সি মোৰ লগত পিশাচৰ দৰে ব্যৱহাৰ কৰিছে😭 তাক বোলে S*X লাগে😡 Trishna Bharali

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 พ.ย. 2023
  • সি মোক বহুত বেয়াকৈ পিটিছে😭 তাক বোলে S*X লাগে😡 Trishna Bharali
    Created by:
    Mustaq ahmed
    mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios
  • บันเทิง

ความคิดเห็น • 1.7K

  • @riturajkalita2767
    @riturajkalita2767 7 หลายเดือนก่อน +144

    তৃষ্ণাৰ জীৱন কাহিনী শুনি আবেগিক হৈ পৰিছো। ইমানেই লম্পট স্বভাৱৰ স্বামীৰ লগত থাকি জীৱনটো অশান্তিৰ মাজেৰেই চলায় থকাতকৈ নিজৰ মতেই জীৱনটো আগুৱাই লৈ গ'লে জীৱনে এটা গতি পাব। ময়ো এজনী সংগ্ৰামী ছোৱালী। জনা হোৱাৰে পৰাই যুঁজ দিছোঁ জীৱন টোৰ লগত, আজি পৰ্যন্ত। কেতিয়াবা কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু আপোনালোকৰ দৰে সৎ সাহসী নাৰীৰ সংগ্ৰামৰ কাহিনী বোৰ শুনিলে মনত বহুত সাহস পাওঁ, যুঁজিবলৈ।
    ভালে থাকক প্ৰায়।
    আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    • @mdfakir9424
      @mdfakir9424 4 หลายเดือนก่อน

      Thanks 🙏🙏🙏🙏🙏

  • @ranjukalita474
    @ranjukalita474 7 หลายเดือนก่อน +108

    এইবোৰ কাৰণতেই ছোৱালী বোৰে বিয়াত কৈ নিজে কিবা এটা কৰা বিছাৰে। মই ভাবো সমাজৰ কিছুমান নিয়ম সলনি কৰিব লগা হৈছে।

  • @bapanbordoloiownforexperim7914
    @bapanbordoloiownforexperim7914 7 หลายเดือนก่อน +53

    ঈশ্বৰক বিশ্বাস কৰক। কিন্তু আপুনি গো-মাংস খোৱাৰ কথাটো; আজিকালি হিন্দু ফেশ্বন হৈ পৰিছে বুলি নক’ব। এনে চিন্তা কৰিলে চিৰদিনৰ বাবে অসুখী হৈ পৰিব; কাৰণ হিন্দু শাস্ত্ৰ মতে সকলো দেৱতা; মাতৃ গৰুত সন্নিবিষ্ট হৈ আছে। সঁচা অন্তৰেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ভাল দিন নিশ্চয় আহিব।

    • @Allahhu_27
      @Allahhu_27 20 วันที่ผ่านมา +2

      যিহেতু গৰু হিন্দু ধৰ্মৰ এটা মাতৃ স্বৰূপ , ভগবান স্বৰূপ তেন্তে গৰু খোৱা গিৰিয়েকৰ লগত কিয় থাকে তত ক্ষণত divorce দি দিব লাগিছিল
      Muslim ছোৱালী এজনী যদি গিৰিয়েকে গাহৰি খোৱা শুনে তেন্তে divorce দি গুচি যাব

  • @BishnuBaruah-hr9uj
    @BishnuBaruah-hr9uj 7 หลายเดือนก่อน +339

    শিক্ষিত মানে জ্ঞানি নহয়।
    অশিক্ষিত হলেও জ্ঞানি হব পাৰে।

    • @oukhymimi
      @oukhymimi 7 หลายเดือนก่อน +11

      জ্ঞানীহে জ্ঞানি নহয় 🙂... কিন্তু মই শিক্ষিত নহয় ।

    • @RadhikaRoy-kr5dd
      @RadhikaRoy-kr5dd 6 หลายเดือนก่อน +2

      Yes

    • @aralhussain
      @aralhussain 6 หลายเดือนก่อน

      ​@@oukhymimiজৰ্ডানজ্গজজ্গ1ঃ 1:09:29

    • @dipsikhachetia111
      @dipsikhachetia111 6 หลายเดือนก่อน

      Dhet teri 😅

    • @gulapibaruah1629
      @gulapibaruah1629 6 หลายเดือนก่อน

      ​ 10:01 10:01

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 6 หลายเดือนก่อน +18

    তৃষ্ণাৰ কথা খিনি শুনি আমাৰ বৰ দুখঃ লাগিল ।
    তৃষ্ণাই তাইৰ নিজৰ জীৱনটো এতিয়া স্বাধীন চেতিয়া ভাৱে নতুনকৈ গঢ়ক ! তাই এজনী সৎ সাহসী ছোৱালী, তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল ।

  • @latadas3953
    @latadas3953 7 หลายเดือนก่อน +35

    তুমি বহুত ভাল ছোৱালী ।আগলৈ যাতে জীৱনটো সুখী হয কামনা কৰিলো ।

    • @dipikasarma2832
      @dipikasarma2832 2 หลายเดือนก่อน

      Yeah absolutely 😐

  • @rashmirekhaborah3557
    @rashmirekhaborah3557 7 หลายเดือนก่อน +47

    তুমি বহুত সাহসী ছোৱালী।। আগবাঢ়ি জোৱা তুমি।। তুমাৰ কথা বোৰ ১০০% সচা বা।।

  • @pranjitborah7361
    @pranjitborah7361 5 หลายเดือนก่อน +23

    মানুহে বিয়াক imporatance দিয়ে। কিন্তু সেইটো সম্পূৰ্ণ ভুল । কাৰণ বিয়াক imoirtance দিয়াতকৈ এটা ভাল realationship ক গুৰুত্ব দিয়া উচিত ।

    • @Allahhu_27
      @Allahhu_27 20 วันที่ผ่านมา +1

      অসম ত বহু হিন্দু লৰা আছে যিবিলাক বহুত ভাল ।
      মোৰ এ বহুত হিন্দু friends আছে যিবিলাকে ছোৱালীৰ ফালে নাচাই এ , আজি লৈকে গুটখা এ পেকেট ও খায় পোৱা নাই
      বেংগালুৰু ইমান দূৰত যোৱাৰ কি কথা আছিল অসম ত ভাল লৰা প্ৰেমময় লৰা শান্ত লৰা নাই নেকি।

