Pranoy Dutta as a singer far more dangerous than a Composer ❤️ Dear Lyricist, don't know what went through during writing this Masterpiece, stabbed directly into our hearts. ❤️🩹
চিৰ জীৱন মই নমৰা লৈকে কম কোনবাই ভাল অসমীয়া ছবি কথা সুধিলে বিদুৰভাই বুলি__THANK-SUV da pranoy da eman dhuniya assamese filim akhon raijok upohar hisape diya babe 💌ahi thoka din borot aru vl sobi sabole pam boli akhabadi ami assam bakhi❤❤❤❤(bidurbhai)
ছমাহ - এবছৰ মানৰ পাছত যাতে চিনেমা খন Rootstock yt চেনেলত upload কৰে.... তাৰে কামনা কৰিলোঁ....আৰু যাতে Tv তো দিয়ে... নাইবা যদি চিনেমা খনেই ৱেব চিৰিজৰ নিচিনা কে Part Part কে Yt চেনেলত Upload কৰে... তেতিয়াও আপত্তি নাই। দিবনে??
ৰঘুপতিত যেনেকৈ নাৰায়ণ বিদুৰভাইত কণমানি পৃথিৱী ❤ ওফফ প্রণয় দা ❤️🔥🫶
Hoiii 😊😢
😂@@anamikarahang2480
100% agree
Right ❤
একো নালগে অ ভগৱান কেৱল মা দেউতাতাক ভালদৰে ৰাখিব কাৰনে চাকৰী এটা দিয়া। ভাগৰ লাগিছে জীয়াই থাকি 😢
Bro u gonna crack it
Pba bro nishoi❤
Literally apuni paribo try korok... Bhogobaan e sai ase hokolu ke ❤
সফল হোৱা ভাই জীৱনত 🎉
👍
ৰঘুপতি হে নাৰায়ণ গীতটি আৰু বিদুৰভাই কণমানি পৃথিৱীৰ উফ কি কম আৰু অন্তৰ চুই গ'ল❤
Bcoz Pranay daa❤
Uff ❤️ tair hahai khni 😚
সৎ পথত টকা কম অৎস পথত টকা বেছি সুনিবলৈ বেয়া কথাষাৰ সত্য।
বিদুৰভাই ❤❤
শব্দ বোৰ যে কন্দুৱাই দিছিল চিনেমা খন চাওঁতে এই গান টোত। গোটেই কেইটা গানৰ শব্দ বোৰ শব্দ নহয় যেন জীয়া জীৱন ।❤।
Hosakoi 😢
hosake
Xosai dei....
Yes ❤
Xosake kadi diluu movie khon sai eman val lagii 2 bar saisuu ❤
ইমান ধুনীয়া হাস্যজনক আৰু কৰুনাময় অসমীয়া চিনেমা এখন ৰাইজলৈ দিয়াৰ বাবে বিদূৰভাইৰ সকলো শিল্পীলৈ বহুত বহুত ধন্যবাদ।
কিবা এটা হেৰুৱায় যেন অনুভৱ হয় গানটো শুনিলে, চিনেমা খন চাই চকু পানী ওলাই আহিছিল 😢 ধুনীয়া হৈছে প্ৰণয় ককাই , জয় বিদুৰভাই Suv & Team. ❤Golaghotiya ❤
কিমান যে কান্দিলোঁ চিনেমাখন চাই থাকোঁতে এই গানটোত...
কিবাযেন বুকুখন বিষাই উঠিছিল চকুলোবোৰ নিজে নিজে সৰি পৰিছিল ❤❤❤❤❤❤
Right
Hosakoiye 😢
Pranoy Dutta as a singer far more dangerous than a Composer ❤️ Dear Lyricist, don't know what went through during writing this Masterpiece, stabbed directly into our hearts. ❤️🩹
বিদুৰভাই চলো,অসমীয়া মানুহে যে ইমান ধুনীয়া চিনেমা বনাব পাৰে কবলে মানে ভাষা নাই। ❤বিদুৰভাই সকলো গানে আকাশ চুব।
চিৰ জীৱন মই নমৰা লৈকে কম কোনবাই ভাল অসমীয়া ছবি কথা সুধিলে বিদুৰভাই বুলি__THANK-SUV da pranoy da eman dhuniya assamese filim akhon raijok upohar hisape diya babe 💌ahi thoka din borot aru vl sobi sabole pam boli akhabadi ami assam bakhi❤❤❤❤(bidurbhai)
ৰঘুপতি=নাৰায়ণ ❤️
বিদুৰভাই=কণমানি পৃথিৱী❤️
Pranoy Dutta🔥🔥
Suv🔥🔥
সঁচাকৈ
Pranoy dutta SUV ❤❤❤❤❤❤❤😢
হৃদয় জুৰ পেলোৱা ইয়াকে কয় চাগে 🥺❤
চিনেমাখন চাই থাকোঁতে যে কিমান কান্দিলো এই গানটোত... ইমানেই আবেগ সোমাই আছে গানটোৰ প্ৰতিটো শব্দত, প্ৰতিটো সুৰত।❤❤❤ এতিয়া ঘৰত বহি গানটো শুনোতেও তাৰ একো ব্যতিক্ৰম নহয়।💗💗🧿🧿
সঁচাকৈ নিজে নিজেই চকুপানী ওলাই যায়।
মোৰ জীৱনৰ প্ৰথম খন চিনেমা বিদুৰভাই চাইছো ❤️
ধন্যবাদ বিদুৰভাই পৰিয়াল ❤️
কিয় ইমান দিনে আপুনি এখনো অসমীয়া ছবি চোৱা নাছিল নেকি ?
