"অযান্ত্ৰিক-বাৰ্তালাপ" বিশেষ ❗Ojaantric
ฝัง
- เผยแพร่เมื่อ 8 เม.ย. 2023
- আজি বাৰ্তালাপৰ অতিথি হ'ল "অযান্ত্ৰিক "...
Oasis Talukdar ৰ জীৱনৰ প্ৰথমটো ইন্টাৰভিউ ...
"অযান্ত্ৰিক" ৰ কেমেৰাৰ আঁৰৰ বহু কথা...
কেনেকৈ আৰম্ভ হ'ল আপোনালোকৰ মৰমৰ "অযান্ত্ৰিক" ?
#baartalaap #chakrapaniparashar #ojaantric #ud #udayanduarah #oasis
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
বাৰ্তালাপ আৰু অযান্ত্ৰিক দীঘায়ু কামনা কৰিলো ।
জয় বাতালাপ👍👍
❤❤❤❤❤
প্ৰিয় মানু্হকেইজন একেলগে❤😍
♥️♥️♥️🤩
Kobitatu dhunia abitritu dhunia hoise tate akou priyo manuh keijon👍👍
"বাৰ্তালাপ আৰু অযান্ত্ৰিক" দুইটাই বৰ প্ৰিয় অনুষ্ঠান❤️
Val lagil
Aio kobita 2 uff 😍❤️❤️ thank you ba bhut dhuniya likhisa aru ba o bhut dhuniya koi prhisa , Xosakoi ojantric aru baartalap xdai bixekh 😌❤️❤️ aji akelge apun manuh khini akelge bhut Val lagil
Oasis tumi knk gm pla dark blue colour2 mur favorite buli😌😌
বাৰ্তালাপ অনুষ্ঠান সদায় চাও আৰু আগলৈ চাই গৈ থাকিম ❤️
❤❤❤❤❤❤❤😊😊😊😊😊😊😊
Voice Talukder❤💙❣️Oasis da majja❤
Ojantric is our emotion❤
অযান্ত্ৰিক❤
অযান্ত্ৰিক মোৰ প্ৰিয় Podcast❤
Love frm DHEMAJI
Ojaantric ❤️= ❤️Baartalaap 🎉🎉
Episode টো আজি ঘৰ ঘৰ feel হৈছে! 🌻
ভাল লাগিল❤️
বাৰ্তালাপ আৰু অযান্ত্রিক regular চাওঁ দেই❤️
বাৰ্তালাপলে বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিছে দেই বাৰ্তালাপ এতিয়া চাই অলপ বেছি এ ভাল লাগিব 🙈❤️😎
দুয়োজনেই বিশেষ ❤
বহুত ভাল লাগিলে আজি প্ৰিয় মানুহ দুজন একেলগে ♥️ (Ojantric,Bartalap ❤️)
মজ্জা লাগিল ঔ দুয়োজনকে একেলগে দেখা পাই 😊❤️
অজানিতে সংগোপনে আহি হৃদয়ৰ এটা কোণত ঠাই লোৱা অনুষ্ঠানটিয়ে হৈছে অযান্ত্রিক। প্ৰথমে অলপ সময়ৰ বাবে ভাৱিছিলো যে সদায়ে এনকৈ এই অনুষ্ঠানটি দেখিবলৈ শুনিবলৈ পাম নে? যেতিয়াই দেখিলো হয় পাইছো চাৱলৈ লগতে প্ৰিয় ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিছো লগতে নিজৰ মনটো অলপ সময়ৰ বাবে হ'লেও হাঁহি আৰু আনন্দৰে ভৰাই তুলিছো।জীৱনত সকলোৰে সুখ-দুখ,কাম, কষ্ট থাকে তাৰ মাজতে যদি অযান্ত্রিকৰ দৰে অনুষ্ঠান এটা থাকে অলপ সময়ৰ বাবে হ'লেও কৰ্ম জীৱনত সকাহ পাওঁ কিছু কথা জানিব পাৰিছো। লগতে বাৰ্তালাপ অনুষ্ঠানটিৰ মই এজন নিয়মীয়া দৰ্শক চক্রপাণি দাৰ লগতে নম্ৰতা প্ৰিয়মৰ অনুষ্ঠানটি চলাই নিয়াৰ কথা শলাগ ল'বই লাগিব।চক্রপাণি দাৰ পাছতে নম্ৰতা প্ৰিয়মৰ কথনশৈলী লাহে লাহে উন্নত মানদণ্ডৰ হৈছে। ধন্যবাদ থাকিল সকলো কৰ্ম-কৰ্তালৈ🙏। লখিমপুৰৰ পৰা ভূপেন লাচিতে মৰম তথা শুভেচ্ছা যাচিলোঁ আগন্তুক ৰঙালী বিহুৰ 🙏 লগতে অজানিতে সংগোপনে আহি ঠাই লোৱা দুয়োটি অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
