'ৰেন মৌ'ত আইচেংফাৰ স'তে "অসম জাতীয় পৰিষদ"ৰ (AJP) সভাপতি লুৰিণজ্যোতি গগৈ || ft. LURINJYOTI GOGOI

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.พ. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Ravi Shankar, Nayan Bordoloi
    Make-Up - Manash Rabha

ความคิดเห็น • 388

  • @aichengfaboruah
    @aichengfaboruah  4 หลายเดือนก่อน +69

    যিসকল সহযাত্রীয়ে এতিয়ালৈকে এই খণ্ডটিক ইমান মৰম দিছে তেখেত সকললৈ 'ৰেন মৌ'বাসীৰ পৰা আগবঢ়াইছোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা ... যি সকলে এতিয়াও চোৱা নাই তেওঁলোকৰ জ্ঞাতার্থে জনাওঁ যে, ২০২৪ ৰ লোকসভা নিৰ্বাচন যিহেতু তেনেই সমাগত আৰু আমি সকলোৱেই জ্ঞাত যে ৰাজনীতি সমাজনীতিৰেই এটি অংশ, গতিকে সেই কথাৰ সংগতি ৰাখি আমি 'ৰেন মৌ'ত প্রস্তুত কৰিছোঁ Political Video Content ৰ এটি Series ...! বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও সন্মানীয় ব্যক্তি আমাৰ অতিথি হৈ আহিব ... !
    এয়া আগবঢ়াইছোঁ এই Series ৰ প্রথমটি খণ্ড... উপস্থিত আছে "অসম জাতীয় পৰিষদ"ৰ সভাপতি শ্রীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া... সকলোৱে 'যাত্রা'ক মৰম দিব বুলি আশা কৰিলোঁ...!
    Stay Tuned Jaatra with Aichengfa...♥️🙏

    • @romeohirakjyotikalita4342
      @romeohirakjyotikalita4342 4 หลายเดือนก่อน +8

      ভৰি খন নমাই ললে ‌অনুষ্ঠান টো আৰু অলপ শুৱনি হব বুলি মই ভাবো

    • @rashmichetia4994
      @rashmichetia4994 4 หลายเดือนก่อน +3

      ❤❤❤❤❤❤❤

    • @pranjalboruah4739
      @pranjalboruah4739 4 หลายเดือนก่อน

      66tytt6ttt6yttyy6tyy6yyyy6tyyyyyyt6tytytyyyytttyt6yyyt6ttyyttttytyytty6tyttyttyyttyyt66yyy6yyyt6tyyyyyyyyyyyyyyyyyyytyyyyyyyyyyyyy6yyyyyyyyyyyttytyyytytyyytttyyyy5tyyyyyy5tyyyyyty5tyyyy5yytyyyyyyyt5ttyt5yyyyyyt5ytyyyyyyyytt5tyyytyttt5yyyttyt5ttytttyyttyt5ttyyyyyyt5ttyyyyyyy5tyyyyyyyyyyyyytt5yyyytyyttyytyyyyyyyyyyyyt5ttttyyyyyyyyyyyyyytyyt5ttyyyyyttyyyooo😊oo😊

    • @DebajitSonowal-su1mj
      @DebajitSonowal-su1mj 4 หลายเดือนก่อน +1

      Apuni vhari kaita nomai interview lole val lagibo kin2 abaru lurin dai vhari nuthale okonman honman dia tu val buli koi bohute hey babe kolu sinta abar kori sabo sun kua babe Bea napabo kintu 🙏? Val lagil Sai

    • @nvgzone
      @nvgzone 4 หลายเดือนก่อน

      খুব ভাল লাগিছে

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq 4 หลายเดือนก่อน +53

    মই আপোনাক কবিলৈ আছিলোঁ আপোনাৰ এইখন মঞ্চত অখিল গগৈ ডাঙৰীয়া লুৰীনজ্যোতি ককাই আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আনিব বুলি । । তাৰেই মাজত এজনক পালোঁ আৰু দুজনক অতি সোনকালে আনিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ আইছেংফা বা ❤❤❤❤

