Bare bare git tu xunixu 💓💓💓🥺🥺🥺... very heart touching song...xoxai ai git tu xunilei gom puwa jai mritur bedona ki asolote 😓😓😓😓thank you Raghupati team... proud of you 🌼🌼🌼🌼
এই গীতটো আৰু সেই দৃশ্য খিনি সঁচাকৈ এ চকুপানী ৰখাবো নোৱাৰিলোঁ 😔 বহুত আৱেগিক হৈ গৈছিলো।। অসমীয়া ছবিৰ ভিতৰত এখন শ্ৰেষ্ঠতম ছবি 🙏❤️ ধন্যবাদ সকলোকে ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে ☺️ ধন্যবাদ ৰবি দা ❤️thanks to entire team #Raghupati
Goosebumps....when it's heard at theatre...this is the power of Assamese Music Industry....and also the power of Unity....হিন্দু মুছলিম ভাই ভাই বাকী চব বিদুৰভাই,,,,Hats off to you all guys of Sri Raghupati....now we're all waiting for বিদুৰভাই দ্বিতীয় খণ্ড।।
অসমীয়া ছবি জগতৰ এখন শ্ৰেষ্ঠ ছবিৰ দৰ্শক হব পায় গৌৰৱ তথা সুখ লাভ কৰিচো । অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে , ইয়াতকৈ আৰু ভাল দিন ঘূৰি আহিব বুলি আশাবাদি ❤️❤️
Hey Narayan written by Danish Ahmed, composed by Arshad Rahman. This is Assam. Proud to be an Assamese.
That's really awesome bro
তাৰ পাছতো মানুহে ধৰ্মৰ নামত প্ৰভেদ আনিব বিচাৰে, চাওকচোন দাদা...
Tamam🤘
Ufff.... আমি এক...ধৰ্ম ই পৃথক কৰিব নোৱাৰে।
❤❤❤
এয়া শংকৰ আজানৰ অসম । সেয়ে দুখলাগে কেতিয়াবা পৰিৱৰ্তনৰ প্ৰভাৱ দেখি 😢😢😢 গীতটো প্ৰশংসাৰ উৰ্ধত🙏🙏🙏
১০ বছৰ মানৰ পাছত ..... এখন ভাল অসমীয়া cinema চাব পালো.... যত অভিনয় আৰু সংগীত সকলো perfect ❤
ধন্যবাদ ৰবি দা🌼
Akdm right 👍❤️😍
Umm
❤Jiman bar hunileu hepah nopolai ❤
গানটো হিদয় চুই গল চিনেমা খনো চাই বহুত ভাল লাগিল
Kotha tu hosa aru agoloi sabo pam buli asha thakil ❤
মুচলমান লৰা এজনে ইমান ধুনীয়াকৈ আমাৰ ভগৱান নাৰায়ানক উপস্থাপন কৰিছে । ইমান ধুনীয়া কবলৈ ভাষা নাই ❤️
মুচলমান লৰা নহয় নেকি..pranoy Dutta
@@cutevloggersd moi writer tur kotha koisu
হিন্দু মুছমান বুলি কাকো তুলনা nkoriba অসমত আছে যেতিয়া ছবেই অসমীয়া
@@JunakiPegu-oe8fx❤❤❤❤❤wah এইয়া হে 🥺🥺❣️
মুছলমনৰো তেজ ৰঙা হিন্দুৰো তেজ ৰঙা।।।। আমি নিজেই হে নিজক শ্ৰেষ্ঠ দেখুৱাবলৈ এই বিভাজন কৰিছোঁ।।। এই বিভাজন বোৰে যে আমাৰ মানসিকতা বহুত তললৈ লৈ গৈছে 😢
গান টো শুনি মোৰ মা দেউতা চৰণত সেয়া জনাইছোঁ । পৃথিৱীৰ সকলো মা দেউতা ভালে থাকক প্ৰণীপাত জনাইছোঁ কৰোনাময় তোমাক । বহুত সুন্দৰ হৈছে শুনিলে শুনি থাকিব মন 🙏
🙏
🙏🙏🙏
সংগীতৰ কোনো জাতি নাথাকে কোনো ধৰ্ম নাথাকে তাৰেই প্ৰমাণ এই সুন্দৰ গীতটো ধন্যবাদ টিম ৰঘুপতি এই সুন্দৰ গীতটো উপহাৰ দিয়াৰ বাবে#নাৰায়ণ 🙏
ডেনিছ আহমেদ
অৰ্শ্বদ এম ৰহমান
আল্লাৰ দৰবাৰত
নাৰায়ণৰ জয়গান
( নিজৰ মাতৃভূমি অসম খনক লৈ গৌৰৱবোধ কৰো❤️)
Joi aai Axom ❤
চিনেমা খনত এই গানটো শুনি চকুপানী ওলাই গ'ল 😢।
“ৰঘুপতি ” কিন্তু 🔥🔥❤️
Kun blor Allar dorbar?
