১১ দিনৰ হনুমান সংকল্প মই কিদৰে ল'লো আৰু কিদৰে প্ৰমান লগে লগে পালো।আজি শনিবাৰে আগবঢ়ালো আপোনালোকলৈ🙏🙏🙏

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ธ.ค. 2024

ความคิดเห็น • 609

  • @francissaikia8048
    @francissaikia8048 29 วันที่ผ่านมา +23

    মই কেতিয়াও ভগৱান বিশ্বাস কৰা নাছিলোঁ প্ৰাৰ্থনা কৰাটো দূৰৰে কথা, আজি চাৰি মাহ মানৰ আগত আমাৰ জীৱনত এটা ঘটনা ঘটি গ'ল তাৰ পিছৰ পৰা মই হনুমান ভক্ত হৈ গলো, ঘটনাটো এনে ধৰণৰ- তেতিয়া মোৰ ছোৱালী জনীৰ বয়স তিনি বছৰ, এদিন তাই বায়েকৰ (বৰদেউতাকৰ ছোৱালী) লগত খেলি থাকোতে হঠাৎ দৰ্জায়ে চেপি তাইৰ বাওঁ হাতৰ কেঞা আঙুলিটো সম্পূৰ্ণ ৰূপে কাটি দিলে, আমি লগালগ হস্পিতাল নিলোঁ, তাত ডাক্তৰে চাই ক'লে যে আঙুলিটো সম্পূৰ্ণ ৰূপে কাট খাই গৈছে এইটো আৰু লগ নহয় এইটোৰ আৰু একো উপায় নাই। আমি চিলাই দিবলৈ বহুত ৰিকুৱেষ্ট কৰিলোঁ কিন্তু কেইবাজনো ডাক্তৰ আহি আলোচনা কৰি আকৌ মোক মাতি নি একেটা কথাই ক'লে, কাৰণ তাইৰ আঙুলিটো ইতিমধ্যে তলৰ অংশৰ লগত তেজ চলাচল নোহোৱাৰ বাবে একেবাৰে ক'লা পৰি গৈছে, ডাক্তৰে আঙুলিটো কাটি পেলাব কৈছে, আমি কাটিবলৈ দিওঁ কেনেকৈ.. পিছত যি হয় হ'ব বুলি কৈ পুনৰ ডাক্তৰক চিলাই দিবলৈ অনুৰোধ কৰিলোঁ, শেষত ডাক্তৰে একো ৰিক্স নলও বুলি কৈ আৰু মোৰ পৰা এখন লিখা লৈ চিলাই দিলে আৰু তিনি দিনৰ পিছত আকৌ মাতিলে, তিনি দিনৰ পিছত আমি গ'লো.. কিন্তু সেইদিনাও ডাক্তৰে একো লাভ নহব বুলি কৈ আকৌ এসপ্তাহৰ পিছত মাটি পঠিয়ালে, এসপ্তাহৰ পিছত আকৌ গ'লো, সেইদিনা চিলাই কাটি ডাক্তৰে আকৌ একো আশা নকৰিবলৈ ক'লে আৰু আঙুলিটো কাটি পেলাব লাগিব বুলি ক'লে, তেতিয়া আমি মাকে ময়ে ইজনে সিজনৰ মুখলৈ চাব নোৱাৰা অৱস্থা.. দুখে বেজাৰে সেইদিনালে তেনেকৈয়ে ঘূৰি আহিলোঁ, ঘৰত আহি মাকে মোক এটা কথা বাৰে বাৰে কবলৈ ধৰিলে যে আপুনি হনুমান ছালিছা পঢ়িবলৈ আৰম্ভ কৰক কাৰণ ডাক্তৰে যেতিয়া আঙুলিটো কাটি পালে লাগিব বুলি কৈছে এতিয়া আৰু ভগৱানে সহায় নকৰিলে একো উপায় নাই। মই হ'লো ঈশ্বৰ বিশ্বাস নকৰা মানুহ মই কিয় হনুমান ছালিছা পাঠ কৰিম! শেষত মাকৰ হাজাৰ অনুৰোধত অনিচ্ছা স্বত্তেও এসপ্তাহৰ কাৰণে হনুমান ছালিছা পাঠ কৰিবলৈ ললোঁ, হনুমান ছালিছা কেনেকৈ পাঠ কৰে কি নীতি নিয়ম একো নজনাকৈয়ে পাঠ আৰম্ভ কৰিলোঁ, আৰু সেইদিনাৰ পৰা মোৰ তিনি বছৰীয়া ছোৱালীজনীয়ে নিজে নিজে গোঁসাই ঘৰত সোমাই "হে ভগৱান মোৰ আঙুলিটো ভাল কৰি দিয়া" বুলি প্রার্থনা কৰিবলৈ ললে, আৰু কোনোবাই আঙুলিটো চাওঁ বুলি কলেও তাইৰ আঙুলিটো ভগৱানে ভাল কৰি দিব বুলি কয়। ভগৱানৰ লীলা চাওক... পাঠ কৰাৰ সাত নম্বৰৰ দিনা ৰাতিপুৱা তিনি বজাত ছোৱালীজনী সাৰ পাই মাকক তাইৰ আঙুলিটো বান্ধি থোৱা কাপোৰ খন খোল খাই গ'ল বুলি ক'লে, আমি জাপ মাৰি উঠি আঙুলিটো কি হৈছে চাবলৈ লাইট জ্বলালো। আপুনি বিশ্বাস কৰিবনে নাই নাজানো তাইৰ আঙুলিটো দেখি মোৰ মুখৰ পৰা এটা কথাই ওলাই আহিল... *চমৎকাৰ*.. সঁচাই আঙুলিটো দেখি আমি অবাক.. আঙুলিটো সম্পূৰ্ণ ভাল হয় গ'ল, অকল ভাল হোৱাই নহয় একো চিন নোহোৱাকৈ ভাল হৈ গ'ল। সঁচাই আমাৰ জীৱনত ইমান এটা চমৎকাৰ হৈ গ'ল যিটো আমি কল্পনাও কৰিব পৰা নাছিলোঁ। আৰু সেইদিনাৰ পৰা মই হনুমান বাবাৰ এজন ভক্ত।

