ভগৱান চৰিত্ৰৰ অন্যতম শ্ৰেষ্ঠ ভাৱৰীয়া ৰোহণ দত্ত | Sinaki #11 | Vauna | Bhauna

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • ভগৱান চৰিত্ৰৰ অন্যতম শ্ৰেষ্ঠ ভাৱৰীয়া ৰোহণ দত্ত | Sinaki #11 | Vauna | Bhauna
    বহু যুক্তিপূৰ্ণ তথা তথ্য সম্বলিত কথাৰে চিনাকীৰ আজিৰ খণ্ডৰ অতিথি ভগৱান চৰিত্ৰৰে দৰ্শকৰ হৃদয় জয় কৰা ৰোহণ দত্ত।
    আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
    যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
    Cover Topic:
    Sinaki
    Rohan dutta vauna
    Ruhon Dutta vauna
    Ruhan dutta
    Ruhan dutta krishna
    Ruhan dutta bishnu
    Pmb mix
    assamese vaona
    Assamese interview
    Assamese podcast
    Assamese vauna
    Vauna
    Bhauna
    Vaona
    Vauna actor
    Assamese actor
    Vawna
    Bhaona
    Interview video
    Assamese vauna
    #pmbmix
    #sinaki

ความคิดเห็น • 95

  • @chayanikadihingia5720chinmoy
    @chayanikadihingia5720chinmoy หลายเดือนก่อน +2

    আজি তাৰিখত অন্তৰৰ পৰা সুন্দৰ কথা কৈছে, তেওক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @priyankihazarika9768
    @priyankihazarika9768 11 หลายเดือนก่อน +10

    শংকৰী সাহিত্যক আৰু নীতি আদৰ্শক প্ৰাধান্য দি আপুনি যি সমূহ বার্তা আগবঢ়ালে সেই সমূহে এতিয়াৰ লগতে আহিব লগা নৱ- প্ৰজন্মক বহুত উপকৃত কৰিব বুলি ভাবো , আপোনাৰ বার্তাসমূহ যুক্তিপূৰ্ণ ,এনেধৰণৰ যুক্তিপূন বার্তা সমূহ আমাৰ আজিৰ সমাজখনত খুবেই প্ৰয়োজন , এনেধৰণৰ বার্তা আমাৰ মাজলে প্ৰেৰণ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ 🙏

  • @dcddipudeka431
    @dcddipudeka431 11 หลายเดือนก่อน +7

    মৰমৰ ৰোহন, তোমাৰ সাক্ষাৎকাৰটিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ সংস্কৃতিৰ বিষয়ে যুক্তিপূৰ্ণ কথাবোৰ মোৰ বহুত ভাল লাগিল। 🙏🏻🙏🏻

  • @amlandip
    @amlandip 11 หลายเดือนก่อน +6

    অধ্যয়নপুষ্ট এজন ভাৱৰীয়া।প্ৰকৃত শিল্পী ৰোহন।।❤

  • @yatra7258
    @yatra7258 8 หลายเดือนก่อน +2

    ৰোহনৰ যথেষ্ট অধ্যয়ন কৰিছে৷ ভাল লাগিছে৷ সকলো ভাওনাৰ শিল্পীয়ে অধ্যয়ন কৰাটো অতি প্ৰয়োজন৷

  • @lukumainaborah6109
    @lukumainaborah6109 11 หลายเดือนก่อน +2

    সদায় বিশেষ ৰুহন । কবলৈ লিখিবলৈ ভাষা নাই । এজন অধ্যয়ন পুষ্ট অভিনেতা । বিশেষ নকওঁ । নৃসিংহ মহাপ্ৰভূয়ে সদায় মংগল কৰক 🙏❤️❤️❤️

