Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ก.ค. 2024
  • Presented By #WINDSONGS
    #deuka
    #matileinamiohajunak
    #taralisarma
    #manjulboruah
    #jintubordoloi
    #dipkeshborgohain
    Album-Deuka
    Song-Matilei nami oha junak
    Audio Credits
    Singer/Composition/Lyrics-Tarali Sarma
    Music Arrangement-Dipkesh Borgohain
    Flute-Pradip Deka
    Recorded and Mixed & Mastered at DREAMS STUDIO by Jintu Bordoloi
    Assisted by -Ripunjoy Sarma
    Video Credits
    Starring- Tarali Sarma,Mridupawan
    Script/Directon/Concept-Manjul Boruah
    Editing-Twenchang
    Asst Editor/Colourist/Title credit-Ghanashyam Kalita
    Dop-Nagen Baishya
    Production Design-Himen Bora
    Casting-Ronald Hussain
    Cast-Tarali Sarma
    Mridupaban Parashar
    Rajib Sarma
    Phunuprabha
    Panjit Changmai
    Joshua Queah
    Ankit Rai
    Kakul Bharali
    jay
    Sound Design-Debojit Gayan
    Makeup-Pranjal Pratim Kashyap
    Art Director-Panjit Changmai
    Lyrics-
    মাতিলেই নামি অহা জোনাক
    সিঁচি দিওঁ গুপুতে মই তোমাক
    যি কথা বতাহে কঢ়িয়াব নোৱাৰে
    যি কথা আকাশে খুলি বুজাব নোৱাৰে
    কুৰুকি কুৰুকি খান্দি যোৱা বিষ
    ঠেৰেঙা বুকুত হেৰুৱাও দিশ
    আজি কওঁ শুনা মই
    আজি কওঁ শুনা তোমাকেই
    তোমাৰেই কথা
    মই তোমাতেই তুমি শেষ আকুলতা
    বাউলী কিয় যে মোৰ
    সময়বোৰ তোমাতে ৰয়
    তুমি অবিহনে নোৱাৰো জীয়াব মই
    ফল্গু দুখৰ মেৰুত
    বৰষুণ এজাক হৈ
    কৰাচোন শীতল
    এই পিয়াসীৰ হৃদয়
    লৈ যাবানে মোক
    লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
    য'ত তুমি মই
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ..
    Audio Streaming links
    Wynk = wynk.in/u/cAwRV97l2
    Spotify = spoti.fi/3DNoPab
    Amazon Music = amzn.to/3DSQ0jS
    Sound Cloud = bit.ly/3nN5pg8
    Jiosaavn = bit.ly/3l1if8r
    Gaana = bit.ly/30Omey5
    Follow Tarali Sarma,
    on Facebook: / taralisarma
    on Twitter: / taralisarma
    For Live Shows:
    taralisarma@gmail.com
    07002200609
    © All rights are reserved to Windsongs,Tarali Sarma
    [Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
  • บันเทิง

ความคิดเห็น • 2.2K

  • @chinmoyeegoswami2719
    @chinmoyeegoswami2719 2 ปีที่แล้ว +2752

    মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।

    • @himadreedeka6138
      @himadreedeka6138 2 ปีที่แล้ว +29

      মই শুনো তেখেতৰ গান

    • @ranjitasworld1810
      @ranjitasworld1810 2 ปีที่แล้ว +22

      Bohut val paw tarali ma'am r gaan...❤️❤️

    • @bikashsaikia5350
      @bikashsaikia5350 2 ปีที่แล้ว +17

      মনৰ কথা কৈছে।

    • @malayakalita6830
      @malayakalita6830 2 ปีที่แล้ว +10

      Mnr kotha❤

    • @mintudarshan7136
      @mintudarshan7136 2 ปีที่แล้ว +30

      সেই দুজনৰ ভিতৰত অন্যতম এজন মই

  • @user-jc5ks1ig3l
    @user-jc5ks1ig3l 11 หลายเดือนก่อน +40

    আজিৰ ল'ৰা ছোৱালীয়ে আপোনাৰ গান শুনে মানে বা আপুনি সঁচাকৈয়ে এগৰাকী সংগীতৰ সফল সাধক❤🥰

  • @bhaskarjdas8199
    @bhaskarjdas8199 ปีที่แล้ว +112

    "লৈ যাবা নে মোক তোমাৰ সৰু পৃথিৱীলৈ,
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ।"
    বাক্যশাৰী ইমান ভাল লগা।❤

  • @lakhyajit907
    @lakhyajit907 ปีที่แล้ว +38

    সকলো শিল্পীৰে একো একোটা আকৃতি থাকে । সেয়ে তৰালী শৰ্মাও তৰালী শৰ্মা হৈয়ে থাকিব , একক আৰু অনন্য হৈ ।❤

  • @projecthalfpastnine4099
    @projecthalfpastnine4099 2 ปีที่แล้ว +8

    আপোনাৰ ১০জনৰ ভিতৰত থকা ২জনৰ মই এজন 😌🌿💚

  • @tulikahazarika3968
    @tulikahazarika3968 2 ปีที่แล้ว +680

    দায়িত্ব আমাৰ কোনবোৰ গানক আচলতে আমি জনপ্ৰিয় কৰিব পাৰো। This song deserves much more reach ...No doubt Tarali ba "Nightingale of Northeast"

