Tumi nohole - Namrata Kashyap | Kamal Lochan | Barsha Borah | Trion Mahanta | Assamese video 2020
ฝัง
- เผยแพร่เมื่อ 5 ต.ค. 2024
- ♬ AUDIO CREDITS ♬
Lyrics & Composition : BARSHA BORAH
Vocal : NAMRATA KASHYAP
Music Arranged by : TRION MAHANTA
Sitar : SUBHANKAR HAZARIKA
Guitar : TRION MAHANTA
Tabla and Percussion : RAJA BARUAH
Sound Design : ARNAB BASHISTHA
Mix and Mastering, Recorded by : PINKU DAS @RedAV
Additional Lines (Poetry) : NAMRATA PRIYAM, TRION MAHANTA, BARSHA BORAH
Additional Voice: KAMAL LOCHAN
▣ VIDEO CREDITS ▣
Cast : KAMAL LOCHAN, NAMRATA KASHYAP, TRIBENI GOGOI, JYOTISMRITA SARMA, SIMANTA KALITA
Special Appearance : PRAMOD KALITA, SUBHANKAR HAZARIKA, BARSHA BORAH, UDDIPTA PRATIM KASHYAP, NAGEN BORDOLOI
Concept & Direction : PRANAB BHARALI
Director of Photography : PAPU DEKA
Editing & Color : UDDIPTA KUMAR BHATTACHARYYA @BLUE RAAGA AUDIO VISUAL
Make-up : BISWAJIT KALITA
Make-up Assistant : BABLU BAISHYA
Camera Unit : DEBASISH PRAN KRISHNA BORA
Gaffer : ROHINI KANTA BASUMATARY
Light : PRANJIT HALOI
Photography : ASHISH SAIKIA @NATURAL LIGHT STUDIO
Poster Design : ABHIJIT LASKAR, KAUSHIK PRATIM BORA
Calligraphy : ANUP DUTTA
Production Manager : NISHIRANJAN K MALLIKA, SIMANTA KALITA
MUSIC LABEL - DHWANI RECORDS
© 2020 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR TH-cam CHANNEL - / dhwanirecords
কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ, পোৱাৰ আশাত বিলিন হোৱাৰ মাদকতাই সুকীয়া।
এবাৰ ভাবাছোন, একেখন আকাশৰ তলতেই থকা জোন আৰু বেলিৰ কথা, নিলগে যদিও, সদায় যে আপোন।
Best part ❤️🔥.
❣️
Yes
Absolutely right brother
একেবাৰে সঁচা
Absolutely right ❣️
আজিলৈ কিমান বাৰ শুনিছোঁ হিচাপ নাই ।সকলো দিশ সুন্দৰ হৈছে । তৰালী শৰ্মা বুলিয়েই ভাবিছিলোঁ প্ৰথম ।
Hosakoi Tarali Sarma nisina ekdom
কোনোবা খিনিত তৰালী শৰ্মা বা ৰ মাতৰ লগত মিলি গৈছে । সুন্দৰ কথা সুন্দৰ গান। 👌👌
Right..even i was checked the description to know the singer's nm😀
Same here
Moiu check korisu
Same here
Hmmmm.....
