ভয়ানক অত্যাচাৰ কৰিছে মোক😭

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • Created by:
    Mustaq ahmed
    ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

ความคิดเห็น • 721

  • @namitakalita
    @namitakalita 11 หลายเดือนก่อน +65

    সেইকাৰণে নিজৰ ভৰিত থিয় হৈ বিয়া হব লাগে যাতে পাছত এইবোৰ সমস্যা হলেও নিজে নিজৰ কাৰণে থিয় হব পাৰি। God bless u sister ...😢❤

  • @shyammahanta7317
    @shyammahanta7317 11 หลายเดือนก่อน +76

    কথাবোৰ শুনি সচাকৈয়ে দুখ লাগিল |তেখেতৰ ধৈৰ্য্য মানিব লাগিব | তেখেতৰ স্বামীজন মানুহৰ
    শাৰিতে নপৰে | সেই কাৰণে ছোৱালীবোৰ আজিকালি বিয়াৰ
    আগতে সংস্থাপন হৈ লব বিছাৰে |
    প্রেমত একেবাৰে অন্ধ হব নালাগে |

    • @happybangla615
      @happybangla615 11 หลายเดือนก่อน

      99% suwaliye chehera sai prem kore jar karone biyar pisat sab buji pai.....

    • @kamalakantanath2896
      @kamalakantanath2896 11 หลายเดือนก่อน +1

      Manuh eman nisthur hob a napay. Kathabur shuni dush lagil.He is actualy mad.

  • @samudraduttanortheast..6258
    @samudraduttanortheast..6258 11 หลายเดือนก่อน +24

    এগৰাকী সৎ সাহসী তথা মৰমীয়াল যুৱতী!
    এই ধয্য শক্তি বত্তর্মান তোমাৰ লৰা টোক মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰা।

  • @banditathakuriya8535
    @banditathakuriya8535 11 หลายเดือนก่อน +19

    কেনেকুৱা মানুহ এইজন ।।। ভগৱানে কাকোকে এনেকুৱা life partner নিদিয়ে যেন ।।

  • @bijoyagogoi6248
    @bijoyagogoi6248 11 หลายเดือนก่อน +28

    প্ৰথম বাৰতে গুচি আহিব লাগিছিল। সেই জন মানসিক ৰোগী যেন লাগিল। ভগৱানে তোমাক সহায় কৰিব।

  • @anupkrdas6798
    @anupkrdas6798 11 หลายเดือนก่อน +38

    তুমি জীৱন যুদ্ধত হাৰি নাযাবা , তোমাৰ শিক্ষা খিনিৰ দ্বাৰা কিবা এটা কৰিবলৈ চেষ্টা কৰা । নিশ্চয় সফল হবা । সেই নৰপিশাচটোক কেতিয়াও মনত নেপেলাবা ।

  • @riturajkalita2767
    @riturajkalita2767 11 หลายเดือนก่อน +6

    আপুনি সাহসী হওঁক নিজৰ জীৱনটো আগুৱাই নিবলৈ, লগতেই আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষা তথা উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে।
    সংঘাতে আপোনাৰ জীৱনলৈ আনি দিয়ক উজ্জ্বল তৰংগ। বহুত বহুত আশীৰ্বাদ জনাইছোঁ। আপুনি আৰু আপোনাৰ সন্তান সদায় কুশলে থাকক, সুৰক্ষিত থাকক।

  • @basantibarmanpathak5786
    @basantibarmanpathak5786 11 หลายเดือนก่อน +8

    এনে অসভ্য মানুহ আছে। গৰ্ভৱতী তিৰোতাৰ যতন ল'বলৈ এৰি অত্যাচাৰহে কৰে। এনে বহু আছে ভুক্তভোগী। পাষণ্ড এইবোৰ। কিছুমান যে আৰু মাক ভনীয়েকো এনে অত্যাচাৰী আছে। আপোনাৰ কথা মই এশ শতাংশই বুজি পাইছোঁ।

  • @arunimadasarunima-zc8db
    @arunimadasarunima-zc8db 11 หลายเดือนก่อน +22

    দুখ নকৰিবা মানুহৰ জীৱনত ধুমুহা আহেই ।ল'ৰাটোক সুপথ দেখুৱাবলৈ চেষ্টা কৰা এদিন তোমাৰে জয় হ'ব ।ঈশ্বৰৰে যি পিনে নিয়ে কেতিয়াবা অসময়ত অহা বতাহ জাকৰ কোবত জীৱনৰ নাওখন স্থিৰতা হেৰুৱাব লগিয়া হয় তথাপি মনটোক বান্ধি ৰাখিবা ।মাথোঁ যুজি যোৱা পৰিস্থিতি লগত ।একমাত্ৰ সন্তানটো কাৰণে ।তোমাৰ কথাবোৰ শুনি ময়ো চকুপানী ধৰি ৰাখিব পৰা নাই ।চিন্তা নকৰিবা God bless you পৃথিৱীত যদি কঠিন বুলি কিবা আছে তেন্তে সেয়া হৈছে মানুহ চিনি পোৱা

