আলফা স্বাধীনৰ গোপন শিৱিৰত বিহু EXCLUSIVE, বিহু নাচিলে পৰেশ বৰুৱাই

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 มี.ค. 2022
  • Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / da-news-plus-106862991...
    Koo app- www.kooapp.com/profile/danews...

ความคิดเห็น • 1K

  • @nikharaniburagohaingogoimu740
    @nikharaniburagohaingogoimu740 2 ปีที่แล้ว +277

    খুব সুন্দৰ লাগিল।ভগৱানে সকলোকে কুশলে ৰাখক 🙏জয় আই অসম

  • @chinuprovacheleng7492
    @chinuprovacheleng7492 2 ปีที่แล้ว +272

    সংগ্ৰামী জীৱনৰ মাজতো যে সংস্কৃতি জীয়াই ৰাখিছে। তাৰ বাবে নথৈ সুখী। আলফা জীন্দাবাদ।জয় আই অসম 🇮🇳🙏

    • @kray3759
      @kray3759 2 ปีที่แล้ว +2

      জয় আই অসম,আপোনালোকলৈ আগতীয়াকৈ বহাগ বিহুৰ শুভ কামনা যাচিলোঁ।

    • @assamesememes3861
      @assamesememes3861 ปีที่แล้ว +1

      Why posted the Indian flag?
      Ona oxomiya r jaat sala !!

    • @Lakhya_jyoti_Phukan
      @Lakhya_jyoti_Phukan 7 หลายเดือนก่อน

      ​@@assamesememes3861terroristk support koribo neki jai hind🇮🇳

    • @user-wc7rr6jg2q
      @user-wc7rr6jg2q 2 หลายเดือนก่อน

      ​@@assamesememes3861Ki hole Bangldekhor fleg lagao neki moi akhomiya kintu first am indian

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c 2 ปีที่แล้ว +203

    এই প্ৰকৃত অসমীয়া যুৱক যুৱতী সকলৰ দীৰ্ঘায়ু তথা সুস্থ স্বাস্থ্যৰ কামনা কৰিলোঁ 🙏
    যোৱা বছৰৰ চাগে ভিডিওটো ।
    জয় আই অসম ❤️✊✊

    • @borasachikt5016
      @borasachikt5016 2 ปีที่แล้ว +1

      Um hoi purona video agotei paisilu

  • @surajitbaruah490
    @surajitbaruah490 2 ปีที่แล้ว +602

    আলফা স্বাধীন জিন্দাবাদ(আই অসমীয়ৰ সন্তান সকল ভালে কুশলে থাকক তাৰে আশাৰে আকৌ এবাৰ জয় আই অসম

    • @luhitdas3465
      @luhitdas3465 2 ปีที่แล้ว +3

      11aa

    • @northeastrider0447
      @northeastrider0447 2 ปีที่แล้ว +3

      আলফা‌ স্বাধীন‌‌ জিন্দাবাদ(জয় আই অসম)

    • @pranabjyotiborah5273
      @pranabjyotiborah5273 2 ปีที่แล้ว +4

      Jay Ai Assam🙏

    • @rinagogoi1940
      @rinagogoi1940 2 ปีที่แล้ว

      @@luhitdas3465 3

    • @lokhjatgogoi5497
      @lokhjatgogoi5497 2 ปีที่แล้ว +1

      জয় আই অসম 💖💖

  • @hemalatachetia3765
    @hemalatachetia3765 2 ปีที่แล้ว +110

    সচাকৈয়ে অসমীয়া কৃষ্টি ,সং স্কৃতি জীয়াই ৰাখিছে ইমান ঘন হাবি জং ঘলৰ মাজতো।বহুত ভাল লাগিল আগন্তুক ৰ'ঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে ।।সকলোকে প্ৰভু ঈশ্বৰে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ।🙏

