ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
দুয়োকে বহাগ বিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ।
মিন্টু দাৰ কথাখিনি বহুত ভাল লাগে। ইমান সহজ কাম দিয়ে সকলোৱে কৰিব পাৰে।
চক্ৰপাণি পৰাশলৈ বহুত বহুত ধন্যবাদ থাকিল ।বাৰ্তালাভত শৰ্মা ডাঙৰীয়াক দেখাৰ. পিছত মইয়ো ফোন যোগে মোৰ সমস্যা জনাই মই সমাধান পলো ।দোয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল
বহুত ভাল লাগিছে
Mintu dar kotha blg bhut vl lge❤🎉🎉
Chakra first tumak dhanyabad. 🙏.Mintu da k log Palu tumar majedi, kintu bohut kom xomoi karone...again many thanks....God bless you with abundance
Thanks Val Lagil 🙏
Wow nice 👌....my fvrt astrology apunar vdo suwar pora
Full of positivity ❤thanks to both of you
বহুত ধন্যবাদ। ভাল পালোঁ অনুষ্ঠানটো।
বহুত ভাল লাগিল অনুষ্ঠানটো । ❤
Khub hundor anusthan korise❤
বহুত ভাল লাগিল। লগ পাব বিচাৰো।তেখেতক কিন্তু বহুত দূৰ। হ'ল। মই আপোনাৰ লোকৰ আগৰ ভিডিও চাইছো। মই আপোনাৰ নিয়মিয়া দশক
আপোনাৰ কথা শুনি মোৰ বহুত ভাল লাগিছে আৰু সুধিব লগা কথা বহুত আছে ক'ত লগ পোৱা যাব আপোনাক
আপোনাৰ অনুষ্ঠানটো চাই ভাল লাগিল
Bohut val lagile Dada....
বহুত ভাল লাগিল
Xsake bohut val lagil video tu, thanks 🙏
বহুত ভাল লাগিছে আপোনাৰ সৱৰ আলোচনা শুনি।দেউতাৰ ভৰি চুই যাত্ৰা কৰা বৰ সুন্দৰ অনুভৱ।
Val lagil apunar kotha huni.....
Bhut val lagil.bhut sikilo
Cakra Da aaponar pora Dada k paiso.bahut Dhannyabad Bartaman Guru aamar Mintu Da❤❤️
বহু ত ভাল লাগিল ধন্যবাদ
Bhut val lagile.Bhut kotha janilu
Thank you so much sir. God bless you sir.
ভাল লাগিল
Teor program bahut val lagise, pathsalalai ahibane ketiyaba
Bhal lagil
Mokor raxi bohut beya goise thank you
বহুত ধন্যবাদ। চক্ৰপাণি পৰাশৰক অনুৰোধ জনালো বইৰালা গছৰ বিষয়ে মিণ্টু শৰ্মা ডাঙৰীয়াক সুধি জনাব।
পূজা দোকানত বিচাৰিলে পাব।। Price 20 rs
100% correct, both have 60-40% commission.
ভাল লগিল
কথা শুনি বহুত ভাল লাগিছে
Bohut bhal lagil
Kothakhini bhut val lagil ❤
Bhut val lagile
Bhut vl lgil dada khuni❤
দুয়ো জনলৈ শুভ কামনা থাকিল ।
Val lagil interview tu
ভাল সহজতে ভাল উপায় দিয়ে❤🎉❤
Akhet bohut ajon Vaal Astrologer🙏🙏🙏🙏🙏.Sir Nabagrah Jyutishalowor Nayanjyoti Sharma dangoriak amontron jonabosun
Kot log dhoribo parim address Tu please jonabo
Adress plz।।
বহুত বহুত ধন্যবাদ দিলো।
বহুত নজনা কথা শিকিবলৈ পালো ধন্যবাদ
এওঁক লগ পোৱা সম্ভৱনে
মইও জানিব বিচাৰো
Bhut val lagil
Thank you ❤
Hosa kotha kou …Val lagil sai
Vl lagé
Kotha bur vl lagisa dada
Bahut vl lagil
Thanks sir 🙏🙏🙏
Bohut val lagi aji
বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা দুয়োজনকে
এইবিলাক জৌতিষী কিবা কিবি নানিব বাৰ্তালাপলৈ, বিজ্ঞান, টেকনলজীৰ মানুহ আনিব।
Bhal lagila
বহুত বহুত ভাল লাগিল , ধন্যবাদ জ্ঞাপন কৰিছো
দুয়োজনলৈ শুভ কামনা থাকিল । বৰিয়লা গছ দেখিবলৈ কেনেকুৱা ?