  • @PradipGogoi-i7b
    @PradipGogoi-i7b หลายเดือนก่อน +1

    Sister তোমাক বৰ ভাল লাগিছে কন্যাৰ দৰে উজ্বল হৈ থকাৰ বাবে। তোমাক কন্যা হ'লে তুসাৰ ধুনীয়া লাগিব। দেৰি নকৰিলে ভাল সোনকালেই ধুনীয়া কন্যা হোৱা ভাল। সময়লৈকে বাদ চোৱা। প্ৰদীপ গগৈ গুৱাহাটী।

  • @mouchumibaruah9486
    @mouchumibaruah9486 11 หลายเดือนก่อน +12

    একেই জীৱন মোৰ একেই স্বামী একেই সৰু সৰু অজুহাত সকলো বিলাক মোৰ জীৱনৰ লগত মিলি গৈছে । একেবাৰেই একেই ।কি কম আৰু ।। সংসাৰৰ মায়া মোহ ত্যাগ কৰিলো

  • @manjulaborah1351
    @manjulaborah1351 11 หลายเดือนก่อน +11

    জয়মতী কো ইমান শাস্তি দিয়া নাছিল,সয্যৰ এটা সীমা থাকে, ইমান সয্য ও কৰিব নালাগে,তাক ভাল দৰে বান্দৰ চৰ দুটা মান দিলে গছত বান্ধি থিক হ'লে হয়,কুসঙ্কাৰৰ কুফল,মানব নহয় দানব😢😮

  • @sikhadas7687
    @sikhadas7687 8 หลายเดือนก่อน +1

    তুমি ইমান সহি থকাৰ কাৰণেই নাছিল , প্ৰথমতে কওঁ তোমাৰ মানুহজন মানসীক ৰোগী | প্ৰথমতে নিজৰ হাতত এটা চাকৰী , তাৰ পাছত হে বিয়াত সোমাৱ লাগে , তেনেধৰণৰ মানুহ এজনৰ লগত থকাত কৈ অকলশৰীয়া জীৱনেই শ্ৰেয় |

  • @pravadutta9333
    @pravadutta9333 11 หลายเดือนก่อน +3

    আচৰিত হৈ গলো।কি কৰিবা মাইকী মানুহৰ জীৱন।আনৰ হাতৰ পুতলাহে।দুখ নকৰি সাহসেৰে আগুৱাই যোৱা।

  • @karishmatamuly6505
    @karishmatamuly6505 2 หลายเดือนก่อน

    ইমান ধৈয শীলতা তুমি, ইমান খিনি হৈ যোৱাৰ পাছতো পত্নী ধৰ্ম প্ৰতি মূহুৰ্ততে পালন কৰি আগৱাহি গৈ আছা্,"God Bless you."

  • @jitumonibharali7946
    @jitumonibharali7946 11 หลายเดือนก่อน +16

    সচাকৈতুমি বৰ সাহসী ছোৱালী আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি লো

  • @jatinsonowal5975
    @jatinsonowal5975 หลายเดือนก่อน

    সেই জনৰ গাত প্ৰকৃততে জন্তুৰ তেজ আছে । তোমাৰ এই চিন্তা বোৰ বহু দিনৰ আগত সিদ্ধান্ত ল'ব লাগিছিল । যি হৈ গ'ল লৰাটোৱে ই তোমাৰ সম্পত্তি বুলি ভাবি গঠন মূলক চিন্তা কৰি আগবঢ়ায় ভগৱানে আশীৰ্বাদ কৰক ।

  • @rashmiborah1103
    @rashmiborah1103 4 หลายเดือนก่อน

    বহুত ভাল পাই নিজৰ স্বামীক সেইবাবেই বহুত ধৈৰ্য ধৰিছিল বেচেৰীয়ে কিন্ত বুজি নাপালে ,পদক্ষেপ ভাল ললা বৰ্তমান ভালে থাকি আগুৱাই যোৱা বৰ্তমান সময়ত ইমান সহিব নোৱাৰি ❤❤❤

  • @RitaSarmah-f2o
    @RitaSarmah-f2o 11 หลายเดือนก่อน +14

    তুমি আগবাঢ়ি যোৱা বৰ দুখ লাগিল 😭 ল'ৰাটোক ভাল কৰা

  • @SanjayDas-yu2gy
    @SanjayDas-yu2gy 5 หลายเดือนก่อน +1

    মোৰ ফালৰপৰা তুমাক জনাব বিচাৰোঁ ভগবান তুমাক সহায় কৰিছে তুমি মোৰ ছোৱালী সমানে ভবিষ্যতে তুমাৰ এই জনৰ লগত থাকিলে কেতিয়াও শুখি হ'ব নোৱাৰিলে হেঁতেন

  • @rupjyotineog2054
    @rupjyotineog2054 11 หลายเดือนก่อน +2

    বৰ দুখ লাগিছে কাহিনী টো শুনি ।নাৰীৰ নিয্যাতন কেতিয়া দূৰ হ'ব ?

