পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • Hi
    I m Lila. Welcome to our TH-cam chennel #Biswanath Agrifarm।
    Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.

    পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।
    কেতিয়া ৰোপন কৰিব পাৰি.
    About this chennel বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম... মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ #পানগছ#পানৰপুলি#
    Other link vidoes
    • কম ঠাইত ভোট জলকীয়া খে...
    কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
    • ভোট জলকীয়া পুলি প্ৰস্...
    ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
    • জৈৱিক পচন সাৰ ঘৰতে কেন...
    জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
    • ভোট জলকীয়া খেতি কেতিয...
    ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
    • নেমু গছৰ মজা খোৱা কীট ...
    নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
    • এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
    • নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
    • নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
    • নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
    • জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
    • নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
    • জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
    • ভোট জলকীয়াত কি কি সাৰ...
    ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
    • বীজ শোধন কৈনেকৈ কৰিব ল...
    বীজ শোধন কৈনেকৈ কৰিব লাগে
    জয় আই অসম..

ความคิดเห็น • 226

  • @dilipgogoi9624
    @dilipgogoi9624 3 หลายเดือนก่อน +2

    Dhunia Lagil

  • @PurnaBoro-ig5qi
    @PurnaBoro-ig5qi 16 วันที่ผ่านมา

    Ati hundar

  • @anilchoudhury1237
    @anilchoudhury1237 2 ปีที่แล้ว +5

    সুন্দৰ হৈছে

  • @antaralahkar154
    @antaralahkar154 3 หลายเดือนก่อน +2

    ভাল লাগিল দেখি।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 หลายเดือนก่อน

      ধন্যবাদ আপোনালৈ....

  • @siranjitpegu3386
    @siranjitpegu3386 3 ปีที่แล้ว +2

    ভাল লাগিল

  • @dilipsarma3020
    @dilipsarma3020 4 หลายเดือนก่อน +2

    খুউব ভালো ‌‌নমুনা দিছে যিহেতু বৰ্তমান পান. তামোলৰ ‌‌ পৰিবৰ্তে ‌‌‌চিখৰ‌‌গুটকা প্ৰচলন ‌ হৈছে।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 หลายเดือนก่อน

      যিমান গুটখা চিখৰ বজাৰত ওলালেও পাণৰ বজাৰ থাকিব দাদা..

  • @barundey7084
    @barundey7084 3 ปีที่แล้ว +3

    সুন্দৰ পদ্ধতি

  • @KhaninSarmah
    @KhaninSarmah 2 หลายเดือนก่อน +1

    NICE VIDEO 👍😊

  • @indirasarmah3405
    @indirasarmah3405 2 ปีที่แล้ว +1

    BHAL LAGIL

  • @binitadutta3121
    @binitadutta3121 2 ปีที่แล้ว +2

    Good..thankyou so much....

  • @barakharanigogoi6795
    @barakharanigogoi6795 2 ปีที่แล้ว +1

    Bahut bhal lagile

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ।

  • @harimbowari1453
    @harimbowari1453 3 ปีที่แล้ว +3

    I love agriculture and agriculture farmer and tree and nature

  • @jilidas3221
    @jilidas3221 5 หลายเดือนก่อน +1

    আজি আজি আপোনাৰ ভিডিঅ ১ম চাইছো বহুত ভাল লাগিল। মোক পান আৰু পটলৰ পুলি লাগিছিল ।

  • @digitalasompro6727
    @digitalasompro6727 2 ปีที่แล้ว

    Nice

  • @apurbadas6799
    @apurbadas6799 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ

  • @jadabdas7445
    @jadabdas7445 3 ปีที่แล้ว +3

    Good

  • @gaurabmili8263
    @gaurabmili8263 2 ปีที่แล้ว +1

    Sai bohut val lagil.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ।

  • @ankushff9867
    @ankushff9867 5 หลายเดือนก่อน +1

    সুন্দৰ ভাল লাগিল সদায়ে এনেকুৱা দি দিব 😊

  • @anantachungkrang642
    @anantachungkrang642 2 ปีที่แล้ว +2

    Thanks for your service

  • @dilipphukan7804
    @dilipphukan7804 2 ปีที่แล้ว +1

    Thank you.we hope more information about it.

