Ojaantric || Assamese Podcast ft. Namita Bhattacharyya || Ep.93

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 พ.ค. 2023
  • কমেন্ট পিনত এপ লিংক
    প্ৰমোকোড - OASIS7
    আপোনাৰ প্ৰথম জমা ধন লাভ কৰিবলৈ পঞ্জীয়ন কৰাৰ সময়ত মোৰ প্ৰমো ক'ড "OASIS7" ব্যৱহাৰ কৰক! ২৬০০০!
    Our Second channel:
    Oasis Talukdar : www.youtube.com/watch?v=MQQwb...
    Udayan Duarah : www.youtube.com/watch?v=bQPji...
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 7002428586
    #ojaantric
    #assamesepodcast
  • บันเทิง

ความคิดเห็น • 346

  • @OasisMotionFilms
    @OasisMotionFilms  ปีที่แล้ว +7

    অ্যাপ লিংক:- 🏏clcr.me/OASIS7🏆🎯
    প্রোমোকোড - OASIS7
    আপনার প্রথম আমানত পেতে নিবন্ধন করার সময় আমার প্রচার কোড "OASIS7" ব্যবহার করুন! 26000!

    • @PoojaAxomiya
      @PoojaAxomiya ปีที่แล้ว +2

      বঙালী কিয় লিখিছে🙄

    • @bidyutnath538
      @bidyutnath538 ปีที่แล้ว +2

      Emane bhikhyari ne apunaluk..poisa r babe poision r advertisement krise..apunalukok youngsters bure follow kre..aru apunaluke aibur r add di notun projonmok bhul pothot ni ase..aru ki language use krise..bangla.. Assamese najane neki likhibo😡 beya napabo kwa babe..kintu xosai laj lage aibur..bahiror friends k dekhuwaboloi

    • @__priitt__
      @__priitt__ ปีที่แล้ว +1

      অসমীয়া লিখিব নাজানে নেকি?

    • @dhiman144
      @dhiman144 ปีที่แล้ว

      Sandhya menon aru bijoy bhuyak matibo sun...

    • @BhusitaBhagawati
      @BhusitaBhagawati 7 หลายเดือนก่อน

      ​@@bidyutnath538
      Ok

  • @bumonibaruah1697
    @bumonibaruah1697 ปีที่แล้ว +2

    বহুত ভাল লাগিল । শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মাতিব বুলি আশা ৰাখিলোঁ।

  • @alakanandarajbangshi1890
    @alakanandarajbangshi1890 6 หลายเดือนก่อน

    অত্যন্ত ভাল লাগিল ৷ নমিতা ভট্টাচাৰ্য বাইদেউ অসমৰ লতা মংগেশকাৰ ৷ তেখেতৰ কণ্ঠ অনন্য ৷ মোৰ অতিকৈ প্ৰিয় ৷ ❤❤ ধন্যবাদ অযান্ত্ৰিক ৷

  • @flyingbird131
    @flyingbird131 ปีที่แล้ว +5

    ভাল লাগিল।❤সাহিত্যৰ ব্যক্তিসকলকো মাতিবচোন। প্রিয় এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মাতিব বুলি আশা থাকিল।

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 9 หลายเดือนก่อน

    কথাবোৰ ইমান সুন্দৰ কৈ কৈছে, বহুত ভাল লাগিছে। আজিকালিৰ শিল্পী সকলে বাইদেউ গৰাকীৰ পৰা শিকিবলগা বহু আছে।

  • @KITAPTheAssameseBooktuber
    @KITAPTheAssameseBooktuber ปีที่แล้ว +4

    নমিতা বাইদেউলৈ অশেষ শ্ৰদ্ধা জনাইছো, তেখেত আমাৰ শৈশৱৰ স্মৃতি।

  • @chanditadeka7688
    @chanditadeka7688 ปีที่แล้ว +21

    Namita baideu should continue her singing, really such a beautiful voice.Today's episode is wonderful.