  • @nirupoma5935
    @nirupoma5935 2 ปีที่แล้ว +193

    ভগৱানে সকলোকে কুশলে ৰাখক 🙏

  • @R..680
    @R..680 2 ปีที่แล้ว +168

    জয় আই অসম ❣️🙏 আলফা স্বাধীন জিন্দাবাদ ✊✊

  • @assamesedrama885
    @assamesedrama885 2 ปีที่แล้ว +76

    খুব ভাল লাগিছে। সকলোৱে সুস্থ সবল হৈ থাকক তাৰেই কামনা কৰিলো 🙏 জয় আই অসম ✊ ✊ ✊

  • @pratapmedhi8161
    @pratapmedhi8161 2 ปีที่แล้ว +152

    আলফা জিন্দাবাদ জয় আই অসম

  • @munindradas6586
    @munindradas6586 2 ปีที่แล้ว +53

    ভগৱানে ভালে কুশলে ৰাশক ''জয় আই অসম,,

  • @ankursharma2282
    @ankursharma2282 2 ปีที่แล้ว +115

    God bless you ULFA জিন্দাবাদ। জয় আই অসম। আপোন মানুহবোৰ love you brother❤️❤️🎉

  • @ritamoni3934
    @ritamoni3934 2 ปีที่แล้ว +252

    খুব ভাল হৈছে। কিন্তু মনত দুঃখ লাগিছে । জোৱান সকলক দেখি । মোৰ শৰীৰ এক অংশ নিচিনা লাগিছে

    • @nirojdeori7130
      @nirojdeori7130 2 ปีที่แล้ว +12

      বাইদেউ আপোনাৰ লিখা পঢ়ি অতি ভাল লাগিল। শেষত আপুনি লিখা অংশ কথাটো মন চুই গল।

    • @popysaikia8109
      @popysaikia8109 2 ปีที่แล้ว +7

      Hsakoi o 😭😭😭nijr ghr khonr karona imn khini kreb lga hoisa

    • @subhasissaikia6830
      @subhasissaikia6830 2 ปีที่แล้ว +6

      @@Vishal-mt3zf murkho

    • @meghalirajkumariofficial9145
      @meghalirajkumariofficial9145 2 ปีที่แล้ว +3

      @@Vishal-mt3zf toi jodha murkh bujili goru sala kio nkoi ha juwan buli kukur... Lukor vul dhorute gol ru kam nai thtr

    • @Temujing_Bodosa
      @Temujing_Bodosa 2 ปีที่แล้ว +6

      @@Vishal-mt3zf Ulfa juwan buli koise aru Militant group tur nam hai Ulfa. Tumar porha likha ase ne nai?

  • @nortest3343
    @nortest3343 2 ปีที่แล้ว +47

    আগুৱাই যাওক সদাই।🙏

  • @manjitabhuyanhandique9006
    @manjitabhuyanhandique9006 2 ปีที่แล้ว +15

    হৃদয় চুই গৈছে, অতি সুন্দৰ 👍👍🙏🙏

  • @travelvlogs5093
    @travelvlogs5093 2 ปีที่แล้ว +57

    ৰঙালী বিহুৰ শুভেচ্ছা জনালো, সংগ্ৰামী জীৱনৰ মাজত সংস্কৃতি জীয়াই ৰখাৰ বাবে ধন্যবাদ।
    সময় থাকোতেই অসমখন বচাওঁক জংঘলত থাকিলে নহব।

  • @bijitpathak5154
    @bijitpathak5154 2 ปีที่แล้ว +20

    খুব সুন্দৰ লাগিল। সকলোকে ভগৱানে ভালে কুশলে ৰাখক🙏জই আই অসম ✊

  • @monjulahon7712
    @monjulahon7712 2 ปีที่แล้ว +78

    প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ , সকলোকে কুশলে ৰাখক । হৃদয়ত দুখ আৰু আনন্দ দুয়োটা অনুভৱ কৰিছোঁ ।

    • @Birukishan
      @Birukishan 2 ปีที่แล้ว +1

      Nice comment

    • @monjulahon7712
      @monjulahon7712 2 ปีที่แล้ว +1

      ধন্যবাদ ।

  • @arindomgogoi6927
    @arindomgogoi6927 2 ปีที่แล้ว +49

    জয় আই অসম, জয় অসম সেনানী

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 2 ปีที่แล้ว +16

    এই বোৰ দেখি শুনি অসমত জীয়াই থকাৰ সাহস কণ পাও।জয় আই অসম।

  • @Axomiyageri
    @Axomiyageri 2 ปีที่แล้ว +87

    এইটো 2017চনৰ ভিডিঅ' টাইগাৰ কেম্পৰ বহুত বহুত ভাল লাগিছিল তেতিয়া স্বাধীন অসম জিন্দা বাদ জয় আই অসম

    • @sanjipkolita8035
      @sanjipkolita8035 2 ปีที่แล้ว

      আপুনিও আছিল নেকি তাত

    • @augustinebey06
      @augustinebey06 2 ปีที่แล้ว +1

      Haro lora to bhale aasey ney ki naam tar...

