Jika kheti , How to do farming || জিকা আৰু ভুলৰ 3g , 4g cutting কেনেকৈ কৰে ।
ฝัง
- เผยแพร่เมื่อ 11 พ.ค. 2024
- Jika kheti , How to do farming || জিকা আৰু ভুলৰ 3g , 4g cutting কেনেকৈ কৰে ।
জিকা ত পোক লাগিলে কি কৰিব ? How to grow vagitable// jika kheti , bengena kheti @FutureFocusAssam
ভাইটিৰ Channel link -- / @futurefocusassam
এই video টোৰ জৰিয়তে আমাৰ বাৰিত কৰা শাক পাচলি খেতি দেখুওৱা হৈছে আৰু লগতে
কি কি পাচলি লাগিছে আৰু কেনেকৈ চিঙাহৈছে তাকে দেখুওৱা হৈছে।
এই video টোত জিকত পোক লাগিলে কি কৰিব লাগে সেই বিষয়ে জনোৱা হৈছে ।
Your queries --
1. How to grow Vagitable
2. jika kheti kenekoi kore ?
3. bengena kheti kenekoi kore?
4. tiyoh kheti kenekoi kore ?
5. bodimah kheti kenekoi kore ?
6. Organic farming in assam
7. How to grow pumpkin?
#futurefocusassam #uparjon
#cnborganic #assamfarm
#broilerfarmbusinessplan #localmurgi
#rongalaukheti #Pumpkinfarming #jikakheti #bengenapuk #bodikheti - แนวปฏิบัติและการใช้ชีวิต
Moja dada 🎉
Val palu,bujilu 0aisu.dhanyabad.
আপোনাৰ ভিডিঅ' বোৰ বহুত উপকাৰী ।
30k 🎉🎉🎉
Val lagil dada❤
Moja
❤❤❤❤
Hundor👍
Video bilakot Jodi aponi with diagram dile hoi, ru bhal hol hoi....
2g 3g with diagram...
🙏
দাদা হেন্দালি বাবে ব্যৱহাৰ কৰা জালি ৰছী তো ক'ত পোৱা যায় please jonabo sun mane muk lagisil
Mor vol aru jekar koli bor halodhiya xukai jai eyar upai deok sun
আপুনি যি কাটিং নকৰক কিয় আপোনাৰ আপোনাৰ ফল কমকৈ লাগিব আৰু সোনকালে গছ মৰিব,,, বাৰীৰ চৌপাশে ছফা কৰি ৰাখক ,,, নহলে বেমাৰ সোনকালে লাগিব,, বেমাৰী পাত ডাল থাকিলে সদায় কাটি পৰিষ্কাৰ কৰি ৰাখিব,,
Sar2 kom hol nki😂
Apunar dragon jupa phol dhorise ne jonabo sun
Dhorise, atiya arombho hoise
বন্ধু মোৰ জিকা গছৰ সকলো কলি শুকাই হালধীয়া হয় গৈছে ।কি কীটনাশক দিলে ভাল হব জনাব।
SAFE বুলি Fungisite এটা পাই সেইটো use কৰিব, 1 বাৰ মান use কৰি 1 সপ্তাহৰ মোৰত আকৌ use কৰিব। আগতে video দিয়া আছে , চাই লব ।
ধন্যবাদ।
বৰলীয়াই আক্ৰমণ কৰিছে চাগে,fruit fly pheromone trap লগাব
Mur jika guti lagise kin2 borole KTom kri dise 😢