প্ৰথমবাৰলৈ বিশাল আয়োজনেৰে মাঘ বিহু পাতিলে আলফা(স্বাঃ)-এ UNCUT

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ม.ค. 2025

ความคิดเห็น • 506

  • @dipanjoligogoi-lj3wd
    @dipanjoligogoi-lj3wd ปีที่แล้ว +101

    তোমালোক সদায় ভালে থাকা, ককাই হঁত , মাঘ বিহুৰ মেজিৰ জুইয়ে তোমালোকৰ দুঃখ, কষ্ট, বেদনা সকলো বোৰ পুৰি চাই কৰি তোমালোকৰ জীৱনলৈ অনাবিল সুখ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাৰে কামনা কৰি মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ককাই হঁত , সদায় ভালে থাকা তোমালোক ❤️❤️❤️

    • @Kapilmedhi-w1e
      @Kapilmedhi-w1e หลายเดือนก่อน +2

      জয় আই অসম |

    • @Kapilmedhi-w1e
      @Kapilmedhi-w1e 5 วันที่ผ่านมา

      @@dipanjoligogoi-lj3wd জাতীয় স্বার্থত আত্মীয়স্বজনৰ পৰা আতৰি থাকিব লগা হৈছে | জয় আই অসম |

  • @papariborah3393
    @papariborah3393 ปีที่แล้ว +80

    ককাই তোমালোকক এনেকৈ দেখি খুব কষ্ট পাইছোঁ । ভালে থাকা সদাই । কিবা এটা দুখে বুকু খন হেচুকি গৈছে । অসমীয়াৰ তেজৰ এইয়াই চিনাকি বিহু ।

  • @monojdehingia3394
    @monojdehingia3394 ปีที่แล้ว +205

    সৰু ছোৱালীজনীয়ে সুধিছে এইয়া আর্মিয়ে গাইছেযে ৷ মই কলো এইয়া আর্মি নহয় এইয়া আলফা আমাৰ দৰে অসমীয়া ৷ বিহুৰ আপোনালোকলে শুভেচ্ছা থাকিল মেজিৰ জুইত আপোনালোকৰ দুখ-কষ্টবোৰ পুৰি ছাই হওক 'আপোনালোক সাদাই ভালদৰে ভালে থাকক এই কাম নাৰে ৷
    "জয় আই অসম"

    • @pranatibora4166
      @pranatibora4166 ปีที่แล้ว +15

      ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সংযুক্ত মুক্তি বাহিনী লৈ আশীৰ্বাদ জনাইছোঁ সকলোৱে যাতে সুস্থ শৰীৰে থাকি সপোনবোৰ বাস্তৱিত কৰে,😂

    • @BishnuBania-e4t
      @BishnuBania-e4t 9 หลายเดือนก่อน +1

      😢😢😢

    • @bipilkhanekar9543
      @bipilkhanekar9543 5 หลายเดือนก่อน +1

      Nn
      BB

    • @বিভূতি_ঠেঙাল
      @বিভূতি_ঠেঙাল 4 หลายเดือนก่อน

  • @monjulahon7712
    @monjulahon7712 ปีที่แล้ว +47

    হিয়া ভৰা ওলগ জনালোঁ বীৰ সৈনিক সকললৈ , হৃদয় চুই য়োৱা গীত ।

  • @padyawatirajuwar77
    @padyawatirajuwar77 ปีที่แล้ว +50

    ধন্যবাদ মুক্তি বাহিনী আপোনাৰলোকে সুকে থাকক

  • @RinkiChoudhury-b7q
    @RinkiChoudhury-b7q ปีที่แล้ว +17

    বহুত ভাল লাগিল ককাইহত আপোনালোকৰ ভগৱানে মঙ্গল কৰক মই আশা কৰিছো আপোনালকে সদায় ভালে কুশলে সুখত থকা ।

  • @tulumonikonwar2623
    @tulumonikonwar2623 7 หลายเดือนก่อน +9

    অন্তৰভৰা আশীৰ্বাদ জনালো ভালে থাকা সকলো৷গীতৰ ভাষাই কন্দুৱালে ৷জয় আই অসম৷

  • @devikagogoi2898
    @devikagogoi2898 ปีที่แล้ว +27

    ককাই ভাই হতঁ তোমালোকৰ বিহুৰ দেখি মোৰ বুকুত কিবা এটাই খুন্দা মাৰি ধৰিছে । সদায় এনেকৈ হাঁহি থাকিবলৈ আশীৰ্বাদ কৰিছোঁ।