ইমান সময় উলিয়াই আমাৰ বাবে ইমান ধুনীয়াকৈ লিখাৰ কাৰণে অশেষ ধন্যবাদ❤😊
Bahut bahut dhonyobaad Bondhu 🙏🙏🙏
Lot's of love 🤍🌻 ......... Big fan of ojaantric and baartalaap 🤍🌻
প্ৰিয় অনুষ্ঠান দুটা ❤️❤️
অযান্তিক মোৰ প্ৰিয়
খুব সুন্দৰ অনুষ্ঠান,
অ-যান্ত্ৰিক-বাৰ্তালাপ চালো---বহুত ভাল লাগিল। তোমালোকৰ মুখৰ হাঁহি আৰু কথোপকথনখিনিয়ে মনলৈ সজীৱতা কঢ়িয়াই আনিলে । মই এগৰাকী ৬০ + মহিলা হৈও বৰ আনন্দ উপভোগ কৰিলোঁ। তোমালোকৰ মুখৰ হাঁহি যেন সদায়ে এনেদৰে থাকক।
মই দুদিন আগত ভাবিছিলো হে যে যদি আমাৰ অজন্ত্ৰিক ৰ এই দুগৰাকী ক কৰবাত যদি মাতে তেন্তে কেনেকুৱা হব ??.......আৰু আজি পাই গলো
Fav trio♥️
Love you Ojaantric ❤❤
'Voice ' The Talukdar❤
My fevret show ajantric❤or bartalap
Oasis Da❤ ek hi dil he kitni bar jeetoge ☺ throughout the whole video I am just smiling and blushing❤ uffff
Bhtt bhl lagil❤❤❤ 2nd episode to joldi dibo 🙏🙏🙏
Oasis da❤❤
এই দুটা মানুহক টো চাবৈ লাগিব, মোৰ সাঁচ মানুহ 😊
বাৰ্তালাপ সদায় প্ৰিয়।💚
প্ৰিয় মানুহ 😍❤
Love you both ❤🥰🙂
Our favourite show ❣️
প্ৰিয় মানু্হদুজন ❤
"বাৰ্তালাপ" আৰু "অযান্ত্ৰিক" দুয়োটাই বৰ প্ৰিয় অনুস্থান❤
Bohut dhunia episode
প্ৰিয় মানুহ UD daa n oasis daa 😍😍😍😍
One of the best..❤
4:01 Bor dhunia!💌
মনৰ ভিতৰত থকা কথাবোৰক বৰ সুন্দৰকৈ উপস্থাপন কৰিলা। সদায় ভাবি থকা বোৰ প্ৰাণ পায় উঠিল আজি!💌
বহুত মৰম..
অযান্ত্ৰিক আৰু বাৰ্তালাপ জিলিকি থাকক।🤍
~ অজান্ত্রিকৰ পৰিয়ালৰ পৰা বাৰ্তালাপলৈ বহুত মৰম আৰু শুভেচ্ছা🤍~
Uffff....Kobita ❤❤❤ Best wishes in future Suali joniloi ❤❤
মনৰ পৰা ভাল লগা দুজন মানুহ আজি বাতালাপ শ্রেণী কোথাত দেখি বহুত বেছি ভাল লাগিল ❤❤️🩹
God bless u Bartalap . Iam from haydrabad
Bohut val lagil dei ❤
U d dar homane....oasis dak u khubei vl lge..nd voice...wow..😍😍👌👌
Aio 3 jonei val loga mnuh akeloge dekhi vl lgil ❤
Aji hosakoi khub vl lagise...ojantric ru Bartalap 2tai mur favourite show... Best wishes thakil🙏🙏
♥️♥️
Oasis da, apunar mat tu❤..duijonoke bohut val lage.
