ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বহুত বহুত ভাল লাগিছে চাই।অতি সুন্দৰ।
চাবলৈ আৰম্ভ কৰি মনটো পুলকিত হৈ পৰিছে। আমি সৰু থাকোঁতে এইবোৰ চিনেমা চাবলৈ বেলেগৰ ঘৰৰ টিভিৰ ওচৰত বহি আছিল ও
😊
ইমান ভাল চিনেমা এখন চাব পাৰিলো। মনটো ভাল লাগি গল। নয়নমনি চিনেমা খন পাৰিলে দিব চোন।
Old is gold. Agor Akhomiya cinemar logout etiyarbur tulona nohoi. Purona cinema Sai nostalgic hoi poru.
চিনেমা খন চাই বৰ ভাল লাগিল
ভাল লাগিলয়দেই।
Super duper hit movie👌
চাই বহুত ভাল লাগিল।
Bohut val lagil.ane dharanar cenama aru saboloi paujen
পুৰণি চিনেমা ভাল লাগে❤❤
ইমান সুম্দৰ চিনেমা খন আজিহে উপভোগ কৰিলো। সচাঁকৈ বৰ ভাল লাগিল।
Mobil nohowa dint khub val acting aru balag eko noko khob val dhunia ❤❤❤❤ acting joi ai aoxon
Old is Gold বোলছবি খন চাই বহু ত ভাল লাগিল । Sameli মেমচাব ফাগুনি আদি ও দেখুৱাব চোন
ভাল লাগিল বোলছবি খনি চাই ,
চল্লিছ বছৰ আগৰ মানুহ বিলাকৰ বেছি শিক্ষিতৰ নাছিল।সহজ সৰল মনৰআছিল। তেতিয়া মানুহৰ প্ৰতি মানুহৰ মৰম বহুত আছিল।সেই সময়ৰ শিক্ষিতলোকসকলে সহজ মনৰ দুখীয়ামানুক সহজে ঠগিছিল।এই চিনেমাখনত তাক ধুনীয়া কৈপ্ৰতিফলিত হৈছে।
বহুত ভাল লাগিল চাই
Bohut val lagil sai nice film
সুন্দৰ লাগিল
বহু বছৰৰ পাছত এখন বৰ সুন্দৰ ছবি চাই আপ্লুত হলোঁ 🙏
Dhanyabad aru Jodi ase dekhabo sn pls bohut moja lagil eman puroni dinr aibur j film korbat herai jua Jen pisilu pls akou dekhabo bli akha rakhilu ,
ভুপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চিনেমা খন প্ৰচাৰ কৰিব
চিনেমা খন বৰ ভাল লাগিল
Val lagil sai
Nayanmoni cinema khon dekhab
বৰ ভাল লাগিল । ফাগুণী বোলছবি খন আপলোড কৰিবচোন
অতি সুন্দৰ চিনেমা ।
Nice film ৪০ ৰ আগৰ ফিল্ম খন আজি চালো বৰ ভাল লাগিল দেই tk
Bor bhal lagil
বোলছবি খন চাই বহুত ভাল লাগিল।
চিনেমা খন চাই ৰব ভাল লাগিল আগৰ পুৰনা চিনেমা বিলাক চাইবহুত ভাললাগে 🙏🏼
Vl lgisa bohut sai cinamakon
সৰুতে চাইছিলো চিনেমা খন | সৰু কাললৈ মনত পৰি গল | বহুত বহুত ভাল লাগিল |
1987 মান চনত হয়তো পৰ্দাত চাইছিলো।আমাৰ হাইস্কুলৰ ফিল্ডত মাতিছিল।আজি আকৌ এবাৰ চাই এৰি অহা দিন বোৰলৈ বৰকৈ মনত পৰিল।পাৰিলে তৰামাই,নয়নমণি,ৰজাহৰিচন্দ্ৰ এইকেইখনো দেখুৱাব চোন।
আগৰ বোল চবি বিলাকৰ জ্ঞান আৰ স্আচৰণ দেখি সচাকৈয়ে আচৰিত হও
Bohagar Dupariya khon dibosun
ভাল লাগিল চিনেমাখন চাই।
A good movie...
❤❤❤❤❤ 1:06
What did you do with the songs.
মোৰ মনত আছে,সৰু কালতে প্ৰতিমা চিনেমা চাইছিলোন,এতিয়া পাৰিলে প্ৰচাৰ কৰিব চোন
Good,cinema
Why downloading this movie is publishable???
তৰা মাই (১৯৭৫ ) চিনেমা লৈ অনুৰোধ কৰিলোঁ
Good
Purana Morichika cinema khon parile dibosun ji khonor Nipon Goswami , Puspa Devi, Krishna Das e abhinoi korisil.
গানবোৰ কাটি দিছে নি বাৰু ?
Olop sai roi galo, khakolo Kam eri o, sai o aso, purani katha vabio aso, ki je hobo koboi nowari...agar film bilak sale finish nohowaloike eribo nowari...