প্রতিটো শব্দই চুই গৈছে ❤ পাই হেৰুৱাৰ বেদনা কি হেৰুৱা জনেহে বুজি পাই😊
Rite 😢😢😢😢
*কমল দা মানেই হিট ❤️*
*তেওঁ অসমীয়া চিনেমাৰ ৰূপটোৱেই সুন্দৰ কৰি তুলিছে।এক নতুন ৰোমান্টিক ফিল এটা আনিব পাৰে কমল লোচন এ।তেওঁৰ জীৱন সুন্দৰ হওঁক। গায়িকা জনীয়ে ইমান সুন্দৰ কন্ঠ নিগৰাইছে। কোনোবা খিনীত তেওঁ ৰূপে কণ্ঠই তৰালী শৰ্মাৰ দৰে দেখাইছে। বৰখাৰ ৰুনযুন শব্দৰ লগত মিলিছে তেওঁৰ কন্ঠ।অসমৰ কেঁচা মাটিৰ গোন্ধ আছে কমল দ্বাৰ অভিনয়ত,আৰু গায়িকা গৰাকীৰ কণ্ঠত। ধন্যবাদ।*
*জয় আই অসম ❤️❤️❤️❤️*
😊
❤
তেওঁ - মই নহলে নো কি হব🙂
মই - 'মৰহিব সপোনবোৰো তুমি নহ'লে' 'ভাঙি যাব হৃদয়খনো তুমি নহ'লে 😔
"মৰহিব সপোনবোৰো তুমি নহ'লে" this is line uff.....💓🥀
ইমান ধুনীয়া কণ্ঠ,,,তৰালী শৰ্মা বাৰ দৰে,,, কিমান বাৰ শুনিছোঁ এই গীতটো তথাপিও হেপাহে নপলায় দেখোন,,♥️♥️♥️
❤️❤️❤️
Found Tarali Sharma baa somewhere in your voice 💐
গোটেই পৃথিৱীৰ অভিধান খুচৰি বিচাৰি নাপাম আপোনাৰ কণ্ঠৰ অনুভূতিক বুজাবলৈ এটি শব্দ । ❤
বহুত ধন্যবাদ 🤗🤗🤗
"herai jabo nidiba na.........."is an emotion ❤
ভাষা নাই আৰু কিবা কোৱাৰ😍😍শুনিয়ে থাকিব মন যায় চোন..best concept best singing best lyric best music waw just waw
Thank you so much
@@namratakmusic😅
Gaantu atiale 400 times hunilu sage... Eman besi morom loga gaantu... Eman besi dhuniya.. ❤ Thanks for this beautiful song.... ❤️❤️❤️❤️
❤️❤️❤️
Thankyou
প্ৰথম শুনি একেবাৰে তৰালি শৰ্মা বুলিয়ে ভাবিছিলো । দুবাৰ মান শুনাৰ পিছতহে গম পাইছো । বহুত ধুনীয়া ।
Thank you 🤗
খুব ধুনীয়া কণ্ঠ দে, মই টো ইমান দিনে এইটো গান তৰালি শৰ্মা বাৰ বুলি ভাবিছিলো ❤️
❤
Moiyu😛
মোৰ পাগলী জনী নো ক'ত হেৰাল🌚🥺 বৰষুণ মোৰ ভয় নালাগে ভালপোৱা বৰষুনটো তিতিছো আৰু বিচ্ছেদৰ বৰষুনটো❤🥺 মানুহ লাগিলে cm এ হওক বা পথৰ ভিখাৰী হৃদয় খন কিন্তু একেই দুখ সকলোৰে লাগে🥺❤
Dukh nokorbi vai , akou pabi
Aiohh
আধা লিখা যি ভালপোৱা....এইখিনিয়ে কলিজা চুই গৈছে৷নম্ৰতা বৰ সুন্দৰ হৈছে গানটো৷
বহুত ধন্যবাদ আপোনাক 🤗🙏
এনেকুৱা গান শুনিলে ভাগৰুৱা মনবোৰ আকৌ সজীৱ হৈ উঠে । কি কম ভাষা নাই । ইমান ধুনীয়া সুন্দৰ এটি গান ।
Thank you so much 🤗
Bohut bohuttt bohuttttttt dhunia geet. Lyrics.... Music..... Khubbbbbei vaal loga.rare song
"ভাঙি যাব হৃদয়খনো তুমি নহ'লে"........ ইমান ভাললগা ...... মাত্ৰ আৱেগেৰে....... 💗💗💗💗💗🥀
Onubhob❤️
Karubak pai heruar bedonat koi puar aaxhat bilin huar madokotai xhukia...!!! Kamal daa tumar voice tu o iman dhuniya reh..!!! ❤️❤️
How can someone dislike such a beautiful song?? So many of them...
Tumar karone he beautyful😂
এনেকোৱা গানবোৰ খোবেই প্রিয় আৰু এটা কথা গানটিৰ কোনোবা খিনিত যেন তৰালিবাৰ সেই মধুৰ সুৰটো শুনিবলৈ পালো,বহুত বেছি ধুনীয়া গানটো,সুৰ আৰু তালৰ কি অপুৰ্ব মিলন গানটিৰ🙂❤
Thank you 🤗
হৃদয়স্পর্ষী গীত ! এক্কেবাৰে তৰালী শৰ্মাৰ দৰে কণ্ঠ ! অযুত অভিনন্দন জনালোঁ ! বহুকেইবাৰ শুনিলো ! এক অসাধাৰন আমেজ আছে গীতটোত ! গাম্ভীর্যতা,সাৱলীতা আৰু মাদকতাৰ এক যুগলবন্দী পয়োভৰ জাগি উঠিছে !