    • @nabajyotibora124
      @nabajyotibora124 14 วันที่ผ่านมา +1

      Right​@@Allahhu_27

  • @user-fn9id3bl1l
    @user-fn9id3bl1l 7 หลายเดือนก่อน +73

    শুনিয়েই গা নোম শিয়ৰি উঠিছে।😢ভালে থাকক আপুনি বা।❤

  • @deepjyotihandique9915
    @deepjyotihandique9915 7 หลายเดือนก่อน +101

    এটা মানসিক বেমাৰী লগত তুমি আছিলা। ভাগ্য ভাল তুমি বাছি আহিলা। ছোৱালী বোৰে ভাল কৈ চিনি জানি লৈ হে বিয়াত বহিব লাগে । নিজৰ প্ৰকৃত গুৰুত্ব বহুত জৰুৰী। নিজক সময় দিয়া । বিয়া হোৱাতো যে জীৱনৰ লক্ষ্য নহয় ।

  • @rupeswarmili2342
    @rupeswarmili2342 7 หลายเดือนก่อน +81

    গৰুৱে লতা লাগি মৰে, মানুহে সুখ বিচাৰি মৰে, সেয়েহে আজিৰ যুগত প্ৰায় ছোৱালীয়ে ধনী ঘৰৰ লৰা বিচাৰি তেনেকুৱা ঘটনা ঘটিছে।অপ্ৰিয় সত্য।

    • @668gmailcom
      @668gmailcom 7 หลายเดือนก่อน +3

      Right 1000% aru সত্য

    • @NayanjitGatak-bt6en
      @NayanjitGatak-bt6en 7 หลายเดือนก่อน +3

      Absolutely right

    • @BishnuBaruah-hr9uj
      @BishnuBaruah-hr9uj 22 วันที่ผ่านมา +1

      অকল লৰাৰ গাত দুষ নাই, ছোৱালীবোৰ লোভিয়া হোৱাৰ বাবে এনেকুৱা দখা হয়।

    • @Allahhu_27
      @Allahhu_27 20 วันที่ผ่านมา

      😂😂 right 🆗👍
      ছোৱালী বোৰ যিমান সাধু দেখুৱাই সিমান সাধু নহয় এজনী ছোৱালীক বিনা কাৰণত কোনে লৰাই হাত উঠৱ নোৱাৰে
      দোষ সিহঁতৰ ও থাকে ।
      যি ছোৱালী এ নিচা জাতীয় বস্তু খোৱাৰ কথা কব husband ৰ খং উঠিব এ ।

  • @barashadas856
    @barashadas856 6 หลายเดือนก่อน +23

    You are so brave sister...Now,you should focus on your work bcz you deserve lots and a beautiful future is waiting for you..just go ahead!and forget about the past..

  • @nabashreegogoi321
    @nabashreegogoi321 7 หลายเดือนก่อน +157

    Negative comments dia bur Trishna r husband family re hbo sge😂😅.....আৰে এই ভিডিঅ'টোৱে কিমানক সাহস দিব সেইটো ভাবি লওঁক। এনেকুৱা বহুত ছোৱালী আছে যি নিজৰ পচন্দ মতে বিয়া হোৱা বাবেই সংসাৰৰ জ্বালা ভুগি থাকিব লগা হৈছে। কিছুমানকতো মাক দেউতাকে ও এৰি দিয়ে মৰিলেও মৰ বুলি। কথাখিনিৰ সত্যতা কিমান বিচাৰ কৰিবলৈ নাযাওঁ । এটাই বুজিলো নিজেই স্ব-নিৰ্ভৰশীল হোৱাতো বহুত জৰুৰী। প্ৰেম ভালপোৱা লাগে মানুহক কিন্তু প্ৰেম ভালপোৱাই নোখোৱাই। অকল যে ছোৱালীয়েই এনেকুৱা যন্ত্ৰণাত ভুগে সেইটো ও নহয় কম পৰিমাণে হ'লেও কিছুমান পুৰুষো এনেকুৱা সমস্যাত ভুগি আছে।

    • @minakshideka12
      @minakshideka12 7 หลายเดือนก่อน +1

      😥😥😥

    • @Misingtopics
      @Misingtopics 3 หลายเดือนก่อน +5

      তাইৰো ভুল আছে

    • @atikahussain1167
      @atikahussain1167 3 หลายเดือนก่อน +2

      Sob misa murgi fosabo ahe

    • @AnupZg-io2pc
      @AnupZg-io2pc หลายเดือนก่อน +1

      Its her choice noh.. suwalir posondo mote biya hoi pisot eibur kiyo hoi.. eyat lorar ki dokh.. Agote sini jani lobo lage.. val lorak ingore kori tak akuwali noloi.. danob dokaid burok posond koribo jai .. hei karone eibur

    • @rokeevlogs
      @rokeevlogs หลายเดือนก่อน

      Baa,You are very strong.we know you are not guilty.i hope, apuni apunar ahibo lga future Val Kori kotai.🫶🫶🫶🫶🫶💝💝💝for you baa.val lagil video tu sai.beya o lagise story tu gom pai....🫰🫰🫰keep smile....😊

  • @Nirmali19
    @Nirmali19 7 หลายเดือนก่อน +130

    সচাঁকৈ সমাজৰ কিছুমান মুখাপিন্ধা মানুহৰ প্ৰকৃত ছবিখন চিনিপাব পৰাকৈ😢 প্ৰত্যেকজনী ছোৱালী এ হয়তো বয়সতকৈ বেছি matured হোৱাটো জৰুৰী ❤❤

    • @thebeautyequation1427
      @thebeautyequation1427 6 หลายเดือนก่อน +1

      Apunar kotha bur xuni khub beya lagil.

    • @SumiSonowal-ud6bu
      @SumiSonowal-ud6bu 6 หลายเดือนก่อน

      😢😢😢😢

    • @AnupZg-io2pc
      @AnupZg-io2pc หลายเดือนก่อน

      Its her choice.. nohoi janu.. valok obohela kori neglect kori patta nidiye.. dokaid danov bilakok akuwali lowar fol eibur ..

