ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কোনো স্বাৰ্থ নথকাকৈ সহায় কৰা মানুহ জনেই হল সময় দাদা🥰..….Love From Golaghat 💞
কব ভাষা নাই তোমাৰ গুণ বোৰ দাদা তুমি মহান ❤❤ তোমাক দেখা পালো সপোন জাগি উঠে ❤❤ love you dada from gohpur pora morom tomale ❤❤🎉🎉
আৰু এবাৰ চালোঁ মন টো বেয়া লাগি গল মানুহ জনক এনে দেখা পাই দাদ কিবা এটা জলদি কিবা এটা কৰি দিয়া মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব লগে দে মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব আশা কৰিলোঁ আৰু তেওঁ এজন অসমীয়া মানুহ হৈ আৰু নিজৰ মানুহৰ মাজত আজি এনেকুৱা হৈছে 😢😢
মোৰ আহিবলগা সন্তান টোৰ নাম সময় দিম... এক বুজাব নোৱাৰা দুখ লাগি গল....😢😢
Bhogawan r ki bisar
আনৰ কাৰনে কান্দিব জানিলে, কান্দোনতও সুখ পায়।কিবুলি কম তোমাক----ভাষা নাই❤ ঈশ্বৰে যেন ঐশ্বৰিক শক্তি প্ৰদান কৰিছে তোমালৈ---🙏
মানুহবোৰে যে ইমান কষ্টত আছে আপোনাৰ দৰে মানুহৰ বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤️❤️❤️❤️😢😢😢😢
এইটো আমা অসমৰ Sonu Sood ❤হয় Love you Daaa গহপুৰৰ পৰা মৰম দিলো❤
সময়দা গাওঁ বুহা সহায়ত বিকলংগ পেন্সন ধৰাই দিয়ক। অঘৰী মুধচ তুয়ে আপুনী। ধন্যবাদ তুমালৈ মুৰ আয়ুস দিলু।হাজাৰ হাজাৰ বছৰ জীয়াই থকা
সঁচাই কৈছোঁ আপুনি মানুহৰ ৰূপত এজন ভগৱাণ হয় দাদা 🙏🙏🙏
তেখেতৰ কথা আৰু বিশেষকৈ খোলৰ চাপৰতে গম পোৱা যায় সমাজত তেখেতৰ গুৰুত্ব কেনে আছিল। যি হওক দাদাৰ সহায়ত ব্যক্তি জনে পূনৰ আগৰ দৰে এটা নতুন জীৱন পায় তাকে কামনা কৰিলো।
মানুহ জন মানসিক ভাৱে ভাল যেন লাগিছে গতিকে তেখেতক কিবা এটা কাম দিব পাৰিলে বহুতেই ভাল হব
প্ৰতি বছৰে দি অহা চৰকাৰৰ যি সমূহ ঘৰ কোন সকল ব্যক্তিয়ে পাইছে আজিৰ দিনতো এনে ব্যক্তি ৰৈ গৈছে
আপোনাক ভগৱানে ভালে ৰাখক কাৰণ আপোনাৰ দৰে মানুহক সমাজত অতি মাত্ৰ প্ৰয়োজন।❤
মানুহ জনৰ কথা খিনি বৰ ধুনিয়া
পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ।।। কথাষাৰ সত্য 👌👌👌👌👌👌👌👌👌
আপুনি আৰু আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ৷ I LOVE YOU DADA❤️🙏
ভাল কাম কৰিছে dada
Thànk.you.homoy.bohot.bohut.thanks.tumak
You are number 1 great youtuber in assam... For helping every poor people... That's why great salute to you and may God bless you💕💕💕
সচাঁই তোমাক মানিছো।ভগবানে তোমাক সহায় কৰক 🙏🙏
ভগৱানে আপোনাক শক্তি দিয়ক ❤🙏🙏🙏
নিঃ স্বাৰ্থ কৰ্ম কৰা একমাত্ৰ মহান ব্যক্তি আপুনি দাদা। ভগৱানে মংগল কৰক আৰু লগতে দূৰ্ভগীয়া লোকজনক সহায় কৰি তেখেতক উদ্ধাৰ কৰক
Oh.ram.eman.duk.laga.drisha.dakila.aponak.sata.kout.namaskar.🙏🙏🙏🙏🙏
