล้ว +21

    Jayanta Hazarika is my most favourite Assamese singer. He has left behind great immortal songs which can never be forgotten.

  • @anantaborgohain3971
    @anantaborgohain3971 2 ปีที่แล้ว +6

    গীত বহুত পূৰণা, কিন্তু শ্ৰোতা বহুত নতুন। সুমধুৰ চিৰসেউজ গীত পূৰণা হ'লেও আজি বহু নৱ প্ৰজন্মৰ শ্ৰোতাইও আদৰি লৈছে। ই এটা শুভ লক্ষণ।

  • @shibanigarh893
    @shibanigarh893 3 ปีที่แล้ว +11

    মা আৰু দেউতাহঁতৰ প্ৰিয় এই গীতবোৰ সৰুতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা সুৰৰ সাতসৰী, গীতিমালিকাত শুনিছিলোঁ৷ এতিয়া শুনিলে সেই শৈশৱৰ বহু কথাই মনত ভুমুকি মাৰে৷ মনটো প্ৰশান্তিৰে ভৰি পৰে৷

  • @eleyanasalmaborah1194
    @eleyanasalmaborah1194 2 ปีที่แล้ว +28

    জয়ন্ত হাজৰিকা দেৱৰ যাদুকৰী কণ্ঠৰ সুমধুৰ চিৰসেউজ গীতসমূহ সদায়েই প্ৰিয় ❤️❤️❤️

  • @ShreeRam-fz7gd
    @ShreeRam-fz7gd 2 หลายเดือนก่อน +1

    I want to listen all more songs sung by legendary Assamese Singer Jayanta Hazarika.
    Real Fan of Jayanta Hazarika,
    Swapan Kr Mukherjee, Biswanath Chariali.

  • @manjugohain6786
    @manjugohain6786 2 ปีที่แล้ว +16

    জয়ন্ত হাজৰিকা যদিও আমাৰ মাজত নাই কিন্তু তেখেতৰ যাদুকৰী কণ্ঠ ই তেখেতক সদায়ে শ্ৰ্তাৰ মনত জীয়াই ৰাখিব।

  • @BrahMin05
    @BrahMin05 3 ปีที่แล้ว +19

    Legends are with us always and forever... proud to be an Axomiya...

  • @inayatahmed6154
    @inayatahmed6154 2 ปีที่แล้ว +9

    Kohinoor of Assam ! He was such a versatile singer !

  • @tapashchoudhury4017
    @tapashchoudhury4017 4 หลายเดือนก่อน +1

    Akasvani Shillong কেন্দ্ৰত সন্ধিয়া সুনিছিলো আমি সৰুকালত, আজিকালি আকাশবাণী গুৱাহাটী মহাবাহু বজলে শুনি মনটো ভাল লাগে।

  • @jyotsnachoudhury7920
    @jyotsnachoudhury7920 2 ปีที่แล้ว +8

    কি সুন্দৰ গীত, গীতৰ কথা, সুৰ , শুনি মন ভৰি পৰে,এই গীত বোৰ সদায় চিৰসেউজ

  • @jibanandakonwar5933
    @jibanandakonwar5933 หลายเดือนก่อน +1

    Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's songs.His tunes can't be compared to other singer's

  • @kumkumgogoi8446
    @kumkumgogoi8446 ปีที่แล้ว +7

    জীৱন্ত কিম্বদন্তি, যাৰ বাবে সমগ্ৰ অসমবাসী গৌৰৱান্বিত 😌😌

  • @SantoshMohanPhukan
    @SantoshMohanPhukan ปีที่แล้ว +3

    If had he lived more years, he would have been surpassed Bhupen daa's legacy❤
    He was a Gem, and he will remain as a GEM❤

  • @djmahanta2866
    @djmahanta2866 2 ปีที่แล้ว +7

    Never forget this legend. I remember may garand father too lod radio listening this soungs♥️♥️♥️♥️