    • @Mainusvlog78
      @Mainusvlog78  29 วันที่ผ่านมา

      জয় শ্ৰী ৰাম 🙏🙏🙏

    • @udtalekidunia
      @udtalekidunia 22 วันที่ผ่านมา

      জয় শ্ৰী ৰাম ❤🙏

    • @girishchandrasharma5023
      @girishchandrasharma5023 15 วันที่ผ่านมา

      জয় শ্ৰী ৰাম জয় বজৰঙ বলী

    • @dadabhai8690
      @dadabhai8690 13 วันที่ผ่านมา

      জয় শ্ৰী ৰাম 🙏🏼🙏🏼🙏🏼

    • @JoshmitaGogoi
      @JoshmitaGogoi 3 วันที่ผ่านมา

      🙏🙏

  • @PriyankaDevi-k3m
    @PriyankaDevi-k3m หลายเดือนก่อน +31

    Hanuman jie apunar swuali jonik khunkale khustho kori dibo baideu teur uporot bisakh rakhok.. Jay shree ram jay shree hanuman..

    • @simiborah3559
      @simiborah3559 หลายเดือนก่อน +4

      Jai shree Ram

  • @NitumaniChoudhury-zr7ge
    @NitumaniChoudhury-zr7ge หลายเดือนก่อน +18

    এয়া বজৰংবলী বাবাৰ চমৎকাৰ |মই বহুত বিস্বাস কৰো বাবাক 🙏জয় শ্রী ৰাম, জয় হনুমান |আপোনাৰ ছোৱালী জনী অতি সোনকালে সুস্থ হৈ উঠিব |

    • @Mainusvlog78
      @Mainusvlog78  27 วันที่ผ่านมา

      @@NitumaniChoudhury-zr7ge ধন্যবাদ জনালো❤️❤️❤️

  • @minitatalukdar1837
    @minitatalukdar1837 หลายเดือนก่อน +5

    হনুমান জীৰ আৰু শিৱবাবাৰ কৃপা দৃষ্টি আছে । মই ৰাতিপুৱা ব্ৰহ্ম মূহুৰ্তত হনুমান চালিচা আৰু আপদ উদ্ধাৰ পাঠ কৰো । আৰু এশ আঠবাৰকৈ জপ কৰো ওম হোম হনুমনতয়ে নম আৰু ওম শিৱায়ে নম । আৰু মই তেওঁলোকৰ কৃপা দৃষ্টি তে চলি আছো আৰু চলি যাম