    • @zugalmy
      @zugalmy 2 ปีที่แล้ว +16

      আমাৰ অসম মুলুকত Taxi wala , Auto wala শুনি ভাল পোৱা মানুহৰ সংখ্যাহে বেছি।

    • @gitarthadutta3978
      @gitarthadutta3978 2 ปีที่แล้ว +1

      Mod khai nosabur

    • @onupamrajkhowa
      @onupamrajkhowa 2 ปีที่แล้ว +7

      Texi Wala , buka buka , disco ভন্টি শুনা লোক সকলে কি বুজি পাব

    • @anupomsonowal5680
      @anupomsonowal5680 2 ปีที่แล้ว

      Zublee nightingale of NE

    • @jaanboruah8680
      @jaanboruah8680 2 ปีที่แล้ว +1

      অন্তৰ চুই যোৱা সুন্দৰ গীত । ইমান ধুনীয়া সংগীত ব্যৱস্থাপনা, গীতৰ সুৰ আৰু কথা তৰালী বাৰ দৰদী কন্ঠত প্ৰাণ পাই উঠিছে ।

  • @bhoratdas3882
    @bhoratdas3882 8 หลายเดือนก่อน +7

    তৰালী বাৰ এই গীতটো মই 300 বাৰৰ ওপৰত শুনিছোঁ কিন্তু প্ৰত্যেক বাৰতে কিবা নতুন সোৱাদ পাওঁ, বিশেষকৈ অন্তৰাটো উফ....গোসাঁনী মা নমস্কাৰ ।

  • @bhaskarjdas8199
    @bhaskarjdas8199 ปีที่แล้ว +6

    তৰালী শৰ্মা বাইদেউৰ মা‍ত‍ত সচাঁকৈয়ে এক সুকীয়া গাম্ভীৰ্য্যতা লুকাই আছে......তেখেতৰ গীত যিসকলে প্ৰথম শুনে আজীৱন তেওঁ বাইদেউক পাহৰিব নোৱাৰা অনুৰাগী হৈ পৰে।তেখেতৰ গীত বোৰত যেন আমাৰ জীৱনৰ কিছুমান পাহৰিব নোৱাৰা স্বৰ্ণিল বাস্তৱ ;যেনে দুখ-সুখ,বিৰহ-আন‍ন্দ আদি প্ৰস্ফুটিত হৈ থকা যেন লাগে। তৰালী ma'am আপুনি মহান❤

  • @jitumonidas5501
    @jitumonidas5501 2 ปีที่แล้ว +376

    কি আচৰিত কন্ঠৰ অধিকাৰী আপুনি!! শিয়ঁৰি উঠো ।‌ প্ৰতিবাৰেই।💙💙💙💙💙💙💙💙💙💙💙

  • @raghutamang
    @raghutamang 2 ปีที่แล้ว +182

    আপোনাক দেখিলেই মোৰ হৃদয় শ্রদ্ধাৰে ভৰি পৰে। এগৰাকী আদৰ্শ গায়িকা হিচাপে আপোনি সদায় অসমীয়াৰ মনে প্রাণে জীয়াই থাকিব। এনেদৰে গান গাই যাওক বাইদেউ।

  • @gitimonisonowal7425
    @gitimonisonowal7425 2 ปีที่แล้ว +10

    তোমাৰ গান যেতিয়াই আমাৰ ঘৰত বাজে,তেতিয়াই মোক ঘৰত সকলোৱে চিঞৰি কয়, ঐ তোৰ বাৰ গান বাজিছে। সঁচাকে বা দিনটোত এবাৰ তোমাৰ গান শুনিলে হে চোন মোৰ মনটোৱে শান্তি পায়। যতেই তোমাৰ গান বাজে তাতেই থমকি ৰওঁ,তোমাৰ গানৰ সুৰত সোমাই পৰো।

  • @monikaborah7495
    @monikaborah7495 หลายเดือนก่อน

    এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ❤️❤️❤️❤️❤️❤️I love you torali baaa❤❤❤❤

  • @priyamdas0080
    @priyamdas0080 2 ปีที่แล้ว +169

    অপূৰ্ব 👏🏻
    এয়াহে গান 💖
    অলেখ শুভ কামনা গোসাঁনী মাঁ 🌼🌸🙏🏻
    গীতটিয়ে শ্ৰোতা ৰাইজৰ হৃদয়ত বাস কৰক ❤️❤️
    মোৰ হৃদয় চুই গ'ল । অতি হৃদয় স্পৰ্শী কথা । এয়া সপোনবোৰৰ, হেঁপাহবোৰৰ এক আধৰুৱা পৰিসমাপ্তিৰ বিৰহ গাঠা ।
    সদৌ শেষত, আপোনাৰ মৰমৰ পৰশ পোৱা প্ৰতিটো সৃষ্টি এনেদৰেই যুগমীয়া হওক ❤️❤️❤️

  • @pranabjyotisaikia1084
    @pranabjyotisaikia1084 2 ปีที่แล้ว +331

    তুমি গানৰ প্ৰকৃত প্ৰেমিক তেতিয়া হে যেতিয়া দীপলিনা ৰ গান শুনিবলৈ এৰি তৰালি বাইদেউৰ গান শুনিবলৈ লবা।

    • @bhabitakalita3588
      @bhabitakalita3588 2 ปีที่แล้ว +20

      Yes , আমি জুবিন দা , বিপিন চাউদাঙ দা আৰু তৰালি বা তেওঁলোকৰ গান সমূহত নিজক বিচাৰি পাওঁ.... বৰ্তমানৰ গায়ক বিলাকৰ গান বোৰত আমোদ হে পাওঁ কিন্তু অন্তৰ চুই নাজায়

