লেট্ৰিনৰ ভিতৰত থকা পৰিয়ালটিৰ এটা আপডেট। ঘৰখনৰ বাবে কি কি কৰা হৈছে চাওঁকচোন।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.พ. 2025

ความคิดเห็น • 2.3K

  • @ankurbora7825
    @ankurbora7825 8 หลายเดือนก่อน +567

    গাড়ী কিনা,লেট্ৰিন বনোৱা সেই ভিডিঅ' বোৰতকৈ, সঁচাকৈয়ে এনেকোৱা ভিডিঅ'বোৰহে ভাইৰেল হ'ব লাগে। আপোনাক ভগৱানে সদায় ভালে ৰাখক ❤

    • @lakhidherpayeng9193
      @lakhidherpayeng9193 8 หลายเดือนก่อน +5

      ❤প্ৰম মাজুলী সদায় ❤️

    • @taherali4929
      @taherali4929 8 หลายเดือนก่อน +3

      Right 👍

    • @banjitakalita914
      @banjitakalita914 8 หลายเดือนก่อน +3

      Akdom sosa kotha koisa ❤

    • @bontiborchetia3584
      @bontiborchetia3584 8 หลายเดือนก่อน +9

      ভগৱানৰ অন্য এক ৰূপ "সময়"…কোনেও বেছি কৈছো বুলি কমেন্ট নকৰিব।আঙুলিত স্বত:ফূৰ্ত ভাৱে টাইপ হৈছে।

    • @ChandrikaMaa-qz1vr
      @ChandrikaMaa-qz1vr 8 หลายเดือนก่อน +3

      Right axomr main TH-cam hol aijon jai ai axom

  • @Ranu-r9z
    @Ranu-r9z 8 หลายเดือนก่อน +177

    তুমি মহান ভাইটি ৷তোমাৰ মা আৰু দেউতা বহুত ভাগ্যবান ৷কাৰণ তোমাক জন্ম দিলে ৷

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤

  • @Ritumoni-Gogoi-23
    @Ritumoni-Gogoi-23 8 หลายเดือนก่อน +120

    কোনোবা ব্যৱসায়ী যদি ভিদিও বোৰ চাই লগতে কমেন্ত বোৰ ও পহে তেন্তে মোৰ ফালৰ পৰা এটা অনুৰোধ আপোনালোকলৈ 🙏🙏 দাদা যিহেতু কোনো স্বাৰ্থ নোহোৱাকৈ ইমান সহায় কৰি আছে সকলোকে আপোনালোকেও দাদা কিবা বস্ত আনিলে বেছি দাম দৰ নকৰিব । 🙏
    আৰু লগতে সকলোলৈকে অশেষ ধন্যবাদ যোনে যোনে দাদাক এই ক্ষেত্ৰত সহায় সহযোগীতা কৰে।❤️🙏
    ধন্যবাদ ৰাতুল দা ❤️🙏

  • @chayanikapegu4774
    @chayanikapegu4774 8 หลายเดือนก่อน +35

    আপুনি মহান দাদা আনৰ মুখৰ পৰা হাঁহি বিৰিঙাব পৰা এজন মহান ব্যক্তি।

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤

  • @anamikachaliha4189
    @anamikachaliha4189 8 หลายเดือนก่อน +40

    তুমি বহুত মহান কাম কৰি আছা সময়। সচাই তুমি মানুহৰ বাবে ভগৱান ❤❤❤

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤❤❤

  • @joyprakashpawe108
    @joyprakashpawe108 8 หลายเดือนก่อน +67

    সময় গগৈ মানসিকতা যিমান ওপৰলৈ উঠিছে তাৰ বিপৰীতে অসমৰ মানুহৰ মানসিকতা ইমান তললৈ নামিছে যে কোনোবাই হগা-মুতা,দেশ-বিদেশ ফুৰা ভিডিঅ' বনাই যিমান subscribers,views পাই সময় গগৈয়ে ইমান মহান কাম কৰি সিহঁতৰ লগত ফেৰ মাৰিব পৰা নাই। দুৰ্ভাগ্য!!

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @kankanabora9202
      @kankanabora9202 8 หลายเดือนก่อน +1

      Ekdm soxa ktha koise .ami sbe jdi ekhetok suport kru tetia hole somajt dukhia doridro nhowa hbo .