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      হয় আপুনি ঠিকেই কৈছে।অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️

  • @swarnalataboruah8368
    @swarnalataboruah8368 หลายเดือนก่อน +13

    মই ও হনুমান ভক্ত আৰু প্ৰভূক বহুত বিশ্বাস কৰো জয় শ্ৰীৰাম জয় হনুমান কৃপা কৰিবা প্ৰভূ 🙏🙏🙏

  • @MalakshiGogoi
    @MalakshiGogoi 25 วันที่ผ่านมา +1

    ইমান সুন্দৰ কৈ বুজাই দিছে বহুত ভাল লাগিল জয় শ্ৰী ৰাম জয় হনুমান জী

    • @Mainusvlog78
      @Mainusvlog78  25 วันที่ผ่านมา

      ধন্যবাদ জনালো🙏🙏🙏

  • @dipabhuyan3684
    @dipabhuyan3684 หลายเดือนก่อน +4

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিলে ম ই সদাই পাঠ কৰো সঙ্কলপ লব পৰা নাই আপোনাক বহুত বহুত ধন্যবাদ

  • @ajantabhattacharyya4665
    @ajantabhattacharyya4665 15 วันที่ผ่านมา

    আপোনী কথাবোৰ খুব সুন্দৰ ভাবে বুজাই দিলে .ধন্যবাদ জয় শ্ৰী ৰাম জয় হনুমান 🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  15 วันที่ผ่านมา

      অশেষ ধন্যবাদ জনালো❤️❤️❤️

  • @himanidevi7887
    @himanidevi7887 หลายเดือนก่อน +2

    আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গ'ল। মই ও হনুমান বাবাৰ ভক্তৰ , গতিকে তেওঁৰ শ্ৰী চনত সেৱা জনাইছো যাতে আপোনাৰ ছোৱালী জনী সোনকালে সুস্থ হৈ উঠে

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️

  • @porandutta9689
    @porandutta9689 20 วันที่ผ่านมา +1

    মই এদিনত ১১১ বাৰ গাইছিলো । সময় ৭ ঘণ্টা লাগিচিল। সেইদিনা ৰাতিলৈ মই ফলাফল পালো। ছবছৰে নোহোৱা চাকৰি চালিচা পঢ়া দিনা ৰাতিলৈ ওলায় গল।জয় বজৰংবলি।

    • @Mainusvlog78
      @Mainusvlog78  20 วันที่ผ่านมา

      🙏🙏🙏🙏

  • @JonaliHazarika-i7g
    @JonaliHazarika-i7g หลายเดือนก่อน

    হনুমান বাৱা ই বহুত সহায় কৰিছে । সংকল্প মতে ম ই সময় মতে পঢ়িব পৰা নাই। কিন্তু ১১বাৰ কৈ ১১দিন পঢ়া হ'ল।
    জয় হনুমান
    জয় হনুমান বাৱা
    জয় শ্ৰী ৰাম
    জয়

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জনালো❤️❤️

  • @kanaktalukdar2847
    @kanaktalukdar2847 15 วันที่ผ่านมา

    বিশ্বাসেই ভগৱান 🙏🙏🙏বৰ ভাল লাগিল ভিডিঅ টো শুনি ।

    • @Mainusvlog78
      @Mainusvlog78  15 วันที่ผ่านมา

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏🙏

  • @TapashreeSarma
    @TapashreeSarma หลายเดือนก่อน +3

    মই ও হনুমান চালিকা পঢ়ো ম ইও বহুত বিশ্বাস কৰো তেওঁ ক ভগৱানে আপোনাক মঙ্গলকৰিব joy shree Ram

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ❤️❤️❤️

  • @dimpichetia3855
    @dimpichetia3855 หลายเดือนก่อน +5

    হনুমান বাবাই আপোনাৰ ছোৱালী জনীক সোনকালেই ভাল কৰিব, মই ও বহুত বিশ্বাস কৰো আৰু তেওঁ আমাৰ লগত সদায় আছে

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো।reply জনোৱা দেৰি হোৱাৰ বাবে দুখিত❤️❤️

  • @himakshidas2691
    @himakshidas2691 3 วันที่ผ่านมา

    All of life comes to me with ease joy and glory.Thank you so much universe Jai bajrangbali 🙏🙏God bless your daughter 🙏

  • @jaminikalita9548
    @jaminikalita9548 5 วันที่ผ่านมา

    ,DHUNIYA. HANUMAN .. ....