  • @bipulsaikia7415
    @bipulsaikia7415 11 หลายเดือนก่อน +6

    তুমি দুশ নকৰিবা তোমাৰ লগত ভগবান আছে।তেনে ধৰণৰ পুৰুষৰ কাৰনে আমাৰ পুৰুষ জাতি টোৰ কলঙ্ক হৈছে সকলোৱে চিন্তা কৰক ধন্যবাদ।

  • @ankitagogoi9846
    @ankitagogoi9846 11 หลายเดือนก่อน +6

    কথা বোৰ শুনি সচাই বহুত বেছি বেয়া লাগিছে,,, তুমি সুখী থাকা ❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 หลายเดือนก่อน

    সচা কথা। সম্মুখীন হোৱা সমস্যাবোৰ সাহসেৰে সমাধান কৰিবলৈ চেষ্টা কৰা। ভগৱানে/ আল্লাহ তাল্লাই দোৱা কৰিব তোমাক। নিকৃষ্ট মানসিকতাৰ মানুহৰ লগত সংসাৰ কৰি থকাতকৈ অকলেই থকাই ভাল। তোমাৰ নিজৰ ভৱিষ্যত নিজেই নিৰ্ণয় কৰা। সাহসৰ শিখাই জীৱন যুৰোৱা তুমি।

  • @bishnuramnarzary9773
    @bishnuramnarzary9773 11 หลายเดือนก่อน +1

    ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো যাতে তাই এনে অমিল জীৱনযাপনৰ বাচিব পাৰে।

  • @ranjudoley530
    @ranjudoley530 11 หลายเดือนก่อน +13

    What a tragedy story 😮😢as a cinematic story. and take action for the mad man and l have found inspiration ❤

  • @begumnarjee5046
    @begumnarjee5046 11 หลายเดือนก่อน +5

    তুমি জীৱন যুদ্ধত হাৰি নাযাবা । দোৱা কৰিছো তোমাক , কোনো ছোৱালীক আল্লাহে এনেকুৱা এজন স্বামী নিমিলাক 🤲🏻

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 11 หลายเดือนก่อน +14

    এইটো আচৰিত কাহিনী। অতি মৰ্মন্তুদ।

  • @HasibRahim07
    @HasibRahim07 11 หลายเดือนก่อน +48

    😂মন খুলি কান্দিব পাৰিলে কান্দোতো সুখ পাব পাৰি😂ইতিমধ্যে ফেচবুকত তোমাৰ জীৱনৰ ইতিবৃতি শুনি বৰকৈ মৰ্মাহত হৈছো।প্ৰেম মানে ভাল পোৱা,কেতিয়াবা এই প্ৰেম কাৰোবাৰ ওচৰত বিষাক্ত ৰূপ ধাৰণ কৰে।সেয়ে কোৱা হয় প্ৰেমেই স্বৰ্গ প্ৰেমেই নৰক, তোমাৰ কথোকপনৰ পৰা বোধগম্য হলো যে,তুমি নৰক যন্ত্ৰণা ভোগী আছা।তুমি নিশ্চয় জানিবা,নিশ্চয় দুখৰ পিছত সুখ আহে। তুমি হয়তো এদিন সুখ পাবা,লৰাটোক মানুহ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিবা;এদিন হয়তো তোমাৰ লৰাটো তোমাৰ দুখৰ সমভাগী হব।

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z 11 หลายเดือนก่อน +2

    বৰ দুখ লগা কথা। মানুহ জন মন্টেলি হয়। তোমাক ভগৱানে ভালে ৰাখক। তাৰে কামনা কৰিলো।

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 11 หลายเดือนก่อน +39

    জীৱন যুদ্ধত জয়ী হোৱা আশীৰ্বাদ কৰিছো ❤❤❤❤❤❤

    • @deviranu1127
      @deviranu1127 11 หลายเดือนก่อน

      বহুত আগতেই তুমি আতৰি আহিব লাগিছিল এনেকুৱা মানুহৰ পৰা।ভালে থাকা।

    • @deetdutta986
      @deetdutta986 11 หลายเดือนก่อน

      ),

    • @sewaliroy143
      @sewaliroy143 7 หลายเดือนก่อน

      😅

  • @krishnaborah7189
    @krishnaborah7189 11 หลายเดือนก่อน +1

    আগবাঢ়ি যোৱা 'বা' ভগৱান আছে .. আৰু সাহসী হোৱা

  • @chekanidhara1567
    @chekanidhara1567 8 หลายเดือนก่อน

    !দুখ লাগিল কাহিনীটো শুনি। আগুৱাই যোৱা ।

  • @barnalidutta8210
    @barnalidutta8210 11 หลายเดือนก่อน +2

    ইমান দুখ লগা ছোৱালীজনীৰ জীৱনৰ কাহিনী, আকৌ তেওঁৰ জীৱনলৈ ঘূৰি অহাৰ চিন্তা নকৰিবা ।

  • @Baruah-pg9eg
    @Baruah-pg9eg 11 หลายเดือนก่อน +3

    Farnaz mam ৰ interview চাই সঁচাকৈ বহুত ভাল লাগিল| তেখেতে আৰু আগুৱাই যাওক তাকেই আশা ৰাখিলোঁ| বহুত মৰম আৰু দয়া আছে তেখেতৰ মনত যি দেখিলোঁ| মই তেখেতৰ subscriber আছিলোঁ এতিয়া fan হৈ গলো|

