Bhupen Hazarika - Best Assamese Songs (Part 1) ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 มิ.ย. 2023
  • Bhupen Hazarika Best Assamese Songs - ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত
    1. আকাশী গংগা বিচৰা নাই
    2. এটুকুৰা আলসুৱা মেঘ ভাহি যায়
    3. কহুৱা বন মোৰ অশান্ত মন
    4. বিমুৰ্ত মোৰ নিশাটি
    5. আমি অসমীয়া নহও দূখীয়া
    6. মদাৰৰে ফুল হেনো
    7. ব'হাগ মাথো এটি ঋতু নহয়
    জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
    ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন ...
    জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
    অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
    বৰগীত playlist: • Borgeet বৰগীত
    bhupen hazarika, bhupen hazarika assamese songs, assamese songs, bhupen hazarika songs,assamese song, bhupen hazarika assamese song, bhupen hazarika assamese, best of bhupen hazarika, bhupen hazarika hits,bhupen hazarika songs assamese, bhupen hazarika song,bhupen hazarika songs with lyrics, hits of bhupen hazarika, bhupen hazarika all assamese song, best assamese songs,jayanta hazarika songs, bhupen hazarika best song, assamese, bhupen hazarika hindi songs
    Assamese Song Lyrics. অসমীয়া গীতৰ কথা।
  • เพลง

ความคิดเห็น • 39

  • @amritkotoky9383
    @amritkotoky9383 ปีที่แล้ว +14

    বৰ সুন্দৰ গান

  • @sankarnath8888
    @sankarnath8888 หลายเดือนก่อน +2

    Deh mon jur pori jai

  • @ajaypatowary5703
    @ajaypatowary5703 ปีที่แล้ว +6

    Dr Bhupen Hazarika dev ganbore all time super hit

  • @SriIswarchandraDas
    @SriIswarchandraDas ปีที่แล้ว +7

    Chuin chaon abar mukhani tomar.❤🎉

  • @PrbinChutia
    @PrbinChutia หลายเดือนก่อน +3

    ইমান সুন্দৰ, সুমধুৰ আৰু অৰ্থবহ গীত, ভাবিলে আচৰিত লাগে। এইবোৰকহে প্ৰকৃতে গীত বোলি কব পাৰি। এইয়া কেৱল আমাৰ অসমীয়াৰ বোকুৰ আপুন,হিয়াৰ আমথু, স্বৰ্গীয় ভূপেন হাজৰিকা দেৱৰ দ্বাৰাহে সম্ভৱ। বৰ্তমান প্ৰজন্মই কেৱল তেখেতৰ গীত শুনিলেই নহ'ব, গীতৰ অন্তৰ্নিহিত অৰ্থ ও উপলব্ধি কৰিব পাৰিব লাগিব।ঐক্য, সমন্বয়,ভাতৃত্ব বোধেৰে গঢ়লৈ উঠা,একালৰ বৰ অসমখনি কিয় আজি ভাঙি যানবাহন হ'ল।কিয় আজি বিভিন্ন চেলু বিচাৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, মণিপুৰ ত্ৰিপুৰা আদি নামলৈ আই অসমীৰ অঙ্গ সমূহ ওলাই গ'ল।কোনে আমাৰ মাজত বিভেদৰ বীজ সিচিলে।কিয় আজি আমৰ অসমীয়া সমাজ তথা আই অসমী নিখকটীয়া, দূৰ্বল। এনে বোৰ অতি গুৰুত্বপূৰ্ণ বিষয়য়েই তেখেতে গীতটিৰ জৰিয়তে অতি সুন্দৰকৈ উপস্থাপন কৰিছে। তেখেতৰ গীত সমূহ কেৱল মনোৰঞ্জন ধৰ্মীয়েই নহয়, অফুৰন্ত জ্ঞানৰো ভাণ্ডাৰ। আজিৰ প্ৰজন্মৰ লোকে তেখেতৰ গীতৰ অন্তৰ্নিহিত অৰ্থ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব লাগিব। ধন্যবাদ।

  • @trisongkukakoty6673
    @trisongkukakoty6673 2 หลายเดือนก่อน +5

    প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰত এই বিলাক গানৰ চৰ্ছা হব লাগে বুলি মই সকলো অসমীয়া মানুহলৈ মোৰ অনুৰুধ থাকিল

  • @dipikabaishya6966
    @dipikabaishya6966 8 หลายเดือนก่อน +5

    Best all the time

  • @birinchisarma3356
    @birinchisarma3356 2 หลายเดือนก่อน +3

    Long life songs.

  • @santaramdeka3015
    @santaramdeka3015 หลายเดือนก่อน +2

    🎉punar upajak

  • @parikhitdas5401
    @parikhitdas5401 6 หลายเดือนก่อน +15

    কালজয়ী গান

  • @bornalikonch733
    @bornalikonch733 19 วันที่ผ่านมา +1

    All songs my frb...❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 ปีที่แล้ว +5

    What a great composition by Bhupen da.

