মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ক’লে আলফা শক্তিশালী বুলি

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ย. 2024
  • শর্মাৰ মুখত শুনা এষাৰ বাক্য। কিন্তু এই শক্তিহীন আলফাকেই বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ক’লে আলফা শক্তিশালী বুলি। লগতে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত প্ৰকাশ পালে আলফাৰ সৈতে থকা মুখ্যমন্ত্ৰীগৰাকীৰ সঘন যোগাযোগৰ কথাও।
    #pratidintime #assam #himantabiswasarma

ความคิดเห็น • 231

  • @Danirojasfc6
    @Danirojasfc6 21 วันที่ผ่านมา +95

    আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটোৰ জীয়াই ৰাখিছে! আলফা অবিহনে অসম! অসম অবিহনে! সম্ভৱ হবই নোৱাৰেঁ!!!
    জয় আই অসম।
    সোণৰ অসম।
    আমাৰ অসম।
    ভাষিক অসমীয়াৰ অসম। 🙏💚🌏

    • @hujintao990
      @hujintao990 21 วันที่ผ่านมา +4

      এনেকুৱা কি কাম কৰিলে

    • @Utgrnh127
      @Utgrnh127 18 วันที่ผ่านมา

      ​@@hujintao990সেইটো আপুনি নুজুজিব।

    • @user-iu7qc1zb9e
      @user-iu7qc1zb9e 17 วันที่ผ่านมา

      Amar suwali burok beya kaam krib diye
      Maat namate
      Miya logot ulfa ase neki

    • @BholaRamBhuyan
      @BholaRamBhuyan 13 วันที่ผ่านมา

      ঔঔ

    • @SarafatAli-lv5sy
      @SarafatAli-lv5sy 13 วันที่ผ่านมา

      P

  • @hemantaborgohain4493
    @hemantaborgohain4493 21 วันที่ผ่านมา +59

    এইডাল দেখোন আলফাৰ ঘনিষ্ঠ । আলোচনা ক'ত হবনো । আলোচনা গোপনে হৈয়ে থাকে দেখোন । বোমা এখন ৰাজনৈতিক নাটক যেন লাগিল ? অসমীয়াক বহিৰাগতৰ মাৰ খাবলৈএৰি দি সোমানীক নিৰাপত্তা দিয়াটোৱে জাতি ৰক্ষা নহয়জানো ?

  • @user-et5tq1em6o
    @user-et5tq1em6o 21 วันที่ผ่านมา +16

    মামাই নিজে প্ৰাক্তন আলফা দেখোন
    শান্তি আলোচনা যদি সেইয়া যে ফুটুকাৰ ফেন হব সেইয়া ধুৰুপ

  • @PhilosopherAssam
    @PhilosopherAssam 22 วันที่ผ่านมา +126

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
    জয় আই অসম ❤️😍

    • @gunajitsarma5579
      @gunajitsarma5579 21 วันที่ผ่านมา +6

      Sambhab nohai .cm hobale hole jogyata thakibo lagibo 5/6 ta siyale siyarile cm nohai

    • @theviralclips8659
      @theviralclips8659 21 วันที่ผ่านมา +3

      বামুণ বামুণ চিঞৰিলে মন্ত্ৰী হয় নহ ?

    • @gunajitsarma5579
      @gunajitsarma5579 20 วันที่ผ่านมา +1

      @@theviralclips8659 tor giyan simito akol toi Congress dolar babe vote bank .🙏

    • @riyankalita1623
      @riyankalita1623 20 วันที่ผ่านมา

      ​​@@gunajitsarma5579 আৰু তই যি ফালে বামুণ সেইফালৰ vote বেংক নেকি ? 😂

    • @chowlungjyotigogoi5755
      @chowlungjyotigogoi5755 19 วันที่ผ่านมา

      Upper Assamot BJP a kebol bamunor voot pabo

  • @nayanmaninath2203
    @nayanmaninath2203 18 วันที่ผ่านมา +10

    আলফা জিন্দাবাদ। জয় আই অসম ❤❤❤✊✊✊

  • @aushmitasaikia8003
    @aushmitasaikia8003 21 วันที่ผ่านมา +27

    ULFA zindabad!!! ULFA a axom jiyai rakhibo.... Nohole axom nathakil hoi aji

    • @abhijitkalita6938
      @abhijitkalita6938 17 วันที่ผ่านมา +2

      😂🤣Ulfa e axomiya k hai mareh dekhon 😂🤣.