  • @namitadoley1375
    @namitadoley1375 หลายเดือนก่อน +3

    জয় শ্ৰী ৰাম জয় শ্ৰী হনুমান ❤❤❤

  • @runjunchoudhury4732
    @runjunchoudhury4732 13 วันที่ผ่านมา

    Bohut val lagil videotu🙏🙏🙏

  • @doleedas2548
    @doleedas2548 18 วันที่ผ่านมา +1

    Hodai Positive thakok aru Pray kori thakok ❤❤Tai hunkale bhal hobo

    • @Mainusvlog78
      @Mainusvlog78  18 วันที่ผ่านมา

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️

  • @nivamonidutta5171
    @nivamonidutta5171 10 วันที่ผ่านมา

    আপোনাৰ কথাটো শুনি বৰ ভাল লাগিল 🙏

    • @Mainusvlog78
      @Mainusvlog78  9 วันที่ผ่านมา

      ধন্যবাদ❤️❤️❤️

  • @LabaKumar-p5p
    @LabaKumar-p5p หลายเดือนก่อน +2

    Bhagwan aase aamar bishwas hobo lage bohut val lagile

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো❤️❤️❤️

  • @GitaKalita-em8xr
    @GitaKalita-em8xr หลายเดือนก่อน +1

    ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ ,👍

  • @Junusaikia23489
    @Junusaikia23489 หลายเดือนก่อน

    বহুত ভাল লাগিল,জয় শ্ৰী ৰাম 🙏🏻 জয় হনুমান 🙏🏻

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো❤️❤️❤️

  • @BikiSonowal-wp4rc
    @BikiSonowal-wp4rc หลายเดือนก่อน +1

    Jai shree Ram... Jai hanuman muk hoohai koorok

  • @runutalukdar3355
    @runutalukdar3355 หลายเดือนก่อน +1

    জাই হনুমান বাবা কৃপা কৰা

  • @ujjaladas4800
    @ujjaladas4800 หลายเดือนก่อน +1

    Mio hanuman babak bhut vl pao mur husband r bemar hoisil atya hanuman babar akhirbad r teo val hoise

  • @beautydutta1999
    @beautydutta1999 29 วันที่ผ่านมา

    জয় শ্ৰীৰাম। হনুমান প্ৰভু কৃপা কৰিবা।

  • @rojeesaikia
    @rojeesaikia 2 วันที่ผ่านมา

    Jai Shree Ram 🙏🙏🙏 Jai Hanuman ji ki jai 🙏🙏🙏

  • @PolakshiImon
    @PolakshiImon หลายเดือนก่อน

    হনুমান জী আৰু শিৱবাবাৰ ওপৰত বিশ্বাস ৰাখক ।মইয়ো বহুত বিশ্বাস কৰো আৰু হনুমান চালিসা পাঠ কৰো মঙ্গলবাৰে আৰু শনিবাৰে । জয় শ্ৰীৰাম, জয় শ্ৰী হনুমান 🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      🙏🙏❤️❤️

  • @mirathakuria8564
    @mirathakuria8564 หลายเดือนก่อน +4

    আপোনাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল ভগৱানৰ কি আচৰিত মাহাত্ম্য ।জয় শ্ৰী ৰাম 🙏🙏🙏

  • @mrinaliKalita-lx2ft
    @mrinaliKalita-lx2ft หลายเดือนก่อน

    শুনি।ভাল লাগিল

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো🙏🙏

  • @RiniThakuria
    @RiniThakuria หลายเดือนก่อน

    Bohot bhal লাগিল

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ❤️❤️

  • @ranimahanta7351
    @ranimahanta7351 หลายเดือนก่อน +1

    ময়ো হনুমান জীৰ এগৰাকী ভক্ত হয়। মই বহুত বিশ্বাস কৰো প্ৰভূ ক 🙏🙏

  • @BhadraChetia-t6i
    @BhadraChetia-t6i หลายเดือนก่อน

    Thank you aibilak kotha janiboloi pai bohut bhal lagil

  • @jayasreepaulbose2900
    @jayasreepaulbose2900 28 วันที่ผ่านมา

    Prthomote aponake behaut vaal lagil... Apunar suwali homourno susto hoi uthibo😊

    • @Mainusvlog78
      @Mainusvlog78  28 วันที่ผ่านมา

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️❤️

  • @SitaSaikia
    @SitaSaikia หลายเดือนก่อน

    সদায় সৎ আৰু ভগৱান ৰ ভক্ত হ'ব লাগিব ।

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      হয়।সেইটো সকলোতকৈ দৰকাৰী