  • @Ranjitbora-u4e
    @Ranjitbora-u4e 6 วันที่ผ่านมา +2

    ককাই তোমালোকক এনেকৈ দেখি খুব দুখ লাগিছে । এনেকুৱা লাগিছে যে বুকু খন হেচুকি গৈছে । জই আই অসম ককাই সকল । 😢😢❤

  • @RENUBORADHING
    @RENUBORADHING ปีที่แล้ว +7

    সেইটোৱেই হ'ল এক আন্তৰিক আৰু সমাদৃত সম্ভাষণ! সুখ, সুস্বাস্থ্য, একতাৰ এনাজৰীৰে ভৰি থকা ভোগালী বিহুৰ আনন্দ-উল্লাসেৰে অসমবাসীক আপ্লুত কৰে। এই উত্সৱে জনসাধাৰণক একত্ৰিত কৰি শস্যৰ ঋতু উদযাপন কৰাৰ লগতে সম্প্ৰদায় আৰু সদ্ভাৱনাৰ ভাৱনাক উত্সাহিত কৰে।

  • @kakudas3887
    @kakudas3887 ปีที่แล้ว +24

    দদাই হত বিহুৰ শুভেচ্ছা থাকিল ৷ তোমালোকৰ বিহু বিলাকৰ ভাষাই সদায় হিয়া মন চুই চকু সেমেকি জায় ৷ দদাই হত মনত বৰ দুখ পাও ৷ তোমালোকক এবাৰ ওচৰৰ পৰা চাব বৰ মন জায় ৷ তোমালোকৰ ভনি হিচাপে এটুপি চাহ পানী যাচিব মন যায় ৷ এয়া আমাৰ অসমৰ অসমীয়া গিৰি ৷ দদাইহত জাতিও গল মাটিও গল ভাষাও গল ৷ ওলাই আহি সকলো বোৰ ৰক্ষা কৰা ৷ অসমতে অসমীয়াৰ ঠাই নোহোৱা হলছোন ৷ তোমালোক ভালে কুশলে থাকা ৷

    • @SankarDeka-l3k
      @SankarDeka-l3k 11 หลายเดือนก่อน

      Tomi thaiky koisa😊

    • @SankarDeka-l3k
      @SankarDeka-l3k 11 หลายเดือนก่อน

      Tomi khasa ktha koi sa

    • @SankarDas-kx4wc
      @SankarDas-kx4wc 9 หลายเดือนก่อน

      Give me link

  • @kapil912
    @kapil912 ปีที่แล้ว +47

    জয় আই অসম , সোনকালে অসমলৈ আহক আপোনাকে , আলোচনা কৰি আইৰ বোপাইৰ মূখত হাহি বিৰিঙাওক ,

  • @Sweety0_3.
    @Sweety0_3. ปีที่แล้ว +61

    অসমীয়াৰ তেজৰ এইয়াই পৰিচয়❤ সকলো ভালে থকা সদায়, ভগৱানে মঙ্গল কৰক 🙏🏻

    • @AoxamRajib
      @AoxamRajib หลายเดือนก่อน

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤f

  • @mahadevpeguvlogs5815
    @mahadevpeguvlogs5815 ปีที่แล้ว +40

    জয় মুক্তি বাহিনী জয় আই অসম❤❤❤

  • @bishnuborah6870
    @bishnuborah6870 ปีที่แล้ว +13

    বহুত ধুনীয়া হৈছে ককাইহঁত ❤

  • @mondeepneelofficial
    @mondeepneelofficial ปีที่แล้ว +15

    আমি অসমীয়া হয় ককাইহত আমি যিমান য'তে থাকিলেও অসমীয়াৰ কৃষ্টি সংস্কৃতি পাহৰি যাব নোৱাৰো । ভোগালী বিহুৰ শুভেচ্ছা থাকিল তহঁতলৈ । মেজিৰ জুইত পুৰি ছাই হওক তহঁতৰ দুখ কষ্ট । ভালে থাক তহঁত।(তহঁতো অসম মাতৃৰে সন্তান, সেইকাৰণে তহঁত বুলিয়ে কৈছোঁ ককাইহত)।জয় আই অসম।