  • @nayannilimsagar9446
    @nayannilimsagar9446 7 หลายเดือนก่อน +18

    নিজক পাহৰি যোৱাটো ভাল কথা নহয় । নিজৰ প্ৰতিভাক সদায় সন্মান কৰিব লাগে। শিক্ষিত ছোৱালী হৈ আৰু জানি অন্যায় সহ্য কাৰোটো সমানে অন্যায়। কুকুৰটোৰ নামটো আৰু পৰিয়ালটোৰ ঠিকনাটো ৰাজহুৱা কৰক।

    • @kuhidawo5305
      @kuhidawo5305 3 หลายเดือนก่อน

      Erake val puwa koi

  • @pranitakakati4708
    @pranitakakati4708 6 หลายเดือนก่อน +13

    ইমান ভাল ছোৱালী প্ৰতিভাৰ অভাৱ নাই তুমি আগুৱাই যোৱা ❤ নতুনকৈ জীৱনতো আৰম্ভ কৰা অসুৰ এজনৰ লগত থকাতকৈ বায়েক ভনিয়েক থকা লৰাবোৰলৈ বিয়া দিব ভয়ে লাগে 😢

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl 7 หลายเดือนก่อน +44

    বহুত ভাল লাগিছে কাহিনীটো চাই থকাৰ দৰে লাগিছে কিন্তু বহুত দুখ লাগিছে ভালৰ লগত হে বেয়া হৈ আচালটে এনে মানুহৰ লগত মুখে মুখে উত্তৰ দিয়া ধৰণৰ মানুহ হব লাগে আপুনি যে তেওঁৰ কাৰণে নিজৰ ভাল লগা বোৰ বিসৰ্জন দিলে তেওঁ কিন্তু এবাৰো আপোনাৰ কথা navabile আগবাঢ়ি যাওক

  • @bhushitadas3767
    @bhushitadas3767 7 หลายเดือนก่อน +77

    Trishna is so kind and brave soul ❤️Keep smiling my girl.

  • @Rxmakerreel-mv9ci
    @Rxmakerreel-mv9ci 6 หลายเดือนก่อน +11

    সঁচাকৈয়ে আপোনাৰ কথাবিলাক শুনি গা নোম শিয়ৰি উঠিছে বা ।..... আপোনাৰ ভবিষ্যত দিনবিলাক অতি ৰংময় হহক তাৰে কামনা কৰিলো।

  • @astrogururekha4348
    @astrogururekha4348 7 หลายเดือนก่อน +38

    সাহসী হোৱা,তোমাৰ লগত মিলা লৰা ওলাব।আজিকালি divorce একো দাঙৰ কথা নহয়❤❤❤

    • @abinashkhanikar
      @abinashkhanikar 6 หลายเดือนก่อน +4

      Apunar nisina mahan nari comments pai je moi dhaino hoi golu chance pale aupuniu apunar sawmik divorced di dibo aku dangor kotha nhoi so divorced di dibo dei
      Anekua faltu kotha nokobo Trishna bar babe divorced tu baru proyojon hoi sil.aru apuni kole je divorced tu dangor kotha nhoi apuni ki dekhi swami loi biya hoi sil poisa dekhi
      mentality thik koribo apuni tu mur maat koi dangor hbo moi 17 hoise teu kou huno gyan tu hokokur thake kintu biya abar hoi dubar nhoi so Sai siti biya patibo lage aru ata kotha divorced word tu bharat or sabhyata nai Jane nai apuni Hindi t talak koi buli koi kintu talak word tu hindhi nhoi Urdu he aru divorced tu English bharatat divorced word nai karon biya mane duta atam Milan hoi aupnar mon gol biyat bohibo aru mon gol divorced lobo ankua jodi dream ase panit pori mori jabo tat koi aru ki kom apunka .
      🙏
      Apuni kobo pare divorced tu loi Tumi bhal korila
      Anekua mahur lgt thaki aku lav nai tenekoi kiba kouk

  • @papudas2244
    @papudas2244 7 หลายเดือนก่อน +168

    কথাবোৰ শুনি মোৰ এনেকুৱা লাগিল যেন ভাল পোৱা বোৰ আপোনাৰ হে সঁচা আছিল ❤পিশাচটোৰ মৰমবোৰ একেবাৰে মিছা আছিল 😡চাকৰি কৰা বা টকা পইচা থকা সকলো ল'ৰাই এজনী ছোৱালীক বিয়া কৰাই সুখী কৰি ৰাখিব নোৱাৰে 💯সেই বাবেই ল'ৰাই হওঁক বা ছোৱালী হওঁক টকা পইচা কম থকালৈ বিয়া হ'ব লাগে 🥰একো নহলেওঁ সুখেৰে থাকিব পাৰিব 💯💯.....

    • @gayatridutta1902
      @gayatridutta1902 7 หลายเดือนก่อน +10

      Toka poisa thoka buli nahoi natbokau kisuman Lorai beya kamot Matha mare

    • @minakshideka12
      @minakshideka12 7 หลายเดือนก่อน +4

      @@gayatridutta1902 right...moi nijei paisu tene toka poisao kom but birat bodmas modahi ....asolote manuh jon val hobo lage ...

    • @user-gd6vf4qi1n
      @user-gd6vf4qi1n 7 หลายเดือนก่อน

      right

    • @papudas2244
      @papudas2244 7 หลายเดือนก่อน +2

      সঁচা কথা ,বিশেষকৈ ল'ৰাজন বা ছোৱালী জনী কেনেকুৱা গ'ম পোৱা পিছতহে বিয়া হ'ব লাগে

    • @BhupamaniChoudhury-kr4yp
      @BhupamaniChoudhury-kr4yp 6 หลายเดือนก่อน +1

      Amar dada aru vindew sun sakori kore aru teolok tenekua nohoi

  • @bituponbora2018
    @bituponbora2018 7 หลายเดือนก่อน +41

    অতীত এনেয়ে বদনামী
    দুখবোৰটো বৰ্তমানৰ।
    সময়ৰ আউল লগোৱা চখত
    নিতৌ সুখী থকাৰ ভ্ৰম হয়।

  • @kangkana580
    @kangkana580 6 หลายเดือนก่อน +20

    A girl who is so protected and loved in her parents home 😢😢 have to go through all these horrible experiences. May maa Kamakhya give you strength and heal you .

