ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 เม.ย. 2023
  • ▶️ ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু
    ▶️ আলফা স্বাধীনৰ কেডাৰে জুৰিলে হুঁচৰি
    ▶️ ঢোল-পেঁপাৰ লগত হাতত মাৰণাস্ত্ৰ লৈ নাচিলে বিহু
    ▶️ হাতত অস্ত্ৰ লৈ যুৱতী কেডাৰেও ভাঙিলে কঁকাল

ความคิดเห็น • 1.3K

  • @TunesAsom
    @TunesAsom ปีที่แล้ว +414

    বেয়া লাগিল মনটো...কুঁশলে থাকক সকলো সেনা তথা আমাৰ ভাই-ককাইহত...
    জয় আই অসম

    • @jyotishkumarnath9101
      @jyotishkumarnath9101 ปีที่แล้ว +7

      Join a kori diw nki

    • @user-ne9it9yk9q
      @user-ne9it9yk9q 7 หลายเดือนก่อน +3

      Assames মানু্হ ভয়াতুৰ হয়, কাৰণ একতা নাই

    • @user-ls2qb4nm7k
      @user-ls2qb4nm7k 5 หลายเดือนก่อน

      0😊😊)❤❤😂🎉😢😮😮😅😊​@@jyotishkumarnath9101

  • @dsvlog8750
    @dsvlog8750 ปีที่แล้ว +690

    তেওঁলোকৰ বিহুৰ নামবোৰৰ শব্দ বোৰ শুনি আবেগিক হৈ পৰিলোঁ সকলো ভালে থাকক।🥺🥺

  • @bhairabdas3102
    @bhairabdas3102 ปีที่แล้ว +182

    বিহুৰ গীত শুনি আনন্দ তে চকুৰ পানী নিগৰী যায়‌।' জয় আই অসম ' ।

  • @angcheng6562
    @angcheng6562 ปีที่แล้ว +54

    হৃদয় চুই যোৱা বিহু গীত........ আপোনালোকৰ সু স্বাস্থ্য কামনা কৰিলোঁ.....জয় আই অসম..... লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।

  • @Assam_Simanta_YT
    @Assam_Simanta_YT ปีที่แล้ว +449

    স্বাধীন চিন্তাৰ উপৰত তেওঁলোক অসমীয়া সমাজ জীয়াই ৰাখিছে ❤

  • @kishorhaloi5563
    @kishorhaloi5563 ปีที่แล้ว +237

    এইবোৰ টো অসমীয়া লৰা ছোৱালী ইহঁতৰ কি মনত দুখ নাই ইমানবোৰ ত্যাগৰ পিছত মুখত বিহুৰ গীত কিবা অন্তৰ খুন্দিয়াই দিছো সচাকৈ অসমৰ অসমীয়া আমি অলপ গভীৰ ভাবে ভাবক সমুখত বহুত ঘাট প্ৰতিঘাত তাৰ পিছতে ইমানবোৰ আশাৰ সঞ্চাৰ কি কম ধন্যবাদ এইবোৰ লৰা ছোৱালীৰ অসমৰ অসমীয়া

  • @Danirojasfc6
    @Danirojasfc6 ปีที่แล้ว +222

    জয় আই অসম।
    আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। Love you 💚 আলফা।
    সঁচাই গানত গভীৰ শব্দ সোমাই আছে লগতে মাতটো অতি সুন্দৰ।
    অসমীয়া ৰাইজে বুজিব লাগিব।

    • @bdas8539
      @bdas8539 ปีที่แล้ว +5

      Yes

    • @sensepoint07
      @sensepoint07 ปีที่แล้ว +4

      ULFA ❤ "জ়য় আই অসম"