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤😊

  • @PrachiNew
    @PrachiNew 8 หลายเดือนก่อน +85

    আনৰ মুখত হাঁহি বিৰিঙাব পৰা মহান ব্যক্তিজনে হৈছে সময়। তুমি সদায় যেন উজ্জল ভোটাতৰাটিৰ দৰে জিলিকি থাকা।

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @dhankumarsatnami9482
      @dhankumarsatnami9482 8 หลายเดือนก่อน

      God bless you

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @durlovsaikia25
    @durlovsaikia25 8 หลายเดือนก่อน +141

    আপুনি আনৰ মংগল কৰাৰ দৰে ভগৱানে আপোনাৰো মংগল কৰক ।❤️❤️

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤

  • @hemantadasnjan1263
    @hemantadasnjan1263 8 หลายเดือนก่อน +21

    সুন্দৰ, সেইবাবে নগাজান ৰাইজে তোমাক অসম মানৱ দৰদী সন্মান যোগ্য । আৰু সুন্দৰ কাম কৰি চোৱা

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 8 หลายเดือนก่อน

      এইবোৰ ভিডিঅহে দিব লাগে ।মানুহে মানুহৰ বাবে সময় ।পুনৰ বহুত বহুত ধন্যবাদ ।

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤😊

  • @JYOTISHMili-sh6od
    @JYOTISHMili-sh6od 8 หลายเดือนก่อน +10

    কি কম দাদা ভাষা নাই কি বুলি বুজাম তোমাক শব্দ নাই তুমি এজন মহান ব্যক্তি কবলৈ গলে তুমি নেদেখা জনৰ সেই শ্ৰী কৃষ্ণা আগীয়া লৈ বিশ্বকৰ্মা ৰূপত আহি আমাক এই মহান কাম বোৰ কুৰি থকা জেন লাগিছে যি হক দাদা আৰু আগলৈ ভাল কাম কুৰি যোৱা এদিন তোমাৰ স্মিতে হয় ৰৱ আমাৰ বাবে !

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤

  • @rekhasaikia7336
    @rekhasaikia7336 8 หลายเดือนก่อน +41

    বিদেশ দেখুৱাই টকা উপাৰ্জন কৰা ইউটোবাৰতকৈ তুমি বহুত ওপৰত সময় ।বহুত আশীৰ্বাদ থাকিল ৱ❤❤

  • @RashmiKonwar
    @RashmiKonwar 8 หลายเดือนก่อน +64

    তোমাৰ কামবোৰেই পৃথক 💞💞💞।।। গছ পুলি ৰুৱা কথাটো বহুত ভাল লাগিল।।।ধন্যবাদ ৰাতুল 💞🙏

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤

  • @Gramyanubhuti.surajit
    @Gramyanubhuti.surajit 8 หลายเดือนก่อน +61

    তুমি ভগৱান সময় দা।তুমি অসমৰে ভগৱান নহয় তুমি গোটেই পৃথিৱীৰ ভগৱান। তোমাক শতকোটি প্ৰণাম🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤❤❤❤

  • @gamusa-1
    @gamusa-1 8 หลายเดือนก่อน +4

    সুন্দৰ অপূর্ব আৰু অতুলনীয় বুলিহে কম আপোনাক। নেদেখাজনে আপোনাক আশীর্বাদ কৰিব

  • @ranibasumatary8818
    @ranibasumatary8818 8 หลายเดือนก่อน +2

    ভাইটি তোমালৈ বহুত বহুত ধন্যবাদ, ঈশ্বৰে তোমাকক আশীর্বাদ কৰক।

  • @karabikarabi606
    @karabikarabi606 8 หลายเดือนก่อน +31

    Government e direct tumalukok help koribo Lage karon prokit manuh tumaluke he bisari pua eman dine tu government or asonir pora kiman durot asil ei xokol manuh God bless you my son