  • @Pain237_
    @Pain237_ 4 หลายเดือนก่อน +13

    অসমৰ ৰাজনীতিত এই তিনিজন ব্যক্তি আছে কাৰণেই মোৰ বিশ্বাস আছে গণতন্ত্ৰত।
    ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত বিজেপিৰ বিকল্প নাই কিন্তু এই কথা নুই কৰিব নোৱাৰি যে অসমত লুৰিনজ্যোতি গগৈ,অখিল গগৈ আৰু গৌৰৱ গগৈ এই তিনিজন সন্মানৰ পাত্ৰ।
    এওঁলোক দুতলিয়া নহয়।❤
    ভৱিষ্যতে লুৰিন ককাইদেউক অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰোঁ।

  • @handloom1621
    @handloom1621 4 หลายเดือนก่อน +80

    Both anchor and Lurin have good command over Assamese language. Unlike other podcasts, they don't try to use unnecessary English. That is the USP of this channel

    • @tksarmah2632
      @tksarmah2632 4 หลายเดือนก่อน +6

      Lurin Jyoti Gogoi has good command in Assamese language. He is very fluent and spontaneous.

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 หลายเดือนก่อน +18

    নৰনাৰায়ণ, চিলাৰায়, চাওলুং চুকাফা,, লাচিত বৰফুকন,সতী সাধনী, সৰ্বানন্দ সিংহ, আদি মহান বীৰ পুৰুষ সকলে অতীতৰ বৃহত্তৰ অসম গঢ়াৰ সময়ত কিন্তু এতিয়া অসমত শাসন আৰু ক্ষমতাৰ ৰাগীত মতলীয়া হৈ থকাবোৰ কিন্তু তেতিয়া অসম মূলূকত নাছিল। বহুত বহুত শুভেচ্ছা জ্ঞাপন অসমৰ জাতীয়তাবাদী আন্দোলনৰ এগৰাকী আগশাৰীৰ সাহসী যোদ্ধা ভাতৃ প্ৰতীম লউৰঈন জ্যোতি গগৈ লৈ। সাহসেৰে আগুৱাই যাওক জাতীয়তাবাদৰ টিৰঙগা খন লৈ। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন

  • @ProbitraBaruah-cb8cw
    @ProbitraBaruah-cb8cw 4 หลายเดือนก่อน +3

    Love From Rajastan❤❤❤

  • @prahladborgohain4791
    @prahladborgohain4791 4 หลายเดือนก่อน +33

    বাইদেউ মই বহুতৰে Interview চাওঁ কিন্তু আপোনাৰ Interview সকলোতকৈ Best. ইমানেই ভাল লাগে আপোনাৰ এই programe কি কম। আগবাঢ়ি যাওঁক তাৰেই কামনাৰে---

  • @mouchumigogoi7942
    @mouchumigogoi7942 4 หลายเดือนก่อน +8

    সুন্দৰ। দুয়োগৰাকীৰ বাৰ্তালাপত মুগ্ধ।

  • @msk7313
    @msk7313 4 หลายเดือนก่อน +35

    প্ৰিয় মানুহজন ❤

  • @imranhussain8512
    @imranhussain8512 4 หลายเดือนก่อน +40

    এনেকুৱা ব্যক্তিত্বৰ প্ৰয়োজন আছে অসমৰ ৰাজনৈতিক জীৱনত।

  • @RomanTamuli-zc6nf
    @RomanTamuli-zc6nf 4 หลายเดือนก่อน +46

    অসমৰ ৰাইজৰ মৰমৰ লুৰিণজ্যোতি কাকাই!সুন্দৰ অনুষ্ঠান!অখিল গগৈক এদিন এইখন মঞ্চত দেখিৱলৈ পাম বুলি আশা ৰাখিলো!জয় আই অসম!

