Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.พ. 2022
  • DOWNLOAD WINZO 👇
    winzo.onelink.me/VS3O/b91dcf5f
    Tarali Sarma's TH-cam Channel...
    • Matilei nami oha junak...
    Bishrut Saikia's TH-cam Channel...
    • Bishrut Saikia - Upoha...
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 8133836648
    #TaraliSarma
    #ojaantric
    #assamesepodcast
  • บันเทิง

ความคิดเห็น • 674

  • @OasisMotionFilms
    @OasisMotionFilms  2 ปีที่แล้ว +42

    DOWNLOAD WINZO 👇
    winzo.onelink.me/VS3O/b91dcf5f

    • @renuborah8910
      @renuborah8910 2 ปีที่แล้ว +1

      Sanjib borahak ebar mataksun val lagibo amaru hope koru matibo buli thank u ojantic.

  • @tonmoyjyotidutta742
    @tonmoyjyotidutta742 2 ปีที่แล้ว +130

    সংগীত আৰু প্ৰজ্ঞাৰ ভৰত দোঁ খাই থকা এক ব্যক্তিত্ব~তৰালী শৰ্মা 💚

  • @BishrutSaikia
    @BishrutSaikia 2 ปีที่แล้ว +297

    Blessed ❤️ Thank you Ojaantric
    for all the love.

    • @pranjanakashyap9642
      @pranjanakashyap9642 2 ปีที่แล้ว +6

      Apunar gan xosai bahut val lage @Bishrut dada 🥺❤️

    • @BishrutSaikia
      @BishrutSaikia 2 ปีที่แล้ว +8

      @@pranjanakashyap9642 thank you 💝

    • @kaushikrabha2228
      @kaushikrabha2228 2 ปีที่แล้ว +1

      Apuni xunkale ahok ojaantric t❤....

    • @parashmoninath5785
      @parashmoninath5785 2 ปีที่แล้ว +5

      Tumar kam bur ekdm vintage!!
      Gaan gai juwa..aru val gaan upohar di juwa amak🙌❤️

    • @mohand9935
      @mohand9935 2 ปีที่แล้ว

      Upohar ultimate bro

  • @haridarshan6388
    @haridarshan6388 2 ปีที่แล้ว +51

    বিশ্ৰুত দাৰ সৰ্বমুঠ ৬ এটা গান এতিয়ালৈকে TH-cam প্লেটফৰ্মত release হৈছে...শুনি চাওঁক মাত্ৰ,নিৰাশৰ প্ৰশ্ন বহু দূৰৈত ৰ'ব...😍

  • @ishanjyotiborah7758
    @ishanjyotiborah7758 2 ปีที่แล้ว +17

    মাতিলেই নামি অহা জোনাক, বহুত বাৰ শুনিলো, এতিয়াও শুনি থাকো... Evergreen💚 তৰালি শৰ্মা কথাবোৰ শুনি থাকিলে শুনিয়েই থাকিম যেন লাগে ❤️

  • @plabitanath1332
    @plabitanath1332 2 ปีที่แล้ว +18

    অসমৰ সংস্কৃতিৰ এগৰাকীৰ উজ্জ্বল নক্ষত্ৰ । বহুত ধন্যবাদ যাঁচিলো আপোনালোকক 😊

  • @upasananath1700
    @upasananath1700 2 ปีที่แล้ว +63

    Ojaantric knows what we actually want📌.Thanks for bringing her in the show❣

  • @heeyamanirabha27
    @heeyamanirabha27 2 ปีที่แล้ว +7

    মাতিলে নামি অহা জোনাক গীতটি মন চুই গৈছে 💕💕💕 অপ্ৰকাশ ✨✨ আজি লৈ কিমান বাৰ শুনিলো হিচাপ নাই । প্ৰতিটো দিনৰ আৰম্ভণি আৰু শেষ তৰালী বা ৰ গানেৰেই হয় 💕💕 কুশলে থাকক এয়াই কামনা 💕💕💕