@@Bhargabassamমই এজন Student so চাব পৰা নাছিলোঁ ।।
বিদুৰভাই প্ৰথম চাইছোঁ বেলেগ একো cinema চোৱা নাই আজিলৈকে hall ত
যোৱাবাৰ শ্ৰী ৰাঘূপাতি খনৰ ticket কৰিছিলোঁ কিন্তু অলপ অসুবিধা হোৱা বাবে চোৱা নহ'ল
@@madhuryaborah414 অ hall ত চোৱানাই, মই ভাবিছিলো আপুনি আজিলৈকে অসমীয়া চিনেমা এখনো চোৱানাই নেকি ?
Ekey de bondhu. 😂
@@Bhargabassam😅
ইমান দিনৰ পৰা অসমীয়া চিনেমা চাই আহিছোঁ এইখন সমান অসমীয়া চিনেমা কটো চোৱা নাই । Best bidurbhai team💪🏻❤️
এই গানটো শুনি আৱেগিক নোহোৱা খুব কম মানুহ ওলাব!
প্ৰণৱ দা, বহুত ধন্যবাদ 🌷
নাৰায়ণৰ পাছত কণমনি পৃথিৱী ! উফফ্ He is a gem. :)
সঁচাকৈয়ে এক বুজাব নোৱাৰা অনুভৱ,, প্ৰকাশ কৰিবলৈ যেন মোৰ ওচৰত শব্দৰ অভাৱ,,,,, গানটোৰ প্ৰতিটো শব্দই মোৰ বুকুখন গধূৰ কৰি তুলিছিল আৰু কন্দুৱাই দিছিল,,,, বহুত কান্দিলো ।
বহুত বহুত ধন্যবাদ (Suvrat da and all বিদুৰভাই Team)...❤❤❤❤❤
চিনেমা খন 3 বাৰকৈ চাই ও হেঁপাহ নপলালে...3বাৰেই এই গানটিত চকুৰ পানী ওলাইছিল, চাই আহি বহুতবাৰ বিচাৰিও গানটো নাপালোঁ। অৱশেষত "কণমানি পৃথিৱী" গানটি আহিল,একেলগে বহুত বাৰ শুনিলোঁ, উফ কি সুন্দৰ কন্ঠ অন্তৰ চুই গল। বহুত বহুত ধন্যবাদ team" বিদুৰভাই" ইমান সুন্দৰ এখন চিনেমা উপহাৰ দিয়াৰ বাবে।❤🔥🔥
শব্দৰে প্ৰকাশ কৰিব নোৱাৰি... ইমান ধুনীয়া 💕🥺
হাঁহিবোৰৰ সৈতে অকণ মান চকুলো টুকি বিদুৰভাই জিন্দাবাদ❤❤
বৰ সুন্দৰ
ৰঘুপতিত নাৰায়ণ
বিদুৰভাইত কণমানি পৃথিৱী
প্ৰণয় দাদা love you ❤
গীতটিৰ কথা সুৰ আৰু বিশেষকৈ প্ৰণয় দা ৰ মাত টো উফ্ কিয় নাজানো ইমান বেছিকৈ cnnect কৰিছো মানে এতিয়াওঁ চকুপানী ওলাই গ'ল .. সদায় কৃপা কৰক ভগৱানে আপোনালোকক ❤
Suv daa anekua cinema amk aru lagibo kintu dei❤ Hokolu pinor pora 110% perfect bidurbhai ❤ Joy bidurbhai joy Suv daa aru bidurbhai family ❤
Ei gaan tu ja aaruu...uffff ❤❤❤❤
কি কম..... ভাষা হেৰাই গৈছে......❤
কণমানি পৃথিৱী সুন্দৰ 🌚💗
Cinema hall t saisilu bohut dhuniya movie khn mojaa hoise❤
আজি আকৌ এবাৰ চকু পানী ওলালে ।প্ৰতিটো শব্দয়ে মন চুই যোৱা।বহুত ভাল লাগিল।
Ufffff ❤❤❤❤❤ kimn j besari aselu ai2 song. . .