  • @budheswarnath6516
    @budheswarnath6516 4 หลายเดือนก่อน +10

    লুৰিণ দাৰ দৰে ইমান ব্যক্তিত্ব সম্পন্ন এজন স চাঁ যুৱনেতাক ৰাইজে আগবঢ়াই দিয়ক... অসমৰ প্ৰকৃত উন্নয়ন হবলৈ হলে লুৰিণ দা , অখিল দা আৰু গৌৰৱ দা ক লাগিবই !!!!!

  • @achyutbora851
    @achyutbora851 4 หลายเดือนก่อน +10

    প্ৰথমে আইচেংফা বা আপোনাক আৰু আপোনাৰ চেনেললৈ শুভেচ্ছা জনাইছোঁ। আপোনাৰ যাত্ৰা অনুষ্ঠানটো চাই ভাল পাওঁ। শেহতীয়াকৈ হোৱা সন্মানীয় গৌৰৱ গগৈ দা, ভাতৃ ৰাহুল গৌতম ৰ অনুষ্ঠানটো ভাল লাগিল আৰু এইটো লুৰিনদাৰ অনুষ্ঠানটো ভাল লাগিছে। এনেদৰে সদায় আমাক ভাল লগা অনুষ্ঠান উপহাৰ দি যাব আৰু আমিও মৰম দিম। আগবাঢ়ি যাওঁক অনুষ্ঠানটো তাৰেই কামনা।
    লুৰিনদা নৱ প্ৰজন্মৰ এজন জনপ্ৰিয় নেতা বৰ্তমান। তেওঁলৈ বহুত শুভেচ্ছা। এজন শিক্ষিত powerfull নেতা আমি ভবিষ্যতৰ অসম খনৰ কাৰনে বহুত প্ৰয়োজন অনুভৱ কৰিছোঁ আৰু সেইয়া লুৰিনদাৰ ওপৰত আশা কৰিব পাৰি। বিশ্ববিদ্যালয়ত তেওঁক লগ পাইছিলো। তেওঁৰ অধীনত AASU কৰিলোঁ কেইদিনমান। তেওঁক জানো ভালকৈ। এজন ভদ্ৰ, নম্ৰ, সামাজিক ভাৱে সচেতন, সমাজ প্ৰিয়, উচ্চ শিক্ষিত, বক্তা, নেতা ইত্যাদি। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি লগত আছোঁ সদায় ককাই লগত। বহুত ভাল পাওঁ ককাইক। জয় আই অসম। অসম প্ৰথম , সদাই আৰু চিৰদিন।

  • @jayraj8506
    @jayraj8506 4 หลายเดือนก่อน +6

    নিজ জাতি, ভাষা আৰু ঠাইক ভালপোৱা মানুহক দেখিলে, তেওঁলোকৰ কথাবোৰ শুনিবলৈ পালে খুউব ভাল লাগে ৷ দুয়োলৈ অনেক শুভেচ্ছা যাছিলোঁ ৷

  • @user-kd7dh7be3r
    @user-kd7dh7be3r 4 หลายเดือนก่อน +5

    Bahut val lagil.Lurin is a dynemic leader of Assam.

  • @rohiniborgohain7654
    @rohiniborgohain7654 4 หลายเดือนก่อน +5

    সুন্দৰ ।বহুত ভাল লাগিল । ৰেন মৌৰ যোগেদি অতি সুন্দৰ বাৰ্তা প্ৰেৰণ ।

  • @anamikakalita-ho5sq
    @anamikakalita-ho5sq 4 หลายเดือนก่อน +6

    Lurinjyoti Gogoi zindabad jai aai asom bohut val lagil. Ananda kalita Dibrugarh.