  • @dharitryboruah9379
    @dharitryboruah9379 2 ปีที่แล้ว +7

    তৰালি বাৰ সেই বিশেষ গ্লেমাৰটোৱেই আপোনাক অন্যৰ পৰা পৃথক কৰি ৰাখিছে ❤️❤️❤️❤️❤️

  • @abhinandahatiboruah8320
    @abhinandahatiboruah8320 2 ปีที่แล้ว +4

    মোৰ ৰাতিপুৱাটোয়ে সুন্দৰ হৈ গ'ল...
    আপুনি বহুত ধুনীয়া তৰালী বা আপুনাৰ ব্যক্তিত্ব ই বিৰাট আকৰ্ষণ কৰে...
    অযান্ত্ৰিক লৈ অশেষ ধন্যবাদ আৰু বহুত মৰম যাচিলো ।

  • @moonmoon3925
    @moonmoon3925 2 ปีที่แล้ว +3

    তৰালী শৰ্মা বা ব্যক্তিগত ভাবে মোৰ বাবে সদায়েই প্ৰিয় এগৰাকী নাৰী। বা, সচাকৈয়ে আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় একদম আমনি নালাগে, গীতবোৰৰ দৰেই ইমান ধুনীয়া, ইমান মিঠা আপোনাৰ কথাবোৰ, সঁচাকৈয়ে আপোনাৰ কথাবোৰে সাহসী কৰে। এনেকৈয়ে সদায়ে মনৰ পৰা ধুনীয়া হৈ থাকক,কুশলে থাকক ❤️❤️❤️ আপোনালোকলৈ বহুত বহুত বহুত মৰম Udy দা & Oasis দা💕💕💕

  • @nilkamalbhuyan9507
    @nilkamalbhuyan9507 2 ปีที่แล้ว +2

    এইগৰাকী শিল্পীক চাবলৈ আশা কৰি আছিলো এই অনুষ্ঠানত, বহুত ভাল লাগিল। এগৰাকী সম্পূৰ্ণ শিল্পী।

  • @surajitneog5464
    @surajitneog5464 2 ปีที่แล้ว +15

    বহুত বেছি ভাল লাগিল । অজ্বান্ত্ৰিকৰ এইটো সৰ্বশ্ৰেষ্ঠ খণ্ড । Her words made me realise that it's more on you how you see the colours of this world rather than what others showing to you. Her thinking standard is on another level. I will admire her forever.

  • @buliborah4698
    @buliborah4698 2 ปีที่แล้ว +13

    বহুত বেছি ভাল লাগিল । মাতিলেই নামি অহা জোনাক released হোৱা দিনাৰ পৰা শুনিয়ে থাকো । Ojantric alwaus Rocks 💕🎊🎊🎊🎊

  • @kishorekangkan4343
    @kishorekangkan4343 2 ปีที่แล้ว +11

    ইমান মধুৰ মূহুৰ্ত এটাত বাইদেউক পোৱা নাছিলো ৷ মই যেন এইমাত্ৰ বাইদেউৰ লগতে আছো ৷
    “অযান্ত্ৰিক” ত আৰু এটা প্ৰিয় episode সন্নিৱিষ্ট কৰি ল’লো। ❤️
    Ud দাৰ দৰে মইও লোভ এটা বঢ়াই ল’লো বাইদেউক লগ পোৱাৰ 😊
    ভালে থাকক বাইদেউ❤️ ৷ Thanks brothers ❤️

  • @gitikaborah4886
    @gitikaborah4886 2 ปีที่แล้ว +10

    50th Episode সঁচাকৈয়ে বহুত বেছি ভাল লাগিল। তৰালী বাৰ ব্যক্তিত্ব খুব আকৰ্ষণীয়, কথাবোৰ খুবেই সুন্দৰ।

  • @anjandas4324
    @anjandas4324 2 ปีที่แล้ว +5

    ভাৰ্চিটিৰ জীৱনে আপোনাক বহু কাষলৈ লৈ আহিলে বা। প্ৰতিটো পলতে ক্ৰান্তিকা বাৰ ইমান আদৰৰ কিয় হয়, সেইয়া অযান্ত্ৰিকৰ বুকুত বুজি পালো। 💚

  • @rumisharma2540
    @rumisharma2540 2 ปีที่แล้ว +21

    "Matilei nami oha junak" one of my favourite songs. Loved it. Tarali Baa U are really my lady love🥰