  • @ganeshmochahari1666
    @ganeshmochahari1666 3 ปีที่แล้ว +3

    Thanks sir

  • @dharjensaikia9367
    @dharjensaikia9367 3 ปีที่แล้ว +2

    Very useful video, thanks a lot brother

  • @niludeka4135
    @niludeka4135 3 ปีที่แล้ว +1

    Bhal lagil aponar veideo sai

  • @nibirsaikiya4990
    @nibirsaikiya4990 2 ปีที่แล้ว

    Thank You sir

  • @jugalgogoi7834
    @jugalgogoi7834 2 ปีที่แล้ว +1

    Vido, tu,said,Val,lagil

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      অশেষ ধন্যবাদ আপোনালৈ।

  • @animagogoi3631
    @animagogoi3631 3 ปีที่แล้ว +1

    বহুত ধন্যবাদ দেই

  • @tankeswardoley7559
    @tankeswardoley7559 3 ปีที่แล้ว +1

    বৰ ভাল লাগিল।

  • @krishnaraam3179
    @krishnaraam3179 3 ปีที่แล้ว +5

    সুন্দৰ পৰামৰ্শ আপোনাৰ।
    অশেষ ধন্যবাদ জনাইছো ।

  • @brtariyo1554
    @brtariyo1554 3 ปีที่แล้ว +2

    Val lagil

  • @mousamdvlogs4517
    @mousamdvlogs4517 2 ปีที่แล้ว +1

    মৰম যাচিলো দাদা 🙏 ভাল লাগিল ভিডিঅ'টো চাই 💓

  • @paulosanga5895
    @paulosanga5895 3 ปีที่แล้ว +2

    Thank you dada

  • @harenbaruah3693
    @harenbaruah3693 2 ปีที่แล้ว

    Val lagil ....

  • @nibaranthakuria4533
    @nibaranthakuria4533 3 หลายเดือนก่อน +1

    Dada val lagil.

  • @nanghunpha
    @nanghunpha 2 ปีที่แล้ว

    বঢ়িয়া

  • @kusumkonwar7369
    @kusumkonwar7369 3 ปีที่แล้ว +6

    Very nice step🙏🙏❤❤

  • @arunkonwar1661
    @arunkonwar1661 ปีที่แล้ว

    God bless you !

  • @bedantapator4642
    @bedantapator4642 3 ปีที่แล้ว +1

    Val lagil sai

  • @assambhalpawassam3544
    @assambhalpawassam3544 2 ปีที่แล้ว +1

    Mza

  • @himanibanikya8168
    @himanibanikya8168 4 หลายเดือนก่อน

    VERY2 nice❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @FarmingChamp
    @FarmingChamp 3 ปีที่แล้ว +2

    Thanks

  • @kusumsharma4537
    @kusumsharma4537 4 หลายเดือนก่อน +1

    Amar pan nai pan rule hoi kintu uporpora mori ahe kio jonabo uporpora phone number diye mai gauwhati' pora koisu very good thanks ❤❤❤❤👍👍👍

  • @prabin-4239
    @prabin-4239 4 หลายเดือนก่อน

    Thank. You. Da. Da

  • @hajiratalukdar9187
    @hajiratalukdar9187 3 ปีที่แล้ว +1

    👍

  • @puneswar2409
    @puneswar2409 2 ปีที่แล้ว

    Mojja👍👍❤️

  • @dwxtman
    @dwxtman 3 ปีที่แล้ว +2

    🙏🙏🙏

  • @mrinmoyjokar8087
    @mrinmoyjokar8087 2 ปีที่แล้ว +1

    Nice 🕺😂🔥🔥

  • @manjulahazarikadas5273
    @manjulahazarikadas5273 2 ปีที่แล้ว +1

    Thank you

  • @jyotiprasad6858
    @jyotiprasad6858 3 ปีที่แล้ว

    val lagil

  • @bipulsaikia2097
    @bipulsaikia2097 3 ปีที่แล้ว +1

    Val lagil bondhu.

  • @pritamkalita1817
    @pritamkalita1817 3 ปีที่แล้ว +1

    ❤️

  • @mohangogoi8326
    @mohangogoi8326 3 ปีที่แล้ว +4

    Bhal lagil

  • @nabakumardoley61
    @nabakumardoley61 3 ปีที่แล้ว +2

  • @pranaboutside2680
    @pranaboutside2680 2 ปีที่แล้ว

    Nice 👍🤘

  • @romaisriboro4741
    @romaisriboro4741 2 ปีที่แล้ว +1

    Dada bhut jolokiya keneka logainu

  • @currentassam7464
    @currentassam7464 2 ปีที่แล้ว

    nice

  • @jintubora8885
    @jintubora8885 3 ปีที่แล้ว +1

    মই ৰুই আছোঁ পান তামোল আপোনাৰ video চাই 👍

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      ভাল লাগিল শুনি।আগবাঢ়ি যাওক

