ABHIMAN | অভিমান | assamese short film | Manuj bhai | kasturi nixasor | nibedita dutta
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- MANUJ BHAI PRODUCTION PRESENT’s
Story / Direction / Produced
MANUJ BHAI
Script
ANKAN DAS (জীৱন), MANUJ BHAI
Editing / Colour / Drone
BISWAJIT DAIMARY
Music / Background Score / Humming
JYOTIPALL
Cinematography
MIGANG PATIRI, BISWAJIT DAIMARY
Dubbing
PRANJIT DEKA
Graphics Design
PARTHA JIT HIRA
Make up
SNEHA SONOWAL
Light
LC stand (bitu)
CAST
Manuj Bhai, Kasturi Nixasor, Nibedita Dutta,Surjya Konwar, Nikunja, Biswajit, Barman, Jiboni Daimary, DJ Gogoi, Junmoni Saikia, Sneha Sonowal, Votku, Anita, Gautam, Lalit, Samutjal, LC stand, Jintu Thakuriya, Bhagyalakhmi, Bijoya, Kashmirirekha, Baruah Koka, Bikash , Bosir
Special Thanks To
RABOT PEGU & Family
JUNMONI SAIKIA
SAPU SAHU (Orissa Hero Motors ,Jonai)
GAURAV KONWAR
Audio credit
O NAYANA
Singer : Run Jonak
Music : Prasanna Jyoti Das
Music Producer : Manuj bhai
Lyrics : Dj gogoi
Tune : Run Jonak / DJ gogoi
Sponsorship contact email id mbbpr783@gmail.com
WhatsApp 9957436755
বাস্তৱতাৰ এক জীয়া কাহিনী, হৃদয় চুই গল☺️4 বাৰ চালো , তথাপিও হেঁপাহ পলোৱা নাই। বহুত বহুত ধুনীয়া হৈছে👍👍
Part2
Bhakhare bujabo nwaru kimn je mn tu bya.lgise .. Mur mnuhjn a O muk bht vl pai muru 6mnth pregnancy hoi ase.. Film khn sai kina ata voy lgi gol.. Vgbn a jate vl a rakhe amk 3 O take😭😭😭😭
Part 2 lage
Nice ❤
❤❤❤❤
Short movie খনৰ পৰা এটি কথা জানিব ও বুজি পালো।
Next level.
পাৰিলে দ্বিতীয় খণ্ড খন বনাব মনোজ ককাইদেউ। এনে টো আপোনাৰ চাইডত এজনী ছোৱালী আছিলেই অৰ্থাৎ নয়নাৰ বান্ধৱী সেই জনী ছোৱালীয়ে আপোনাৰ যি মানসিক ভাৱে অসুস্থ সেই মানসিক অসুস্থক সুস্থ কৰি এটা সুন্দৰ জীৱনৰ আধাৰত ২য় খণ্ড বিচাৰো।
যি সকলে ২য় খণ্ড বিচাৰিছে এটা লাইক আৰু কমেন্ট কৰি জনাব।
ধন্যবাদ🙏🙏🙏🙏
আমি ও বিচাৰো
Pare ..
Lage ❤❤❤❤
Lage next part
Amiu bisaru...