  • @mrinaldeka1512
    @mrinaldeka1512 13 วันที่ผ่านมา

    সুন্দৰ চিৰসেউজীয়া গীত , জয়ন্ত দাৰ অমৰ সৃষ্টিৰাজিৰ জৰিয়তে সমগ্র অসমীয়া জাতিৰ মাজত তেও যুগে যুগে অমৰ হৈ আছে আৰু থাকিব , অসমীয়া শিল্পজগতত তেও যি আধুনিক ৰোমান্তিক গীতৰ সৃষ্টি কৰিলে সি নিসন্দেহে অতুলনীয় , অদ্বিতীয় আৰু অনন্য | জয়ন্ত দাৰ গীতবোৰ মই প্রায়ে শুনো আৰু গুণগুণাই থাকো |

  • @gitabharali7016
    @gitabharali7016 2 ปีที่แล้ว +6

    মোৰ প্রিয় গীত
    🙏🙏🙏🙏🙏🙏🙏🙏🙏 সচাই কি যে মিঠা মিঠা।

  • @I_am_bhargab1
    @I_am_bhargab1 3 ปีที่แล้ว +5

    3:08 Tomar marame mor
    7:45 mor minati
    10:50 Krishnasura Tomar
    14:01 Ketiyaba bejarote

    • @jeebendramohandevsarma8453
      @jeebendramohandevsarma8453 3 ปีที่แล้ว

      কিংবদন্তি শিল্পীগৰাকীলৈ প্ৰণাম যাঁচিলো । ইয়াত সন্নিৱিষ্ট কৰা "তোমাৰ মৰমে মোৰ" গানটো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় । আন কোনোবাই গোৱা । গতিকে ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ বাবে এটা ভুল বাৰ্তা দিয়া হয়। এনেক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে গানটো গোৱা বুলি উল্লেখ থকা দৰকাৰ বুলি ভাবো ।

  • @RukmaDeka
    @RukmaDeka 3 ปีที่แล้ว +17

    ৰাতি শুনি বেছি ভাল লাগে

  • @sabitakalita1982
    @sabitakalita1982 ปีที่แล้ว +3

    2 no গীত টো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় ।

  • @palsroy1
    @palsroy1 ปีที่แล้ว +1

    Only the real Singer of Assam... Only Good dies young.... 😢....... Only the memories...

  • @nareshsachdeva2053
    @nareshsachdeva2053 10 หลายเดือนก่อน +4

    Our childhood hero Jayant hazarika

  • @surenbasumatary1515
    @surenbasumatary1515 ปีที่แล้ว +8

    My favourite songs. Never forget you Jayanta Da. You are immortal in our heart.

    • @ranjandas1158
      @ranjandas1158 ปีที่แล้ว

      কি যে ভাল লগা ।

  • @pwianskimotivation699
    @pwianskimotivation699 2 ปีที่แล้ว +25

    Never forget this legend of Assam!!!

  • @bijenroy7923
    @bijenroy7923 2 ปีที่แล้ว +5

    All time favourite, I like his song

  • @rejengupit5121
    @rejengupit5121 2 ปีที่แล้ว +6

    Jayanta Hazarika's songs are still unique .His voice is different from that of other singers.

  • @lakhinderkhosla3805
    @lakhinderkhosla3805 2 หลายเดือนก่อน +2

    I love all songs of Jayanta Hazarika

  • @junds6584
    @junds6584 ปีที่แล้ว

    Uff..ki je xumadhur...
    Bhogowane iman futuristic apurva voice bonua ajonei bonale...All time favourite songs

  • @chakrabrahma5993
    @chakrabrahma5993 3 หลายเดือนก่อน +1

    Much more and Very very sweet than Another Hazarika

  • @dhrubajyotidas8087
    @dhrubajyotidas8087 ปีที่แล้ว +2

    The words in the lyrics are great... These are the lyrics.