    • @gyandeepsaikia6613
      @gyandeepsaikia6613 ปีที่แล้ว +3

      Hói hósa koisa

    • @sensepoint07
      @sensepoint07 ปีที่แล้ว +7

      এশ শতাংশ সঁচা আলফা আছে বাবেই বহুতেই শান্তিত আছোঁ ! আলফা নথকা হলে অসম খন 90% বাংলাদেশীৰেই ৰাজপাট চলিলে হেঁতেন !
      "জয় আই অসম" আলফা জিন্দাবাদ ❣️

    • @sankarbaruah5968
      @sankarbaruah5968 ปีที่แล้ว

      Ulfa jindabat

  • @sewalisaikia643
    @sewalisaikia643 ปีที่แล้ว +40

    প্ৰকৃত অসমীয়া বিপ্লৱী বীৰ। প্ৰতিটো শব্দই হৃদয় স্পৰ্শী । সকলো ভালে থাকক । চৰকাৰ আগ বাঢ়ি আহিলে এই সকল তেজাল অসমীয়া ডেকা আপোন ঘৰখন শুৱনী কৰি থাকিব।

  • @199gamerf.f8
    @199gamerf.f8 ปีที่แล้ว +198

    আপোনা লোকৰলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ❤

  • @ontheway8555
    @ontheway8555 ปีที่แล้ว +152

    💝❣️জয় আই অসম✊❤বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 💝ভাই সকল❣️😘

  • @pk07status72
    @pk07status72 ปีที่แล้ว +42

    বেয়া লাগিল তেওঁলোকৰ বিহু নামৰ শব্দবোৰ শুনি🥺😥,ভালে থাকক তেওঁলোক 🙏❣️,জয় আই অসম।

  • @bhagabatjyotibora7509
    @bhagabatjyotibora7509 ปีที่แล้ว +82

    এক আবেগিক মূহুৰ্ত ❤️ তেওঁলোক সকলো লৈকে ৰঙালীৰ আন্তৰিক শুভেচ্ছা জাছিলো। জয় আই অসম ❤️🫂

  • @dboyz6796
    @dboyz6796 ปีที่แล้ว +220

    আলফা স্বাধীন জিন্দাবাদ ❤

  • @jitulkalita4455
    @jitulkalita4455 ปีที่แล้ว +117

    আপোনালোকে যত আছে শুখ শান্তিৰ জীয়াই থাকক , ৰঙলীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকলৈ , বিহু গীততো শুনি বহুত ভাল লাগিছে ,

  • @pabanborahmusicalpb683
    @pabanborahmusicalpb683 ปีที่แล้ว +42

    বিহু গীত গোৱা দাদা জনৰ মাত টো বহুত ধুনীয়া, গীত কেইটা শুনি বহুত দুখ লাগিছে , ভগবানে সকলোকে ভালে ৰাখে যেন , তাৰ কাৰণে পাৰ্থনা কৰিছোঁ , শুভ ৰঙালী বিহু দাদা সকল , মই অসমীয়া লৰা হৈ বিহু ক লৈ গৌৰব কৰোঁ ।

  • @bikulborah2100
    @bikulborah2100 ปีที่แล้ว +48

    আবেগিক হৈ পৰিলোঁ । সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ । ভগৱানে সকলোকে কুশলে ৰাখক ❤❤❤

  • @jayantasaikia2369
    @jayantasaikia2369 ปีที่แล้ว +68

    কুশলে থাক ককাই হত,,, 🤗🤗🤗🤗🤗🥳 ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ 💕

  • @ranudas593
    @ranudas593 ปีที่แล้ว +46

    ভগৱানে তোমালোকক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @PD-gj7ot
    @PD-gj7ot ปีที่แล้ว +17

    তেওঁ লোকৰ বিহু গীতৰ কথা বোৰে অন্তৰত কোনোবা এটা ঠাইত দ কৈ খুচ মৰিছে...
    মৰমৰ ককাইদেউ আৰু ভাইটী হতলৈ ৰঙালী আন্তৰিক শুভেচ্ছাঁ দিলো |
    নেদেখা জনে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো |

  • @hemalatachetia3765
    @hemalatachetia3765 ปีที่แล้ว +18

    তোমালোকে য'তে আছা ভালে,কুশলে থাকা আমাৰ মৰমৰ পোনাহ'ত ।।মাতৃ হিচাপে বিহু গীতৰ অৰ্থ বোৰে 😭😭আবেগিক কৰিছে ।।

  • @moondas8775
    @moondas8775 ปีที่แล้ว +26

    জয় আই অসম ভাই ককাই সকলক ভালে ৰাখিবলৈ ভগৱানক প্ৰাথ‌ণা জনাইছো জয় আই অসম

  • @user-in8ix8br5m
    @user-in8ix8br5m ปีที่แล้ว +68

    খাটি অসমীয়াৰ চিনাকি❤ বিহুটো সুন্দৰকৈ জীয়াই ৰাখিছে, দেখি ভাল লাগিল!!
    সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ!!🎉❤

  • @rajkumarbarman2129
    @rajkumarbarman2129 ปีที่แล้ว +19

    বুজাব নোৱাৰা আবেগ অনুভৱ কৰিলোঁ দে। সকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। জয় আই অসম।

  • @nayanmanirajbongshi57
    @nayanmanirajbongshi57 ปีที่แล้ว +13

    ৰিনিকি ৰিনিকি গান ত কৈ বহু বেছি ভাল হৈছে। মন জুৰ পৰি গল। জয় আই অসম❤

  • @anirbanbaruah867
    @anirbanbaruah867 ปีที่แล้ว +37

    সুন্দৰ বিহু গীত জয় আই অসম

  • @utpalnath123
    @utpalnath123 ปีที่แล้ว +48

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।

  • @raani443
    @raani443 ปีที่แล้ว +34

    দাদা জনৰ সুৰটো বৰ ধুনীয়া। কিছুমান সস্তীয়া গায়কতকৈ বহু ওপৰত। সকলোকে পলম কৈ হলেও বিহুৰ শুভেচ্ছা জনালোঁ ❤

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 ปีที่แล้ว +51

    শ্ৰদ্ধাৰে নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে ।ককাই-ভাইৰ আৰু বাই-ভনী সকলৰ সদায় সকলো দিশতে কুশলতা কামণা কৰিলোঁ, জয় আই অসম ✊💐🙏

  • @mantudas3746
    @mantudas3746 ปีที่แล้ว +17

    অন্তৰ চুই গৈছে মই আলফাত জাৱলৈ বহু চেষ্টা কৰিও জাব নোৱাৰিলো তথাপিও আলফালৈ মৰম শ্ৰদ্ধা ওঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো

  • @sanjibkonwar8717
    @sanjibkonwar8717 ปีที่แล้ว +49

    সকলোলৈকে অযোত মৰম আৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল..

  • @minatirajkumari2410
    @minatirajkumari2410 ปีที่แล้ว +44

    সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো, ভগৱানে সকলোকে ভালে ৰাখক

  • @zubeenboliyamoirinku
    @zubeenboliyamoirinku ปีที่แล้ว +9

    আমাৰ মৰমৰ ককাইদেউসকল ❤️ 🙏।।কূশলে থাকিবা,,
    হুঁচৰি ৰ পাঠক জনৰ শব্দ বোৰ বহুত বেছি ভাল লাগিছে ,, আপোনালোকৰ ইমান‌ কামত ব্যস্ত থকাৰ পিছতো অসমীয়া ৰ প্ৰানৰ বিহুতি আদৰাৰ‌ বাবে 🙏 অশেষ ধন্যবাদ জনাইছোঁ 🙏❤️

  • @vreeguchangmai3355
    @vreeguchangmai3355 ปีที่แล้ว +11

    অসমৰ বিপ্লৱ জোৱান সকল জিন্দাবাদ।।জয় আই অসম।।।

  • @matuuboruah9770
    @matuuboruah9770 ปีที่แล้ว +13

    জয় আই অসম আজি বিহু দিনা বহুত মিছ কৰিছো তোমালোকক আপোনালোকে গোয়া গানটোয়ে হিয়া ছুই গৈছে | ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন থাকিল জয় আই অসমী