  • @simantakalita97
    @simantakalita97 2 ปีที่แล้ว +8

    "Keeps you grounded, মানুহ হৈ থকাত সহায় কৰে" বাৰ কথাষাৰ ❤️
    বৰ ভাল লাগিল তৰালী বাক আমন্ত্ৰণ জনোৱা ৰ বাবে, আজি বহু কেইটা episode ৰ আগতেই মই অনুৰোধ কৰিছিলোঁ তৰালী বা আৰু মলয়া গোস্বামী বাইদেউক Ojaantric ত পাবলৈ, সঁচাকৈয়ে দৰ্শকৰ কথা ইমান গুৰুত্ব দি সন্তুষ্ট কৰোৱা টো ইমান সহজ নহয় । কিন্তু দেখিছোঁ প্ৰাই সকলোৱে সুখী Ojaantric ৰ সৈতে ।

  • @PoojaSharma-yo8zz
    @PoojaSharma-yo8zz 2 ปีที่แล้ว +9

    Best episode ..
    Episode টো চাবলৈ আৰম্ভ কৰাৰ আগত মনটো খেলিমেলি হৈ আছিল ... এতিয়া যেন শান্তি পাইছোঁ ..
    Lots of love to Tarali Ba and Ojaantric 💗

  • @amiyamoran6608
    @amiyamoran6608 2 ปีที่แล้ว +4

    প্ৰিয় ব্যক্তি গৰাকীক নিমন্ত্ৰণ কৰা বাবে সকলোকে ধন্যবাদ জনালোঁ। Rediot' আপোনাৰ সাক্ষাৎকাৰ শুনি খুউব ভাল লাগিল।।।

  • @aninditakashyap3915
    @aninditakashyap3915 2 ปีที่แล้ว +12

    Just look at her eyes when she talks about the love for music... Damn she's truly in love with music ❤❤❤

  • @jyotikasonowal9670
    @jyotikasonowal9670 2 ปีที่แล้ว +6

    তৰালী বাৰ হাঁহি 💓 তৰালী বাৰ কণ্ঠ 💓💓 লগতে" আহিবা তুমি " 💓💕💕💓

  • @dikchanchoudhury3689
    @dikchanchoudhury3689 2 ปีที่แล้ว +5

    My first crush upon voice since childhood ❤️Tarali Sarma❤️

  • @swapnabhuyan9146
    @swapnabhuyan9146 2 ปีที่แล้ว +5

    Her way of talking is therapeutic! I think for the first time in the show Oasis is touched by each and everything she spoke! Full of depth, positivity, love and beauty of life

  • @ppcycleridervlogs2895
    @ppcycleridervlogs2895 2 ปีที่แล้ว +3

    তৰালী বাৰ প্রতিটো কথাই, প্রতিটো expression ৱেই মানে কিবা এটা প্ৰেম প্ৰেম ভাৱ জগাই তোলে। বৰ ভাল লাগে। তৰালী বা খুব প্ৰেমিক মানুহ।
    She's very sweet, and also her songs that UD daa said about .

  • @relax8840
    @relax8840 2 ปีที่แล้ว +2

    Torali Sarma Geet , Kotha Xunile Kiba Ata Sristy koriboloi mon Jai...❤️❤️❤️

  • @kritishmitakalita195
    @kritishmitakalita195 2 ปีที่แล้ว +6

    Eman dinor murot .... Logot priyo manuhgoraki😍.... Thank you ojaantric

  • @joyshreeborah2372
    @joyshreeborah2372 2 ปีที่แล้ว +1

    তৰালী বাৰ ইনচেণ্ট চেহেৰাটো আৰু তেখেতৰ কথা কোৱা ধৰণটো। উফ শুনিলে শুনিয়ে থাকিব মন যায়। বেছি ভাল লাগে তেখেতৰ মুখৰ শব্দৰ লগতে চকু দুয়োটাইও কথা কয় হাঁহি থাকে। Love you ba.
    Ojaantric Zindabad ❤️❤️

  • @jitpoemstories3092
    @jitpoemstories3092 2 ปีที่แล้ว +9

    সংগীতৰ ৰাণী ❤️ LOTS OF LOVE TARALI BAA❤️

  • @deepshikhaboruah7175
    @deepshikhaboruah7175 2 ปีที่แล้ว +2

    Matilei nami oha junak is actually a very very very heart touching song.. And Tarali ba u are love