  • @satyajitpathak3746
    @satyajitpathak3746 2 ปีที่แล้ว +43

    অসম সন্তান হয়,জয় আই অসম,আলফা স্বাধীন জিন্দাবাদ।।সকলৱে ভালে থাক তাৰেই কামনা কৰিলোঁ।।পৰেশ বৰুৱা ছাৰ জিন্দাবাদ।।

  • @balintamuli7974
    @balintamuli7974 2 ปีที่แล้ว +4

    অসমীয়া ৰাইজে গতানুগতিক ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি আস্থা হেৰুৱাৰ উপক্রম হৈছে। তেনে স্থলত অসমী আইক সেৱা কৰাৰ সপোন লৈ অৰণ্য বাসী হৈ থাকিও অসমীয়াৰ বাপুতিসাহোন বিহু নামৰ জৰিয়তে যি আহ্বান জনালে, সচাকৈ অন্তৰ চুই গ'ল। সকলোৱে আনন্দৰে কুশলে থাকক তাকেই কামনা কৰিলো।

  • @rubulbora7005
    @rubulbora7005 2 ปีที่แล้ว +30

    বৰ ভাল লাগিল। বিহুৰ শুভেচ্ছা জনালো। জয় আই অসম।

  • @ajitdaimary4368
    @ajitdaimary4368 2 ปีที่แล้ว +62

    GOD bless Assames security for ever .

  • @bishowmoran
    @bishowmoran 2 ปีที่แล้ว +12

    দাদা সকল ভালকে থাকিবা আপোনালোক এদিন স্বাধীন হব এই অসমত ।
    আপোনালোক নহলে আমি স্বাধীন নাহলো হয় আমি বেলেগৰ ছাঁকৰ হলো হয় ।
    আশা আছে এদিন আপোনালোকক ওচৰত লগ পোৱা।
    ।আলফা স্বাধীন জিন্দাবাদ ❣️
    জয় আই অসম 💝

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 2 ปีที่แล้ว +10

    পুৰণি ৰ আদৰণি । আগতে চাইছিলো।এটিয়াও যুগমীয়া ৰখাৰ বাবে ধন্যবাদ।

  • @snnn2500
    @snnn2500 2 ปีที่แล้ว +15

    সুূন্দৰ,ভাল লাগিল ।সদায় ৰাখক এনেদৰে ।জয় আই অসম ।

  • @dipankarpegu7815
    @dipankarpegu7815 2 ปีที่แล้ว +7

    বিহু নাচ দেখি বহুত ভাল লাগিল অসম সেনানীৰ পৰা ! জয় আই অসম🙏🙏🙏🙏🙏🙏

  • @nirojdeori7130
    @nirojdeori7130 2 ปีที่แล้ว +29

    যদিও গভীৰ অৰন‍্যত বাপোতি সাহোন বিহু নাচি বাগি ফুর্তি কৰিছে। ইমান ফুর্তি আনন্দ কৰা দেখি এফালৰ পৰা ভালওঁ লাগিছে।আৰু আনফালৰ পৰা দুখওঁ লাগিছে। যতেই নাথাকক বিহুক জীয়াই ৰাখিছে। এইয়ে আমাৰ পৰিচয়। যুগ যুগ ধৰি আমাৰে ককাই ভাই আৰু বাই ভনী সকলে পর্ববতে পাহাৰে হাবিয়ে বননিয়ে কেনেকৈ দিন কটাইছে, সিহঁতেই জানিব। দেখি আমিও উপলব্দি কৰিছোঁ। এইয়ে এক জলন্ত উদাহৰন অসমীয়া সহজ সৰল জাতিটোক কৰি অহা অবহেলাৰ ৰজাঘৰীয়াৰ পৰিচয়। চিৰ কুশলে থাকক। ' জয় আই অসম ' 💪 ✊

  • @babuchangmai7049
    @babuchangmai7049 2 ปีที่แล้ว +55

    পৰেশ বৰুৱা জিনদা বাদ

  • @gapalsaikia9491
    @gapalsaikia9491 2 ปีที่แล้ว +42

    Very good

  • @MissBarbihazarika
    @MissBarbihazarika 2 ปีที่แล้ว +54

    সকলোলৈকে বিহু শুভেচ্ছা যাছিলোঁ, ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ, জয় আই অসম ।