বৰ্মনৰ অভিনয় কেনেকুবা বা হৈছে জনাবচোন ।😊🙏❤
লগতে মোক বেয়া পাই নেথাকিব ৰাইজ যদি মই ৫০,০০০ টকা দিলো হয় কাহিনী টু কেনেকৈ আগলৈ গল হয় ।🙂💔
Khub dhunia hoise pant 2 j khuli jai😂😂😂....keep going❤...Abhimaan next part tu bonua
Dada apunar acting dhuniya hoise ❤❤
Vl lagise
Barman daubare eta pant kini dim baru 😅
Mjh hoii se kin2 poisa to diya hole aru val lagil hoii... Noiyana basil hoii
দৈনন্দিন জীৱনৰ জীয়া ছবি। ভাল হৈছে অভিনয় সকলোৰে❤ কাহিনী ,সংগীত, ভাল হৈছে। নয়নাৰ অভিনয় ভাল লাগিল। মনোজে হহোঁৱাবও পাৰিছে কন্দোৱাও পাৰিছে। ভাল লাগিল।
আজিৰ সমাজত প্ৰচলিত এক জীয়া ছবি। জন্মৰ দিনত দিব পাৰে হাজাৰ টকীয়া উপহাৰ কিন্তু সেইজন মানুহকে হস্পিতালত মৃত্যুৰ সৈতে যুঁজি থাকিলেও দহ টকা এটা দিবলৈ হাজাৰ বাৰ ভাৱি লয়। এয়াই আজিৰ বাস্তৱতা। আজিহে Manuj bhai Manuj bhai লাগিছে🤭 বাকী Ultimate❤️ Dil jit liya🙏
Hoy diyok amr lgt a hoi ase mur papa r bmr bipodt kku npwa hoise Ane hole bondho bht😢❤
Xsai vl lgil sai ..anekuwa frndr kunu drkr ny
এই কাহিনীটোৰ পৰা এটা কথাই উপলব্ধি কৰিব পাৰিছো যে জীৱনত তুমি সুখৰ বন্ধু বহুত পাবা কিন্তু দুখৰ বন্ধু এজনো নোপোৱা।
Right koisa brooo..
Khukhor xomovagi bohut ase......aru. Dukhor. Xomovagi.......nkow aru. Kobole. Laj. Lage. 😢😢😢😢
Hxa kotha
Right 👍 bro
Right bro hosa kotha
Hxa ke
Sort Film খন চাই এটাই বুজি পালো যে বিপদৰ সময়ত সহায় কৰা জনে প্ৰকৃত বন্ধু ❤ বিপদৰ সময়ত আঁতৰি যোৱা জন প্ৰকৃত বন্ধু নহয় 😢
বহুত ভাল লাগিল চাই 🙏
Bhut dhuniya hoise... Eti xosa kahini ajir dint ghati thaka...
সুন্দৰ উপস্থাপন।।
এই বন্ধু বোৰ বেয়া দিনত কোনেও চিনি নাপাই ।।
সেই বোৰ কোনো বন্ধু নাই ।। ভাবিছিলো মই অশুদ্ধ এইখন চাই গম পালো মই শুদ্ধ । দিব ও নাই লব ও নাই ।।
মজা মনোজ দা ।
কাহিনী টো একদম ছুটি ।
অলপ দীঘলীয়াকৈ ধেমেলীয়া হব লাগিছিল আৰু মজা লাগিল হেঁতেন ।।
Right 👍
সঁচা কথা👍👍👍
আপোনজনে এৰি গলে দুখ লাগে। কিন্তু যেতিয়া আপোনজন পৃথিৱীৰ পৰাই আঁতৰি যায় তাতকৈ ডাঙৰ দুখ কি হব পাৰে। মোৰ আপোনজন মোৰ পৰা আঁতৰি গল যদিও তেওঁ যে এই পৃথিৱীত জীয়াই আছে তাক লৈয়ে মই দুখ নকৰাকৈ মনটোক বুজাই দিনবোৰ তেওঁৰ অবিহনে কটাই আছোঁ। কিন্তু কেতিয়াবা বুকুৰ কোনোবা এচুকত কিবাহে যেন খুন্দা মাৰি ধৰে। মনত পৰে আগৰ দিনবোৰ😢😢।
প্ৰীয়জন💙🫶
ইমান হহুৱাব পৰা মানুহ জনে যে দুখ লগাই ও দিব পাৰে ভবা নাছিলোঁ দেই ❤ বাকি অভিনয় সকলোৰে মজ্জা হৈছে ।।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Right😢😢