  • @Subhashray-qy2pk
    @Subhashray-qy2pk 10 หลายเดือนก่อน +5

    ভগবানৰ ওপৰত বিশ্বাস ৰাখি সৎ ভাবে কৰ্ম কৰিলে নিশ্চয় এদিন সুফল পাবাই ।

  • @meripoushtikrosoi6091
    @meripoushtikrosoi6091 11 หลายเดือนก่อน +1

    মোক আপোনাৰ কাহিনী শুনি অকণো বেয়া লগা নাই কাৰণ আপোনাৰ husband যিবোৰ ভুল বাৰে বাৰে কৰি আহিছে সেই ভুল কৰাৰ বাবে আপুনি নিজেই chance দিছে যাৰ ফলত আপুনি নিজৰ লগতে পৰিয়ালৰ মানুহকো কষ্ট দি আহিছে আপুনি বুজি পাব লাগিছিলে যে ভুল মানুহৰ এবাৰ হয় বাৰে বাৰে যিটো হয় সেইটো ভুল বুলি কেতিয়াও ক'ব নোৱাৰি গতিকে আপুনি অকন মান সুখৰ বাবে আপুনি নিজৰ লগতে পৰিয়াল খনকো বহুত বেছি কষ্ট দি আহিছে আপুনি অবশেষত লোৱা সিদ্ধান্তটো বহুত আগতে লৱ লাগিছিল আপুনি নিজেই নিজৰ ভৰিত থিয় দিব লাগিছিল আৰু তাৰ বাবে আপোনাৰ suport ও যথেষ্ঠ খিনি আছিলে

  • @anamikagoswami-zb2pm
    @anamikagoswami-zb2pm 11 หลายเดือนก่อน +14

    শুনি বহুত দুখ লাগিল ।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 11 หลายเดือนก่อน +26

    বৰ দুখ লগা কাহিনী। God bless you with all happiness & prosperity in your life.

  • @NilakshiGoswami-n1j
    @NilakshiGoswami-n1j 11 หลายเดือนก่อน +1

    তোমাৰ দৰে সাহসী ছোৱালী হব লাগিব এনে পৰিস্থিতিত পৰিলে।তেমাৰ ধৈৰ্য্য ও সাহসক ধন্যবাদ জনালো।

  • @ProtimaDehingia
    @ProtimaDehingia 11 หลายเดือนก่อน +1

    প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো‌ তোমাৰ জিৱনটো। ভাল হ'ব আগ ‌বাহক

  • @assamdhamakavlogs9015
    @assamdhamakavlogs9015 11 หลายเดือนก่อน +2

    Exactly.same condition with me.Now my son and me very happy.

  • @nirupoma5935
    @nirupoma5935 10 หลายเดือนก่อน

    সচাকৈ আটাইতকৈ ডাঙৰ কথা সংসাৰ চলাবলৈ। তুমি বহুত ভাল কাম কৰিলা।সৎ আৰু সাহসেৰে আগবাঢ়ি যোৱা ,তুমি জয়ী হ'বাই। ঈশ্ৱৰ তোমাৰ সহায় হওক।

  • @geetapathak5633
    @geetapathak5633 11 หลายเดือนก่อน +1

    ইমান শয্যো কৰি আছে আপুনি। ভগৱানে আপুনাক ভালে ৰাখক। তাৰ কথা চিন্তা কৰি লাভ নাই।

  • @sabinayeasmin196
    @sabinayeasmin196 11 หลายเดือนก่อน +1

    🥲 hodai anekoi postive mind loi ag barhi jayuk....Allah ase apuni niyai pabo.

  • @dhunup1501
    @dhunup1501 10 หลายเดือนก่อน

    মানুহৰ জীৱন এবাৰেই পোৱা যায়।গতিকে জীৱনতো উদযাপন কৰিব লাগে ।আনৰ ওচৰত উচৰ্গা কৰিব নালাগে ।সফলতাৰ শিখৰত আৰোহণ কৰাৰ প্ৰয়াস কৰিব লাগে । এবাৰ বিশ্বাস ঘাতক কৰা জনক পুনৰ বিশ্বাসত নোলোৱাই ভাল। জীৱন তো পুনৰ আৰম্ভ কৰা দেখিৱা তুমি এদিন কৃতকাৰ্য হবা।