দাদা ধন্যবাদ
val lagil apunak phun karim
Mintu.da..god..bless.you..
Good morning sir.
Xosa kotha vl lgil dei
Bahut bhal upadekh palo,kintu log koribo parile upkrita hobo parim sage
Nice
Best astrologer
Ene koi manuh jone…Iyat val ke kotha koi..ene time nai kotha patibo….okol business mineded
Love from boko
Darikoi salu val lagil
Dhanyavaad sokro pani daa akou mintuk dak matil
Duyu jonoloi XUV kamona thakil dhainya bad
Sharma dar kothabur bohut val lage phonot poramorho lobo parimne jonabosun
Ekdom hosa kotha kom...
Bohut val lagil tauk kot log pam
Good
ঔ নমঃ শিবায় |
Dada teuk kenekoi log pam
Moi apunar niambur likhi thoisu . Adin log paboloi akha korisu .
Dada bohut val lagil phone korim kindly respond karibo
সৰৱজান।
🙏🙏🙏
Dada tripap dosh salile ki koribo Lage jonabosoon
আপোনাৰ ভিডিঅ চাই ভাল লগে মই প্ৰায়েই চাও
Val lagisa
Val lagisa moru jibonot bohut homoisa hoi asa
Chandra arghya tu keneke diye aru Surya devta Pani dibo Lage??
হয় দেই , কিৰো ইয়ং ডাঙৰীয়াই এনে ই টিভি থাকোতে মোৰ চৰকাৰী চাকৰি নাই বুলি কৈছিল। কিন্তু দুমাহ পিছতেই শিক্ষকৰ চাকৰি পাইছিলো।
Kirong mostu faltu Behaviour akdom vl nhoi miu log krisilu negativity ha plu
❤❤❤❤❤
❤❤❤❤❤❤
Dada Ghar bonuwak loi ata broadcast korok 🙏
Dada dasam moha bidyar eta podcast bonab sun❤
Dada , dibrugarh ahe neki jonabosun
বৈৰালা
বৰীয়ালা গছৰ শিপা মানে কি
এইবাৰ ২০২৪ চনত দেশৰ স্বাৰ্থত দেশত পৰিবতৰ্ন লাগে।অন্ধভক্ত নহই 😔
Krishna অলপ মান বেছি হল নেকি চক্ৰ জ্যোতিষী আমাৰ জীৱন চক্ৰ কিন্ত্ত কিন্ত্ত,,,
Mintu da aponar ful adress tu dibosun maio nalbarire
শৰ্মা ডাঙৰীয়া, আপোনাক ক'ত কেনেদৰে লগ পাৱ পাৰিম ঠিকনা জনাৱচোন প্লিজ।
Tekhetok keneke log pam...kunubai jonabo ne??