  • @Story_creators.
    @Story_creators. 7 หลายเดือนก่อน +15

    এতিয়া মোৰ নিজৰ ভন্তি কেইজনিলৈহে চিন্তা লাগিছে ভগৱানে নকৰক এনেকোৱা এজন নৰপিশাচৰ জীৱনত যদি পৰেগৈ uff ভাবিলেই ভয় লাগে এনকোৱা যাতে কাৰো লগতেই নহওঁক তাকেই কামনা কৰিছো আৰু বা আপোনালৈ শুভেচ্ছা থাকিল এতিয়া আপুনি আকৌ এক নতুন জীৱনৰ পাতনি মেলিছে সকলো যেন ভালে থাকে

  • @nayannilimsagar9446
    @nayannilimsagar9446 7 หลายเดือนก่อน +25

    আপোনাৰ ওপৰতে মোৰ খং উঠিছে। কিয় ইমান অন্যায় সহ্য কৰি আছিল। আপুনি কিহৰ আশাত সিহঁতৰ ঘৰত ইমান শিক্ষিত ছোৱালী এজনী হৈ আছিল । আপোনাক লগ পোৱা হ'লে গলমান গালি দিলোঁ হয়। আপোনাক অনুৰোধ কৰিছোঁ সিহঁতৰ ঘৰৰ address টো দিয়ক।

    • @Allahhu_27
      @Allahhu_27 20 วันที่ผ่านมา

      Address লৈ কি কৰবি

  • @SB-rn2ct
    @SB-rn2ct 6 หลายเดือนก่อน +10

    This video showed up on my recs. Trishna, you DESERVE justice from someone so manipulative and predatory. Shameful how some still tried to defend such behaviour. I hope you transform into the person you once were. Love and power from the uk.

  • @AparajitaKonwar-bk7wv
    @AparajitaKonwar-bk7wv 6 หลายเดือนก่อน +9

    তৃষ্ণা তুমি সাহসী ছোৱালী ভগবানে তোমাক আৰু সাহসী কৰক।❤

  • @jaduphukon3631
    @jaduphukon3631 7 หลายเดือนก่อน +15

    আপোনাৰ কথা বিলাক শুনি মোৰ ধাৰণা হয় মানুহ জন চাইকটিক আছিল ৷ এই ধৰণৰ মানুহ বৰ ভয়ানক হয় ৷ আশা কৰো আপুনি নিজকে চম্ভালি লৈ নতুনকৈ আৰম্ভ কৰক ৷

  • @sbnumaligar2162.
    @sbnumaligar2162. 7 หลายเดือนก่อน +10

    Vedeo to চাই বৰ দুখ লাগিল, এনেকুৱা কৈ সংখাৰ পাটি ,মাৰ- পিত কৰাটো অশোভনীয় ,সকলো জীৱ সমান। আমাৰ সংখাৰ খন ভগৱানে সুন্দৰ ভাৱে চলাবলৈ শক্তিকন দিছে ।কিন্ত আমাৰ ইমান টকা-পইছা নাই কোনোমতে চলি আছো।।তোমি যদি সত্যত আছা trishna এদিন তুমি জয় লাভ কৰিব পাৰিবা।।

  • @binitadeori8726
    @binitadeori8726 7 หลายเดือนก่อน +22

    Loved your show very much ❤️ from tamilnadu coimbatore

  • @thedineshff3620
    @thedineshff3620 6 หลายเดือนก่อน +13

    বা,আপোনি যদি মোৰ বাইদেউ বা ভন্টি হোৱা হ'লে তাক যে কি কৰিলো হয়। আপোনাৰ কথাখিনি শুনি দুখ লাগিল।

  • @ranjudeka4818
    @ranjudeka4818 7 หลายเดือนก่อน +19

    ইমান ধুনীয়া ছোৱালী জনিকো এনেকুৱা কৰিচে ,বৰ দুখ লাগিল 😢

  • @tribenidas181
    @tribenidas181 7 หลายเดือนก่อน +42

    Vul tu tumi starting otei korila. ,ji Lorai tumk freedom nidiye,,over dominate kore..over possessive kore haibur lorak ajir dinot pattai dibo nlge,,nyways tumr future tu jen val houk Takei wish korim

    • @rupaschannel5856
      @rupaschannel5856 7 หลายเดือนก่อน

      Over possessive, over controlling is a red flag. But people don't undersrand it. They are blinded by love. Specially we girls are soft. Emotional, we easily trust people. We are fool, so boys take advantage of us.

    • @purabimahanta-2437
      @purabimahanta-2437 7 หลายเดือนก่อน +1

      Right

    • @AnupZg-io2pc
      @AnupZg-io2pc หลายเดือนก่อน

      Danov dokaid bilakok posond kori biya nohoi janu.. valok dhuki nupuwa .. Valok obomanona kora insult kora.. aru heiburok akuwali luwa hahi mari duta mitha kotha kole fidaa hoi juwa

  • @kailashgogoi8439
    @kailashgogoi8439 7 หลายเดือนก่อน +15

    তৃষ্ণাক ভগৱানে সহায় কৰক। আগুৱাই যাওক 1:57:45

  • @manalishadas2421
    @manalishadas2421 7 หลายเดือนก่อน +25

    তৃষ্ণা বা তুমি বহুত সাহসী ☺বহুত মৰম বা তোমালৈ❤ ভগৱান আছে তেওঁৰ ওপৰত বিশ্বাস ৰাখক বা ☺ শেষত জয় তোমাৰে হব তৃষ্ণা বা❤❤

  • @user-hk3lq2vl3r
    @user-hk3lq2vl3r 5 หลายเดือนก่อน +5

    আজিকালি এনেকুৱা ঘটনা খুব ঘটিবলৈ ধৰিছে।আপোনাৰ কাহিনীটো শুনি বহুত দুখ লাগিল মনত আৰু নিজকে পুৰুষ জাতি বুলি কবলৈ লাজ লাগিছে।কিয় এজনী ছোৱালীৰ মন বুজি নাপাই মই কব নোৱাৰো।ছোৱালী এজনীৰ অন্তৰ এখন কিমান কুমল সেইটো এজন লৰা হিচাপে বুজি পাওঁ।বাৰু যি হৈ গল গৈ গল অনাগত দিনবোৰত সুখ শান্তিৰে উপচি পৰে যেন তাৰে কামনা কৰিলো।জীৱন মানেই আচলতে সংগ্ৰাম গতিকে আমি জীয়াই থাকিবই লাগিব সংগ্ৰাম যিমানেই ভয়ংকৰ নহওঁক কিয়।

  • @abhilekhpator2001
    @abhilekhpator2001 7 หลายเดือนก่อน +10

    Bohut besi strong trishna bharali... 🙂👍 teo hokolu val houk ahibo logiya din bur😊

  • @princee_hazarika
    @princee_hazarika 7 หลายเดือนก่อน +41

    এটা সমন্ধ ত এগৰাকী মাইকী মানুহেই বহুত সয্য কৰিব লগা হয় আৰু তেওঁ তেতিয়াহে আঁতৰি যাবলৈ বাধ্য হয় যেতিয়া একেবাৰে নোৱাৰা হৈগে।

    • @rupaschannel5856
      @rupaschannel5856 7 หลายเดือนก่อน

      Hoi thike.

