পানৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব পাৰি।সহজতে পানৰ পুলি বনাব পাৰে।
ฝัง
- เผยแพร่เมื่อ 16 มิ.ย. 2021
- Hi
I m Lila. Welcome to our TH-cam chennel #Biswanath Agrifarm।
Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
পানৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব পাৰি।সহজতে পানৰ পুলি বনাব পাৰে।
About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব।
#পানখেতি#panarcutting#
Other link vidoes
• কম ঠাইত ভোট জলকীয়া খে...
কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
• ভোট জলকীয়া পুলি প্ৰস্...
ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
• জৈৱিক পচন সাৰ ঘৰতে কেন...
জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
• ভোট জলকীয়া খেতি কেতিয...
ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
• নেমু গছৰ মজা খোৱা কীট ...
নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
• এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
• নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
• নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
• নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
• জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
• নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
• জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
• ভোট জলকীয়াত কি কি সাৰ...
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
• বীজ শোধন কৈনেকৈ কৰিব ল...
বীজ শোধন কৈনেকৈ কৰিব লাগে জয় আই অসম...
Very good, innovative process
ভালো হয়েছে ভিডিও টা ভাই জান
🌹🌹🌹🌹🌹💐💐💐💐🌺🌺🌺🌺🌺🌺🌺🌺💐💐💐🌹
কৃষি ও মানুষ চেনেলের পখ থেকে ধন্যবাদ
Dhuniya lagil.
ধন্যবাদ।
Badiya bro..keep it up.
Thank you bro।
Mza
Nice video
Good information bro. 👍👍
Thank you bro।
Very good very very nice ❤❤❤❤❤❤
Awesome .......loved the idea you shared.......thank you so much for this video .....
Welcome।
Thank you so much
Good idea
Excellent sir
Thank you..
ইমান ধুনীয়া পান। আপোনাক দেখিলেই মোৰও কৰিবলৈ মন যায়।
আৰম্ভ কৰক হৈ যায় অলপ সময় লাগিব।
ছাৰ পান খেতি কৰিবলৈ কি কি দৰৱ অাৰু কি সাৰ দিৱ লাগে
Thanks dada....
Welcome।
Nice
Thank you।
Dada video tu hompurno nohowakoi a like korisu..tnks dada video tur babe
ধন্যবাদ আপোনালৈ।
আপোনাৰ আগৰ ভিডিঅ ছাই সেইধৰনে পানৰ পুলি পছালো, উপকৃত হৈছো, ধন্যবাদ।
ভাল লাগিছে।
❤️❤️❤️
I am first viewer
Welcome।
Bahut sundar 👍
Thanks।
Dada kiman adal gos ot
দাদা আপোনাক লগ পাব মন গৈছিল
নিশ্বয় লগ পাবলৈ চেষ্টা কৰিম।আপোনাৰ ঘৰ..?
Dada mati tut ki ki dile
5 K views 🤩🤩
Thank you।
Ami kolkata te ba 24pgs north paan fim dekhte chai. Kono sodhan dite parben
Pai but pior mal demez mal pabo
Mor panr gs aasil kinto uw poke shklo pan nohowa kri pelayse tar upay diyk
Rooting hormone tu kiman number tu hoi kobo neki?
Rooting Harman dam keman porbo ?
60,70 টকা মান লব।
Da apuni tea kalom diye ata video diboson please 🙏🙏
চেষ্টা কৰিম বাৰু।
@@BiswanathAgrifarm thank you so much
Apunar phone no tu dibo naki mane kiba sudibo thakle sudibo parim please da 🙏🙏
Dada Kula plotin2r nam ki
Polybag বুলি কলে বুজি পায়ে দোকানীয়ে..
Pan r tolot ki sar logowa hoise
আপোনাৰ ঠিকনা টো দিব ।মোৰ ঘৰ বিশ্ব নাথচাৰিআলিত
Bondhu korilo Bek koribo ❤️
নিশ্চয়।
Bohuti khupsurat hai!
Ek paan chara ketna dam?
20....
Inn
Hmm
ৰাতি পুৱাৰ অলপ ৰ'দ পৰিলেও বেয়া সৈযাব নেকি
একেবাৰে ৰদ নপৰা ঠাই হলে বেছি ভাল...
Apunar ghar biswanathar kun jegat
Panibharal।
Thank you Bro,apuna Luke piano kiba kitnakhak droibya bebohar Kore neki baru janabasun
নালাগে কৰিব ।
Hi 👉👉👉👉👉💞💞
Hlw।
Moiu korim hiki loisu
Try কৰক সফল হব।
miss india apple ber
কি কি হাৰ দীব লাগিব
আপোনাৰ Ruting hormon নে কি নাম টো পেকেটো video টো দিলে আমি ভালকৈ নামটো লব পাৰিম |
Rooting hormone।
Foxtail tree ase nki apunar tat
নাই নহয়।
Aapunar number 2 dibo
Panor dal apunar pora pamneki?
বাৰিষা পাব।
দাদা কিমান বছৰ মান লাগে বিক্ৰী কৰিব পৰালৈ ?
2 মাহত লগাব পৰা হয়..