  • @mormecen
    @mormecen ปีที่แล้ว

    বৰ ভাল লাগিল ।
    বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো । 🙏

  • @rinkumonipuzari727
    @rinkumonipuzari727 2 หลายเดือนก่อน

    নমিতা বাইদেউক যিসকলে কাষৰ পৰা এবাৰ হলেও পাইছে তেওঁলোকে ভালকৈ বুজি পাই বাইদেউৰ ব্যক্তিত্ব কেনেকুৱা বাইদেউৰ মহানুভবাতা বিশেষকৈ বাইদেউ কিমান ওপৰৰ স্তৰৰ এগৰাকী চিৰসেউজ গায়িকা, বাইদেউক শত সহস্ৰ প্ৰণাম❤️🙏❤️

  • @KatowalpOfficial
    @KatowalpOfficial 6 หลายเดือนก่อน

    Best Interview of Ojantric... NAMITA Bhattacharya Baideu hat's off... Dekhi xuni ekebare val lagise... God bless you and Lot's of love to you...

  • @sikhasaikia7646
    @sikhasaikia7646 ปีที่แล้ว +9

    গানবোৰতো ধুনীয়াই তাৰ লগতে মানুহগৰাকীৰ কথাবোৰো বৰ মৰমলগা। আপোনালোকৰ লগত বৰ ধুনীয়াকৈ মিল খাই পৰিছে। বহুত ভাল লাগিল চাই। বাইদেউলৈ শ্রদ্ধা আৰু ধেৰ মৰম । ভালে থাকক।❤🙏

  • @nirmalibaishya6593
    @nirmalibaishya6593 4 หลายเดือนก่อน

    বাইদেউৰ গান শুনিলে মনটোৱে বেলেগ হৈ যায় ।

  • @gitarthasaikia3360
    @gitarthasaikia3360 ปีที่แล้ว +11

    নমিতা ভট্টাচাৰ্য্য বাইদেউৰ সকলোবোৰ গানেই বহুত প্ৰিয়। এক কথাত তেওঁক অসমৰ লতাজী বুলি ক'লে ও অত্যুক্তি কৰা ন'হব।
    সৰুৰে পৰাই বাইদেউৰ গীতবোৰ মাৰ মুখত শুনি আহিছো। টি.ভি. ত কেতিয়াবা উলালে সৰু থাকোঁতেই মায়ে বাইদেউক চিনাকি কৰাই দিছিল । তেতিয়াৰ পৰাই বাইদেউৰ মুখখন পৰিচিত।
    পিছে সাক্ষাৎকাৰ হিচাপে বাইদেউক লগ পোৱা এয়ে প্ৰথম। ইমান সৰল আৰু অমায়িক ভাবে কথাবোৰ ক'লে বাইদেৱে, সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালো।
    বাইদেউৰ গানবোৰটো ভাল লাগেই, আজি তেওঁৰ ব্যক্তিত্বই তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ এনাজৰীদাল আৰু অলপ নিকটকটীয়া কৰিলে ।
    ভাল লগা শিল্পী গৰাকীক ইমান ওচৰৰ পৰা লগ পোৱাৰ সুবিধাকণ দিয়াৰ হেতুকে অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ ।
    বাইদেউৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলো ।

  • @nana4727
    @nana4727 ปีที่แล้ว +1

    Loves her being a teen ❤

  • @sskrcreativestudio3694
    @sskrcreativestudio3694 ปีที่แล้ว +16

    শেষৰলৈকে চালো ভাত খাই খাই 🌺❤ পাঁচ মিনিটৰ ভাত এঘন্টালৈ খালো 'অযান্ত্ৰিক'ৰ জোৰত 😂
    নষ্টালজিক 💕

  • @alwaysadreamad5655
    @alwaysadreamad5655 7 หลายเดือนก่อน

    সচাকৈয়ে বৰ ভাল লাগিল। সৰুৰে পৰা গান শুনি আহিছো। সময় একেবাৰে কম হল, কথা বোৰ শুনি থাকিবলৈ মন আছিল। ❤❤❤❤❤

