আলি ঢাকি পৰ শালিকী | Aali Dhaki Poro Xaliki | নমিতা ভট্টাচাৰ্য | অসমীয়া গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024
  • আলি ঢাকি পৰ শালিকী | Aali Dhaki Poro Xaliki | নমিতা ভট্টাচাৰ্য | অসমীয়া গীত
    কথাছবি: তৰামাই(1975)
    কণ্ঠ: নমিতা ভট্টাচাৰ্য
    সংগীত: ৰমেন বৰুৱা
    কথা: ড° নিৰ্মলপ্ৰভা বৰদলৈ
    আলি ঢাকি পৰ শালিকী
    অগা দেৱা কৰ শালিকী !
    তই জানো জান মোৰ বেথা...
    মনৰ সাঁচতীয়া কথা...!
    কিহতে ৰাখিছোঁ ঢাকি..!
    অ’ অ’ !
    আলি ঢাকি পৰ শালিকী
    আগা দেৱা কৰ শালিকী !
    তই জানো জান মোৰ বেথা...
    মনৰ সাঁচতীয়া কথা...!
    কিহতে ৰাখিছোঁ ঢাকি..!
    বা লাগিলে..
    ছাঁ লৰিলে,
    ধাননি উলাহতে হালে জালে !
    বা লাগিলে..
    ছাঁ লৰিলে,
    ধাননি উলাহতে হালে জালে !
    দুপালি দুপহি কঁহুৱা ফুলনি
    ৰ’দত তিৰেবিৰাই জ্ব..লে !
    কোনে জ্বলাবহি মো..ৰ !
    হিয়াৰে ফুলৰে চাকি !
    অ’ অ’ !
    আলি ঢাকি পৰ শালিকী
    অগা দেৱা কৰ শালিকী !
    তই জানো জান মোৰ বেথা...
    মনৰ সাঁচতীয়া কথা...!
    কিহতে ৰাখিছোঁ ঢাকি..!
    বা লাগিলে..
    ছাঁ লৰিলে,
    জুৰিটি ৰঙতে নাচে বাগে !
    বা লাগিলে..
    ছাঁ লৰিলে,
    জুৰিটি ৰঙতে নাচে ছাগে !
    আজলি আজলি !
    কাঁজলি পানীয়ে
    আজলি হিয়াই কি মাগে !
    মনে বিচাৰিছে যাক...!
    তেওঁ জানো বা কি না কি ?!
    অ’ অ’ !
    আলি ঢাকি পৰ শালিকী
    অগা দেৱা কৰ শালিকী !
    তই জানো জান মোৰ বেথা...
    মনৰ সাঁচতীয়া কথা...!
    কিহতে ৰাখিছোঁ ঢাকি..!
    অ’ অ’ !
    অ’-অ’ অ’ লা-লা লা-লা লা..
    জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
    ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন ...
    জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
    অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
    বৰগীত playlist: • Borgeet বৰগীত
    Assamese Song Lyrics. অসমীয়া গীতৰ কথা।

ความคิดเห็น •