  • @pallabikonwar949
    @pallabikonwar949 ปีที่แล้ว +39

    চকুলো। আই মাতৃ অসমী তুমি স্বাধীনতা যুদ্ধৰ বাবে আৰ্শীবাদ দিয়া।

    • @KolponaMoran-ed3qv
      @KolponaMoran-ed3qv 2 หลายเดือนก่อน

      Kor j.aa b aa nn

    • @Kapilmedhi-w1e
      @Kapilmedhi-w1e หลายเดือนก่อน

      জয় আই অসম |❤❤❤

  • @kobikonch1151
    @kobikonch1151 ปีที่แล้ว +10

    ভালে থাকিবলৈ আশিবাদ কৰিছু জয় আই অসম।

  • @mrigankaborah903
    @mrigankaborah903 7 หลายเดือนก่อน +10

    ভাল নে বেয়া একো নকওঁ কব পৰা জ্ঞানো মোৰ নাই। কিন্তু গানটো শুনিলে গাৰ নোম হিৰ হিৰাই যায় । আৰু একো নকওঁ দে সকলোৰে ভাল হওঁক তাৰে কামনা কৰিছো । গান গাইও ভাল পাওঁ শুনিও ভাল পাওঁ , গান গাই থাকিবি দেই কেতিয়াও নেৰিবি 💖

  • @kishordutta3449
    @kishordutta3449 ปีที่แล้ว +19

    জয় আই অসম সদাই ভালে থাকক আপোনালোকে

  • @ankurbarman7377
    @ankurbarman7377 ปีที่แล้ว +14

    বহুত কষ্ট পাইছোঁ অ ককাইহত,আজি আমাৰ ঠাইতে বিহুৰ বতৰত এনে কে থাকিব লগা হৈছে,বহুত কষ্ট পাইছোঁ শৈয্য কৰিব পৰা নাই, আপোনালোকক ভগৱানে ভালকৈ ৰাখে যেন তাৰেই কামনাৰে,,,,,,,,জয় আই অসম ।

  • @priyankabaruah1481
    @priyankabaruah1481 ปีที่แล้ว +8

    ভালে থাকা ককাইহঁত.জয় আই অসম ❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 ปีที่แล้ว +15

    ককাইহত ঔ তোমালোক সদায় ভালে থাকা ,এইয়াই আমাৰ অসমীয়াৰ পৰিচয় বিহু ❤️ আবেগিক হৈ গলো 😢
    শুভেচ্ছা সদায় আছে
    জয় আই অসম ✊

  • @MondipMondip-gb1gy
    @MondipMondip-gb1gy 4 หลายเดือนก่อน +5

    লাচিত নাথাকিলেও মুক্তি বাহিনী আছে অসমীয়াক ৰক্ষা কৰিবলৈ🖤

  • @assamjobprostuti9436
    @assamjobprostuti9436 ปีที่แล้ว +34

    ভালকৈ থাকিব ।।।। জয় আই অসম

  • @kalpanadas9760
    @kalpanadas9760 ปีที่แล้ว +8

    বহুত দুখ লাগিছে দাদা 😭😭😭😭😭😭

  • @JibonBoruah-b5i
    @JibonBoruah-b5i 10 หลายเดือนก่อน +4

    দাদা হত ভালদৰে থাকিবাহক জয় আই অসম।

  • @PoliDohutia-z3v
    @PoliDohutia-z3v ปีที่แล้ว +8

    Dada hokol val lagil dekhi,val koi thakiba dada ❤❤❤.jai mokty bahini Assam

  • @SUMON-k1g
    @SUMON-k1g ปีที่แล้ว +17

    আৰু নকন্ধোৱাবা ককাই সত বৰ দুখ পাইছো দেই আমাৰ হাতত আশিবাৰ্দৰ বাহিৰে একো নাই ক'বলৈ

  • @Mon__moina-i8r
    @Mon__moina-i8r 6 หลายเดือนก่อน +5

    সকলো লৈকে বহুত বহুত মৰম থাকিল❤❤❤সকলো ভাল a থাকক h❤ গান টো শুনি কান্দি গলো গৈ বৰ ভাল লাগিল দেই কাহানেও পাহৰিবলৈ নোৱাৰোঁ☺️সদাই এ হুনু ❤ কিন্তু হেঁপাহ নপলাই 🙂শুভ হওঁক সকলোৰে তাৰে কামনাৰে💗
    জয় আই অসম্ 💫🌍💐