  • @rekhaborah9566
    @rekhaborah9566 11 หลายเดือนก่อน +1

    সছাকৈয়ে দুখ লাগিল তোমাৰ ধৈয্য মানিব লাগিব

  • @JuriBorah-x4p
    @JuriBorah-x4p 9 หลายเดือนก่อน

    তুমি বহুত সাহসী আগ বাঢ়ি যোবা god bless you ❤❤

  • @dulenborthakur307
    @dulenborthakur307 5 หลายเดือนก่อน

    আমি এই হিয়া ভাঙি যোৱা কাহিনী কথা খিনি এক ফালৰ শুনিবলৈ পালো অতি দুখ পালো কিন্তু লৰা জনৰ ফালৰ পৰা জানিব নোৱাৰি লো আৰু যদি সচাকৈয়ে লৰা জনে নিজৰ তিৰোতাক তেনে শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ বাবে শাস্তি মূলক ব্যৱস্থা ৰ বাবে আইনৰ কাষ চাপিব লাগে আৰু হয়তো মানশীক চিকিত্সা ৰ প্ৰয়োজন হব পাৰে

  • @pijushsharma8249
    @pijushsharma8249 6 หลายเดือนก่อน

    You are rights....jibonot aag bari jowa.... God help her

  • @aimonidas9405
    @aimonidas9405 7 หลายเดือนก่อน +4

    Ba moi kintu biya khua nai val pua asa kintu apuner doa arib nuari

  • @ankuranmajumdar7514
    @ankuranmajumdar7514 7 หลายเดือนก่อน

    Kahinito xunu aasorot hoisu..
    Akhetor khahokh to manib lagib eman kenekoi khojya korib Parise ....God bless you

  • @mahanpuja7915
    @mahanpuja7915 11 หลายเดือนก่อน +10

    May Allah bless u forever 💕💞

  • @pritamrabha6654
    @pritamrabha6654 11 หลายเดือนก่อน +5

    আমাৰ জনজাতি সমাজত হব লাগিছিল ল'ৰাজনক হাত ভৰি ডেঙিত ওলমাই দিলোঁ হৈ

  • @AbyanNafi567
    @AbyanNafi567 5 หลายเดือนก่อน +1

    God Blesse u Sister 😢❤😢❤😢❤😢❤😢❤

  • @priyankakalita5225
    @priyankakalita5225 11 หลายเดือนก่อน +1

    Hats off to ds strong lady....stay blessed....

  • @kuchbhivlooger3729
    @kuchbhivlooger3729 11 หลายเดือนก่อน +6

    I can totally understand, I also have gone through this and after 11 Years I field divorced. Sometimes you can't understand a person's TRUE personality until you stay with him or her.

  • @dharmakantapatir3146
    @dharmakantapatir3146 11 หลายเดือนก่อน +2

    Very, heart. Touching story subject has been impressed me........

  • @JintiKalita-dr1ue
    @JintiKalita-dr1ue 11 หลายเดือนก่อน +1

    লৰাটোক লৈ আগবাঢ়ি যাওক,❤

  • @BarakhaKonwar
    @BarakhaKonwar 7 หลายเดือนก่อน +1

    Ba agbahi jua aru tar ķotha nuhuniba❤❤

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 8 หลายเดือนก่อน

    ইমান ভাল মনৰ ছোৱালী জনী আসুৰীক প্ৰকৃতিৰ মানুহ জনৰ লগত বিয়া হৈ বহুত ডাঙৰ ভূল কৰিলা

  • @jonmoniboruah499
    @jonmoniboruah499 11 หลายเดือนก่อน +6

    She is really Brave woman of 21st century. Her story is truly inspiring to fight and stand for own life. Her parents are real strength,they supported her in every moment for her life. I wish her and her son a bight and successful future. God bless you..

    • @jayantabasumatary3338
      @jayantabasumatary3338 10 หลายเดือนก่อน

      Okkk ok👌👌 oooo
      oooooololooooooooooooo. Ooooo

    • @anjanabarman4344
      @anjanabarman4344 10 หลายเดือนก่อน

      এনেকুৱা নিৰ্যাতিত লান্চিত মহিলাৰ ওচৰত সাহস যোগাই ঠিয় হবলৈ মহিলা সকলৰ এটা সক্ৰিয় সংগঠনৰ খুবেই প্ৰয়োজন যাৰ বাবে এনে নিষ্ঠুৰ পুৰুষবোৰে কোনোদিনে পুণৰ অত্যাচাৰ কৰিবলৈ সাহস গোটাব নোৱাৰিব

  • @kaberibarman9851
    @kaberibarman9851 4 หลายเดือนก่อน

    সকলো পাহৰি আগুৱাই যোৱা সুখী থাকা লৰা জনৰ লগত 😊

  • @renumarabha559
    @renumarabha559 8 หลายเดือนก่อน

    মইওঁ আপোনাৰ নিচিনা কষ্টৰ মাজেৰে লৰা ,ছোৱালী দুজনক উপযুক্ত মানুহ কৰিছো। আপুনিও এদিন ধৈৰ্য্য ধৰি সৎ পথেৰে শুদ্ধ অন্তৰেৰে কাম কৰি যাওঁক ।অতীতৰ কথাবোৰ পাহৰিবলৈ চেষ্টা কৰক।

  • @shahnazakhter-wm1bm
    @shahnazakhter-wm1bm 11 หลายเดือนก่อน +4

    You are a strong lady. God bless you.