    • @namitabora964
      @namitabora964 2 ปีที่แล้ว +1

      Right

    • @Rimi....7237
      @Rimi....7237 ปีที่แล้ว

      @@bhabitakalita3588 থিক কথা কৈছা তুমি

    • @Rimi....7237
      @Rimi....7237 ปีที่แล้ว

      সছা কথা

    • @rishmitapurpleuuu6521
      @rishmitapurpleuuu6521 ปีที่แล้ว

      Right

  • @shrutisagar2906
    @shrutisagar2906 ปีที่แล้ว +8

    যিমানবাৰ শুনিছো প্ৰতিবাৰেই আৱেগিক হৈ উঠিছোঁ ।প্ৰতিটো শব্দই যেন বুকুৰ গভীৰতাত শিপাই গৈ উশাহৰ বাট বুলিছে❤️❤️

  • @ashabordoloi7037
    @ashabordoloi7037 2 ปีที่แล้ว +45

    হেঁপাহেৰে ৰৈ থকা এটি সুন্দৰ গীত----
    অভিনন্দন তৰালী বা। তোমাৰ সকলোবোৰ গীতেই মোৰ প্ৰিয়, কিন্তু এইটো কিছু সুকীয়া, ক'বনোৱাৰাকৈয়েই বুকুত সোমাই গ'ল গীতটো -সকলোৰে অনুভূতিবোৰ যেন প্ৰতিটো শব্দই কৈ গৈছে-----
    "বাউলী কিয়যে মোৰ --সময়বোৰ তোমাতেই ৰ'ল
    তুমি অবিহনে নোৱাৰো জীয়াব মই------

    • @anamikaboravlog2863
      @anamikaboravlog2863 ปีที่แล้ว

      Chake bouli kio je mur samoi bor tumatei roi tumi abihone noaru jiabo moi hrt touching line

  • @gojalicreation6669
    @gojalicreation6669 2 ปีที่แล้ว +56

    সঁচা অৰ্থত এইয়া গানৰ মহিমা খুব সুন্দৰ কণ্ঠ.... সকলোৱে share কৰা উচিত.... ধন্যবাদ তৰালী বাইদেউ ইমান ধুনীয়া কণ্ঠ

  • @meditationmusic1739
    @meditationmusic1739 21 วันที่ผ่านมา

    গান বুলি কলে তৰালি বাৰ গানবোৰে অন্তৰ চুই যায় ।

  • @ankursarmah9305
    @ankursarmah9305 ปีที่แล้ว +14

    তৰালি বা ৰ প্ৰতিটো গানেই হৃদয়স্পৰ্শী ❤

  • @kritikahazarika2806
    @kritikahazarika2806 2 ปีที่แล้ว +93

    গীতিৰ শব্দ আৰু সুৰে হৃদয় চুই গ'ল,সচাঁই গীতটি বাৰে বাৰে শুনি থাকিলে আমণি নালাগে,গীতটি এক সুন্দৰ অনুভূতিৰ প্ৰকাশ ঘটিছে।।

  • @purabineogpurabineog5527
    @purabineogpurabineog5527 2 ปีที่แล้ว +14

    হাজাৰ বাৰ শুনিলেও আমনি নলগা এটি শ্ৰুতিমধুৰ গীত, যিমানেই শুনিছোঁ, আকৌ শুনিব লৈ মন গৈ থাকে,আপোনাৰ কণ্ঠত আচৰিত শক্তি আছে, বা আগলৈও এনেদৰে আমাক আপোনাৰ গানবোৰ উপহাৰ দি যাব বুলি আশা কৰিলোঁ...শুভেচ্ছা আৰু শুভকামনা থাকিল আগন্তুক প্ৰতিটো গানৰ লৈ।

  • @manasrimoumun8432
    @manasrimoumun8432 2 ปีที่แล้ว +8

    শুনিয়েই থাকোঁ,শুনিয়েই থাকোঁ...তৰালী বা সদায়েই অনন্য, চিৰসেউজ 🍃💚

  • @himandas6809
    @himandas6809 หลายเดือนก่อน

    tarali baa agr pray fev..... ❤❤ 8:22 mr soku pani ulai goise, heart touching baa❤❤

  • @BanditaKalita
    @BanditaKalita 2 ปีที่แล้ว +30

    I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.

  • @hemantapathak6776
    @hemantapathak6776 ปีที่แล้ว +3

    গীতটো শুনি হঠাতে দুধাৰি বৈ আহিল। কিয় নাজানো।বহুত ভাল লাগিল তৰালী বা।🙏🙏

  • @FactbyRanjan
    @FactbyRanjan 9 หลายเดือนก่อน +3

    Lyrics in Assamese:
    মাতিলেই নামি অহা জোনাক সিঁচি দিওঁ গুপুতে মই তোমাক যি কথা বতাহে কঢ়িয়াব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱা বিষ ঠেৰেঙা বুকুত হেৰুৱাও দিশ আজি কওঁ শুনা মই আজি কওঁ শুনা তোমাকেই তোমাৰেই কথা মই তোমাতেই তুমি শেষ আকুলতা
    বাউলী কিয় যে মোৰ সময়বোৰ তোমাতে নয় তুমি অবিহনে নোৱাৰো জীয়াব মই ফল্গু দুখৰ মেৰুত বৰষুণ এজাক হৈ কৰাচোন শীতল এই পিয়াসীৰ হৃদয়
    লৈ যাবানে মোক
    লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
    য'ত তুমি মই
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ.

