Without any skip full one hour i watch cuz I love bipin sir❤❤love from meghalaya ,,past is very bad after knowing everything but God is great ❤ so that is y now u are great singer all time❤
He is one of the person who achieved success from that point who can't even dream for it at those hazard situations... Also he is one of my Parent's Fav Singer/Song Writter ❤ 'Chao Bipin Chawdang' Stay happy and Healthy Sir.. You're much older than me I may your son age so Kokaidow buli nkou moi 😅❤
Teur kotha buror pora ata val kotha janibo parilu je Jibonot Jiman dukh ahileu kosto kori jabo lge val kam koribo lage Adin nhoi adin hukh nischoy ahibo 😌❤️
বিপিন চাওদাং ডাঙৰীয়াই বিশেষকৈ শৈশৱত যি খিনি কষ্ট সহি ডাঙৰ হল এইয়া বহু লোকৰ উপলব্ধিৰ বাহিৰত 😢😢😢 মই আগেয়ে তেওঁ কেৱল বেলেগৰ ঘৰত হালোৱা খতা বুলিহে জানিছিলোঁ কিন্তু ইমান দুখৰ কাহিনী জনা নাছিলোঁ.....😢😢 এনে দুখ কষ্ট ভগৱান সদৃশ লোকেহে সহিব পাৰে... তেওঁ লোকৰ নিচিনা লোকেই আধুনিক যুগৰ ভগৱান 🙏🙏🙏 আমাৰ ঘৰত কোনো লোকে ভিক্ষা বিচাৰি আহিলে কেতিয়াও নিৰাশ কৰা নাই... আজি কালি তেনেকুৱা লোক নাইকীয়া হল....!!! তথাপিও তেখেতৰ কাহিনীয়ে হয়টো বহু লোকৰ চকু খুলিব..... যদি কোনো লোকে কেতিয়াবা এসাঁজ ভাত বিচাৰে সদাই ইয়াৰ প্ৰতি সঁহাৰি জনাওক...🙂🙂
কথাবোৰ শুনি বহুত দুখ লাগিল ভগৱানে মঙ্গল কৰক।
বিপিন চাউদাঙৰ মাকে আজিৰ সুখৰ দিনবুৰ দেখা নেপালে,
তাৰবাবে তেওৰ মনত বৰ দুখ
বুলি কলে, নাজানু কিয় মোৰ
দুগালে দুঢাৰি চকুলো বয়গল,
এই বুৰ ভগৱানৰে খেল,
এতিয়ালৈকে যদি মাকজনীয়ে
জীয়াই থাকিল হেতেন কিমান
সুখ পালে হেতেন ভাবি বৰ দুখ
লাগিল। ❤❤
আপোনাৰ সাক্ষাৎকাৰটোৱে হৃদয় চুই গ'ল, কিমান সৰল চিন্তাধাৰা আপোনাৰ
Hoçhai bohut bohut val lagile kishu dukh lagi shil Beepiñ Bhai ,🪷🪷🪷🪷🌹🌹🌹🌹
অভাৱে আৱিষ্কাৰ মূল তাৰে উদাহৰণ বিপিন চাওদাং ককাইদেউ। সঁচাকৈ এজন ভাল মানু্হ তেওঁৰ প্রতি শ্ৰদ্ধা আৰু ভক্তি সদায় আছে ❤❤
বিপিন চাউদাঙৰ অতীতটোৱে হৃদয় চুই গ'ল। আপুনি আৰু আগুৱাই যাওক। শুভকামনা থাকিল।