  • @mridulasharma9956
    @mridulasharma9956 11 หลายเดือนก่อน

    কথাখিনি শুনি দুখ যিমান লাগিল ভাষাৰে কব নোৱাৰি,এনে এটা পাষণ্ডৰ লগত কেনেকে দিন পাৰ কৰিলে সেইটোহে অবুজ সাঁথৰ হৈ থাকিল

  • @BharatiGayari6893
    @BharatiGayari6893 11 หลายเดือนก่อน +1

    বহুত বেয়া লাগিছে ইমান ধয্য ধৰিছে যে এতিয়া তুমি তোমাৰ ল'ৰা লগত শূখি হই থাকা তোমাৰ বহুত ধন্যবাদ

  • @banasmitakalita6149
    @banasmitakalita6149 11 หลายเดือนก่อน +2

    Go ahead sister ... Be brave and win the race of life😊

  • @anorphan1991
    @anorphan1991 11 หลายเดือนก่อน +12

    Be strong dear ❤ you are an inspiration we all are proud of you ❤

  • @birenpdas5347
    @birenpdas5347 11 หลายเดือนก่อน

    22:04 ।আপোনাৰ সকলো বোৰ কথা শুনিলো বৰ দুখ পাইছো । আপুনি বহুত সহ্য কৰি সেই নৰ পিশাচটোৰ 😊লগত দিন পাৰ কৰিলে। সি মানুহ নহ
    য় যোৰহাট

  • @KarabiDeka-k3b
    @KarabiDeka-k3b 11 หลายเดือนก่อน +5

    মোৰ ঘৰত এতিয়া অহা জোৱা নাই,, মোৰ চোৱালী 11 বছৰ হল, কিন্তু মানুহজনে মোক ভাল ব্যৱহাৰ কৰে.. সকলো মানুহেই বেয়া নহয়, আছে কিছুমান থাকে পাগল..

  • @papulidutta6015
    @papulidutta6015 11 หลายเดือนก่อน

    বহুত দুখ লাগিল কথাখিনি শুনি😔 god bless you

  • @bharatidevi6477
    @bharatidevi6477 11 หลายเดือนก่อน +1

    Nari eman durbal nahae. Durga mae Mahikhasurk badh karise. Apuni shikshit. Nijak bhal paok. Aru nijar santir babe kam karan. Aporar larajanaka bhal manuh kari sukhi haok. 😢❤

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 11 หลายเดือนก่อน

    আমাৰো এজনী ভনীৰ একেই অৱস্থাত দিন পাৰ কৰিছে ভগৱানৰেই আশীৰ্বাদ এইবোৰ।

  • @tksarmah2632
    @tksarmah2632 11 หลายเดือนก่อน

    কপালত সেন্দুৰ দেখি সঁচাকৈ থতমত খালো । ভাবিছিলো শুভেচ্ছা জনাম। কিন্তু আপোনাৰ নিজ মুখে জানিলো সেয়া হেনো অভিনয়ৰ বাবেহে লোৱা সেন্দুৰ। ঠিক আছে আমি বাৰু ৰৈ থাকিম ভগ্যবান জনক জানিবলৈ।
    "আচানক" কেতিয়াৰ পৰা অসমীয়া শব্দ হ'ল ? আপোনালোক কিছুমানে বাটচা, খানা, ছৱজি, আদি এই অদ্ভুত শব্দ বোৰ অসমীয়া ভাষাত কথা কওঁতে কিয় ব্যৱহাৰ কৰে ?
    আপোনালোক যিহেতু সামাজিক মাধ্যমত আছে , আপোনালোকক বহুতে জানি নাজানি অনুসৰণ কৰে গতিকে এই সস্তীয়া প্ৰৱণতা বৰ্জন কৰক।

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 9 หลายเดือนก่อน

      Aaji Kali hikhyar pronali yei tenekua.

    • @tksarmah2632
      @tksarmah2632 9 หลายเดือนก่อน

      @@rabinchandrabhuyan4246 সেয়া শিক্ষা প্ৰণালীৰ প্ৰভাৱ নহয়।
      অসমীয়া বৰ্ণ মালা,শব্দ, ব্যাকৰণ, উচ্চাৰণ আৰু অভিধান একেই আছে মাত্ৰ আধুনিক দেখাবলৈ গৈ বেপৰুৱা হোৱা কিছুমান মানুহেহে এইদৰে আমাৰ মাতৃ ভাষাত
      এই অবাঞ্চিত শব্দবোৰ বা উচ্চাৰণ বোৰ বৰকৈ ব্যৱহাৰ কৰিব লৈছে।
      সময় থাকোঁতে এই বেপৰুৱা স্বভাৱ বোৰ পৰিহাৰ কৰি মাতৃ ভাষাটোক ৰক্ষা কৰিব লাগিব। পাহৰি গলে অন্যায় হব কিয়নো অসমীয়া ভাষা ৰক্ষা কৰিবলৈ বহুজনে ইতিমধ্যে জীৱন আহুতি পৰ্যন্ত দিবলগীয়া হৈছিল।
      চিৰ চেনেহী মোৰ ভাষা জননী!
      জয় আই অসম !

