জাতীয় সেৱক VS জাতীয় নায়ক || Lurin Jyoti Gogoi

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 มี.ค. 2024
  • জাতীয় সেৱক VS জাতীয় নায়ক || Lurin Jyoti Gogoi
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    🔵Twitter:
    ✅Main Channel : youtube.com/@Baartalaap?si=yF...
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    #chakrapaniparashar #assamesepodcust #Baartalaap #guwahaticity #LurinJyotiGogoi #politics #elaction2024 #assamelaction2024 #dibrugarh

ความคิดเห็น • 647

  • @user-uu8el3rn6o
    @user-uu8el3rn6o 4 หลายเดือนก่อน +75

    ভাল লগা অনুষ্ঠানত । ভাল লগা নেতাজন ।

  • @lukumonidutta9425
    @lukumonidutta9425 4 หลายเดือนก่อน +31

    Lurin sir zindabad 🙏
    এজন খুউব আদৰ্শবান ব্যক্তি,প্ৰণাম জনাইছোঁ🙏
    ৰাইজৰ জয় হ'বই
    জয় আই অসম।

  • @JollywoodUnofficial
    @JollywoodUnofficial 4 หลายเดือนก่อน +14

    অমায়িক, সহজ সৰল, শান্ত, ভদ্ৰ সংস্কাৰী লুৰিন🙏

  • @PriYamHA
    @PriYamHA 4 หลายเดือนก่อน +262

    এইখন অসমত অখিল,লুৰিন আৰু গৌৰব গগৈ ৰ দৰে খুবেই প্ৰয়োজন। কিন্তু ৰাইজে নুবুজে।ৰাইজ সজাগ হবৰ হ'ল।

    • @KalpajitGogoi.
      @KalpajitGogoi. 4 หลายเดือนก่อน +20

      Akdom mur monor kotha kole apuni dada

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA 4 หลายเดือนก่อน +2

      Miya k anibole bohut dorkar😂

    • @Savagehighlander
      @Savagehighlander 4 หลายเดือนก่อน

      ​@@SANATANI_AXOMIA_NABAআমি বামূনৰ কথা ইমান বুজি নাপাওঁ ,নিজকে সনাতনী কোৱা আগত অসমীয়া বুলি বুজিবি । আমাক আমাৰ কথা কোৱা মানুহ লাগে । বঙালীৰ নামত হিন্দু আনিম কোৱা মানুহ নালাগে , তোৰ নিচিনা বোৰ বেলেগৰ চেলেকি থাকোতে যাব ।

    • @lukumonidutta9425
      @lukumonidutta9425 4 หลายเดือนก่อน +10

      ৰাইজ সজাগ হ'বৰ হ'ল🙏

    • @AlimpyshreyamGogoi
      @AlimpyshreyamGogoi 4 หลายเดือนก่อน +8

      Akdom hosa❤

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 4 หลายเดือนก่อน +13

    লুৰিনজোতি গগৈ জিন্দাবাদ🎉🎉। তোমাৰ দৰে জাতীয়তাবাদী নেতা খুবেই পয়োজন সদায় আগবাঢ়ি যোৱা।

  • @kirttanaramdas9381
    @kirttanaramdas9381 4 หลายเดือนก่อน +21

    আৰম্ভণিৰেপৰা শেষলৈকে অনুষ্ঠানটো চালো। কথাবোৰ শুনি খুবেই ভাল লাগিল।

  • @tapanhazarika9794
    @tapanhazarika9794 3 หลายเดือนก่อน +13

    লুৰিন জ‍্যোতি গগৈক এবাৰ জিকাই চাব লাগে। বিশ্বাস আছে তেওঁ অন্তত সৰ্বানন্দ সোনোৱালতকৈ ভাল কাম কৰিব।