  • @axomiyatumanjit
    @axomiyatumanjit ปีที่แล้ว +1

    Uff . Baa ..
    শুনি থাকিলে শুনি থাকিবলৈ মন যায় । ❤

  • @novellake7527
    @novellake7527 2 ปีที่แล้ว +11

    আপোনাৰ কন্ঠৰ ৰে নিগৰোৱা সকলোবোৰ গানে ইমান মিঠা সচাই অভিনব অপূৰ্ব অময়া আপোনাৰ কন্ঠ ।সচাকৈ ভাল লাগি গল বা সন্ধিয়া ডুবিব খোজা ৰঙা বেলিটিও আজি থমকি ৰল জুৰিটিৰ কুলু কুলু শব্দই আজি লাজতে স্তব্ধ হৈ ৰল প্ৰত্যেক টো গীতেই যেন অনুভৱৰ পৃষ্ঠা বোৰ লুটিয়াই দিয়ে ইমান ৰসাল ইমান আবেগময় চুই যাই হৃদয়ৰ দুৱাৰ দলি আপোনালৈ শুভ কামনা বা

  • @mgogoi7755
    @mgogoi7755 2 ปีที่แล้ว +12

    ক'বলৈ ভাষা নাই। মাথো এষাৰেই ক'ম....ভাল পাওঁ আপোনাক তৰালি বা। বুকুত আছে আপুনি সদায়। বহুত বহুত শ্ৰদ্ধা আৰু মৰম❤️❤️

  • @meghaligogoi3935
    @meghaligogoi3935 2 ปีที่แล้ว +40

    অপূৰ্ব!অনন্য! কিমানদিনৰ পাছত এনে এটা গীত শুনিবলৈ পালো! ধন্যবাদ তৰালীবা!💗💗💗

  • @junakanuragi1223
    @junakanuragi1223 2 ปีที่แล้ว +8

    সদায় প্ৰিয় , মোৰ শেষ উশাহলৈকে কামনা কৰিম আপোনাৰ গীত যেন শুনি থাকিবলৈ পাওঁ,,,
    অদৃশ্যজনৰ ওচৰত আপোনাৰ কুশল কামনা চিৰদিন আছে আৰু আজীৱন থাকিব,, এটাই দূৰ্বাৰ হেঁপাহ আৰু শেষ আশা আছে মাথো এটি বাৰ আপোনাৰ চৰণ চুবলৈ পোৱাটো....
    বহুত বহুত চেনেহ শ্ৰদ্ধা জনালোঁ....

  • @HarmonyVerseCreations
    @HarmonyVerseCreations 2 ปีที่แล้ว +9

    হৃদয়স্পৰ্শী৷ কথাখিনি,ষ্ট'ৰীলাইনটোৱে কৰবাত বুকুখন খুন্দিয়াই থৈ গ'ল৷ বুবু দায়ে এটা গান লৈ আপোনাৰ ওচৰলৈ লৈ গৈছিল৷ কিবা কিবি কাৰণত ৰৈ গ'ল… বুবু দা আতৰি যোৱা একবছৰেই হ'ল৷ আজি আকৌ চকুপানী ওলাই গ'ল গানটো শুনি- দেখি৷
    "গানটো কৰিম তৰালী বা"

    • @novellake7527
      @novellake7527 2 ปีที่แล้ว +1

      দাদা আপোনাৰ লিখনি বোৰ ভাল লাগে

    • @HarmonyVerseCreations
      @HarmonyVerseCreations 2 ปีที่แล้ว +1

      @@novellake7527 মোকে কৈছা নে?

    • @novellake7527
      @novellake7527 2 ปีที่แล้ว +1

      @@HarmonyVerseCreations অ দাদা আপোনাকে কৈছো ভাল লাগে আপোনাৰ লিখনি বোৰ সুব সাবলীল ভাবে মন গহনৰ ভাব বোৰ প্ৰকাশ কৰি লিখে

    • @HarmonyVerseCreations
      @HarmonyVerseCreations 2 ปีที่แล้ว

      @@novellake7527 ধন্যবাদ জনালোঁ৷

    • @novellake7527
      @novellake7527 2 ปีที่แล้ว +1

      @@HarmonyVerseCreations আপোনাক চেঁচা কুঁৱলীৰ পৰেশেৰে আদৰনি জনাইছোঁ

  • @user-wj4kr2eo1y
    @user-wj4kr2eo1y 2 ปีที่แล้ว +31

    বৰ্ষশ্ৰেষ্ঠ ভিডিঅ বাইদেউ..
    ইমান ভাল লাগিল কনচেপটো ধুনীয়া .
    কন্ঠত সৰস্বতী বিৰাজ কৰি আছে..
    আশা কৰো গীতটো সকলোৱে আকোৱালি লৱ ..
    মোৰ মন চুই গৈছে..
    টিমৰ আটাইলৈ অভিনন্দন ..আগলৈ শুভ কামনা থাকিল বা❤❤❤❤

  • @letstour1525
    @letstour1525 หลายเดือนก่อน +1

    Best lyrics best music best voice .. overall a perfect heart touching song i have ever listened.. Tarali baa.. love you and god bless you..❤❤❤❤❤❤

  • @madhurikonwar4412
    @madhurikonwar4412 2 ปีที่แล้ว +3

    বহুবোৰ গান শুনি থাকিলেও কিন্তু নিৰ্দিষ্ট একোটা গানে আমাৰ বুকুত জোৱাৰ তুলি যায়.. গাৰ নোম শিয়ৰি আহে..বাইদেউ আপোনাৰ মাত আৰু গান শুনিলে সচাঁকৈ কি সোৱাদ লাগে.. ইমান মিঠা❤