  • @pranabjyotiofficial659
    @pranabjyotiofficial659 11 หลายเดือนก่อน +2

    শঙ্কৰদেৱক লৈ ষ্পষ্ট ভাৱে গৌৰৱ কৰা এজন প্ৰকৃত মানুহ। জয় আই অসম। জয় গুৰু শঙ্কৰ।।

  • @dilipdutta3270
    @dilipdutta3270 11 หลายเดือนก่อน +2

    ৰোহন তোমাৰ সাখ্যাৎকাৰৰ বক্তব্য খিনি ইমান সুন্দৰকৈ বাখ্যা কৰিছা,আমাৰ সম্পূৰ্ণ হৃদয়ংগম হৈছে.তোমাৰ পৰা বহু নজনা কথা শিকিলো.মই এজন নামতি আৰু বায়ন হৈয়ো কিছু মান কথা জনা নাছিলো.ভগৱানক পাৰ্থনা জনাইছো তোমাৰ মনো কামনা যাতে পুৰন কৰে.গুৰুজনাৰ বাবে কাম কৰি যোৱা .নতুন প্ৰজন্মকো তোমাৰ ভাৱ ভাৱনাৰে আগুৱাই নিয়া তাৰেই কামনা কৰিছো লগতে তোমাৰ ভবিষ্যত্ জীৱনো উজ্জ্বল । হওক

  • @chironjetabora3831
    @chironjetabora3831 3 หลายเดือนก่อน

    Ruhon Daa always Best ❤🎉

  • @MadhuranjanBuragohain-wl4qx
    @MadhuranjanBuragohain-wl4qx 17 วันที่ผ่านมา

    ভাল লাগিলে আপোনাৰ কথাবোৰ । ❤

  • @bituponboraassam9322
    @bituponboraassam9322 11 หลายเดือนก่อน +2

    আজি অত দিনৰ পৰা যিবোৰ কথা শুনিবলৈ বিচাৰি আছিলোঁ সেইবোৰ কথা আজি এজন প্ৰকৃত ভাওৰীয়াৰ পৰা শুনিবলৈ পাই ভাল লাগিল । মোৰ দৃষ্টিত ৰোহন দত্ত দাদা হে এজন প্ৰকৃত ভাওৰীয়া ।
    জয় শ্ৰীকৃষ্ণ🙏
    জয় গুৰু শংকৰ 🙏

  • @rintumonidutta1456
    @rintumonidutta1456 11 หลายเดือนก่อน +1

    খুব ভাল লাগিল। যথেষ্ট অধ্যয়নপুষ্ট আৰু মননশীল। খুব কম বয়সতে এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হৈছে ৰোহন।
    আৰু আগবাঢ়ি যোৱা ৰোহন, শুভেচ্ছা যাচিলো

  • @tubemedia4674
    @tubemedia4674 11 หลายเดือนก่อน +1

    অসমৰ শ্ৰেষ্ঠ ভগবান জন। এখেতৰ আদৰ্শ বহু উপৰত। ভাল ভাল বিচাৰক বোৰেও ইমান খিনি কথা হইটো ঢুকি নাপাই বা এই মঞ্চত কোৱাও দেখা নাই, বাকী বাৰ্তালাপ হোৱা সকলৰ কথা বোৰ আত্মকেন্দ্ৰিক। কিন্তু ৰোহণ দা ব্যতিক্ৰম। কথা পাতি বৰ ভাল লাগে, সহজ সৰল। WhatsApp statust বহুত নজনা কথা দি থাকে। বহুত উপকৃত হৈছোঁ

  • @biswajitgogoi7686
    @biswajitgogoi7686 11 หลายเดือนก่อน +2

    দাদাজনৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়। ইমান যুক্তিপূণ কথা কৈছে। ভাওনা সংস্কৃতিৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলো।সমাজলৈ এটা ভাল বাৰ্তা যাব এই সাক্ষাৎকাৰটোৰ যোগেদি।#জয়তুভাওনাসংস্কৃতি#

  • @brojenkhargharia15
    @brojenkhargharia15 11 หลายเดือนก่อน +2

    Very good Bata god bless you gurujona Kripa korebo joi guru sonkor bohut val lagel sokune pratisudha vauna nohoi

  • @rahulhazarika1500
    @rahulhazarika1500 11 หลายเดือนก่อน +1

    সুন্দৰ অনুষ্ঠান।সচাকৈয়ে বৰ ভাল লাগিল ৰোহন দাৰ কথাখিনি।যথেষ্ট খিনি জানিব পাৰিলো,শিকিব পাৰিলো।পুনৰ আশা কৰিলোঁ তেওঁৰ লগত বাৰ্তালাপ।সকলো যথেষ্ট উপকৃত হব🙏🙏🥰🥰

  • @sumuashish7227
    @sumuashish7227 11 หลายเดือนก่อน +9

    Bhaunar bikhoi athoba nijor bikhoiloi bohute koi kintu Sankar devor niti adrokhor bikhoiloi kua Rohan dak hubhokamona jonalu.jukti honmoto bartta agborhale.esame beya pai labh nai.tathya hamriddha kotha agborhaise.dhanyabad.