  • @luhittalukdar7202
    @luhittalukdar7202 4 หลายเดือนก่อน +12

    জনতাৰ পক্ষত থকা এজন নেতা।লুৰিণ জিন্দাবাদ।

  • @rahulnath7833
    @rahulnath7833 4 หลายเดือนก่อน +13

    বহুত বেছি ভাল পোৱা এজন নেতা। বহুত বেছি শুভকামনা থাকিল অনাগত দিনত যাতে আকৌ অধিক ভাল ভাল কাম কৰি আগুৱাই যায।

  • @muhimdadhara2223
    @muhimdadhara2223 4 หลายเดือนก่อน +106

    ১ঘণ্টা সময় অলপো লৰচৰ নকৰাকৈ অনুষ্ঠানটো উপভোগ কৰিলো।
    জাতীয় চেতনাৰে পৰিপূৰ্ণ, সৎ, সাহসী এজন মোৰ প্ৰিয় ৰাজনৈতিক নেতা।
    ডিব্ৰুগড়ৰ বাসী হিচাপে এইবাৰ আপোনাক বিচাৰো ককাই।

    • @PotuliBoruh
      @PotuliBoruh 3 หลายเดือนก่อน

      .... Nnn . Nm. Mmmmlll😅😅

  • @mahendradeka6783
    @mahendradeka6783 4 หลายเดือนก่อน +11

    প্ৰশ্ন আৰু উত্তৰ খুব ভাল লাগিল। আশীৰ্বাদ থাকিল।

  • @shikhyavlogs250
    @shikhyavlogs250 4 หลายเดือนก่อน +23

    সুন্দৰ মন্তব্য লুৰিণদা

  • @rajkumarbarman5417
    @rajkumarbarman5417 4 หลายเดือนก่อน +67

    Lurinjyoti Gogoi, Akhil Gogoi and Gourav Gogoi all are very strong and non corrupt leaders of Assam at present, More over, Gourav Gogoi has already become a National leader and a best parliamentarian now,

  • @mamonisaikia39
    @mamonisaikia39 4 หลายเดือนก่อน +14

    লুৰিন joti gogoi মিঠা মিঠা কথাৰে মোৰ প্ৰিয় জিন্দবাদ❤❤❤❤ কথাৰে হৃদয় চুই জায়

  • @user-te1co3tn1s
    @user-te1co3tn1s 4 หลายเดือนก่อน +62

    ❤❤❤❤❤❤❤❤মোৰ এজন প্ৰিয় নেতা লুৰিনজ্যেতি

  • @shasankagogoi5379
    @shasankagogoi5379 4 หลายเดือนก่อน +16

    অসম প্ৰথম সদায় আৰু চিৰদিন✊✊জয় আই অসম

  • @humensaikia7914
    @humensaikia7914 4 หลายเดือนก่อน +144

    নতুন মুখ এখনৰ খুবেই প্ৰয়োজন । Dibrugarh ৰ ৰাইজে এটা সুন্দৰ সুবিধা পাইছে🎉🎉 কেন্দ্ৰত লুৰিন আৰু ৰাজ্যত অখিল ৰ খুবেই দৰকাৰ হৈছে

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA 4 หลายเดือนก่อน +2

      Goru haron debo😂

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 4 หลายเดือนก่อน +3

      ​@@SANATANI_AXOMIA_NABA😂😂😂

    • @budheswarnath6516
      @budheswarnath6516 4 หลายเดือนก่อน

      মনৰ কথা কৈছে 👍👍🙏

    • @budheswarnath6516
      @budheswarnath6516 4 หลายเดือนก่อน +5

      ​@@SANATANI_AXOMIA_NABAতোৰ দৰে মগজু নাইকীয়া " চামচা " সকলো হলেহে হাৰিব!!!