Hoi Joi aai axom ❤️❤️👀
@@abhijit9546 bro, axomiya jodi axomiya hoi thakok. Onaxomiya dharmik probhab poribo nidibo. Belegot dhormor namot jaa taa holeu axom khonok axom hoi thakibo diok
কেতিয়া বা তোমাক............
কন্দুৱাও যদি.............
ক্ষমা কৰি দিবা তুমি............
তুমি যেন উপহাৰ এটি...❤️
Love you MAA ❤️❤️❤️❤️❤️
Mon sui dila...... Tumi 😢
গীতৰ কি শক্তি 🥺❤️। যেতিয়া প্ৰিয়ম পল্লবী বাৰ মৃত্যু হৈছিল তেতিয়া কন্দা কটা নকৰাকৈ এই গান টোৰ দ্বাৰা বুজাই দিয়া হৈছিল মৃত্যুৰ বেদনা 🥺। "অকালৰ আঘাতে ঘুনিয়া কৰিলে " উফ্ হৃদয় চুই গৈছে ।
Moi to kandon rokhabo e nuarilu
Thike koise 👍
Xosa
Right
মনৰ কথা কৈছে আপুনি❣️
এই গীত টো যিমান বাৰ শুনিছো গাৰ নোম শিয়ৰি গৈছে 😢ইমান এখন ধুনীয়া চিনেমা উপহাৰ দিয়াৰ বাবে শ্ৰী ৰঘুপতি টীমলৈ অশেষ ধন্যবাদ ❤️🙏🏻😍
সচাকৈয়ে...😢😢
Q
হুকহুকাই কন্দুৱাইছিল গীতটিয়ে। এখন সুন্দৰ চিনেমা উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ টীম শ্ৰী ৰঘুপতিলৈ❤
Nice
@@pranjit9281
দুবাৰ চাইছোঁ দুয়োবাৰে কান্দিছোঁ ।
ছবি খন চাই থাকোঁতে এইটো গীতৰ লগত দৃশ্য টো দেখি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭 ধন্যবাদ ৰবি শৰ্মাৰ লগতে ৰঘূপতিৰ কৰ্মকৰ্তা সকল এনেকুৱা এখন অসমীয়া ছবি উপহাৰ দিয়াৰ বাবে ❤️❤️ জয় অসমীয়া ছবি ❤️❤️❤️
গীতৰ কি শক্তি! চিনেমা খন চাই থাকোতে সকলো নীৰৱ...মাথোঁ উচুপনি...গীতটোৰ লগত জড়িত সকলক প্ৰণাম
কি সাংঘাটিক হৈছে গানটো ! গা ৰ নোম শিয়ৰী উঠা অনুভৱ । বাৰে বাৰে শুনিছোঁ গানটো ❤❤
বৰ শুৱলা হৈছে
tru😢
Really bht dhunia hoise
এই গীতটি হুনি চকু পানি নোলোৱা মানুহ নাই চাগে । Best song Raghupati 🔥❤️
Umm
Right ❤
Moi nijei kandisu hallot
Ane kuba song xunile pagol hoi jang bhut vl lagise
😢😢
ভাষাবিহীন এটি গীত, চবিখনৰ প্ৰতিটো দৃশ্য আকৌ এবাৰ চকুত সন্নুখত 🥺 ধন্যবাদ আপোনালোক লৈ এনেকুৱা এখন চবি উপহাৰ দিয়াৰ বাবে।
bohut dhuniya heart touching song
@@snigz111 nkba ru 💕
ৰঘুপতি চবি খন উপভোগ কৰোতে এই গানটো বজা সময় খিনি সচাঁকৈ বহুত বেলেগ! " নিজক নিজেই অনুভৱ কৰি জীৱন টো চিনিব পৰা এক সুকিয়া আবেগ "❤️
Um
চিনেমা হলত উচুপনিৰ শব্দ, গাৰ নোম লিয়ৰি উঠিছিল সেই সময়ত, বৰ সুন্দর কথাছবি আমাক উপহাৰ দিলে,, ৰঘুপতিৰ সকলো কমকর্তা লৈ আশীর্বাদ থাকিলে, আৰু আগ বহাই নিয়ক ভগৱানে 🙏🙏🙏🙏🙏🙏
Lyrics- Danish Ahmed
ইমান ধুনীয়া কৈ লিখিছে ভগবানৰ গান এটা আৰু আমাৰ কিছুমানে এতিয়াও হিন্দু মুছলমান কৰোতেই গৈছে
বেয়াবোৰত আগেই জাতি টোক বেয়াকৈ কবলৈ আগবাঢ়ি আহে কিন্তু ভাল বোৰত নিমাত হৈ নেদেখা ভাও ধৰে🙂
That's right I agree
Exactly
গান টো বহুত অভূতপূৰ্ব ,আশা কৰো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে শ্ৰী ৰঘুপতি মানুহৰ মাজত চিৰযুগমীয়া হৈ ৰৱ।