  • @axomiyadrama0455
    @axomiyadrama0455 11 หลายเดือนก่อน +1

    সুন্দৰ বহুত বহুত যুক্তিপূর্ণ বাৰ্তা 🙏🙏🙏কৃষ্ণ

  • @bitupachani9256
    @bitupachani9256 11 หลายเดือนก่อน +1

    ৰোহন দাই বসোত সুন্দৰ কৈ কৈছে শুনি বসোত ভাল লাগিল❤❤ জয় গুৰু শংকৰ দেৱ

  • @asleshakachari8607
    @asleshakachari8607 11 หลายเดือนก่อน +1

    ৰোহনৰ কথাবোৰ বহুত ভাল লাগে সকলো কথা যুক্তিৰে ধুনীয়াকৈ বুজাই দিয়ে।

  • @sushilsaikia654
    @sushilsaikia654 3 หลายเดือนก่อน

    ভাল কথা

  • @ghanashyamborah1063
    @ghanashyamborah1063 11 หลายเดือนก่อน +1

    This interview is very remarkable,fruitful and authentic. Sriman Rohan Dutta go ahead. I have enjoyed your Shri Krishna Character and seen your prabesh,prasthan and dialogue delivery,stepping,acting action etc. those are actually mindblowing and outstanding.My suggestions to you also try to perform Ankia Naat Bhaona if opportinuty comes.May God bless you. I also pray to God for your bright future. Shriman Rohan Dutta is conversant and knowledgeable in respect of our both the Gurus.Deliberations on the Bhaona topic of Shriman Rohan dutta is very much valuable.(Ghanashyam Bora,Khanapara,Guwahati)

  • @cultureofsankardevamadhabd9053
    @cultureofsankardevamadhabd9053 11 หลายเดือนก่อน +1

    জানি ভাল লাগিছে যে প্ৰকৃত গুৰুজনাৰ নীতি আদৰ্শ অনুসৰণ কৰা ভাৱৰীয়া আছে। ভাওনাৰ মূল্য নাইকীয়া কৰি পেলালে এচামে। গোটেই পূজা কেন্দ্ৰিক হৈ পৰিল।
    জয় গুৰু শঙ্কৰ।
    কৃষ্ণ।

  • @Shruti-fo6sx
    @Shruti-fo6sx 11 หลายเดือนก่อน +1

    Chanda moni aru Rohon Dutta batalap huni val lagil Rohon ne bohut gurutrapurn kothare anuthan tu val loga hol val lagil .

  • @latukalita3457
    @latukalita3457 11 หลายเดือนก่อน

    বহুত বহুত বহুত নজনা কথা জানিলো, বহুত অনুপ্ৰাণিত হলো। ৰোহন দালৈ মৰম জনাইছো❤

  • @anuragdutta8991
    @anuragdutta8991 11 หลายเดือนก่อน +1

    জয় একসৰণ হৰি নাম ধৰ্ম🙏

  • @technicalhub9439
    @technicalhub9439 11 หลายเดือนก่อน

    বহুত লাখটকীয়া কথা কেইটামান ৰুহন দা যে কলে দেই।।।সঁচাই তেওঁ বৰ অভিজ্ঞতা পূৰ্ণ আৰু জ্ঞান থকা এজন অভিনেতা।।

  • @shashankagoswami3966
    @shashankagoswami3966 11 หลายเดือนก่อน

    41:19--44:48 বৰ সুন্দৰ কথা কৈছে ।। ভাল লাগে এনেকৈ খোলা অন্তৰৰ মানুহবোৰ।। যিজনে ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি ক'বলৈ সাহস ৰাখে 💝।।

  • @MrJintu939
    @MrJintu939 10 หลายเดือนก่อน +1

    বহু অধ্যয়ন কৰে দাদাজনে❤❤❤

  • @deadly6940
    @deadly6940 11 หลายเดือนก่อน +1

    বহুত ভাল লাগিল । ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।

  • @munmigogoidutta2824
    @munmigogoidutta2824 11 หลายเดือนก่อน

    বহুতৰ অপ্ৰিয় হ'লেও সত্য।সুন্দৰ বিশ্লেষণ।

  • @adityadas6958
    @adityadas6958 11 หลายเดือนก่อน

    ৰোহণ দত্ত দেৱৰ প্ৰতিটো কথাত একমত... পূজাত ভাওনা কৰাটো পৰম্পৰা হৈছে ...