  • @manashroy5152
    @manashroy5152 4 หลายเดือนก่อน +1

    Ki gaan ki xur ki lyrics ki music ki voice ufff korobat herai jao xhunile gaan bur xhunile

  • @GopalDas-of5mn
    @GopalDas-of5mn หลายเดือนก่อน

    জয়ন্ত হাজৰিকাদেৱলৈ শ্ৰদ্ধা জনালোঁ।এক বুজাব নোৱাৰা আনন্দ পালোঁ তেওঁৰ গান শুনি।

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 11 หลายเดือนก่อน +1

    Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song

  • @andhbhakt8609
    @andhbhakt8609 2 ปีที่แล้ว +8

    Evergreen songs...i get goosebumps whenever hear

  • @tutumonidevi9289
    @tutumonidevi9289 11 หลายเดือนก่อน

    এইবোৰ প্ৰিয় গীত ৰাতি শুনা আমেজ সুকীয়া❤❤ কি যে মিঠা🙏🏻🙏🏻

  • @rumidevi1901
    @rumidevi1901 ปีที่แล้ว +1

    প্ৰথমতে সেৱা যাচিলো , respected অসমৰ CMড. হিমন্ত বিশ্ব শৰ্মাদেৱ, আপোনাৰ বিষয়ে মই সকলো জানো, সৰু কালতেই অসমৰ সমস্যাৰ বিষয়ে জানি উঠি শুদ্ধভাৱে ভগৱানৰ আৰ্হিৰে ভগৱানে যি কৰে ভালেই কৰে এই ধাৰণা নেদেখাজনৰ পৰা পাই , ছাত্ৰৱস্থাতেই পিতৃৰ কবিতাৰে আবৃত্তি,dibat, বক্তৃতাত আগুৱান হৈ যুজি যুজি শত্ৰু মিত্ৰৰ মাজত একতা আনিবলৈ দিনৰাতি একাকাৰ কৰি গৱেষনালব্ধ কথাৰে অসমৰ ভাৰতৰ বিশ্বৰ বিশ্বব্ৰহ্মাণ্ডৰ মাটি জীপাল কৰা অনন্য সত্ বুদ্ধিমান হিচাপে জীৱন পৰিয়ালৰ শান্তিৰ বাবে কাম কৰি ভাগৰিও ভাগৰি নপৰা my dearest বিশ্বদেৱ আটাইতকৈ বিশাল সন্মান ন'বেল বঁটা পোৱাৰ বাবে তেঁওৰ বাহিৰে অন্য এজন থকা বুলি মোৰ মনে নকয়,God bless you forever respected Sir welcome 🙏❤মই তিনি বছৰৰ পৰাহে সকলো বুজিবলৈ চেষ্টা কৰিছো, শ্ৰদ্ধাৰ ছাৰ আপোনাৰ কাৰণে সঁচাখিনি কবলৈ সাহস পাইছো, সেইখিনি মোৰ বাবে বহুত সহায় আপোনাৰ ছাৰ,মই আপোনাৰ বিষয়ে কোৱাখিনিৰ এটা শব্দও মিছা নহয় গুণ,অযুত মৰম দিলো ধুন,লগতে সেৱা যাচিলো❤❤

  • @salimsultan9018
    @salimsultan9018 หลายเดือนก่อน

    Jayanta Hazarika left for heavenly abode at his younger age... If he would get some more time definitely he would be
    d best..

  • @rajashreedas5746
    @rajashreedas5746 2 ปีที่แล้ว +6

    Ai Burak Ha Gan Bule Koi । Aji Kali Guwa Bur Hol Gun, , , , , , , ,

  • @pabanrajbongshi2841
    @pabanrajbongshi2841 3 ปีที่แล้ว +8

    Xundor gaan .Mon vl logai die

    • @MallikaDevi-s1x
      @MallikaDevi-s1x 2 หลายเดือนก่อน

      Bor dhunia gaan khuni bhal laga

  • @kmdas1401
    @kmdas1401 2 ปีที่แล้ว +12

    OLD IS GOLD......