    • @ulis890
      @ulis890 หลายเดือนก่อน

      Please send me a dream catcher 😇

  • @keshabanandatahu6335
    @keshabanandatahu6335 7 หลายเดือนก่อน +27

    কি বুলি কওঁ ! আৰু কাৰো জীৱনত এনে ঘটনা নহঁও, তাকে কামনা কৰিছো

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 7 หลายเดือนก่อน +8

    ইমান মৰম লগা ছোৱালীজনী ❤️ ভালে থাকা, নিজৰ ভাল লগা কামবোৰেৰে।

  • @purandartayeng5670
    @purandartayeng5670 7 หลายเดือนก่อน +9

    Best of luck Trishna , your upcoming lifestyle so thank God bless you

  • @kuchbhivlooger3729
    @kuchbhivlooger3729 7 หลายเดือนก่อน +425

    Moi nije Divorce loisu after 11yrs. Thik hobo buli bhoba tu e mistake. Ek bosor ki ek mah u Jodi nimile just leave and move on. Life is once. Girls are never bechari

    • @saberaahmed2484
      @saberaahmed2484 7 หลายเดือนก่อน +20

      U r right...

    • @minakshideka12
      @minakshideka12 7 หลายเดือนก่อน +22

      Hoi ...aibor thik nhy Jun val aneo val..kintu divorce loa pastu xomajor kisuman manuhe xantit thakibo nidie ajni narik..💔

    • @junmonisvlog7821
      @junmonisvlog7821 7 หลายเดือนก่อน +2

      ​@@minakshideka12😂🎉😂😂

    • @BikirajKalita-ib2vf
      @BikirajKalita-ib2vf 7 หลายเดือนก่อน +2

      ​@@minakshideka12why

    • @Papori-iq3ui
      @Papori-iq3ui 7 หลายเดือนก่อน +3

      Thike koisa baa tumi...suwali holu buli ki trmne amr ki xonman nai.......mr baar lgt o enkwa hoise mr gaar nm xiyori uthise akow aibr ktha xni😔

  • @panchideka1742
    @panchideka1742 7 หลายเดือนก่อน +8

    Brave,honesh,smart and educated....u have a bright future dear.....

  • @akangshahazarika3189
    @akangshahazarika3189 6 หลายเดือนก่อน +12

    I have almost completed the video thn I checked her Facebook profile and literally my tears came out... God bless you @trishna bharali baa and stay strong always

  • @rumisrasoiandvlog4346
    @rumisrasoiandvlog4346 7 หลายเดือนก่อน +12

    গোটেই vedio চালোঁ দেই।এটা কথা এনেকুৱা মানুহৰ লগত থকা উচিত নহয় ।ভালেই হল দিয়া তুমি strong হোৱা।

  • @nabanitatamuly6200
    @nabanitatamuly6200 7 หลายเดือนก่อน +91

    এইবোৰ চালেই ভয় লাগে বিয়া হবলৈ 😢

    • @maineerajkumari1540
      @maineerajkumari1540 7 หลายเดือนก่อน +5

      Hosakoi kaku bilive koribo nuwari

    • @এলেহুৱাছোৱালীজনীNabanita
      @এলেহুৱাছোৱালীজনীNabanita 7 หลายเดือนก่อน +3

      Akdm xsake biya buli kolei voi lge atiya aibur dekhi 😢 ajikli kaku bisakh kribo nuwari maa deutar bahire

    • @Mahi_thala
      @Mahi_thala 7 หลายเดือนก่อน

      ​@@এলেহুৱাছোৱালীজনীNabanitabapere polai anisil mairek tur kukurni

    • @Mahi_thala
      @Mahi_thala 7 หลายเดือนก่อน

      ​@@maineerajkumari1540toi je fake ke kiman toi dhoka disa sala harami

    • @manikrabha9983
      @manikrabha9983 7 หลายเดือนก่อน

      Hoday dekhithoka lora ajonor logot biya holei prblm solve....osinaki nisaahokto lora arai solibo.

  • @ankitaborgohain7461
    @ankitaborgohain7461 6 หลายเดือนก่อน +2

    You are so strong girl. Be positive trishna ba aitu tumi challenge hisape loilua ru aguai jua God bless you ❤️

  • @user-kh7wr7en5o
    @user-kh7wr7en5o 7 หลายเดือนก่อน +29

    The guest is more articulate, ecpressive and well spoken than the host who cant handle such a sensitive topic that she's talking about. Trishna all the very best for your life ahead, you deserve all the happiness in lie

    • @navlimr9133
      @navlimr9133 6 หลายเดือนก่อน +4

      The host’s one expression used most often with all the guests is ‘bapre’😬

  • @monalisha2351
    @monalisha2351 7 หลายเดือนก่อน +3

    Mind tu a kiba hoi gl the real heroine the real woman power সচাকৈ বহুত দুখ লাগিল god bless you xdaii aguai jua ru ghhuri nasaba past k

  • @maitrayaeebaishay8220
    @maitrayaeebaishay8220 7 หลายเดือนก่อน +3

    More power to you 💗 aguwai juwa jibont. Jibont Jodi Tumi aetu phase r pora move on kribo Parisa dn tumi jibont tumi aru Jia nhouk tumi khoklu situation face kribo pariba . And najanu tumar kotha bur mur monot kiba ata lgile. Tumar pora khoklua jen khahok pabo.. ❤ sorry for asking but tumi north ghy r hoi nke..