  • @goutamkhanikar4881
    @goutamkhanikar4881 6 หลายเดือนก่อน

    Rohon daa vl lagil kothabur aapunar. Bohu nojona kotha hikib parisu.

  • @gauravdutta4549
    @gauravdutta4549 7 หลายเดือนก่อน +1

    Rohon da bht vl kth koisa❤❤❤❤❤❤❤❤❤

  • @satyajitbora6613
    @satyajitbora6613 11 หลายเดือนก่อน

    ❤ কৃষ্ণ দাদা আপোনাৰ কথাবোৰ সচাকৈ যুক্তিপূৰ্ণ

  • @bpgaming3271
    @bpgaming3271 11 หลายเดือนก่อน

    সত্য কথা আৰু ৰোহন এজন উপযুক্ত আৰু যোগ্য অভিনেতা 💌

  • @abhijitvasudev3283
    @abhijitvasudev3283 11 หลายเดือนก่อน

    Ruhon da ai karone mur priyo ,,, phnt jateau kotha patu tau lgt ,,gutai homoi kon bohut kothai hikibole pau ❤

  • @akanshasaikia8956
    @akanshasaikia8956 11 หลายเดือนก่อน

    সুন্দৰ অনুষ্ঠান।। বহুত ভাল লাগিল।।

  • @entertainmenttechnicalvlog9263
    @entertainmenttechnicalvlog9263 4 หลายเดือนก่อน

    সুন্দৰ অভিনয়ৰ লগতে সুন্দৰ কথনভংগী

  • @anjusaikia2483
    @anjusaikia2483 11 หลายเดือนก่อน

    খুব ভাল লাগিল অনুষ্ঠানটো

  • @ProsenjitDutta-r7i
    @ProsenjitDutta-r7i 11 หลายเดือนก่อน +1

    যুক্তি পূৰ্ণ কথা ভাল লাগিল🙏

  • @nituboruah2031
    @nituboruah2031 11 หลายเดือนก่อน

    ভাল লাগিল কথা খিনি শুনি আপোনাৰ ,অতি সচা কথা ,

  • @Bitu-pon
    @Bitu-pon 11 หลายเดือนก่อน

    ভাল লাগিল গুৰুজনাৰ আদৰ্শ বিলাককৰ বিষয়ে ভালদৰে জ্ঞাত কৰোৱাই দিয়া বাবে

  • @sundeep8568
    @sundeep8568 11 หลายเดือนก่อน

    বহু কথাই শিকিব পাৰিলো। ভাল লাগিল❤

  • @KGisBACK-FFmax
    @KGisBACK-FFmax 11 หลายเดือนก่อน

    Ai video tu sai bahut najona kotha janibo parilu tar babe thank you

  • @sduttavlogs1940
    @sduttavlogs1940 9 หลายเดือนก่อน

    বৰ সুন্দৰ উপস্থাপন ।

  • @deepsikhadutta6784
    @deepsikhadutta6784 11 หลายเดือนก่อน

    বৰ ভাল লাগিল, শুভকামনা জনালোঁ।🎀
    নতুন উদ্যমেৰে ভাওনা জগতত জিলিকি উঠা অকনি শিশু সকলকো এইদৰে আগবঢ়াব চোন, সিহঁতৰ মনৰ অনুভৱবোৰ জানিব পাৰিম,, সিহঁতৰ পৃথিৱীৰ সিহঁতৰ ভাৱনাবোৰ মৰম লগা হ'ব। 🙏

    • @PMBMix
      @PMBMix  11 หลายเดือนก่อน

      নিশ্চয় চেষ্টা কৰিম... মন্তব্যৰ বাবে ধন্যবাদ

  • @ManashiBorah-e1q
    @ManashiBorah-e1q 7 วันที่ผ่านมา

    Interview tu val lagil l Ranga dar u lobo dei reply tu dibo .