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA 4 หลายเดือนก่อน +2

      @@budheswarnath6516 toi thoka karone aane lurin jikil😃...
      Miya bhai

  • @ramjanali5782
    @ramjanali5782 4 หลายเดือนก่อน +15

    লুৰিন jyoti gogoi zindabad ❤❤❤

  • @assamjoytechnicalsandnews7800
    @assamjoytechnicalsandnews7800 4 หลายเดือนก่อน +9

    কথাখিনি শুনি বহুত ভাল লাগিছে । আশা কৰিছোঁ এইবাৰ ডিব্ৰগড়ত আপুনি জিকিব । আমাৰ অসমৰ কাৰণে আপোনাৰ নিচিনা এজন আদৰ্শবাদী ৰাজনৈতিক নেতাৰ বহুত প্ৰয়োজন । লুৰিনজ্যোতি জিন্দাবাদ জিন্দাবাদ । 🎉🎉

  • @dipikahandique843
    @dipikahandique843 4 หลายเดือนก่อน +5

    এজন দৃশ আত্মবিশ্বাস থকা নেতা।মোৰখুবেই প্ৰিয় ,সদায়ে আশীৰ্বাদ থাকিব ।💞💞💞

  • @daslk228
    @daslk228 4 หลายเดือนก่อน +22

    Lurinjuti gogoi jindabad

  • @user-gp4nn5sf2z
    @user-gp4nn5sf2z 4 หลายเดือนก่อน +41

    লুৰিণ , তুমি অসমীয়া জাতিৰ বিশ্বাস। আগুৱাই হোৱা, আমাৰ আশীৰ্বাদ আছে।জয় আই অসম।❤🎉🎉🎉

    • @user-wc9jd6fv2w
      @user-wc9jd6fv2w 4 หลายเดือนก่อน +2

      😂😂😂😂😂😂

  • @sarmilaekka1181
    @sarmilaekka1181 4 หลายเดือนก่อน +4

    খুব ভাল লাগিল অনুষ্ঠানটো চাই।লুৰিনজ্যোতি গগৈ ডাঙৰীয়াৰ।সুদক্ষ,স্পষ্টবাদী নিস্বাৰ্থ মনোভাৱে ৰাইজৰ মনত পৰিবৰ্তনৰ এক আশাৰ বতৰা আনি দিছে ।নিশ্চয় ভগৱানৰ বাহিৰে আন কাকো ভয় কৰিব নালাগে এইকথা মহাত্মা গান্ধীয়েও কৈ গৈছে ।গতিকে অটল স্থিতি আৰু সৎ উদ্দেশ্যৰে আগুৱাই গলে নিশ্চয় ভয়ৰ কোনো কাৰণ নাথাকে ।আগন্তুক নিৰ্বাচনলৈ বহুত শুভেচ্ছা থাকিল ।জয আই অসম ।

  • @BikiRaj-yo1yz
    @BikiRaj-yo1yz 4 หลายเดือนก่อน +15

    Lurin জ্যোতি zindabad

  • @user-jr5mx5ug5x
    @user-jr5mx5ug5x 4 หลายเดือนก่อน +7

    লুৰিণ জ্যোতি আগুৱাই জোৱা।অসমৰ ৰাইজৰ আসিবাদ আছে।

  • @puspalatagogoi5995
    @puspalatagogoi5995 4 หลายเดือนก่อน +36

    মোৰ মৰমৰ পুত্ৰসম লুৰিণ আশীর্বাদ কৰিছো ঈশ্বৰে মংগল কৰক

  • @mrinaljyotibaishya69
    @mrinaljyotibaishya69 4 หลายเดือนก่อน +27

    Pls vote for lurin

  • @user-gk4bf5hp8s
    @user-gk4bf5hp8s 4 หลายเดือนก่อน +7

    সঁচাই বৰ সহজ সৰল ব্যক্তি ❤কথা বোৰ ভাল লাগিল সদাই অসমীয়া জাতিটো কথা ভাবি কাম বোৰৰ কৰি যাব 😊

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +14

    অতি ষ্পষ্টবাদী জাতীয় চেতনাৰে উদ্ধুৰ্দ্ধ যুৱক লুৰীণজ‍্যোতি গগৈ।আপোনালৈ অলেখ অযুত শুভেচ্ছা জনালোঁ।

  • @chanadra
    @chanadra 4 หลายเดือนก่อน +23

    এই অবাঞ্চিত যুজখনৰ এফালে কৰ্ণ আৰু আনফালে অৰ্জুন।কোনো এজন হাৰিলেই পাণ্ডৱৰেই পৰাজয়।জয় হব কেবল শকুনি মামাৰ।

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk 4 หลายเดือนก่อน +11

    Lurin juti gogoi jindabad .