বহুত ধন্যবাদ 🤗🤗🤗
আধা লিখা যি ভালপোৱা❣️
জানোচা তুমি বুলাবা🥰
ভাগৰুৱা হেঁপাহেৰে😍
আজিও জীপাল মৰম..💞.. গানটোৰ আটাইতকৈ ভাল পোৱা লাইন কেইটা❣️
.................................. বহুত আশাৰে লৈ আছিলো গানটোলৈ... বহুত বেছি ভাল লাগিল গানটো পাই।
Thankyou
@@barashaborahofficial7550 স্বাগতম ❣️
@@manshigogoi61 aioo dehi ako log palu.. comment...ot ne😁💓💓💓💘
😍😍
❤❤❤ xoadai sau bohubar saisu xodai ek notun onuvuti ...❤❤love kamal sir ❤❤❤
গানটো, গানৰ দৃশ্য সমূহ, পোছাক সকলোৱেই ব্যতিক্ৰমী । খুব ভাল লাগিল । মাজৰ ডায়েলগটোৱে হৃদয় চুই গ'ল।কণ্ঠ তৰালী শৰ্মা বা ৰ লগত সাদৃশ্য বিচাৰি পালোঁ। আৰু কমল লোচন দাদা তেওঁ অনন্য সদায়েই😍😍😍
Lgr ajoni r link tu pothaisil moi monot e bhabilu thut sala aji Kali r gaan hune nk.. Aku ortho Nuhua.. Kintu khuli salu Atia 100 bar r uprt huni e asu sage.. Bohut val lagise 💓
গানটোৱে সচাই হৃদয় ষ্পৰ্ষ কৰি গৈছে.....সুন্দৰ সংগীত শৈলীৰে গানটি সচাই বহুত সুন্দৰ হৈছে........মোৰ জীৱনৰ বহু মূহুৰ্ত এই গানটিত সোমাই আছে
কিমান যে শুনিছোঁ অ' ☺️
এবাৰ শুনিবলৈ ল'লে ,দুবাৰ কৈ
শুনা হয়🥰😍
Same moiu bht bar khuisu
সচাকৈ তৰালী শৰ্মা বা ৰ লগত মিল আছে ।।।। বহু মিঠা কণ্ঠ ❤️❤️❤️❤️
হৃদয় চুই যোৱা গান....মনৰ নোকোৱা কথাবোৰ এনেকুৱা গানবোৰে নিজে নিজে প্ৰকাশ কৰি দিয়ে।মন ভাল লাগি যায় যেতিয়া শুনো।
বহুত বহুত ....................................... ভাল লাগিলে মন ভাল লগা শব্দৰ সুৰ ...
জিপাল হৈ উঠিছে....
গাৰ নুম শিয়ৰী উঠা...
কমল দাৰ দুটি ওঠৰ প্ৰতিটো শব্দ...
বিলিন হৈ গৈছো গীতটিৰ সুৰে সুৰে...
কমল দা তুমি 🔥💗💖💝😍🥰🥰😍😍
Thankyou
@@barashaborahofficial7550 welcome ba🥰
বৰ মিঠা...
কন্ঠ,শব্দ,সুৰ...
লগতে কাহিনী আৰু এটা হেৰুৱাই দিয়াৰ আৱেগ।
নতুনত্ব বহণ কৰিছে....
Her voice resembles the voice of @Tarali Sharma baa❣️
I too agree with you.
Akebare Moi o mat khuni vabisilo
Umm hoi
Exactly.
Exactly 💜💜
Lyf is going throu same way as ur song
..broght tears to my eyes ...filled my hrt wid lods of loads n really touched to dis song ...kimn baar hunilu nije njnu ..luved it beyond
Eman modhur gan ti.. Kiman bar j hunisu.. Hepah sun nopolai ...