আপোনাৰ ঘৰ নলবাৰীত যদি হয় ঠিকনাটো কবচোন। লগ কৰিম। ❤❤
এইজন এজন বেপাৰী। চক্ৰপানী পৰাশৰৰ অনুষ্ঠান চাইয়েই মই এখেতৰ ওচৰলৈ গৈছিলোঁ। মই প্ৰতিবছৰেই মোৰ জন্ম পত্ৰিকাখন জ্যোতিষীৰ হতুৱাই চাওঁ। এইবাৰ চাবলৈ এখেতৰ ওচৰলৈ গৈছিলোঁ। ইয়াত দেখাৰ সম্পূৰ্ণ বিপৰীত। তেখেতে ভালকৈয়ে নাচালে । মাত্ৰ 4 মিনিট সময় চালে আৰু বিনিময়ত মাননী 500 টকা ললে। তেওঁ 500 টকা লওঁক আপত্তি নাই আপত্তিটো হৈছে ভালকৈ অধ্যয়ন নকৰি মাত্ৰ 4 মিনিটতেই কেনেকৈ এজন ব্যক্তিৰ ভাল বেয়া সকলো চোৱা হয়! তেওঁক লগ পাই অনুভৱ হৈছে, বোধকৰো চক্ৰপানী পৰাশৰে পেইড প্ৰমোট কৰি অনুষ্ঠানটো কৰিছিল। এইটো অনুষ্ঠানৰ মিন্টু শৰ্মা আৰু নলবাৰীৰ প্ৰেমদা হোটেলত বহা মিন্টু শৰ্মাৰ সম্পূৰ্ণ পার্থক্য আছে।মিন্টু ডাঙৰীয়া, টকা গছত নালাগে। মানুহে দিনটো হাজিৰা কৰিও 500 টকা নাপাই। গতিকে জন্ম পত্ৰিকা চাওঁতে অন্ততঃ অলপ সময় লৈ ভালদৰে অধ্যয়ন কৰি চাব। চাবলৈ যোৱাজনে অন্ততঃ পইচা কেইটা এনেই গল বুলি অনুভৱ নকৰিব।1 মিনিটকৈ 9 টা গ্ৰহৰ অৱস্থিতি চাবলৈও অন্ততঃ 9 মিনিট সময় লাগিব। আৰু আপুনি 4 মিনিটটেই ভূত-বৰ্তমান-ভৱিষ্যতৰ কথা কৈ দিয়ে😂😂 What a brilliant person👏👏👏😂বহুত জ্যোতিষী লগ পালোঁ কিন্তু আপোনাৰ দৰে দুমুখীয়া জ্যোতিষী কেতিয়াও লগ পোৱা নাই।
Dada apnak kot log pam lon konsomoat jonab
🙏🙏🙏🙏
Dada boirola gosmane ki gos hoy, jonab son.
দুয়োকে বহাগ বিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ।
মিন্টু দাৰ কথাখিনি বহুত ভাল লাগে। ইমান সহজ কাম দিয়ে সকলোৱে কৰিব পাৰে।
চক্ৰপাণি পৰাশলৈ বহুত বহুত ধন্যবাদ থাকিল ।বাৰ্তালাভত শৰ্মা ডাঙৰীয়াক দেখাৰ. পিছত মইয়ো ফোন যোগে মোৰ সমস্যা জনাই মই সমাধান পলো ।দোয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল
বহুত ভাল লাগিছে
Mintu dar kotha blg bhut vl lge❤🎉🎉
Chakra first tumak dhanyabad. 🙏.Mintu da k log Palu tumar majedi, kintu bohut kom xomoi karone...again many thanks....God bless you with abundance
Thanks Val Lagil 🙏
Wow nice 👌....my fvrt astrology apunar vdo suwar pora
Full of positivity ❤thanks to both of you
বহুত ধন্যবাদ। ভাল পালোঁ অনুষ্ঠানটো।
বহুত ভাল লাগিল অনুষ্ঠানটো । ❤
Khub hundor anusthan korise❤
বহুত ভাল লাগিল। লগ পাব বিচাৰো।তেখেতক কিন্তু বহুত দূৰ। হ'ল। মই আপোনাৰ লোকৰ আগৰ ভিডিও চাইছো। মই আপোনাৰ নিয়মিয়া দশক
আপোনাৰ কথা শুনি মোৰ বহুত ভাল লাগিছে আৰু সুধিব লগা কথা বহুত আছে ক'ত লগ পোৱা যাব আপোনাক
আপোনাৰ অনুষ্ঠানটো চাই ভাল লাগিল
Bohut val lagile Dada....
বহুত ভাল লাগিল
Xsake bohut val lagil video tu, thanks 🙏
বহুত ভাল লাগিছে আপোনাৰ সৱৰ আলোচনা শুনি।দেউতাৰ ভৰি চুই যাত্ৰা কৰা বৰ সুন্দৰ অনুভৱ।
Val lagil apunar kotha huni.....