  • @krishnadeka285
    @krishnadeka285 หลายเดือนก่อน

    Vl lgse baideo apuni bht dhunia koi koise nijor jbnr kotha...vgbne sb thik krok apunar❤❤

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏🙏

  • @banidutta6985
    @banidutta6985 หลายเดือนก่อน

    Jai Shree Ram 🙏
    Jai Hanuman 🙏
    Hanuman baba r Kripa hodai
    ase ru thakibo 🙏
    Apunar suwali jni hun kale arogya. houk ,🙏

  • @prasantabhatta3428
    @prasantabhatta3428 หลายเดือนก่อน

    Om nomoh Sivaye Joy Sree Sita Ram Joy Joy Honuman.Path korar video diba. Ami sunim.

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      মোৰ চেনেলটো subscribe কৰি ল'বা নিশ্বয় শুনিব পাৰিবা।

  • @HimangshuChangmai-v7m
    @HimangshuChangmai-v7m หลายเดือนก่อน +2

    Jai sri ram .Jai hunuman .kripa koriba

  • @nandannandanbaruah4472
    @nandannandanbaruah4472 หลายเดือนก่อน

    Jai shree Ram joi Bajrangbali 🙏❤️🙏 Apunar swali joni xunkalei xustho hoi uthok amar bohut siswas ase Honuman babar uprot Jai shree Ram 🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো🙏🙏🙏❤️❤️

  • @jiboncharo9801
    @jiboncharo9801 27 วันที่ผ่านมา

    জয় শ্ৰী ৰাম জয় হনুমান মই হনুমান ভক্ত 🌺🌺🌺🌺🌺🪔🪔🪔🪔🪔

    • @Mainusvlog78
      @Mainusvlog78  27 วันที่ผ่านมา

      ধন্যবাদ জনালো🙏🙏🙏

  • @ddmedhi6714
    @ddmedhi6714 หลายเดือนก่อน

    Moiu bohut bishwash koru. 🙏🙏🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      🙏🙏❤️❤️❤️

  • @Heyguys789
    @Heyguys789 7 วันที่ผ่านมา

    Jai bajrangbali baba moi teok nijor baba manu xdai mor lgt ase teo bisakh ata xdai rakhisu❤

    • @Mainusvlog78
      @Mainusvlog78  6 วันที่ผ่านมา

      🙏🙏🙏ধন্যবাদ জনালো❤️❤️

  • @chandannath2566
    @chandannath2566 หลายเดือนก่อน

    Jai shree Ram Jai Hanuman, kotha khini suni bhal lagil, asha koru Hanuman ji e sakolore mangal haok.❤❤❤❤❤❤❤

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️লগতে মোৰ চেনেলটো subscribe কৰি ল'বলৈ অনুৰোধ জনালো❤️❤️❤️

    • @chandannath2566
      @chandannath2566 หลายเดือนก่อน

      @Mainusvlog78 korisu.