  • @jyotishmoibora3666
    @jyotishmoibora3666 2 ปีที่แล้ว +3

    Mridupawan Dak dekhi val lagil. Xopun puron hobo❤️ hboi lagibo❤️

  • @pranjitpathak3446
    @pranjitpathak3446 2 ปีที่แล้ว +3

    গীতটি দিনত এবাৰমান নুশুনিলেচোন ভালেই নালাগে , প্ৰতিটো গীতেই হৃদয়স্পৰ্শী ❤❤

  • @GaneshBorah-fv5gy
    @GaneshBorah-fv5gy 5 หลายเดือนก่อน

    বা,আপোনাৰ কথা,সুৰ, আপোনাৰ মাত ইমান এই মিঠা জিমান সুনিলেওঁ আমনি নালাগে❤❤❤❤লভ ইউ বা❣️

  • @biswajitborah1763
    @biswajitborah1763 2 หลายเดือนก่อน +1

    উফফ যেতিয়াই গানটো শুনো মনটো ভৰি যায়।

  • @jhankaraxom350
    @jhankaraxom350 2 ปีที่แล้ว +7

    বা আপোনাৰ মাত আৰু ব্যক্তিত্ব ই মোৰ বাবে সৰুৰে পৰা আজিলৈ অনুপ্ৰেৰণা হৈ আহিছে,তাৰোপৰি মোৰ মায়ে সদায় আপোনাৰ গান শুনি আপোনাৰ পৰা সদায় কিবা হলেও নতুন নতুন কথা শিকিবলৈ কয়,আৰু আপোনাৰ দৰে হবলৈ কয়...আৰু সঁচাকৈ আপোনাৰ মাত ত এনে এক আবেগ আছে যিয়ে সদায় মোৰ অন্তৰ স্পৰ্শ কৰে...!যি নহওঁক আপোনাক মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোঁতেই গীতৰ এক অনুষ্ঠানত লগ পোৱা,আপুনি গোৱা অনুষ্ঠানত মই ও গীত গাবলৈ গৈছিলো(ঠাই - চেচা(হাজো) ,সেই আপোনাৰ লগত তোলা ফটো খন এতিয়াও মোৰ দ্ৰৱিং ৰোমৰ আলমিৰাত সযতনে ৰাখিছোঁ।এতিয়া বাৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা(২০২১) স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ।
    শেষত আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো,আগলৈ বহুত ভাল ভাল কাম কৰি যাওক,শুভেচ্ছা💐💐
    #Taralisharma ❤️❤️❤️

  • @theeasternworld
    @theeasternworld 2 ปีที่แล้ว +110

    *শব্দ আৰু সুৰৰ মায়াজাল, অপূৰ্ব সংগীত* ❤🙏

  • @rekibahmed2778
    @rekibahmed2778 ปีที่แล้ว +2

    দিনটোৰ ব্যস্ততাৰ পিছত আপোনাৰ গান এটি নুশুনিলে কিবা আধৰুৱা আধৰুৱা লগা হৈছে তৰালী বা ,,,

  • @rahulaminkhan8604
    @rahulaminkhan8604 2 ปีที่แล้ว

    Kandi disu aponar geet r concept and voice t Torali Mem. Really its a heart touching song.

  • @abhinandahatiboruah8320
    @abhinandahatiboruah8320 2 ปีที่แล้ว +31

    বহুত দিনৰ মূৰত এটি হৃদয় স্পৰ্শী গান শুনিলো... ভাল লাগিল । এনেদৰেই যাতে আপুনি সুন্দৰ গীতবোৰ উপহাৰ দিয়ে তাকে কামনা কৰিলো ।

    • @Vlog-dr9wy
      @Vlog-dr9wy 2 ปีที่แล้ว

      Bht val lgil dai Baa.. Xundar. Najanu kio gan to mor babe bht priya hoi....

  • @nabuttomsharma2326
    @nabuttomsharma2326 2 ปีที่แล้ว +3

    এইয়া কেনে দস্তৰ আপোনাৰ
    গান ও গান ....
    হৃদয় ও চুব...
    এটা মনপৰশা কাহিনী ও ক'ব!
    ❤️❤️

  • @urmilasharma5588
    @urmilasharma5588 4 หลายเดือนก่อน

    😢it such a heart touching..
    Apunar gaan bur buku khundiyai jai....bor bhal lagie

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA 2 ปีที่แล้ว +2

    ইমানেই ধুনীয়া লাগিল, স‌ঁচা তৰালীবা আপোনাৰ কণ্ঠ সুকীয়া, একেদৰে গীতৰ সুৰ, কথা সকলোবিলাক সুকীয়া, মন চুই যোৱা।❤️❤️❤️❤️

  • @nabajyotichetiaofficial5636
    @nabajyotichetiaofficial5636 2 ปีที่แล้ว +15

    মৌ মিঠা মাত, মন পৰশা গীত হ্নদয় স্পশী কাহিনী তিলোতমাৰ আবিৰ্ভাৱ

  • @pranjalkumarmahanta6740
    @pranjalkumarmahanta6740 2 ปีที่แล้ว +48

    ।। অনন্য ৰচনা।। অনবদ্য সংগীত।। সুৰ-কণ্ঠৰ অপূৰ্ব চয়ন।। চেল্যুট।।

  • @sukumardutta9260
    @sukumardutta9260 4 หลายเดือนก่อน

    Torali Sarma is best singer who is initially an enquiry of understanding about this song then begins to singing the song which clarifying all bringing to the very heart of existence of music culture

  • @educationtechnology3575
    @educationtechnology3575 ปีที่แล้ว +1

    I love this song
    .. Torali baideo gaan mur hodai priyo.. My study life ai song bur huni huni pohu aponak log pyar akha katiya pura