  • @pxaikia3094
    @pxaikia3094 8 หลายเดือนก่อน +593

    Kuna kuna homoy daa k vll pua like kora❤

    • @Jayantadimpi94
      @Jayantadimpi94 8 หลายเดือนก่อน +9

      Tuk ke like krim xomoi AC Tut like krim

    • @pxaikia3094
      @pxaikia3094 8 หลายเดือนก่อน

      @@Jayantadimpi94 tur mon ni nokoribi

    • @Nosto08
      @Nosto08 8 หลายเดือนก่อน

      Homoy dak vl napa manhu ni 😡😡😡😡😡june homoy dak beya pai khi manhu nohoi bhai

    • @krishnokachari7913
      @krishnokachari7913 8 หลายเดือนก่อน

      ​@@Jayantadimpi94Um.. Right....Kela Beleg kunubai Coment korat Like korile ki Ghenta dal hbo....( Homoy r video bilakt like Comment koribo Lage....

    • @ofiicial860Mondeep
      @ofiicial860Mondeep 8 หลายเดือนก่อน +3

      Tumr bahire moi Kar video t u like comment nokoru dada you my heart ❤️❤️

  • @hkb1104
    @hkb1104 8 หลายเดือนก่อน +27

    তোমাৰ লগতে তোমাৰ সহকৰ্মী সকলো শুভাকাংক্ষীকে অশেষ ধন্যবাদ জনালোঁ ৷ ভগৱানে সদায় তোমাক মঙ্গল কৰক ৷

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤

  • @mujibursamidrohman9330
    @mujibursamidrohman9330 8 หลายเดือนก่อน +3

    মহান ব্যক্তি আৰু সমাজ সেৱক ♥️

  • @nirugohain3692
    @nirugohain3692 8 หลายเดือนก่อน

    মানৱ সেৱাৰ কৰা মানে, ভগবানৰ স্হান পোৱাৰ। তোমাক ভগবানে বহুত বহুত আশীৰ্বাদ দিবৰ। ইমান পূণ্য মহান কাম কৰিছা এই বয়সত। সঁচা কৈ উত্তম কাম কৰিছা সমৰ।

  • @HD4u27
    @HD4u27 8 หลายเดือนก่อน +15

    কলি যুগৰ আপুনিয়েই ভগৱান দাদা❤ আপোনাৰ মঙ্গল হওঁক, সদাই যাতে ভাল কাম কৰি যাওঁক, ভগৱানে যাতে ভালে ৰাখে সদাই। আপোনাক দেখি আমাৰ ৰো কাৰোবাক সহায় কৰিব মন যায়।কিন্তু বৰ্তমান সহায় কৰিব পৰা ক্ষমতা নাই । বৰ্তমান মই এজন ছাত্ৰ হে।💯

  • @ProsantaTaye123
    @ProsantaTaye123 8 หลายเดือนก่อน +12

    আপোনাৰ মহানুভৱতা সঁচাই মানিব লাগিব আপোনাক ভগৱানে সদায় ভালে কুশলে ৰাখক ।
    অসমৰ মোৰ ভাল লগা দুগৰাকী ব্যক্তি আছে এজন সময় গগৈ আৰু আনজন Mr বিতুপন ডেকা

  • @pompisaikiaboruah8638
    @pompisaikiaboruah8638 8 หลายเดือนก่อน +25

    ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখক সময়দা ❤

  • @manibankalitanath3648
    @manibankalitanath3648 8 หลายเดือนก่อน

    দুখী জনৰ মনত হাহিঁ বিৰিঙাব পৰাজন মহান। আৰু সেই কামটোৱেই আপুনি কৰি আছে । A big salute for you .🫡👍💐

  • @arunbora1536
    @arunbora1536 8 หลายเดือนก่อน +1

    এনেকুৱা ধৰণৰ ভাল কাম কৰিবলৈ ভগৱানে আৰু শক্তি দিয়ক তোমাক 🙏🙏🙏

  • @baishyapinki
    @baishyapinki 8 หลายเดือนก่อน +14

    তেওঁলোকে যিটো প্ৰাপ্তিৰ হাঁহি মাৰিছে, সেইয়াই আশীৰ্বাদ দাদা। বেলেগৰ মুখত হাঁহি বিৰিঙোৱাৰ সুযোগকন সকলোৰে নাথাকে।আপুনি বহুত lucky..।