  • @gyandeepnath3600
    @gyandeepnath3600 4 หลายเดือนก่อน +5

    দুয়োগৰাকীৰেই অসমীয়া ভাষাৰ যি সাৱলীল কথোপকথন , সঁচাকৈ মন্ত্ৰমুগ্ধ হৈছোঁ । লগতে তেওঁৰ যি স্পষ্টবাদী কথা আৰু তেওঁৰ যি ধ্যান-ধাৰণা সঁচাকৈ আমি আপ্লুত আৰু ইয়াৰ প্ৰতি আকৰ্ষিত ❤

  • @mamonidevi617
    @mamonidevi617 4 หลายเดือนก่อน +5

    Xochakoi bohut bhal lagil

  • @user-xx1ri9hu6d
    @user-xx1ri9hu6d 4 หลายเดือนก่อน +5

    Future of Assam... Luring daa !!

  • @DulalBorgohain1983
    @DulalBorgohain1983 4 หลายเดือนก่อน +5

    মোৰ অতিকৈ প্ৰিয় মানুহজন ♥️

  • @dhanjitnath8871
    @dhanjitnath8871 4 หลายเดือนก่อน +9

    লুৰিনদা আপোনাক হৃদয়ৰ পৰা নমন জনাইছোঁ আপোনাৰ নিচিনা মানুহ আমাৰ গৌৰৱ❤❤❤

  • @user-sj7dn1je7u
    @user-sj7dn1je7u 4 หลายเดือนก่อน +4

    Bahut Bahut Dhuniya.

  • @user-pt3vb3ul8n
    @user-pt3vb3ul8n 4 หลายเดือนก่อน +7

    অসমৰ এগৰাকী অসমীয়া ভালপোৱা থলগিৰি যুৱক। প্ৰতিভা থকা যুৱক। bless you with love you ❤❤❤

  • @lakshyasaikia6372
    @lakshyasaikia6372 4 หลายเดือนก่อน +4

    অভিনন্দন ককাইদেউ। আগুৱাই যাওক প্ৰতি খোজতে।

  • @user-ph9cw6es3d
    @user-ph9cw6es3d 4 หลายเดือนก่อน +4

    সুন্দৰ অতি সুন্দৰ আইচেংফা ৰমেশ ছাৰ চাবুৱা 🎉

  • @user-ew8ls6by2b
    @user-ew8ls6by2b 4 หลายเดือนก่อน +4

    Bohut.val.lagil

  • @debahandique8522
    @debahandique8522 4 หลายเดือนก่อน +6

    আপোনাৰ প্ৰশ্ন🔥🔥 লুৰিন দাৰ উত্তৰ❤

  • @riturajboruahboruahrituraj3182
    @riturajboruahboruahrituraj3182 4 หลายเดือนก่อน +4

    অতি সুন্দৰ আপোনাৰ এই প্ৰচেষ্টা
    আগলৈ আৰু এনে অনুষ্ঠান দেখা পাম বুলি আশা কৰিলোঁ

  • @zayaborgohain6076
    @zayaborgohain6076 4 หลายเดือนก่อน +3

    sokuluk kenekoi hompodoloi poriborton koribo pari....uff eman dhunia sinta dharabur...hodai enekoi ajon hosa aru val monor adhikari manuh hoi aguai jua tumi ...vogobanor usot parthona thakil....

  • @JulinDoley-qe1iw
    @JulinDoley-qe1iw 4 หลายเดือนก่อน +3

    বহুত ভাল lurin Jyoti Gogoi jindabat

  • @pabanboruah6801
    @pabanboruah6801 4 หลายเดือนก่อน +20

    লুৰিন দা আপোনাক অসমৰ খিলঞ্জীয়া জাতিটো ৰক্ষা কৰিবলৈ অসমৰ খিলঞ্জীয়া ৰাইজে আপোনাক অসমৰ গুৰি ধৰিবলৈ বিচাৰে।❤