  • @user-mg4tn4es6n
    @user-mg4tn4es6n 4 หลายเดือนก่อน +5

    এজন মুখ্যমন্ত্ৰী এনেধৰণৰ হোৱা প্ৰয়োজন, নিজৰ জাতিটোক আগবঢ়াই এনেধৰণৰ ব্যক্তিয়ে নিব পাৰিব। সচাই এজন সৎ সাহসী ব্যক্তি লগতে নিজৰ জাতি মাটি ভেটি ভালপোৱা লগতে আগবঢ়াই নিব পৰা ব্যক্তি এখেত

  • @rinkumani9458
    @rinkumani9458 4 หลายเดือนก่อน +10

    ভাল মনৰ নেতা লুৰিণ দা

  • @rahulll8328
    @rahulll8328 4 หลายเดือนก่อน +22

    ভাল লাগে তেওঁৰ কথা বোৰ

  • @Asmr__foodie__419
    @Asmr__foodie__419 4 หลายเดือนก่อน +12

    Lurin Jyoti Gogoi Zindabaad.

  • @Savagehighlander
    @Savagehighlander 4 หลายเดือนก่อน +53

    খিলঞ্জীয়া জিন্দাবাদ,জাতীয়তাবাদ জিন্দাবাদ । জাতিৰ বাবে জাতিৰ লৰা লাগে ,বহু দেখিলো বণিয়াৰ তলৰ মানুহ । নিজৰ মানুহক জিকোৱা ডিব্ৰুগড় বাসিন্দা।

  • @rijuborah7781
    @rijuborah7781 4 หลายเดือนก่อน +18

    বৰ সুন্ধৰ লাগিল কথা বুৰ

  • @junakjyotigohain1134
    @junakjyotigohain1134 4 หลายเดือนก่อน +14

    Next Akhil gogoi k lage ❤😊
    #baarta_laap

  • @DEBOJITGogoi-py4zd
    @DEBOJITGogoi-py4zd 4 หลายเดือนก่อน +37

    লুৰীণ জ্যোতি গগৈ জিন্দাবাদ
    লুৰীণ জ্যোতি গগৈ হৈছে অসমৰ প্ৰকৃত জাতীয় সেয়ক
    লুৰীণ দা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰয়োজন

    • @mohansapkota3562
      @mohansapkota3562 3 หลายเดือนก่อน

      Kun goru oo toi😅

    • @DEBOJITGogoi-py4zd
      @DEBOJITGogoi-py4zd 3 หลายเดือนก่อน

      @@mohansapkota3562 tur Bapara

    • @user-cm4nu5bo1c
      @user-cm4nu5bo1c 3 หลายเดือนก่อน

      Kotha khini teur anak dukhi kuwa bahire aku nai

    • @user-cm4nu5bo1c
      @user-cm4nu5bo1c 3 หลายเดือนก่อน

      Alagotiyal kotha koi lurine

    • @user-cm4nu5bo1c
      @user-cm4nu5bo1c 3 หลายเดือนก่อน

      Alagotiyal kotha koi lurine

  • @suhailmehdi1838
    @suhailmehdi1838 4 หลายเดือนก่อน +42

    মোৰ প্ৰিয় লুৰিন দা❤ মাতষাৰ শুনিলে শুনিয়েই থাকিব মন যাই।

    • @jahidjobinformation5610
      @jahidjobinformation5610 4 หลายเดือนก่อน +2

      Lurin dak val lage kintu vote tuo jate lurin dak Diya hoy

  • @user-wz1fq9de4o
    @user-wz1fq9de4o 4 หลายเดือนก่อน +20

    লুৰীণ জ্যোতি জিন্দাবাদ

  • @gyandeepgogoi6178
    @gyandeepgogoi6178 4 หลายเดือนก่อน +7

    ডিব্ৰুগড় বাসীয়ে নিশ্চয় এনে এজন সুদক্ষ নৱপ্ৰজন্ম ব্যক্তিক সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত কৰিব !