Panor puli pam neki
বিশ্বনাথ চাৰিআলিৰ ঠিকনা টৌ জনাব দেই।
পানিভৰাল গাঁও।
Dada kom dinot bonsai Bonabo pari neki
Bansai বুলিলেই সময় লব যদি কম দিনত বনাব বিচাৰে ভাল bonsai নহব।যিমান সময় দিব সিমানেই ভাল হব।
@@BiswanathAgrifarm ধন্যবাদ দাদা reply দিয়া বাবে 🙏🏻❤️
ৰোতিন শমা কি বস্তু দাদা জনাবছো
Rooting hormone।
Mithapotty pan ase niki
Oi dada mok panor thari lagisill bisabo niki dada 🙏
Moi apunar ejon subscriber, apunar video bur sai khuubei anupranito hou, moi apunar porai inspiration pai nemu kheti arombho karisuu,akanman akhubidha etat porisu, kindly apunar contact number to dibosun, besike amoni nokoru, sinta nakaribo
9957717856
hormonar no kiman
70 টকা।
দাদা পানৰ গছত গোবৰ দিব পাৰি নেকি জনাবচোন
শুকান গোবৰ দিব কেঁচা গোবৰ দিব নালাগে।
Thank you dada janoar babe
Dada puli olop dangor hole DAP xar dibo parine.pls jonabo.
পাৰিব।গুৰিৰ পৰা 1feet দুৰত ৰিং কৰি দিব আৰু মাটিৰে ঢাকি দিব
Thanks
গান পানৰ পুলি কেনেদৰে কৰা হয় ?
ডাঙৰীয়া ভিদিওটী ভাল লাগিলে কিন্তু পাৰে যদি ঔষধ বিলাকৰ নাম লিখি দিয়াৰ ব্যৱস্থা কৰে যেন।
নিশ্বয় আগলৈ চেষ্টা কৰিম।ধন্যবাদ
@@BiswanathAgrifarm muko diboson please
আপুনি ব্যবহাৰ কৰা হ'ৰমন ৰ নাম আৰু দাম জনাবচোন
Rooting hormone বুলি মাৰিলে আহি যাব।
Pan puli pam nki Dada
Lagisil
পাব।কিমান লাগিছিলে বেছি নাই কিন্তু বিক্ৰী হৈ আছে।
Rutinharman
Panot gobar diba parine dada
শুকান গোবৰ দি শুকান যাবৰ দি ঢাকি দিয়ক
Mati to keneke prostot korim Kobo neki?
Video চাই লব সকলো বুজি পাব।
দৰপ কি কি
Rooting hormone
ৰোত ওলাব কাৰনে ।।ছেপতিক নহবৰ কাৰনে কি লগাইছে?
পুলি বোৰৰ দাম কিমান টকা
20,30 টকা পুলি চাই দাম হব
Pan puli pam neki dada
যোৱাবছৰ বহুতৰে অনুৰোধত পুলি অলপ বনাই দিছিলোঁ কেইটামান আছে।
RUTINE HURMON R DAM KIMAN
70,80 টকা লব company চাই দাম আছে।
পুলি লগা আছিল কত কেনেকৈ পাম
Contact my no..9957717856
Namaskar.... Moi Tezpuror port noise.... Aponar lagat protokhyo vabe Katha pati du Taman poramorxo Lobo bisarisilu...... Mor number 9954279605 ..... Anugrah kori massage eta diboson ei number tot
Msg দিয়া আছে চাই লব।
Pan puli agtu larali sige jai kio jonabo sun
এতিয়া লগোৱা সময় নহয় পান বাৰিষাত লগাব লাগে।
Apunar hoi janu? Apuni video koribo he goise neki
হয় নেকি।মোৰ উদেশ্য যিটো জানো সেইটো আপোনালোকৰ বাবে উপস্থাপন কৰা।
Pani dea ne ni
দুই এদিনৰ মুৰে মুৰে বতৰ অনুসৰি দিব লাগিব।মাটি শুকাই গলে মৰি যায়।
সাচি গছত লগাব পাৰি নে! পথাৰ মাতি দিব পাৰি নে।
মোৰ দেখান হোৱা নাই
দাদা
আকৌ try কৰক হব।প্ৰথম প্ৰথম অলপ অসুবিধা হব।
পান কেতিয়া আৰু কি মাহত লগাব পাৰি দাদা
দাদা কেই বছৰ মুৰত লগাব লাগিব৷ কলম দিয়া পাছত
2 মাহৰ পিছত লগাব পাৰে
No dibason
আপোনাৰ ফোন নম্বৰ খন দিব।
Apuni nepali neki
হয়।
আপোনাৰ ফোন নম্বৰটো দিবচোন ।
কেইলে লাগে
হৰমন নহলে নহব নেকি
হব কিন্তু hormone দিলে শিপাৰ বৃদ্ধি অলপ বেছিকৈ হোৱা দেখা যায়।
Dada apunar phone number tu dibo neki
Mithapotty pan ase niki
মোৰ তাত নাই বিচাৰি আছোঁ।
আপোনাৰ এইবিধ থলুৱা পানেই নহয় যানো ? তামুল গছত দিয়াটো চাংত হয়নেকি ?