  • @kamalsaikia3688
    @kamalsaikia3688 2 ปีที่แล้ว +8

    ভাল লাগিল, আগতিয়াকৈ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। আপোনালোকক ভগৱানে কুশলে ৰাখক।জয় আই অসম 🙏🙏🙏

  • @user-mv2zi7zc3r
    @user-mv2zi7zc3r 2 ปีที่แล้ว +29

    ভগৱানে সকলোকে ভালে কুশলে ৰাখক। জয় আই অসম। যতে অছা ভালে কুশলে থাকা

  • @arpangogoi2167
    @arpangogoi2167 2 ปีที่แล้ว +28

    আলফা স্বাধীন জিন্দাবাদ। জয় আই অসম 👆👆👆

  • @hiteshwardeuri7766
    @hiteshwardeuri7766 2 ปีที่แล้ว +15

    বহুত ভাল লাগিল আৰু বিহুৰ গান কেইটা শুনি চকু পানী ৰাখিব নোৱাৰিলোঁ।জয় আই অসম😘😘

  • @santavai6065
    @santavai6065 2 ปีที่แล้ว +31

    হাতৰে অই বন্দুকটি অাই অ' মোৰ জীৱনৰ লগৰী………শব্দকেইটা অন্তৰ চুই গৈছে………

  • @arjunchiring3123
    @arjunchiring3123 2 ปีที่แล้ว +17

    ...❤️আপোন মানুহ সকল❤️

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +16

    আপোনালোক আনন্দত থকা দেখি সুখী। কিন্তু এইখন অসমত আনে দপ-দপনী মাৰি খায় আছে। আমাৰ সন্তান সকল ক'ত?😭😭😭😭😭😭

  • @RajuDas-fj4hg
    @RajuDas-fj4hg 2 ปีที่แล้ว +7

    বহোত ধুনিয়া লাগিছে আশা কৰো ভগবানে আপোনালোকক কোশলে ৰাসক.জয় আই অসম

    • @pulakdas9429
      @pulakdas9429 2 ปีที่แล้ว

      🙏 very good Alfa jinda bad

  • @Temujing_Bodosa
    @Temujing_Bodosa 2 ปีที่แล้ว +10

    Nutun projonmo r karone apunaluke dia bolidan ami ane nekhedao. Axomi Aai k adin akhon Swadhin, Sarbosestho aru Mohan dekh bonab ami Nutun Projonmo o sesta korim ❤. Joi Aai Axom

    • @swagotbharadwaz1645
      @swagotbharadwaz1645 2 ปีที่แล้ว

      Sesta kori thakite......gutei bihari marwadi xumai axom ot thuu kheka plastic p lai ses dise...nodi polluted bhut

  • @gongadharbora7518
    @gongadharbora7518 2 ปีที่แล้ว +10

    কঠিন বিপ্লৱৰ মাজতো অসমীয়া সংস্কৃতিৰ ৰক্ষাৰ যি প্ৰৱণতা ধন্যবাদ।অতি সুন্দৰ বিহু

  • @dipaligogoi7298
    @dipaligogoi7298 2 ปีที่แล้ว +11

    ঈশ্বৰে আপোনালোকৰ মনৰ আশা পূৰ্ণ কৰি সহায় কৰক, তাৰেই কামনা কৰিছো।

  • @Jk-ue5du
    @Jk-ue5du 2 ปีที่แล้ว +25

    আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো জয় আই অসম

  • @yakuza2184
    @yakuza2184 2 ปีที่แล้ว +25

    It's always nice to see our brothers enjoying bihu after all these hardship in inbetween jungles and forests...
    But the main fact I am going to mention is that,,, this video is an old video fromt he past. I once saw it back then I guess 4 to 5 years back!!!
    So be neutral and analyse every point and fact these channels and propaganda wants to distribute among us common Assamese!!! #staysafe everyone....