    • @aushmitasaikia8003
      @aushmitasaikia8003 17 วันที่ผ่านมา

      @@abhijitkalita6938 apuni val koi buji paale nischoy buji pabo moi kio eneke koisu

    • @choamunvlogs5330
      @choamunvlogs5330 17 วันที่ผ่านมา

      Long Live ULFA
      Long Live Ahom
      Long live Axom
      ..........!!!!!

    • @shahedhasan334
      @shahedhasan334 16 วันที่ผ่านมา

      ❤🇧🇩

  • @techinfoassam4798
    @techinfoassam4798 21 วันที่ผ่านมา +43

    এইটো মুখ্য মন্ত্ৰী নহয়। ই এটা মহা পাগল

  • @janardanbora2803
    @janardanbora2803 21 วันที่ผ่านมา +64

    আলফাৰ কথা অসমে যিমান জানে হেই টকলা অমিত শ্বাহে কি গম পাব হয় 😅😅😅

  • @bhaskarnath3236
    @bhaskarnath3236 21 วันที่ผ่านมา +17

    Paresh baruah val manuh val hok

  • @ramensaikia5553
    @ramensaikia5553 18 วันที่ผ่านมา +3

    Ulfa mama axomiya ami sob ak 🙏🙏

  • @ajoygohain2470
    @ajoygohain2470 21 วันที่ผ่านมา +17

    এইটোৱে, সাপ হৈ খোটে। বেজ হৈ জাৰে।। এই মালটো তলত পথাব লাগে, নহলে অসমে।।। 😭😭😭 লাগিব।।।।

  • @sansuarmani6382
    @sansuarmani6382 22 วันที่ผ่านมา +27

    Loli pop😂😂😂 poltics

  • @kinaramdas5198
    @kinaramdas5198 21 วันที่ผ่านมา +24

    আলফাৰ কথা আপুনি জানাবৈ কাৰন ৯০ দশকত আপুনিও সেই সময়ত সইখন নাৱৰে যাট্ৰী আছিল।

  • @user-dm9ul5yz7m
    @user-dm9ul5yz7m 17 วันที่ผ่านมา +7

    সংযুক্ত মুক্তি বাহিনী জিন্দাবাদ✊

  • @anonymous_assamese4838
    @anonymous_assamese4838 21 วันที่ผ่านมา +13

    বাইকৰ হেলমেট পিন্ধি বোমা নিষ্ক্ৰিয় কৰিব গৈছে 😂😂

  • @budheswarnath6516
    @budheswarnath6516 21 วันที่ผ่านมา +21

    শৃংখল চলিহালৈকো ভাবুকি আহে , তেওঁ অসমীয়া ৰ হতে মাত মতা দলৰ এজন মূৰব্বী হয়... গতিকে তেওঁকো চৰকাৰ খনে দেহরক্ষী দিব লাগে ।

    • @killu1929
      @killu1929 21 วันที่ผ่านมา

      😂😂😂😂

  • @PabanNath-dv7wi
    @PabanNath-dv7wi 17 วันที่ผ่านมา +3

    আলফাৰ ওপৰত ইমান বিশ্বাস আছে যে আলফাই অসমীয়াৰ ক্ষতি নকৰে।

  • @cartoondhekho9306
    @cartoondhekho9306 21 วันที่ผ่านมา +17

    Mama Voy Khaise, Agot Koicil Ni😅😅😅

  • @PrabajalPhukan
    @PrabajalPhukan 17 วันที่ผ่านมา +2

    জয় আই অসম

  • @northeast7617
    @northeast7617 21 วันที่ผ่านมา +6

    Inner line permit ILP dibo lage Axomot oti hunkale, 6th clause of Assam accord implement koribo lage oti hunkale, 6 indigenous communities in Assam must be given ST Status.. Tetiya he khilonjiya bhumiputro hurokhito thakibo Axomot.. Joi Aai Axom 🙏Joi Bir Lachit💪💪

