Ardhangini Title Song - Subasana Dutta Ft. Prastuti Porasor (Abahan Theatre 2023-24)
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- Abahan Theatre presents
Ajoy Phukan Musical
Prastuti Porasor as Ardhangini
Lyrics: Abhijit Bhattacharya
Music Composer:Ajoy Phukan
Singer : Subasana Dutta
Music Producer: Tarun Tonmoi
Baking vocal : Rohit Sonar Tarun Tanmoy
Guitar: Mon
Flute: Anjan Medhi
Video Credits
Starring: Prastuti Porasor,Sanjib Sarma,Jaffy Bakshi
Director : Chittaranjan Parasar And Uday Shankar
Asst. Director: Kaku
Cinematographer : Bipul Das
Make Up: Arup Das
Costume: Rani Dutta Baruah
Editor : Simanta Kalita
DI: Shyamal Das
Production controller : Balen And Raju
Management : Anjali Hatibaruah And Utpal Bezbaruah
Transport: Habijur Rahman and Motiyar Rahman
Special Thanks to Manash Das
#ardhangini #Prastuti_Porasor
সুবাসনা বা আৰু নিলাক্ষী নেওঁগ- উফ কণ্ঠ। বহুত কণ্ঠশিল্পীতকৈ উৰ্দ্ধত এওঁলোক।
আবাহনৰ মঞ্চত যি নাটক মঞ্চস্থ কৰা হয় প্ৰতিখন নাটকে যে সমাজলৈ কিবা নহয় কিবা এটা বাৰ্তা আনে❤️❤️
হৃদয় স্পৰ্শ কৰি যোৱা এটি গীত। আৱাহন থিয়েটাৰ ৰ সকলো কলা কৌশলী লৈ আন্তৰিক অভিনন্দন জনালোঁ।
"অৰ্ধাঙ্গিনী"🔥,,বহুত আহিব বহুত যাব,কিন্তু স্থান কোনেও ল'ব নোৱাৰিব Prastuti ba ❤️
1
Hoy
কবলো ভাষা নাই । মন ভৰি গল হত বাৰ প্ৰনাম🙏🙏🙏🙏🙏🙏🙏আপোনালোকৰ পৰিয়াললৈ ।নোদেখা জনলৈ মংগল কামনাৰ দুইহাত আগ বহালো মই
মা💞🙏❤❤❤❤❤❤❤❤❤❤
এটি শব্দ নহয় "মা" হৈছে এক বুজাৱ নোৱাৰা শিহৰণ ! প্ৰতিটো সুখ দুখত ক্ষণত আমাক মৰম দিৱ পৰা
সেইজনেই "মা"🥰 I love my family ❤❤❤❤
হৃদয় স্পৰ্শ কৰি যোৱা এটি গান। গীতৰ কথা বৰ ধুনীয়া ❤। সুবাসনা বাৰ কণ্ঠ ❤❤❤
Prastuti baa always awesome❤❤❤
Correct 💯
জীবন ৰ লগত কিছু কৰাত যেন মিল হিয়া খন পাথৰ কৰিজীয়াই
থকাৰ অধিকাৰ
সুন্দৰ অভি নয়
হিয়া ভৰা মৰম যাচিলো
সদায়ে আমাৰ গৌৰৱ ❤
হৃদয় চুই গৈছে ❤
হৃদয় স্পৰ্শ কৰি তোলা গীত।গাৰো নোম শিয়ৰী উঠে।❤সুবিধা বাৰ গান বহুত ভাল লাগে।
Prastuti Baa always awesome 👍
হৃদয় স্পর্শ কৰি যোৱা গীত বহুত ভাল লাগিল
Speechless, wordless...just amazing 😍 subasana baa, prastuti baa🔥
Subashana baa's voice❤️❤️
গীত টোত থকা গোটেই খিনি কথা বা অভিনয় একবাৰ হৃদয়ত খুমাই লৈ উপভোগ কৰিব। অলপ হলেও চকুপানী নিগৰিব।।মোৰ চকু পানী ৰখাব পৰা নাই।ভগবান কসম😭😭😭।।সুন্দৰ লাগিছে।।
বৰ্তমান সময়ৰ এক শ্ৰেষ্ঠ আদৰ্শ মূলক গীত বহুত ভাল লাগিল।
সুবাচনা বাৰ প্ৰতি টো কণ্ঠই ভাল লাগে।
@subasana dutta voice is the best for this type of lyrics.
উফ🥺....... ক'বলে ভাষা নাই ultimate 😍😍😍
Wow❤ হৃদয় চুই গʼল😢
এই নাটকখন চায় ইমান ভাল লাগিছে। আৰু এবাৰ চাৱ বহুত ইচ্ছা আছে। বহুত দুখ লাগিছে এই নাটকখন চায়।হৃদয় স্পৰ্শ কৰি যোৱা এখন নাটক😢😢
Bohut dhuniya lagise❤❤❤হৃদয় চুই গল😢😢
আৱাহন থিয়েটাৰ নাটক নিৰ্বাচন ৰ ক্ষেত্ৰত অনন্য অদ্বিতীয়। হদয়ত বুজাব নোৱাৰা এক শিহৰন। অহা 13চেপ্তম্বৰলৈ প্ৰস্তুতি বাৰ লগতে আৱাহন থিয়েটাৰৰ শিল্পী সকলৰ অভিনয় চাবলৈ আনন্দবজাৰত অপেক্ষাৰে বাত চাই ৰৈ থাকিলো।
সঁচাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গীত 😢
Subhasana dutta ba...wao voice 👌
সকলোয়ে এবাৰ নাটক খন চাওক।। বর্তমান সময়ত চলি থকা পৰিস্থিতি ৰ ওপৰত নাটক খন।। সচাই বৰ সুন্দৰ হৈছে অভিনয় সকলোৰে।।
হৃদয় ছোই জোৱা এটা গান
Prastuti ba eman dhuniya aciting ❤❤❤❤
হৃদয় স্পৰ্শ কৰা এটি গান, প্ৰায় ১ ঘণ্টা গানটো শুনিছো, অভিনয় কি সুন্দৰ, ৰজগড় ত চাব বাবে অতি আগ্ৰহেৰে ৰৈ আছো।
অকনমান দেখিএ জানিব পাৰিলো যে এই নাটক খনে মানুহক বহুত শিকাব।
Eman dhuniya gaise moi Kandi disu selut subasona aru aguai jowa
উফ্ ! কান্দি দিলোঁ😢
nice to the power infinity 💕💕💕💕💕.............
