এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • ধুবুৰীৰ কলেজ ৰোডৰ এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম ।
    ধুবুৰীৰ ১৪নং ওৱাৰ্ডৰ বাসিন্দা সুবৰ্না সৰকাৰ স্বামী নীতিশ সৰকাৰ।
    ঈশ্বৰৰ কৃপাত যোৱা ২৮ এপ্ৰিল ২০২১ ইং তাৰিখে সুবৰ্না সৰকাৰৰ চাৰিটাকৈ কেচুৱা সন্তানৰ জন্ম
    দিবলৈ সক্ষম হয়। ইয়াৰে দুজন ল'ৰা আৰু দুজনী ছোৱালী।কেচুৱা বিলাকৰ মাতৃৰ মতে তাইৰ আৰ্থিক অৱস্থা খুবেই বেয়া।তাইৰ স্বামীৰ তেনেকুৱা আয়ৰ
    সুবিধা নাই। এই চাৰিটা কেচুৱা সন্তানৰ খোৱা বোৱাত বহুতো টকা পইচাৰ দৰকাৰ হয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায় যে চৰকাৰৰ ফালৰপৰা যদি কিবা কৰি দিয়ে এই চাৰিটা কেচুৱাৰ সুবিধাৰ বাবে তেন্তে উপকৃত হম বুলি মত প্ৰকাশ কৰে।তাইৰ মতে যদি কোনো সদাশয় মহোদয়ে এই চাৰিটা কেচুৱাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে তেন্তে 6000832050 এই মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে
    গৌৰীপুৰৰ পৰা মফিজুৰ ৰহমান তালুকদাৰ ৰিপোৰ্ট ।

ความคิดเห็น • 52