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

  • @Ankurgam
    @Ankurgam 8 หลายเดือนก่อน +13

    আপোনালৈ আন্তৰিক ধন্য বাদ জ্ঞাপন কৰিছো প্ৰকৃততে সঁচাই আপোনী দুখীয়াৰ বন্ধু। মাজুলী জিলাৰ ৫নং ৱাৰ্ডৰ বিধায়কৰ গৃহ ৱাৰ্ড/গাঁৱত এনে কাৰ্যৰ সহায় সহযোগিতা কৰাৰ বাবত মোৰ ফালৰপৰা আপোনালৈ খুটি খুটি প্ৰণাম।

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤😊

  • @Nabochotubai
    @Nabochotubai 8 หลายเดือนก่อน +27

    সঁচাই আপোনাৰ ধৰে আৰু কেইজন মান মানুহ থাকিলে কোনো ভুখত নমৰিব Selut আপোনাৰ লৈ 👌❤

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤😊

  • @mahantasumu6442
    @mahantasumu6442 8 หลายเดือนก่อน +3

    বহুত ভাল কাম কৰিছে সমই দা এনেকৈ কাম কুৰি আগৱাই যাওঁক তাৰে কামনা কৰিলোঁ আপোনাক।

  • @mamoniboruah4945
    @mamoniboruah4945 8 หลายเดือนก่อน +1

    বহুত ভাল কাম কৰিছা । আটাইকে ভগৱানে কুশলে ৰাখক।

  • @hirakjyotibharali4117
    @hirakjyotibharali4117 8 หลายเดือนก่อน +5

    আপোনাৰ কাৰণে কবলৈ একো নাই আপুনি মানুহৰ ৰূপত ভগৱান হৈ
    জুবিন দাৰ পাছত আপুনি এই আশা কিছু মান মানুহৰ কাৰণে
    ভগৱানে খদাই আপোনাক ভালে ৰাখিব ❤❤❤

  • @kabitamoran6158
    @kabitamoran6158 8 หลายเดือนก่อน +4

    বহুত ভাল লাগিল সময় ।তুমি এই কলি যুগত মানৱৰূপী ভগৱান হৈ জন্ম ললা ।তোমালোকলৈ বহুত বহুত ধন্যবাদ। ভগবানে সকলোকে কুশলে ৰাখক ।

  • @মিৰিলৰা
    @মিৰিলৰা 8 หลายเดือนก่อน +15

    ধন্যবাদ ৰাতুল দা সময় দা সদায় মোৰ ভাবে প্ৰিয় ।❤🎉

  • @PankajDas-bl1wq
    @PankajDas-bl1wq 8 หลายเดือนก่อน +1

    সময় তোমাৰ বিষয় কি কম' বন্ধু মানুহতো বহু আছে ' কিন্তু মানুহ হয় থিয় দিয়া মানুহৰ দুখৰ সময়ত বহু কম আছে' মোৰ দিষ্টিত তুমি মানুহ❤সময়' তোমাৰ বিষয় মই বেছি নাজানো তুমি কিমান দুৰ যাৱা মই সেয়া নাজানো' কিন্তু জীমান বাট যাৱা প্ৰতিতো বাটত তোমি আৰু তোমাৰ সময়ক ইশ্বৰে শক্তি দিয়ে জেন ' হনুমান জিৰ উছৰত মোৰ প্ৰাৰ্থনা' সময় গগৈ এটি মাথো নাম নহয় ' চাৰৰ্থ হিন পৃথিৱীত বিনা চাৰৰ্থত থিয় হোৱা ইশ্বৰৰ বৰদান ' মন যায়

  • @Mrmicro-sq4nx
    @Mrmicro-sq4nx 8 หลายเดือนก่อน

    সময় বোপা, তোমালৈ হিয়া ভৰা অভিনন্দন জনালে। আগলৈ এই কাম কৰি যাবলৈ যাতে তোমাক শক্তি দিয়ে তাৰ বাবে ভগবানৰ
    ওচৰত প্ৰাৰ্থনা জনালো। লগতে
    ৰাতুললৈ শুভেচ্ছা যাচিলো।