Cenima hall t mur Okonmani lora2 k haboti kimn j kandilu
(মূৰতো নলওঁ তোমাক উৰি ফুৰে চিলনী, মাটিতো নথওঁ তোমাক পৰুৱাই খায় কিজানি ) উফ্ শব্দ বোৰ ❤️❤️ কণ্ঠৰ কথা বেলেগ কৈ নো কি কম ৰঘূপতি - নাৰায়ণ গীতটি পাছত বিদুৰভাই ত কণমানি পৃথিৱী❤️ , প্ৰণয় দত্ত দা আৰু SUV Team' 🥰🥰
❤️❤️❤️❤️ কণমানি পৃথিৱী ❤️❤️❤️❤️
Dintu wait kri asu gantur krne 🥲❤️
Same oooo 😢😢😢😢
Atya 4-5 ta comment di disu bappeke
প্ৰতিটো শব্দই এখন জীয়া ছবি প্ৰকাশ কৰিছে ।।এক বুজাব নোৱাৰা অনুভৱ ।। ধন্যবাদ বিদুৰ্ভাইৰ প্ৰতিজন সদস্যলৈ ।।❤
প্ৰনয় দত্ত আমাৰ অসমৰ বিশাল মিশ্ৰ , যি গোৱা গান প্ৰতিখন চিনেমাতে প্ৰসিদ্ধ হয় ❤
" হে নাৰায়ণ " প্ৰণয় দত্তৰ এক অপূৰ্ব সৃষ্টি। এইবাৰ কণমানি পৃথিৱী য়ে মন মগজু জুৰাই পেলাব ।
প্ৰাৰ্থনাৰ দৰে......❤❤❤
শিল যেন হৃদয়খনো ভাঙি গ'ল..! চুই গল বৰ বেয়াকৈ।🥲 Baki hit bidurvai❤
প্ৰতিটো শব্দ, প্ৰতিটো শাৰীয়ে হৃদয় চুই গৈছে ❤😢
প্ৰতিটো শাৰীত কি আছে নাজানো কিন্তু কন্দুৱাই পেলাইছে মোক
🥺💔
Pranay da❤
Sameer Sekhar Ufff.Singer Jonok solagog .Tewr babei eman sundor gaan paysu .
ৰঘুপতি : নাৰায়ন আৰু বিদুৰভাইত কণমানি পৃথিৱী ❤❤ প্রণয় দা 😍💓🩷🩵
ৰঘুপতিৰ হে নাৰায়ণ গানটোৱে দৰ্শকক কন্দুৱাইছিল।
এইবাৰ বিদুৰভাইৰ কণমানি পৃথিৱী কন্দুৱাইছে।
বহুত সুন্দৰ গান ❤❤❤❤❤❤
Uff,,,,aaji moi khontusto,,3bar salu,2bar story 2r babe aru lastor baar ei gaan2r babe,,, satisfaction level 1000%
Moi 2bar salu 😊
সছাঁই হদয় ছুই যোৱা গীত,ছৱিখন চাই থাকেতে অজানিতে চকুলো বৈ আহিছিল ধন্যবাদ বিদূৰভাই পৰিয়াল ❤❤❤❤
অধিৰ আগ্ৰহৰে ৰই আছিলো এই প্ৰাণ চুই যোৱা গীতটোৰ বাবে।🥹
আনবোৰ গানতকৈ কিবা এটা বেলেগ কণমানি পৃথিৱী। সঁচাকৈ দাদা কি কম ইমানেই ধুনীয়া ❤
মই এদাল অজগৰ 🐍 song 🎶 টো লাগে 🙌🙌
হিয়া চুই যোৱা.... গানৰ শব্দবোৰ উফ ❤
ছমাহ - এবছৰ মানৰ পাছত যাতে চিনেমা খন Rootstock yt চেনেলত upload কৰে.... তাৰে কামনা কৰিলোঁ....আৰু যাতে Tv তো দিয়ে...
নাইবা যদি চিনেমা খনেই ৱেব চিৰিজৰ নিচিনা কে Part Part কে Yt চেনেলত Upload কৰে... তেতিয়াও আপত্তি নাই। দিবনে??