সঁচাকৈ কন্দুৱাই দিলে
মনোজ দা সঁচাকৈ কন্দুৱাই দিলা দে emnn হাঁহি উঠা ভিডিঅ বনাই বনাই emn কন্দুৱাই দিলা. বহুত ভাল লাগিল চাই kene অভিনয় mojaaaaa❤❤❤❤
Hosakoi konduai dila o....😢😢😢😢
Bohut hundor monuj bhai dukh lagi gol sai 😢❤
Akha korisu amar ai suti sobi tu raije akuwali lobo , hokolue bohut kosto korise😊,Thank you manuj bhai production for giving us opportunity to be a part of this beautiful film
Biswajit Daimary da apuni kio video Diya ny aponar video sabo bohut mon goise😢😢
31:03 t 50K asil koise ne nasil koise
@@Frangkodoleychannelnasil
Dhunia hoise sobore acting ❤
@@ultra014 kaile ahibo
Mojjah!!!! Camera work Borhiya hoise 👍
ধন্যবাদ ককাই
Thank you 😊, it means a lot
অতি সুন্দৰ কাহিনী মনোজ দা। বহুত ভাল ও লাগিল দুখো লাগিল।। কবলৈ একো ভাষা নাই।❤❤❤ বাস্তৱ জীৱনৰ এটি সুন্দৰ কাহিনী❤❤❤❤❤
শট মুভি আৰু এখন লাগে মনোজ দা। আৰু কাৰ লাগে লাইক কৰিব।
ৰাতি দুই বজাত আবেগিক হৈ পৰিলো সঁচাকৈয়ে বৰ বেছি সুন্দৰ অভিনয়েৰে ফুটি উঠিছে। সকলো চৰিত্ৰ সফল ৰূপায়ণ কৰিছে ❤
Really superb 👍bohut kandilu 😢
এইকাৰণে জীৱনত এগাল মান টকা ঘটিবলৈ মন যায়। যাতে ভৱিষ্যতে আহিব পৰা অনাকাংক্ষিত বিপদ বিঘিনিৰ পৰা হাত সাৰিব পাৰোঁ।
Nice bro
Val lagil sai story tu aru sabo pam buli axha thakil ❤❤
জোনাই বাহি audience like ata mari jabo.
One of our jonai legend monuj bhai❤☝️💗🔥👍
বৰ্তমান সমাজটো নিষ্ঠুৰ হৈ গৈছে.....মানুহক যিমানেই সহায় নকৰা কিয় বিপদৰ সময়ত কোনেও আগ বাঢ়ি নাহে। আনন্দৰ সময়ত সকলোৱেই থাকে. এইয়াই আমাৰ মানৱতা 😌
Hilai disa❤
❤❤
ধন্যবাদ
❤❤❤VAL VIDEO MOJA LAGISE DEY
Bohut val lagil dada 🥰
Bohut val lagil movie khon sai aru agoloi val val movie diba buli akha rakhilu monuj dada
হৃদয়স্পৰ্শী 😭😭 কান্দি গ'লো 😭
কিছুমান ভাল মানুহৰ আৰত থকা স্বাৰ্থপৰ মনবোৰ বৰ সুন্দৰকৈ দেখাইছে 😊এখন বাস্তৱ সত্যৰ আধাৰত ৰচিত ছুটি ছবি ❤
moga lagila day bortoman soli thoka kahini
Right
বহুত ভাল হৈছে । বাস্তৱ জীৱনৰ জীয়া ছবি । বিপদৰ বন্ধু হে প্ৰকৃত বন্ধু ।
মনোজ ভাই... সদায় হঁহুৱাই থকা মানুহ জনে আজি বৰ কৈ কন্দুৱাই দিলা। আশা কৰোঁ তোমাৰ এই চুটি ছবিখন ৰাইজে আদৰি লয়। দ্বিতীয় খণ্ড পাম বুলি বাট চাই ৰলো। good luck🎉🎉🎉🎉🎉
Bohut dhunia hoise. Agoloi aro bonai jaba. Tomar Sowali jonik o olaba son monoj dada .