  • @NILAV329
    @NILAV329 4 หลายเดือนก่อน +4

    লুৰিণজ্যোতি দা এজন খুবেই দূৰদৰ্শী মানুহ,, তেওঁৰ কথাবোৰত যথেষ্ট গভীৰতা আছে লগতে বিভিন্ন বিষয়ত তেওঁ অভিজ্ঞতাপুষ্ট। মোৰ জীৱনৰ প্ৰিয় ব্যক্তিবোৰৰ ভিতৰত তেওঁ এজন অন্যতম।

  • @pradeepthakuria9035
    @pradeepthakuria9035 4 หลายเดือนก่อน +4

    ভাল লাগিল, আকৌ আশাৰে বাট চাইছো

  • @assameseorganisation
    @assameseorganisation 4 หลายเดือนก่อน +5

    Thank you

  • @raktimlahkar8290
    @raktimlahkar8290 4 หลายเดือนก่อน +9

    বঢ়িয়া.. সমাজমূখী জাতীয়তাবাদৰ ধ্বজ্বা কঢ়িয়াওক.. অযুত শুভেচ্ছা ❤

  • @user-qs2qq6vi6t
    @user-qs2qq6vi6t 4 หลายเดือนก่อน +9

    লোৰিন দাৰ যিটো কথা কোৱা শৈলী শব্দ উৎসাৰণ সেইটো মোৰ বহুত ভাল লাগে ।

  • @chandangohain5653
    @chandangohain5653 4 หลายเดือนก่อน +5

    Very good

  • @Siddhartha_Chetia07
    @Siddhartha_Chetia07 4 หลายเดือนก่อน +5

    Ahom rules💯💪🏻

  • @tridipbora7388
    @tridipbora7388 4 หลายเดือนก่อน +5

    সুন্দৰ

  • @kuldeepkalita6853
    @kuldeepkalita6853 4 หลายเดือนก่อน +4

    প্ৰিয় নেতা ❤❤❤

  • @dipankarchangmai1439
    @dipankarchangmai1439 4 หลายเดือนก่อน +7

    বহুত podcast চাইছো কিন্তু আপুনি অলপ সুকীয়া, আৰু আগুৱাই যাওঁক । লুৰিন ককাইদেউ আপুনি আগুৱাই যাওঁক ।

  • @jharnanath7616
    @jharnanath7616 4 หลายเดือนก่อน +6

    খুব স্পষ্টবাদী মানুহ , এনেলোক আছে বাবেই পৃথিৱী ইমান ধুনীয়া ❤

  • @ranjankonwar9990
    @ranjankonwar9990 4 หลายเดือนก่อน +4

    এটি ভাল অনুষ্ঠান৷ দেশ জাতিৰ প্ৰতি এসাগৰ ভালপোৱা লৈ আগবাঢ়ি যোৱা ব্যক্তিগৰাকীৰ সাক্ষাৎকাৰ৷ নতুন প্ৰজন্মই যুক্তিৰ আধাৰত নতুন সমাজ গঢ়িব সেই আশাটো আমাৰো বুকুত আকৌ পোখা মেলিছে৷ অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰে আন্তৰিক আলাপ৷ দুয়োজনলৈ অভিনন্দন৷

  • @khagenbaruah1026
    @khagenbaruah1026 3 หลายเดือนก่อน +2

    আই চেং ফা আৰু লুৰিনজ্যোতি ডাঙৰীয়াৰ সাক্ষাৎকাৰ ভাল লাগিল । দুয়োলৈকে শুভেচ্ছা জনলোঁ।

  • @xondhanxomadhan9685
    @xondhanxomadhan9685 3 หลายเดือนก่อน +2

    বহুত ভাল বক্তা আৰু চিন্তা ধাৰাৰ অধিকাৰি Lurin দা। ভাল লাগিল।

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 4 หลายเดือนก่อน +6

    লুৰিন দাক বহুত ভাল লাগে

  • @KaSiYali
    @KaSiYali 4 หลายเดือนก่อน +10

    ইংৰাজী,হিন্দী ভাষাক এচামে বুকুৰ আপোন কৰি লোৱাৰ সময়তে আইচেংফা বা আপুনি নিজৰ ভাষাটোক কৰা আদৰ,মৰম সঁচাই ভাললগা।এই প্ৰচেষ্টা সণ্ঢালনি হওক।শুভেচ্ছা সদায়ে থাকিব।