  • @ProdipPhukan-ko7wd
    @ProdipPhukan-ko7wd 4 หลายเดือนก่อน +109

    Lurin Jyoti Gogoi zindabad ❤

    • @subhanhazarika9188
      @subhanhazarika9188 4 หลายเดือนก่อน +1

      Tur pok tu

    • @user-gk4bf5hp8s
      @user-gk4bf5hp8s 4 หลายเดือนก่อน

      কি হল কথা বিচাৰি নাপালি​@@subhanhazarika9188

    • @kiranchboro
      @kiranchboro 4 หลายเดือนก่อน

      ​@@subhanhazarika9188😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
      😊😊😊😊 by 7:00 7:01

    • @user-fe2wq5zl9y
      @user-fe2wq5zl9y 4 หลายเดือนก่อน

      Cr mi ni no by gh ni ko no ki ki ii mi ni ki mkub JJ in ko​@@subhanhazarika9188

    • @user-wc9jd6fv2w
      @user-wc9jd6fv2w 4 หลายเดือนก่อน

      Jibant jikibo nuare

  • @tulshigogoi9861
    @tulshigogoi9861 4 หลายเดือนก่อน +8

    One of my favourite Lurim daa❤

  • @himadrisonowal4017
    @himadrisonowal4017 4 หลายเดือนก่อน +7

    আমাৰ উজনিৰ গৌৰৱ এজন মেধাৱী চাত্ৰ তথা নেতা,এজন দক্ষ ৰাজনৈতিজ্ঞ।,এনে নেতা পুৰুষ আমাৰ অসমত বহুত দৰকাৰ।শুভেচ্ছা থাকিল তেওলৈ।মোৰ ঘৰখনৰ বিশেষকৈ মোৰ মাৰ প্ৰিয় নেতাজন🙏এনেধুৱা ধৰণৰ দক্ষতাসম্পন্ন মানুহবিলাকক সদায় সাক্ষাৎকাৰ লব।

  • @Jugal_music_official
    @Jugal_music_official 4 หลายเดือนก่อน +6

    🌈 লুৰিন দা জয় আই অসম , 📌I'm from Borlaipuli Tinsukia📍

  • @dhirajnath
    @dhirajnath 4 หลายเดือนก่อน +15

    BAARTA LAAP + OJAANTRIC + UNTOLD

  • @bishnujyotibaruah3160
    @bishnujyotibaruah3160 4 หลายเดือนก่อน +6

    এজন প্ৰিয় নেতা লুৰিনজ্যোতি ❤

  • @jintusaikia4256
    @jintusaikia4256 4 หลายเดือนก่อน +3

    বৰ সুন্দৰ লাগিল । লুৰিণ দাক ডিব্ৰুগড় ৰাইজে সাংসদ হিচাবে পালে বহু পৰিমাণে উন্নতি হব বুলি মই ভাৱো। আশা কৰো ৰাইজে লুৰিণ দাক বিপুল ভোটত জয় কৰে ।🎉

  • @manuranjankonwar4346
    @manuranjankonwar4346 4 หลายเดือนก่อน +9

    🎉 সুন্দৰ মানসিকতা

  • @humensaikia7914
    @humensaikia7914 4 หลายเดือนก่อน +23

    Lurinjyoti Gogoi zindabad

  • @pallavgogoi991
    @pallavgogoi991 4 หลายเดือนก่อน +9

    Strong voice of Assam ❤

  • @jyoshreegogoi7958
    @jyoshreegogoi7958 4 หลายเดือนก่อน +9

    Lurinjyoti Gogoi kothabur bohut val pau xuni❤

  • @wasimali9095
    @wasimali9095 4 หลายเดือนก่อน +8

    Lurinjyoti zindabad

  • @JatinBhuyan01
    @JatinBhuyan01 4 หลายเดือนก่อน +12

    37:48 এইটো line কিন্তু ভাল লাগিল 😂😂😂

  • @djdax0m166
    @djdax0m166 4 หลายเดือนก่อน +2

    লুৰিন দাৰ ব্যক্তিত্ব আকৰ্ষণীয়। অসমৰ ভৱিষ্যত ৰাজনীতিৰ এক উজ্বল নক্ষত্ৰ তেওঁ যি দলতেই নাথাকক