সুন্দৰ অভিনয় সকলোৰে, সুন্দৰ কাহিনী বাস্তৱৰ জীয়া কাহিনী ।। এনেকুৱা চুটি ছবি আৰু লাগে মনোজ দা ,,,, গোটেই তীমটোলৈ শুভেচ্ছা থাকিল🎉❤😢
😢বহুদিনৰ পৰা হেপাহেৰেঁ চাম চাম বুলি বাট চাই থকা {অভিমান} খনে আজি মোৰ দুচকু নিগৰাইছে😢😢😢Great মনোজ দা🙏
সৰু হাবিত দাঙৰ বাঘ থাকে বুলি কয় যে এই সৰু মোবি খনে বুজাই দিছে...বন্ধু যিমানে নাথাকক কিয় বিপদত সহায় কৰা জনে হে সছা বন্ধুু ভাল লাগিল চাই আগলৈও এনেকোৱা ভাল ভাল সৰু মোবি পাও যে....
Dhuniya hoise ajikali bondhu anekuai thake bisakh krib nuari
ভাল মানে বহুত বেছি ভাল লাগিল(🥰 😍)
এইখনক হে অসমীয়া ছিৰিজ (series) বুলি কয়।
আশা কৰোঁ আগলৈ খণ্ড -২(part-2) চাব পাম বুলি । মনোজ ভাই কাৰণে এটা লাইক ( one like👍) মাৰি যোৱা।
#অসমৰ অসমীয়া ভাই ভনী সকল 😁😜
সঁচাকৈ short film খন চাই বহুত দুখ লাগিল। আপোন মানুহ কোনোবা হেৰায় গʼলে সঁচাকৈ বহুত কষ্ট হয় । লগতে নিজৰ বন্ধুবোৰেই যদি বিপদত সহায় নকৰে তেতিয়া এনে বন্ধু থাকি লাভ নাই। 𝗔𝗯𝗵𝗶𝗺𝗮𝗻 🔥
1.4 million views 🎉🎉
Congratulations abhiman team 🎉🎉
Bohut Bohut Val lagil Abhiman short film Beautiful Monush Dada (❤)
Bohut bohut vl lagil dada aru ankuwa short film aru ahibo buli akha korisu.
বহুত ধুনীয়া লাগিছে বেলেগ কৰি কব আৰু ভাষা নাই বৰ্তমান সমাজত এনেকুৱায়ে চলি আছে উপকাৰী ক অজগৰে খাই । এক আবেগিক মুহুৰ্ত। টংলাৰ পৰা মৰম দিলো ।
Right
Sai soku Pani ulai gol monuj Bhai 😭😭 hosake Sai Val lagil aru hodai anekoi video sabo pam buli aka takile 🙏🙏🙏
Acting , Edit , sound effect & music hokolu bur bohut mojja hoisa 👌
Good movie,
it seems to be like 13 (dhuniya movie)
Love from Arunachal Pradesh ❤❤❤
One of the best short film 📽️ i have seen this..
Super hit 🎯 block buster 🎉🎉🎉🎉
Video to r pora bahut xikibo logiya ase.