  • @radhemalik6349
    @radhemalik6349 2 ปีที่แล้ว +4

    She don't need any introduction ❤️ আপোনাৰ ব্যক্তিত্ব সদায় বিশেষ। মনৰ মানুহৰ ভিতৰত আপুনি অন্যতম।ভালে থাকক💌

  • @debojitray1050
    @debojitray1050 2 ปีที่แล้ว +1

    তৰালী শৰ্মা বাৰ মাতিলেই নামি অহা জোনাক গীতটি আগতে শুনিছোঁ বহুত ভাল লাগিছে।😍😍😍😍😍

  • @luishlemaboruah5064
    @luishlemaboruah5064 2 ปีที่แล้ว +1

    Best Episode, শেষ নকৰাকৈ comment লিখিছোঁ। তৰালী শৰ্মা লৈ সন্মান ভালপোৱা বাঢ়ি গৈছে।।ইমান সুন্দৰ ব্যক্তিত্ব

  • @poojabordoloi903
    @poojabordoloi903 2 ปีที่แล้ว +2

    বা সদায় প্ৰিয় তুমি মোৰ!❤️ আহিবা তুমি গীতটি খুব গাও মই কাৰন সেই গীতটি মোৰ মাৰো সুব প্ৰিয়!এতিয়া মাতিলে নামি অহা জোনাক গীতটিৰ শুনাৰ পৰা সেই গীততি মুখত লাগিয়ে থাকে মোৰ ইমান যে ধুনীয়া গাইছা তুমি ভাষাৰে বুজাব নোৱাৰো মই।ধন্যবাদ অযান্ত্ৰিক বা ক শুনাৰ সুবিধা দিয়াৰ বাবে😍

  • @lakhmihomekitchen4951
    @lakhmihomekitchen4951 2 ปีที่แล้ว

    তৰালী শৰ্মা বাইদেউয়ে কথাখিনি ইমান‌ মৰম লগা কৈ কৈছে। সছাকৈ বাইদেউৰ ব্যক্তিত্বটো দেখি ভাল লাগিল, ইমান যোগাত্মক তেওঁৰ দৃষ্টিভংগীবোৰ। বহুত মৰম যাঁছিলো আপোনাক, আৰু আগুৱাই যাওঁক।God bless u....

  • @palkimahanta3566
    @palkimahanta3566 2 ปีที่แล้ว +11

    Such a charming personality 🥰
    Thank you ojaantric

  • @gayatrisarmah7645
    @gayatrisarmah7645 ปีที่แล้ว

    Mur khub val loga singer...Thanks Ojantric for inviting her.

  • @pranjalkakoti2790
    @pranjalkakoti2790 2 ปีที่แล้ว

    গানবোৰ,গানবোৰৰ কথাবোৰ যিমান ধুনীয়া তাতোকৈ অধিক ধুনীয়াকৈ তৰালী বাই কথা কয়। ইমান শুৱলা আৰু সুৰীয়াকৈ কথাবোৰ কৈছে এই ভাললগাটোও সুকীয়া। তেওঁৰ অন্তৰখন পঢ়িব পাৰিছো তেওঁৰ কথাবোৰেই। ইমান বেছি সাহস পোৱা যেন লাগিছে, ইমান বেছি সুখ অনুভৱ কৰিছো এই খণ্ডটো চাই। পুনৰবাৰ তৰালী শৰ্মা বাইদেউক এই অনুষ্ঠানত দেখা পোৱাৰ আশাৰে। অ' তেওঁৰ নতুন গান" মাতিলেই নামি অহা জোনাক" শুনিলো বিৰাট ভাল। তৰালী শৰ্মাৰ কামক বিচাৰ কৰাৰ আমাৰ যোগ্যতাই নাই। বহুত ওপৰত তেওঁ। লগতে অযান্ত্ৰিক দীৰ্ঘায়ু হওঁক। প্ৰতিটো ক্ষেত্ৰৰ বিশেষ মানুহসকলক যেন এই অনুষ্ঠানত দেখো। ❤️❤️❤️❤️

  • @throughthenarrowroadwithha7323
    @throughthenarrowroadwithha7323 2 ปีที่แล้ว +5

    She is full of positive energy! Very loving and inspiring! Loved the episode!❤️

  • @AngshumanBezbaruah
    @AngshumanBezbaruah 2 ปีที่แล้ว +3

    This episode can cleanse one's soul. Such is her aura, such is the level of positivity she radiates !