  • @jushefmarak126
    @jushefmarak126 2 ปีที่แล้ว +10

    আপোনাৰ পৰা পান ৰূপনৰ বিষয়ে আৰু অধীক জানিব বিছাৰো।

  • @purandeka8516
    @purandeka8516 2 ปีที่แล้ว +1

    Dada ki mahat role besi val janab plz

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      বাৰিষা যিকোনো মাহত লগাব পাৰে।

  • @r.t.gassam45
    @r.t.gassam45 ปีที่แล้ว

    আমি গছজোপাৰ এফালেহে ৰোপন কৰোঁ । এইবাৰ আপোনাৰ পদ্ধতিত ৰোম ।

  • @lalbuatsaiharivung2479
    @lalbuatsaiharivung2479 2 ปีที่แล้ว +1

    Good video!!what veriety is your betelvine!

  • @mainakonwar4412
    @mainakonwar4412 4 หลายเดือนก่อน +1

    2:24

  • @kashmiribora574
    @kashmiribora574 2 ปีที่แล้ว +2

    আমত পোকে ধৰিলে আৰু মিঠা হবলৈ কি দৰব ব্যৱহাৰ কৰিব লাগে ?

  • @aftabuddinahmed738
    @aftabuddinahmed738 3 ปีที่แล้ว +11

    দাদা আপুনি যে পানৰ ভিডিঅ'দুটা দিছিলে মই দুয়োটা পদ্ধতিতে সফল হৈছো আপোনাক বহুত ধন্যবাদ আপোনাৰ চেনেলটো সোনকালে 100 k subscriberহয় জানো

    • @parthamohan5891
      @parthamohan5891 3 ปีที่แล้ว

      Mojja bro..aru aguwai juwa🙂🙂👌👌👌

    • @aftabuddinahmed738
      @aftabuddinahmed738 3 ปีที่แล้ว

      @@parthamohan5891thank you bro moi ajon khoru lora

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      ধন্যবাদ আপোনালৈ

  • @sanjaymunucreation
    @sanjaymunucreation 3 ปีที่แล้ว +1

    Wow moi bht vl paw gos gosoni rui💕

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว +1

      হয় নেকি তেন্তে মোৰ video চাই লব পাৰিব।

    • @sanjaymunucreation
      @sanjaymunucreation 3 ปีที่แล้ว

      Um🤗 try krim sai sai rubo

  • @karbiatharechannel
    @karbiatharechannel 2 ปีที่แล้ว +2

    New subscriber❤❤❤❤

  • @bristibonya9198
    @bristibonya9198 2 ปีที่แล้ว +2

    পান সাধাৰণতে কি মাহত ৰুলে ভাল ?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      এতিয়া পান ৰোপন কৰা উচিত সময়। বাৰিষা মাহত পান ৰোপন কৰা হয়।

  • @kaushikhandique1117
    @kaushikhandique1117 2 ปีที่แล้ว +2

    সুন্দৰ ভিডিঅ দাদা👌
    গোলাঘাটৰ পৰা মৰম যাচিলোঁ❤️

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ আপোনালৈ।আগলৈ মৰম পাই থাকিলে আৰু ভালকৈ video দিব পাৰিম।

    • @kaushikhandique1117
      @kaushikhandique1117 2 ปีที่แล้ว

      নিশ্চয় সহায় কৰিম👍

  • @pankajsaikia791
    @pankajsaikia791 2 ปีที่แล้ว +1

    Dada panot kula nicina bemar lagise ki koribo lagi plz alop jonabo

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      মই আজিলৈকে পানত একো ব্যৱ্হাৰ কৰি পোৱা নাই।কেৱল গুৰিৰ চাৰিওফালে শুকান গোবৰ পাৰিলে কেঁচু সাৰ পচন সাৰ ব্যৱহাৰ কৰক আৰু সৰালিত মাজে মাজে পানী দিলে সকলো বেমাৰ নাইকীয়া হব।

  • @Ankurmoranbhai
    @Ankurmoranbhai 4 หลายเดือนก่อน +1

    vale lagele kamtu moiru korisabo lagebo❤

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 หลายเดือนก่อน

      Try কৰি চাব পাৰে...