Thnk u, @Manuj.Bhai.❤
সছা ঘতনাৰ আধাৰত এখন সূন্দৰ Short film❤
anakua aru lage tatia sai vl lage❤love from moran
Manaj vi manisu kintu talent Assamese film 1NO,, super movie ❤❤❤ fali disa vaba nasilu aneka talent dekhai dibi boli Kasmiri nikhasor salute
সঁচাকৈ বহুত ধুনীয়া লাগিল movie খন চাই। আগলৈ এনে ভাল লগা movie পাম বুলি আশা থাকিলে।🎉🎉🎉🎉🎉
সছাই কন্দুৱাই দিলে .বহুত ভাল লাগিল। ।।।।আগলৈ এনে মনোমুগ্ধকৰ ছবি পোৱাৰ আশা থাকিল। ।। মনোজ দা।।।
এনেকুৱা বন্ধুৰ কাম নাই
Bohut val lagil, kandi golu o, monus da tumi aru aguwai juwa
অভিনয় আৰু অলপ লাগিছিল 😊বাকী সুন্দৰ চুটি ছবি😻❤❤❤শেষৰ শব্দ কেইটাই অন্তৰ চুই গল 😢😢কাৰো লগত এনে নহওঁক 😢
আনৰ বিপদত সহায় কৰী নিজৰ বিপতত কোনো নাই ...... love from mangaldoi ♥️
🎉🎉🎉🎉so beautiful short movie aru part 2 aniba I’m waiting for part 2 movie best of luck 🥰👌👍👍👍👍👍
Bohut vl lagil dai agoloiu anekuwa suti sobi saboloi pam buli akha thakil
ৰাতি 1 বজাত saisu, কি কম, সঁচাকৈ বাস্তৱ জীৱনৰ সঁচা কাহিনী
❤
Mojaaa moiyu sutin korimde
Hoi
Bohut dukh lagil vdo2 sai pelai aji monoj dadar...sob nedekha kripa aru❤❤❤from palakhbari mirza❤❤❤
Woww❤❤
মনোজ ভাই যিমান ভাল লাগিল তাতোতকৈ বেছি দুখ লাগিল । এনেকৈ আগবাঢ়ি যোৱা ভাই।❤
Barman dar acting bohut mojja hoise de ..... love from bongaigaon ❤
Dhuniya hoise
বহুত ধুনীয়া লাগিল,,, আশা কৰো আৰু এনেকুৱা ছবি পাও।
Wow love from Dhemaji ❤ 0:26
Apunar acting bhut vl lagise soku Pani boi goise bhut dukh lgil aru next part lge monuj da
এই কাহিনীটোৰ পৰা এটা কথাই
উপলব্ধি কৰিব পাৰিছো যে জীবনত তুমি সুখৰ বন্ধু বহুত পা বা কিন্তু দুখৰ বন্ধুৰ এজনো নোপোৱা ৷
এনেকুৱাই হয়। বন্ধুক বিপদৰ সময়ত সহায় কৰি নিজৰ বিপদৰ সময়ত বিচাৰিলেও পোৱা নাযায়। এনেকুৱা অকৃতজ্ঞ বন্ধুৰ প্ৰয়োজন নাই।❤❤❤❤❤
কাহিনী চুটি কিন্তু জ্ঞান ভাল,,,,,চাই বহুত ভাল লাগিল মনোজ দা,,,love U all teams
বহুত বহুত ভাল লাগিল মনোজ দা ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে ধন্যবাদ 🎉🎉 তিনিচুকীয়াৰ পৰা বহুত শুভেচ্ছা জনালোঁ ❤❤❤❤❤❤
Dhuniya lagil sai ❤❤
ভাল লাগিল চাই।........সঁচাকৈ কিছুমান মানুহ বোৰ বৰ স্বাৰ্থপৰ 🙏🏻
সঁচা কৈয় আমাৰ মানো কিটা।কিবা এটা হলে বচাব নিবিচাৰে ভিডেও বনুৱাত বিয়স্ত হয়।ৰিয়েল কাহিনী।মনোজ দা সলিহুত ❤❤❤❤❤।
13 film or pisot ai2 xalu bohut vl hoise Bhai next level 😢
Nice berathar val lagil aru mon chui gol
বাস্তৱ জীৱনৰ এটা সঁচা কাহিনী 😢আজিৰ দিনত সকলোৱে নিজৰ বিপদৰ বাবে সাঁচি থোৱা টকা কাকো ধাৰলে দিব নালাগে । কিয়নো বিপদৰ সময়ত কোনো সহায় নকৰে 🙂 such a great story monuj da 😢❤
Axomr manuh hokol atat ata like kori diba🙏
অলপ চলপ বিদুৰভাই চোৱা যেন ফিল হৈছে কিন্তু লগৰ কেইটা বিদুৰভাই নিচিনা নহয় 🥺💔 !! ধুনিয়া হৈছে মনোজ দা ❤ সকলোৰে অভিনয় মানিব লগিয়া ❤😍 Love from Mangldai 🧡 !!