  • @binitahazarika4801
    @binitahazarika4801 หลายเดือนก่อน +1

    জয় শ্রী ৰাম বা বৰ সুন্দৰকৈ বুজাই কলে কথাখিনি বহুত ধন্যবাদ🙏🙏

  • @AmalaMech
    @AmalaMech หลายเดือนก่อน

    Apuna video tou hunie val lagilah baidow 🙏🙏🙏Jay shree Ram

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      জয় শ্ৰীৰাম🙏

  • @dhiraranibhuyan3086
    @dhiraranibhuyan3086 หลายเดือนก่อน

    Joy shree Ram Joy Hanuman. Bojrangboli e kripa korile❤

  • @bulukoch3645
    @bulukoch3645 หลายเดือนก่อน +1

    Vogbane khub hunkale apunar suwalik val koribo । edin path kori hunabo।

  • @rojoniterangpi4160
    @rojoniterangpi4160 หลายเดือนก่อน

    Jai bajirong bali k jai👏👏👏

  • @sumibora4949
    @sumibora4949 หลายเดือนก่อน

    জয় শ্ৰী ৰাম জয় হনুমান জয় বজ্ৰৰংবলী 🙏🙏🙏💐💐💐

  • @relaxmusic9684
    @relaxmusic9684 หลายเดือนก่อน

    জয় বজৰংবলী.... জয় প্ৰভু শ্ৰী ৰাম.... ❤❤❤

  • @gautammech1294
    @gautammech1294 หลายเดือนก่อน +2

    Jai hunuman Jai shree ram

  • @rajkumaritulumoni
    @rajkumaritulumoni หลายเดือนก่อน

    ভাল লাগিল, জয় শ্ৰীৰাম জয় হনুমান। 🙏🙏

  • @EditGOPE
    @EditGOPE หลายเดือนก่อน

    জয় হনুমান ,জয় শ্ৰীৰাম

  • @dxb7985
    @dxb7985 หลายเดือนก่อน

    Jai shree Ram Jai hanuman 🙏🙏🙏🙏🙏 Sakti dia muk 🙏🙏🙏

  • @JanmoniBorah-q8y
    @JanmoniBorah-q8y 25 วันที่ผ่านมา

    Apunar suali Joni hunkale Val hb baideu

    • @Mainusvlog78
      @Mainusvlog78  25 วันที่ผ่านมา

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️❤️

  • @monalishavlgs23
    @monalishavlgs23 หลายเดือนก่อน

    Val lagil🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো❤️❤️

  • @gitalikalita694
    @gitalikalita694 หลายเดือนก่อน +2

    Mor deutar logot o aapunar dore a ghotona ghotisil... Moi o hanuman sankalp rakhisilu... Bohut proman paisu... Jai Sri ram. Jai hanuman

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ❤️❤️

  • @jyotishmaborah3779
    @jyotishmaborah3779 หลายเดือนก่อน +2

    এবাৰ পঢ়ি শুনাবচোন বাইদেউ, মইও শিৱ ভক্ত হয় কিন্তু সকলো দেৱ দেৱীক সেৱা কৰোঁ। আপুনি হনুমান চালিছা পঢ়া ভিদেও এটা দিব।

    • @Mainusvlog78
      @Mainusvlog78  25 วันที่ผ่านมา

      ধন্যবাদ জনালো।মোৰ ভিডিঅ ইতিমধ্যে দিয়া আছে চালিছা পঢ়া চাবাছোন🙏🙏

  • @GeetashreeChoudhury-b4s
    @GeetashreeChoudhury-b4s หลายเดือนก่อน

    ❤ বা আপোনাৰ বহুত ভাল হ'ব jay Shree Ram jay Hanuman ❤

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      🙏🙏❤️❤️

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 หลายเดือนก่อน +1

    Jai Sri Ram 🙏🙏Jai Honumaan 🙏🙏🙏🙏🙏

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 หลายเดือนก่อน

    মই সংকল্প লৈছিলো ৩ দিনৰ বহুত সুন্দর কৈ পাৰ কৰিছিলো। জয় শ্রী ৰাম ❤জয় হনুমান🙏🙏🙏 নিয়ম সকলোৰে বেলেগ বেলেগ। মই তিনিদিন লৈ বৰ্তমান বহুত সুখী হৈছে৷।
    ধন্যবাদ বজৰংগলী বাবা জয় শ্রী ৰাম জয় হনুমান🙏🙏🙏❤❤❤

  • @user-cd1yb5mo7o
    @user-cd1yb5mo7o วันที่ผ่านมา

    Jai shree ram 🙏🙏 ❤❤

  • @juthilan9164
    @juthilan9164 27 วันที่ผ่านมา

    Jai shreeram Jai hanuman moi Bhagaban biskha karu Baidu bhagabane khakaloke bhale rakha

    • @Mainusvlog78
      @Mainusvlog78  27 วันที่ผ่านมา

      হয়।ধন্যবাদ জনালো❤️❤️

  • @kongkonboruah8429
    @kongkonboruah8429 หลายเดือนก่อน +1

    Thanks baidow🎉🎉🎉🎉

  • @dineshdeka4585
    @dineshdeka4585 หลายเดือนก่อน

    Jai Shree Ram Jai shree Hanuman 🙏🌺🌺🌺🙏

  • @TutumoniBora-gp8hw
    @TutumoniBora-gp8hw หลายเดือนก่อน

    Joi sri ram, joi honuman, val lagil video tu .