  • @arupchutia.4359
    @arupchutia.4359 2 ปีที่แล้ว +1

    Pan puli katia rub lage ? April may mahot rule hob ne

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      উচিত সময় এতিয়া পুলি ৰোপন কৰা।

  • @kishor4118
    @kishor4118 3 ปีที่แล้ว +1

    Dada bahut val lagil ..thanks
    Dada ki khetrot matir veti uthai rubo lage pan..plz jonabo

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      কোমল মাটি হলে শিপা সোনকালে বিয়পে
      সেই কাৰণে উপৰত মাটি দিয়া হয়

  • @shyamantasaikia4727
    @shyamantasaikia4727 ปีที่แล้ว

    পাণ ৰোপনৰ মাহটো জনালে ভাল হয়

  • @monujphukon8442
    @monujphukon8442 2 ปีที่แล้ว +1

    Pan kheti dangr drain khandi only gubar compose aru notun miti di rule hobane, jonaba..

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      ধুনীয়াকৈ হব গুৰিত পানী জমা হব নালাগে।

  • @bitupanray143
    @bitupanray143 2 ปีที่แล้ว +1

    Bht hundor

  • @debajitdas5041
    @debajitdas5041 2 ปีที่แล้ว +1

    Tamul pulitu kiman boyakh hoblage panjupa roboloi dada?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      গছৰ grouth চাই লগাব লাগে 7 ফুট মান হলে দিব পাৰে।

  • @paparideka1305
    @paparideka1305 3 ปีที่แล้ว

    Video tu sai vall lagil

  • @mainakonwar4412
    @mainakonwar4412 4 หลายเดือนก่อน +1

    দাদা।তামোল জুপাৰ পৰা কিমান দুৰত্ব হৱ লাগে।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 หลายเดือนก่อน

      Minimum 8×8 rakhibo lage..

    • @mainakonwar4412
      @mainakonwar4412 4 หลายเดือนก่อน

      @@BiswanathAgrifarm দাদা আমাৰ ইয়াত খুতি পান লগাই।খুতি পানৰ দুৰত্ব কিমান হব লাগে।আৰু দেখা জায় যে পানৰ বেমাৰ লাগিলে মই জনাত বচাৱ নুৱাৰি।। আপুনি কি মেদিছীন বিৱহাৰ কৰে। বৰদমিচনৰ বাহিৰে

  • @sazadulislam2710
    @sazadulislam2710 2 ปีที่แล้ว +1

    তামোল গছৰ কোন দিশত লগাব লাগে ?

  • @bhabeshkachary7761
    @bhabeshkachary7761 3 ปีที่แล้ว +1

    Kuntu mahot pan rubo lage jonay dibanaki dada

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว +1

      বাৰিষা চিজনত যেতিয়া লগালেও হব।কিন্তু বহাগ জেঠ মাহত লগালে বেছি ভাল

    • @bhabeshkachary7761
      @bhabeshkachary7761 3 ปีที่แล้ว

      👍

    • @padminigogoi9533
      @padminigogoi9533 2 ปีที่แล้ว

      Video too salu val lagil .

  • @dipunamasudra7510
    @dipunamasudra7510 3 ปีที่แล้ว +1

    Dada pan pulit kiman dinor mure mure pani dibo lage.pls jonabo.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      যদি বৰষুণ দিয়ে তেন্তে পানী নালাগে।পানী শুকাই গলে চাই দিব বেছি পানী হলেও মৰি যাব।

  • @jaansaikia9308
    @jaansaikia9308 3 ปีที่แล้ว +1

    Mur Pan gos Ase 15jupa Bohut hoise kin2 Atiya Pan keijupa manor patbur Halodhiya pori kola kola hoise....Gosjupa mori jabo neki...ki dim ....

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      গুৰিত চাই লব পৰুৱা লাগিছে নেকি।গুৰিৰ চাৰিওফালে চাই দিব।

    • @jaansaikia9308
      @jaansaikia9308 3 ปีที่แล้ว

      Hobo pare noton mati diso keidin man agote...Vitaminor kamise neki....gubor to di thaku baro...

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      শুকান গোবৰ দিব কেঁচা গোবৰ নিদিব।

  • @golapbhuyan58
    @golapbhuyan58 2 ปีที่แล้ว +5

    Amar.pan.rule.hoi.kintu.uporpora.mori.ahe.kio.jonabo

  • @nirupamadohutia8540
    @nirupamadohutia8540 2 ปีที่แล้ว +1

    Hikilu tthks

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      স্বাগতম আপোনালৈ।

  • @deepkalita8018
    @deepkalita8018 3 ปีที่แล้ว +2

    পানত গোবৰ বাদে অন্য কিবা সাৰ দিব পাৰি যদি জনাব হা ৷

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว +1

      পচন সাৰ কেঁচু সাৰ দিব পাৰে।

  • @bhawanidas7949
    @bhawanidas7949 3 ปีที่แล้ว +1

    home dalivery diya na

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      Home delivery দিবলৈ অসুবিধা হয়।

  • @Chandaranjit
    @Chandaranjit 3 หลายเดือนก่อน +1

    Full r gas kainaikai lagabo lagai

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 หลายเดือนก่อน

      ভিডিঅ এটা দিম বাৰু..

