পান পঁচা বা জ্বলা ৰোগ ও প্ৰতিকাৰ | এইবোৰ কিয় হয়? কি কৰিলে ভাল হব? সকলো প্ৰশ্নৰ উত্তৰ - Biraj nath

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • পান কিয় গছতে জলি যায় বা পঁচি যায়? ইয়াৰ কাৰণ কি? কি কৰিলে ভাল হব? সকলো প্ৰশ্নৰ উত্তৰ পাব এই ভিডিওটোত।
    #পানৰ_ৰোগ_ও_প্ৰতিকাৰ
    #পান_পঁচা
    #পান_জ্বলা
    #পান_খেতি
    #pan_kheti
    #pan_ki_kheti
    #betel_leaf
    👉অতি কম খৰচত পুনৰ খেতি কৰক || তামোল গছ নোহোৱাকৈ :- • তামোল গছ নহলে বাৰু পান...
    👉পান ৰোৱাৰ সঠিক পদ্ধতি আৰু নীতি-নিয়ম সমূহ :- • সঠিক ভাবে পাণ ৰোৱক কেত...
    👉বাঁহৰ বিচনী কেনেকৈ বনাব? সম্পূৰ্ণ পদ্ধতি :- • ঘৰতে বাঁহৰ বিচনী তৈয়াৰ...
    এখন সুস্থ পাণবাৰীৰ বাবে কৃষক সকলে বছৰজুৰি কৰিবলগীয়া নিয়ম কেইটামান তলত উল্লেখ কৰা হ’ল।
    ১) পাণ ৰোৱাৰ বাবে সুস্থ বাৰীৰ কমেও ২/৩ বছৰীয়া গছৰ পৰা সঁচ নিৰ্বাচিত কৰিব লাগে।
    ২) পাণ ৰোৱা ঠাইত পানী জমা হ’ব নালাগে বা বৰষুণৰ বতৰত পানী সহজে ওলাই যাব পৰাকৈ নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে।
    ৩) পাণ ৰোৱাৰ আগতে আগবোৰ ১ শতাংশ শক্তিযুক্ত “বৰড’মিশ্ৰণ”ত কমেও ১০ মিনিট সময় শোধন কৰিব লাগে।
    ৪) বছৰত দুবাৰ (চ’ত-ব’হাগ আৰু আঘোণ-পুহ মাহত) ট্ৰাইক’ডাৰমা যুক্ত পচন সাৰ বা কেঁচুসাৰ আৰু খলিহৈ মিশ্ৰণ তৈয়াৰ কৰি প্ৰয়োগ কৰিব লাগে।
    ৫) সময় মতে বনবাত নিৰাই বাৰীখন পৰিস্কাৰ কৰি ৰাখিব লাগে।
    ১ শতাংশ “বৰড’মিশ্ৰন”ৰ প্ৰস্তুত প্ৰণালী
    ১) প্লাষ্টিকৰ এটা পাত্ৰত ৫ লিটাৰ পানীত ১০০ গ্ৰাম টুটিয়া ভালদৰে মিহলাই ল’ব লগে।
    ২) দ্বিতীয় পাত্ৰটোত ৫ লিটাৰ পানীত ১০০ গ্ৰাম চূণ গলাই মিশ্ৰণ প্ৰস্তুত কৰিব লাগে।
    ৩) এতিয়া তৃতীয় পাত্ৰটোত টুটীয়া অৰু চূণৰ মিশ্ৰণ খিনি একেলগে বাকি, লাহে লাহে মিহলাই মুঠ ১০ লিটাৰ মিশ্ৰণ তৈয়াৰ কৰিব লাগে।
    ৪) এখন পৰিস্কাৰ কটাৰী বা ব্লেড মিশ্ৰণখিনিত ডুবাই পৰীক্ষা কৰিব লাগে। এনেদৰে ডুবাই ৰখাৰ পিছত কটাৰী বা ব্লেড খনত যদি মামৰে ধৰাৰ দৰে ৰ্ং দেখা যায় তেন্তে লাহে লাহে অতি কম পৰিমাণে চূণ মিহলাই প্ৰতিবাৰে পৰীক্ষা কৰিব লাগে। কটাৰী বা ব্লেডত ৰ্ং নালাগিলে মিশ্ৰণটো সঠিক বুলি ধৰিব লাগে আৰু প্ৰস্তুত কৰা বৰড’মিশ্ৰণ খিনি এক-ডেৰ ঘণ্টাৰ ভিতৰত স্প্ৰে কৰিব লাগে।
    Hello guys... কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল আৰু সদায় ভালে থাকক। মোৰ TH-cam চেনেললৈ আপোনালোকক স্বাগতম 🙏 জনাইছোঁ। যি সকলে মোৰ চেনেলটো Subscribe কৰি আগুৱাই যোৱাত সহায় সহযোগীতা আগবঢ়াইছে সেইসকলক বহুত বহুত ধন্যবাদ 👍 জনাইছোঁ। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে সেইসকলে অনুৰোধ 🙏 কৰি মোৰ চেনেলটো Subscribe কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏।
    মোৰ এই চেনেলটোত সকলো ধৰণৰ ভিডিও দেখিবলৈ পাব।
    👉খেতি-বাতিৰ বিষয়ে তথ্য আৰু আলোচনা
    👉খেতি কৰাৰ নিয়ম নীতি
    👉বৰ্তমানৰ পৰিস্থিতি
    👉Gaming
    👉Technology
    👉Online work
    👉Online transaction
    👉A to Z
    আপোনালোকে কেনেধৰণৰ ভিডিও চাই ভাল পাই কমেণ্ট কৰি জনাব 🙏 মই আপোনালোকে বিচৰা ধৰণে ভিডিও বনাবলৈ চেষ্টা কৰিম।
    শেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোক Support কৰাৰ বাবে।
    ধন্যবাদ।
    Please Support Me..🙏
    Please Subscribe my Channel.🙏
    Thank you.

