ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সকলোলৈকে ধন্যবাদ জনাইছোঁ। মোৰ দুটামান প্ৰশ্ন আগ বঢ়াইছোঁ। প্ৰশ্ন কেইটা মাতৃভাষাৰ ভাওনাৰ ওপৰত।প্ৰশ্ন-১:- ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰাওতে গীতত প্ৰৱেশ কৰাব লাগিবইনেকি।প্ৰশ্ন-২:- একেখন তালত বহুপ্ৰকাৰৰ ভাৱৰীয়াক প্ৰৱেশ কৰোৱাটো কেনেকৈ শুদ্ধ হ'ল। প্ৰশ্ন-৩:- আজিকালি সুত্ৰধাৰ ওলোৱাৰ আগত দোহাৰ স্থানত গায়ন-বায়ন সকলে অখণ্ড মণ্ডল শ্লোক আৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু শ্লোক গীতৰ আকাৰে খোলে-তালে গোৱা দেখিছোঁ। শ্লোক গীতৰ ৰূপত গোৱা শুদ্ধনে। সুত্ৰধাৰ ওলোৱাৰ আগমুহুত্বত এই শ্লোক সমুহ গোৱা শুদ্ধনে।
সুন্দৰ প্ৰশ্ন, আমাৰো জানিব ইচ্ছা আছিল।
সঁচাই চাৰে বহুত সুন্দৰ কৈ বুজাই দিছে ।
ধন্যবাদ
এনেধৰণৰ গঠনমূলক আলোচনা কেতিয়াও শুনা নাছিলো। আজি আমি নিজেই ধন্য মানিছো, উদ্যোক্তা লৈ ধন্যবাদ জ্ঞাপন কৰিছো
কৃষ্ণ কৃষ্ণ, ভূঞা ছাৰৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ 🙏
কৃষ্ণ🙏🙏🙏
PpLl
সুন্দৰ পদক্ষেপ। বহু কথা জানিব পাৰিলো।
সচাকৈ বৰ ভাল কথা আলোচনা বিষয় টো মজা কথা এনে ধৰণৰ আলোচনা বিষয় হ'লে আমাৰ সমাজত থকা ভাওনাৰ ভুল বোৰ শুদ্ধ হ'ব আৰু প্ৰকৃত ভাওনা দেখিবলৈ হ'ম
আচলতে যি সকল অভিনয় কৰা লোক, তেওঁ লোক মঞ্চত আছে নে, নাই। আলোচনা বৰ ভাল লাগিছে।
প্ৰশংসা কৈ শেষ কৰিব নোৱাৰিসুন্দৰ প্ৰদ্যশেপ
🙏
বৰ সুন্দৰ লাগিছে ভূঞা ছাৰ
Bor hundor onusthan
khub hundor...
❤❤
ভাল লাগিল 🙏🙏 বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় আলোচনা...
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Vl lagil Jana uchit.
বহুত সুন্দৰ ভিডিঅ দিলা, সূমিত ককাইদেউ🙏💖🙏
Krishna Krishna Baapjona.... Jai Guru Sankara
সুন্দৰ আলোচনা।বহুত খিনি জানিব পাৰিলো
বৰ ভাল লাগিল ৷ জানিবলৈ পাই সুখী হ’লো
কৃষ্ণ ভাল লাগিল।
দ্বিতীয় বক্তা জনৰ কথা কেইটা সঁচাই বহুত বেছি ভাল লাগিল🙏🏻🙏🏻🙏🏻🙏🏻
Hekhot kuwa 2jonr ktha khini bhut vl lgilll
বহুত ভাল লাগিল আৰু বহুত কথা জানিব পাৰিলো । সকলোকে ধন্যবাদ জনাইছো 🙏🙏
বৰ সুন্দৰ সময় উপযোগী অনুষ্ঠান, বহুত কথা জানিব পাৰিলো, ধন্যবাদ আয়োজক মণ্ডলী , ভিডিঅ' টি দিয়া বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। 💐🙏
উজনি অসমৰ লোকসকলে মধ্য অসমৰ ভাওনা ক insult কৰাৰ আগতে এই অনুষঠানটি চাই ললে ভাল হয়
Bhal lagli khura
Hundor. Val. Lagil. ❤❤
Vallll lagil 🙏🙏🙏🙏🙏🙏
খুউব সুন্দৰ আলোচনা
বহুত ভাল কথা কৈছে
সুন্দৰ কঠোপক
Hundor
Bahut njna Kotha o jniba pai vl lgil Karan vhaona mur o priyo ❤️
কৃষ্ণ🙏ধন্যবাদ
সুন্দৰ আলোচনা।
ইমান সুন্দৰ আলোচনা চক্ৰ সঁচাই সুন্দৰ নিদৰ্শন বুলিব পাৰি। কিন্তু ৰাইজৰ উপস্থিতি সেৰেঙা দেখা গৈছে। তাৰ কাৰন বুজিব নোৱাৰিলোঁ।
বহুত ভাল লাগিল বহুত নজনা কথা জানিব পালোঁ 🙏
ভাল লাগিল 🙏🙏
ATI sunder
সুন্দৰ ৷৷
বৰ দৰকাৰী ভিডিঅ'💙 ধন্যবাদ 💜
Very nice performance. Krishna Krishna Krishna.
