অসমৰ আটাইতকৈ প্ৰভাৱশালী সাংবাদিক গৰাকী।

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • Manoj Kumar Goswami
    খবৰ নামৰ,দেশৰ সম্ৰাট
    যদি খবৰৰ এখন দেশ থাকিলে হয়, মুকুট পিন্ধিব পৰা সাংবাদিক জন।
    অসমৰ আটাইতকৈ প্ৰভাৱশালী সাংবাদিক গৰাকী।
    ৩ দশক অসমৰ সংবাদ জগতলৈ অবদান আগবঢ়াইছে তেওঁ।
    ৮০ দশকত তেওঁ আহিছিল সংবাদ জগতলৈ।
    ৮০ দশকৰ জেষ্ঠ সকলে তেখেতক লৈছিল বিশ্বাসত।
    ৯০ দশকত অহা সকলে তেখেতৰ লগত সাংবাদিকতা কৰি,এতিয়া ভিন্ন সংবাদ গোষ্ঠীক দিছে নেতৃত্ব।
    একবিংশ শতিকাত অহা সকলে তেওঁক নাম দিছে সংবাদ মাধ্যম আৰু সংবাদ গোষ্ঠীৰ পিতামহ।
    তিনিটাকৈ সংবাদ প্ৰতিষ্ঠানৰ তেওঁ এতিয়া পিতৃ।
    গল্পকাৰ,ঔপন্যাসিক, সাহিত্যিক,কবি,সাংবাদিক,
    মনোজ কুমাৰ গোস্বামী।
    'কথা বঁ‌টা', 'সংস্কৃতি বঁ‌টা,' 'সাহিত্য অকাডেমি বঁটা' লাভ কৰা মনোজ কুমাৰ গোস্বামী দেৱৰ সৈতে আজি বাৰ্তালাপ ।
    তেখেতৰ নতুনকৈ প্ৰকাশ পোৱা 'মাৰাডোনাৰ ঘড়ী' নামৰ কিতাপখন আৰু তেখেতৰ সৃষ্টি সম্পৰ্কে আলোচনা।

ความคิดเห็น • 47