ความคิดเห็น • 40

  • @user-em7vi4xn2d
    @user-em7vi4xn2d 2 หลายเดือนก่อน

    Dada dorob tur nam ki

  • @kuldiphoro4359
    @kuldiphoro4359 4 หลายเดือนก่อน +1

    Val lagile dei moiu ajon pan khitiyok ধন্যবাদ

  • @RanjitChetri-yt7sn
    @RanjitChetri-yt7sn 3 หลายเดือนก่อน

    Panor oporor sidetu teli nisina hoi goise

  • @rajbeeprekhanath5475
    @rajbeeprekhanath5475 2 ปีที่แล้ว +2

    Nyc

  • @RofikulHoque-vi5ss
    @RofikulHoque-vi5ss 20 วันที่ผ่านมา

    Besa hoi se panot ki koribo lagy

    • @RofikulHoque-vi5ss
      @RofikulHoque-vi5ss 20 วันที่ผ่านมา

      Ki medicine debo lagy plz plz kunkaly jonabo sn

  • @user-nx6lc3nb9k
    @user-nx6lc3nb9k 2 ปีที่แล้ว +1

    Thanks for the video

  • @RanjitChetri-yt7sn
    @RanjitChetri-yt7sn 3 หลายเดือนก่อน +1

    Ki koribo lagibo

  • @julieashamarak17
    @julieashamarak17 2 หลายเดือนก่อน

    Bro, ye pan bemal Uno medicine ashe na nahi...😭😭

  • @nipenrajbangshi1143
    @nipenrajbangshi1143 24 วันที่ผ่านมา

    কি, পাণৰ, বেমাৰ, কম, গুন, পাণ, নে, জাতি, পাণ,

  • @Hkg698
    @Hkg698 หลายเดือนก่อน

    সমাধান দিয়ক কি কৰিম মহাশয়

  • @OpGaming-mv2tm
    @OpGaming-mv2tm ปีที่แล้ว

    Nice 👌

  • @ritudutta2671
    @ritudutta2671 ปีที่แล้ว

    Ai bemartu amar hoiase

  • @anantapremey124
    @anantapremey124 4 หลายเดือนก่อน

    পানৰ বেমাৰ বিষয়ে পৰিম নে

  • @amulyarabha1748
    @amulyarabha1748 ปีที่แล้ว +1

    Dada pan kheti kore jodi ki ki bemar hoi pan khetir ai bar moi korim boli bhabisu

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว

      Tenekua bemar eku nohoy Khali gurit Pani joma hboloi dibo nalage

  • @rajasaikia6710
    @rajasaikia6710 2 ปีที่แล้ว +1

    Mojo dus

  • @anilbokal2026
    @anilbokal2026 10 หลายเดือนก่อน

    Mur u hoy ase dada

  • @Bhaskarhandique
    @Bhaskarhandique ปีที่แล้ว

    Tutia belag nam ase niki dada

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว

      কপাৰ চালফেট

  • @asifamolchannel4572
    @asifamolchannel4572 ปีที่แล้ว +1

    ভাল লাগিল আশীৰ্বাদ কৰিচো

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว +1

      ধন্যবাদ🙏

  • @geetaliborgohain4423
    @geetaliborgohain4423 5 หลายเดือนก่อน

    Ei bemartu hole medicine dile bhal hobone

    • @BirajNath1
      @BirajNath1  5 หลายเดือนก่อน

      Fungicide use koribo pare

  • @rajibsorak6124
    @rajibsorak6124 ปีที่แล้ว

    Ki drop marile bemar aatoribo panor

  • @s.n.sonowal5723
    @s.n.sonowal5723 ปีที่แล้ว

    বৰডো মিশ্ৰণ কেনেকৈ তৈয়াৰ কৰিব লাগে জনাব নেকি ?

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว

      Description চাওক

  • @khagendramohanpermey2906
    @khagendramohanpermey2906 6 หลายเดือนก่อน

    number 2divosun dada

  • @polashborah4410
    @polashborah4410 ปีที่แล้ว +1

    Nambar to dib sun dada

  • @Chayanikaabora
    @Chayanikaabora ปีที่แล้ว

    Tutiya kt puwa jabo

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว +1

      ঔষধৰ দোকানত কপাৰ চালফেট বুলি কয়

  • @mamoniboraduwarah2319
    @mamoniboraduwarah2319 2 ปีที่แล้ว

    পান আগৰ পৰা মৰি আহে আৰু হালধীয়া হৈ আহে।তেতিয়া কি কৰিব লাগে আৰু পচি যায়।

    • @BirajNath1
      @BirajNath1  5 หลายเดือนก่อน

      Fungicide use koribo pare

  • @hridaybori1297
    @hridaybori1297 ปีที่แล้ว

    পান জলিছে আৰু তেলৰ দাগ পৰিছে ,গতিকে কি কৰিব ঔষধ দিব লাগে জনাব নেকি ছাৰ ।

    • @BirajNath1
      @BirajNath1  5 หลายเดือนก่อน +1

      Fungicide use koribo pare

  • @Bhaskarhandique
    @Bhaskarhandique ปีที่แล้ว

    Tutia mane ki bostu..Buja ni..

    • @BirajNath1
      @BirajNath1  ปีที่แล้ว

      কপাৰ চালফেট