  • @kanikadas8245
    @kanikadas8245 ปีที่แล้ว +5

    নমিতা ভট্টাচাৰ্য্য ‌বাইদেউ বহুতো প্ৰিয় গায়িকা মোৰ,, ধন্যবাদ অমান্তি ক

  • @ratulgogoi6848
    @ratulgogoi6848 ปีที่แล้ว +6

    Best episode .চিৰসেউজ শিল্পী ।চিৰসেউজ গীত।বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @EduScienceSchooly
    @EduScienceSchooly 8 หลายเดือนก่อน

    বাইদেউক বহুত ভাল লাগে, বাইদেউৰ গানবিলাক তো ক'বই নালাগে, অসমৰ অতুলনীয় সম্পদ, কিন্তু বাইদেউৰ কথাবোৰ শুনি এনে লাগিল যেন বাইদেউ অকণমান দুষ্ট হয়, এতিয়াও আছে সেই দুষ্টামি😊, ভাল লাগে । বাইদেউৰ গানবোৰ চিৰসেউজ..🙏

  • @ankitasaikia2330
    @ankitasaikia2330 ปีที่แล้ว

    বাইদেউ জনী বৰ মৰমলগা..গানবোৰ শুনি বৰ ভাল পাওঁ।

  • @anupamkalita7380
    @anupamkalita7380 ปีที่แล้ว +3

    নাজানো , বাইদেউৰ কথাখিনি শুনি থাকিবলৈকে মন গৈছিল ! ইমান সহজ মানুহগৰাকী ।

  • @-jugikhupa
    @-jugikhupa ปีที่แล้ว

    Personality tu dekhilene.......????notun generation ok koisu......enekua personality thakibole bhitoror porau sofa hobo lagibo...... dhonyobad ojjantric dhonyobad Namita Ma'am 🎉🙏

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 ปีที่แล้ว +4

    বৰ ভাল লাগিল।
    Nostalgic... 1:00:37 💌🥺

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 ปีที่แล้ว

    অসমৰ সম্পদ তেখেত সকল। ভাল লাগিল। ❤

  • @rudrahandique81
    @rudrahandique81 4 หลายเดือนก่อน

    এটা অতি সুন্দৰ সাক্ষাৎকাৰ ❤❤❤❤

  • @taralidas7041
    @taralidas7041 ปีที่แล้ว

    Amar Namita baideu xodai evergreen ❤

  • @mimugulanch
    @mimugulanch ปีที่แล้ว

    Bohut Val lagil baidew iman positive okol hahi hahie sob koi gol Val lagil ❤

  • @prayax731
    @prayax731 ปีที่แล้ว +3

    উফঃ এঘণ্টা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। এগৰাকী চিৰনমষ্য শিল্পী।ইমান ধুনীয়া কথনশৈলী। ভালে থাকক,আপোনলোক নতুন সকলৰ পথ নিৰ্দেশক হৈ থাকক।🙏

  • @riturajborgohain3697
    @riturajborgohain3697 ปีที่แล้ว

    Tumalukor regular viewer moi.... Me from Nazira. Eitu interview best. Bhai keep it up. Ako ebar baidew Ani akow eta baidew logot log puwa mon thakil. Thank you 👍.

  • @taralimahanta2438
    @taralimahanta2438 ปีที่แล้ว

    বাইদেউ আমাৰ ঘৰুৱা । মোৰ ভতিজী গুণগুণ বহুত মৰম কলে । মোৰ ডাঙৰ দাদা শান্তনু মহন্ত আৰু সৰু দাদা ৰাজীৱ মহন্ত । কামাল দাদা নাম কৈছে বহুত বেছি ভাল লাগিল । কাৰণ বাইদেউ দৰে ইমান বিখ্যাত গায়িকাই কোৱা টো বহুত ভাল লাগে । কৰবাত পালে ৰাজীৱৰ ভনীয়েক বুলি গোবা মাৰি ধৰে । বহুত ভাল পাওঁ বাইদেউৰ গান ।

  • @lakhyajitkolita6588
    @lakhyajitkolita6588 ปีที่แล้ว

    উফ বহুত ভাল লাগিল....কিমান ভাল ভাষাৰে বুজাব নোৱাৰো....বাইদেউ🙏💙💚💛💜❤💗

  • @Mahadev_Lover91
    @Mahadev_Lover91 ปีที่แล้ว

    Ajir episode2 sai bohut xukhi onuvob korisu....