  • @Yogafitnesshealth
    @Yogafitnesshealth 8 หลายเดือนก่อน +15

    আপোনাক দীৰ্ঘায়ূ কামনা কৰিলো।🙏ধন্যবাদ

  • @gunakantamoran6562
    @gunakantamoran6562 8 หลายเดือนก่อน +19

    আপুনি মহান দাদা ❤ ভগৱানে আপোনাক মঙ্গল কৰক🙏

    • @gitaboro3833
      @gitaboro3833 8 หลายเดือนก่อน

      drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk

  • @chandanujha8587
    @chandanujha8587 8 หลายเดือนก่อน +10

    ভগৱানক প্রাথনা কৰিছোঁ কুশলে থাকা তুমি।

  • @rakhichutia2915
    @rakhichutia2915 8 หลายเดือนก่อน +4

    আপুনি সঁচাকৈ ভগৱান স্বৰূপ হয়,,,বহুত বেছি ভাল লাগে আপোনাৰ video বোৰ চাই,,এনেকৈ আগবাঢ়ি যাওঁক সদায় 🙏

  • @ThamashDoley
    @ThamashDoley 8 หลายเดือนก่อน +6

    Bohut bhal lagil video to hai.anekai agbari jaok aru Kune Kune homoy dar video Sai ata like kora ❤

  • @Rekhasvlog1515
    @Rekhasvlog1515 8 หลายเดือนก่อน +5

    সময়‍ ভাইটি সচাকৈ তুমি এজন ভগৱান 🙏 তোমাৰ ভবিষ্যত উজ্বল কামনা কৰো 🙏God bless you 🙏

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤

  • @hargabindarabha4585
    @hargabindarabha4585 8 หลายเดือนก่อน +6

    Bjp চৰকাৰ দিনত এনেকুৱা দেখাতু বহুত বেয়া কথা ধুনিক ধুনি কৰিছে দুখীয়াক দুখীয়া কৰিছে। বিজিপ চৰকাৰ একু কাম নাই কেলা

  • @gayatriborgohain8748
    @gayatriborgohain8748 8 หลายเดือนก่อน +7

    শতকোটি প্ৰণাম সময় আৰু ৰাতুল দা লৈ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤❤❤

  • @sonarampegu9986
    @sonarampegu9986 8 หลายเดือนก่อน +1

    সুন্দৰ পদক্ষেপ লৈছে। ভাল লাগিছে।

  • @jayantadeka1248
    @jayantadeka1248 7 หลายเดือนก่อน

    ইমান সুন্দৰ মনৰ মানু্হ, ভগৱানে কুশলে ৰাখক আপোনাক।

  • @animaborthakur7503
    @animaborthakur7503 8 หลายเดือนก่อน +5

    খুব ভাল লাগিল, ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @pubaligogoiofficial4412
    @pubaligogoiofficial4412 8 หลายเดือนก่อน +7

    Hodai homoi r lgt vogoban ase ....vogobane ketiya u apunak nere ...ankoi aguwai jok hodai ❤

  • @munuofficial2450
    @munuofficial2450 8 หลายเดือนก่อน +22

    বৰ্তমান অসমৰ একমাত্ৰ TH-camr যাক সকলোৱে ভাল পায় সেয়াই হৈছে সময় দা🙏🙏

  • @chimolmurha
    @chimolmurha 8 หลายเดือนก่อน

    আনৰ দুখ কষ্ট বুজি পোৱা মানুহ বহুত কম ।বুজি পোৱা আছে যদিও সহায় কৰিব নোৱাৰে বাধ্য কিন্তু ভাইটি জনে মনৰ পৰা কৰিব পৰিছে হাইহে ভগৱানে সদাই সুস্থ আৰু সবল কৰি ৰাখক তাৰ বাবে পৰ্থনা কৰিছোঁ ।
    লগলে তোমাৰ নিজৰো care loba তেতিয়া হে সদাই এনেকৈ সহায় কৰি থাকিব পাৰিবা