সচাকৈয়ে এনেদৰেও যে মানুহে বসবাস কৰিব পাৰে ভাবিবলৈও কষ্ট হয়, তেনেক্ষেত্ৰত কিমান অসহায় হ’লে তেনেকৈ থাকিব পাৰে বুজি পাইছো,এনেদৰে অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই তেওঁলোকক যিমান খিনি সকাহ দিছা সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি,বহুত বেছি মহান কৰ্ম কৰি আছা তুমি,প্ৰত্যেক জননীয়ে তোমাৰ দৰে সন্তান হোৱাতোৱেই কামনা কৰে,ভালে থাকা সদায়,মৰম তোমালৈ।
Frist like Frist view Frist comment ❤❤❤বহুত ইউটিউবাৰ দেখিলোঁ কিন্তু আপোনাৰ দৰে মহান মানুহ হয়তো বহুত কম দেখিবলৈ পাইছো।।আপোনাৰ সু-স্বাস্থ্য ৰ কামনা কৰিছো homoy daa❤❤❤Mor favourite namber 1 youtuber tumi❤❤❤
তুমি মহান ভগবানে তোমাক সহায় কৰে যেন
আচৰিত , কি বিচিত্ৰ জীৱন ধাৰণ দেখা পাইছো তোমাৰ ভিডিঅবোৰত । বৰ দুখ লাগে ।
Homoy da karana ata like ❤ proud of you dada
Hosa dei duk loga😢 apuni hosake bhogoman rupot shila🙏🙏🙏👍👍👍
Hosa Homoy 2mr kame bhut bssi inspire krse..2mi hodai aag bahi jua...hohai hua hokolure...hodai enekoi thakiba...holoni nohoba ktiau.....all d best....God bless you always
Homoi da manibolagibo apunak a behghor lachara manhuk j help korisa homoi ulaii grand salute
Homoy ভাইটি তুমি দুখীয়া সকলক ইমান সহায় কৰিছা ❤তাৰ বাবে তোমালৈ অশেষ অশেষ ধন্যবাদ🙏God bless you 🙏 Homoy ভাইটি পাৰিলে অকণমান মানুহ জনক Doctor দেখোৱাই অলপ মান ঔষধ দি দিবা 🙏🙏🌺
Man proposes God disposes.God disposes.God bless him.
Best TH-camr belekor Kotha sinta Kora 👍👍
2mi bhut val kam kori asa. Moi vabile nijoke bujabo nuwaru. Muru mon jai koribole
Good ......tumi tumar kormot hahokhere agbarhi goi thaka.... Rasta ulai goi thakibo
তোমালৈ কোটি কোটি নমস্কাৰ 🙏🙏🙏🙏
Apunar Dirghayu kamona korilu.... Homoi da... Anekoi hodai anor mukhot hahi jilikai thakib buli akha korilu...
তুমি আৰু এনেদৰে আৰু সহায় কৰি যোৱা যেন
আজিৰ যুগতো মানুহ এনেদৰে থাকিবলগীয়া হৈছে 😢😢দাদা আপুনি মানুহ নহয় ৷ আপুনি ভগৱানৰে অন্য এটা ৰূপ ❤❤❤
দেখি দুখ লাগিল তোমাৰ লৈ আশীৰ্বাদ লাগিল
❤❤❤❤❤❤❤❤🙏🙏🙏🙏bhagobane tumak kukhole rakhok tare kamona korilu.
❤❤❤❤❤❤❤❤❤❤ bohud val kam koresa apune dada ❤❤
He krishna, he vogowan, himonto mamay dekha napay neki, kunu manuh nay neki tekhetor bikhoa jonaboly, homoy beta tumak vogowane kripa korok 🙏🙏🙏
Bro tumak manisu amar axomor jiman TH-camr ase sob kela mogoniya Jen lagise tumak dekhar pisor pora bro🥰🥰🥰
Dada apuni hosai bohut vogoban tuilo manuh dukhiya manuh burk hahi dib parise vogobane apunak mongl korok
Aru aguai jua tumi...vgobane mongol korok homoi da tumk...