  • @papariborah3393
    @papariborah3393 ปีที่แล้ว +6

    চকুৰ পানী ওলাই আহোঁতে হে গম পালো মই কান্দি আছোঁ । মনটো কান্দি উঠিল বিহু শুনি । ভালে থাকক আপোনালোক ।

  • @babuhaloi4942
    @babuhaloi4942 ปีที่แล้ว +59

    খাতি অসমীয়া ❤

  • @shivampoultryfarmandhatche9580
    @shivampoultryfarmandhatche9580 ปีที่แล้ว +28

    সুন্দৰ প্রদর্শন। ❤❤❤❤

  • @muninborgohain3452
    @muninborgohain3452 ปีที่แล้ว +15

    বহুত সুন্দৰ হৈছে। ভাল লাগিল, অন্তৰ চুই গৈছে।আপোনালোক যতে আছে কুশলে থাকক।জয় আই অসম।

  • @Trends_only07
    @Trends_only07 ปีที่แล้ว +5

    বহুত বহুত শ্ৰদ্ধা থাকিল সকলোলৈ । মোৰ দেউতাও এজন প্রাক্তন আলফা আছিল.. তেওঁৰ মুখত সৰু পৰাই আপোনালোকৰ দেশপ্রেম, সাহসৰ কথা শুনি আহিছো। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াল ভালে থাকক লগতে সকলোলৈ ৰঙালী বিহুৰ উলগ যাচিলো। বহুত বহুত মৰম❤ জয় United liberation Front of Assam (ulfa) ❤

  • @morandiganta7173
    @morandiganta7173 ปีที่แล้ว +6

    সঁচাকৈ আবেগিক হৈ পৰিলোঁ। এটা দৰ্শক অতিক্ৰম কৰি অহা মনটোক খুণ্ডামাৰি দিছে । অতাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। লগতে coment দিয়াবোৰ পঢ়ি ভাল লাগিছে।

  • @pranjalborahcreation9745
    @pranjalborahcreation9745 ปีที่แล้ว +28

    ভালে থাকিবি । ভগৱানে তহতঁক মঙ্গল কৰক। বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।

    • @moinajaanyt
      @moinajaanyt ปีที่แล้ว +1

      Bhal lagiseda ja i assam

  • @Debajitdr2ex
    @Debajitdr2ex ปีที่แล้ว +9

    বশুত সুন্দৰ হৈছে
    কি কৰিবা তোমালোক অসম দেশৰ বাবে ঘৰৰ সকলোককে এৰি আহি অসমী আইৰ বাবে ওলাই আহিছা ।।
    আৰু মই ও দেশমাতৃৰ বাবে ঘৰৰ সকলোককে এৰি আহিছো
    এই বিহুৰ সময়ত
    কিন্তু অলপ বেলেগ
    মই আৰ্মীত
    আশীৰ্বাদ কৰিছোঁ সকলোৱে ভালে থাকে
    জয় আই অসম

  • @user-uq2te7wo7u
    @user-uq2te7wo7u ปีที่แล้ว +5

    জয় আই অসম🙏🙏🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল। ইমান ধুনীয়া লাগিছে নহয় কবলে ভাষা নাই আৰু সঁচাই দেই। ভালে থাকক সকলো আশীৰ্বাদ কৰিছোঁ। বিহু গীত শুনি হৃদয় চুই গৈছে।

  • @jitenkonwar2942
    @jitenkonwar2942 ปีที่แล้ว +5

    মনতো বৰ দুখ পালো।। দাদা হতক ভগৱানে কৃপা কৰক।

  • @zgofficialassam7536
    @zgofficialassam7536 ปีที่แล้ว +139

    জয় আই অসম ❤

    • @deepnath8266
      @deepnath8266 ปีที่แล้ว +6

      Zubin da love you 😍

    • @zgofficialassam7536
      @zgofficialassam7536 ปีที่แล้ว +2

      @@deepnath8266 tq so much

    • @Evil._.Rider_07
      @Evil._.Rider_07 8 หลายเดือนก่อน +1

      Ami join koribo but kirokom korbo join

    • @devtaid2070
      @devtaid2070 5 หลายเดือนก่อน

      😂​@@deepnath8266

    • @MoinaBora-of2iv
      @MoinaBora-of2iv 4 หลายเดือนก่อน

      😊😊

  • @rupamsutradhar6006
    @rupamsutradhar6006 ปีที่แล้ว +3

    জয আই অসম.সচাকৈ বহুত আপলুত হৈছো আমি.বহুত বহুত ভাল লাগিল.সঁচাইআমি অসমীয়া বুলি গৌৰৱ কৰো.

  • @jd1963
    @jd1963 9 หลายเดือนก่อน +3

    Bihu huni sokupani ulaise eman dhuniake gai#ebupaihot valethakok vhogobanor usorot pray jonaisu👌❤💘

  • @priyam_borgohain2167
    @priyam_borgohain2167 ปีที่แล้ว +36

    ককাইহত ভালে থাক বিহু শুভেচ্ছা থাকিল😊

  • @pegurock421
    @pegurock421 ปีที่แล้ว +215

    বহুত বেয়া লাগিছে দেখি আজিৰ দিনত আমাৰ অসমীয়া ডেকা গাভৰু সকলে হাতত বন্ধুক লৈ বিহু পালন কৰিব লগীয়া হৈছে।

    • @rajibkumarnath5591
      @rajibkumarnath5591 ปีที่แล้ว +13

      তেওঁ লোকে যে বাহিৰত থাকি বাপুতিখাহুন টো জীয়াই ৰাখিছে ভাল 😂লাগিছে। আমাৰ অসমত থাকি কিছুমানে আকৌ বিহুতো ............

    • @tanche9085
      @tanche9085 ปีที่แล้ว

      2mi gandu

    • @Doleypuneswar222
      @Doleypuneswar222 ปีที่แล้ว

      🥲🥲

  • @janmejayray2238
    @janmejayray2238 ปีที่แล้ว +5

    সচাকৈ অতি সুন্দৰ । সকলো কূশলে থাকক।

  • @as02ranjuvlogs29
    @as02ranjuvlogs29 ปีที่แล้ว +2

    কোটি কোটি প্ৰণাম তোমালোকলৈ ককাইদেউ সকল। এই হেপা৺হৰ ৰঙালী বিহু টোত তোমালোকক এনেকে দেখি বৰ দুখ লাগিছে। ভগবানে কুশলে ৰাখক সকলোকে আৰু প্ৰতি জন তেজাল ডেকা লৈ মোৰ বিহুৰ শুভেচ্ছা থাকিল। যদি পাৰা ঘুৰি আহা তোমালোক ।

  • @jintuarandhara6724
    @jintuarandhara6724 ปีที่แล้ว +20

    সচাই অতি সুন্দৰ❤..জয় আই অসম

  • @dhan5717
    @dhan5717 ปีที่แล้ว +20

    সুন্দৰ পৰিবেশ ❤❤❤

  • @Thelearning3
    @Thelearning3 ปีที่แล้ว +4

    মজা , ইমান কঠিন আৰু ব্যস্ততা মাজটো অসমীয়া পৰম্পৰাগত ৰীতি-নীতি প্ৰতি যি শ্ৰদ্ধা । ইয়াক সন্মান জনাই আপোনাৰ লোককো ৰাঙলী বিহুৰ শুভেচ্ছা জনালোঁ।
    জয় আই অসমৰ 🎉🙏🏾