  • @bishalsutradhar7449
    @bishalsutradhar7449 22 วันที่ผ่านมา

    Thank you khuri❤ Jai shree ram ji ki

  • @puspanjalipatar2442
    @puspanjalipatar2442 11 วันที่ผ่านมา

    Honuman babr pujar video dibo sun baido.

    • @Mainusvlog78
      @Mainusvlog78  11 วันที่ผ่านมา

      দিয়া আছে সকলোধৰনৰ ভিডিঅ।নিশ্বয় চাব পাৰিব🙏🙏

  • @abhijitbora1842
    @abhijitbora1842 หลายเดือนก่อน

    ময়ো সংকল্প লম বুলি ভাবি আছো ।আপোনাৰ ভিডিঅ' চাই ভাল লাগিল লগতে হনুমানজীয়ে আপোনাৰ ছোৱালীজনীক সোনকালে সুস্থ কৰি তোলক

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো মোৰ ভিডিঅ চোৱাৰ বাবে আৰু ভাল লাগিল আপোনাৰ সেইবাবে❤️❤️❤️ছোৱালীজনীৰ আৰোগ্য কামনা কৰাৰ বাবে পুনৰবাৰ ধন্যবাদ জনালো❤️❤️

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      নিশ্বয়কৈ সংকল্প ল'ব পাৰে।মোৰ ভিডিঅ চাই ভাল লাগিল সেইবাবে অশেষ ধন্যবাদ জনালো❤️❤️❤️❤️

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 หลายเดือนก่อน +1

    বজৰঙ্গবলীয়ে আপোনোলোকৰ কন্যা সন্তানৰ লগতে সকলোকে কৃপা কৰক🙏🙏🙏🙏🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ধন্যবাদ জনালো❤️❤️❤️

  • @champagogoi3913
    @champagogoi3913 หลายเดือนก่อน

    জয় শ্ৰী ৰাম 🙏 জয় হনুমান 🙏

  • @nivadevi5939
    @nivadevi5939 13 วันที่ผ่านมา

    Moi 7dinr kaarone porhisilu dinot 7baarke..moi kintu ekebaare puai porhi xekh korisilu 7bojaar aage aage..Aapuni xankalpa hisaape jeneke korise moi teneke kora nasilu..moi 2011rpora prabhu Hanumaan k maanu aaru Hanuman chalisa porha aaraabho korisilu..teu mok bohut xahaai kore..Gotike teuk maanu kaaronei moi 2018r January.rpora xampurno niramikh khoa aaraambho korilu aaru aajiloi tenekei khai aasu..mor biswakh mor prabhui mor baabe xakalofaalorpora ji bhaal xeiyai korise aaru moi bisorakhini dise.. Jai Hanumaan 🙏

    • @Mainusvlog78
      @Mainusvlog78  13 วันที่ผ่านมา +1

      বহুত বেছি ভাল লাগিল আপোনাৰ ইমান সুন্দৰ কথাখিনি মন্তব্য হিঁচাপে প্ৰেৰন কৰিলে❤️❤️❤️🙏ধন্যবাদ

    • @nivadevi5939
      @nivadevi5939 13 วันที่ผ่านมา

      @@Mainusvlog78 Aaponaako dhanyabad jonaalu mor comment to porha baabe..Aapuni mok tumi buli kolei bhaal paam..eneo mor maahir nisina laagil aaponaar kothabor xuni😊😊

  • @niksikhabaishya3948
    @niksikhabaishya3948 หลายเดือนก่อน

    Sita Ram Hanuman 🙏🙏🙏🙏 Jai Neem Karoli baba 🙏🙏🙏

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      🙏🙏🙏🙏❤️❤️

  • @RunuDeviSharma-kp7lp
    @RunuDeviSharma-kp7lp หลายเดือนก่อน

    জয় জয় বজৰঙ্গ বলী হনুমান।

  • @monjulekharu9490
    @monjulekharu9490 หลายเดือนก่อน

    জয় শ্ৰীৰাম জয় হনুমান 🙏🙏🙏🙏🙏

  • @munindrasharma9093
    @munindrasharma9093 หลายเดือนก่อน +1

    জয় শ্রী ৰাম জয় শ্রী হনুমান 🙏

    • @dipamonisaikia9008
      @dipamonisaikia9008 หลายเดือนก่อน

      Joy Shri Ram. Joy Sangkatmuson. Joy Banarangbali.