  • @bhrigudas246
    @bhrigudas246 2 ปีที่แล้ว +6

    এইবোৰ গানে অন্তৰ চুই যায়, দেহত কম্পন ৰ সৃষ্টি কৰে। ❤❤❤❤❤❤my favourite Tarali Baa🥰🥰🥰

  • @parishmitabordoloi9720
    @parishmitabordoloi9720 2 ปีที่แล้ว +5

    উফ্! কান্দি দিলো অ’৷ কি হৃদয় চুই যোৱা গান!তৰালী বা just Hats off👍

  • @user-cu5td3dz2f
    @user-cu5td3dz2f 2 ปีที่แล้ว

    ইমান ধুনীয়া ❤️❤️❤️❤️ ধন্যবাদ Poraaaaaaগ ইমান ধুনীয়া গানটোৰ লগত চিনাকী কৰাই দিলা❤️।
    কিমান বাৰ শুনিলো আমনি লগা নাই , কেতিয়াও নালাগিব। from today this is my morning song❤️

  • @MANASHDANCECREATION
    @MANASHDANCECREATION 9 หลายเดือนก่อน

    মোৰ ভাষা নাই অ,,,❤ চকুৰ লুটক খিনি বৈ আহিল,হয়তো সেইয়া মইও নাজানো সুখৰ নে দুখ,,মুঠতে ভাল লাগিল

  • @chirojyotipamegam4606
    @chirojyotipamegam4606 2 ปีที่แล้ว +10

    মোৰ প্ৰিয় ব্যক্তিৰ Caller Tune ❤❤
    বহুত ভাল পাওঁ এই গীতটিক

  • @robinchetia
    @robinchetia 2 ปีที่แล้ว +6

    হৃদয়ত চুই গল অ তৰালী বা 🔥🔥🔥💖💖💖💖💖💖💖🥀🥀🥀🥀🥀

  • @alismitachakraborty1116
    @alismitachakraborty1116 ปีที่แล้ว

    বা good morning.. ৰাতিপুৱাই উঠি আপোনাক search কৰি এই গানটো শুনিলো। দিনটো নিশ্চয় শান্তিত পাৰ কৰিম... এফালে কামৰ বোজা দিনটোৰ কাৰণে কিন্তু ৰাতিপুৱাৰ এনেকুৱা গান বোৰে মনটো শান্তিত জুৰ পেলায়।❤

  • @pallabitanti2971
    @pallabitanti2971 ปีที่แล้ว +2

    বহুত সৰুৰ পৰা আপোনাৰ গান শুনি আহিছো, আজিও একেই মিঠা অনুভৱবোৰ পাও। আপুনি বৰ আদৰ্শৰ ।❤ ইন্ষ্টাৰ ৰিল্ছৰ সলনি আপোনাৰ গানে এক মানসিক শান্তি দিয়ে। 😊😊

  • @nikhitagogoi7651
    @nikhitagogoi7651 2 ปีที่แล้ว +3

    তৰালী বাইদেউ ‌💙 মাতটোৰ প্ৰেমত বাৰে বাৰে পৰো কিন্তু আজি আপোনাৰ অভিনয়ৰ প্ৰেমতো পৰিছো বিশেষকৈ জোনাকৰ অভিনয় বৰ সুন্দৰ হৈছে। গোটেই দলটিয়ে বৰ নিখুঁতভাবে অভিনয় ৰূপায়ণ কৰিছে আৰু কেমেৰাৰ আঁৰৰ মানুহখিনিলৈ সহস্ৰ প্ৰণাম ইমান নিখুঁতভাবে আৰু সুন্দৰভাৱে প্ৰতিটো চৰিত্ৰত প্ৰাণ দিয়াৰ বাবে।
    তৰালী বাইদেউ ক এবাৰ লগ কৰিবলৈ খুউব মন আছে, অফুৰন্ত মৰম, শ্ৰদ্ধা শিৱসাগৰৰ পৰা❤️

  • @jharnasaikia2994
    @jharnasaikia2994 2 ปีที่แล้ว +67

    আগতে আপোনাৰ গান শুনিছিলো , tv ত কথা কোৱা দেখিছিলো কালি কটন উনিভাৰ্চিটি ত আপোনাক সন্মুখত পাই আপোনাৰ কথা শুনি বৰ ভাল পালো ,ভালে থাকক বা

    • @hillolbezbaruah8056
      @hillolbezbaruah8056 2 ปีที่แล้ว +2

      হয় বা আপুনি সদায় জিলিকি থাকক।

    • @indianentertain5376
      @indianentertain5376 2 ปีที่แล้ว +1

      toraki baa r gan val lge. nija gaan buli nhy okl

  • @pritamrajbongshi7409
    @pritamrajbongshi7409 2 ปีที่แล้ว

    All time fvbrt female singer tarali sarma baa apunar gan hunile antar sui jai apuna imn huwala kantha😍😍

  • @junakboruah1027
    @junakboruah1027 5 หลายเดือนก่อน

    আপোনাৰ গান বোৰ মোৰ শুবেই ভাল লাগে আপোনাৰ গান বোৰৰ কাৰণে ৰৈ থাকিব লগীয়া হয় ❤❤❤❤মই মৰিগাঁও পৰা মৰম জাচিলো আপোনাক...কিন2 মোৰ নাম2 জোনাক সেই কাৰণে বেছি ভাল লাগি গল গান2 ❤❤❤

  • @jyotirmoy4157
    @jyotirmoy4157 2 ปีที่แล้ว +6

    Best female singer of Assam😍😍😍🙏🙏

  • @kalyandutta7597
    @kalyandutta7597 2 ปีที่แล้ว +7

    শিয়ঁৰী উথিছো... জীৱনৰ গান❤❤❤

  • @gpg5372
    @gpg5372 2 ปีที่แล้ว

    Apunr geety jiai thokar prerona diye oo tarali baa....you are ultimate

  • @digantavlogs4136
    @digantavlogs4136 ปีที่แล้ว

    Tarali Baa Apunar gan bilak suni thakile suni thakiboi mn Jai... Apuni mur favourite singer hoi....