  • @BituponMahanta
    @BituponMahanta 2 ปีที่แล้ว +36

    Ud Da Last time i have given you a bad compliment about your interference in guest talking, now it's time for a compliment about you what I love the most, that is you make an introvert into an extrovert in your show. Also you should have name voice talukdar into On Point Talukdar. ❤❤❤

  • @kamalkrishnagogoi2746
    @kamalkrishnagogoi2746 2 ปีที่แล้ว +1

    তৰালী বাৰ কথাখিনিয়ে হৃদয় চুই গল💚💚💚

  • @sponditaneog4851
    @sponditaneog4851 2 ปีที่แล้ว +2

    One of the best episodes.
    Tarali Ba is so humble and soft spoken. She is pure ❤️
    When she speaks u just feel like to keep listening forever.

  • @tapashjyotiborgohain7545
    @tapashjyotiborgohain7545 2 ปีที่แล้ว +3

    কথা বিলাক শুনি থাকিলে শুনি থাকিবলৈ মন যায়।

  • @EXAMINSIGHTSwithBarnali
    @EXAMINSIGHTSwithBarnali 2 ปีที่แล้ว +1

    For the whole episode there was a smile on my face. I have never seen so soft spoken personality. Listening to her is like meditating❤

  • @kavitabaruah7081
    @kavitabaruah7081 2 ปีที่แล้ว +5

    An epitome of beauty,her thoughts reveal what a gem of a person she is.Thank you Ojaantric for this wonderful interaction. 🙌🙌

  • @parthapdutta5905
    @parthapdutta5905 2 ปีที่แล้ว +2

    ধুনীয়া মনৰ মানুহবোৰ সঁচাকৈয়ে ধুনীয়াই হয় ❤️❤️

  • @solotripper8326
    @solotripper8326 2 ปีที่แล้ว +3

    One of the best episode of ojaantric.. Big fan of tarali sharma ba... What a charming personality!!!.. Feeling very motivated !! Thanq ojaantric

  • @Thisisme1411
    @Thisisme1411 2 ปีที่แล้ว +2

    Eibar episode kintu dhamaka dei. Khub besikoi bhal lagil, speechless! Xosakoi positive aura ase. Thank you Ojantric.

  • @hirakjyotibaishya8876
    @hirakjyotibaishya8876 2 ปีที่แล้ว +4

    I think this is the best episode till date with so much knowledge about music, entertainment, fun and motivation.
    Thank you Tarali ba, thank you Ojaantrik.

  • @anishkashyap4801
    @anishkashyap4801 2 ปีที่แล้ว +3

    She's such a humble personality...Every word said by her is so constructive❤️
    Want Shyamontika Sharma , Barsha Rani Bishaya on Ojaantric❤️

  • @labadeka8843
    @labadeka8843 2 ปีที่แล้ว +1

    Already listend multiple times "মাতিলেই নামি অহা জোনাক" is something different..❤️

  • @upomanyubaruah9753
    @upomanyubaruah9753 2 ปีที่แล้ว +1

    Finally eman kuwar pasot bak anile ... thank you

  • @user-bu7uw7ci6p
    @user-bu7uw7ci6p 2 ปีที่แล้ว

    অযান্ত্ৰিক ৰ সকলোকে অশেষ ধন্যবাদ এনেকুৱা এটা আদ্দা লৈ অহাৰ বাবে, বহুত দিনৰ পৰা বাট চাই আছিলো অসমীয়া আদ্দা এটা চাবৰ বাবে, খুব মন যাই এটা অনুস্থান ত থাকিবৰ বাবে নিজৰ একো প্ৰতিভা নাই কিন্ত খুবেই ভাল লাগিছে মনে ভাল লগা মানুহবোৰ ৰ কথাবোৰ জানিব পাৰি..উদয়ন দা আপোনালোকে বহুত অনুপ্ৰেৰণা যোগায়।