বি পিন চা ও দাং। ডাঙৰীয়া আপোনাৰ জীৱন গা থা সুনিলো । আগ বাঢ়ি যাওক অসমৰ ৰাইজৰ সঁহাৰি সদাই পাব । ভগৱানে। সহায় কৰিব ।
বিপিন বহুত দুখ লাগিল ভগবানে তোমাক আৰু আগুৱাই নিয়ক
আপোনাৰ জীৱনৰ কাহিনী শুনি এখনি পূৰ্ণাংগ বোলছবি চাই থকা এটি অনুভৱ হ'ল।
অনুষ্ঠানটো চাই বহুত ভাল লাগিল৷বিপিন চাওদাং দাদা আপুনি যেন চিৰদিন একেই থাকে কেতিয়াও যেন সলনি নহয়৷ “সৰলতাৰ মাজত সদায় ঈশ্বৰ বাস কৰে“ এই উক্তিৰ সত্যতা আপোনাৰ মাজত বিদ্যমান৷
❤this spech
Alok pequ ok @LilKalyanJyotiBarman
😂😂🎉❤🎉
Alok pequ
Tank top bipbim
আপোনাৰ চিন্তাধাৰা সমূহ হৃদয় চুই গৈছে l ভগাবানে আপোনাৰ সহায় কৰক ❤❤
অনন্য সাক্ষাৎকাৰ। লওঁতা, দিওঁতা দুয়োগৰাকীলৈকে অভিনন্দন।।
বিপিন দা আপোনাৰ গান বোৰ বহুত ভাল লাগে
বহুত ভাল লাগিল অনুষ্ঠান টি চাই , ধন্যবাদ হিমাশ্ৰী
Agor kotha vabi dukh nokoribo,vogowane porikhya loisil buli vabibo...kn2 apunar maa deota aji jiai thoka hole amaru val lagil hoi...
ূূূূূ 😢Simplecity can check the world .বাপুজীৰ এই বাক্যটি তোমাৰ জীবনত সুন্দৰকৈ প্ৰতিফলিত হৈছে ।ঈশ্ছৰে কুশলে ৰাখক ।
@nirupomachetia327 Right
Bohut val lagil
ঠ😂🎉😂❤❤❤❤❤😊😊😊😊😅😅😅😅😅😮😮😮গুে
@@nirupomachetia327
Agry
বিপিন দা.আপোনাক.ভগবানে.শক্তিৰ প্ৰমাণ চাইছে.দুখ.দিয়া.নাই নিজেই দুখ.নকৰিব
Thank you very nice Bipin choudang From padmajhar
বৰ ভাল লাগিল অনুষ্ঠানটি চাই। তেওঁক সাক্ষাতেও পাইছো। বৰ সহজ সৰল মানুহ। সদায় এনেকৈ থাকক।
একদম প্ৰথমৰ পৰা শেষৰলৈকে চালোঁ ,,দাদাৰ জীৱনত বহুত ঘাত-প্ৰতিঘাত আছে ।। তেওঁৰ দৰে মোৰো জীৱনত সংগ্ৰাম চলি আছে । মিলি পৰিছে ।। দাদাৰ দৰে একাল দুখঃ হৈ একাল সুখ হব বুলি ভাবিয়েই জীয়াই আছো আজিও কষ্ট কৰি ।। তেওঁৰ আমাৰ বাবে সাহস আৰু প্ৰেৰণা 😢❤
বিপিন দা কথাবোৰ খুব ভাল লাগিল, গান বুৰ ক'ব নোৱাৰি বৰ ভাল লাগে,মই খুব হোনো ❤❤
অন্তৰত জোকাৰণণিৰ সৃষ্টি কৰে এই গীতটিয়ে❤❤❤❤❤
bht vl lagl prgrm2 sai..bipin dar kothabur huni sokupani ulai gol bht simple manuhjn..ru bipin da ru vl vl kam kri jaboloi jn vgobane apunak hokti dyok ru jumping studio ru aguwai jauk tare kamona koru..