এই গীতটি শ্ৰী ৰঘুপতি চিনেমা খনত যিটো মুহূৰ্তত ব্যৱহাৰ কৰিছে, মোৰ চকুত অনুভৱবোৰে থূপ পাতিছিল ! যেন অজুহাত পালেই বৈ আছিব... আচলতে এয়াই সংগীতৰ শক্তি !❤❤❤
নাজানো কিয়!!!গীত টি শুনিলে কিবা এটা বিষ অনুভৱ কৰোঁ বুকু খনত❤❤❤ আচৰিত শক্তি এটা আছে 🙏 গীত টিৰ আঁৰৰ সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ #ৰঘুপতি❣️❣️❣️❣️
সচাকে বুকু চুই যায় 👍😢🙏
ধৰ্মই এক কৰে বিভাজন নহয়।তাৰেই সঠিক উদাহৰণ। তদুপৰি "শ্ৰী ৰঘুপতি" য়ে হৃদয়ত এক সুকিয়া স্থান ল'লে।গীতটো বহুত আটোম-টোকাৰিকৈ সজাই আমাক উপহাৰ দিলা।
একদম সচাঁ
🥺🥺
শ্ৰী ৰঘুপতি চাই থাকোতে "নাৰায়ণ" গানটো বাজোতে বহুতৰে হয়টো আপোনা আপুনি চকুপানী বৈ আহিছিল ।গীতটুৱে শিহৰণ তুলি কলিজালৈকে শিপাই গ'ল ।সঁচাই এটা হৃদয় ছুইযোৱা গীত ।"নাৰায়ণ"অপূৰ্ব সৃষ্টি ।
Bohut. Xosa k drissotu sokulo tuki jay
মই হুকহুকাই কান্দি দিছোঁ, প্ৰিয়ম পল্লবীৰ মৃত্যুৰ দৃশ্যত এই গানটো শুনি । এটা চিৰসেউজ গীত হিচাবে সদায় মনত থাকি যাব । ধন্যবাদ ৰবি দা আৰু টীম ৰঘুপতি ।❤❤❤❤
*সঁচা কথা কোৱা কোনে কোনে কান্দিলা* 😊 । গাঁৰ নোম হিয়ৰি উঠিছিল। ধন্যবাদ ৰবি দা❤❤❤ এনেকুৱা এখন movie দিয়াৰ বাবে। *ভবাতকৈ বহুত উচ্চ* খাপৰ❤ অনুগ্ৰহ কৰি বেলেগ ভাষা লৈ dubbing কৰিব sun 🙏🙏
damn jetiya film khn sai thakutei ei gaan2 baaje 😮😮 bhakha nai kobole
Moi to bohot kandilu 😊😊😊
Moi😢
gar num hiori uthisil ai gantut, ketya nu sokur pani ulai ahil gomei npalu, protitu music emn dhunia koi khap khaise scenes buror logot
hosakoi, bor dhunua mvie akhn axom bakhik upohar dile kintu
"শৰনে লৈলোঁ আমি " এই অংশই জোকাৰি গৈছে বাৰুকৈ। শব্দহীন ❤❤
🥺
😢
যিমান বাৰ শুনিছোঁ সিমান বাৰ চকু ভৰি আহিছে। No word... Excellent.. just waoo.. thank you for this beautiful gift
সুন্দৰ গান 👌👌👌👌👌এইয়াই অসম আৰু অসমীয়াৰ সংস্কৃতি, গৌৰাম্বিত 😊শ্ৰী ৰঘুপতিৰ সৈতে জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো এনে এখন সুন্দৰ চলচ্চিত্ৰ উপহাৰ দিয়া বাবে ❤🙏
বহুত গান শুনি শুনি ডাঙৰ হ'লো, বা এতিয়াও শুনো বহুত গান। কিন্তু এই গান টি হৃদয়ৰ মাজত যি ঠাই ললে আৰু কোনো গীতৰ লগত তুলনাই নাই। হৃদয়স্পর্শী গীত❤❤❤
Really too good......I loved it too much
সচাই শুনিলেই চকুপানী ওলায় ।
ইমান সুন্দৰ গীত এটি আমাক উপহাৰ দিয়াৰ বাবে Team শ্ৰী ৰঘুপতিলৈ অশেষ ধন্যবাদ 🙏❤
এই গীতটিৰ কাৰণে #শ্ৰীৰঘুপতি চিনেমা খন আকৌ এবাৰ চালো ❤❤
টীম শ্ৰীৰঘুপতি সকলোকে বহুত বহুত ধন্যবাদ ইমান সুন্দৰ চিনেমা এখন আমাক উপহাৰ দিয়া বাবে🙏
চিনেমাখন চাই অহাৰ পিছৰে পৰা এই গীতটি অতিকৈ প্ৰিয় হৈ পৰিল ❤
প্ৰণয় দালৈ ধন্যবাদ জনালো 🙏
ইমান দিনৰ মূৰত ইমান এখন নতুন অসমীয়া চলচ্চিত্ৰ ❤❤❤ শ্ৰী ৰঘুপতি কি সুন্দৰ ।
Ending aru val koribo parile hoi nki...????