  • @pallabidutta3393
    @pallabidutta3393 ปีที่แล้ว

    চিৰসেউজ বাইদেউ গৰাকী।❣️❣️😍😍❤❤❤

  • @dipshikhanath926
    @dipshikhanath926 ปีที่แล้ว +5

    বাইদেউ গৰাকীৰ কণ্ঠটো বৰ ধুনীয়া, বহুত বহুত ধন্যবাদ ojaantric.... পৰিয়াল ; বাইদেউ গৰাকীক চিনাকি কৰাই‌ দিয়াৰ 👍🤗

  • @malamanibaruah3524
    @malamanibaruah3524 ปีที่แล้ว

    God bless you Namita Ba

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 ปีที่แล้ว

    আপোনাৰ গান বোৰ বহুত ভাল লাগে বাইদেউ। আপুনি সদায় ভালে থাকক

  • @ManashiBorah
    @ManashiBorah ปีที่แล้ว +1

    মন ভৰি পৰিল।প্রিয় শিল্পীগৰাকীক কাষৰ পৰা পোৱা যেন লাগিল।নিউ জার্ছীৰ পৰা বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ

  • @sumisaikia232
    @sumisaikia232 ปีที่แล้ว

    ভাল লাগিল।।

  • @user-gy2lv2yv9i
    @user-gy2lv2yv9i ปีที่แล้ว

    Baidew apunak bohut bohut bhal paw . Bhal lagil apunar kothabur . Bhogobane bhale rakhok apunak

  • @grihini9470
    @grihini9470 ปีที่แล้ว

    Bhut val lagil

  • @dhanjitrajbongshi8209
    @dhanjitrajbongshi8209 9 หลายเดือนก่อน

    বহুত ভাল লাগিল ,আজি হে চালোঁ।

  • @mridushmaandeuri
    @mridushmaandeuri ปีที่แล้ว

    Kinu Moromor Jori....❤❤❤❤my always favourite 💚

  • @Preeti_R_Das
    @Preeti_R_Das ปีที่แล้ว +1

    এই ভাল লগা,এই ভালপোৱা, ফুল ফুলি যেন সৰি ৰোৱা... কিনো মৰমৰ জৰী..কেনেকৈ ৰাখোনো ধৰি..

  • @meerabhatta7584
    @meerabhatta7584 8 หลายเดือนก่อน

    বহুত ভাল লাগিল🌺 🙏

  • @Sansankasanjibblog
    @Sansankasanjibblog 5 หลายเดือนก่อน

    One of my favourite. Mor maaru fvrt

  • @bondorobasomia8584
    @bondorobasomia8584 ปีที่แล้ว +3

    আজি কিন্ত বহুত ভাল লাগিল ৷৷বাইদেউৰ গীত বহুত ভাল পাওঁ Lov u Ojantic Family ..

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 ปีที่แล้ว +2

    প্ৰিয় এপিচ'ডবোৰৰ ভিতৰৰ অন্যতম এটা। ইমান বেছি ভাল লাগিছে বুজাব নোৱাৰো। বাইদেউৰ কথাবোৰ বৰ মৰমলগা। বৰ ভাল পালো দেই সঁচাকৈ। ❤

  • @manishadevi6401
    @manishadevi6401 ปีที่แล้ว

    Bht bht bhal lagile namita baideu r episode tu sai... imn amayik baideu joni

  • @PRAN_KRISHNA_BORAH-user_vlog
    @PRAN_KRISHNA_BORAH-user_vlog ปีที่แล้ว +4

    বাইদেউৰ কন্ঠ এতিয়াও সজীৱ❤

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq ปีที่แล้ว +9

    Parveen Sultana is welknown artist who hails from Nawgaon. I love Namita Bhattacharya, one of my favorite artist. Long live Namita baideu. Keep on singing .....

