ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Thank you all for your lovely wishes, I am indebted to you all. Stay happy always. Bhale thakok xokolu.
Sir, where can i buy your book. I am from Dibrugarh.
Apunr kotha bur bht vl lge ...xuni thkb mn jy xday
ভাল লগা ব্যক্তিজন ❤ ভগৱানে আপোনাক ভালে ৰাখক 🙏
এখেতক আজি অনুস্থানত অনাৰ বাবে হিমাশ্ৰীক বহুত বহুত ধন্যবাদ। তেখেতৰ motivation মোৰ লগতে বহুতেই ভাল পায় ।
দাদা ৰ কথা বোৰ শুনিলে শুনি থাকিবলৈ মন যায় । তেখেতৰ কথাবোৰ মই বিৰাট একান্ত মনে শুনো । মোৰ প্ৰিয় এজন সাংবাদিক
বহুত ভাল লাগিল কথা খিনি শুনি motivation পালো অলপ
দাদাৰ কথাবোৰ শুনিয়ে কিবা এটা ভাল লাগি যায়
বহুত যুক্তি সংগত কথা সুধিব লগা আছিল | প্রশ্ন উপস্থাপন কৰিব লগা বহুত জ্ঞানৰ প্রয়োজন আছে আৰু নিজৰ কথাৰ শৈলী গাম্ভীয্য পূর্ণ হোৱা আৱশ্যক
🙏🙏 আজিৰ আলোচনা খিনি শুনি বহুত নজনা কথা জানিব পাৰিছো । বহুত ভাল লাগিছে । ধন্যবাদ । 🙏
দৰ্শকক আৰু শ্ৰোতাক আকৰ্ষণ কৰিব পৰা এজন সফল মানুহ। তেওঁৰ পদবীটোৰ তেওঁ এওন যোগ্য ব্যক্তি। সাক্ষাৎ লোৱা চেনেলৰ গৰাকিলৈ শুভেচ্ছা জনালোঁ।
Kumud dasক বিৰাত ভাল পাওঁ। এখেতৰ আমন্ত্ৰণত বহুত ভাল পালোঁ।
মোৰ আটাইতকৈ প্ৰিয় সাংবাদিক জনক মাতি অনাৰ বাবে বহুত ভাল লাগিল ।মই তেখেতৰ প্ৰতিটো কথাই অতি আগ্ৰহেৰে শুনো ।মই কাৰ্বি আংলং জিলাৰ পৰা কলো ।❤❤❤
Hundor video ❤️🙏🏻❤️
Bohut bohut bohut val lagil,most welcome to both
Really nice and inspiring one.thanks a lot sir..
sir r Kotha bor bht vl lage 😮❤
program to bht vl lagil ❤😮
Really hosa kotha. Bohut bhal lagil huni kothabor.
অনুষ্ঠানটো চাই বহুদিনৰ আশা এটা পূৰণ হলযেন অনুভৱ হৈছে ।হিমাশ্ৰীবাক অশেষ ধন্যবাদ ।চাৰৰ বহুমূলীয়া আৰু প্ৰেৰণাদায়ক মন্তব্যই মোৰ দৰে বহুতোকে উৎসাহ সাহস দিয়াৰ লগতে জীয়াই থকাৰ বাট মোকলাই দিয়ে বিশ্বাস ।ভগৱানৰ ওচৰত আপোনাৰ মংগল কামনা কৰিলোঁ ।🙏জয় শ্ৰীকৃষ্ণ 🙏
বহুত বহুত আন্তৰিক ধন্যবাদ জনালো।ভালপোৱা আৰু শ্ৰদ্ধা সদায়েই জনাই আহিছো।চাৰক।
সচাই ভাল লাগিল তোমাৰ আৰু চাৰৰ video, চাই জীয়াই থকাৰ সাহস পাওঁ।
বৰ সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিলোঁ ❤হীমাশ্ৰীলৈ ধন্যবাদ ❤❤
বহুত ভাল লাগিল
. মোৰ অতি প্রিয় সাংবাদিক জন
অনুস্থানটো খুবেই ভাল লাগিল মানুহজনক বৰ খঙাল যেন লাগিছিল কিন্তু এই অনুষ্ঠানটোৱে মানুহ জনৰ প্ৰতি থকা ধাৰণাটো সলনি হৈ গল।তেখেতে কথাখিনি বৰ সুন্দৰভাৱে বুজাই দিছে ধন্যবাদ জনালো।
তেখেতৰ video চাই বহুত শিকিছো, সদাই চাওঁ। বহুত বহুত ধন্যবাদ জনালোঁ।
ভাল লাগিল। মানুহ জন প্ৰেৰণাদায়ক 🎉
Bohut val lagil sark❤❤
খুব ভাল লাগিল😊
আজি বহুত ভাল লাগিল অনুস্থানতো
ধন্যবাদ দাদা আপুনি বহুতো ভাল কথা কইছে বহুতো বহুতো ধন্যবাদ ❤❤❤❤❤❤❤❤
Kothabur xuni bes val lagil❤❤
Bor beci Val lagil kathakhini.👌👌
খুউব ভাল লাগিল
কথাবোৰ শুনি খুবেই ভাল লাগিল 🎉😊
Bohut bohut bohut vl lagil kumud dasok vl lage
খুউৱ ভাল লাগিল । ধন্যবাদ
সুন্দৰ ❤
অনুষ্ঠান টো ভাল লাগিল।
ভাল লাগিল ❤
Thank u dada❤❤❤
বহুত ভাল লাগিল তেখেতৰ কথাবোৰ
প্ৰিয় দাদা জন।
বহুত ভাল লাগিল অনুষ্ঠানতি
Tumak bhoot dhanyabad Dr kumud das k onar babe. Kiyo je manuhjonik eemman bhal lage.