  • @hrishi8737
    @hrishi8737 4 หลายเดือนก่อน +5

    Lurinjyotir kotha botora bur bohut spostobadi aru juktihongoto Tekhator bakyot thoka hobdor hongjugon aunnot madondor aru gyan thotha hobdor bhoral sohoki Hei babe Tekhator Logot kora Barta lap anusthantu saboloi Pai bohut bhal lagil Punor agoloi saboloi puar hujug aniba buli Akha thakil God bless him Tekhator joi huatu kamona kori bhogobanok prathona korisu

  • @rjlhan9842
    @rjlhan9842 4 หลายเดือนก่อน +25

    সৰ্বানন্দই দিল্লীৰ কথা মতেই চলিব আৰু লুৰিনজুতি অসমৰ দক্ষ যুদ্ধা।

  • @bishnugogoi9801
    @bishnugogoi9801 4 หลายเดือนก่อน +6

    Lurinjyoti gogoi zindabad

  • @nilanjanmahanta7240
    @nilanjanmahanta7240 4 หลายเดือนก่อน +34

    আশা কৰো লুৰিণজ্যোতি গগৈ ৰ দৰে জাতিটোক সততাৰে ভালপোৱা সাহসী , সৎ মানুহ এগৰাকীয়ে উদাত্ত কণ্ঠে জাতিটোৰ প্ৰয়োজন বোৰ দিল্লীৰ মচনদত উত্থাপন কৰক ৷ কিন্তু সৰ্বানন্দ সোণোৱালক সঁচাকৈ দিল্লীয়ে ডিব্ৰুগড়ত প্ৰতিদন্দীতা কৰিবলৈ বাধ্য কৰিব নালাগিছিল ৷ এইটোও জাতিটোৰ বাবে অন্য এক প্ৰতিদন্দীতা । আচলতেই তেওঁলোকে সাহসী মানুহ এজনে আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাটো বিচাৰেনে ?

    • @sandhiram9574
      @sandhiram9574 4 หลายเดือนก่อน

      যদি শ শ নেতাৰ যাতীয় বোধ নআইয়এ, লুৰীনজোটি ৰ ইলেকছন জিকিলে যতীয়তাবোধ হ'ব বুলি কিয় ভাবে?বাকী বিলাকৰ দৰে লুৰীনজোটি ও দুই‌ নম্বৰী কিয় নহ'ব?

    • @paporisaikia4160
      @paporisaikia4160 3 หลายเดือนก่อน

      বা কি অসমীয়া শব্দ

    • @apurbaentertainments2623
      @apurbaentertainments2623 3 หลายเดือนก่อน

      ​@@sandhiram9574ঐ পাগল তোৰ মগজুৰ চিকিৎসাৰ বাবে পইচাৰ প্ৰয়োজন নিকি

  • @user-ig4ys8lg5k
    @user-ig4ys8lg5k 4 หลายเดือนก่อน +10

    লুৰিনজ্যোতি গগৈ জিন্দাবাদ❤
    জয় আই অসম 🫶

  • @kulodharborah9285
    @kulodharborah9285 4 หลายเดือนก่อน +10

    Very strong voice.