Public screening hbo... location jonabo
সুন্দৰ চিনেমা ❤ কালি চালোঁ ❤❤❤ ভাষা নাই ❤ ইমান ধুনীয়া ❤
Cinema hall t saisilu dhuniya hoi se cinema khn
শব্দবোৰ উফফ 🥺🥺❤️বুকুখ্ন খুন্দা মাৰি ধৰে😢
বিদুৰভাই কোনে কোনে চালেগৈ..?❤
আৰু কেনেকুৱা পালে জনাব।
বহুত ভাল পালো
প্রতিটো শব্দই হৃদয় চুই গৈছে । উফ "কণমানি পৃথিৱী"🥺❤🩹
Cinema lage cinema
Hall ot jai sai lo
Mur usort ase 🤣
@@Snoopcat2329Toka ni😢
Holot jaa bhai🎉
Hall t sowa
বিদুৰভাই
কন্দুৱাই পেলালে ।
Nyc Work Team "বিদুৰভাই"।
Excellent Movie 🙏
Movie khon de debo sun TH-cam r Sai vl lagela hodai Sai takibo mon Jai oo😢
Ami salu
Oo lage lage right ❤
12 bar salu amoni nalage ouh❤
movie khon lahisile😢
Hearts touch...kiman j bisarisu gan khon..finally aji he palu😢
গীতটি বহুত বাৰ শুনিলো ,আৰু শুনি শুনি চকুপানী টুকিলো,,...ইমান যে দুখ লাগিল।গীত টিৰ প্ৰতি টো শব্দ য়ে অন্তৰ চুই গল❤
Dintu wait kri asu gantur krne ❤❤
হৃদয় চুই গৈছে গীতটিৰ প্ৰতিটো শব্দই।চকুলো ওলাই আহিল । বহুতবাৰ শুনিলোঁ।
তেওঁৰ গানৰ সুৰ আৰু cinema খনৰ scene টো সঁচাই মানুহক কন্দুৱাব পৰিছে।।
সুৰ টো আৰু scene টো ইমান ধুনীয়া k ফুটি উঠিছে যে কবলৈ ভাষা নাই।।❤🥹
Narayon aru konmani prithibi gaan duta ai hridoi sui jai ❤️🩹
Gan tu hunile dukh bhagor pahori jau 🙂
উফ... কি কম! কবলৈ ভাষা নাই গানটো শুনি হৃদয়ে কান্দিছে। কি যে আবেগসনা শব্দ উফ....
চিনেমা খন সঁচাকৈ বহুত বহুত ভাল লাগিছে 💗💗💗।।।প্ৰতিটো গানৰ শব্দ বোৰ শব্দ নহয় জীয়া জীৱন।।।।
Pranoy Dutta U beauty 🙏🏻🙏🏻🤗
“নাৰায়ন” ৰ পিছত আৰু এটা সুন্দৰ গীত ৰাইজক উপহাৰ দিয়াৰ বাবে🙏🏻
হৃদয় স্পৰ্শী ❤ আবেগবোৰ চকুলো হৈ সৰিছে ❤
Music❤ এইবোৰ হে সংগীত। এখেতৰ সংগীত ৰঘুপাতিত,ও ভাল লাগিছিল। নতুনত্ব লাগে আমাক।
Pronoy daa ❤❤🔥🔥
Congratulations SUV team ❤❤
আগুৱাই যাওঁক অসমীয়া চিনেমা ❤🎉..... শব্দ বোৰে চুই গল🥺❤️। জীৱন সংগ্ৰামৰ প্ৰতিছবি ভাঁহি উঠিছে✨
Ufff😒❤️emn dhunia gan keibar hunilu thk ny ❤❤❤❤❤love from golaghat❤
Bohut besi dhuniya gan..... Gan2 hunile buku kopi uthise😖🥺bohut besiii priyo hoi prise gan2❤
হিয়া মন জুৰ পৰি গ’ল অ’ বিদুৰভাইহঁত...❤❤❤
বহুত ধুনীয়া প্ৰনয় দা জয় বিদুৰভাই ❤
Bahut dhunia hoise gaan to,bohut val lagil,Aguai juaa Ane dore vai.