  • @rajashridas1955
    @rajashridas1955 9 หลายเดือนก่อน +7

    সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণত তেওঁলৈ শত কোটি প্ৰণাম যাচিলো আপোনাৰ ভিডিঅ' ৰ জৰিয়তে 🙏🌸🙏💮🙏💐🙏
    গীতৰ নিৰ্বাচন অতি সুন্দৰ 🙏👌

    • @SashiSaikia-pt8rm
      @SashiSaikia-pt8rm 8 หลายเดือนก่อน +1

      😅 সৰু kalaloকাললৈ উভতি galu অতি সুন্দৰ তাতে ভূপেন হাজৰিকা দেৱৰ গীত

  • @subhasaikia1355
    @subhasaikia1355 8 หลายเดือนก่อน +3

    Bor bhal lagil

  • @Mr.Brojen321
    @Mr.Brojen321 6 หลายเดือนก่อน +4

    ❤❤❤😊😊😊

  • @arindomdas1709
    @arindomdas1709 ปีที่แล้ว +5

    Amar gan

  • @user-uv7lf2wf9x
    @user-uv7lf2wf9x 7 หลายเดือนก่อน +8

    ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গানেই যথেষ্ট অৰ্থপূৰ্ণ।

  • @ramennath9501
    @ramennath9501 3 หลายเดือนก่อน +2

    Old is diamond

  • @dipankarDeka-cm8yc
    @dipankarDeka-cm8yc 6 หลายเดือนก่อน +3

    Bohut vl lage dr bhupe hazarika debr all song
    I miss you bhupen da

  • @dineshsarania4834
    @dineshsarania4834 5 หลายเดือนก่อน +5

    সৰ্বকালৰ সৰ্বসুন্দৰ আৰু সৰ্বশ্ৰেষ্ঠ সৃষ্টি

  • @digantakalita5909
    @digantakalita5909 หลายเดือนก่อน +1

    Amar songs

  • @nizaraborbora8269
    @nizaraborbora8269 7 หลายเดือนก่อน +7

    শুপ্ৰভাত, ভূপেনদাৰ গীত সদায় শুনিব মনযায়

  • @tarusarma2102
    @tarusarma2102 3 วันที่ผ่านมา

    RESPECTED Dr BHUPEN HAZARIKA DEV LOI MOR KOTI KOTI PRANAM JONALO 🙏🙏🙏🙏🙏 All Songs my favourite....... All Song's Super hit Song 👍 All time favourite.....SO PROUD OF ASSAM And world 🌎🌎🌍. LEGEND 🙏🙏🙏 REST IN PEACE 😢😢😢😢

  • @krishnasharmaandassociates2560
    @krishnasharmaandassociates2560 11 หลายเดือนก่อน +5

    Best Writter of All time

  • @debendrakumarnath9286
    @debendrakumarnath9286 12 วันที่ผ่านมา

    বংগত ৰবীন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে চৰ্চা আৰু প্ৰবন্ধ/কিতাপ সদায়েই হৈ আছে। ভূপেন হাজৰিকা সঁচা অৰ্থত এজন genious. কিন্তু ভূপেন হাজৰিকাক আমি পাহৰিবলৈ লৈছো।তেওঁৰ তত্বগধুৰ লিখনি/প্ৰবন্ধ বোৰ হেৰাই যাব যেন লাগিছে।ভূপেন হাজৰিকাক লৈ বহুতো গৱেষণা হব লাগিছিল।

  • @abhishekdevnath9959
    @abhishekdevnath9959 11 หลายเดือนก่อน +4

    শুভ জন্ম দিন।

  • @dhunugogoi9488
    @dhunugogoi9488 ปีที่แล้ว +3

    ❤❤❤❤✨

  • @user-ct4vy2uz8x
    @user-ct4vy2uz8x 13 วันที่ผ่านมา

    Holy thinking ❤❤❤

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb 9 หลายเดือนก่อน +7

    Thanks 🎉from andharpradesh nellore district.

  • @sukumardutta9260
    @sukumardutta9260 11 หลายเดือนก่อน +8

    Bhupen Hazarika was singing various type of songs which touched every corner of human heart his life is really devoted to the literature of human heart it is very best and need to respect this soul for interest of Assamese

  • @moniramdas4569
    @moniramdas4569 2 หลายเดือนก่อน +3

    song of Respected Dr Bhupen Hazarika' s are always alive & evergreen .

  • @pranabtalukdar4842
    @pranabtalukdar4842 ปีที่แล้ว +6

    ❤️🙏🙏🙏❤️

  • @gautamkalita2558
    @gautamkalita2558 2 หลายเดือนก่อน +1

    2024/5/15...9.54am t xuni asu

  • @kusumsharma4537
    @kusumsharma4537 2 หลายเดือนก่อน +1

    Lovely yyyyyyyyyyyyysingerrrrr 👍👌🙏🌸🪔

  • @pranabgogoi6283
    @pranabgogoi6283 11 หลายเดือนก่อน +3

    Bharot ratna.