Comedy korila de kotha tu koi😂😂
Monoj vi fali dise ❤️
@@user-fu3tc6fp5g ponkhi ba u hilai dise baji khon 😊
Bhal lgil sai, excellent manuj bhai
Mojjjja lagise new Assamese shorts film 🎥
বহুত বহুত বেছি ভাল লাগিলে দেই short film খন চাই মনোজ দা ❤❤আচলতে জাকেই আপোন বুলি ভৱা যায়। তেওঁৱেই বিশ্বাসঘাটকতা কৰে সময়ত❤❤❤👍👍🥰🥰🥰🥰😴😴😴😴🥺🥺🥺🥺
😂
@@makonibhuyan8928 kiyo hahila ako🤣
সচাকৈ দে বহুত ধুনীয়া হৈছে ভাল লাগিল চাই,সকলোৰে অভিনয় সুন্দৰ হৈছে।
Bohut val hoise video tu Monuj da
Khub dhunia hoise sobore acting...n Manuj Bhai u rock ....keep going❤❤
Thankyou so much
বাস্তৱ জীৱনৰ জীয়া ছবি ,,ভগৱান সঁচাই নিষ্টোৰ নেকি যিয়ে দুখৰ সময়ত কাকো লগ নিদিয়ে l 😢😢😢
Bhut bhut val lagil sai,,,,,,bhut sundor story.manuj da ,2nd part
😢😢😢Bohot val lagise aru ane Kuya movie pam buli akha thakil
হৃদই চুই গল । বৰ্তমান সমাজত প্ৰচলিত ছবি।
Bohut kanduala dei😢,,antor sui gol kahinitua aru hokolure avinoia.. aru sabo bisarim vobisyote.
ধন্যবাদ আপোনালৈ, আশিৰ্বাদ কৰিব 🙏
.
.
পিছে - মই ৰক্তিম 💁♀️
Pakhi Rajbongshi k kio val pai
😂😂😂
@@energy803😂😂
কাহিনীটো চাই বহুত ভাল লাগিল ৷ মোৰ বাস্তৱিক কাহিনী দেই ৷ মনোজ ভাই জিন্দাবাদ ! অভিমান জিন্দাবাদ ৷
Toi sun pagl hoi nogoli...
Bohut val lagise Sai agoloi aru bonabo.
Bohut val lagel
Mjaaa . love form Charaideo assam ❤❤Moi 4bar xalu
Manuj bhai ka ye kiya role he re ba ba 😂😍👌❣️👍😎🤔🤣🙏
❤🎉🎉ekdom mojaaah lagil sai ❤dhuniya hoise 👍🔥🔥
বহুত দুখৰ কাহিনী😢😢 মনোজ দা বহুত ভাল লাগিলে চাই ❤❤
Very nice monuj daa moja lgil anekoi aru pam buli aakha thakil
সঁচাকৈ অতি সুন্দৰ হৈছে। Part 2 খন দিব সোনকালে।
Eman moja lagil sai kin2 dhuk besi lagil
Manuj bhai অভিমান sai bohut val lagile 💯
হৃদয় চুই যোৱা এই কাহিনিটো। এতিয়াৰ বৰ্তমান সমাজত এইটো কাহিনি নহয়,সছাঁ বাস্তব হয়। So beautyfull Manush bai !
Friends are just for fun, no one comes when you are in trouble. I am also a victim. I am very happy that you made the film.
জীৱনত ফাচ বাৰ ইমান ধুনীয়া অভিনয় কৰিচ বহুত ভাল লাগিছে দেই এনেকুৱা ভিদিয় বনাবা চোন সকলো ই ভাল পাব
ভিডিও টো চাই ভালো লাগিল দূষো লাগিল
তুমি এনেকুৱা ভিডিঅ বনাই থাকিবা ❤
😢 soku pani olal 😭 hidoy sui gol . Manoj da tumi jui🔥 kahini to bohut bohut val lagil ❤❤💪💪 Next Level 💯👍
Bohut dhunya bhal lagil real story hoi a aji kali bondhu burpr logat
Bhut val lagile.. Please 2nd Part..😚