    • @gitumanibarman6536
      @gitumanibarman6536 21 วันที่ผ่านมา

      Gourobok gurutto dile h. ministare, sringkhol kon, jonmoni rabha sorkari bikhoya aasil, gotike teor jano h. ministare ki dicison lole vaboksun abar ?

  • @JayantaSaikia-y7h
    @JayantaSaikia-y7h 21 วันที่ผ่านมา +5

    আলফা ও অসমীয়া হে।

  • @PrabajalPhukan
    @PrabajalPhukan 17 วันที่ผ่านมา +3

    আলফা জিন্দা বাদ জয় আই অসম

  • @arbazzkhan2460
    @arbazzkhan2460 21 วันที่ผ่านมา +13

    তাৰ মানে আপোনাক এৰেষ্ট কৰিব লাগে। আলফাৰ লগত আপোনাৰ মিতিৰালি আছে।

  • @abinashsaikia4390
    @abinashsaikia4390 21 วันที่ผ่านมา +4

    পুলিচে কিবা একচ্ছন লব নে তেওঁৰ ওপৰত কাৰণ তেওঁ আলফাৰ লগত কথা পাতে

  • @jitulkalita4455
    @jitulkalita4455 21 วันที่ผ่านมา +4

    নিৰাপত্তা অসমৰ বীৰ লাচিলত সেনাক দিয়ক , শৃখলা চলিত দিয়ক , বহিৰাগত অসম খন শেষ কৰি দিলে লুটি লুটি , এই খন চৰকাৰৰ বাবে বহিৰাগত সুবিধা পাই আহিছে , ২০২৬ কি হয় দেখা যাব ,

  • @D11Assam
    @D11Assam 21 วันที่ผ่านมา +2

    Joy ai axom

  • @axommusicalstudio6235
    @axommusicalstudio6235 21 วันที่ผ่านมา +2

    Powar of Alfa 🙌

  • @champakkumar4253
    @champakkumar4253 21 วันที่ผ่านมา +6

    Gone Case Chief Minister in Assam History....😅😅😅
    He is fit for a College GS....Not a CM😊😊

  • @rockyhandsome6465
    @rockyhandsome6465 13 วันที่ผ่านมา +1

    Good hosa সদায় সঁচাই

  • @user-co3eo3mj2j
    @user-co3eo3mj2j 18 วันที่ผ่านมา +1

    🌄🌄🌄🌄🌄🌄
    Joy Aai Axom 🙏🙏🙏

  • @satyajit1732
    @satyajit1732 18 วันที่ผ่านมา +1

    Alpha lage nohole kisuman manu nijoke don buli vabe

  • @user-nx3bf1tr9f
    @user-nx3bf1tr9f 21 วันที่ผ่านมา +2

    Alfa nai buli koisil olp din agot atia ako Aiya ki😜😜😜

  • @nayankumarpawe2671
    @nayankumarpawe2671 19 วันที่ผ่านมา +2

    ১৫আগষ্টত যদি কেইযেগা মানত বোমা ফুটা হলে। তেতিয়া কলে হেঁতেন যে পৰেশ বৰুৱা লগত মোৰ একো কথা বতৰা নহয় বুলি। এইজনৰ কথাৰ কোনো বিশ্বাস নাই সাপক বিশ্বাস কৰিলেও মুখ্যমন্ত্ৰী কথা বিশ্বাস কৰিব নোৱাৰি।