সুন্দৰ ব্যাখ্যা 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ভাল লাগিল
পৰম্পৰা বানানটো ভুল হৈ গল ক্ষমা কৰিব।
ধন্যবাদ ছাৰ
🙏🙏
ভাল লাগিল
অনুষ্ঠান টো চাই ভাল লাগিল আমি বিচাৰোঁ ভাওনাৰ মূল শিপা ডাল যাতে উঘলী নেজাই সদাই কামনা কৰো । এজন ব্যক্তিৰ প্ৰশ্ন কেইটা সুন্দৰ ঠাইত উপস্থাপন কৰিছে। আজি কালি ভাওনাৰ গীত মাত প্ৰবেশ বহুত অতিৰঞ্জিত কৰে থিয়েটাৰ নে ভাওনাৰ ধৰিব নোৱাৰি । এই খিনি এতিয়া প্ৰম্পৰা ৰ ভিতৰত আনিব নোৱাৰি লে এটা সময়ত ভাওনা অষ্টিষ্ট নাই কিয়া হৈ যাব।মোৰ সামান্য অনুভৱ অৱগত কৰিলো,।
অতি সুন্দৰ আলোচনা🙏
Hundor aaluchona sokro. Maani lole hol dol homuhe
Vawna vl pau ...bohut kotha hikilu..
🙏🏼🙏🏼🙏🏼
কৃষ্ণ , ভাল লাগিল। 🙏🙏 আৰু এনে আলোচনা সম্পৰ্কীয় ভিডিঅ পাম বুলি আশা ৰাখিলোঁ। 🙏🙏
সুন্দৰ.. বহু কথাই জানিব পাৰিলোঁ... সভাৰ আৰু ভিডিঅ দিয়ক
বহুতো নজনা কথা শিকিলোঁ 🙏
সময় উপযোগী আলোচনা।
@@sumitsaikiaofficial2991 oll
O9
99o9
Oo99oo
সকলোকে সেৱা জনালোঁ
আমাৰ গুৰুজনাক প্ৰণাম
৫০০ বছৰৰ পাছত হে শুদ্ধ হ'ব দেখি
প্ৰভু মন্দিৰ আৰু নামঘৰৰ মাজত কিবা পাঠ্যক্ৰ আছে নি জনাব । নাজানো কাৰণে হুধিছোঁ
ভাওনা ওপৰত কৰক প্ৰশ্ন কৰক যিহেতু ভাওনা সক্ৰান্তীয় আলোচনা।
নাৰদৰ গীতসমূহ কেনে হোৱা উচিত
পৰুৱাই কামুৰা গৰু দৰে জপিয়াই প্ৰৱেশ কৰি নিজকে অতিৰঞ্জিত কৰা কিজনে অনুষ্ঠানটো চাবৰ বাবে অনুৰোধ থাকিল ।
Bor sundor alusona dei.aru eta kotha aji kali mal nukuwakoi bosonei Kobo nuware seitu bisoe alop vabibosun
গুৰুজনে ভাওনাাৰ প্ৰতিযোগিতা পাতিবলৈ ৰচনা কৰা নাচিল,জনগণ ভকত বৈষ্ণৱৰ মাজত আধ্যাত্মিক ধাৰা তথা ভক্তি মাৰ্গৰ ৰক্ষাৰ বাবেহে এই নাট সমূহ ৰচনা বা প্ৰস্তত কৰিছিল।এতিয়া ইয়াক লৈ প্ৰতিযোগিতা ই কিমান সমোচিত কৰ্ম ই এটি ডাঙৰ প্ৰশ্ন?কাৰণ প্ৰতিযোগিতাত বহু বাহ্যিক কাৰণ থাকে,আজিৰ ভাওনাত ঐতিৰ্য্যহীন কৰ্ম দেখা পোৱা যায়,গীত মাতৰ কথা কি কম? মুঠতে ই মেলামুখী আৰু দেখোৱাৰ লগতে ৰজগুণীয়া হৈ গৈছে।ভাৰতৰ কোনো জাতিয়ে নিজৰ কৃষ্টি সংস্কৃতিক লৈ প্ৰতিযোগিতা নাপাতে,পৰম্পৰা হে ৰক্ষা কৰে।আৰু বহুকথা আহি পৰিছে ভাওনা প্ৰতিযোগিতা মসূহত।মুঠতে এনে প্ৰতিযোগিতি পতাৰ আগতে বহু কথা চিন্তা কৰা উচিত🙏🙏