Love from Bangalore
কবিতা টো❤️🔥
দুয়োজনলৈ আন্তৰিক শুভকামনা ও আগন্তোক ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ধন্যবাদ বাৰ্তালাপ দুয়োজনক একেলগে নিমন্ত্ৰণ কৰা বাবে
বাৰ্তালাপ অনুষ্ঠানটো মোৰ প্ৰিয় তাতে আকৌ আজি প্ৰিয় মানুহকেইজনক দেখি বহুত ভাল লাগি গল।
Chakra sir, please try to post the next episode as soon as possible(eagerly waiting).There is no word to say anything about this episode,just a masterpiece. It was great to see my three favourite person in my favourite show "Baartalaap". Long live your "Bartalap" and Ud daa and oasis daa's "Ojaantric".
Takei.... Iman rokhibo nuari hee 🥹 xunkale diok next part tu..
তাইৰ লিখনীয়ে আবেগিক কৰি তুলিলে
আগবাঢ়ি যাওঁক তাই
Kaushik Nandan boruah dada k matib lge 🎉
Hoi kaushik da k lage
Oasis da♥️♥️
Duita fvrt show Uff ♥ akeloge aji val lgil
❤❤❤❤❤❤❤❤❤❤❤
One of my favourite ❤❤
ভাল লাগিল চাই অনুষ্ঠান তো দুয়োৰে একেলগে
🔥🔥💌
ইমান সুন্দৰ কবিতা ৷ বাৰ্তালাপ আৰু অযান্ত্ৰিক দুয়োটা মোৰ বৰ প্ৰিয় ৷
ভাল লগা মানুহকেইজন একেলগে দেখা পালে আৰু কি লাগে আৰু ❤❤❤❤
Mojjaaahh lagil.🔥🔥🔥
😍😍😍
Xundor
Best duo of podcast
chakra daa......bht vl mnuh jen lgy.....komal hridoy r
Bhute vhl lagile... My best fav Show's finally Get-together 🤩❤️ Thank You So Much 🙏
❤️ Ojaantric ❤️....yeah 😍😍😍😍
দুয়োটা অনুষ্ঠানেই প্ৰিয় ❤️
👍👍❤❤
❤️❤️❤️❤️❤️
Chakra vai bor borhiya . Full enjoy 💕😘.
বহুত ভাল পাওঁ দুয়োটা অনুস্থান ❤
Priyo manuh keijon❤️❤️❤️
It was interesting , enjoyed the show. Keep it up Bartalap. I wish good luck to three of you.
বহুত ভাল লাগিল
#ojaantric ❤❤❤ next episode hunkale lage
Dhunia❤❤❤
wao bartalap........ojantrick
Superb 👌🏻👌🏻
বাৰ্তালাপ আৰু অযান্ত্ৰিক অতিকৈ প্ৰিয় অনুষ্টান । আজি বাৰ্তালাপৰ শ্ৰেণী কোঠাত প্ৰিয় ব্যক্তি দুগৰাকী দেখি আৰু শুনি খুবেই আনন্দিত হৈছোঁ । সদায় এনেদৰে আটাইৰে প্ৰিয় হৈ ৰওঁক শুভ কামনা 💐💐
কাৰোবাৰ কাৰণে সুন্দৰ কবিতা ৰ সৃষ্টি তাতেই হব পাৰে যত আশা থাকে । 😊🙏👍
Bhut axa ase chakra Dak adin log puar ❤
oasis da your smile uff😍😍
Tq emn dhunia ata episode agbohuwa babe
Mr vl lga actor
বহুত বেছি ভাল লাগিল ❤❤❤❤❤❤😂❤❤😂❤❤😂😂❤❤
Fainely 🤩❤️❤️
❤️❤️❤️
❤😮
কবিতাটো শুনি বহুত ভাল লাগিল লগতে আবৃত্তি ধুনীয়া হৈছে🥰🤗