  • @bidyut904
    @bidyut904 7 หลายเดือนก่อน +11

    I can't believe this, so proud of trishna

  • @dedizaoiyowvlogs5884
    @dedizaoiyowvlogs5884 6 หลายเดือนก่อน +6

    Last or kotha khini i am totally agree with her 'be mentally prepared'. And yeah she's a very strong woman 💪🫂❤

  • @jakirrahman4556
    @jakirrahman4556 7 หลายเดือนก่อน +9

    Moi ata muslim lora kintu moi ajone hindu swali bia koraisu jurhator pora. Kintu amar majot kunu misa dhoronor kotha aku nasel. Ame duitai gom paiselu amar dhormotu baleg baleg bule. Tothapiu amar aji 12 bosor par hol atea. I m so happy

  • @ananyasaikia6784
    @ananyasaikia6784 7 หลายเดือนก่อน +75

    She has great expertise and fluency in all three languages with lots of vocabulary stock and she has great episodic memory. Very meritorious girl.

    • @trishnabharali2410
      @trishnabharali2410 7 หลายเดือนก่อน +7

      Hahaha thank you. Since those were incidents that had left a mark, I can remember all the dates and time precisely. Its like stamped in my head.😊

    • @dilipsaikia4922
      @dilipsaikia4922 7 หลายเดือนก่อน +2

      Apunar u English kintu khub bhal..kisuman word moi pratham sunisu..

    • @jayantagoswami5280
      @jayantagoswami5280 7 หลายเดือนก่อน

      @@trishnabharali2410koook Olooool👍koi🙏ooooooooooooo

  • @nayanadas7148
    @nayanadas7148 6 หลายเดือนก่อน +6

    Trishna you are very right, there are some families where the main culprits are big and small sisters, including the so called mother in law. You did very right thing by getting separation. God will bless you always ❤❤❤

  • @girishphukan4335
    @girishphukan4335 7 หลายเดือนก่อน +14

    মতা মানুহ হ'লেই ইমান নিষ্ঠুৰ হোৱা উচিতনে ? পত্নীৰ ওপৰত বৰমতা ওলোৱা সকলক মই পুৰুষ বুলিয়েই নাভাবো ৷ তুমি মোৰ ছোৱালীৰ দৰে কিন্ত কি বুলি সান্ত্বনা দিম ? তোমাৰ স্বামী মানুহ নহয় ৷

  • @palash2024V
    @palash2024V 7 หลายเดือนก่อน +37

    Hats off to Trishna!!❤❤
    Pure Soul! Insanely Beautiful! Self love! And finally the end of the karmic cycle.
    God bless - Love from Bangalore.

  • @AB-yu2bv
    @AB-yu2bv 7 หลายเดือนก่อน +15

    More power to you Trishna

  • @surajits_info
    @surajits_info 7 หลายเดือนก่อน +5

    God bless you Dear ❤️🎉 And best wishes to your new journey of life 💖

  • @AAAA7040
    @AAAA7040 6 หลายเดือนก่อน +16

    Completed watching the whole video without even a break.. it's unbelievable........
    and it's never too late.. have courage & faith.. love & respect Trishna❤

  • @irinsaikia1732
    @irinsaikia1732 7 หลายเดือนก่อน +23

    Just going through ur stories...ur a good brave grl...be strong always..he will be punished for his Karma definitely.

    • @AnupZg-io2pc
      @AnupZg-io2pc หลายเดือนก่อน

      Girl also got punished for her choice ..

  • @rituparnakalita3330
    @rituparnakalita3330 7 หลายเดือนก่อน +8

    Emn dhunia sualijanik baru kunubai dukh diye ne, kunubai, bhut beya lage trishna ru hoisya nokoriba😢

  • @thejourney-7588
    @thejourney-7588 6 หลายเดือนก่อน +15

    বা, তোমাৰ কাহিনী শুনি মোৰ এনেকোৱা লাগিছে, সচাঁকৈ.... নাৰী ত্যাগৰ প্ৰতীক । তুমি বহুত সাহসী বা । এনেকোৱা লাগিছে তাক নহয় .. আহোমৰ দিনত হোৱা হ'লে শূলত দিয়াই উচিত শাস্তি হ'ল হেতেঁন😡

  • @rambalram2610
    @rambalram2610 7 หลายเดือนก่อน +28

    এই বিলাক চাই আৰু সমাজ খন প্ৰদূষিত হে হব... নুচুৱাই ভাল.. যুৱ প্ৰজন্ম..??? ইহঁতৰ খোৱাৰ ছেদ ভেদ নাই... গৰুৱে, গাহৰিয়ে, মদে, ভাতে একাকাৰ... Relationship টো একেই অৱস্থা.. কাৰ লগত কত কি কৰি ফুৰে কোনো ছেদ ভেদ নাই.. মাজতে এবাৰ ইয়াতে দেখিলোঁ Couple Swap কৰে বোলে...😮😮😮 এনেকুৱাই যদি অৱস্থা বিয়া কিয় কৰিব লাগে ??? Single হৈ গোটেই জীৱন অত তত কাৰোবাৰ লগত শুই ফুৰিলেই হল দেখোন...🤔🤔🤔 ইঁহতক পৰিচয় দিবলৈ ও লাজ লগা হল...যুৱ প্ৰজন্ম... ইহঁত আচলতে waste প্ৰজন্ম। এই বিলাক আৰু তোমাৰ চেনেল টোত দেখুৱাই সমাজ খন লেতেৰা নকৰি বা... এই লৰাটোৱে বাংগালোৰ অত কি চাকৰি কৰে...?? ই যদি ২, ৩ মাহ ঘৰতে আহি থাকে... তাক কোনে চাকৰিত ৰাখিছে..?? মোৰ সন্দেহ হয়... 😮😮😮 কি চাকৰি কৰাৰ ও উপযুক্ত বুলি মই নাভাবো। বাপেক নিশ্চয় এটা ডাঙৰ চৰকাৰী চুৰ আছিল... আৰু ভাল টকা মাৰি থৈছে... বাংগালোৰত নহলে ভাৰা ঘৰ ৰাখি থব নোৱাৰে...😮😮😮

    • @boosbiky01
      @boosbiky01 7 หลายเดือนก่อน

      প্ৰেম এটা বহুত ডাঙৰ _ বিপদ কাৰণ এটা জীৱন প্ৰেমক বা প্ৰেমৰ লগত জীৱন যাপন কৰাৰ হয় ৷
      সেই কাৰণেই ভাবি চিন্তিত বিয়া হোৱাৰ ওচিত মহিলা সকলৰ ৷
      JAI SHREE RAM 🚩 ❤