  • @BidyadharDas-gg5uu
    @BidyadharDas-gg5uu 11 หลายเดือนก่อน +1

    Guiness world record book world no 1 best song, my favourite song

  • @pranbjyotiboro1913
    @pranbjyotiboro1913 3 ปีที่แล้ว +10

    Assamese 💓💓💓

  • @promaghprobin3418
    @promaghprobin3418 3 ปีที่แล้ว +1

    Uff eiyaa he gaan ... xosakoye xunile xuni thakiboe mon jaai n

  • @bibekanandaboro3681
    @bibekanandaboro3681 2 ปีที่แล้ว +5

    Old Is Always Gold And Forever Legend And Unbeatable 💯💓💓

  • @prabirkrghosh9235
    @prabirkrghosh9235 ปีที่แล้ว +4

    Such a melliflous n natural voice. Salutations 2d immortal singer.

  • @mrinmoysharma2926
    @mrinmoysharma2926 4 หลายเดือนก่อน

    Bhupenda and Ranada shouldn't be compared..
    Both are genius in different...or can say..in their own way...say Ranada is much more passionate...
    And Bhupenda is much more determind...practical...on ground..
    Actually ranada is the king of passionate Assamese songs...shall remain in this throne for ever....

  • @vedicnaturalremedies8648
    @vedicnaturalremedies8648 2 ปีที่แล้ว +7

    Golden memories. I remember as a School going kid, would always hear these songs in the radio while preparing to go to School. There is no replacement for these times accompanied by these songs. Oh so nostalgic 😪.

  • @babydas7617
    @babydas7617 ปีที่แล้ว

    জয়ন্ত হাজৰিকা দেৱৰ চিৰসেউজ গীত সমূহ শুনিলে হেঁপাহ নপলাই 🙏

  • @farmergogo2487
    @farmergogo2487 3 ปีที่แล้ว +8

    I love them all

  • @mrmanoj2668
    @mrmanoj2668 2 ปีที่แล้ว +1

    My favourite old singer is jayanta hazorika

  • @minigamerak4436
    @minigamerak4436 2 ปีที่แล้ว +4

    I love ❤Every song of jayanta Hazarika

  • @rajdeepdas5653
    @rajdeepdas5653 2 ปีที่แล้ว +2

    Joi Jayanta. Joi ai Axom. ❤️

  • @pranabdas5142
    @pranabdas5142 2 ปีที่แล้ว +6

    Note - song #2 is not Jayanta Hazarika original, it is sung by someone else very likely by Mayukh. No disrespect to Mayukh, but there is one and only one Jayanta Hazarika. Those who grew up with his voice, would remember the feelings of youthful romanticism of love, life and death from the lyrics vibrating with his voice . I also feel that folks in that era were fortunate to hear his voice and songs. Sadly he passed away too soon, depriving the next generation from experiencing the greatness of Assamese music

  • @neetamkhaond3494
    @neetamkhaond3494 ปีที่แล้ว +2

    Immortal song sung by an immortal singer.

  • @GhanakantaHazarika-r9c
    @GhanakantaHazarika-r9c 4 หลายเดือนก่อน

    অতি সুন্দৰ গীত সমূহ বৰ ভাল লাগে।

  • @jugalgogoi6465
    @jugalgogoi6465 2 ปีที่แล้ว +1

    বিৰাট এক প্ৰশান্তি লাভ কৰোঁ জয়ন্ত হাজৰিকা দেৱৰ এই কালজয়ী গীত বোৰ শুনিলে।

  • @rajashreedas5746
    @rajashreedas5746 2 ปีที่แล้ว +2

    মোৰ জীৱনৰ প্ৰিয় গান

    • @samirrocks
      @samirrocks ปีที่แล้ว

      বহুত ভাল লগা গান

  • @mogedini
    @mogedini 2 ปีที่แล้ว +8

    Jayanta Hazarika is a true legend.