  • @yolojobs3777
    @yolojobs3777 4 หลายเดือนก่อน +6

    বৰ ভাল লাগিল তেওঁ কথা বোৰ শুনি ।❤

  • @xyz-zl6sm
    @xyz-zl6sm 4 หลายเดือนก่อน +6

    প্ৰিয় মানুহজন ❤

  • @mohendradohutia
    @mohendradohutia 3 หลายเดือนก่อน +2

    লুৰিন জিন্দাবাদ।

  • @statusboy9985
    @statusboy9985 4 หลายเดือนก่อน +12

    লুৰিণলৈ আশীৰ্বাদ থকিল ।

  • @mamonidutta6533
    @mamonidutta6533 4 หลายเดือนก่อน +6

    অনুষ্ঠান টো চাই ভাল লাগিল

  • @MoktarHussain-re3pl
    @MoktarHussain-re3pl 4 หลายเดือนก่อน +3

    Lurin jyati gogoi is our leader ,good leader in Assam

  • @zayaborgohain6076
    @zayaborgohain6076 4 หลายเดือนก่อน +3

    bhout val lage luruin dar kothabur huni....eman dhunia n goveer sinta dhara bur teor.....teor ujjol vobishot kamona korilu.....rajnoitik jibonoloi xhubhessa thakil...success in all.....💐💐♥️

  • @monorjunak8285
    @monorjunak8285 2 หลายเดือนก่อน

    এজন সৰল,আৰু যোগ্য নেতা,,,,জয় লুৰিন দা,,,

  • @dhandowarah2745
    @dhandowarah2745 3 หลายเดือนก่อน +2

    love you,.🙏..lurinjuty da,..আপোনি বহুত ভাল লগা inporten কঠাই কৈছে !! কিন্তুু আপোনি কুৱা কিছুমান ৰাজনিতিবিদ সকলৰ কঠা খুলি কুৱা স্বভাৱ বোৰ শুনি বহুত হাঁহি উঠিল !! !! 😁😁

  • @mrinaljyotibaishya69
    @mrinaljyotibaishya69 4 หลายเดือนก่อน +6

    Excellent reply by lurin

  • @jilbora
    @jilbora 3 หลายเดือนก่อน +3

    গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিনজোতি গগৈ ডাঙৰীয়া অসমৰ ৰাজনীতিৰ এজন এজন সক্ৰিয় আৰু স্পষ্টবাদী ব্যক্তি

  • @devildadaBaba-zv2ok
    @devildadaBaba-zv2ok 4 หลายเดือนก่อน +7

    Lurin da amar adorkho

  • @soravgogoi-vq6do
    @soravgogoi-vq6do 2 หลายเดือนก่อน

    Lurin gogoi apunar dore netar bohut bohut proyujon. Lurin da zindabad

  • @LAKHEG
    @LAKHEG 4 หลายเดือนก่อน +2

    লুৰিন দা আপুনি জিকাটো মনে প্ৰাণে বিচাৰোঁ ।
    কিন্তু এটা কথা ! আম আদমি পাৰ্টিয়ে নিজে নিজিকে ডিব্ৰুগড় লোকসভা সমষ্টি ত যদিও আপুনি পাবলগীয়া বহুত ভোট কাঢ়ি নিব যেন লাগিছে ।