@@aniworldAS12next part ulabo kijani
শংকৰ-আজানৰ দেশ ❤️❤️
গীতটোৰ বাবে স্ৰষ্টালৈ ধন্যবাদ।
চিনেমা খন চাই থাকোতে হে বেছিকৈ বুজা যায়, গীততিৰ ভিতৰৰ দুখ কণ 😢❤। বৰকৈ কন্দুৱালে🥹❤️🔥
Umm...gaar num xiyori uthe
চকুপানী ৰখাবই নোৱাৰিলোঁ ছবিগৃহত 😢কিবা যেন দুখ এখিনিৰ চকুলো ওলাই আহিল উফ হৃদয় বিদাৰক 😞 প্ৰতিজন দৰ্শকৰ হৃদয় চুই যোৱা এটি গীত
নাৰায়ণ এক সুন্দৰ উপহাৰ। চিনেমা হলত কন্দুৱাইছিলে। এতিয়া শুনিলতো দুচকু ভৰি পৰিছে গাৰ নোম শিয়ৰি উঠিছে। সদায় প্ৰিয় হৈ ৰ'ব গানটি।
Bare bare git tu xunixu 💓💓💓🥺🥺🥺... very heart touching song...xoxai ai git tu xunilei gom puwa jai mritur bedona ki asolote 😓😓😓😓thank you Raghupati team... proud of you 🌼🌼🌼🌼
এই গানটোৱে মোক ছবিঘৰত কন্দুৱাই দিলে ছবিখন চাই থাকোতে, গাৰ নোম শিয়ৰি উঠিছিল। একদম চুই যায়গে অন্তৰত। ইমান ধুনীয়া গীতৰ কথা, সুৰ সকলোবিলাকেই । ভাষাৰে কৈ বুজাই মই শেষ কৰিব নোৱাৰোঁ ❤️❤️❤️❤️❤️ আৰু সকলো অভিনেতা অভিনেত্ৰীৰে অভিনয় কি সুন্দৰ। ৱাহ 👏👏👏👏👏❤️❤️❤️❤️❤️
শ্ৰেষ্ঠতম অসমীয়া বোলছবি । ৰবিদা লৈ শুভেচ্ছা। এই বছৰৰ শ্ৰেষ্ঠ উপহাৰ। 🎉🎉🎉🎉
একমত
কিমান বাৰ শুনিলো ঠিক নাই ,, গানটোত কি শক্তি আছে নাজানো।। কিন্ত প্ৰতেক বাৰতে গাৰ নোম শিয়ৰি উঠে ।। উফ্,,, গানৰ কি শক্তি।।। ❤❤❤❤❤ প্ৰণয় দা মানি গলো আপোনাক।।।। 🙏🙏🙏🙏🙏
কিবা যেন সুনিয়েই থাকিম💗 ufff গাৰ নোম ডাল ডাল হৈ গল প্ৰথমবাৰ শুনি , যেইবাৰে শুনিছোঁ একেটাই অনুভৱ,, সঁচাই এইখন অসমত প্ৰতিভাৰ অভাৱ নাই💗 জীয়াই থাকক এনেকুৱা মাত ,লিখনি ,,,🙏
গাৰ নোম শিয়ৰি উঠিছিল ৰঘুপতি চাই থাকোঁতে 🙏বহুত সুন্দৰ কন্ঠ প্ৰণয় দা ❤️❤️
হৃদয়স্পৰ্শী। বুকুত খাজ কাটি যোৱা..!! Keep making such touchy songs.
OP to #Danish & #Arshad
হয়টো এনেকুৱা এজন মানুহ হলত নাছিল যিজনে এই গীতটি শুনি নিজৰ চকুপানী ৰখাব পাৰিছিল......ধুনীয়া চিনেমাৰ সৈতে এটি অতি দুখ লগা গীত🥲..... পল্লবিবাৰ মৃত্যুত এই গীতটোৱে বহুত কন্দুৱালে 😢😫🥲
Muk o 🥲🥲🥲 moi pisot cinema xon enjoy koribo nowarilu
Ekdom thik koise apuni ..sokupani ulai goisil Huna loge loge
চকু পানী ৰখাব নোৱাৰো এই গীত তো শুনিলে....আবেগিক হৈ পৰো....ভগবানে সকলোৰে ভাল কৰক...🙏🙏🙏
শৰণে ল'লো আমি
কৰুণাময়ী তুমি....