  • @mamonisaikia39
    @mamonisaikia39 4 หลายเดือนก่อน +4

    আইচেংফা লুৰিন jyoti লগত হোৱ তোমালোকৰ আলোচনা বহু ত ভাল লাগিল আমিও বহু ত কথা জানিব পাৰিলো অতি সুন্দৰ❤❤❤❤

  • @rajudhemaji7995
    @rajudhemaji7995 4 หลายเดือนก่อน +4

    খুব ভাল লাগিল অনুস্থানটো । সুখ মানেই জীৱন নহয়। কষ্টক জয় কৰি জীয়াই থাকিব পৰাটো হৈছে জীৱন। জীৱন মানেই টো যুদ্ধ (সংগ্ৰাম) । শেষত লুৰিন ককাইদেউ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ আপুনি যুদ্ধত জয়ী হয়।

  • @kalpanapegu6554
    @kalpanapegu6554 4 หลายเดือนก่อน +5

    বহুত ভাল লাগিল। এনেকৈয়ে আবহাওয়া মৰমৰ আইচেংফা।

  • @banjitgogoivlogs
    @banjitgogoivlogs 4 หลายเดือนก่อน +4

    ভাল লাগিল ।❤❤❤

  • @nomadicmind7849
    @nomadicmind7849 4 หลายเดือนก่อน +16

    খুউব ভাল লাগিল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জিন্দাবাদ । জয় আই অসম ✊

  • @hirakjyotiburagohain4307
    @hirakjyotiburagohain4307 4 หลายเดือนก่อน +9

    জীৱনৰ সংজ্ঞাটো খুব ভাল লাগিল....💓

  • @ankshumanbora7825
    @ankshumanbora7825 4 หลายเดือนก่อน +6

    প্রিয় ব্যক্তিত্ব ❤🙏🏻

  • @abhijeetgogoi1704
    @abhijeetgogoi1704 4 หลายเดือนก่อน +4

    val lagil video sai, lurin da zindabad dibrugarh t jikiboi mur aakhirbaad thakil.

  • @tilokborgohain2041
    @tilokborgohain2041 4 หลายเดือนก่อน +4

    ভাল লাগিল

  • @parajitasaikia
    @parajitasaikia 4 หลายเดือนก่อน +6

    দুয়োজনলৈকে বহুত ধন্যবাদ থাকিল তোমালোকৰ যাত্ৰা অব্যাহত থাকক ঈশ্বৰৰ আশীৰ্বাদ সদায়ে থাকিব মাত্ৰ সততা ৰাখি সাহসেৰে আগবাঢ়ি যোৱা । কৃষ্ণ ।।

  • @dcomsonowal215
    @dcomsonowal215 4 หลายเดือนก่อน +4

    lots of love lurin jyoti gogoi kai

  • @kazirangapride7977
    @kazirangapride7977 4 หลายเดือนก่อน +23

    ❤ সুন্দৰ । লুৰিণজ্যোতি গগৈৰ সততাই আমাক মোহিত কৰে

  • @user-uu8el3rn6o
    @user-uu8el3rn6o 4 หลายเดือนก่อน +7

    ভাল লাগিল ।বহুত বহুত শুভকামনা লুৰিন জ্যোতিলৈ

  • @nanditadutta6770
    @nanditadutta6770 4 หลายเดือนก่อน +5

    সুন্দৰ কথা কৈছে।এনে এজন ব্যক্তি আমাৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বৰ প্ৰয়োজন।

  • @popiphukan9718
    @popiphukan9718 4 หลายเดือนก่อน +3

    বহুত ভাল লাগিলে শুনি.... আপোনালোক দুয়ো জনলৈ আশে
    ষ ধন্যবাদ...