  • @rgrg5472
    @rgrg5472 9 หลายเดือนก่อน

    বহুতে ঢাকি ৰাখে , কিন্তু বেছিভাগেই অসুৰৰ লগত নাইবা নিজক গোলাম কৰি জীয়াই আছে ! এৰিব নালাগে , সাহসেই লক্ষ্মী । সকলো একেই হয়-নহয় তাক লৈ বিতৰ্ক নকৰিব, যিহেতু যিকোনো পুৰুষ সমন্ধৰ পৰাই জীৱনটো তচনচ/প্ৰবঞ্চিত, সেই কাৰণেই পুৰুষ ক'লেই ঘৃণা লগা হ'ল ! কিন্তু হাৰ মনা নাই বৰ্তমান, শক্তি নথকাৰ পাছত ?! দেখা যাব- !

  • @FaheemCarz-pn4sj
    @FaheemCarz-pn4sj 11 หลายเดือนก่อน +1

    Bohut val lagil tekhetor channel 2 subscribe kori dilu agbarhi jaok bacha 2r val hok agoloi

  • @DimpiNirmolia-z4y
    @DimpiNirmolia-z4y 11 หลายเดือนก่อน +1

    Bahut dukh lgil sai apunr bht dhoijya ase apuni vobishayte hukhi houk

  • @deepjyotihandique9915
    @deepjyotihandique9915 10 หลายเดือนก่อน

    বহুত দুখ লগিল। কেইবাদিনো অলপ অলপ চাই শেষ কৰিলোঁ। আপোনালৈ হে খং উঠিছিল। সীমা চেৰাই কাকো মাফ কৰিব নালাগে। আমি কলেও সহজ নহয় যে সেইটো হয়। তথাপি মানসিক বেমাৰী বোৰক এনেকৈ এৰিলে সকলোৰে কাৰণে বিপদ। ইমান তৰ্চাৰ কাৰো হয্য নহয়। কি বুলি কম ভাবি পোৱা নাই । কাকো এনেকুৱা জীৱন নিডিয়ক।

  • @MausumiDas-vw8rb
    @MausumiDas-vw8rb 5 หลายเดือนก่อน

    তুমি আগুৱাই যোৱা বা❤ তুমাৰ জীৱনটো সচাকে বহুত বেচি কঠিন 😢ছোৱালী হলে তুমাৰ দৰে হব লাগে সাহসী❤ভগবানে তুমাৰ ভাল কৰক❤

  • @নীলপৰী-শ৫ঞ
    @নীলপৰী-শ৫ঞ 11 หลายเดือนก่อน

    Kbole aku bhakha nai bohut dukh lagil kthakhni huni...i salute u..anekuwa manuhok mari pelabo lage actlly..Ba apuni hahokh nkrahle ajiu sage hai akekhini torture bhugi thkilhtn..bohut val kam korile🙏❤

  • @Atozcontent809
    @Atozcontent809 11 หลายเดือนก่อน +10

    Wow himasri aji dhunia lagise 😍

  • @MonjumoniGogoi-l3s
    @MonjumoniGogoi-l3s 4 หลายเดือนก่อน

    তুমি সঁচাকৈ পৃথিবীৰ দৰে সহনশীল নাৰী।

  • @priyankagogoi4826
    @priyankagogoi4826 6 หลายเดือนก่อน

    সত্য কথা কৈছে ।মোৰ লগত তেনেকোৱা হৈছিল

  • @tksarmah2632
    @tksarmah2632 11 หลายเดือนก่อน +1

    ইমান অত্যাচাৰ সহি থাকি ভুল কৰিছিল। সাপ এডাল চিনি পাবলৈ মানুহ জনীক কিয় ইমান দিন লাগিল ?
    সকলো বস্তুৰ সীমা থাকে ধৈৰ্যৰো থকা উচিত। মাৰ খাই বাচি থকাটো সাহসৰ কথা কেতিয়াও হব নোৱাৰে। অন্যায়ৰ প্ৰতিবাদ কৰি পিশাচটোৰ কবলত পৰা ওলাই আহি সাহসৰ পৰিচয় দিব লাগিছিল।
    আমি সহানুভূতি জনালোঁ কিন্তু তাৰ জানো কিবা ব্যৱহাৰিক মূল্য আছে ?