কৰি অপৰাধ শত
গায় হৰিনাম জন... হৃদয় স্পৰ্শী❤
Kbo lagibo
শ্ৰী ৰঘুপতি চিনেমা খনত এই গীতটি যিটো মুহূৰ্তত ব্যৱহাৰ কৰিছে,বিশ্বাস কৰক মোৰ চকুত অনুভৱবোৰে থূপ পাতিছিল!যেন অজুহাত পালেই বৈ আহিব...আচলতে এয়াই সংগীতৰ শক্তি❤️
Same 😢
সঁচাকৈ ❤️
Same
00:36 ---- 1:00 এইখিনি শুনিবৰ কাৰণেই গাণটো ৰিপিড মোড কৰি আছো। উফ প্ৰণয় দত্ত❤❤❤❤
এনেকৈ নাৰায়ণক বিনালে তেঁও সচাই শুনিব❤ সাংঘাতিক এইটো। কিমান যে শুনিম ।❤
নাজানো কিয়.. যিমানে নুশুনো কিয় শৰীৰৰ নোম সিয়ৰি উঠে..!🥺
গীত টিৰ বাবে আকৌ চিনেমা খন চাব মন গৈছে!
Goosebumped!!
Sowa bro bahut dhunia hoise
Same here ...
শ্ৰী ৰঘুপতি চিনেমাখন যোৱাকালি চাই অহাৰ পাছৰে পৰা এই গীতটি নুশুনাকৈ থাকিব পৰা নাই...হৃদয় চুই গৈছে গীতটিয়ে 🥺...সঁচাকৈ অসমীয়া ছবিজগতৰ বাবে এখন শ্ৰেষ্ঠ ছবি শ্ৰী ৰঘুপতি ❤🔥
গানটো হলত বজাৰ লগে লগে গাৰ নুম শিয়ৰি উঠিছিল 🙏 ইমান ধুনীয়া কথা , সুৰ , পৰিচালনা 🙏🙏🙏
কি অপূৰ্ব .. গীতটো সচাঁই বৰ সুন্দৰ । চিনেমাখন সকলো দিশৰ পৰাই খুব সুন্দৰ হৈছে । আশা ৰাখিলো ভবিষ্যতে যেন এনেকুৱা সুন্দৰ সুন্দৰ ছবি আমি উপভোগ কৰিবলৈ পাওঁ । 👍
চিনেমাখন এবাৰ চালো পাৰিলে আকৌ চাম । হাজাৰ বাৰ চাই থাকিলেও হেঁপাহ নপলাই ।
সঁচাকৈ ইমান সুন্দৰ কণ্ঠ😊 ক'বলৈ ভাষা নাই যেইবাৰে শুনিছোঁ গাৰ নোম সিয়ৰি উঠে😢
Hosa hoi kotha tu
Umm hoi re😢
মনটো বৰ গধুৰ গধুৰ লাগি আছিল.....চকুপানীবোৰ বোৱাই দিয়াৰ মাধ্যম বিচাৰি পোৱা নাছিলোঁ... গীতটিৰ স্ৰষ্টালৈ ধন্যবাদ 💙
Ravi da k kune kune val puwa like kora ❤
এই গীতটো আৰু সেই দৃশ্য খিনি সঁচাকৈ এ চকুপানী ৰখাবো নোৱাৰিলোঁ 😔 বহুত আৱেগিক হৈ গৈছিলো।। অসমীয়া ছবিৰ ভিতৰত এখন শ্ৰেষ্ঠতম ছবি 🙏❤️ ধন্যবাদ সকলোকে ইমান ধুনীয়া এখন ছবি উপহাৰ দিয়াৰ বাবে ☺️ ধন্যবাদ ৰবি দা ❤️thanks to entire team #Raghupati
Pari😢😢
Yashmin,tora😭😭
Ooo bohut dukh lgise 3 jonir story khiji sai 😭
গানটোয়ে কন্দুৱাই দিয়ে অ,,,,,🥺🥺 বহুত বহুত ভাল লাগিল ৰঘূপতি চাই,,,,,❤❤
এই গীতটি শুনি চিনেমা খনত চকুপানী ৰখাব নোৱাৰিলোঁ হৃদই চুই গল গীতটি।
সচাই৷