So great parson. Love you sir ❤❤❤❤.
sir katha bilak bahut val lage🎉
Sir r vedio bur sae thaku ,oti প্ৰেৰণাদায়ক এজন ব্যক্তি
Sir great 👍
ভাল লাগিল অনুষ্ঠানতু
Mojja kumud das love you❤❤❤❤
Bhut vl lagil interview tu sai❤
Kumad Das Sir mor khub priyo
ভাল লাগিল দে!
My favourite person ❤
বহুত সুন্দৰ ❤
ভাল লাগিল ।
Khundar hoise
বহুত ভাল লাগিল ❤
Bhut vl lagil.
Bohut val lagil dadar katha bur
বহুত শিকিলো ,বহুত শিকিবলৈ বাকি আছে 🙏🎉
👌 bohut val lagile
Very very good .Tq
হয় ,ছাৰৰ কথাবোৰ শুনি মোৰ বৰ ভাল লাগে।ইশ্বৰে আপোনাৰ লগতো আৰু ভাল কৰক কৃষ্ণ👏🏻🌹🌲❤️
😂বহুত ভাল লাগিল অনুষ্ঠান টি
কুমুদ দাস ডাঙৰীয়াৰ কথাখিনি শুনি ভাল। বৰ্তমান সময়ত তেওঁৰ অভিপ্ৰেৰণামূলক কথাখিনি ভালেই লাগে। তেখেতক মতাৰ বাবে তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।😊
তেখেতৰ Motivation নিউজ খুবে ভাল লাগে ।
Sir Great❤
Xub val lagil
বহুত ভাল লাগিল ছাৰৰ কথাখিনি শুনি। মই তেখেতৰ Motivation Speech বিলাক চাওঁ।
দাদাৰ কথাবোৰ শুনি বহুত ভাল লাগিল
অভিনেতা আছিল দেই মই তেখেতৰ অভিনয় চাইছো । বৰ্তমান সকলো ভিডিঅ' চাই আছোঁ।
সঁচাই ভাল লাগে মানুহ জনৰ প্ৰতিতো video চাও ♥️♥️♥️
তেওঁ ভিডিও চাওঁ , বহুত ভাল লাগে ❤❤❤
Xundor onusthan
Hundor kotha koise , bhak lagil ,
ভাল লাগিল মোৰ ভাল লগা এজন সাংবাদিক।
Bohut val lage tekhekok.. Teur vdo regular sau.. Xodaie vale thakok❤
নিজৰ কথাত সদায ভাল বুলি ভাবিব লাগে,আনৰ কথাত দুখ দিব বা পাব নালাগে ।😂
Lovely conversation...
Bohut val lage dadak
ভাল পাওঁ মানুহজনক❤
Good interview
ভাললাগিল
V d o tu bhal lagil
Sir khota honi bohut val lagil ❤From Tamulpur ❤❤
All rights khathabor koise❤
Bahut vl lgile dyi
ভাল লাগে sir ৰ video বোৰ
Hdai sau apunar video.. Aru baar❤
মোৰ বহুত বেছি ভাগ লগা , আদৰ্শ ব্যক্তি। কিতাপখন সকলো কিতাপ দোকানত ঊপলব্ধ হ'ব নে।
Nhoi
Val lagil.sir ketap khon neshoy hontanok kene dim pohebola
Bht val lgil baa
কুমুদ চাৰৰ কথা খিনি শুনি বৰ ভাল লাগে বহু ত নজনা কথা শিকিলোঁ।হিমা তোমাৰো program বোৰ ভালে হয়। ভাল ভাল টপিক আনা তুমি।
My favourite
বৰ ভাল লাগিল চাই Interview টো
ভাল লাগিল
Vl lagil
Val lagil
তেখেতৰ ভিডিও বোৰ চাই থাকো খুব ভাল লাগে।
সাংবাদিকবোৰ কিয় ৰাজনীতিকৰ মেৰাপাকত পৰি কিয় পিছ পৰি থাকে জনাব চোন!
Thank you all for your lovely wishes, I am indebted to you all. Stay happy always. Bhale thakok xokolu.
Sir, where can i buy your book. I am from Dibrugarh.
Apunr kotha bur bht vl lge ...xuni thkb mn jy xday
ভাল লগা ব্যক্তিজন ❤ ভগৱানে আপোনাক ভালে
ৰাখক 🙏

Sir khota honi bohut val lagil ❤
From Tamulpur ❤❤