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 7 หลายเดือนก่อน

    ঘৰটো ওপৰভাগ বাঁহৰ খিনি সুন্দৰ কৈ বৈ দিছে দেখিবলৈ সুন্দৰ হৈছে

  • @AkashDepbohra4407
    @AkashDepbohra4407 8 หลายเดือนก่อน +4

    ভাল লাগিছে আপুনি সকলোকে সহায় কৰাৰ বাবে আপোনাক ভগৱানে ভালে ৰাখক ❤❤❤❤

  • @montukalita4098
    @montukalita4098 8 หลายเดือนก่อน +6

    Dada Tumi bahut vhl kam kori asa bahut vhl de Tumi ane koi xodai kori juwa god ❤

  • @deepaborah9974
    @deepaborah9974 8 หลายเดือนก่อน +11

    তুমি মহান🙏🙏

  • @NandeawarDoloi
    @NandeawarDoloi 8 หลายเดือนก่อน +1

    শুভ কামত ঈশ্বৰ সদায় লগত থাকে । আমি নোৱাৰিলেও আপোনালোক ৰ প্ৰচেষ্টাক ধন্যবাদ জনালো ।

  • @moinaentertainment364
    @moinaentertainment364 8 หลายเดือนก่อน +1

    এওঁ যিহেতু বিনামূলীয়াকৈ সকলোকে সহায় কৰি আছে সেয়ে এওঁ দোকানলৈ গ'লে এন সামগ্ৰীবোৰ দোকানীজনে তেওঁক বিনামূল্যে দিলে বেছি ভাল লাগিব। যদিহে তেওঁ সময় দাক চিনি পায়।

  • @HimanKrDas-jb4gs
    @HimanKrDas-jb4gs 8 หลายเดือนก่อน +11

    RESPECT FOR HOMOY DA❤

  • @himantamili9901
    @himantamili9901 8 หลายเดือนก่อน +13

    আপোনালোক আছে বাবে আজি পৃথিৱীকন জীয়ায় আছে । 🙏🙏🙏

  • @PronobNirmali942
    @PronobNirmali942 8 หลายเดือนก่อน +4

    ❤❤❤ , Kashmir or pra morom jasilu

  • @Dhurbajyotikalita88
    @Dhurbajyotikalita88 8 หลายเดือนก่อน

    সহায় কৰিছে ভাল কথা । কিন্তু মানুহ সকলৰ মুখ খন নেদেখুৱা হলেও হল হেতেন । আত্মসন্মান সকলোৰে থাকে । দুটামান views আৰু নিজক মহান দেখাবলৈ কাৰণে কিমান আৰু তললৈ যাব ?

  • @ramenhazarika7574
    @ramenhazarika7574 7 หลายเดือนก่อน

    আনৰ মুখত হাঁহি বিৰিঙাই তুলিব পৰা জন মহান ব্যক্তি।
    সময় তুমি আৰু আগবাঢ়ি যোৱা। ৰাতুলক ধন্যবাদ জনালো

    • @Jonaliborovlog
      @Jonaliborovlog 25 วันที่ผ่านมา

      ❤❤❤❤❤❤

  • @Realfoolscopy-9
    @Realfoolscopy-9 8 หลายเดือนก่อน +5

    জয় আই অসম সময় দা ❤❤

  • @dharmasonowal7493
    @dharmasonowal7493 8 หลายเดือนก่อน +18

    I love সময় দা

  • @bindassboy9993
    @bindassboy9993 8 หลายเดือนก่อน +4

    Mujjang

  • @jayashriborah9719
    @jayashriborah9719 8 หลายเดือนก่อน

    সময় তুমি আৰু তোমাৰ সহযোগী সকলক শতকোটি প্ৰণাম জনাইছো🙏 এনেদৰে তুমি নিঃসহায় লোকক সহায় কৰি যোৱা মোৰ মৰম আশীৰ্বাদ তোমালৈ সদায় আছে থাকিব 😍😍

  • @ashasingh8574
    @ashasingh8574 วันที่ผ่านมา

    Tumalok xokolo loike bahut bahut dhaynobad aro xuvokamona jivant nijor babe xokolo jeai thake xosa arthot manuh tumalok ji xodai aank jeai thoka babe xohari disa tumalok xodai xaxi thoka agowai jwa