  • @junbora3558
    @junbora3558 18 วันที่ผ่านมา +1

    বিজেপি চৰকাৰৰ আৰক্ষী সকলে কম্বল আৰু হেলমেট পিন্ধি বোমা নুফুটা কৰি দিব পাৰে । গৌৰৱ সোমানি বিজেপি দলৰ মানুহ হোৱা বাবে বডিগাৰ্ড পাইছে, শৃংখল চলিহা বেলেগ দলৰ হোৱা বাবে বডিগাৰ্ড নাপালে, তেওঁ লাগিলে খিলঞ্জীয়া অসমীয়াই হওক । মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সঁচা কথা কবলৈ দ্বিধাবোধ কৰিছে, গুৱাহাটী মহানগৰৰ মাজ-মজিয়াত পুলিচ -আৰক্ষীয়ে দিনে ৰাতিয়ে গিজ গিজাই থকা অঞ্চলত আলফাই কেনেকৈ বোমা স্থাপন কৰিলে । বোমা ফুটকেই বা নুফুটক । ধৰা পেলাব পৰা হলে আৰক্ষীয়ে নুফুটা বোমা স্থাপন কৰা কেইজনক ওৰি দিলে হেঁতেন নেকি? তাৰ মানে মুখ্যমন্ত্ৰীয়ে অসমৰ আৰক্ষী বিভাগ ব্যৰ্থ বুলি নকয় ।

  • @manindrabarman7493
    @manindrabarman7493 16 วันที่ผ่านมา

    আছে আৰু থকাৰ প্ৰয়োজনীয় ।

  • @JayasriKalita-t6z
    @JayasriKalita-t6z 12 วันที่ผ่านมา

    আলফা আছে কাৰণে আমাৰ অসম ৰ সিমা সিমায়ে হৈ আছে তথাপিও আমাৰ অসমোৰ ভিতৰত কিছু মান দাঙৰ দাঙৰ মানুহে জাগা দশল কৰি আছে আলফা বিলাকেই অসমৰ এ হক বা ভাৰতৰে হক সেই শিমাৰ কাখে কাখে দিন ৰাতি একাকাৰ কৰি দিউতি কৰিব লগা হৈছে জয় আই অসম

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 19 วันที่ผ่านมา +2

    ৪০০ ল'ৰা আছে? কেনেকৈ জানে মামাই?

  • @PrabajalPhukan
    @PrabajalPhukan 17 วันที่ผ่านมา +1

    আলফা আছে কাৰণে অসমীয়া জীয়াই আছে নহ'লে কি কি নকৰিলে হয়

  • @user-cr2um8qc2y
    @user-cr2um8qc2y 16 วันที่ผ่านมา +1

    Soliha da axom jolai ase... Apuni security diyok mama saboke... Beya kolu neki

  • @TarunPayeng
    @TarunPayeng 21 วันที่ผ่านมา +6

    চৰম নাই কিয় cm

  • @JagadishMali-w5q
    @JagadishMali-w5q 19 วันที่ผ่านมา +2

    Lage ULFA o nohole bohirahgoto Bonia bilakor dadagiri besi hoise...

  • @nibransonowal9182
    @nibransonowal9182 8 วันที่ผ่านมา

    সকলো ৰাজনৈতীক কথাৰ বাবে অসম পিছুৱাই গৈছে

  • @UtpalKnower
    @UtpalKnower 17 วันที่ผ่านมา +1

    আলফা জিন্দাবাদ

  • @Jaiaiaxom12
    @Jaiaiaxom12 21 วันที่ผ่านมา +1

    জ আই অসম য়

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 21 วันที่ผ่านมา +2

    আলফা নথকা হ'লে বিদেশী বনিয়াই অসমীয়া জাতি জিয়াই নাথাকিলে হেতেন।

    • @abhijitkalita6938
      @abhijitkalita6938 17 วันที่ผ่านมา

      40% miya musLim ase axom ot 😊.

  • @gks2331
    @gks2331 18 วันที่ผ่านมา +2

    আলফা জিন্দাবাদ ❤❤❤ভাৰতে অসমত বিদেশী বুজা দিছে ,,

  • @ChandanDeka-i2d
    @ChandanDeka-i2d 14 วันที่ผ่านมา

    জয় আই অসম

  • @bijoydeka9134
    @bijoydeka9134 22 วันที่ผ่านมา +4

    Nai buli koisr. 400 nhy. Anekua karile aru 4 lakh hobo goi. Gatike sarkar e ulfa xomosya xonokale xamadhan karibo lage.