দাদাৰ কথা খিনি গোতে সুনিলো সুনি বহুত দুখো লাগিল আৰু ভালো লাগিল আগলৈ অহা দিন বোৰ আৰু ভাল হক❤
হে ভগবান দাদা আপোনাৰ জীৱন কাহিনীটো শুনি বৰ দুশ লাগিলে ।ধন্যবাদ দাদা আপোনাৰ গান বিলাকে বহুত নৱপজনমক আগুৱাই নিয়ক তাৰ বাবে ভগবান ওচৰত ওচৰত প্ৰাৰ্থনা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏।
বহু ত ভাল লাগিল সৰু কথা বোৰ শুনি দুখ লাগিল
ককাইদেউ আপোনাৰ বিধ্বস্ত শৈশৱ- কৈশোৰ আৰু অবৰ্ণনীয় দুঃখ ৰ্দুদশা বোৰ শুনি বৰকৈ দুঃখ অনুভৱ কৰিলোঁ !। আলফা সংগ্ৰাম খনৰ বাবে এসময়ত আমি ভাৰতীয় সেনাৰ আগত কাণত ধৰি আঠু কাঢ়িব লগা পৰিস্থিতি হৈছিল । যি সকলৰ বাবে অকথ্য নিৰ্যাতন সহিছিলোঁ সেই সকলৰ প্ৰায় বোৰে মূল সুঁতিলে উভতি আহি এতিয়া মহা সুখেৰে ৰাজ ভোগ কৰি আছে । সেইয়া তেওঁলোকৰ পূৰ্ব জনমৰ পূণ্য ফল বুলি নিজকে পতিয়ন নিয়াও । আমাৰ চোতাল ।
৫ূ
বহুত দুখ লাগিল কথাবোৰ আমাৰ দেউতাই আপোনাৰ গান বোৰ 🎉
হিমাশ্ৰী ভাল Contents তোমাৰ প্ৰায় বোৰ Poadcast চাও আৰু স্পষ্ট জনগনৰ ৯০ /২০ দশকৰ মোৰ অতি সুন্দৰ ৮০ দশকৰ স্বদেশ ৰ নিৰ্ভীক শিল্পীক তুমি দেখুবালা অনন্য ৷ভাল লাগিল ৷বাতৰিৰ কাৰনে বাতৰি হৱ যেন নালাগে ভাল পদক্ষেপ আগবাঢ়ি যোৱা !
Apunar khatha bur khuni bohut dhuk lagil maa r dare kunu hb nuare ❤❤❤❤❤
Bipi .apunar jiwan kahini huni bohut bhal palu .apunar bhobissyat jiwanor dirghaiyu kamona korilu .issware Mongol korok . Dhonnyabad thakil apunaloy .
সচাঁই সূনদৰ উপস্থাপন❤🎉ৱৰ দূখ লগা, সেই সময়ত অসমীয়া সমাজ সচেতনতা আৰু আজিৰ সমাজ ৱৎৱসতা কিৱা সলনি হৈছে নে ৱাৰু সদাশয় বৎকটিয়ে নিশ্চয়ই উপলব্ধি কৰিৱ বুলি আশা ধন্যবাদ সকলোলৈ🎉🎉🎉🎉🎉
বিপিন দাদা ভাল লাগিল আপুনি মাটিৰ গায়ক॥
Onuthan to sai khub val lagile. Bhagobane aapunak mongal korok.
Apunr ganr dore teipoijo aji kali gan burot ni bhut vl lge apunr gan bur ❤
😢😢 kotha bor xuni dukh palo 😢😢 aru val lagil dea
খুবেই ভাল লাগিল অনুষ্ঠানটি চাই, দুচকু নিগৰি আহিল।
এখেতৰ জীৱনৰ কাহিনী শুনি ভাল লাগে।তেখেত সঁচাকৈয়ে প্ৰকৃত সংগ্ৰামী।
Without any skip full one hour i watch cuz I love bipin sir❤❤love from meghalaya ,,past is very bad after knowing everything but God is great ❤ so that is y now u are great singer all time❤
Bohut Val lagil pogemto sai
Dhanyabad Bipin, Bhagabane kripakarK. Ashirbad karisu aggbhri jawa. ❤.