  • @ranjitborah3276
    @ranjitborah3276 2 ปีที่แล้ว +17

    সকলোলৈকে শুভেচ্ছা জনালোঁ

  • @bbentertainment6172
    @bbentertainment6172 2 ปีที่แล้ว +8

    জয় আই অসম🙏সংযুক্ত মুক্তি বাহিনি অসম জিন্দাবাদ

  • @nobojitboruah3978
    @nobojitboruah3978 2 ปีที่แล้ว +4

    ককাই সত যতেই আছে আপোৱালোক ভালে থাকক আপোনালোক কুশলে ৰাখক ভগৱানে। জয় আই অসম

  • @dpboruah2998
    @dpboruah2998 2 ปีที่แล้ว +28

    বিহু আমাৰ অসমীয়াৰ হিয়াৰ আমঠু

  • @rupjyotibordoloi9671
    @rupjyotibordoloi9671 2 ปีที่แล้ว +11

    ❤❤❤সকলোভূমি পুত্ৰক আগতীয়াকৈ মৰমৰ বিহুটি শুভেচ্ছা জনালো "জয় আই অসম।"🙏🙏🙏🙏

  • @user-ls5kt6jc6d
    @user-ls5kt6jc6d 3 หลายเดือนก่อน

    সুন্দৰ ভাল লাগিল সদাই এনেকৈয়ে ফুৰ্তি কৰি থাকক জয় আই অসম❤❤❤🎉🎉🎉🎉🎉

  • @lakhigogoi5243
    @lakhigogoi5243 2 ปีที่แล้ว +14

    ঈশ্বৰৰ প্রশংসা হওঁক🙏 ঈশ্বৰে তেওঁলোকক সদায় ভালেই ৰাখক আৰু আশীর্বাদ কৰক

  • @mamugogoi6128
    @mamugogoi6128 2 ปีที่แล้ว +5

    জয় আই অসম। সকলোৱে কুখলে থাকক ভগৱানৰ ওচৰত তাৰে কামনা কৰিছো।

  • @pranabjyotidowerah6234
    @pranabjyotidowerah6234 2 ปีที่แล้ว +3

    অতি সুন্দৰ আৰু শৃংখলাবদ্ধ ৷ দেখি ভাল লাগিল ৷ God bless all.

  • @KhageswerHaloi
    @KhageswerHaloi 3 หลายเดือนก่อน

    বহুত ভাল লাগিছে,আশাকৰো,ভগবানেভালে,ৰাখক,জয়,আই,অসম

  • @bhaskardutta8496
    @bhaskardutta8496 2 ปีที่แล้ว +54

    স্বাধীন মনৰ প্ৰতিজন অসমীয়া ULFA ককাইদেউলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ...

  • @bharotiphukan8488
    @bharotiphukan8488 2 ปีที่แล้ว +24

    ককাইদেউ সকল ভাইটিসকল কুশলে থাকা। বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

  • @abinashbarman1116
    @abinashbarman1116 2 ปีที่แล้ว +9

    জয় আই অসম ❤️... অসমীৰ সকলো সন্তান কুশলে থাকক। দেশ সেৱাৰ লগতে যে সংস্কৃতি জীয়াই ৰাখিছে বহুত ভাল লাগিল। আপোনালোকৰ কাৰণে আমি শান্তিত আছোঁ। আলফা স্বাধীনৰ সকলো সেনাক মোৰ ফালৰ পৰা সেৱা ধৰিছোঁ আৰু ৰঙালী বিহুৰ হিয়ভৰা শুভেচ্ছা জনালোঁ। ♥️♥️
    জয় আই অসম ✊✊✊

  • @user-ce8qd3vj8m
    @user-ce8qd3vj8m 2 ปีที่แล้ว +2

    ভগৱানে কুশলে ৰাখক আপোনালোকক। ককাইহত সকলোলৈকে বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। জয় আই অসম।।

  • @nijoraborahazarika3336
    @nijoraborahazarika3336 2 ปีที่แล้ว +8

    আপোনালোকক ভগৱানে যাতে কুশলে ৰাখে তাৰে কামনা কৰিলোঁ । জয় আই অসম ।

  • @sadiqueali3832
    @sadiqueali3832 2 ปีที่แล้ว +10

    সকলুলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালো আলফা স্বাধীন জীন্দাবাদ জয় আই অসম।

  • @dibyavlogs980
    @dibyavlogs980 2 ปีที่แล้ว +8

    Every words of the song touch my heart ... I love you my all brothers ...JOI AI AXOM ...🙏🙏🙏🙏