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ​❤@@dipamonisaikia9008

  • @GitaKalita-em8xr
    @GitaKalita-em8xr หลายเดือนก่อน +1

    জয় বজৰংগৱলী 🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺🙏🌺

  • @nitamoniborkotokey794
    @nitamoniborkotokey794 หลายเดือนก่อน

    get well soon

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน +1

      🙏🙏🙏

  • @sangeetagogoi3504
    @sangeetagogoi3504 หลายเดือนก่อน

    Honuman Babai kipa krok suwalijnik,Val hbo.

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      ❤️❤️❤️

  • @Godlionsidartha7
    @Godlionsidartha7 22 วันที่ผ่านมา

    Moi bht bht biswas koru..teu mur pita...teu moi aku nokoleu mur monor hokolu buji pai

    • @Mainusvlog78
      @Mainusvlog78  21 วันที่ผ่านมา

      হয় ঠিকেই কৈছে।আচল সম্পৰ্ক আৰু বিশ্বাস সেইয়া🙏🙏🙏

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 หลายเดือนก่อน +1

    Jai Hanuman ❤❤❤🙏🙏🙏🪔🪔🙏🙏🙏

  • @Minotisaikia-mp7ol
    @Minotisaikia-mp7ol หลายเดือนก่อน

    অ বাইদেউ আপোনাৰ ঘৰ ক'ত নাজানো কিন্তু হনুমান জী কথা ইমান সুন্দৰ কৈ বুজাই দিয়া বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালো ময়ো চালিছা খন পঢ়ো সদায় ৰাতিপুৱা আৰু গধূলি পঢ়ো জয় শী ৰাম

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤️❤️যদি মোৰ চেনেলটো এতিয়ালৈকে subscribe কৰা নাই,কৰি ল'বা বুলি আশা কৰিলো❤️❤️❤️

  • @SakshiS-i8s
    @SakshiS-i8s หลายเดือนก่อน

    Jai shree Ram 🙏 jai Hanuman 🙏

  • @amritchakraborty9652
    @amritchakraborty9652 หลายเดือนก่อน

    Jai Shree ram🙏 Jai Shree hanuman🙏

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g หลายเดือนก่อน

    Jai Ram Ram Ram jaiHanuman.

  • @BlazeRespawns
    @BlazeRespawns หลายเดือนก่อน

    Jai shree Ram🙏🙏, Jai Hanuman 🙏🙏

  • @rupakpaul1360
    @rupakpaul1360 22 วันที่ผ่านมา

    Jai sri ram. 🙏🙏🙏🙏🙏

  • @biplobphukon1332
    @biplobphukon1332 หลายเดือนก่อน

    Jai Shri Ram 🙏 Jai Hanuman g 🙏 Bajrangbali a hakuloke Mangal kare🙏

  • @ShivaniRajkhowa
    @ShivaniRajkhowa หลายเดือนก่อน

    Jai Shree Ram ..Jai Mahabir Hanuman

  • @maneswardas4935
    @maneswardas4935 หลายเดือนก่อน

    জয় হনুমান 🙏 জয় শ্ৰীৰাম

  • @sangitaboro5930
    @sangitaboro5930 หลายเดือนก่อน

    Nice❤❤❤

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      Thank you❤️❤️❤️

  • @rupalibhattacharyya1890
    @rupalibhattacharyya1890 หลายเดือนก่อน +1

    JJai honuman baba.❤❤❤❤🙏🙏🙏🙏

  • @SarojBaruah
    @SarojBaruah หลายเดือนก่อน

    🙏 ভাল হওঁক ।❤

    • @Mainusvlog78
      @Mainusvlog78  หลายเดือนก่อน

      🙏🙏❤️❤️

  • @ManjuKurmi-ld4yx
    @ManjuKurmi-ld4yx หลายเดือนก่อน

    জয় হনুমান জয় হনুমান জয় হনুমান

  • @prafullabasumatary-e8b
    @prafullabasumatary-e8b หลายเดือนก่อน

    Jai sree Ram👏Jai bir Hanuman 👏👏

  • @ArunaBorah
    @ArunaBorah หลายเดือนก่อน

    Aaponak. Dhanaybad.

  • @amritkotoky9383
    @amritkotoky9383 หลายเดือนก่อน

    জয় হনুমান জয়🎉

  • @BishalBorah-b9p
    @BishalBorah-b9p หลายเดือนก่อน

    Jai honuman❤❤❤