Lyrics 😍
Voice ❤
My bad luck heard such a masterpiece after 2 years.... Seriously if eyes are closed feels like legendary Tarali Sharma's voice. Good luck Namrata
Bohut dhunia Namrata❤️❤️❤️...n Kamal da u always rock❤️
Aji hunisu gaantu ❤❤❤💝😘😍
i have never felt a song like dis n da scene of going to mall with ur gd wearing/keeping the traditional dhoti toucheed me the most....much love n wishes to kamal da n team....respect🙏
Ba aponar mat2 bohut bohut mitha,, torali sarmah bar dore❤❤❤❤
গানতো শুনি আমনি নালাগে। ইমান মিঠা কন্ঠ;ইমান সুন্দৰ😍😍🙏🙏আগলৈ যেন আৰু ভাল গান শুনিবলৈ পাওঁ
এক সুন্দৰ কণ্ঠ একেবাৰে হিয়াত লাগি গৈছে ,,,তাত আকৌ কমল দৰ অভিনয় উফ ❤️❤️❤️ ভাষা নাই বুজাবলৈ । বহুত ভাল লাগি গৈছে মনটো এ।।।💞💞💞💞💞💞
As sweet as Tarali Sharma's "ahiba tumi dupor nikha" song..very sweet voice..
My favourite song ❤❤😊
অতি সুন্দৰ❤️❤️❤️
বহুত বহুত ধূনীয়া গীত❤️❤️❤️
Nice Coreography👍👍👍
Ohh my God eman Dhunia gaan miss kori asilu... Bohut bohut val lagil 💕💕💕💕
Thank you 🤗
Gantu Bohut Dhuniya 🙂.Miss korisu bohut besi💙✨ .....Kiba mili goise bohout ❤️
ভাষা নাই ক'বলৈ❣️❣️❣️
কোনোবা খিনিত তৰালী শৰ্মা বাৰ কন্ঠেৰে গানটো শুনি থকা যেন অনুভৱ হল,,বৰ ধুনীয়া কন্ঠ লগতে concept টো খুব সুন্দৰ ।।
Nice...gantu suni bhut vl lagee...logoty kamal dar acting uffff❤️❤️❤️
অতি সুন্দৰ কন্ঠ.... গীতটি শুনি ভাল লাগিল ...❣️❣️❣️
ইমান ধুনীয়া কেনেকে গাব পাৰে মানে🥺হৃদয় চূই গল☺🌺
Thank you ❤
Komol dada bohut val hokolua jana iman val
হৃদয় চুই যোৱা গীত আৰু ভিডিওটি❤❤
বৰ ভাল লাগিল ☺
❤❤❤❤বিচাৰি পাইছোঁ নিজকে এই গানটোত ' বহুত ভাল লাগিল ❤ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গানটোৰ লগত যৰিত থকা সকলোকে 🙏🙏🙏
Herai jabo nidibana, andhar ahibo vahi jana.. Iffff❣️
কণ্ঠটোত তৰালি বাৰ কণ্ঠটো বিচাৰি পালোঁ৷ ইমান ধুনীয়া কণ্ঠ৷ কথা, অভিনয় সকলো মন চুই যোৱা৷ হেঁপাহ নপলোৱা শুনি শুনি চাই চাই৷
Hoi
Hoi
Bht val lagil...