  • @kiranray2933
    @kiranray2933 2 ปีที่แล้ว

    Bohut val lagil aru dukho lagil akha thakil j Paresh Baruah sir jate xonkale alosoner majere ai xongramkhon aguai loi jay alosoner majere jate amer xonor akhomkhon gorhi tule, mor dader logote bohut dada-vaity heruaisu aru heruabo nibisaru 🙏🏻🙏🏻🙏🏻

  • @pratapkalita8894
    @pratapkalita8894 ปีที่แล้ว

    সচাকৈ অতি সুন্দৰ লাগিছে। ভগৱানে আটাইকে ভালে কুশলে ৰাখক।

  • @monjitborahentertainment8884
    @monjitborahentertainment8884 2 ปีที่แล้ว +7

    জয় আই অসম মাননীয় পৰেশ বৰুৱা ডাঙৰীয়া লগতে জোৱান সকলক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো ।কোশলে থাকক আপোনা লোক ❤️

  • @pborobboro6247
    @pborobboro6247 2 ปีที่แล้ว +4

    বহুত ভাল লাগিল ।ভগোৱানে সদায় কুশলে ৰাখক

  • @jonjyotinath8859
    @jonjyotinath8859 2 ปีที่แล้ว +2

    জয় আই অসম। আলফা স্বাধীন জিন্দাবাদ।।। ৰাঙলী বিহুৰ শুভেচ্ছা থাকিল। অনাগত দিনবোৰ ভালে থাকক আপোনালোক।।।।

  • @JanRabha307
    @JanRabha307 2 ปีที่แล้ว +21

    আলফা জিন্দাবাদ ❤

  • @kripalsaikia2965
    @kripalsaikia2965 2 ปีที่แล้ว +9

    Waoooo
    Bihu nice.
    Bor Bhal lage bihu

  • @papulkhanikar5704
    @papulkhanikar5704 2 ปีที่แล้ว +5

    সকলোলৈকে অসমীয়াৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

  • @edmhouse889
    @edmhouse889 2 ปีที่แล้ว +1

    Joi aai axom.... ULFA Long live 🥰🥰🥰😍😍😍😘😘😘😘

  • @AssamEducationVideo
    @AssamEducationVideo 2 ปีที่แล้ว +2

    সকলো যিহেতু নিভাঁজ অসমীয়া..আপোন আপোন লাগিছে❤️

  • @gitalineog6489
    @gitalineog6489 2 ปีที่แล้ว +4

    অসমী আইৰ স্বাভীমান সদায়েই জিলিকী থাকক।লগতে স্বাধীন অসমৰ প্ৰত্যকজন সেনালৈ ৰঙালীবিহুৰ শুভেচ্ছা থাকিল।মূল সুটিলৈ আহি নিজৰ প্ৰতিভাসমূহ যাতে অসমী আইৰ মাজত সদায়েই জিলিকাই ৰাখিব পাৰে।

  • @kalpanagohain2963
    @kalpanagohain2963 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল আৰু বিহুৰ গান কেইটা শুনি চকুৰ পানী ৰাখিব নোৱাৰিলো।জয় আই অসম

  • @mileswarbhuyan367
    @mileswarbhuyan367 2 ปีที่แล้ว +1

    ভালো লাগিছে আৰু দুখো লাগিছে হ'লেও আপোনালোকক অভিনন্দন জনাইছোঁ
    ভগৱানে মঙ্গল কৰক ।

  • @mysuccessvibeteamnortheast1951
    @mysuccessvibeteamnortheast1951 2 ปีที่แล้ว +2

    আপোনালোকে কৰা এই কষ্ট আৰু ত্যাগৰ সংগ্ৰামৰ কাৰণেই অসমত এতিয়াও অসমীয়া সত্বা জীয়াই আছে | এই সংগ্ৰামৰ লগত জড়িত প্ৰত্যেকজন সেনানীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো |
    জয় আই অসম ✊

  • @sanjibdas15040
    @sanjibdas15040 2 ปีที่แล้ว +6

    জয় আই অসম ✊✊

  • @purabikalita5096
    @purabikalita5096 2 ปีที่แล้ว +6

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল,কুশলে থাকক

  • @cornelpeguassam8754
    @cornelpeguassam8754 2 ปีที่แล้ว +10

    ASSAMESE ARMY Long Live

  • @mamonihajarika6713
    @mamonihajarika6713 ปีที่แล้ว

    সচা অন্তৰৰ আশিৰ্ববাদ আপোনালোক দীৰ্ঘজীৱী হয় যেন।

  • @pratimagogoi1620
    @pratimagogoi1620 2 ปีที่แล้ว +6

    সুন্দৰ আলফা জিন্দাবাদ

  • @travellersprobitra1540
    @travellersprobitra1540 2 ปีที่แล้ว +16

    আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা সকলোলৈকে,, ভালে থাকক সকলো 😌❤🤟