    • @dr.indiraneog9401
      @dr.indiraneog9401 7 หลายเดือนก่อน

      Really

    • @dr.indiraneog9401
      @dr.indiraneog9401 7 หลายเดือนก่อน +1

      Bitter truth

  • @BinoybhaniRajbongshi-so7vl
    @BinoybhaniRajbongshi-so7vl 7 หลายเดือนก่อน +27

    Xasa ভালপোৱা জনে কোনো ভালপোৱা কথাতে বাধা নিদিয়ে বাকী যি নহক নাচ গান এইবিলাক বাধা দিলে মই মৰি যাব পাৰোঁ কাৰণ নাচ গান এইবিলাক তেজত থাকে আৰু নাচ গান অভিনয় কৰিলেই যে বেয়া হব মানুহ জনী তেনেকুৱা নহৈ xasa ভালপোৱা জনে সৰু সৰু কথাত কাজিয়া লাগি অত্যাচাৰ কৰিব নোৱাৰে অ বা তাৰ বিপৰীতে সৰু সৰু কথাত care লয়। একো নাই আৰু ভাল মানুহ পাবা জীৱনত আৰু আনৰ বেয়া comenatot ভাগি ও নপৰিবা যাৰ লগত হৈ টেওহে বুজি পাই আৰু শুনা আনৰ ছোৱালীক এনে কৰিলে নিজৰ লগতো হয় এদিন সিহঁতৰ দিন আহিব আপুনি শুনিবলৈ পাব ।আৰু তেওঁলোকৰ বেয়া আপুনি নকৰিব ভগৱান আছে তোমাক এদিন বিচাৰি আহিব লাগিব বা ধৰ্য ধৰা love you ba vale thakak

  • @Nisantakalita948
    @Nisantakalita948 7 หลายเดือนก่อน +35

    আচলতে এই ঘটনাৰ পৰা এটা কথা ভালকৈ বুজি পালোঁ যে *তেওঁ যদি ইমান খিনি ধৰ্য নধৰিলে হেঁতেন তেতিয়া হলে তেওঁ চাগে আজি ন্যায় নাপালে হেতেন *আৰু এটা কথা তেওঁৰ সেই শিক্ষাই তেওঁক বহুত সহায় কৰিছে। আচলতে শিক্ষা হলে এনেকুৱা হব লাগে।আপুনি কিন্তু বহুত বেছি সংগ্ৰাম কৰিছে দেই যি বয়সত আপুনি হাঁহি মুখে থাকিব লাগিছিল, সেইখিনি সময়ত আপুনি বাপ ৰে ,,,,, একো নাই দিয়া ভৱিষ্যতে যাতে আৰু এনেকুৱা কাৰো লগত নঘটক তাৰে কামনা কৰিলোঁ।।

  • @dhunup1501
    @dhunup1501 7 หลายเดือนก่อน +4

    You will win, May God bless you .Go ahead be confident.

  • @kalyanjyotihazarika
    @kalyanjyotihazarika 6 หลายเดือนก่อน +9

    Completely agree with #Trishna..no matter how much love between couple we must b prepared somewhere mentally that the person might leave us at the most unexpected moment when we need them d most...!!

  • @nikumoniroy310
    @nikumoniroy310 7 หลายเดือนก่อน +37

    More power to you Trishna Baa❤.

  • @kalpanadas6707
    @kalpanadas6707 7 หลายเดือนก่อน +3

    Trishna tumar kothakhini xuni khub dukh lagise,, tumi manuh sini napala ki kom aru khub dukh lagise,,, God bless you 🌹🌹🌹❤❤❤

  • @robinmahanta8768
    @robinmahanta8768 7 หลายเดือนก่อน +21

    তোমাৰ সকলো বিলাক কথা শুনিলো,, বৰ দুখ জনক ।মহিলাৰ ওপৰত পুৰুষৰ এনে ধৰণৰ বৰ্বৰতা লাজ লাগে। আগুৱাই যোৱা জীৱন সংগ্ৰামত।

  • @n2saikia
    @n2saikia 6 หลายเดือนก่อน +5

    প্ৰত্যেকটো ক্ষেত্ৰতেই জোখতকৈ বেছি হলেই ক্ষতি। সেইয়া লাগিলে ভালেই হওক বা বেয়া আপোনেই হওক বা পৰ। সৰ্ম্পক আৰু সম্বন্ধ কেতিয়াও একেহ'ব নোৱাৰে ঠিক তেনেকৈ ;যেনেকৈ তুমি প্ৰিয়জন নে প্ৰয়োজন বুজিপালা অনুতপ্ত হলা।
    বেয়া লাগিছে হাহাকাৰ জীৱনটোলে😥😥কিন্তু ভালো লাগিছে😊😊😊স্বাধীন মানসিকতালে। ইমানখিনি ত্যাগ কৰিও তুমি যান্তনাক বিৰ্সজন দিছা আৰু তোমাৰ কিঞ্চিৎ মানো হাঁহি আৰু তোমাক মুক্ত ভাৱে কাষত পাই তোমাৰ অজ্ঞাতেই তোমাৰ পৰিয়ালে কিমান সকাহ আৰু সান্ত্বনা পাইছে হয়তো তুমিও অনুভৱ কৰিব নোৱাৰিবা ।
    শেষত মাত্র এটাই কম next time anybody here no copomaige see you again because that's somethings was biggest life is rong 🙏🙏🙏🙏

  • @debajitchutia4645
    @debajitchutia4645 7 หลายเดือนก่อน +5

    So pretty..Look like Sonakshi sinha. ... God bless

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 7 หลายเดือนก่อน +31

    তুমি বহুত সাহসী আগুৱাই যোৱা। আৰু ইমান মৰম লগা লগতে কথাখিনিও সুন্দৰ কৈ কৈছা ❤️👍👍👍

  • @shrawanengti6645
    @shrawanengti6645 4 หลายเดือนก่อน +2

    তৃষ্ণাৰ ধৈৰ্য্য গুণ আৰু সাহসিকতাৰ কথাবোৰ শুনি বৰ ভাল লাগিল। তাইৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলো।

  • @Niki11.11
    @Niki11.11 7 หลายเดือนก่อน +23

    You are such a kind hearted girl ..seriously koisu...tumi edin hazarjoni sualir voice hoba❤ I just love you ...