  • @digantadeka7201
    @digantadeka7201 21 วันที่ผ่านมา +4

    Yaak aru saba mn nuhua hol😂

  • @lakhikrchintey5693
    @lakhikrchintey5693 21 วันที่ผ่านมา +9

    হিমন্ত মহা পাপি মহা পাগল

  • @user-no6kn4cs8j
    @user-no6kn4cs8j 21 วันที่ผ่านมา +1

    আলফা ❤

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 21 วันที่ผ่านมา +1

    কিয় সুৰ সলনি হ'ল মামা।।।

  • @8bits-games358
    @8bits-games358 21 วันที่ผ่านมา +2

    ইয়াৰ বেছি দিন নাই আৰু যাবগৈ চকীৰ পৰা 😅😅 ই পাগল হৈ গৈছে 😂😂

  • @FulchanHussain-mc3qy
    @FulchanHussain-mc3qy 21 วันที่ผ่านมา +2

    মামাৰ মুখটো সৰু হয়গল।

  • @LuluNarah
    @LuluNarah 7 วันที่ผ่านมา

    I love himanta mama

  • @bantidas2403
    @bantidas2403 18 วันที่ผ่านมา

    😢 এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত একো নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্মৰ প্ৰাণ ৰাইজে কৱ মই কিন্তু ভাই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও মই মোৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ ক্ষেত্ৰত মোৰ কথা মোৰ জাগাৰ কথা মোৰ শক্তি কথা মোৰ বাই লগতে মোৰ ভাইতিৰ কথা লগতে মোৰ সৎসাৰ মোৰ পৰিয়াল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই কথা কম এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ

  • @hemenkalita1088
    @hemenkalita1088 15 วันที่ผ่านมา

    Joy ai akhom

  • @BijuPayeng-j7o
    @BijuPayeng-j7o 13 วันที่ผ่านมา +1

    Tar kothar..

  • @atozfacts6392
    @atozfacts6392 17 วันที่ผ่านมา +1

    Dear Paresh barua sair axomiya jati uport bahiragoto miyar oytasar hoise aponloke kiba korok

  • @inndian255
    @inndian255 12 วันที่ผ่านมา

    Ulfa jindabad

  • @bantidas2403
    @bantidas2403 18 วันที่ผ่านมา

    মোৰ শক্তি মোৰ কথা মোৰ মা মোৰ ভণিমোৰ দেউতা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই অলপ কম আমাৰ সমাজ আমাৰ ৰাইজ আগত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত নিজৰ ঘৰ সৎসাৰ নিজৰ পৰিয়াল নিজৰ জন্ম দিয়া মাৰ ক্ষেত্ৰত এদিন মাই মোক 10,মাহ 10দিন পেটত ৰাখিছিল কিন্তু মাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলো ও কিন্তু দেউতাৰ ক্ষেত্ৰত হয় এই মূৰ্খ এই অধমক এদিন জন্ম দিছিল কিন্তু এই পৃথিৱীত লেবেল দিয়াৰ ক্ষেত্ৰত নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-cr2um8qc2y
    @user-cr2um8qc2y 16 วันที่ผ่านมา

    Mamay aaji buji pale neki?? Apuni sab gom pay.. Kor pani kot jay... 😊 u r good mama

  • @user-ff5kn4pj4s
    @user-ff5kn4pj4s 12 วันที่ผ่านมา

    Alfa zindabaad Joi i assam

  • @NRJ19888
    @NRJ19888 22 วันที่ผ่านมา +7

    Eijonor mukhor lekham nai

  • @ArmaanAhmed-ik9wc
    @ArmaanAhmed-ik9wc 21 วันที่ผ่านมา +1

    Paresh baruah power dekhai dise 😂😂😂😂😂😂 mama bhoi khaise

  • @DEARBAGARA
    @DEARBAGARA 18 วันที่ผ่านมา

    Himanta biswas sarma sir punar aha 2026 t proyajan ase akhamiya jati basi thakibo lagibo