  • @bb3762398427
    @bb3762398427 11 หลายเดือนก่อน

    Rohan tomar rash aru bhaona keiba baru saisu...val lage...tomar vitoror manuh jonokbaji Sai hukhi holu...agbahi jowa amar morom tomar logot ase❤❤❤❤

  • @nayankalita9211
    @nayankalita9211 10 หลายเดือนก่อน

    Very nice knowledgable video❤🙏

  • @nomitaborah1472
    @nomitaborah1472 6 หลายเดือนก่อน

    Amr eat ahisile heidina. Vl lgile ❤ kthabur emn dhuniyake koise 😘🥰

  • @HirakJyotiGogoi-qx7kp
    @HirakJyotiGogoi-qx7kp 10 หลายเดือนก่อน

    Joi guru sonkor

  • @bornalisaikia7425
    @bornalisaikia7425 11 หลายเดือนก่อน

    ৰোহণ আমাৰ আটিলা গাঁৱৰ গৌৰৱ।

  • @JishuBoruah-z6f
    @JishuBoruah-z6f 11 หลายเดือนก่อน

    বৰ সুন্দৰ❤

  • @NayanmoniSarma-jq3gu
    @NayanmoniSarma-jq3gu 11 หลายเดือนก่อน

    সুন্দৰ আপোনাৰ video sai val lage ❤

  • @aadikrishnagogoi2683
    @aadikrishnagogoi2683 11 หลายเดือนก่อน

    Bohut val lagil...akdom akmot 🙏♥️

  • @RIPUNKACHARI
    @RIPUNKACHARI 11 หลายเดือนก่อน

    তেওঁক লক্ষ্মী পূজাৰ দিনা লগ পাইছিলো,

    • @adyantdutta6855
      @adyantdutta6855 11 หลายเดือนก่อน

      হয়, ক'ত পালে জনাবচোন।

  • @jadumonigogoi1605
    @jadumonigogoi1605 11 หลายเดือนก่อน

    ময়ো ভাবোঁ পূজাত ভাওনা প্ৰদৰ্শন কৰাটো যুক্তিসংগত কথা হয়নে? এয়া গুৰুদুজনাৰ আদৰ্শবিৰুদ্ধ কথা নহয়নে? প্ৰিয় অভিনেতা ৰোহণ দত্ত দাদাৰ মুখেৰে এই কথাখিনিৰ উপস্থাপন শুনি ভাল পালোঁ৷ আশা কৰিম এই দিশটোৰ প্ৰতি সংশ্লিষ্ট সকলে গুৰুত্ব দিব৷ জয়তু ভাওনা সংস্কৃতিৰ৷

  • @bobysaikia8682
    @bobysaikia8682 11 หลายเดือนก่อน

    অৰ্থবহু কথা কৈছে ।

  • @KhirudGogoi-h4z
    @KhirudGogoi-h4z 11 หลายเดือนก่อน

    Kothakhini huni val lagil moi agoteu koisu Krishna syam borniya hob lage

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 11 หลายเดือนก่อน

    ভাল লাগিল তোমাৰ কথা কেইটা।।

  • @nayankalita9211
    @nayankalita9211 10 หลายเดือนก่อน +1

    Shankardev is not ordinary human, he is an avatar of Krishna. He is Superhuman. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @RanjanaDeka-z9x
    @RanjanaDeka-z9x 10 หลายเดือนก่อน

    ati sundar tumar jukti kirisna tumak mangal karak

  • @RajalakshmiDutta-xb8jt
    @RajalakshmiDutta-xb8jt 11 หลายเดือนก่อน

    তেখেতৰ কথাখিনি যুক্তিপূৰ্ণ।।বহুত ভাল লাগিল কথাখিনি শুনি।বহুখিনি নজনা কথা জানিব পাৰিলো ভিডি'অটোৰ পৰা।তেখেতৰ কৃষ্ণৰ প্ৰৱেশ,অভিনয়,লয়লাস সকলো বৰ সুন্দৰ।।ভাল লাগিল অনুষ্ঠানটি।।চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @bishalbrox3923
    @bishalbrox3923 11 หลายเดือนก่อน