  • @himadridevi8281
    @himadridevi8281 7 หลายเดือนก่อน +3

    Tumi aguwai jua baaa move on kri🙂 vl houk tumar atia pora tumar jibon tu xukhor houk❤ xodai ai hahi tu mukhot rakhiba😊

  • @triggerBinita9
    @triggerBinita9 7 หลายเดือนก่อน +4

    Strong hoi thaka baa God bless you

  • @sonakantasonowal1361
    @sonakantasonowal1361 7 หลายเดือนก่อน +2

    God bles u. Be strong yourself.

  • @mrinalisharma6537
    @mrinalisharma6537 หลายเดือนก่อน

    তৃষ্ণা তোমাৰ জীৱন কাহিনী শুনি সঁচাকৈ বহুত আবেগিক হৈ পৰিছো। এনেকুৱা লেতেৰা চৰিএ পুৰুষৰ লগত তুমি নাথাকি তুমি এজনী ইমান ধুনীয়া ছোৱালী তোমাৰ শিক্ষা আৰু মাৰ দেউতাৰ আশিবাদ লৈ তুমি তোমাৰ জীৱন আগুৱাই নিয়া। মোৰ শুভ কামনা থাকিল।

  • @mrinalinihazarikaofficial
    @mrinalinihazarikaofficial 7 หลายเดือนก่อน +3

    ❤val lagil bht...last line keita hodai mnt thkibo TQ baa

  • @ashmitasaikia7151
    @ashmitasaikia7151 7 หลายเดือนก่อน +80

    ইমান সহজ সৰল ছোৱালী❤

    • @TroyMarrero-ro1fq
      @TroyMarrero-ro1fq 3 หลายเดือนก่อน

      She is not. Karubak dekhi val beya buli nkoba.

  • @syedaellinnahar1995
    @syedaellinnahar1995 7 หลายเดือนก่อน +5

    you're very talented girl. good wishes to you👍

  • @lachitdutta8896
    @lachitdutta8896 6 หลายเดือนก่อน +7

    ভগৱানে তোমাক সাহস দিয়ক ♥️ 🥺

  • @chayanikatalukdar7792
    @chayanikatalukdar7792 7 หลายเดือนก่อน +3

    Apuni bht strong.. Salute

  • @Orewa_Luffy321
    @Orewa_Luffy321 7 หลายเดือนก่อน +7

    Skip nokora k full video salu.. really good video.

  • @nytionbasumatary94
    @nytionbasumatary94 5 หลายเดือนก่อน +4

    Every incident teach us a lesson so Stay positive n Be Strong lil Sis…👍🏻✊🏻

  • @djkashyap1
    @djkashyap1 7 หลายเดือนก่อน +15

    You look so honest and being so honest you had to suffer. Try to heal yourself, try to heal your mind, try to be yourself. Everything will be as usual like before your marriage. I am always with you.

    • @pradipbaishya3459
      @pradipbaishya3459 6 หลายเดือนก่อน

      Really I am telling you that every person wants to wife like you... You are really great women.... God bless you... Forget everything and start a new journey...

  • @user-Banshali
    @user-Banshali 7 หลายเดือนก่อน +6

    Hahi tu emn dhuniya ba joni ❤ val hbo tumr baa vlka thaka tumi❤ bhut morom

  • @ritamonibaruah9339
    @ritamonibaruah9339 7 หลายเดือนก่อน +4

    Tumi atia kormo kora aru ag bahi jua. God bless you

  • @forcegaming8762
    @forcegaming8762 7 หลายเดือนก่อน +19

    সকলো মানুহ একে নহয়
    তোমাৰ কথাবোৰ শুনি বেয়া লাগিল
    এনেকুৱা যাতে কাৰো লগত নহয়

  • @Namami20054
    @Namami20054 7 หลายเดือนก่อน +2

    Yes, you are right, be prepared for anything and everything

  • @hemangakmohan
    @hemangakmohan 7 หลายเดือนก่อน +35

    actually baa is brave, and this video is really a inspiration to women which they have suffered like that, ekdom skip nokora k salu 1:57:44 really a good video

  • @relaxingmusic1071
    @relaxingmusic1071 7 หลายเดือนก่อน +34

    আমাৰ সমাজত এনেকুৱা কিছুমান কাপুৰুষ আছে যিয়ে নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলায়। ইহত আচতে সমাজৰ কলংক, ইহত পুৰুষৰ শ্রেনীত নপৰে।। যেতিয়া টিকা লাল কৰি পিটা যায় এই মানুহ ৰুপি কুকুৰ কেইটাক তেতিয়া ইহত চিধা হৈ যায়। ঘৈনীয়েক বোৰেও অত্যাচাৰী স্বামীৰ অত্যাচৰ সহিব নালাগে। এটা মাৰিলে দহটা চৰ দিব লাগে নহলে পুলিচক জনাব লাগে।

  • @shikhadas9617
    @shikhadas9617 6 หลายเดือนก่อน +10

    Marriage is a very big thing in once life, the way she had taken this decision also supported by parents is very impulsive. Situation can be really devastating even worst then this. Be serious in matters like marriage n stuff. God gave her courage to overcome but not everyone will be lucky like her. I hope people will get serious in these issues.

  • @rituponbora6240
    @rituponbora6240 7 หลายเดือนก่อน +11

    তোমাৰ কাহিনী শুনি আচৰিত হলো। কিন্তু তাক উচিত শিক্ষা দিবা যাতে ভবিষ্যত কোনো লৰাই তেনে কৰিবলৈ সাহস নকৰে।

  • @goodworks7338
    @goodworks7338 7 หลายเดือนก่อน +19

    😊..... সকলোকে just কব বিচাৰিম, এইবোৰ ভিদিঅৰ লগত নিজৰ জীৱনটো কেতিয়াও rilate নকৰিব........ 😊😊😊😊😊😊

    • @chandanbaruah9803
      @chandanbaruah9803 7 หลายเดือนก่อน +5

      Ji jonor logot hoi haijona ha buja. Mur baar logot tanakua hoi ase, gotike moi buji pau anubhob bur

  • @chittagohain5269
    @chittagohain5269 7 หลายเดือนก่อน +13

    Very very heart touching story.

  • @daspiglets1866
    @daspiglets1866 7 หลายเดือนก่อน +4

    U just forget everything don’t remember 😪past is past don’t comeback ☹️star u new life dr

  • @khati442
    @khati442 7 หลายเดือนก่อน +7

    Money is not matter mam... he is not a men yes ...head soft you mam❤....you are great mam always happy you mam I hope and pray you mam ❤....