Bandoror.pobesh.bujilu.kintu.dalor.bandorne.bali.sugrib.bali.sugibtu.dalor.bandor.nohoi.enekoi.ulaboloi
যোগাযোগ কৰিব তেখেতসকলক,কৃষ্ণ🙏🙏🙏
Kotha khini val lagile but jitu Bishnu probekh dekhale teu val loga nai aneke sokro khn emn ke lorai nathake upor tol kori , honkho tu alp uporot dhore aru emn vori nemele
🙏🙏🙏🙏
সকলোলৈকে ধন্যবাদ জনাইছোঁ। মোৰ দুটামান প্ৰশ্ন আগ বঢ়াইছোঁ। প্ৰশ্ন কেইটা মাতৃভাষাৰ ভাওনাৰ ওপৰত।
প্ৰশ্ন-১:- ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰাওতে গীতত প্ৰৱেশ কৰাব লাগিবইনেকি।
প্ৰশ্ন-২:- একেখন তালত বহুপ্ৰকাৰৰ ভাৱৰীয়াক প্ৰৱেশ কৰোৱাটো কেনেকৈ শুদ্ধ হ'ল।
প্ৰশ্ন-৩:- আজিকালি সুত্ৰধাৰ ওলোৱাৰ আগত দোহাৰ স্থানত গায়ন-বায়ন সকলে অখণ্ড মণ্ডল শ্লোক আৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু শ্লোক গীতৰ আকাৰে খোলে-তালে গোৱা দেখিছোঁ। শ্লোক গীতৰ ৰূপত গোৱা শুদ্ধনে। সুত্ৰধাৰ ওলোৱাৰ আগমুহুত্বত এই শ্লোক সমুহ গোৱা শুদ্ধনে।
সুন্দৰ প্ৰশ্ন, আমাৰো জানিব ইচ্ছা আছিল।
সঁচাই চাৰে বহুত সুন্দৰ কৈ বুজাই দিছে ।
ধন্যবাদ
এনেধৰণৰ গঠনমূলক আলোচনা কেতিয়াও শুনা নাছিলো। আজি আমি নিজেই ধন্য মানিছো, উদ্যোক্তা লৈ ধন্যবাদ জ্ঞাপন কৰিছো
ধন্যবাদ
কৃষ্ণ কৃষ্ণ, ভূঞা ছাৰৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ 🙏
কৃষ্ণ🙏🙏🙏
Pp
Ll
সুন্দৰ পদক্ষেপ। বহু কথা জানিব পাৰিলো।
সচাকৈ বৰ ভাল কথা আলোচনা বিষয় টো মজা কথা এনে ধৰণৰ আলোচনা বিষয় হ'লে আমাৰ সমাজত থকা ভাওনাৰ ভুল বোৰ শুদ্ধ হ'ব আৰু প্ৰকৃত ভাওনা দেখিবলৈ হ'ম
কৃষ্ণ🙏🙏🙏
আচলতে যি সকল অভিনয় কৰা লোক, তেওঁ লোক মঞ্চত আছে নে, নাই। আলোচনা বৰ ভাল লাগিছে।
প্ৰশংসা কৈ শেষ কৰিব নোৱাৰি
সুন্দৰ প্ৰদ্যশেপ
🙏
বৰ সুন্দৰ লাগিছে ভূঞা ছাৰ
ধন্যবাদ
Bor hundor onusthan
ধন্যবাদ
khub hundor...
ধন্যবাদ
❤❤
ভাল লাগিল 🙏🙏
বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় আলোচনা...
কৃষ্ণ🙏🙏🙏ধন্যবাদ
Vl lagil Jana uchit.