  • @minakshideka12
    @minakshideka12 4 หลายเดือนก่อน +4

    Val lagil ❤️

  • @subarnagogoi7087
    @subarnagogoi7087 4 หลายเดือนก่อน +4

    Babahut morom 😍

  • @dhan__13
    @dhan__13 4 หลายเดือนก่อน +5

    মই ভাবো দাদাৰ আমাৰ অসম খনৰ প্ৰতি থকা এই ভাল চিন্তা ভাবনা বোৰৰ বাবে বহুত ভাল লাগে।
    আশা কৰোঁ আমাৰ এতিয়াৰ নৱ প্ৰজন্ম তথা সমাজহিতৰ লগত জড়িত সকলো ব্যক্তিয়ে দাদাৰ সৈতে অসম খনক আগুৱাই নিয়াত সহায় কৰিব।

  • @hvchdydudfu
    @hvchdydudfu 4 หลายเดือนก่อน +7

    Lurin jyoti gogoi zindabad❤

  • @zayaborgohain6076
    @zayaborgohain6076 4 หลายเดือนก่อน +3

    God bless you lurin da....success in all....💐💐

  • @ranjanahandique2171
    @ranjanahandique2171 4 หลายเดือนก่อน +5

    কথা শৈলী শব্দ উচ্ছাৰণ দুয়োৰে ভাল লাগে

  • @gayatridas594
    @gayatridas594 4 หลายเดือนก่อน +4

    প্ৰিয় মানুহজন ❤🌚

  • @NitulBordoloi-fx2kf
    @NitulBordoloi-fx2kf 4 หลายเดือนก่อน +5

    Val lagil kothakhini huni 👌👌

  • @koushik8523
    @koushik8523 4 หลายเดือนก่อน +6

    ভাল লাগিল। ❤

  • @mb1734
    @mb1734 4 หลายเดือนก่อน +5

    লুৰিণ গগৈ এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব...লিখি থব পাৰে...।।।

  • @user-wn1fh4vi4b
    @user-wn1fh4vi4b 4 หลายเดือนก่อน +21

    Future Assamese leader ❤

    • @parthaDborahdaas
      @parthaDborahdaas 4 หลายเดือนก่อน

      Vaalki mare manupulat koresa ee .. Politics harebole khaale kimman tooka mareel kothaa2u keeo nuhudel .. èeeman k hoopun de youthbelakok aji j tar howwa v nie .. job, bebokhai source ulleai dear manuuh jon aji j 0 levelot okool taur fildor kartak he jan taan allop .. bakee bhoter tauuk support de valsse hoi jua burok ki dela aji Proitaabannor kotha k j koi okol amee taur partik vot d c luu .. toka mareel n aji jonogon kuunga

  • @abdullaalfarug5292
    @abdullaalfarug5292 4 หลายเดือนก่อน +5

    আপোনাৰ এই স্থিতি সদায় অটুট থাকক তাৰেই কামনা ।

  • @niorborah2940
    @niorborah2940 4 หลายเดือนก่อน +5

    জাতীয় নায়ক লুৰিন জ্যোতি গগৈ

  • @Sapon_Kumar_Deka
    @Sapon_Kumar_Deka 4 หลายเดือนก่อน +4

    বহুত ভাল লাগিল বা,Lurin দা মৰমৰ ব্যক্তি আছিল,আছে আৰু সদায় মৰমৰ হৈয়ে থাকিব। জয় আই অসম ✊✊✊

  • @debajitgogoi9333
    @debajitgogoi9333 4 หลายเดือนก่อน +3

    Lurin da great 👍❤️❤️❤️

  • @tapashthakuria830
    @tapashthakuria830 4 หลายเดือนก่อน +4

    Lurin daa❤️🙌

  • @pulenspragyan6561
    @pulenspragyan6561 4 หลายเดือนก่อน +6

    বহুত ভাল লাগিল।
    দুয়োগৰাকীলৈ শুভেচ্ছা জনালোঁ 💐

  • @lakhinathboruah5004
    @lakhinathboruah5004 4 หลายเดือนก่อน +4

    Bohut vaal lagil.apunar jatrat sohojugi hobo bisaru.