ইমান সুন্দৰ কথা সুৰ আৰু কণ্ঠ বাৰে বাৰে শুনি থাকিব পাৰি ।অন্তৰভৰি আশীৰ্বাদ আগুৱাই যোৱা
Thank you 💚❤️
ধূতি পিন্ধা দেখি বহুত ভাল লাগিল। এইটো এটা trend ত পৰিণত হওঁক।
নাজানো এই গানটো মই কিমানবাৰ শুনিলু....যিমানে শুনি থাকু সিমানেই কিবা নতুনত্ব বিছাৰি পাওঁ...গানটোৰ মাজত..😍খুব প্ৰিয় মোৰ❤❤❤❤❤❤❤❤❤
I thought its Tarali Sharma 's voice... lovely...very soothing...n Barsha Borah proud to see talented composer like you
Bhut val lage komoldaak 😘😘😘
অতি 🎉 সুন্দৰ,,,,,,
অতি সোনকালেই নতুন শুনিবলৈ পাম নিশ্চয়,,,
শুভেচ্ছা থাকিল ❤❤❤
অসমীয়া গানৰ এটা নতুনত্ত্ব প্ৰকাশ পাইছে নতুন ধাৰণাৰে । হৃদয় চুই যোৱা অনুভৱ আৰু কণ্ঠ ।
Bohut hundr anekua gan lage fully relex
Dhuniya composition, dhuniya music... Lyrics dhuniya.... Voice aru acting o dhuniya hoise... Gaan r feel tu ahise video tut...best wishes thakil gotei team tuk... Enekuwa bhal gaan aru lage...❤️❤️❤️🔥🔥🔥
Bohut vl lagil 💕💕💕💕😍
তৰালি শৰ্মা বা ৰ voice যেন লাগে ....হৃদয়স্পৰ্শী গীত❤❤❤ উফফফ💓💓💓💓💓 অন্তৰ চুই গ'ল ...হাজাৰ বাৰ শুনিলেও হেঁপাহ নোপোলায়❤❤❤❤ গানটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিলৈ শুভকামনা থাকিল💐💐💐💐💐💐💐 আপোনালোকৰ শুভাকাংক্ষী💕💕💕💕💕💕💕💕💕
মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,
গান টো শুনি শুনি মন্ত্ৰমূগ্ধ হৈ পৰিছো।এক অজান মধুৰ আবেশে মন উটলা কৰিছে।
Torali baar nisina lagise......❤️❤️❤️
Bohuttt val lagile gan to huni ,,,, vakha ni aru kobole ,, bohutt val bohut val
খুব ভাল লাগিল ,,
যিমান শুনিলেও আমনি নালাগে ,,, ধন্যবাদ ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে
huni thakibole mon jua geet ❣️
Yes... Size doesn't matter.. M touched
Bhut hundor hoise moi hodai hunu.. Mojaaa👌👌
Love love love this song ❤️❤️❤️❤️
১০০ বাৰ শুনিছোঁ , শুনিয়ে আছোঁ..…🍁
Huni a thaku hodai bt hodai new experience..really amazing
ধুনীয়া সুৰ, কথা। লগতে বাইদেউ জনীৰ মাত মৌৰ দৰে। সাংঘাতিকভাবে গীতটিৰ প্ৰেমত পৰি গৈছো।।
খুব ভাল হৈছে সকলো দিশ ,কমল লোচন জুই ।
গানটো মই বাৰে বাৰে শুনিছো....অতি সাৱলীল গীতৰ কথা আৰু সুন্দৰ কন্ঠ
Gan tor premt bare bare paru.. imn dhuniya... Lyrics or lgt voice to mili goici.. nice song 👍👍
Thank you so much ❤️
Xosa Bohut morom loga gam ❤️ fabulous outstanding awesome 😊
বহুত ধুনীয়া ধুনীয়া নুশুনাকৈ আছো মই😭 বৰ ভাল লাগিল গানতো
তৰালী বা যেন ভাৱ আহি গল । ধুনীয়া হৈছে
Tarali jen lage lage kontho 2..nice very nice mazza song
I'man dhuniya hoise Gaan tu...💕💕💕💕 Kudos to the entire team...
And Kamal Lochan..what a brilliant actor🤗💕
what a video...hobdo a nai prokakh koribor...ki dhunia..hundor...
Baa tumar maat khar eman kumol,,gaan tu huni eman bhal pao ,, hello tune ,ringtone hokolute rakhisu,, ৰাতিৰ নিজানত headphn লগাই শুনি বিৰাত ভাল লাগে❤️❤️💚💚
Thank you so much ❤
Bor dhunia lagil xuni.
মাতটো অলপ তৰালী বাৰ দৰে। বিৰাট ধুনীয়া গান
Ontor sui juwa song❤❤❤❤
Simply mojjaaah... Awesome hero and a sweet girl in a sweet story 😍😍😍
Moja namrata ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ bht val lgil.....
তুমি নাই আজি কাষত
কিন্তু আজিও বিলীন তোমাতেই মই
এই গানটোৱে তোমাক আজিও ৰাখিছে মোৰ মনৰ মাজতে..
✌️
Ouu 😭 muru hoi paise anakuya😭😭
Emn hundor gan amak agborhuwar babe thank you ❤️💙
Woww...just wowww....emn soft voice nd the song is so much hearttouchble❤️❤️hunie thkibo mon jai
bohut dhuniya lagil dei