গীতটিৰ দৃশ্যাংত আবেগিক হৈ পৰিছিলো ৷ চিনেমাখনৰ প্ৰতিটো দিশতে নিখুত ৷ বাৰে বাৰে চালেও হেপাহ নপলোৱা এখন ছৱি ৷ বহুত সুন্দৰ ৷ইমান ধুনীয়া ছৱি উপভোগ কৰি অভিভূত হলো ৷ ছৱিখনৰ সকলো টিমতোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ৷
কালি চিনেমা খন চাই থাকোতে গানটো শুনি গাৰ নোম শিয়ৰি গৈছিল... Team শ্ৰী ৰঘুপতি ক ধন্যবাদ জনাইছোঁ এনেকুৱা এখন সুন্দৰ ছবি উপহাৰ দিয়া বাবে 🙏🙏
Ataitkoi bhal loga gaan eitu 😌
অসমীয়া চলচ্চিত্ৰ জগতৰ এটা ভাল দিশ দেখা পালো শ্রী ৰঘুপতি চিনেমা খনৰ দ্বাৰা। ধন্যবাদ টিম ৰঘুপতি । জয় আই অসম
ইমান ধুনীয়া চিনেমা এখন উপহা হিচাপে দিলে বহুত Thankyou শ্ৰী ৰাঘূপতি টিম ❤❤❤❤❤
" হে নাৰায়ণ " গীতটিয়ে চিনেমাখনক বেলেগ এটা যোগাত্মক / ধনাত্মক দিশৰ মাত্ৰ প্ৰদান কৰিলে ।
গাৰ নোম শিয়ৰি উঠিছিল ছবিখনৰ এই মুহূৰ্তখিনি🙏🙏🙏।
Thnx Ravi daa for the wonderful movie......
'হে নাৰায়ন' কোৱাৰ লগে লগে চকুপানী ৰখাব নোৱাৰিলোঁ । গোটেই গানটো কান্দুতেই গল🥺❤
Xosa ।।emn আবেগিক হৈ পৰিলোঁ
😢
এই গানটি হলত যেতিয়া বাজিছিলে তেতিয়া সকলো উচুপি উঠিছিল 😢😢😢
😢😢 moiu kandi paisu
Intervalor agor part Tu ,one of the best part of movie I have ever seen.
Second part Tu alop rush feel hal
Moiu
Same here 🥺❤️
Moiu 😢💖
গীতটিয়ে অন্তৰ চুই গ'ল প্রথমবাৰ শুনোতেই ,,,,ৰঘূপতি চোৱাৰ সময়তো চকপানি বৈ আহিছিল এই গীতটো শুনাৰ লগে লগে ,,,যেতিয়াই গীতটো শুনো চকুলো ওলাই আহে ,,বিশেষকৈ "শৰণে ল'লো আমি ,কৰুণাময়ি তুমি " এই শাৰীটো গোৱাৰ লগে লগেই যেন কিবা এক বিষাদে খুচিবলৈ লয় ,,,এনে লাগে যেন আত্মীয়-স্বজনক হেৰুৱাৰ বেদনা হে পাইছো | সুন্দৰ অসমীয়া ছৱি ,অপূৰ্ব সংগীত বহু দিনৰ মূৰত অসমবাসী ৰাইজক উপহাৰ দিয়াৰ বাবে ধন্যবাদ 💖,,,ৰঘূপতিৰ নাম থাকি যাব বহু পাছলৈও 💗💕💖ছৱিখনৰ লগত জয়িত সকলোলৈকে বহুত বহুত ধন্যবাদ 🙏 আগলৈও এনেধৰণৰ ছৱি পোৱাৰ আশাৰে 💖
মন পৰশি যোৱা এটি সুৰ এটি গীত চিনমা খন চোৱাৰ পিচত শুনিয়েই আছো।বহুত ভাল লাগিল।
গীতটিয়ে মনটোক উচুপাই তুলিছিল যদিও গীতটিৰ দৃশ্য খিনিয়ে চকুপানী নিগৰাই আনিলে ❤ সঁচাকৈ প্ৰতিটো গীত ইমান সুন্দৰ ভাৱে উপস্থাপন কৰি তুলিছে। আকৌ এবাৰ দৃশ্য খিনি মনত পেলাই চকুলো টুকিছো 😢
✍️... Danish ahmed,, ৰঘুপতি ❤. ইমান ধুনীয়া গান এটি উপহাৰ দিছে ...কবলৈ ভাষা নাই .. বহুত ভাল গান ..