  • @niyorpinkuofficial3912
    @niyorpinkuofficial3912 4 หลายเดือนก่อน +3

    Lurin daa ❤️ joy aai akhom

  • @user-xw4ht1gx8h
    @user-xw4ht1gx8h 3 หลายเดือนก่อน +32

    ডিব্ৰুগড়ত এইবাৰ লুৰিণজূতি গগৈ জিকিব । জয় আই অসম

  • @nipamdeka2334
    @nipamdeka2334 2 หลายเดือนก่อน

    বিশ্বাস কৰি সুযোগ দিয়া উচিত লুৰিন দাক এ জে পি জয় হওক

  • @bhabanigogoi3278
    @bhabanigogoi3278 3 หลายเดือนก่อน +3

    Lurinjuti.gogoi.jindabad❤❤

  • @nabajyotichetia51
    @nabajyotichetia51 4 หลายเดือนก่อน +17

    শক্তিশালী মেৰুদণ্ড অধিকাৰী ব্যক্তি Vs মেৰুদণ্ডহীন ব্যক্তি

  • @pankajborah9159
    @pankajborah9159 4 หลายเดือนก่อน +4

    Lurin jyoti Gogoi Zindabaad 🎉🎉🎉🎉❤❤❤

  • @jyotishtaye7007
    @jyotishtaye7007 4 หลายเดือนก่อน +2

    Lurin Jyoti Gogoi zindabad

  • @ankurphukan5102
    @ankurphukan5102 2 หลายเดือนก่อน

    Bohut bhal lagil Dada...Apunr Batalap chanel tut AMR Moromr Lurin Jyoti kokai deu k motar babe bohut bohut dhoinobad jonai su... Hokolu e Lurin Jyoti kokai deu k Aeibar Nirbachon ot Joi juto kore jen ..🙏 Logote Amr Tinsukia r PenGaree pora Ami Apunr lgot Hodai Asu Dada..Lurin Jyoti gogoi ZINDABAD

  • @user-lz4zv4be8u
    @user-lz4zv4be8u 2 หลายเดือนก่อน

    ধন্যবাদ বহুত ভাল লাগিল উপকৃত কৰে যেন।

  • @northeastindian7617
    @northeastindian7617 2 หลายเดือนก่อน

    Lurinjyoti gogoi jikibo 100%

  • @himanshukousik1343
    @himanshukousik1343 3 หลายเดือนก่อน +1

    Symbol ba party sai vote nhoi...mnuh jnk sai vote kribo...lurin da jikiboi ..joi aai axom❤

  • @mukeshchintey2718
    @mukeshchintey2718 2 หลายเดือนก่อน

    লুৰিনজ্যোতি গগৈ পৰচৰ্চাকাৰী ব্যক্তি।

  • @utpalvolgs69
    @utpalvolgs69 4 หลายเดือนก่อน +1

    Lurin Jyoti Gogoi Zindabad 👍❤❤❤

  • @assamesecricketupdates2422
    @assamesecricketupdates2422 4 หลายเดือนก่อน +2

    Lurinjyoti Gogoi 🔥🔥🔥

  • @MajaniBaruah-fl4jx
    @MajaniBaruah-fl4jx 4 หลายเดือนก่อน +2

    All the best Lurin..we support you

  • @lakhimagogoi5962
    @lakhimagogoi5962 2 หลายเดือนก่อน

    জয় আই অসম লুৰিণ দা .......

  • @sisterjunmonitinamoni4653
    @sisterjunmonitinamoni4653 2 หลายเดือนก่อน

    Lurin Jyoti & Gourav ❤

  • @jnandeepchetia6622
    @jnandeepchetia6622 4 หลายเดือนก่อน +6

    লুৰিণ আৰু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একেটা হোষ্টেলৰ আবাসী আছিলো। আৱশ্য বহুত জুনিয়ৰ । ২০০৯ চনত প্ৰাক্তন হোষ্টেল আবাসী সমাৰোহত লগ পাইছিলো । অতি ভদ্ৰ আৰু সৎ ল'ৰা । অনাগত দিনত ৰাইজে বুজি পাব লুৰিন অসমৰ সম্পদ ।

  • @manashjyotidutta3494
    @manashjyotidutta3494 4 หลายเดือนก่อน +4

    Lurin gogoi zindabad

  • @himanshu1022
    @himanshu1022 4 หลายเดือนก่อน +2

    Lurin Jyoti , akhil gogoi 🔥🔥

  • @dhrubajitkonwar3022
    @dhrubajitkonwar3022 4 หลายเดือนก่อน +3

    Lurinjyoti Gogoi Zindabaad

  • @biplabjohnson105
    @biplabjohnson105 4 หลายเดือนก่อน

    Lurin da apuni real man.. 💚 apunar uprte akha ase axom khn kiba ata korar. God bless you.

  • @hemantamalakar4127
    @hemantamalakar4127 3 หลายเดือนก่อน +1

    My favourite Lurinjyoti Gogoi. Zindabad

  • @benipegu2302
    @benipegu2302 4 หลายเดือนก่อน

    কি সুন্দৰ মনোমোহা , বাৰ্তালাপ ,
    ❤❤❤❤ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।