  • @arjunboruah
    @arjunboruah 2 ปีที่แล้ว +4

    Such a great and humble personality she is ❤️

  • @ranjankashyap2029
    @ranjankashyap2029 2 ปีที่แล้ว +6

    🥺😱thanks both of you Udayan and Osasis da ......for inviting one of my favourite singer ❤️❤️

  • @ridipdutta4846
    @ridipdutta4846 2 ปีที่แล้ว +2

    " মানুহ হৈ থাকিবলৈ সুবিধা কৰি দিয়ে ৷"❤️

  • @mamtabasumatary277
    @mamtabasumatary277 2 ปีที่แล้ว +20

    কিমান বেছি ভাল লাগিল বুজাব নোৱাৰো। মুঠতে অযান্ত্ৰিকে যান্ত্ৰিক জীৱনটো জীপাল কৰি তোলে। Specially today's episode is outstanding.. Actually I waited for her in my most favorite Ojaantric. Love you so much Tarali Ba❤️

  • @deepagogoi392
    @deepagogoi392 2 ปีที่แล้ว +1

    Khub bhal lagile 💕👍...... Hepah thaki gol moi u zodi Torali Sarma r dore holu heten ...... Hosa geet guar hepah thaki gol 😢.....

  • @trishnasaikia1242
    @trishnasaikia1242 2 ปีที่แล้ว +3

    Matilei naami aaha junak
    Already bohut baar hunisu
    Bohut besi bohut besi dhuniaa ❤️❤️❤️❤️

  • @parishmitabordoloi9720
    @parishmitabordoloi9720 2 ปีที่แล้ว +2

    The great personality Tarali baa.
    Thank you so much Ojantric🙏

  • @monosreegogoi5157
    @monosreegogoi5157 2 ปีที่แล้ว +7

    তৰালী বা❤ হৃদয় চুই যোৱা তোমাৰ প্ৰতিটো গীত
    'মাতিলেই নামি অহা জোনাক' বহুবাৰ শুনিলোঁ।
    ধন্যবাদ অযান্ত্রিক💚

  • @thegitzdib
    @thegitzdib 2 ปีที่แล้ว +2

    Congrats Ojaantric on reaching episode 50! You're doing a great job.

  • @jayshreegogoi6399
    @jayshreegogoi6399 ปีที่แล้ว +1

    Thanku both of you for bringing such a good show Ojaantric, moi notun koi saisu etu show, bohut bhal lagise sai artist burok, teo lukor kotha botora aru tumalukoru dhemali bur, aru torali sharmar kotha kinu kom everyone knows her, she is a fabulous singer, melody Queen of Assam. The simplicity she has is amazing.

  • @biswajithaloi7047
    @biswajithaloi7047 2 ปีที่แล้ว +1

    One of the best artist of Assam..so gentle and full of love

  • @jayashreekashyap8934
    @jayashreekashyap8934 2 ปีที่แล้ว +2

    I was filled with this episode decorated with the words of my beloved woman... Thank you very much to everyone associated with ojaantric for bringing Tarali Sharma 'Ba' as a guest in this episode💚❤️💚

  • @upankargoswami1540
    @upankargoswami1540 2 ปีที่แล้ว +5

    Superrb episode....❤❤
    Adil hussain sir k adin matibosun

  • @uddipbora9596
    @uddipbora9596 2 ปีที่แล้ว +3

    ৩০ চেকেণ্ডৰ ভিডিও চাই অভ্যস্ত মানুহ বোৰক আপোনালোকে ১ ঘণ্টা বান্ধি ৰাখিব পৰিছে যেতিয়া মই ভাবো আপোনালোক সফল হৈছে।আগলৈও এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা।

  • @axomiabio
    @axomiabio 2 ปีที่แล้ว +4

    Such a depth in her converstaion..Tarali Baa love u soo much...waiting for ur new songs...