  • @achyutmgogoi7613
    @achyutmgogoi7613 4 หลายเดือนก่อน +4

    Love from sibsagar❤.Amar bidhayak akhil gogoik matibosun

  • @mohanchutia571
    @mohanchutia571 4 หลายเดือนก่อน +3

    Lurin da ❤

  • @gagantalukdar3201
    @gagantalukdar3201 4 หลายเดือนก่อน +4

    খুউব ভাল লাগিছে, এই অনুষ্ঠানলৈ অখিল গগৈক নাইবা গৌৰৱ গগৈক আনিলে ভাল পাম ।

  • @binitaborgohain5688
    @binitaborgohain5688 4 หลายเดือนก่อน +12

    লুৰিন জ্যোতি জিন্দাবাদ।জাতীয়তাবাদ জিন্দাবাদ❤❤❤❤

  • @dipukonwar9083
    @dipukonwar9083 4 หลายเดือนก่อน +5

    Lurinjyoti da 💚💚💚

  • @loveu8756
    @loveu8756 4 หลายเดือนก่อน +6

    অখিল গগৈ ক মাতিব ❤

  • @jyotimoycreations..
    @jyotimoycreations.. 4 หลายเดือนก่อน +17

    মোৰ ভাল লগা মানুহজন ।।। সুন্দৰ অনুষ্ঠান ।

  • @jintugogoi624
    @jintugogoi624 4 หลายเดือนก่อน +4

    Lurin da love you❤

  • @smartfact5744
    @smartfact5744 4 หลายเดือนก่อน +6

    His Assamese fluency is excellent

  • @papudoley6071
    @papudoley6071 4 หลายเดือนก่อน +4

    সুন্দৰ অনুষ্ঠান। প্ৰিয় মানুহজন। লুৰিন জ্যোতি দা জিন্দাবাদ। জাতীয়তাবাদ জিন্দাবাদ।♥️

  • @user-ti6ry5fk1u
    @user-ti6ry5fk1u 4 หลายเดือนก่อน +14

    লুৰিণ দাদক বহুত ভাল লাগে আৰু তেখেতে যি ধৰনে জাতি কথা ভাবে তেখেতে দৰে কোনো এজন ব্যক্তিয়ে নাভাবে জাতি কথা 2026 চনত লুৰিণ মুখ্য মন্ত্ৰী বনাব লাগি জয় আই অসম ❤️🤍

  • @piyankichetia8696
    @piyankichetia8696 4 หลายเดือนก่อน +4

    ❤❤❤❤❤

  • @BJBUTTRADING
    @BJBUTTRADING 4 หลายเดือนก่อน +4

    Gem❤

  • @PradipkumarBorah-lc8du
    @PradipkumarBorah-lc8du 4 หลายเดือนก่อน +4

    ভাল লাগিল সুন্দৰ অনুস্থান

  • @ranjugogoi4117
    @ranjugogoi4117 4 หลายเดือนก่อน +4

    বৰ সুন্দৰ।অৰ্থবহ

  • @tanmoykalita2653
    @tanmoykalita2653 4 หลายเดือนก่อน +6

    I like this person❤.

  • @rashmikoch4658
    @rashmikoch4658 4 หลายเดือนก่อน +5

    সুন্দৰ ❤

  • @diptidevi3797
    @diptidevi3797 4 หลายเดือนก่อน +5

    Best interview

  • @mysuccessvibeteamnortheast1951
    @mysuccessvibeteamnortheast1951 4 หลายเดือนก่อน +4

    এই অনুষ্ঠানৰ আঁত ধৰাৰ পাৰদৰ্শিতাই অনুষ্ঠানটোক বৰ সুন্দৰ কৰি তুলিছে 🎉।।