Bhut val lagil.bhut sikilo
Cakra Da aaponar pora Dada k paiso.bahut Dhannyabad Bartaman Guru aamar Mintu Da❤❤️
বহু ত ভাল লাগিল ধন্যবাদ
Bhut val lagile.
Bhut kotha janilu
Thank you so much sir. God bless you sir.
ভাল লাগিল
Teor program bahut val lagise, pathsalalai ahibane ketiyaba
Bhal lagil
Mokor raxi bohut beya goise thank you
বহুত ধন্যবাদ। চক্ৰপাণি পৰাশৰক অনুৰোধ জনালো বইৰালা গছৰ বিষয়ে মিণ্টু শৰ্মা ডাঙৰীয়াক সুধি জনাব।
পূজা দোকানত বিচাৰিলে পাব।। Price 20 rs
100% correct, both have 60-40% commission.
ভাল লগিল
কথা শুনি বহুত ভাল লাগিছে
Bohut bhal lagil
Kothakhini bhut val lagil ❤
Bhut val lagile
Bhut vl lgil dada khuni❤
দুয়ো জনলৈ শুভ কামনা থাকিল ।
Val lagil interview tu
ভাল সহজতে ভাল উপায় দিয়ে❤🎉❤
Akhet bohut ajon Vaal Astrologer🙏🙏🙏🙏🙏
.Sir Nabagrah Jyutishalowor Nayanjyoti Sharma dangoriak amontron jonabosun
Kot log dhoribo parim address Tu please jonabo
Adress plz।।
বহুত বহুত ধন্যবাদ দিলো।
বহুত নজনা কথা শিকিবলৈ পালো ধন্যবাদ
এওঁক লগ পোৱা সম্ভৱনে
মইও জানিব বিচাৰো
Bhut val lagil
Thank you ❤
Hosa kotha kou …Val lagil sai
Vl lagé
Kotha bur vl lagisa dada
Bahut vl lagil
Thanks sir 🙏🙏🙏
Bohut val lagi aji
বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা দুয়োজনকে
এইবিলাক জৌতিষী কিবা কিবি নানিব বাৰ্তালাপলৈ, বিজ্ঞান, টেকনলজীৰ মানুহ আনিব।
Bhal lagila
বহুত বহুত ভাল লাগিল , ধন্যবাদ জ্ঞাপন কৰিছো
দুয়োজনলৈ শুভ কামনা থাকিল । বৰিয়লা গছ দেখিবলৈ কেনেকুৱা ?
দাদা ধন্যবাদ
val lagil apunak phun karim
Mintu.da..god..bless.you..
Good morning sir.
Xosa kotha vl lgil dei
Bahut bhal upadekh palo,kintu log koribo parile upkrita hobo parim sage
Nice
Best astrologer
Ene koi manuh jone…Iyat val ke kotha koi..ene time nai kotha patibo….okol business mineded
Love from boko
Darikoi salu val lagil
Dhanyavaad sokro pani daa akou mintuk dak matil
Duyu jonoloi XUV kamona thakil dhainya bad
Sharma dar kothabur bohut val lage phonot poramorho lobo parimne jonabosun
Ekdom hosa kotha kom...
Bohut val lagil tauk kot log pam
Good
ঔ নমঃ শিবায় |
Dada teuk kenekoi log pam
Moi apunar niambur likhi thoisu . Adin log paboloi akha korisu .
Dada bohut val lagil phone korim kindly respond karibo
সৰৱজান।
🙏🙏🙏
Dada tripap dosh salile ki koribo Lage jonabosoon
আপোনাৰ ভিডিঅ চাই ভাল লগে মই প্ৰায়েই চাও
Val lagisa
Val lagisa moru jibonot bohut homoisa hoi asa
Chandra arghya tu keneke diye aru Surya devta Pani dibo Lage??