CINEMA SUPER HIT,
Ravi Sarma ❤,,,,
ক'বলৈ ভাষা নাই। সঁচাই হৃদয়স্পৰ্শ কৰি যোৱা গীত। চিনেমা খনৰ এই গীতটি শুনি আমি সকলোৱে আবেগিক হৈ পৰিছিলো। শেষত এটাই কম অসমীয়া ছবি জগতলৈ ভাল দিন আহিল❤
ছবিখনৰ লগতে গীত বোৰও উফ ইমান ধুনীয়া উপহাৰ।।।
ইমান সুন্দৰ কণ্ঠ লগতে লিখনি।।।
ধন্যবাদ ৰবি শৰ্মা দা আৰু টীম SUV
চিনেমাখনৰ গানটো বাজি থকা সময়খিনি যেন উশাহো থমকি ৰ'ব..কি সুন্দৰ আৰু প্ৰতিগৰাকীৰ দৰ্শকৰ হৃদয়ত আলোড়ন তোলা এক হৃদয়ষ্পৰ্শী গান...গানটোৱেও ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে....অসমীয়া ছবিজগতত আকৌ এক নতুন ৰূপেৰে সোনকালেই ভূমুকি মাৰক আমাৰ মৰমৰ "হিৰ'..ৰবি দা❤❤
এই গীতটো প্ৰত্যেক জন মানুহৰ জীৱনৰ লগত থকা আবেগ সোমাই আছে। মোৰ জীৱনৰ বহুত আবেগিক মূহুৰ্ত মনত পৰি গ'ল ।😢
গাৰ নোম চিঞৰি উঠা এটা গান । বহুত দিনৰ পাছত ❤️
Danish Ahmed 🙏
গানটো লিখিছে দানিছ আহমেদ দাই। এয়াই আমাৰ অসম। সচাকৈ এই গানটোৰ দৃশ্যটোৱে মোক আৱেগিক কৰি তুলিছিল। জয় শ্ৰী ৰঘুপতি। জয় অসমীয়া ছবি।
গাৰ নোম হিয়ৰি গৈছে অ' ।। ইমান ধুনীয়া হৈছে গানটো ❤️❤️❤️ ।।গানটো আৰু চিনেমাৰ সেই scene টো এতিয়াও মনত পৰি আছে 😭😭😭😭 ufffff ❤️❤️❤️❤️
Hosake dei...bohut dhunia gan
গীতটি যিয়ে লিখিছে তেওঁ ডেনিছ আহমেদ আৰু composed কৰিছে অৰ্শদ ৰহমান । সঁচাকৈ ইমান সুন্দৰ কণ্ঠ । গীত টি য়ে হৃদয় চুই গল ।চিনেমা খনত গীতটি শুনি চকু পানী ৰখাব নোৱাৰিলোঁ
Goosebumps....when it's heard at theatre...this is the power of Assamese Music Industry....and also the power of Unity....হিন্দু মুছলিম ভাই ভাই বাকী চব বিদুৰভাই,,,,Hats off to you all guys of Sri Raghupati....now we're all waiting for বিদুৰভাই দ্বিতীয় খণ্ড।।
বেছিভাগ দৰ্শকে গীতটিৰ সুৰকাৰ আৰু লিখক জনক প্ৰশংসা কৰা দেখা গৈছে | কিন্তু আমি এইটো ও চাব লাগিব যে গায়ক জনেও খুব ধুনীয়াকৈ গীতটিত সুৰ নিগৰাইছে ❤|
Hoi kotha2.. maanuhe prokakh koribo pahorise kaaron hurokaar ru gayok jon akejone
এখন সুন্দৰ চিনেমাৰ লগতে সকলোৰে ব্যক্তিগত জীৱনৰ আৱেগৰ লগত জড়িত এটি ধুনীয়া গান❤❤❤অশেষ ধন্যবাদ শ্ৰী ৰঘুপতিৰ বাবে👍👍👏👏🙏❤❤❤
😂আলa
কি সুন্দৰ গীত ❤️ বহুত বেছি ভাল লাগিছে।।হে নাৰায়ন ❤️❤️
গাৰ নোম শিয়ৰি যোৱা এটা গান। চিনেমা হলত চকুপানী ৰখাব পৰা নাছিলোঁ। বিৰাট ধুনীয়া চিনেমা আমাক উপহাৰ দিলে। Thank u to the whole team
গানটো কালিৰ পৰা শুনিয়ে আছো, চিনেমাখন চাই থাকোতে গাৰ নোম শিয়ৰি উঠিছিল৷কমেণ্ট কৰিবই পাহৰি গৈছিলোঁ৷ধন্যবাদ এনে এটি গীত উপহাৰ দিয়া বাৱে৷এইখনেই আমাৰ অসম৷জয় আই অসম৷🙏
গীতটি শুনিয়ে ৰখাব নোৱাৰিলোঁ চকুপানী...uffffff .... চিনেমা হলত প্ৰথম বাৰ কান্দিছো।।নাৰায়ন এক সুন্দৰ উপহাৰ অসমবাসী়ৰ বাবে।ধন্যবাদ ৰঘূপতি team.....❤️❤️❤️❤️❤️
বৰ হৃদয় চুই যোৱা গান 😊❤️... ইমান ধুনীয়াকৈ লিখিছে 👍.. আৰু লগতে গানটোৰ সৈতে scene 2 মনত পৰি যায় 😊... বৰ দুখ লাগিছিল ❤️...