  • @raazahmed6220
    @raazahmed6220 3 ปีที่แล้ว +1

    Dada vot jalakiya guti atiya posabo parim ne plz kobo sun

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      পাৰিব।কিন্তু অলপ দেৰিকৈ পছোৱা গুটি অহা চিজনত লগাব পাৰিব

  • @Mrinmaytech
    @Mrinmaytech 3 ปีที่แล้ว +1

    jdi ami borokhun Or pani stor kori diu tnehole kene hobo??

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      ভাল কথা।বৰষুণৰ পানীত প্ৰচুৰ পৰিমাণে সাৰ থাকে।

  • @trishnamanilaskar2640
    @trishnamanilaskar2640 3 ปีที่แล้ว +3

    গান্ধ পাণৰ ডাল/পুলি ক'ত পাম?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      গম নাপাওঁ আমাৰ ইফালে নাই কৰা কোনেও।

  • @jilidas3221
    @jilidas3221 5 หลายเดือนก่อน

    ভাল লাগিল। আপোনাৰ ঘৰ কত জনাবছোন। ফোন নং দিবছোন

  • @sbanglavideo9014
    @sbanglavideo9014 3 ปีที่แล้ว +1

    Bondhu korilo Bek koribo ❤️

  • @anjanborah6209
    @anjanborah6209 3 ปีที่แล้ว +1

    দাদা আপোনাৰ ভিদীও বোৰ চাই মই বহুত সফল হৈছো। দাদা মই আপোনাৰ তামোল আৰু নেমু বাগান খন চাব বিচাৰো। আপোনাৰ এড্ৰেছ টো দিব বুলি আশা থাকিল। মোৰ গৰ কামৰূপৰ বকো ট হয়। ৰৈ আছোঁ আপোনাৰ লগত কথা পাতি মোৰ বাঢ়ি খনৰ বহুত কাম আগুৱাই নিম বুলি।

  • @bitupanboruah9328
    @bitupanboruah9328 3 ปีที่แล้ว +1

    পান চাংঙত বগাবলৈ মুঠ stick ঘৰতে কেনেকৈ বনাব পাৰি video দিব

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      Video দিবলৈ চেষ্টা কৰিম

  • @nishiassameseculture789
    @nishiassameseculture789 2 ปีที่แล้ว +2

    পানৰ আগত এটা পুক লাগি কি কৰিৱ লাগে

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      মই আজিলৈকে পাণত মেডিচিন ব্যৱহাৰ কৰা নাই।

  • @khogeshtaye941
    @khogeshtaye941 2 ปีที่แล้ว +1

    Tamil god kenekoi rupan kore

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว

      Video দিয়া আছে চাই লব।

  • @user-eu9qq6nt1d
    @user-eu9qq6nt1d 3 หลายเดือนก่อน +2

    Janu moi Mur gohrat logaisu agoita janu vai

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 หลายเดือนก่อน

      ধন্যবাদ দাদা...আগবাঢি যাওঁক..

  • @tuleswarborgohain7427
    @tuleswarborgohain7427 3 ปีที่แล้ว +2

    দাদা পানৰ সৰু পুলিবোৰৰ আগবোৰ মৰি যায়, সমাধানৰ কিবা উপায় দিবনে ?

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      সম্পুৰ্ণ চা পৰা ঠাইত ৰাখক।প্ৰতিদিনে পানী spray কৰক ।

  • @ankurbordoloi2467
    @ankurbordoloi2467 2 ปีที่แล้ว +1

    কিমান পান আছে আপোনাৰ

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  2 ปีที่แล้ว +1

      মোৰ বেছি পান গছ নাই লাহে লাহে খেতি আগবঢ়াই আছোঁ।

  • @sanjaymunucreation
    @sanjaymunucreation 3 ปีที่แล้ว +1

    Mk frnd bnabo plz bro notun frnd moi

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว +1

      নিশ্বয়।।।video চালোঁ ভাল লাগিছে।

    • @sanjaymunucreation
      @sanjaymunucreation 3 ปีที่แล้ว

      Tq bro

  • @madhabboruah856
    @madhabboruah856 ปีที่แล้ว +1

    দাদা পানৰ পুলি অলপ পাম নেকি

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  ปีที่แล้ว

      বৰ্ত মান উপলব্ধ নাই...