He is one of the person who achieved success from that point who can't even dream for it at those hazard situations... Also he is one of my Parent's Fav Singer/Song Writter ❤ 'Chao Bipin Chawdang' Stay happy and Healthy Sir.. You're much older than me I may your son age so Kokaidow buli nkou moi 😅❤
বহুত ভাল লাগিল বিপিন চাওদাঙৰ জীৱনী সম্পৰ্কে জানিব পাৰি। সংগ্ৰামী জীৱন। এতিয়া তেওঁক পোৰা সোণ বুলিয়ে ক'ব লাগিব। তেওঁৰ আৰু উন্নতি হওক। সকলোৰে আদৰ্শৰ প্ৰতীক হওক। কুশলে থাকক।
অহংকাৰ নাহিলে মানুহজনৰ এইটো বহুত ভাল লাগিল।
❤🎉❤ apunar song Mur bor val lage ❤🎉❤ god bless u ❤🎉❤ bina
Moi Tinghkong 're Sologuri Tiponia' r suali,dada mor babei ek prerona,love you brother, always be happy ❤
Kiman baar j saisu kokaidew'r interview. Amoni nlge❤ emn innocent ei manuhjon. No words left. God bless you always dada!!
Priyo manuhjon❤️😍
Aibur bhagwabane dhajya porikhya loi pasot bohut dea :go ahead🎉🎉
বহুত ভাল লাগিল। বিপিন চাউদাঙ লৈ বহুত শুভেচ্ছা থাকিল।
বহুত ভাল লাগিল এই কাৰনে শেষললৈ চালো
আপোনাৰ দুখৰ কথাখিনি মোৰ সৈতে বহুতখিনি মিল আছে।
ইমান ধুনীয়া অন্তৰ ৰ গৰাকী বহুত সহজ সৰল মনৰ মানুহ ভাল লাগিল ভগবানে সদায় কুশলে ৰাখক ❤❤ অনুস্থানতো বহুত ভাল লাগিল চাই
Joi jinda bad bipin da apunar gan khub hunu bohut val lagae mur .
বহুত দুখ লাগে তেওৰ জীৱন কাহিনী শুনিলে, তেওৰ গান শুনি অসমৰ ৰাইজে বহুত ভাল পায় ।
LOVE FROM BORSOLA 💜✅
বিপিন দা গান ভাল লাগে ।শুভেচ্ছা জনালো
বহুত বহত ভাল লাগিল হীমাশ্ৰী বিপিন ককাইদেউ কতো ভিডিঅ মই চোৱা নাই আজি চাই বহুত ভাল লাগিল কিন্তু দুদিন দেৰি হল চাওতে❤❤❤আগুৱাই যোৱা তুমি ||
বহুত কান্দিলোঁ অ'।😢😢 তেওঁৰ জীৱনৰ আধাখিনি সময় বহুত কষ্টত অতিবাহিত কৰিবলগীয়া হʼল। ভগৱানে আশীৰ্বাদ কৰক, সদায় ভালে থাকক।🙏🙏🙏
God bless you Bipin daa Aponar kotha bor suni bohut bechi dukh lagile 👍👌🙏🌈💗💖🐅🌼🌾🌍
❤❤❤❤❤ আজি vedio টো চাই বহুত বেছি ভাল লাগিলে, বহুত কান্দিলো তেওঁ জীৱনৰ কাহিনী শুনি
Shosakwi karo manuhor jibonot anekuwa din nahok Bipin sawdang sir, apuni shosakwi bohut bohut great bohut dukh lagil apunar kotha shuni
আপোনাৰ অতীতৰ কথা বোৰে মোক বাৰুকৈয়ে আৱেগিক কৰি পেলালে .....চকুলো নিগৰিলে.......কি কম ? মাথো ক'ব বিচাৰো ; ভগৱানে সকলো ফালৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালৰ মঙ্গল কৰোঁক ; আপুনি সদায় অন্তৰৰ পৰা এনেদৰেই সৎ আৰু সহজ মানুহ এজন হৈয়েই থাকক !🙏
যিবোৰে সমালোচনা কৰিছিল সেইবোৰক অসমৰ ৰাইজে চিনি পাই জানো । বিপিন চাউদাঙ, বিপিন চাউদাঙে হৈ থাকিব অসমৰ হিয়াৰ আমঠু হৈ ।
Bohut val lagil❤❤
বৰ দুখ লাগিল সছাকৈ , চকুপানী ওলাই আহিল, বিপিনলৈ আমাৰ বহুত শুভেচ্ছা থাকিল