  • @tonmaysabhapandit
    @tonmaysabhapandit ปีที่แล้ว +1

    বৰ ভাল লাগিল এই episode টো । Long live ojantrik.

  • @dr.banalatakalita4758
    @dr.banalatakalita4758 ปีที่แล้ว +1

    Bahut dhanyawad Ojaantric pariloloi __ Namita বাইদেউক ana babe

  • @wanderlusttheexplorer9680
    @wanderlusttheexplorer9680 ปีที่แล้ว

    কি সুন্দৰ কণ্ঠ 💕👏

  • @manassarma2854
    @manassarma2854 ปีที่แล้ว

    বহুত ভাল লাগিল ৷ বাইদেউৰ গীতবোৰ সচাকৈয়ে এতিয়াও ভাল লাগে ৷
    আপোনালোকে তেওঁলোকৰ দৰে পুৰণি গায়ক-গায়িকাবোৰৰ পুৰণি গীতবোৰ তেওঁলোকৰ কণ্ঠৰেই পুনৰ Recording ৰ ব্যৱস্থা কৰিব নোৱাৰেনে !?
    চেষ্টা এটি কৰিবছোন ৷৷

  • @304jit
    @304jit ปีที่แล้ว

    Khub val lagil

  • @utpaladas4818
    @utpaladas4818 ปีที่แล้ว

    বৰ ভাল লাগিল আজিৰ কথোপকথন

  • @sadhanasaikia4172
    @sadhanasaikia4172 ปีที่แล้ว

    অযান্ত্রিক সদায় অসাধাৰণ আৰু অতুলনীয় হৈ থাকক।।।

  • @junmonigohain16
    @junmonigohain16 ปีที่แล้ว +3

    চিৰসেউজ গীত ,নমিতা বাইদেউ আৰু সুন্দৰ বাৰ্তালাপ। বহুত ভাল লাগিল ❤।

  • @CharchitaBorah
    @CharchitaBorah ปีที่แล้ว

    Iman dhuniya lgil sai 😌❤..... Thanks ojaantric 💞

  • @JrBhaskarmiLi
    @JrBhaskarmiLi ปีที่แล้ว

    Namita Baideu Ajiu...Ki Duniya kanta Kuxole takok tare Nedeka jonor Usorot partona

  • @norengohain5704
    @norengohain5704 ปีที่แล้ว

    Bohut val lagil dada

  • @hirakjyotidas5396
    @hirakjyotidas5396 ปีที่แล้ว

    নমিতা ভট্টাচাৰ্য্য বাইদেউ লৈ মৰম ।
    সদায় এনেকৈ থাকক । আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্ৰিক লৈ ধন্যবাদ থাকিল।

  • @grishmasarmah5650
    @grishmasarmah5650 ปีที่แล้ว

    সন্ন্যাসিনীক মাতিবচোন দাদা।সৰু ছোৱালী।কিন্তু সাংঘাতিক আকে হাতত

  • @jinkimonitalukdar5790
    @jinkimonitalukdar5790 ปีที่แล้ว

    বহুত বেছি ভাল লাগিল 🔥🤩😍💕

  • @user-nc2lv5hw3p
    @user-nc2lv5hw3p ปีที่แล้ว

    বহুত বেছি ভাল লাগিল ❤

  • @ujjalphukan7622
    @ujjalphukan7622 ปีที่แล้ว +1

    ইমান মৰমিয়াল বাইদেউ গৰাকীক আজিহে চিনি পালো। আমি দুঃখিত যে তেওঁ ইমান সুন্দৰ সুন্দৰ গান আমাক উপহাৰ দি আহিছে অথচ আমি তেওঁকেই চিনি নাপাওঁ। আজি অযান্ত্ৰিক ৰ সকলো সদস্যলৈ বহুত বেছি ধন্যবাদ বাইদেউক চিনাকি কৰাই দিয়াৰ বাবে আৰু আগলৈও এনেদৰে সদায় আগুৱাই যাওঁক এই অনুষ্ঠানটো। শেষত এই সামাজিক মাধ্যমৰ যোগেদি বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ।