  • @RanjitBoruah-de8nc
    @RanjitBoruah-de8nc 14 วันที่ผ่านมา +1

    Ulfa abihone Asom nosole ulfa asomiyar pran hoi.kunuba bodon ase neki ulfa birudhi Dorai Dorai pitim

  • @DJNEWS24
    @DJNEWS24 16 วันที่ผ่านมา

    বিদ্ৰোহী সংগঠন ক আমি suport নকৰো কাৰণ অসমীয়া সংগঠন হলে অসমত মিয়া বাংলাদেশীৰ ইমান উৎপাত নাবাঢ়িল হেতেন। আলফাই অসম খন বিদেশীৰ কবলৰ পৰাই ৰক্ষা কৰিব নোৱাৰে so আমাৰ বাবে দেশৰ হকে কাম কৰা বোৰ হে ভাল

  • @pranjalgogoi5055
    @pranjalgogoi5055 21 วันที่ผ่านมา +1

    এই জন কন্দুলি মাছ দল বাগৰি ফুৰা। এই জনৰ মন্তব্য যি বিলাক বহুত পাতলীয়া হল আজিকালি ।

  • @user-ci2hh8qo2b
    @user-ci2hh8qo2b 19 วันที่ผ่านมา +1

    NDFB koley Ghin Korey ULFA koley Bhoi Korei.

  • @MrRongmon
    @MrRongmon 21 วันที่ผ่านมา +1

    Assam politics is know only comedy.......

  • @manashpratimassam8879
    @manashpratimassam8879 21 วันที่ผ่านมา +1

    দিক বিদিক হেৰুৱা যেন অনুভৱ গল😂

  • @JwngsarBasumatary-e5g
    @JwngsarBasumatary-e5g 21 วันที่ผ่านมา +1

    Assam sorkar only ,1 boro pepole,and ndfb against....

  • @pinkupinku7273
    @pinkupinku7273 14 วันที่ผ่านมา

    পৰেশ বৰুৱা দাঙিয়া আপুনি আছে কাৰণে আমি আছো

  • @PrabajalPhukan
    @PrabajalPhukan 17 วันที่ผ่านมา

    ইযান ভয়

  • @NandanKarmakar-qb8td
    @NandanKarmakar-qb8td 14 วันที่ผ่านมา

  • @user-nz4ir7vs4h
    @user-nz4ir7vs4h 18 วันที่ผ่านมา

    JAI AAI ASOM ❤❤❤

  • @kalpanasarmah7913
    @kalpanasarmah7913 14 วันที่ผ่านมา

    মামা আপুনি জুই 😅😅

  • @kabitabhuyan545
    @kabitabhuyan545 17 วันที่ผ่านมา

    আপুনি কৰ্ম সংস্কৃতি গঢ়িব পৰা নাই

  • @choamunvlogs5330
    @choamunvlogs5330 17 วันที่ผ่านมา

    Garuv Sumani Maribo lage jatir birude karo jonok JOY YA AXOM
    JOY YA TAYPA !!!

  • @allstatus4341
    @allstatus4341 21 วันที่ผ่านมา +1

    400 nahoi 15000+ asa pogala kokur

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 18 วันที่ผ่านมา

    কি যে কয় আৰু.......

  • @pareshdas8060
    @pareshdas8060 14 วันที่ผ่านมา

    Himanta Sahab Paresh Barua Bangladesh thaki Assamot humaile Encounter karibo lagibo. Paresh Barua karone Bangladesh Abami League Party leader koichhe ekdin 7 Sister State Bangladeshot milai kini Muslim state kari laim.