  • @prianchigogoi9168
    @prianchigogoi9168 2 ปีที่แล้ว +2

    জয আই অসম । অতি সুন্দৰ বিহু
    । 👌👌👌👌👌👌👌

  • @dhirenbezbaruah3346
    @dhirenbezbaruah3346 ปีที่แล้ว +2

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো,, জয় আই অসম

  • @subhasissaikia6830
    @subhasissaikia6830 2 ปีที่แล้ว +8

    May god bless you all with good health and prosperity.joi aai axom 🙏🙏🙏

  • @hbk..6107
    @hbk..6107 2 ปีที่แล้ว +4

    💐💐💐💐🙏🏻🙏🏻🙏🏻🙏🏻আলফা স্বাধীনৰ (অসম) সেনাধ্যক্ষ পৰেশ বৰুৱা ছাৰৰ
    লগতে সংগ্ৰমী সৈনিক সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো....💐💐💐🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻জয় আই অসম .....

  • @navabhai8169
    @navabhai8169 2 ปีที่แล้ว +2

    জয় আই অসম,,,,,পৰেশ বৰুৱা 200 বছৰ জীয়াই থাকক,

  • @tumonbaruah
    @tumonbaruah 2 ปีที่แล้ว +20

    আলফা স্বাধীন জিন্দাবাদ ( সোণৰ অসমৰ আই অসমীয়া সন্তান সকলৈ আন্তৰীক শুভেচ্ছা জনাইছো

  • @ganakchandradeory1780
    @ganakchandradeory1780 2 ปีที่แล้ว +4

    Welcome and congratulations 2022 and wishing you Assamese New Year and Rongali Bihu ..

  • @smartzoon2813
    @smartzoon2813 2 ปีที่แล้ว +1

    কিমান ভাল লাগিল হেতেন গোটেই অসমত কেৱল অসমীয়া ♥️♥️♥️♥️♥️♥️♥️♥️

  • @JonSborah1996
    @JonSborah1996 2 ปีที่แล้ว +8

    Joi aai axom ❤️❤️

  • @vlogsmusickamaldas2842
    @vlogsmusickamaldas2842 2 ปีที่แล้ว +2

    আলফা স্বাধীন জিন্দাবাদ ✊✊ মই ভগৱানৰ ওচৰত এটাই প্ৰাথনা মে এনেকৈ অসমীয়া সন্তান ভালে কুশলে থাকে । জয় আই অসম ✊✊🙏🏼🙏🏼🙏🏼

  • @ahblock3554
    @ahblock3554 2 ปีที่แล้ว +1

    বহুত ভাল লাগিছে জয় আই অসম

  • @ilahazarikailahazarika9904
    @ilahazarikailahazarika9904 2 ปีที่แล้ว +12

    Jay Ai Asom. Welcome to ULFA Independence for celebrate the Assamese Bapoti Sahun Rongali Bihu(2022).

  • @pabitragogoi1913
    @pabitragogoi1913 2 ปีที่แล้ว +6

    বিহু শুভেচ্ছা থাকিল

  • @lalitdehingia9371
    @lalitdehingia9371 2 ปีที่แล้ว +1

    ভগৱানে আপোনালোকক কুশলে ৰাখক । জয় আই অসম ।

  • @pankajgogoi7013
    @pankajgogoi7013 2 ปีที่แล้ว

    জয় আই অসম ধুনীয়া লাগিছে ❤️❤️❤️❤️💖💖💖

  • @kiyaansh2021
    @kiyaansh2021 2 ปีที่แล้ว +15

    mojjaa

  • @bitusaikia7511
    @bitusaikia7511 2 ปีที่แล้ว +3

    জয় আই অসম❤️

  • @jaiaiassam-_.1
    @jaiaiassam-_.1 2 ปีที่แล้ว +2

    জয় আই অসম।
    Happy bohag bihu advance..