  • @ayushmangaming8221
    @ayushmangaming8221 ปีที่แล้ว

    Oasis da aru U.D da duijonor vitorot kunuba ejone holeu rply koribosun plzzz.... ojantric r babe 🔥🔥🔥🔥❤️❤️🔥🔥🔥🔥

  • @ankur7851
    @ankur7851 8 หลายเดือนก่อน

    Seriously yaar 😢😢❤❤❤❤❤❤❤❤

  • @neelimdas7746
    @neelimdas7746 ปีที่แล้ว

    Baideo kotha bur val lage ❤

  • @sumibharali1460
    @sumibharali1460 ปีที่แล้ว

    Bht bht thank you UD da
    Emn val lagil aji mon2

  • @poragjyotigohain9333
    @poragjyotigohain9333 ปีที่แล้ว

    Bht val lagil episode tu❤😊

  • @EduScienceSchooly
    @EduScienceSchooly 9 หลายเดือนก่อน

    সৌ মেঘৰ ছাঁ দেখিলে... গানটো গোৱাব লাগিছিল

  • @smitabaishya8122
    @smitabaishya8122 ปีที่แล้ว

    Baideu bht dhunia aru kothabur bor moromolga voice tu khub dhunia❤️😍Khodai Vale Thakok Baideu 🙏❤️

  • @kabyashreesaikia5369
    @kabyashreesaikia5369 ปีที่แล้ว

  • @smitabaishya8122
    @smitabaishya8122 ปีที่แล้ว

    1:0:33 voice uff ❤️😍bht vl lgl ❣️

  • @alakanandarajbangshi1890
    @alakanandarajbangshi1890 6 หลายเดือนก่อน

    কেতিয়াবা দূৰ্গাময়ী বাইদেউকো আনিবচোন ৷ বাইদেউৰো বহুত কাহিনী আছে ৷

  • @monikaphukon1028
    @monikaphukon1028 ปีที่แล้ว

    Bohut val lagil ❤❤❤.

  • @rajdeepsaikia123
    @rajdeepsaikia123 ปีที่แล้ว

    Val lagil 😊

  • @pankajhazarika7276
    @pankajhazarika7276 ปีที่แล้ว +3

    বাইদেউ কণ্ঠ বহুত ধুনীয়া আৰু বহুত মৰম লগা কথাবোৰ ❤❤❤ ধন্যবাদ দাদা

    • @pankajhazarika7276
      @pankajhazarika7276 ปีที่แล้ว

      Thank you dada kiba ata ja reaction dila❤️

  • @hkmixturevideo3197
    @hkmixturevideo3197 ปีที่แล้ว

    Bohut val lagile ❤,,,, please eibar Papori Gogoi Baa k matibo please

  • @dikshuanilavlogs4149
    @dikshuanilavlogs4149 ปีที่แล้ว

    Baideu gan huni bohut vl paw.aji eyat lg pai hosake lg pua Jen lagi gl❤️❤️

  • @pujahatimuria57
    @pujahatimuria57 ปีที่แล้ว +1

    যোৱা শনিবাৰে স্কুলৰ শণিবৰীয়া চৰাত ল'ৰা-ছোৱালীহঁতে গাবলৈ কোৱাত বাইদেউৰ "আলি ঢাকি পৰ শালিকী" গীতটি গাইছিলো।আজি তেওঁক অযান্ত্রিকত দেখিবলৈ পাই বৰ সূখ পালো। পিছে আৰু দুটামান গীত গাবলৈ অনুৰোধ কৰা হ'লে আৰু ভাল লাগিল হয়...