  • @BidyutDey647
    @BidyutDey647 10 วันที่ผ่านมา

    Hemanta Bishwasharma Zindabad
    Mama pradhanmantri hobo lage
    Sob thik kori dibo sob thanda hoi jabo

  • @durlovgogoi5965
    @durlovgogoi5965 21 วันที่ผ่านมา +4

    চৰকাৰ চলাইছে আলোচনাৰ বাবে গা এৰা দি কাৰ্যকাল চলোৱাৰ technic .

  • @user-zi2cf8wz6u
    @user-zi2cf8wz6u 18 วันที่ผ่านมา +1

    এইজন অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতি এটা কথা কয় দিনত এটা কয়. কি বকে নিজেই নাজানে😡👊🏿

  • @PrabajalPhukan
    @PrabajalPhukan 17 วันที่ผ่านมา

    কথা টো শুনি হাহি ৰখাব পৰা নাই দেই 😃😃😃

  • @GitiBordoloi
    @GitiBordoloi 20 วันที่ผ่านมา

    Moja...

  • @nayantalukdar9444
    @nayantalukdar9444 6 วันที่ผ่านมา

    মই আৰু আমি বহুত ধোকা খাইছো আজিলৈকে হস্পিটেল আৰু পঞ্চায়তৰ পৰা গতিকে মই পৰেশ বৰুৱা দেৱক ক'ত লগ পাম কোনো য়ে আলফালৈ এনেই নাজাই চৱ ধোকা খাইহে পথ বিচাৰিব লগা হয়,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, , ,

  • @BhargabPathak-ct4rp
    @BhargabPathak-ct4rp 19 วันที่ผ่านมา

    Marib daa ako naii hii real Axom r nahi

  • @nripenborgohain201
    @nripenborgohain201 21 วันที่ผ่านมา

    ইস্ ৰাম ৰাম

  • @khaninroy8702
    @khaninroy8702 21 วันที่ผ่านมา +2

    Apuni lutibagor mora manuh he

  • @sunildebnath7268
    @sunildebnath7268 15 วันที่ผ่านมา

    Asom sarba bhom rastra holeo shatru baystit rastra khan basi din tiki thakibo nuare. 4:48

  • @SafinAhmed-o8l
    @SafinAhmed-o8l 14 วันที่ผ่านมา

    Mama bhoy khaise kelah 😅😅🤣🤣

  • @bantidas2403
    @bantidas2403 18 วันที่ผ่านมา

    😂 হয় হয় কথাটোও কিন্তু সচা কথা হয় হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এক মত হয় কিন্তু কথা এটা ক ও মই চাৰ মোৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ মোৰ ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই পৃথিবিইখনআপোনাৰ হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত কিন্তু চাৰ আলফাৰ ইমান স্বাধীন কাৰণ কি চাৰ মনৰ গৈৰৱ আৰু শক্তি তেজৰ শক্তি কাৰণে নেকি চাৰ লগতে হত্যা কাৰিও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত শক্তি বহুত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত ইহত বোৰ ডাঙৰ চাগে ন চাৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ হয় নে চাৰ এটা কথা ক ও চাৰ ম ই মোৰ ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ এই চেগতে চাৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অনেক ধন্যবাদ জ্ঞাপন কৰিলোও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ চাৰ মোৰ কৃষ্ণ জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ চাৰ মোৰ কলিজা কৃষ্ণ

  • @gunajitsarma5579
    @gunajitsarma5579 21 วันที่ผ่านมา +1

    Shaktihen koise khatam huwa buli2 ketiao kuwa nai .

  • @afiarukshonajannat9811
    @afiarukshonajannat9811 8 วันที่ผ่านมา

    হিমান্তু মামা এজন আলফা আছিল 😂

  • @richimoy2962
    @richimoy2962 20 วันที่ผ่านมา

    এৰেষ্ট কৰিব লাগে । আলফাৰ লগত কথা পাতি থাকে ।

  • @rajarammukhiya9602
    @rajarammukhiya9602 21 วันที่ผ่านมา

    Very nice mama

  • @user-ub6py4jh3u
    @user-ub6py4jh3u 17 วันที่ผ่านมา

    Cm go back