  • @LuckyDas-o4i
    @LuckyDas-o4i 11 หลายเดือนก่อน

    Baa story to xuni bhut dukh lagil xosai jibon to manuh sini pabo khikibo lage kaku khjte believe kribo nalge biya baru kotha hleu bhut sinta kri he biya hob lage God bless you baa vale thakok jibont agbarhi jaouk tenekua manuh porai atri thokai val 🙏

  • @hanseali1924
    @hanseali1924 11 หลายเดือนก่อน

    ধৰ্য্য ধৰা ভন্তি আল্লাই সকলো থিক কৰিব।

  • @PurnimaBhuyan-g1m
    @PurnimaBhuyan-g1m 10 หลายเดือนก่อน

    Xosakoi bohut besi dukh lgil adin tumar xukh ahibo sinta nokoriba lora tu vl manuh koribo sestha Kora vl hobo 🙏🙏🙏

  • @manjimagogoidas9847
    @manjimagogoidas9847 10 หลายเดือนก่อน

    কিছুমান মানুহে আনৰ জীৱনটোক নিজৰ খেলা বুলি ভাবি লয় আৰু এই মানুহবোৰৰ লগত বুজি পোৱাৰ লগ লগেই আঁতৰি অহাটোৱেই উত্তম। তেখেতৰ জীৱনটো নতুনকৈ সজাই পৰাই লওক নিজৰ মতে তাৰেই কামনা কৰিলোঁ

  • @DAXManoj
    @DAXManoj 11 หลายเดือนก่อน +10

    বাইদেউ আপোনাৰ Husband জন ভয়ানক saykoহয়৷

  • @saibyadeka6910
    @saibyadeka6910 10 หลายเดือนก่อน

    তুমি তোমাৰ ভাল পোৱা ক বহুত সন্মান দিছি লা কিন্ত সি তাৰ মূল্য বুজি নাপালে । চিন্তা নকৰি বা আগ বাঢ়ি যোৱা । God bless you

  • @chandanburagohain276
    @chandanburagohain276 11 หลายเดือนก่อน +54

    Jibonot hodai nijor jibon hongi bonuwar agot 100bar jukhi sabo lage nhole pisot bhut dukh pabo lage muru same 8½yrs relation hekh hoise besi din huaa nai kiman depression t goisilu heitu mi bujabo nwru atyaw ktyaba 1ghonta 2ghonta depression t gusi jaw , ami hodai jibon hongi basute bhut besi sabo lage

    • @pinkikalita8639
      @pinkikalita8639 11 หลายเดือนก่อน +6

      Bia hoisil neki

    • @chandanburagohain276
      @chandanburagohain276 11 หลายเดือนก่อน

      Biya huaaa nasil officially kintu ghoror manuhe usror suburiyai logor bondhuye hokoluye gom paisil.....biyar agtei bhall ata lesson palu jibonot

    • @rituraj_hell
      @rituraj_hell 11 หลายเดือนก่อน +4

      Hosa

    • @moulataborah6951
      @moulataborah6951 11 หลายเดือนก่อน +1

      😢❤

    • @mamonisvlogsandother9132
      @mamonisvlogsandother9132 11 หลายเดือนก่อน +1

      Xocai Mor 7 year relationship Sis hoi goisi bhud depressn goisilu 😭😭😭😭

  • @jigyasrimisra2799
    @jigyasrimisra2799 11 หลายเดือนก่อน +1

    Anekua lorak self defence’t maari pelaleu olopu beya nalagibo..hoijyo’r ximaa paar kori dise..norokot’u jegaah napabo he..

  • @sabitavlogs3734
    @sabitavlogs3734 11 หลายเดือนก่อน

    Mur o same anekuwa psycho
    ajonar logat biya hoisil, but only 3months thaki brave decision lalu aru atia single vabe thaki bahut happy.. Anekuwa manuh karu jibonat nahok.
    Women must be brave and strong always

  • @Hidan-akatsuki-qz5st
    @Hidan-akatsuki-qz5st 11 หลายเดือนก่อน +1

    মোৰ লগতো তেনেই ঘটিল মই কিন্তু, সহি নাথাকি
    নিজৰ বাবে নিজে সিদ্ধান্ত ললোঁ.. আপুনি নিজৰ বাবে জীয়াবলৈ শিকক

  • @arpitadas7668
    @arpitadas7668 11 หลายเดือนก่อน +11

    This is called women empowerment ❤️

  • @indusonowal
    @indusonowal 11 หลายเดือนก่อน +1

    Tumi bhut hahkhi aru aguai jua

  • @arunjyotihazarika4950
    @arunjyotihazarika4950 11 หลายเดือนก่อน +1

    Be strong .

  • @mrraja2887
    @mrraja2887 7 หลายเดือนก่อน +1

    Tumar kotha huni bhut dukh lagil.😢😢 mur coment jdi tmr husband saiase tak jutat goo logai marilu ru nengta kori pitim .
    Tumi aag barhi jua tare duwa koru🙏🙏🙏

  • @roshmirekharay9462
    @roshmirekharay9462 11 หลายเดือนก่อน +6

    Amar suwali jibon tu bohut kostor ohh baa