  • @minchen0732
    @minchen0732 2 ปีที่แล้ว +5

    আপোনাৰ কণ্ঠত মুগ্ধ হৈ যাও , আপোনাৰ সঙ্গীতৰ মধুৰ সুৰত 😊। আপোনাৰ নতুন নতুন সঙ্গীতৰ বাবে সদায় অপেক্ষাত থাকিম 😇

  • @bitopis4308
    @bitopis4308 2 ปีที่แล้ว +7

    চকু পানী ৰখাব নোৱাৰিলোঁ, কি সুন্দৰ গীত, প্ৰতিটো শব্দ, প্ৰতিটো অনুভৱ, হৃদয় চুই গৈছে,

  • @skdancestudio6472
    @skdancestudio6472 ปีที่แล้ว

    Mur bohut moromor baa hoi apuni
    Love you.. Baa ......God bless you Baa 🤲☪️🙏🏼🕉️✝️

  • @rathinborahthengal4383
    @rathinborahthengal4383 2 ปีที่แล้ว

    গীতৰ কথা সুৰ সংগীত ইমানে সুন্দৰ ক’বলৈ ভাষা বিচাৰিপোৱা নাই নীৰৱে অনুভৱ কৰিছোঁ য’ত চকুলো বৈ আহে ৷

  • @Monjil.Bokakhat
    @Monjil.Bokakhat 2 ปีที่แล้ว +3

    ভগৱানৰ কৃপা আছে আপোনাৰ মাতত বাইদেউ ❤️ এতিয়া লৈকে একেলগে দহবাৰৰো ওপৰতো শুনিলো❤️

  • @sumanchoudhuryentertainmen4656
    @sumanchoudhuryentertainmen4656 2 ปีที่แล้ว +3

    অপূৰ্ব,, আপোনাৰ কণ্ঠত কি যাদু আছে বা,, প্ৰশংসাৰ ভাষা নাই ,, আৰু যে অভিনয়বোৰ,, ইমান সঁচা সঁচা লাগিছে,, ❣️❣️

  • @deepboro9864
    @deepboro9864 2 ปีที่แล้ว

    It's a really heart touching song ❤❤❤... tarali baa r khokolu bur gaano tei kiba eta feelings thake..

  • @kabya2002
    @kabya2002 2 ปีที่แล้ว

    বহুত ভাল লাগিলে বা.... হৃদয় চুই গ'ল .....💚💚💚💚💚💚💚

  • @rajashrinath2562
    @rajashrinath2562 2 ปีที่แล้ว +6

    সচাঁকে এটা অতি হৃদয়স্পর্শী গান। নিজৰ চকুপানী খিনিক বাধা দিব নোৱাৰিলো। বহুত মৰম বা আপোনালৈ❤❤

  • @BidyutJyotii
    @BidyutJyotii 2 ปีที่แล้ว +4

    "ঠেৰেঙা বুকুত হেৰুৱা অতীত"🌻
    ভাষা নাই:)🥺❤

  • @jyotiprasadboriee7169
    @jyotiprasadboriee7169 ปีที่แล้ว +1

    গানৰ প্ৰতি মোৰ সামান্য জ্ঞানো নাই। কিন্তু আপোনাৰ এনেবোৰ গানে এক সুকীয়া ঠাই লয়।। ধন্যবাদ এনে ধুনীয়ায়া, সুৰীয়া, মন চুই যোৱা সৃষ্টিৰ বাবে।। আগলৈ আৰু এনে সৃষ্টি আপোনাৰ পৰা পাম বুলি আশা ৰাখিলোঁ

  • @kapilsekhar7338
    @kapilsekhar7338 2 ปีที่แล้ว +1

    Xobdo bihin.... Kolija sui jua geet.... Tarali sharma is tarali sharma...... U r great forever

  • @BanditaBRAssam
    @BanditaBRAssam 2 ปีที่แล้ว +5

    উফ! কি কম ইমান সুন্দৰ! বা আপোনাৰ কণ্ঠৰ সদায় প্ৰেমত পৰো। এইবাৰ যেন অলপ বেছিকৈয়ে পৰিলো। ❤️🔥

  • @pankajdutta9809
    @pankajdutta9809 2 ปีที่แล้ว +4

    ইমান ধুনীয়াকৈ কাহিনী টো সংযোজন হৈছে গানৰ লগত ,,, সঁচাই ❤️🙏🏿❤️

  • @indianboykaran4169
    @indianboykaran4169 4 หลายเดือนก่อน

    Tks torali ba aponak ey onbodya opharti babe...