  • @himakhinath4550
    @himakhinath4550 2 ปีที่แล้ว +1

    One of the best episode of ojantric..pride of our Assam "tarali baa"❤️

  • @kapilsekhar7338
    @kapilsekhar7338 2 ปีที่แล้ว +1

    Tarali sharma is heart of assamese music... So sweet she is, her voice is.. I always like to listen to her

  • @bhargabsaikia5866
    @bhargabsaikia5866 2 ปีที่แล้ว +3

    Amazing episode 😊❤️..Tarali ba e episode tut gaan ata gabo buli a gueti episode tu salu..and finally in the 50th min😌❤️ ..Thanks ojantric👍🏻

  • @sumpiborgohain4605
    @sumpiborgohain4605 ปีที่แล้ว +6

    এই খণ্ডটো মই আজিলৈকে ১৫ বাৰ চাইছো । কাৰণ অজান্ট্ৰিক ভাল পাওঁ। তাতকৈ ভাল পাওঁ তৰালী বাৰ প্ৰতিটো শব্দ।
    .
    .
    .
    #sending love ❤

  • @juribarman7887
    @juribarman7887 2 ปีที่แล้ว +2

    Thanks for bringing her ❤️❤️

  • @tapobrata1000
    @tapobrata1000 2 ปีที่แล้ว +3

    Such a graceful personality! Beautiful interview. Great job UD da and Oasis da! Tarali ba sosake Assam nahai India r treasure! This is the perfect combination of casual interview with some great information and Tarali ba’s insight! UD you were on point in this interview. Keep growing guys👍
    I play the guitar a bit. Except that moi dur dur loike music r logot related nahai. But Tarali bar kotha bur khuni enekua lagil jen teuk ebar log pai dui ghanta man kotha patu. !!

  • @RK-ze6zf
    @RK-ze6zf 2 ปีที่แล้ว

    1st interview I have ever seen of tarali baa. Such a great personality she has.

  • @simantaboruah4438
    @simantaboruah4438 2 ปีที่แล้ว

    তৰালী বাৰ কথা কোৱাৰ ধৰণ টোৱে ইমান মৰম লগা কোনোবা সৰ্গৰ এগৰাকী পৰী...সঁচাই....আৰু udi দাই যিমান কথা কলেও কোনোবা ঘৰৰ মানুহে কৈ থকা যেন..লাগে..নেদেখা জনৰ ওচৰত সদায়েই প্ৰাৰ্থনা কৰিম...আৰু আগবাঢ়ি যাওঁক আপোনালোক...soo much love..

  • @dipanjalidas8505
    @dipanjalidas8505 2 ปีที่แล้ว

    Best episode ever😍.. I watched two times...thank you for bringing her

  • @luku557
    @luku557 2 ปีที่แล้ว +1

    Vibes of a great personity.. Without a doubt the Best episode of ojaantric. Kudos to torali ba.

  • @gitalihandique2235
    @gitalihandique2235 ปีที่แล้ว

    বহুত ভাল লাগিল। মাতিলেই নামি অহা গানটো বহুত ভাল লাগিছে, সকলো গান ভাল লাগে তৰালীবা ৰ

  • @ritudutta7162
    @ritudutta7162 2 ปีที่แล้ว +2

    The most awaited episode....❣️❣️❣️

  • @mozoomdar.
    @mozoomdar. 2 ปีที่แล้ว

    Hahitu j, tarali bar hahitut a odbhut positive vibes eta ase. Aru dekhilei gom pai baa bohut moromiyal hoi... Bhale thakok baa.. and thank you UD & Oasis...

  • @denishwary3612
    @denishwary3612 2 ปีที่แล้ว +1

    Dada... Toralobaak 1st time toralibaar eman free hoi kotha huni vl lagil.. Karon apur lukor karone toralibaar voice Tu huni vl lagoil.. Biggest thnk you... Baa assam Or nayan.. 😘😘

  • @juannitakonwar4041
    @juannitakonwar4041 2 ปีที่แล้ว +2

    Awesome episode till now. Congratulations to both of u💐💐

  • @dr.emonbarua380
    @dr.emonbarua380 2 ปีที่แล้ว

    Oxom is blessed to have her with that mesmerizing voice

  • @digantadas7961
    @digantadas7961 2 ปีที่แล้ว +1

    May be the best episode. She has a wonderful personality. Very talented and genuine person( tarali sharma)