    Krishnar soritro2r uprt bhut ktha hikale rohan dae

  • @jeetasharma5293
    @jeetasharma5293 11 หลายเดือนก่อน

    খুউব সুন্দৰ 🙏 ভাল লাগিল ♥️

  • @jayshribora5538
    @jayshribora5538 11 หลายเดือนก่อน

    Bohut Val lagil

  • @rekhadasrekhadas5555
    @rekhadasrekhadas5555 11 หลายเดือนก่อน

    Krishna 😌❤

  • @omkarpankaj5975
    @omkarpankaj5975 11 หลายเดือนก่อน

    ৰোহন তোমাৰ কৃষ্ণ সংস্কৃতিৰ ওপৰত যি ধাৰণা সচাকৈ প্ৰশংসনীয়।। আমাৰ পৰম গুৰু শংকৰদেৱৰ আদৰ্শ আমি মানি চলাটো আমাৰ দায়িত্ব। মইও আজিলৈকে কোনো পূজা উপলক্ষ্যে অনুষ্ঠানত ভাওনাত অভিনয় কৰা নাই।

  • @pranjitpraanbora2583
    @pranjitpraanbora2583 11 หลายเดือนก่อน

    Bhai ❤

  • @gautamdutta340
    @gautamdutta340 11 หลายเดือนก่อน +1

    Bor juktipurno ktha kole

  • @priyankasaikia4678
    @priyankasaikia4678 11 หลายเดือนก่อน

    Krishan

  • @monujsaikia7843
    @monujsaikia7843 11 หลายเดือนก่อน

    Dhitaipukhuri vauna dolor ankur saikiak sinaki lage

  • @shoundaryasvlog2012
    @shoundaryasvlog2012 11 หลายเดือนก่อน +1

    53:55 আজিকালি বহুত ভাৱৰীয়াই কৃষ্ণ চৰিত্ৰটো কৰোতে মহিলাৰ দৰে লাগে । পুৰুষসুলভতাৰ সলনি মহিলাসুলভতা দেখা যায় ।
    ৰাসৰ ডাঙৰ কৃষ্ণ মহিলাৰ দৰে কৰা যোৱা বছৰকেইটাত দেখিবলৈ পাইছোঁ ।

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 11 หลายเดือนก่อน +1

    ধন্যবাদ পোনপ্ৰথমেই আপোনালোকৰ Chennal ক ধন্যবাদ জনাইছোঁ আমি আজি কেইদিন মান আগত comment ত Rohon dutta দেৱক সাক্ষাৎকাৰ লবৰ বাবে অনুৰোধ কৰিছিলোঁ আজি ভাল পালোঁ দেখি 🙏🙏🙏 সঁচাকৈ মোৰ প্ৰিয় ব্যক্তি কৃষ্ণৰ চৰিত্ৰৰ

  • @RajuDutta-j5r
    @RajuDutta-j5r 11 หลายเดือนก่อน

    Naba jyoti daaak anibo

  • @LOPULOPU547
    @LOPULOPU547 11 หลายเดือนก่อน

    সচাঁই অতি গুৰুত্বপূৰ্ণ কথা । কিন্তুু মই ভাৱোঁ পৰমেশ্বৰ(নাৰায়ণ/কৃষ্ণ) য়ে কাক আমি পূঁজিব লাগে, তাক লৈ গুৰুত্ব দিছিল জানো? পৰমেশ্বৰ নাৰায়ণে বিচৰা মূল বস্তুটো হ'ল - অহিংসা, সত্য, ধৰ্ম, দয়া, ক্ষমা, মানৱতাহে চাগে। মই ঈশ্বৰতকৈ বেছি এইকেইটা কথাত হে গুৰুত্ব দিওঁ। মই ভাৱোঁ আমি, মই, তেওঁ, সি, তেঁখেত নহ'লেও মহাপুৰুষ জনা সদায় জগতত অমৰ হৈ জিলিকি থাকিবই। গুৰুজনাই সদায় মানৱতা জীয়াই থকাৰ ওপৰত চিন্তা কৰিছে। দক্ষ যজ্ঞ কৰিলেও ১% ও কৃষ্ণই বেয়া নাপাই। মাথো দক্ষৰ দৰে মানুহবোৰ অহংকাৰী হোৱা উচিত নহয়😅। শংকৰদেৱৰ নীতি আদৰ্শৰে আমি পৰিচালিত হ'ব লাগিবই সদায়। প্ৰতিমা ভাগিত সেৱা কৰিলে গুৰুজনাই বেয়া জানো পাব? কিন্তু বলি- বিধান দিয়া টোৰ বেয়া কৰ্ম। অৱশ্যে CLUB ৰ বহু সদস্য কিন্তুু পূজা চোৱাত অতি expart😅