  • @bokungogoi
    @bokungogoi 8 ชั่วโมงที่ผ่านมา

    বিহু গীত টো শুনি মোৰ চকু পানী উলাই গল 😔😔 দাদা সকল সকলো মাঘ বিহু উলগ jasilu 💓💓💓

  • @JuriJuriborah
    @JuriJuriborah 11 หลายเดือนก่อน +3

    আপোনাৰ লোকক প্ৰনাম জনাইছো কুশলে থাকক জয় আই অসম 🙏

  • @Moinabaruah911
    @Moinabaruah911 9 หลายเดือนก่อน +4

    ভাল কৈ থাকিব আপোনালোকে ❤জয় আই অসম🇮🇳

  • @bahagi.changmaichangmai7371
    @bahagi.changmaichangmai7371 9 หลายเดือนก่อน +3

    মাঘৰ বিহু শুভেচ্ছা জনালোঁ

  • @nipjyotidas2150
    @nipjyotidas2150 ปีที่แล้ว +3

    বহু ত দুখ লাগিছে,দাদা হত ঘৰ এৰি 😢😢😭😭😭😭

  • @LakhyadharChamua
    @LakhyadharChamua ปีที่แล้ว +14

    ভয় নকৰিব ,অসম আপোনালোকৰ.হাতত ! ,নহয় সকলো সজাগ অসমীয়া জাগিলেহে হব !ৰঙলাও..তলি হিচাবে অসমক কৰি ,আমাৰ ইয়াৰ পৰাই সদায় লৈ গৈ থাকিব ? আৰু ?

  • @ijubarman
    @ijubarman 11 หลายเดือนก่อน +2

    জয় আই অসম সকলোৱে ভালে থাকে যাতে

  • @alpanarajkonwar5516
    @alpanarajkonwar5516 ปีที่แล้ว +8

    ককাই ভাই আপোনাৰ লোক সকলোঁ লৈ মাঘ বিহু শুভেচ্ছা থাকিল.....🤝
    আপোনাৰ লোকে আমাৰ অসম খনৰ লগতে নিজৰ যত্নও লব.... 🫂

  • @ankursonowal2829
    @ankursonowal2829 ปีที่แล้ว +11

    Mojaa❤❤❤❤❤

  • @nurahmed6132
    @nurahmed6132 ปีที่แล้ว +32

    জয় আই অসম

  • @RajibDas-jp1qb
    @RajibDas-jp1qb 17 ชั่วโมงที่ผ่านมา

    জয় আই অসম। পৰেশ বৰুৱা ছাৰ, আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো। মই ৰাজীৱ দাস আৰু যোগেন দাস,

  • @_____sanjiv_kohli_____18
    @_____sanjiv_kohli_____18 ปีที่แล้ว +6

    Love forever❤❤❤ jai ai axom❤

  • @JunmoniSaikia-b3b
    @JunmoniSaikia-b3b 2 วันที่ผ่านมา

    সকলো লৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ।জয় আই অসম।

  • @Satyaki1111
    @Satyaki1111 10 ชั่วโมงที่ผ่านมา

    আজি মাঘ বিহুৰ শুভেচ্ছা জনালো দেই সকলো বন্ধু বান্ধৱী চিনাকী অচিনাকীলৈ❤

  • @rantugogoi1070
    @rantugogoi1070 12 วันที่ผ่านมา +1

    Amar axom hokti Hali kori rokha r kokai deu hokole tumalukor Bihu r anondo dekha pai bohut happy hoisu o isore vale rakho k apunar lukok Jai ai axom 💝🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @MintuGogoi-
    @MintuGogoi- 11 หลายเดือนก่อน +3

    জয় আই অসম সদাই ভালে থাকক সকলোঁ দাদ ভাইটি😭😭😭😭😭

  • @tulumoniborahomgogoi4313
    @tulumoniborahomgogoi4313 ปีที่แล้ว +8

    জয় আই অসম।😢

  • @AbdulJalil-wo6cn
    @AbdulJalil-wo6cn ปีที่แล้ว +6

    কি লিখিম কোনো ভাষাই নাই মোৰ ভালে কুশলে থকাটোৱেই কামনা কৰো 9:13

  • @rinkimonisonowal7448
    @rinkimonisonowal7448 11 หลายเดือนก่อน +4

    Apuni eman dhuk gan tu😢😢😢😢😢😢😢😢😢 sobey bohut miss korise ma k mur bohut dhuk lagese
    Kintu moi horu jodiew moi buji paw 😂😂😂😢😢😢😢😢😢