  • @kusumsharma4537
    @kusumsharma4537 11 หลายเดือนก่อน +1

    Evergreen songs I get goosebumps hear❤❤❤❤🎉

  • @kusumsharma4537
    @kusumsharma4537 11 หลายเดือนก่อน +2

    I love old Assamese song❤❤😂🎉🎉

  • @mitadas6954
    @mitadas6954 ปีที่แล้ว +1

    মোৰ প্ৰিয় গীত এইবোৰ ।শুনিলে মন ভাল লাগি যায় ❤️

  • @iveehazarika3737
    @iveehazarika3737 11 หลายเดือนก่อน +1

    All the Best Song.Best Singer.❤❤❤❤❤❤

  • @HirakJyotiRajbongshi-k9s
    @HirakJyotiRajbongshi-k9s หลายเดือนก่อน

    Jayanta Hazarika sir e zubeen da t koi o bht speedy gai..thkile hoi to bht kiba kibi xunibo loi palu hoi...❤️❤️❤️

  • @nipanjyotisarma1830
    @nipanjyotisarma1830 2 หลายเดือนก่อน

    Kiman Xundor srishti asil eibur. jikunu ejone xunar pisot gun gunai uthe

  • @abhijitsarmah6700
    @abhijitsarmah6700 3 ปีที่แล้ว +4

    Tribute to this legendary revolutionary singer. Assam lost a jewel. Gone too soon..

  • @nareshsachdeva2053
    @nareshsachdeva2053 10 หลายเดือนก่อน +29

    He was better than bhupen hazarika but could not get his due

    • @Learnwith-me122
      @Learnwith-me122 2 หลายเดือนก่อน +2

      Both are good 👍

    • @swarupdas3519
      @swarupdas3519 16 วันที่ผ่านมา +2

      May be a victim of dirty music industry politics

    • @swarupdas3519
      @swarupdas3519 16 วันที่ผ่านมา

      Have more feel and heart touching

    • @OkokayokOk
      @OkokayokOk 8 วันที่ผ่านมา

      He died early that's it. And bhupen hazarika sang paul Robson s communist song

  • @xatorongiramdhenu9886
    @xatorongiramdhenu9886 3 ปีที่แล้ว +17

    Old is gold

    • @pranabdutta2250
      @pranabdutta2250 3 ปีที่แล้ว

      Yes your and mein thinking is same

    • @tanaydas9134
      @tanaydas9134 2 ปีที่แล้ว

      গানবোৰ শুনিলে জয়ন্ত হাজৰিকাই বিহুৰ মঞ্চত গান গাই থকা ছবিখন মনলৈ আহে ।

  • @mihirdutta5617
    @mihirdutta5617 10 วันที่ผ่านมา

    Beautiful compositions.

  • @ritudas3737
    @ritudas3737 2 ปีที่แล้ว

    অ মা তোলৈ বহুত মনত পৰে...আছা বহি মোকে ধিয়াই গোঁসাই ঘৰত বন্তি জ্বলাই💚💚💚

  • @abhinob2505
    @abhinob2505 2 ปีที่แล้ว +8

    The legends always will be gold

  • @BikashDas-ex8xr
    @BikashDas-ex8xr 7 หลายเดือนก่อน

    Evergreen songs of jayanta Hazarika sir.

  • @techyboynayanabh601
    @techyboynayanabh601 3 ปีที่แล้ว +4

    Jayanta Hazarika was a younger brother of Bhupenda and was a great singer. L. Kakati. 10.04AM. .5.?9.2021.