বৰ আপোন এই কনমানিবোৰ একো উচ্চ-নিচ , ধনী - দুখীয়া চিনি নাপাই সকলোকে মৰম লগাই আঁকোৱালি লয়, ঠিক ভগৱানৰ দৰে🥺❤ মোৰ হৃদয়ৰ একেবাৰেই মৰমৰ এই অকনমানি হাত-ভৰি বোৰ🫀পিছে চিনেমাখনৰ এই সময়কনে বৰকৈ কন্দোৱালে😢
ৰঘুপতি নাৰায়ণ। এতিয়া বিদুভাই কণমানি পৃথিৱী। কি কম উফ অন্তৰ চুই গ'ল ।।। ❤❤❤❤❤ সদায় আৰু ভাল ভাল কাম কৰি যাওক আৰু গোটেই কেইজন ভালে থাকক।
উফ কি সুন্দৰ ❤... হৃদয় চুই গৈছে একেবাৰে 🥺
Kimn bar xunilu hisap ni..buku khn bikhai jai gaan tur protitu sabdai khub mon t bindhise
Excellent work 👌👌
উফ ....কি যে গীত ❤❤❤ হৃদয় চুই যোৱা ❤❤😢
2bar salu diok ❤ mojaa hoisy suv and team ❤🎉 congratulations 🎉 aru lagy flim aruu ❤🎉
Narayan song to xuni jenekuea feel hoisil aito tu tatke uprt❤… Love you Suv
উফ্ কি যে শব্দৰ যাদু ❤❤।এই শব্দবোৰে চকুলো বোৱাই আনিলে 😢❤হলত।ৰখাব নোৱাৰিলোঁ ❤❤ মাৰ্ভেলাচ
এই খন অৰ নিচিনা আৰু চিনেমা উলিয়াব নোৱাৰে মই জনা মতে❤❤
Uff❤..roi asilu
হে নাৰায়ণৰ পিছত এইবাৰ কনমানি উফ❤❤❤❤❤ ভাষা নাই দেই মাথোঁ শুনি ৰৈ অনুভৱ কৰিছোঁ
কিমান যে ভাল লাগিছে বুজাব নোৱাৰোঁ ভাষাৰে 👏👏
চিনেমা হলত গানতো যেতিয়া দৃশ্যবোৰৰ লগত বাজি উঠিছিল। উফ কিবা কব নোৱৰা এক বিষাদে বুকুখন খুন্দা মাৰি ধৰিছিল। চকু পানীৰ টুপাল কেইতা মুহাৰি জঠৰ হৈ চাই ৰৈছিলো।
Ekhon jiya sobi...dhanybad Bidurbhaihot❤
Thank you bidurbhai team bohut dinor murot axomiya vall cinema akhon salu🎉🎉
সদায় এনেদৰে আগুৱাই যাওক ❤❤❤ বহুত বহুত বহুত মৰম ❤❤❤
প্ৰণয় দত্ত = সংগীতৰ এক বিশাল অনুভূতিৰ ভৰাল❤❤❤
খুব আগ্ৰহেৰে ৰৈ আছিলো এই গীতটিৰ বাবে ❤ Masterpiece🔥
Roghupoti r naraya r gaan tur dore aii gaan tu hridoi sui gol pronoi daa akdom super hit cinema homoi r loge khap khai pore saa oo ❤❤❤
চকু মুদি শুনিছোঁ আৰু চকুৰ আগত ভাঁহি আহিছে এই গীতৰ দৃশ্যাংশ। নাৰায়ণ, আৰু তাৰে পিছত এইটি গীত যিটো প্ৰায়ে মোৰ অতিকৈ আপোন হৈ পৰিছে। প্ৰণয় দা, এখনেই হৃদয় আছে, কিমান জিনিবা আৰু..!!❤
আৰু ধন্যবাদ SUV and Team ইমান এখন ধুনীয়া বোলছবি আমাৰ মাজলৈ অনাৰ বাবে। 🙏
ভাষাহীন । প্ৰত্যেকটো শব্দই মন চুই গৈছে❤
চিনেমা খন চাই আহি এই গান টো গোটেই খুচৰিও বিচাৰি নাপালো,,, ইমান ধুনীয়া হৃদয়স্পৰ্শী গান,,, বহুত ধন্যবাদ❤❤❤❤
অসমীয়া চিনেমা হলত জীৱনত প্ৰথম চাইছিলো হৃদয়ৰ আঁৰে আঁৰে। আৰু হেশতিয়াকৈ চালোঁ বিদুৰভাই। আকাশ পাতাল পাৰ্থক্য। কি অভিনয়। কি শব্দ। আৰু আগ বাঢ়ি যাওঁক অসমীয়া চিনেমাৰ উদ্যোগটো।
Ufff Pranoy da❤❤❤pagol hoi jam😥🙏🙏🙏
Gaa tu sirsirai goisa 😢😢. Bhut dhuniya❤❤❤
God Blessed you Guys.. Lv u Team Bidurbhai.. Nijoke Bor Kothur
Buli Vabu But Sokupani Uliai Dila...