বহুত,বহুত,বহুত ভাল লাগিল।
Val lagil❤
এই কথা বিলক শুনিলে বৰ বেয়া লাগে চকুৰ পাণি ওলাই
Apunak bhut val lage, vale thakok dada❤❤🙏🙏
বিপিন তোমাৰ সৰুৰ দুখ খিনি যাতে এতিয়া সুখৰ সংসাৰ হওঁক আমাৰ আশীৰ্বাদ থাকিল
বিপিন চাওদাং ৰ গান বোৰ শুনি লে শুনি থাকিব মন যায়। আমনি নালাগে। ভগবানৰ ওচৰত মিনতি জনাও যেন সদায়ে সুস্থ কৈ ৰাখে ।
তোমালৈ আমাৰ আশীৰ্ব্বাদ সদায়ে থাকিব আৰু গান শুনিিবলৈ পাম নতুন নতুন 🎉🎉❤
আপোনাৰ গান শুনিলে বুকুখন কঁপি উঠে ভাল লাগে শুনি।
Bohut duk lage agor kotale n ❤❤❤❤ moi semm aji maa ketiya pahorib nuwaru love you maaa❤
আজি ককাই দেউ জীৱন কাহিনী শুনি অজানিতে চকুলো বৈ গ'ল মোৰ।যি নিকি ময় ও অভাৱতে ডাঙৰ হোৱা।😢😢😢😢😢 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🪔
বহুত ভাল লাগিল ❤❤
Teur kotha buror pora ata val kotha janibo parilu je
Jibonot Jiman dukh ahileu kosto kori jabo lge val kam koribo lage
Adin nhoi adin hukh nischoy ahibo 😌❤️
ইমান ধুনীয়া গায়কজনৰ ফোন নম্বৰ টো দিবনে বাইদেউ ?শুনি ইমান বেয়া লাগিল তেওঁৰ কাহিনী।
মানুহৰ দিন সদায় সমানে নাযায় তাকে সকলোৱে বুজি নাপায় 😢😢 আপুনি আৰু সফল হওঁক আগ বাঢ়ি যাওঁক ❤🙏🙏
Dada apunar jibonor pora bohut kotha hikibo pora goise aguntuk jibon tu amar notun pojonomo lora sualir udjol vobisyt gorhi boloi ...❤❤❤..hodai kuhole rakhok ona goto din bur isware apunak ..aru val val git hunai thaki Bo tare kamona korisu ......mar ahirbad hodai ase aguai jaouk ❤❤❤❤❤.
❤❤❤❤❤❤ প্ৰিয় শিল্পীজন ।
God bless you Bipin daa apuni hosake bahut bhal manuh
বহুত ভাল লাগিল ঢকুৱাখনা পৰা।
শুভকামনা সদায়েই থাকিব
Namaskar, Bipin kokair gan moi khup bhal pao, moi teor gan mobile t vortike download Kori loisu dintu huni thaku, bhul hole khyama koribo👏👏♥️♥️♥️
Bohut bohut val lagil videotu sai
Thankyou ,Himashree DD aji moi jumping studio jugedi Bipin sir ror life history huni duk ku lagile aru balu lGile ,thankyou by
সুন্দৰ interview 👌
Khub val lagil aitu chanel r joriyote bohut kotha janibo pai moi bohut sukhi
বহুত ভাল লাগিছে দে
I love Bipin sawdang songs and I love Bipin da
Joi ai axom
বহুত বেছি ভাল লাগিল 😊❤
ধুনীয়া
god bless you arsibad thakil apunaloi ❤❤❤❤❤❤❤
বহুত ভাল লাগিল ❤
Bhout val ligel 🎉🎉🎉🎉🎉🎉
LEGEND LEGEND LEGEND ❤❤❤
Tumar aru bahut val haba dei god bless you all family
দাদা বহু ত দুখ লাগিল আখিবাদ কৰিছো আপুনি পৃথিৱীৰ নম্বৰ 1 মানুহ হওক
Hosai bor duk loga homoi ata par Kori gol bipin da Ane poristhiti aru Karu nohok😂
Val lagil dei bipin saudang da jibonor kotha bur huni 👍👍🙏