নয়ন মনি চিনেমা খন দিব চোন।
Ujonir dujoni gabhoruFilm khon upload dibo sunn... 👍😊😊
bidya rao moinajan khn dbo apload sun
Kasha
Nipen goitsami
Akhamiya purana cinemabor dithakib aru brajen barar ranganadi pratidan eibor cinema diba sun
Kya
L
6
ভাল লাগিল
বহুত বহুত ভাল লাগিছে চাই।অতি সুন্দৰ।
চাবলৈ আৰম্ভ কৰি মনটো পুলকিত হৈ পৰিছে। আমি সৰু থাকোঁতে এইবোৰ চিনেমা চাবলৈ বেলেগৰ ঘৰৰ টিভিৰ ওচৰত বহি আছিল ও
😊
ইমান ভাল চিনেমা এখন চাব পাৰিলো। মনটো ভাল লাগি গল। নয়নমনি চিনেমা খন পাৰিলে দিব চোন।
Old is gold. Agor Akhomiya cinemar logout etiyarbur tulona nohoi. Purona cinema Sai nostalgic hoi poru.
চিনেমা খন চাই বৰ ভাল লাগিল
ভাল লাগিলয়দেই।
Super duper hit movie👌
চাই বহুত ভাল লাগিল।
Bohut val lagil.ane dharanar cenama aru saboloi paujen
পুৰণি চিনেমা ভাল লাগে❤❤
ইমান সুম্দৰ চিনেমা খন আজিহে উপভোগ কৰিলো। সচাঁকৈ বৰ ভাল লাগিল।
Mobil nohowa dint khub val acting aru balag eko noko khob val dhunia ❤❤❤❤ acting joi ai aoxon
Old is Gold বোলছবি খন চাই বহু ত ভাল লাগিল । Sameli মেমচাব ফাগুনি আদি ও দেখুৱাব চোন
ভাল লাগিল বোলছবি খনি চাই ,
চল্লিছ বছৰ আগৰ মানুহ বিলাকৰ বেছি শিক্ষিতৰ নাছিল।সহজ সৰল মনৰ
আছিল। তেতিয়া মানুহৰ
প্ৰতি মানুহৰ মৰম বহুত আছিল।সেই সময়ৰ শিক্ষিত
লোকসকলে সহজ মনৰ দুখীয়া
মানুক সহজে ঠগিছিল।এই চিনেমাখনত তাক ধুনীয়া কৈ
প্ৰতিফলিত হৈছে।
বহুত ভাল লাগিল চাই
Bohut val lagil sai nice film
সুন্দৰ লাগিল
বহু বছৰৰ পাছত এখন বৰ সুন্দৰ ছবি চাই আপ্লুত হলোঁ 🙏
Dhanyabad aru Jodi ase dekhabo sn pls bohut moja lagil eman puroni dinr aibur j film korbat herai jua Jen pisilu pls akou dekhabo bli akha rakhilu ,
ভুপেন হাজৰিকাৰ এৰাবাটৰ সুৰ চিনেমা খন প্ৰচাৰ কৰিব
চিনেমা খন বৰ ভাল লাগিল
Val lagil sai
Nayanmoni cinema khon dekhab
বৰ ভাল লাগিল । ফাগুণী বোলছবি খন আপলোড কৰিবচোন
অতি সুন্দৰ চিনেমা ।
Nice film ৪০ ৰ আগৰ ফিল্ম খন আজি চালো বৰ ভাল লাগিল দেই tk
Bor bhal lagil
বোলছবি খন চাই বহুত ভাল লাগিল।
চিনেমা খন চাই ৰব ভাল লাগিল আগৰ পুৰনা চিনেমা বিলাক চাইবহুত ভাললাগে 🙏🏼
Vl lgisa bohut sai cinamakon
সৰুতে চাইছিলো চিনেমা খন | সৰু কাললৈ মনত পৰি গল | বহুত বহুত ভাল লাগিল |
1987 মান চনত হয়তো পৰ্দাত চাইছিলো।আমাৰ হাইস্কুলৰ ফিল্ডত মাতিছিল।আজি আকৌ এবাৰ চাই এৰি অহা দিন বোৰলৈ বৰকৈ মনত পৰিল।
পাৰিলে তৰামাই,নয়নমণি,ৰজাহৰিচন্দ্ৰ এইকেইখনো দেখুৱাব চোন।
আগৰ বোল চবি বিলাকৰ জ্ঞান আৰ স্আচৰণ দেখি সচাকৈয়ে আচৰিত হও
Bohagar Dupariya khon dibosun
ভাল লাগিল চিনেমাখন চাই।
A good movie...
❤❤❤❤❤ 1:06
What did you do with the songs.
মোৰ মনত আছে,সৰু কালতে প্ৰতিমা চিনেমা চাইছিলোন,এতিয়া পাৰিলে প্ৰচাৰ কৰিব চোন
Good,cinema
Why downloading this movie is publishable???
তৰা মাই (১৯৭৫ ) চিনেমা লৈ অনুৰোধ কৰিলোঁ
Good
Purana Morichika cinema khon parile dibosun ji khonor Nipon Goswami , Puspa Devi, Krishna Das e abhinoi korisil.
গানবোৰ কাটি দিছে নি বাৰু ?
Olop sai roi galo, khakolo Kam eri o, sai o aso, purani katha vabio aso, ki je hobo koboi nowari...agar film bilak sale finish nohowaloike eribo nowari...
নয়ন মনি চিনেমা খন দিব চোন।
Ujonir dujoni gabhoru
Film khon upload dibo sunn... 👍😊😊
bidya rao moinajan khn dbo apload sun
Kasha
Nipen goitsami
Akhamiya purana cinemabor dithakib aru brajen barar ranganadi pratidan eibor cinema diba sun
Kya
L
6
ভাল লাগিল