হয় দেই , কিৰো ইয়ং ডাঙৰীয়াই এনে ই টিভি থাকোতে মোৰ চৰকাৰী চাকৰি নাই বুলি কৈছিল। কিন্তু দুমাহ পিছতেই শিক্ষকৰ চাকৰি পাইছিলো।
Kirong mostu faltu
Behaviour akdom vl nhoi miu log krisilu negativity ha plu
❤❤❤❤❤
❤❤❤❤❤❤
Dada Ghar bonuwak loi ata broadcast korok 🙏
Dada dasam moha bidyar eta podcast bonab sun❤
Dada , dibrugarh ahe neki jonabosun
বৈৰালা
বৰীয়ালা গছৰ শিপা মানে কি
এইবাৰ ২০২৪ চনত দেশৰ স্বাৰ্থত দেশত পৰিবতৰ্ন লাগে।
অন্ধভক্ত নহই 😔
Krishna অলপ মান বেছি হল নেকি চক্ৰ জ্যোতিষী আমাৰ জীৱন চক্ৰ কিন্ত্ত কিন্ত্ত,,,
Mintu da aponar ful adress tu dibosun maio nalbarire
শৰ্মা ডাঙৰীয়া, আপোনাক ক'ত কেনেদৰে লগ পাৱ পাৰিম ঠিকনা জনাৱচোন প্লিজ।
Tekhetok keneke log pam...kunubai jonabo ne??
আপোনাৰ ঘৰ নলবাৰীত যদি হয় ঠিকনাটো কবচোন। লগ কৰিম। ❤❤
এইজন এজন বেপাৰী। চক্ৰপানী পৰাশৰৰ অনুষ্ঠান চাইয়েই মই এখেতৰ ওচৰলৈ গৈছিলোঁ। মই প্ৰতিবছৰেই মোৰ জন্ম পত্ৰিকাখন জ্যোতিষীৰ হতুৱাই চাওঁ। এইবাৰ চাবলৈ এখেতৰ ওচৰলৈ গৈছিলোঁ। ইয়াত দেখাৰ সম্পূৰ্ণ বিপৰীত। তেখেতে ভালকৈয়ে নাচালে । মাত্ৰ 4 মিনিট সময় চালে আৰু বিনিময়ত মাননী 500 টকা ললে। তেওঁ 500 টকা লওঁক আপত্তি নাই আপত্তিটো হৈছে ভালকৈ অধ্যয়ন নকৰি মাত্ৰ 4 মিনিটতেই কেনেকৈ এজন ব্যক্তিৰ ভাল বেয়া সকলো চোৱা হয়! তেওঁক লগ পাই অনুভৱ হৈছে, বোধকৰো চক্ৰপানী পৰাশৰে পেইড প্ৰমোট কৰি অনুষ্ঠানটো কৰিছিল। এইটো অনুষ্ঠানৰ মিন্টু শৰ্মা আৰু নলবাৰীৰ প্ৰেমদা হোটেলত বহা মিন্টু শৰ্মাৰ সম্পূৰ্ণ পার্থক্য আছে।
মিন্টু ডাঙৰীয়া, টকা গছত নালাগে। মানুহে দিনটো হাজিৰা কৰিও 500 টকা নাপাই। গতিকে জন্ম পত্ৰিকা চাওঁতে অন্ততঃ অলপ সময় লৈ ভালদৰে অধ্যয়ন কৰি চাব। চাবলৈ যোৱাজনে অন্ততঃ পইচা কেইটা এনেই গল বুলি অনুভৱ নকৰিব।
1 মিনিটকৈ 9 টা গ্ৰহৰ অৱস্থিতি চাবলৈও অন্ততঃ 9 মিনিট সময় লাগিব। আৰু আপুনি 4 মিনিটটেই ভূত-বৰ্তমান-ভৱিষ্যতৰ কথা কৈ দিয়ে😂😂
What a brilliant person👏👏👏😂
বহুত জ্যোতিষী লগ পালোঁ কিন্তু আপোনাৰ দৰে দুমুখীয়া জ্যোতিষী কেতিয়াও লগ পোৱা নাই।
Dada apnak kot log pam lon konsomoat jonab
🙏🙏🙏🙏
Dada boirola gosmane ki gos hoy, jonab son.