  • @chitrajitlahon6500
    @chitrajitlahon6500 2 ปีที่แล้ว +2

    Upohar song2 huni ahelu majote,,,,,♥️♥️♥️🔥

  • @hazarikamani
    @hazarikamani 2 ปีที่แล้ว +1

    Such a sobre, yet so humble show.. Long live Ojaantric

  • @leenachutia515
    @leenachutia515 2 ปีที่แล้ว +1

    All episodes of Ojaantric are awesome

  • @mousumjyoti2897
    @mousumjyoti2897 2 ปีที่แล้ว

    The best episode for me. Thank you

  • @sangeetasaikia8687
    @sangeetasaikia8687 2 ปีที่แล้ว +2

    প্ৰথম episode ৰ পৰা চাই আছো । like কৰো , কিন্তু কমেণ্ট আজি প্ৰথম কৰিছো । অসমীয়া youtube ৰ best show , মোৰ ব্যক্তিগত মতামত । ud হওঁক তালুকদাৰ হওক বাকী অতিথি হওক মুঠতে এটা অযান্ত্ৰীক অনুষ্ঠান , মই কৈছো চাবলৈ মোৰ surrounding ৰ মানুহখিনিক , নাজানো কি কৰিছে । কিন্তু সঁচাকৈয়ে মনোগ্ৰাহী অনুষ্ঠান । শুভেচ্ছা আৰু শুভকামনা তোমালোকলৈ .....

  • @nityanandarajkhowa6875
    @nityanandarajkhowa6875 2 ปีที่แล้ว

    Ojantrikor proti...aji aru okoman...morom...bahi gol....already..prem ot poriclo....ojantric or..aji....akow aber..porilo...thanks to ojantrik for...bringing her....to us...

  • @pranjitbordoloi8055
    @pranjitbordoloi8055 2 ปีที่แล้ว +2

    Golden jubilee episode with a golden personality. . . It just waw

  • @pranamibaishya6521
    @pranamibaishya6521 2 ปีที่แล้ว

    Thank you for inviting torali mem...aji he salu .. episode ti...aguwai jaok dada take bisaru

  • @tribenikhanikarboruah6357
    @tribenikhanikarboruah6357 2 ปีที่แล้ว +2

    Special Ep 50.thanks ojantric

  • @banashreemahanta2995
    @banashreemahanta2995 2 ปีที่แล้ว

    একেৰাহে চায়ে ৰ'লো বা। ইমান যে ভাল লাগিল। লগতে এই অনু্ষ্ঠান বৰ ভাল পাও। যোৱা ৫০ টা খণ্ডই মই সম্পূৰ্ণ কৰিলো, মন দি চালো। ভীৰ হৈ থকা মনটো পাতল লাগে এই সময়খিনিত। অযান্ত্ৰিক সদায় অনন্য। আজি আপোনাৰ কথাবোৰে ইমান বেছি সাহস দিলে বুজাব কবলৈ আচলতে ভাষা নাই। গীতবোৰ সদায় শুনিবৰ মন যায়। কেতিয়াও আমনি নালাগে। আপুনি সদায় নতুন নতুন গীত আমাক দিব বুলি আশাৰে ৰ'লো। আকৌ এবাৰ ধন্যবাদ আৰু শুভকামনা অযান্ত্ৰিকলৈ।😊❤💚

  • @dailyd2946
    @dailyd2946 2 ปีที่แล้ว +1

    Bishrut Saikia, Hats of to you brother ❤️
    "Upahar" is a blessing.

  • @chinmoygogoi9666
    @chinmoygogoi9666 2 ปีที่แล้ว +2

    Iman dhunia koi koise❤ rte 3,15 bojat aii olp sai morning sam vabiselu bt atia loike saisu bohut vl lagise ai tu episode... Aru ba gn moi bohut horu pora huni diouta logot radio📻 aot... Love you ba and thanks Ojanntrac ❤❤

  • @jyotishmanchoudhury245
    @jyotishmanchoudhury245 2 ปีที่แล้ว +1

    We thank you for another extraordinary interaction with the legendary tarali sarma baa...
    Udayan Da and Oasis Da hat's off too you both❤️
    And it's my request ,please try to bring the veteran actor Tapan Das sir...