  • @NikitaRajbongshi-s5e
    @NikitaRajbongshi-s5e 8 หลายเดือนก่อน +8

    Tomak bhale rakhok 😮

  • @karabiworld2737
    @karabiworld2737 8 หลายเดือนก่อน

    সুন্দৰ, আৰু আগবাঢ়ি যোৱা।

  • @purnimadutta3560
    @purnimadutta3560 8 หลายเดือนก่อน

    আশিবাদ কৰিছো ভগবানে কুশলে ৰাখক আৰু আগবাঢ়ি যোৱা ।

  • @namitakonwargogoi9098
    @namitakonwargogoi9098 8 หลายเดือนก่อน

    ইমান ভাল কাম কৰি আছা।এইবাৰ তোমাৰ লগতে ৰাতুলৰ সহায়ৰ বাবে ধন্যবাদ।

  • @ChandanChandanbaruah
    @ChandanChandanbaruah 8 หลายเดือนก่อน +1

    সযয় দা তোমাক ভগৱানে কুশলে ৰাখক , দুখিয়া মানুহ কাৰনে তুমি ভগৱান💚💚💚💚💜💜💜🙏🙏🙏🙏🙏

  • @BarnaliKonwar-bs6cx
    @BarnaliKonwar-bs6cx 8 หลายเดือนก่อน

    বহুত ভাল কাম কৰি আছা ভাইটি তোমাৰ ভিডিঅ' চাও ভগৱানে তোমাক দীঘায়ু কৰক । মংগলদৈৰ পৰা বহুত মৰম তোমালৈ।

  • @RituraniMahantaOfficial
    @RituraniMahantaOfficial 8 หลายเดือนก่อน

    Bohut val kam korisa. Ajir xamajat tmr dore manuh paboloi bohut kothin . Bhagawane tmk aru aguai niok jate enedore xodai karubak xahai koribo para .

  • @aishwaryal.sharmathakur8656
    @aishwaryal.sharmathakur8656 8 หลายเดือนก่อน +2

    লক্ষ্মণ দাস লৈ ও বহুত বহুত ধন্যবাদ

  • @NavajitDoley-hx2sb
    @NavajitDoley-hx2sb 8 หลายเดือนก่อน

    Amar axomor xhontan, apuni amar gourab. God bless you dada. Amiu apunar dhore bhal Kam koriboloi agbarhi jam. So many thanks for helping this family.

  • @Onlyfacts7475
    @Onlyfacts7475 8 หลายเดือนก่อน

    ধন্যবাদ ভাইটি তোমাৰ ভবিষ্যৎ মংগল হওক।

  • @anjumoniborah1614
    @anjumoniborah1614 8 หลายเดือนก่อน

    মানূহে মানুহৰ বাবে এই গীতটো সফল ৰূপ দিলা তুমি মহান

  • @RadheshyamBaruah
    @RadheshyamBaruah 7 หลายเดือนก่อน

    সময় ভাইটি , তুমি মহা পুন্য কাম কৰিছা , ঈশ্বৰে তোমাক সদাই সহায় কৰক ।

  • @nirupamahaloi4693
    @nirupamahaloi4693 8 หลายเดือนก่อน

    সদায় এনেদৰে তোমাক ভগবানে ভালে ৰাখক দুখিয়াক সহায় কৰিবলৈ🎉

  • @artinfelicity1111
    @artinfelicity1111 8 หลายเดือนก่อน +1

    আপোনাৰ লগত সদায় লাগি থকা দাদা দুজনক এদিন ভালকৈ চিনাকি কৰাই দিব ।। আপোনাৰ লগত তেওঁ লোকক প্ৰায়ে দেখি থাকো ।।।
    আপুনি ভালে থাকক❤️

  • @udaipegu4991
    @udaipegu4991 8 หลายเดือนก่อน +1

    Good job 👏👍

  • @lilydevi1366
    @lilydevi1366 7 หลายเดือนก่อน

    Very good steps. God bless you. Keep it going

  • @poriraniburagohain1073
    @poriraniburagohain1073 8 หลายเดือนก่อน

    দাদাই বস্তুবোৰ কিনিব গলে দোকানী সকলে বিনামূলীয়াকৈ দিলে হয়টো দাদা আৰু বহুত সহায় হ'ব।
    দাদাই কৈছে বাজেট মিলা কাৰণে বিচনাখন ল'ব পৰা নাই সেইটো দোকানী জনৰ কাৰণে কিন্তু লাজৰ কথা কিনো এটকা পইচা কাৰণে লাগি থাকে নাজানো আৰু দেই।।
    পাৰিলে দাদা ক সহায় কৰিব চেষ্টা কৰক সকলোৱে 😌