Base on Today's generation 🙂❤️
কবলৈ ভাষা নাই..হৃদয় চুই গৈছে।
খুবেই সুন্দৰ গীত,❤
বহুত ভাল লাগিছে 💞
ৰাতিপুৱাৰ পৰা ১০০বাৰ মান শুনিবলৈ ❤
Iman dhuniya avinoi ....bhut val lagil
Ki kom bar bikhoi subasana bar song bor buhot buhot a val laga mor love you baa❤❤
সুন্দৰ গীত ❤
উফ! কি সুৰ, অভিনয়🥰
ৰৈ ৰৈ অৱশেষত পালোঁ গীতটো❤❤
বহুত বেছি ভাল লাগিল❤ৰৈ আছো
Best dhuniya Natok akhon.. 'ARDHANGINI' bahut val lagil sai kine.
Bohut bhal lagile sai 💓
জয় আবাহন থিয়েটাৰৰ,,,,,,,,,,
Gaan2 bohut val lagil .❤❤
..my favourite Subasana ba ...
নিলাক্ষী বা আৰু সুবাসনা বা ইমান ধুনীয়া কন্ঠ ❤❤
Xosai Mon .pran sui gol o ganto xuni Uff ❤️
Jinonor heh homoy loikr kebol husband wife etua hitur logot thke baki kunu nthke...gaan kiman bar hunilu hisab nai..bor dhunia gaan dei vashare bujabo nuari❤
🥺🥺❤️❤️ excellent
Bohut Val lagil sokur Pani ulai goise bokut khunda Mari jowa kahani
ছুআলি বাবে মাক কেতিয়া নাপাহু🥰🥰🥰
Best act today's genaration
অভিনয় বোৰ বেছি ভাল লাগিল❤❤
.hridoisporkhi.. Nice Concept.. Prostuti bar ovinoi aaru subakhona bar kontho.. Opurbo❤❤❤❤
Subasana Baa love from my whole family ❤
বহূত দিনৰ মূৰত কিবা এটা ভাল লাগিল
Moja Abhijit Ajoy Tarun Subasana
Nice postuti baa
Hridoi sekuri kandibo mon goise...subhasana baa ru prastuti baa ❤i love you
ইমান ধুনীয়া অভিনয় লগতে ধুনীয়া হৃদয়স্পৰ্শী এটি গান ❤
অতি সুন্দৰ হৈছে
হৃদয় চুই গল 😢😢😢😢😢
❤❤❤❤❤😊
❤❤nice song
Heart touching song ❤❤❤
One of the best singer. Sebasana
সুন্দৰ 🙏অভিনয়.. ভাষাৰে বুজাব নোৱাৰি.... 🥺🥺
Nobo projonmor kisumane khikha lua ussit 🙏🙏🙏
Amazing❤❤❤
Best song & today new generation...
I love prastuti ba ❤❤ bohut. Val pau
বৰ্তমানৰ বাস্তৱ কাহিনী বহুত ভাল হৈচে
Beautiful song.. the play is one of the best of recent times. Just watched it yesterday.
সুন্দৰ গীত ।
Darun hoise
বহুত সুন্দৰ অভিনয়, সুৰ
This is totally touched my heart ❤️❤️ maa dewtar pisot hodai husband e apun ai prithibi t baki bur sob misa😢
Prastuti baideu acting mojjaa
I like this song 😍😍😍❤
বহুত ভাল লাগিল গানটো ❤👏🙂
Fvrt song ❤
Great dialogues ❤️
Heart touching song
অন্তৰ স্পৰ্শ কৰি যোৱা এটি গান।।❤❤❤
Love from Baihata Chariali.❤
10bar xunilu hy gan2emn vl lagese I love this song ❤❤❤❤
❤❤❤❤❤ ভাষা নাই কি বুলি কম বহুত সুন্দৰ
My favorite one.
হৃদয় চুই যোৱা নাটক অʼ......🥺
❤❤❤❤❤❤
Moja pasuti ba
Sweet song
ardhagini beautiful 2023 best best ❤❤❤❤❤❤❤❤❤❤❤❤❤ best best best best ❤❤❤❤❤❤❤❤❤
Bohut hundor baa tumi maa hopun ki hukai disa ❤🎉.
Prashtuti baideor iman dhunia abhinay asha korisu baideok bhagabane bhale rakhok
অতি সুন্দৰ গান আৰু কাহিনী অন্তৰ স্পৰ্শ কৰিব পাৰে