  • @jaanmoinavlogs
    @jaanmoinavlogs ปีที่แล้ว +7

    Joi অই অসম 😢❤

  • @kalyanjitsaikia6810
    @kalyanjitsaikia6810 ปีที่แล้ว +6

    God bless you Brothers

  • @hritamkashyap
    @hritamkashyap 27 วันที่ผ่านมา +1

    মইয়ো সাজু যাবলৈ
    জয় আই অসম ❤❤❤

  • @utpalteron1461
    @utpalteron1461 ปีที่แล้ว +17

    Jai aai assam 😢

  • @mridulgohain4587
    @mridulgohain4587 ปีที่แล้ว +5

    বিহুৰ মৰ্যদা এইয়াহে । বিহুৰ শুভেচ্ছা সকলোলৈকে জনালো ।

  • @pranjitkalita189
    @pranjitkalita189 ปีที่แล้ว +21

    Dhuniya voice

  • @diteshdeka9640
    @diteshdeka9640 ปีที่แล้ว +1

    Bhal lagil video to dekhi bhagabane bhale rakhak

  • @BoikunthaDas-j7g
    @BoikunthaDas-j7g 16 ชั่วโมงที่ผ่านมา

    Joi aii akhon apunalukok khodaii bhogobane val koi rakhok❤❤❤

  • @bigantaborghain7941
    @bigantaborghain7941 ปีที่แล้ว +4

    Joy ayei Akhom❤

  • @kaberigogoi4607
    @kaberigogoi4607 ปีที่แล้ว +3

    Valke thakok dada hokol....vle thakok kukhole thakok tare kamonare Happy Bihu❤🎉

  • @BaniDeori-g6v
    @BaniDeori-g6v ชั่วโมงที่ผ่านมา

    Bhut val lagise ❤❤❤❤

  • @rubulsonowaleditor5001
    @rubulsonowaleditor5001 ปีที่แล้ว +6

    Jai aai Assam❤

  • @Worldemaging
    @Worldemaging 10 หลายเดือนก่อน +2

    Jai ai axom❤❤❤

  • @IndraDas-g3h
    @IndraDas-g3h 9 หลายเดือนก่อน +2

    U are Right Right Right Right 👍👍👍👍

  • @birajsaikia8671
    @birajsaikia8671 4 นาทีที่ผ่านมา

    ককাইহঁত আপোনালোকৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।

  • @chahjahangogoi6257
    @chahjahangogoi6257 ปีที่แล้ว +3

    Val lagise o.... Happy happy alfa

  • @emonjyotibaruah4525
    @emonjyotibaruah4525 หลายเดือนก่อน +1

    Apunaluke vle thakak hadai ❤ joy ai axom ,moi bahut kandiso apunaluke Guwa gan to sai 😢😢😢😢vle thaka ❤❤❤❤❤❤❤❤❤

  • @mrinalrajbongshi2938
    @mrinalrajbongshi2938 วันที่ผ่านมา

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @hunmynagogoi7035
    @hunmynagogoi7035 ปีที่แล้ว +7

    Joi aai axom..... tuk bohu din r murot dekha pai val lagil.... bohut miss koru tuk... valkoi thakibi