  • @rahonmahon2310
    @rahonmahon2310 7 หลายเดือนก่อน

    ভিডিঅ' বোৰ চাই আছো ভাল লাগে। বহুত ভাল কাম কৰিছা । ধন্যবাদ।❤❤

  • @ShahidAhmed05
    @ShahidAhmed05 8 หลายเดือนก่อน

    Khub hundor step vl lgl

  • @ramchandraofficials
    @ramchandraofficials 8 หลายเดือนก่อน +1

    The Great man of Assam ❤🙏

  • @rombharombha9122
    @rombharombha9122 8 หลายเดือนก่อน

    Homoy daa jindabad🙋assamr Assamese real hero amar homoy daa dukhiyar feelingsbur buja babe tq apunla🙏🙏🙏🙏 you're great man 👍🥰😘

  • @DivyaPavitraPoth
    @DivyaPavitraPoth 8 หลายเดือนก่อน

    আপুনি যেতিয়া বুঢ়া হ'ব আপোনাক চোৱা চিতা কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব God bless you মোৰ সোণ

  • @amirahmed9088
    @amirahmed9088 8 หลายเดือนก่อน

    সুন্দৰ পদক্ষেপ লৈছে

  • @67Vijay67
    @67Vijay67 6 หลายเดือนก่อน +1

    Moja

  • @mayamahanta5908
    @mayamahanta5908 7 หลายเดือนก่อน

    সময় বহুত ভাল কাম কৰি আছা,ভগৱানে তোমাক কুশলে ৰাখক।

  • @biswajit2324
    @biswajit2324 7 หลายเดือนก่อน

    Homoy you are doing very good job man.. adin vaal ke rise koribo Mur bishakh ase. Thanks to Homoy and Ratul da.

  • @SumiDutta-cm5bl
    @SumiDutta-cm5bl 8 หลายเดือนก่อน

    বহুত বহুত ধন্যবাদ তুমালৈ আশীৰ্বাদ পাবা 🎉

  • @dipikakutum4452
    @dipikakutum4452 8 หลายเดือนก่อน

    Dada apunar dore mohan biyokti ajir pritibit an ajon nedekim jen lage. Karon apuni bhogbanr rup.manuh hoi jotm loisahe sage.❤❤❤

  • @NizaraGoldAssamTea
    @NizaraGoldAssamTea 8 หลายเดือนก่อน +1

    Very good video and information,,val kaam kari asa Tumi, salute, from Rangia

  • @userjayamili
    @userjayamili 8 หลายเดือนก่อน

    সময় দা , আপোনাৰ ঘৰ খন এবাৰ দেখুৱাব চুন। আপুনি মহান , মোৰ যে কবলৈ ভাষা নাই। আপুনি মোৰ প্ৰিয় ইউটিউবৰ ।

  • @borgohain980
    @borgohain980 8 หลายเดือนก่อน

    ভাল কাম কৰিছাঁ, আমি আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যোৱা ।

  • @narenhazarika2975
    @narenhazarika2975 8 หลายเดือนก่อน +1

    Bar Bhal. lagil

  • @SWAPNARANIGOGOI-n1q
    @SWAPNARANIGOGOI-n1q 8 หลายเดือนก่อน

    সময তুমি আগুৱাই যোৱা লগতে দীৰ্ঘায়ু হোৱা আশীৰ্বাদ থাকিল

  • @anamikachakraborty4574
    @anamikachakraborty4574 8 หลายเดือนก่อน

    সময় তোমাক 🙏🙏🙏 , তোমাক ভগবানে আৰু আগুৱাই লৈ যায় যেন ।

  • @RunikaRamchiary
    @RunikaRamchiary 8 หลายเดือนก่อน

    ভাল লাগে সমই দা তোমাৰ কামবোৰ,এনেদৰে তুমি আনক মঙ্গল কৰাৰ লগতে টোমাকো ভগৱানে মঙ্গল কৰক।❤❤তোমাৰ লগতে তোমাক সহায় কৰা দা দা কেইজনলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল।