জাগৰণ || অসমীয়া চুটি ছবি || Jagoron || Assamese Short Film

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম
    ভাৰত চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৬-২৭ বিত্তীয় বৰ্ষলৈ পাঁচ বছৰীয়া পৰিকল্পনাৰে নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম (New India Literacy Programme) নামেৰে এক নতুন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ বাবে সৰ্বমুঠ ১০৩৭.৯০ কোটি টকাৰ আৰ্থিক ব্যয় অনুমোদন কৰা হৈছে যাৰ ৭০০ কোটি টকা কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৩৩৭.৯০ কোটি টকা ৰাজ্যিক অংশীদাৰিত্ব হিচাপে ধাৰ্য কৰা হৈছে| আঁচনিখনৰ মূল লক্ষ্য হৈছে ১৫ বছৰৰ উৰ্ধৰ মুঠ ৫ কোটি নিৰক্ষৰ লোকক চিনাক্তকৰণ কৰা আৰু তেওঁলোকক সাক্ষৰ কৰি তোলা।
    পৰিচালনাঃ ডিম্বেধৰ চেতিয়া
    পৰিকল্পনাঃ স্বৰাজ ফুকন
    চিত্ৰনাট্যঃ ৰাহুল চন্দ
    চিত্ৰগ্ৰহণঃ নিলোত্‍পল চেতিয়া
    সম্পাদনাঃ ত্ৰিৰংগ বৰগোঁহাই
    পাৰ্শ্বস্বৰঃ নাজিৰ আহমেদ
    অভিনয়ত-
    জিতেনঃ মৃদুল শইকীয়া
    ৰমাইঃ ডিম্বেধৰ চেতিয়া
    জবাঃ দিনাক্ষী সোণোৱাল
    ৰেৱতীঃ শৰ্মিষ্ঠা ৰাজগুৰু
    হীৰকঃ বেণু গগৈ
    বিনুঃ হোমেন সোণোৱাল
    মানসঃ বিশ্বজ্যোতি গগৈ
    গীতাঃ প্ৰাৰ্চী বৰপাত্ৰ গোঁহাই
    ৰুবুলঃ নিৰৱ শইকীয়া
    বিশেষ কৃতজ্ঞতাঃ
    নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম, ডিব্ৰুগড়
    জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়
    পুলেন বাইলুং, মুন বাইলুং
    বিতুপন শইকীয়া, ৰক্তিম বৰুৱা
    ৰঞ্জন বৰা (প্ৰবক্তা), হেমন্ত হাজৰিকা, অনিল কুমাৰ সিংহ
    Background music: mixkit.co/

ความคิดเห็น • 23