  • @jitendeuri441
    @jitendeuri441 ปีที่แล้ว +1

    Tarali bar gaanbure kiba ajan deholoi loi jai ..love u baa

  • @RitrishaSarmah
    @RitrishaSarmah 2 ปีที่แล้ว +3

    হেৰাই গ'লো আপোনাৰ সুৰৰ আৰু কণ্ঠৰ মায়াজালত..আকৌ এবাৰ... তৰালি বা... I love you ❤️❤️❤️❤️❤️❤️❤️❤️

  • @kanthadas8039
    @kanthadas8039 ปีที่แล้ว +1

    দিনটো কামৰ ব্যস্ততাৰ মাজত
    ৰাতি ঘৰত আহি তোমাৰ গীত শুনি মন ভৰি যায় ।

  • @bornalisonowalgogoi9672
    @bornalisonowalgogoi9672 2 ปีที่แล้ว

    হয় দেই 🙏 কিছুমান মানুহৰ জীৱনত দুখ আছে। শান্তি নাই 🙏

  • @BestOfHiranyaLay
    @BestOfHiranyaLay 2 ปีที่แล้ว +17

    তৰালী শৰ্মাক ভালপাওঁ৷ ঢৌত উটি যোৱাবিধৰ নহয় তৰালী শৰ্মা৷ কৰি যাওক এনেকৈয়ে কামবোৰ৷ শুভ ইচ্ছা বা৷

  • @santonuborpatra8557
    @santonuborpatra8557 2 ปีที่แล้ว +13

    I literally cried. 😭😭❤️
    Lyrics , composition & the concept was amazing...🙂

  • @niranjangogoi5330
    @niranjangogoi5330 2 ปีที่แล้ว

    তৰালি বা.... কি সুন্দৰ হৈছে, গীতটো। বহুত দিন আপোনাৰ গান ওলোৱা নাছিল যে? আপোনাৰ গান বহুত ভাল লাগে শুনি... নিয়মীয়াকৈ গান বোৰ গাব চোন... এই গীতটো কিমান বাৰ যে শুনিছোঁ, হেঁপাহ পলুৱাই নাই শুনি

  • @bhabitakalita3588
    @bhabitakalita3588 2 ปีที่แล้ว

    চকুপানী ওলাই গ'ল বা। কি সুন্দৰ অভিনয় ধৰিব‌ই নোৱাৰি এইটো যে কেৱল অভিনয় একেবাৰে real যেন আৰু। আবেগিক হৈ গৈছো গানটোৰ অৰ্থবোৰৰ বাবে....

  • @lachithazarika1142
    @lachithazarika1142 2 ปีที่แล้ว +5

    কি আচৰিত কণ্ঠ !!! সুন্দৰ শব্দ আৰু কণ্ঠৰ সমাহাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে গীতটোক।

  • @junmonigohain16
    @junmonigohain16 2 ปีที่แล้ว +21

    এটি মনপৰশা গীত আৰু হৃদয় উথলি উঠা প্ৰতিচ্ছবি।তৰালি শৰ্মা আপোনালৈ বহুত বহুত শুভেচ্ছা যাচিলো। আগলৈও সুন্দৰ গীত শুনাৰ আশা পুহি ৰাখিছোঁ।

  • @pragyasaikia5261
    @pragyasaikia5261 2 ปีที่แล้ว +1

    💚💜💖👌👌👌 অপূৰ্ব অনন্য অনন্য বা। কিমানবাৰ যে শুনিছোঁ.... তথাপি হেঁপাহ নপলাই। গীতৰ শব্দ, কণ্ঠ, পৰিকল্পনা, পৰিচালনা সকলো অপূৰ্ব 💖👌👌। সহস্ৰ প্ৰণাম তথা সকলোলৈ গভীৰ অভিনন্দন জনালোঁ।।

  • @nilamdadbora8480
    @nilamdadbora8480 2 ปีที่แล้ว +2

    ক'বলৈ ভাষা নাই বাইদেউ। কান্দি দিলো। কি আচৰিত কণ্ঠ,শব্দ আৰু ভিডিঅ'।
    মন চুই গ'ল❤️❤️❤️❤️

  • @karabidas7261
    @karabidas7261 2 ปีที่แล้ว +16

    আস্... মন ভৰি গ'ল ❤ what a lyrics ! what a voice ma'am ! what a concept...❤

    • @jahnobi8693
      @jahnobi8693 2 ปีที่แล้ว

      O karabi ba...gaantu bohut val lagil noh❤️❤️

  • @samirandeka2501
    @samirandeka2501 2 ปีที่แล้ว +12

    উফ .. এনেকুৱা composition মাথো তৰালী বায়েহে কৰিব পাৰে ...!!
    video টিৰ কিছুমান দৃশ্যই চকু সেমেকালে... 4:28
    জোনাকে হয়টো মধ্যবিত্ত পৰিয়ালৰ প্ৰতিজন শিল্পীকেই প্ৰতিনিধিত্ব কৰিছে .... !
    গীতটিৰ লগত জড়িত প্ৰতিজন শিল্পীলৈ অযুত মৰম যাচিলো 💙

  • @jayshreesenapatidutta4927
    @jayshreesenapatidutta4927 2 ปีที่แล้ว

    অতুলনীয় ... হৃদয় ভেদি যোৱা এটি গীত

  • @mintudas2339
    @mintudas2339 ปีที่แล้ว

    বা আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️🙏❤️🙏❤️🙏 সুন্দৰ কথা সুন্দৰ concept লগতে আপোনাৰ voice ❤️

  • @lagansarania9283
    @lagansarania9283 2 ปีที่แล้ว +3

    গানৰ কথা ‌আৰু সুৰ‌ খোবে সুন্দৰ ❤️ হৃদয় চুই গৈছে🥰আপোনালৈ অলেখ ধন্যবাদ 🙏অসমীয়া সংগীত‌ জগতলৈ ‌ইমান সুন্দৰ সুন্দৰ গান আগবঢ়োৱা ‌বাৱে❤️

  • @nmjvlog
    @nmjvlog 2 ปีที่แล้ว +3

    হৃদয় উতলি উঠিছে ভাত উতলা দি। ❤️ আগন্তুক দিনত এনে মন পৰশা গীত পাম বুলি আশা ৰাখিলোঁ।