  • @smitabaishya8122
    @smitabaishya8122 ปีที่แล้ว

    Best episode ❤️

  • @xix887
    @xix887 ปีที่แล้ว

    ❤️❤️❤️

  • @majuri3899
    @majuri3899 ปีที่แล้ว

    ❤❤

  • @kaberipawekaberipawe2499
    @kaberipawekaberipawe2499 ปีที่แล้ว

    Vl lagil

  • @mindmatters7058
    @mindmatters7058 10 หลายเดือนก่อน +1

    You should also call up Assamese people who have started their own start ups,… that will give inspiration to lakhs of Assamese youth who is running to other states for low paying jobs, or waiting of government jobs or blindly wasting their youth aimlessly…….
    This will also boost your subscribers base….

  • @user_kk18
    @user_kk18 ปีที่แล้ว

    ❤💚

  • @asharanibaruah5551
    @asharanibaruah5551 ปีที่แล้ว +2

    বহুত ভাল লাগিল, সদায় ভাল লাগে, মা আৰু মই একেলগে চাও, বহুত বেছি ভাল লাগে অযান্ত্ৰিক❤️❤️❤️

  • @ribribcreation1130
    @ribribcreation1130 ปีที่แล้ว

    বহুত ভাল লাগিল বাইদেউৰ কথাবোৰ,তেখেত মোৰ সদায়ে শ্ৰদ্ধাৰ

  • @ranojkaman2918
    @ranojkaman2918 ปีที่แล้ว +1

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মাতিবচোন পাৰিলে। গীত-মাত, ছবি, খেল আদি জগতৰ বিশিষ্ঠ মানুহবোৰ আহিছে; কিন্তু সাহিত্য জগতৰ কোনেও অযান্ত্ৰিকত অহা নাই। গতিকে যেনে তেনে কৰি হলেও উক্ত ব্যক্তিগৰাকীক মাতিবলৈ চেষ্টা কৰিবচোন। 🙏

  • @renupanika6070
    @renupanika6070 ปีที่แล้ว +2

    ❤️❤️❤️❤️ ojaantric
    বৰ মৰমলগা দেই বাইদেউ গৰাকী......tq ojaantric.....বাইদেউ গৰাকীক চিনাকি কৰাই দিয়াত ❤️

  • @debajitnath4101
    @debajitnath4101 ปีที่แล้ว

    Amio kharote khonisilo okanir Mel rediot Sunday❤❤

  • @priyanujborthakurdevsarma1410
    @priyanujborthakurdevsarma1410 ปีที่แล้ว

    Bro please bring zubeen da someday..Its an earnest request to u please...Lots of love from sivasagar

  • @junmonidutta8754
    @junmonidutta8754 หลายเดือนก่อน

    Ajantrik mor pran.

  • @enjoywithsurajit7821
    @enjoywithsurajit7821 ปีที่แล้ว +1

    ইমান দেৰিলৈকে গান এটা গাবলে নকলে বাইদেউক । একেবাৰে শেষত গাইছে 😢😢

  • @manibankalitanath3648
    @manibankalitanath3648 ปีที่แล้ว +13

    শ্ৰদ্ধাৰ নমিতা ভট্টাচাৰ্য বাইদেউ লৈ নমস্কাৰ 🙏 আপোনাৰ চিৰসেউজ গীতবোৰ শুনি ডাঙৰ হৈছোঁ গাভৰু কালচোৱাত । আপোনাৰ গান শুনি স্কুল লৈ যাবলৈ মেখেলা চাদৰ পিন্ধিছিলোঁ । বাহঃ খুব ভাল লাগিছে আজি । আপোনাৰ দেখি ভাল লাগিছে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু আন্তৰিক ধন্যবাদ অযানত্ৰীক লৈ। 🙏

  • @biswajitchangmai432
    @biswajitchangmai432 ปีที่แล้ว

    😍😍

  • @sivajitrajbongshi6140
    @sivajitrajbongshi6140 ปีที่แล้ว +1

    Mur atiyar apunar favourite gaan '#Pushpitaeishyamolirani'.. Anekuwa gaan amak atiya aru proyujon..❤❤❤❤❤

  • @chitragogoi2950
    @chitragogoi2950 8 หลายเดือนก่อน

    Nice