  • @mrinalkumarsaikia940
    @mrinalkumarsaikia940 25 วันที่ผ่านมา

    Jayanta Hazarikar gunbor tahanir hamoitkoi advance,hai karone ajiu hone bhal lage

  • @pintushatty8158
    @pintushatty8158 ปีที่แล้ว +2

    My favarit singer

  • @anjanasavapandit3400
    @anjanasavapandit3400 หลายเดือนก่อน

    Heart touching my.favourite

  • @lalitbora1330
    @lalitbora1330 ปีที่แล้ว +1

    Evergreen song all assamese people's.

  • @junds6584
    @junds6584 ปีที่แล้ว

    No.2 song is somewhere lost that feeling n charisma of the late Legend...since sung by someone else

  • @deepjyotidas9163
    @deepjyotidas9163 ปีที่แล้ว +1

    Irreplaceable ✅🛐

  • @inamulhussain7882
    @inamulhussain7882 2 ปีที่แล้ว +1

    Apunar gan bohut dhuniya

  • @nilutpalgogoi2470
    @nilutpalgogoi2470 3 ปีที่แล้ว +2

    Real gems🙏❤️👍😀😭❤️

  • @dhirujyotidhekialphukan4846
    @dhirujyotidhekialphukan4846 2 ปีที่แล้ว +1

    mon xojib hoi uthe

  • @pritirekhapathak-vf3ll
    @pritirekhapathak-vf3ll ปีที่แล้ว +1

    I LOVE. Assamese song

  • @NirmalaDas-j4g
    @NirmalaDas-j4g หลายเดือนก่อน

    Yes reaily marvelous.

  • @nilutpaldutta177
    @nilutpaldutta177 6 หลายเดือนก่อน +1

    2024 tu teu ganor pogola moi💚😌....xdai❤

  • @Itzjeeguy07
    @Itzjeeguy07 ปีที่แล้ว

    The songs are awesome we new generation respect these type of song and if possible preserve these type of song

  • @bikashsharma2838
    @bikashsharma2838 2 ปีที่แล้ว +2

    unforgotable !

  • @sagarbhumiz3906
    @sagarbhumiz3906 9 หลายเดือนก่อน +2

    Mur maramar silpi garakik khadai sradha Kari jaam. 😊

  • @ghanashyamdasGynae
    @ghanashyamdasGynae ปีที่แล้ว +1

    What a melodious voice

  • @ranaproduction7295
    @ranaproduction7295 หลายเดือนก่อน

    Always enjoy and love the song. Great singer

  • @rimjhimborah5172
    @rimjhimborah5172 6 หลายเดือนก่อน

    Ontor sui juwa ganbur❤❤❤❤sirojugomiya geet

  • @jeutibegum947
    @jeutibegum947 3 ปีที่แล้ว +9

    My husband 'S all time favorite Mor minoti and Surat mogon.

  • @preetirekhadutta3044
    @preetirekhadutta3044 ปีที่แล้ว

    Good morning and happy Birthday to Amit and Minakshi Sharma you happy Birthday to Amit 🎉🎉🎉❤❤❤❤❤

  • @madhukro4044
    @madhukro4044 6 หลายเดือนก่อน

    This song remain me early days.Its so sweet memory.

  • @STAR_BOY12
    @STAR_BOY12 3 ปีที่แล้ว +5

    Happy birthday legend

  • @bitopandeka5716
    @bitopandeka5716 2 ปีที่แล้ว

    চিৰসেউজ এই গীতসমূহ শুনি থাকিলেও হেঁপাহ নপলায়।

  • @santa4091
    @santa4091 ปีที่แล้ว +1

    I love you Jayantada 😭❤

  • @hazarika7579
    @hazarika7579 2 ปีที่แล้ว

    Class 1-10 that time ohh.. its give me a relex time everyday...I never frgt that time..

  • @udaysankartara2827
    @udaysankartara2827 6 หลายเดือนก่อน

    How sweetness is . Xuper song. Tq❤❤❤❤❤❤❤❤❤❤❤❤