  • @bhubanchutia1142
    @bhubanchutia1142 ปีที่แล้ว +5

    নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক হীৰা ভৰা শুভেচ্ছা জাছিলো। আশাকৰোঁ আপোনালোক সকলোৱে সদায়েই যেন সুখত থাকে। তাৰেই কামনা কৰিলো।বিহুতি চাই বহুত ভাল লাগিছে।আৰু আগলৈকে আগুৱাই যায় যেন।

  • @dadugogoi5548
    @dadugogoi5548 ปีที่แล้ว +21

    ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।🙏🙏

  • @ajoyrajkonwar1739
    @ajoyrajkonwar1739 8 หลายเดือนก่อน +1

    তোমাৰ লোক থকা লৈকে অসমৰ ভাষা সংস্কৃতি ৰক্ষা হৈ থাকিব , ভাল লাগিল নিজৰ জাতি , ভাষা , সংস্কৃতিৰ ৰক্ষা বাবে নিজকে অৰ্পণ কৰি , বিনা নিজৰ স্বাৰ্থ নথকা কৈ উলাই গলা , ভালে থাকক সকলো❤❤❤ ❤

  • @ranaborboruah4380
    @ranaborboruah4380 ปีที่แล้ว +3

    আলফলৈ নতুন বছৰটো ভালে থাকিবলৈ মোৰ আন্তৰিক মৰম জাচিলো জই আই অসম আলফা /আমাৰ অসম চৰকাৰৰ দুখত আমাৰ ধুনীয়া লৰা ছোৱালী ভোৰ হাতত অস্ত তুলি লৈ হাবি মাজলে গৈছে কিয় জানে নেকি নিজৰ আই মাটিক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজক আলফা নহলে আমাৰ অসম খন এদিন মুছলিম ৰাজ্য হল হলে আৰু বাংলাদেশী হল হলে /জয় আই অসম আলফা

  • @babulborah8602
    @babulborah8602 ปีที่แล้ว +18

    বিহুৰ শুভেচ্ছা থাকিল ভাই হত ❤ জয় আই অসম ✌️

  • @munindradihingia
    @munindradihingia ปีที่แล้ว +9

    অতি সুন্দৰ । জয় আই অসম ।

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 ปีที่แล้ว +3

    অন্তৰ খন খুন্দিয়াই গল।।।। প্ৰতিটো শব্দ এ মনটো ভাঙি পেলালে।।।।

  • @JayantaBaruah-sg2pq
    @JayantaBaruah-sg2pq 6 หลายเดือนก่อน +4

    ঘৰ সংসাৰ এৰি এনেকৈ এখন অজান দেশত
    নিজৰ পৰম পৰা ৰক্ষা কৰি আছ গৈ তনহঁতে। কুখলে থাক।
    জয় আই অসম

  • @simadeka8797
    @simadeka8797 ปีที่แล้ว +3

    ককাই হত আপোনালোকৰ চিন্তা মহান কিন্তু জংঘল ত থাকি সমস্যা সমাধান নহৈ ।আইফলে মীয়া অসম ভৰি পৰিছে ।অতাইলৈ বিহুৰ শুভেচ্ছা থাকিল ভাল কৈ থাকক । জয় আই অসম।

  • @lohitrohitofficial5887
    @lohitrohitofficial5887 ปีที่แล้ว +11

    জয় আই অসম 😘😘😘😘😘। অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ককাইহঁতৰ সু-স্বাস্থ্য, আৰু দীৰ্ঘায়ু আন্তৰিকতাৰে কামনা কৰিছোঁ।

  • @prabalhazarika3088
    @prabalhazarika3088 ปีที่แล้ว +3

    জয় আই অসম ককাইদেউ সকল সুখত থাকক ভগৱানে মঙ্গল কৰক তাৰে কামনা🙏

  • @Akah337
    @Akah337 ปีที่แล้ว +4

    ঘৰ ,,পৰিয়ালৰ মৰম চেনেহ,এৰি,,ম্যানমাৰ শিবিৰত থকা,সকলো ,,সেনা সকল বিহুৰ ,শুভেচ্ছা জাচিছো,,,🥺🥺🥺🥺💝💝,,, জাতি স্বাৰ্থ ত নিজকে ত্যাগ কৰা, বিপ্লৱী মহান ব্যক্তি সকল লৈ ,মোৰ পৰা বহুত শুভেচ্ছা।,, জয় আই অসম ❤️❤️❤️

  • @akashborah208
    @akashborah208 ปีที่แล้ว +19

    ULFA jindabad

  • @bitupangogoi6353
    @bitupangogoi6353 ปีที่แล้ว +3

    খাটি অসমীয়া❤️❤️ জয় আই অসম❤️❤️

  • @assamfirebase6892
    @assamfirebase6892 ปีที่แล้ว +1

    আপোনালোক আৰু আপোনালোকৰ পৰিয়াল সমূহক ভগৱানে কুশলে ৰাখক | আৰু ভগবানক পাৰ্থনা কৰিছো সোনকালে যাতে এই সমস্যা সমাধান হয় | জয় আই অসম

  • @kutibhai2.752
    @kutibhai2.752 ปีที่แล้ว +2

    ভগৱানক প্ৰাৰ্থনা কৰিম তোমালোকক সদায়ে মংগলৰে ৰাখক যেন । সদায়ে এই ‌দৰে থাকিবা জয় আই অসম 🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhupendas2426
    @bhupendas2426 ปีที่แล้ว +3

    ভালে ৰাখক সুখেৰে থাকক তাকে কামনা কৰিলো ভগৱানৰ উচৰত
    বিহুলৈ আটাইকে স্বাগতম

  • @darpandeka5141
    @darpandeka5141 ปีที่แล้ว +2

    আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো। ভালে কউশলএ থাকক । সপোন বাস্তৱ হক ।

  • @gautomsarmah7782
    @gautomsarmah7782 10 หลายเดือนก่อน +2

    বহুত দুখ লাগিছে।অসম ৰ কাৰণে ঘৰ দুৱাৰ এৰি থাকিব লগা হৈছে।😢😢

  • @cmdaxom7776
    @cmdaxom7776 ปีที่แล้ว +20

    Dhuniya hoise...👌👌🙏🙏

  • @likhongogoiofficialvlogs7455
    @likhongogoiofficialvlogs7455 ปีที่แล้ว +7

    সকলোৱে ভালে থাকক তাৰে প্ৰৰ্থনা জনাইছো।। জয় আই অসম।। ❤❤❤❤

  • @debajithandique2246
    @debajithandique2246 ปีที่แล้ว +2

    Bohut Val lagil ❤️❤️❤️

  • @ridipbora946
    @ridipbora946 ปีที่แล้ว +4

    তেওঁলোকৰ গীতবোৰ শুনি সচাকৈ আবেগিক হৈ পৰিলোঁ। আশাকৰোঁ সকলো ভালে থাকক মংগলে থাকক।জয় আই অসম।

  • @mafiyvlog
    @mafiyvlog ปีที่แล้ว +3

    ভগবানো আপুনালুকক কুখলো ৰাখক 🙏🙏🙏🙏🙏🙏🔥🔥❤️❤️

  • @a.d119
    @a.d119 ปีที่แล้ว +3

    ❤ জয় আই অসম ❤ o God গা বিজ-বিজাই গল আৰু অলপ emotional hoi golu 😢😢😢❤জয় আই অসম❤

  • @adityakalita5560
    @adityakalita5560 ปีที่แล้ว +5

    তেখেতসকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 ปีที่แล้ว +2

    ৰঙালী বিহুৰ শুভেচ্ছা থাকিল পৰেশ বৰ্তা আৰু আমাৰ বিপ্লৱী সেনা সকল।
    লগতে মুল সুতিলৈ ঘুৰি আহব বোলি আশা থাকিল।

  • @kobitadutta8960
    @kobitadutta8960 ปีที่แล้ว +26

    সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @abhijitphukon1968
    @abhijitphukon1968 ปีที่แล้ว +13

    সকলোলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। ❤ জয় আই অসম

  • @tulikasaikia9495
    @tulikasaikia9495 ปีที่แล้ว +1

    Nice. hokolu vale thakok god bless you

  • @balidhardowarah4652
    @balidhardowarah4652 ปีที่แล้ว +2

    “জয় আই অসম” ৷বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল বিপ্লৱী সেনানীসকল ৷

  • @arunkumardas6158
    @arunkumardas6158 ปีที่แล้ว +3

    Gan2 khuni ga num jikar khai goise mojjjaaa joy ai axom ❤❤❤❤❤❤ happy rangali bihu kakai hot kukhale thakok 🙏🏽🙏🏽🙏🏽🙏🏽

  • @sonitsaikia1884
    @sonitsaikia1884 ปีที่แล้ว +4

    আজি ৰণাঙ্গনত নামিছে সূৰ্যৰ শকতি লৈ, অজেয় মুক্তি বাহিনী.....বিহুটি শুনি মন ৰাই-জাই কৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু ও নৱ বৰ্ষৰ শুভেচ্ছা জনালো আৰু য'তে আছে ভগৱানে কুশলে ৰাখক।

  • @biswajitgogoi7747
    @biswajitgogoi7747 ปีที่แล้ว +10

    চকু যুৰি সেমেকি গ'ল। সকলো কুশলে থাকা তাৰেই কামনা কৰিলোঁ...ভাই ককাই হত।😢😢

  • @ThomasPegu-it4zg
    @ThomasPegu-it4zg 7 หลายเดือนก่อน +1

    বহুত ভাল লগিছে ভগবানে কুহলেসকলোকে ৰাখিব সেয়ে মোৰ পালৰ পৰা প্ৰাথনা

  • @donsaloilifestyle5090
    @donsaloilifestyle5090 ปีที่แล้ว +8

    ভালদৰে কুখলে থাকা সকলো 😢❤❤❤❤

  • @hbk..6107
    @hbk..6107 ปีที่แล้ว +7

    আপোনালোকৰ আতাইলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো ।

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +1

    অতি সুন্দৰ বিহু। আপোনালোক সকলোকে চিৰসুন্দৰ ভগৱানে কুশলে ৰাখক।

  • @prokashsaikia97
    @prokashsaikia97 ปีที่แล้ว +2

    ইমান সুন্দৰ বিহুগীত ।।❤❤

  • @junekoch2692
    @junekoch2692 ปีที่แล้ว +7

    ৰঙালী বিহুৰ শুভেচ্ছাৰে সকলোকে ,জয় আই অসম 👍👍👍

  • @B.C204
    @B.C204 ปีที่แล้ว +7

    আলফা জিন্দাবাদ❤️ জয় আই অসম🚩🚩🚩🚩🚩

  • @dimpikishna5800
    @dimpikishna5800 ปีที่แล้ว +1

    জয় আই অসম ভাই হত ❤️❤️❤️❤️ 👍👍👍

  • @Digantabhai8430
    @Digantabhai8430 ปีที่แล้ว +1

    Vl lagil❤️❤️❤️happy bihu🙏🙏🙏

  • @rahulbora9208
    @rahulbora9208 ปีที่แล้ว +5

    Dhunia hoise

  • @chandanbhuyan5174
    @chandanbhuyan5174 ปีที่แล้ว +6

    তহতলৈ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ, ভালে থাক তহতি 😢

  • @krishnakantalahon6167
    @krishnakantalahon6167 ปีที่แล้ว +2

    পোন প্ৰথমে অসমীয়া বীৰ ককাইদেউ সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ ❤❤অতি সুন্দৰ হৈছে...আৱেগিক হৈ পৰিলো 🥺🥺চকুপানী ওলাই গ'ল ৷ ভালে থাকক সদায়🥺❤
    জয় আই অসম ❤✊