  • @hiramonigohain1486
    @hiramonigohain1486 ปีที่แล้ว +8

    জয় আই অসম

  • @BubuSensua-d6s
    @BubuSensua-d6s ปีที่แล้ว +3

    Joi hoboi❤

  • @BTS75789
    @BTS75789 9 หลายเดือนก่อน +2

    জয় আই অসম ❤️❤️❤️

  • @ManujHazarika-z2y
    @ManujHazarika-z2y หลายเดือนก่อน

    Bohut dinr pist dada jonk dekhi mon to vl lagil .... Dada gan to bor vl gaisa

  • @martialartsdiganta9915
    @martialartsdiganta9915 ปีที่แล้ว +4

    Joi ai assam✊🏼✊🏼✊🏼✊🏼

  • @himashridas3695
    @himashridas3695 10 วันที่ผ่านมา

    জয় আই অসম ভাই হয় ভালে কুশলে থকা

  • @pompikalita4531
    @pompikalita4531 ปีที่แล้ว +1

    Xundor gaise. Joi aai axom

  • @RajPapu-h5n
    @RajPapu-h5n วันที่ผ่านมา

    Heppy bhugali Bihu kokai hokol ❤❤

  • @pampidas6441
    @pampidas6441 ปีที่แล้ว +4

    Joi aii akhom

  • @sontushsaikia1213
    @sontushsaikia1213 2 วันที่ผ่านมา

    Jai aii Assam ❤❤❤❤

  • @ayushborah759
    @ayushborah759 21 วันที่ผ่านมา

    Hodai asu Axom'r logot tumalukor logot eyate u, Judhyot u, tumakukor poikhot'u hodai maat dibole u bhaldore thaka Axom't sob thik hbo jai ulfa, jaai aai axom🎉❤

  • @mantudas2152
    @mantudas2152 ปีที่แล้ว +11

    Jai aai assam

  • @bijitdas3211
    @bijitdas3211 4 หลายเดือนก่อน

    Bohut val lagisa dada❤

  • @hemontasaikia6449
    @hemontasaikia6449 ปีที่แล้ว +6

    জয় আই অসম ........

  • @jyotishmangogoi790
    @jyotishmangogoi790 ปีที่แล้ว +3

    Joi ai akhom❤❤❤

  • @RekhamoniSaikia-k5z
    @RekhamoniSaikia-k5z ปีที่แล้ว +3

    জয় আই অসম।🙏🙏

  • @purnimamithi-gh6py
    @purnimamithi-gh6py หลายเดือนก่อน

    Bhut dhuniya lagise dada❤❤

  • @JunaliBorgohain-xp2qh
    @JunaliBorgohain-xp2qh ปีที่แล้ว +3

    Jai aai Assam 😢😢😢😢😢

  • @sarojgogoi2685
    @sarojgogoi2685 ปีที่แล้ว +5

    Joi aai Assam

  • @RajumoniRajumonidas
    @RajumoniRajumonidas ปีที่แล้ว +14

    Very heart touching song. 💔. Happy bhogali bihu to all of you... ❤❤❤🎉

  • @shibasaikia2636
    @shibasaikia2636 ปีที่แล้ว +3

    জয় আই অসম ,

  • @asokdas5859
    @asokdas5859 ปีที่แล้ว +3

    Joi sai axom ❤❤❤❤❤

  • @Mrmukut9
    @Mrmukut9 หลายเดือนก่อน +1

    Jay aai axom ❤❤

  • @harakonwar4990
    @harakonwar4990 ปีที่แล้ว +9

    Joi aai axom ❤❤❤❤❤

  • @DHIRAJ_AXOM
    @DHIRAJ_AXOM 2 วันที่ผ่านมา

    অসমী আই সন্তান ❤❤

  • @rajbongshisanjay-yd1xl
    @rajbongshisanjay-yd1xl วันที่ผ่านมา

    দেহা শুই যোৱা গান 100 বাৰ শুনিছোঁ দে

  • @Travel.With.Bikers
    @Travel.With.Bikers 9 หลายเดือนก่อน +2

    Moi dely sau vedio Tu 🥺bhut vl lge❤❤❤

    • @99hotoi
      @99hotoi 4 หลายเดือนก่อน

      aji saiso nai

  • @Johnsarma-rn6qb3pf3e
    @Johnsarma-rn6qb3pf3e 11 หลายเดือนก่อน

    Val lagile ❤

  • @devils2765
    @devils2765 2 หลายเดือนก่อน

    আমাৰ অসমৰ গৌৰৱ আলফা স্বাধীন জয় আই অসম

  • @MonumotiMoran-l6i
    @MonumotiMoran-l6i 26 วันที่ผ่านมา

    যোগদান হব মন ।জয় আই অসম ।

  • @DayalDas-gc3oh
    @DayalDas-gc3oh 6 หลายเดือนก่อน

    Dhunia gaiise ....geet tu....nice voice.....

  • @SachinMohonta-p3p
    @SachinMohonta-p3p 10 หลายเดือนก่อน +4

    তোমালোকে ওলাই আহ আৰু বঙালী বোৰক গুলীয়াই মাৰ। নহলে আমাৰ জাতি মাটি ভেটি একৈ নাথাকিব।