ধন্যবাদ
বহুত সুন্দৰ ভিডিঅ দিলা, সূমিত ককাইদেউ🙏💖🙏
Krishna Krishna Baapjona.... Jai Guru Sankara
সুন্দৰ আলোচনা।বহুত খিনি জানিব পাৰিলো
ধন্যবাদ
বৰ ভাল লাগিল ৷ জানিবলৈ পাই সুখী হ’লো
ধন্যবাদ
কৃষ্ণ ভাল লাগিল।
ধন্যবাদ
দ্বিতীয় বক্তা জনৰ কথা কেইটা সঁচাই বহুত বেছি ভাল লাগিল🙏🏻🙏🏻🙏🏻🙏🏻
Hekhot kuwa 2jonr ktha khini bhut vl lgilll
বহুত ভাল লাগিল আৰু বহুত কথা জানিব পাৰিলো । সকলোকে ধন্যবাদ জনাইছো 🙏🙏
ধন্যবাদ
বৰ সুন্দৰ সময় উপযোগী অনুষ্ঠান, বহুত কথা জানিব পাৰিলো, ধন্যবাদ আয়োজক মণ্ডলী , ভিডিঅ' টি দিয়া বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। 💐🙏
ধন্যবাদ
উজনি অসমৰ লোকসকলে মধ্য অসমৰ ভাওনা ক insult কৰাৰ আগতে এই অনুষঠানটি চাই ললে ভাল হয়
🙏
Bhal lagli khura
Hundor. Val. Lagil. ❤❤
ধন্যবাদ
Vallll lagil 🙏🙏🙏🙏🙏🙏
ধন্যবাদ
খুউব সুন্দৰ আলোচনা
ধন্যবাদ
বহুত ভাল কথা কৈছে
ধন্যবাদ
সুন্দৰ কঠোপক
ধন্যবাদ
Hundor
ধন্যবাদ
Bahut njna Kotha o jniba pai vl lgil Karan vhaona mur o priyo ❤️
কৃষ্ণ🙏ধন্যবাদ
সুন্দৰ আলোচনা।
ধন্যবাদ
ইমান সুন্দৰ আলোচনা চক্ৰ সঁচাই সুন্দৰ নিদৰ্শন বুলিব পাৰি। কিন্তু ৰাইজৰ উপস্থিতি সেৰেঙা দেখা গৈছে। তাৰ কাৰন বুজিব নোৱাৰিলোঁ।
কৃষ্ণ🙏🙏🙏
বহুত ভাল লাগিল বহুত নজনা কথা জানিব পালোঁ 🙏
ধন্যবাদ
ভাল লাগিল 🙏🙏
ধন্যবাদ
ATI sunder
সুন্দৰ ৷৷
ধন্যবাদ
বৰ দৰকাৰী ভিডিঅ'💙 ধন্যবাদ 💜
ধন্যবাদ
Very nice performance. Krishna Krishna Krishna.
সুন্দৰ ব্যাখ্যা 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ভাল লাগিল
ধন্যবাদ
পৰম্পৰা বানানটো ভুল হৈ গল ক্ষমা কৰিব।
ধন্যবাদ ছাৰ
🙏🙏
ভাল লাগিল
ধন্যবাদ
অনুষ্ঠান টো চাই ভাল লাগিল আমি বিচাৰোঁ ভাওনাৰ মূল শিপা ডাল যাতে উঘলী নেজাই সদাই কামনা কৰো । এজন ব্যক্তিৰ প্ৰশ্ন কেইটা সুন্দৰ ঠাইত উপস্থাপন কৰিছে। আজি কালি ভাওনাৰ গীত মাত প্ৰবেশ বহুত অতিৰঞ্জিত কৰে থিয়েটাৰ নে ভাওনাৰ ধৰিব নোৱাৰি । এই খিনি এতিয়া প্ৰম্পৰা ৰ ভিতৰত আনিব নোৱাৰি লে এটা সময়ত ভাওনা অষ্টিষ্ট নাই কিয়া হৈ যাব।মোৰ সামান্য অনুভৱ অৱগত কৰিলো,।
🙏
অতি সুন্দৰ আলোচনা🙏
ধন্যবাদ
Hundor aaluchona sokro. Maani lole hol dol homuhe
🙏
Vawna vl pau ...bohut kotha hikilu..
ধন্যবাদ
🙏🏼🙏🏼🙏🏼
কৃষ্ণ , ভাল লাগিল। 🙏🙏
আৰু এনে আলোচনা সম্পৰ্কীয় ভিডিঅ পাম বুলি আশা ৰাখিলোঁ। 🙏🙏