Arshad and Danish... Subrat.... 👏👏 got goosebumps.. Tears!! How great is it
অসমীয়া চিনেমাৰ আকৌ ভাল দিন ঘূৰি আহিছে। ধন্যবাদ আপোনালোক লৈ এনেকুৱা এখন চবি উপহাৰ দিয়াৰ বাবে। ৰবি শৰ্মা দাদা 🔥🔥🔥
হৃদয়স্পৰ্শী গীত ...... চিনেমাখনৰ সেই এই গীতৰ মুহূৰ্তত চকুলো ৰখা নোৱাৰি, আপোনা - আপুনি নিজে উলাই যাই। আপোনালোকে দিয়া দিয়া এই অতুলনীয় উপহাৰ "ৰঘুপতি" বাবে অশেষ ধন্যবাদ। এনেকুৱা চিনেমা অসমীয়া চলচ্চিত্ৰৰ আগতে দেখা নাই। অসমীয়া চলচ্চিত্ৰক অন্য এক মাত্ৰা প্ৰদান কৰিছে। বেছি দিন নাই আৰু বেছি দূৰ নাই বলিউডৰ লগত ফেৰ মাৰিব পৰা হ'বলৈ । SUV দাৰ নিদেৰ্শনা শলাগ ল'বই লাগিব। দাদাৰ এই চিনেমাখনৰ প্ৰতিটো পল-মুহূৰ্তৰ নিদেৰ্শনা কল্পনা শলাগ ল'ব লাগিয়া। শেষত ৰঘুপতিৰ জয় যাত্ৰা অব্যাহত থাকক তৰে কামনা কৰিছো। #জয়_ৰঘুপতি #আহি_গল_ৰঘুপতি
"নাৰায়ণ" গোতেই চিনেমা হলটো নীৰৱ
কান্দি আহিছোঁ ।ভাল লাগিল Ravi Sarma দা
গানটো শুনি মোৰ মা দেউতা চৰণত সেৱা জনাইছো। পৃথিৱীৰ সকলো মা দেউতা ভালে থাকক প্ৰণীপাত জনাইছো কৰোনাময় তোমাক । বহুত সুন্দৰ হৈছে শুনিলে শুনি থাকিবলৈ মন যায় ❤❤
এইয়া শংকৰ আজানৰ দেশ অসম। ধন্যবাদ ৰবি দা ইমান ধুনীয়া এখন অসমীয়া চলচ্চিত্ৰ উপহাৰ দিয়া বাবে আৰু বিশেষকৈ এই গীতটো 🙏
শংকৰ মাধৱৰ দেশ।
অসমীয়া ছবি জগতৰ এখন শ্ৰেষ্ঠ ছবিৰ দৰ্শক হব পায় গৌৰৱ তথা সুখ লাভ কৰিচো । অসমীয়া চিনেমাৰ ভাল দিন ঘূৰি আহিছে , ইয়াতকৈ আৰু ভাল দিন ঘূৰি আহিব বুলি আশাবাদি ❤️❤️
গীতটো শুনিলে আৱেগিক হৈ যাওঁ। ৰবি দাৰ অভিনয় অতুলনীয়।
গাৰ নোম শিয়ৰি উঠিছিল cinema খনত যেতিয়া এই গানটো গাইছিল।
Thank You
ইমান এটা সুন্দৰ গান উপহাৰ দিয়াৰ বাবে ❤❤❤
Hosakoi pai 🥺❤️
Hosakoi gar num hiori kimn je sokupni ulale o gantu hekh hualoike 😢
জীৱন ত অলপ সুখৰ দিন দেখুওৱা ভগৱান আৰু কিমান কন্দুৱাবা দুজনী বাইদেউ লৈ গলা তোমাৰ ওচৰত দাদা ক ও লৈ গলা তোমাৰ ওচৰত এতিয়া মই ও সেই পথেৰে যাত্ৰী কাক লৈ জীয়াই থাকো ও প্ৰভূ
#Denish Ahmed..... ইমান ধুনীয়াকৈ আমাৰ আৰাধ্য দেৱতা গৰাকীক শব্দৰে উপস্থাপন কৰাৰ বাবে .... ধন্য
❤️বহু অপেক্ষাত আছিলোঁ,ছবিখনৰ এইটি গীতে সকলোৰে মন চুই গল।বহুতৰে চকুত চকুলো বৈ আহিল।❤️
Hosai dei aji Sai bohut Kandi ahilu😭😢