    • @adyantdutta6855
      @adyantdutta6855 11 หลายเดือนก่อน +1

      কথা খিনি কি কৈছে ভালকৈ বুজিলওক।কাক পূজা নুপূজা সেইটো ব্যক্তিগত কথা কিন্তু শঙ্কৰ দেৱৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি যি সমূহ কথা কোৱা হৈছে,সেইসমূহ যুক্তি তথা তথ্য সন্মত।কৃষ্ণই বেয়া পাই নাপাই কথা নাহে,ইয়াত আহি এটা নীতিৰ বিষয়।একশৰণ হৰিনাম ধৰ্ম সম্পূৰ্ণ কৃষ্ণ কেন্দ্ৰীক,ইয়াত অন্যদেৱ দেৱীক কেন্দ্ৰ কৰি কোনো ধৰণৰ বিষয় বস্তু গা কৰি উঠা অনুচিত।য'ত যিটোৰ স্থান,ইয়াক বিশৃংখল কৰা অনুচিত।

    • @LOPULOPU547
      @LOPULOPU547 11 หลายเดือนก่อน +1

      কৃষ্ণহে বুলিছো। ❤

  • @quitannimals1028
    @quitannimals1028 11 หลายเดือนก่อน

    Dada apunar kotha bur akdom shatya kintu Shankar devor ak shoron Dharma asomot 40% manuhe manise bakibure nhoi 100% hua hole asomot Durga Puja Kali Puja ai pujabur nhle heten

  • @ghanashyamborah1063
    @ghanashyamborah1063 11 หลายเดือนก่อน

    Paija/pawter/poitola can be wore.Near about ,200 hundreds Bhaona both Ankia and Matri Bhasa I had been performed with pawter in different characters except sages like Utanka,Bishyamitra,Valmiki,Durbakha etc. Without paija it was wrong decision of the Organising Committee -this is my personal opinion.

  • @paranphukon4554
    @paranphukon4554 11 หลายเดือนก่อน

    Gandharir Krishna darkhanr nator best Krishna Ruhan

  • @monujbora9153
    @monujbora9153 11 หลายเดือนก่อน

    Dipen da k anibo sun dada

    • @PMBMix
      @PMBMix  11 หลายเดือนก่อน

      নিশ্চয়

  • @shashankagoswami3966
    @shashankagoswami3966 11 หลายเดือนก่อน +1

    23:29 শংকৰদেৱ গুৰুজনা কৃষ্ণ কেন্দ্রীক হয়।। শৈৱ কেন্দ্রীক নহয় দক্ষ যজ্ঞ নাট খন শংকৰী সংস্কৃতি মতে কৰাটো ভুল হয় তেন্তে হৰি-হৰৰ যুদ্ধ নাট ভাগ পৰিবেশন কৰাটোও ভুল হ'ব নিকি??এই নাট ভাগোটো সম্পূর্ণ ৰূপে কৃষ্ণ কেন্দ্রীক নহয় কৃষ্ণৰ সমানে প্ৰাধান্য শিৱকো দিয়া হৈছে।। অভিজ্ঞ জনে জনাবচোন.. ইচ্ছা আছিল জানিবলৈ।।

  • @Adieverything
    @Adieverything 11 หลายเดือนก่อน

    নাৰদ গাব আহিলে ৩৫০০ বিচাৰে ..

    • @panthergaming435
      @panthergaming435 8 หลายเดือนก่อน

      Ruhon da e narod gai nki😂

    • @Adieverything
      @Adieverything 6 หลายเดือนก่อน

      অলপ বেছি বুজিলে দাদা .. তেখেতৰ সকলো কথা ভাল দৰে শুনি কৈছোঁ​@@panthergaming435

    • @Tharaavaiiziddihaa09
      @Tharaavaiiziddihaa09 6 หลายเดือนก่อน

      Ooooo.... Pisatu backt lukaii assa nakee😂

  • @rahuldon2410
    @rahuldon2410 11 หลายเดือนก่อน

    Pobitro Bora panichakua

  • @anantaborabora2801
    @anantaborabora2801 11 หลายเดือนก่อน

    Pranjit gayanok anibo sun