ভগৱানে তোমাৰ লগতে মানুজনক আশা পূৰণ কৰক
Bro tumak manisu ama axomor jiman TH-camr ase sob kela mogoniya Jen lagise tumak dekhar pisot pora bro🥰🥰🥰
ভগৱানে আপোনাক আগুৱাই নিয়ক❤
Hosai Dada apuni mohan hodai ane dore hohai kri jai jn
এইটো সোনকালে কৰি দিয়ক দাদা বেছি বেয়া লাগিছে 😢😢
Love from Dhemaji 💥💥🔥💥🔥💥🔥💥🔥💥🔥💥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥
I liked homoy bhaijan apunar kan2 bohut Val love from majuli
Aaponar kambur say mour bohut Val lagy homoy dada
Dada apunak vogobane hokti diyok❤
আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ভালে ৰাখত ভগৱানে 🙏
সঁচাই মানুহজন কিন্তু কব লাগিব দেই এনেকুৱা এটা জীৱন অতিবাহিত কৰিছে 😢😢😢😢
সময় দা আপোনাক যে কি বুলি ধন্যবাদ দিম, কোনো ভাষা নাই।
Dil se❤like disu
Moja 👍
Tomi kibaa ataa kori diyaa Dost Axomiyaa manuh...Beaa lagil dekhi...xosakee Gaour Manuh buree ghor ati bonai diboo nuwreenee...tomakk log korim moi
😢😢😢😢 চকু পানী ওলাই গল দেখি।সুন্দৰ সুৰ সুন্দৰ খোল বজনা
Press the lord apunak esore ahirbad korok from Dhemaji
Vogobane bohut bohut valk rakhok
Apunak bhut bhut thank u....❤bhut mohan kam kri ase dada apuni....❤bhogoban a apunak xodai val a raxok....❤
মোৰ ক'বলৈ একো শব্দ নাই। মানুহে এনেদৰে কেনেকৈ জে জীয়াই থাকিব পাৰে, জীৱন টো অনুচিত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ব্যক্তিজনে তেওঁৰ বাকী জীৱনটো সঠিক আশ্ৰয়ত জীয়াই থাকিব পাৰে। আৰু আপোনাক বহুত শুভেচ্ছা থাকিল সময় দা🙌🏼
সময় তোমাক সহায় কৰিব পাৰিলে বহুত ভাল লাগিব।তুমি আমাৰ গৌৰৱ।
Manhjonok dakhi xasae beya lagise ..apuni xasaake bhagoban sarup .god bless you
Xosakoi apuni bohut great hoi
Hosakoi bohut dukh loga disho hoi .. homoi da hosakoi aapunak selut ... ❤Hodhai anekoi aguyai jaok bohut val lage❤️
স্বাৰ্থহীন ভালপোৱা আৰু সময় দা দুয়োটা এক বিশেষ combination ❣️
Love you dada tumar Kam Dekhi vl lagil ❤❤❤
Apuni nijor vul bur Sikar korise heiai bohut. Nijor vulor Babe j etia ene kuwa obstha hol. Etia val Dore Thakok. Hoi jwa bur hoi gol. Etia val koi thoka 2 h main.nijor vul Sikar kora2 bohut val kotha.
You are a great You tuber , great human being. Angel in one word . May God bless you and your lovely family.
Tmi dukhiya manuhok help kori ☺ manuhor upokar koribo khuja 😙 heibbe tmk moi mnr pora vl pao❤🥰mur flr pora tmk bht bht dhoinyobad 🙏 homoy dada aru aguwai jua 💝 agoloiu jate anedore manuhok help kora tare kamona korilu 😊
Nice bro .......jibon 2diniya ........
homoy da bhut val kam koriase apuna nisina manu homajot doka
Bhogowane aaponak saday bhale rakhibo,sohay kori jowa
homoi da karone ata like 💖💖
I have nothing except blessing.Salute to you.
Thanks to nephew,God bless you.
Homoy da tumr video bur sai thaku,aje moi pothm comments korisu apunak kble vakha ni apuni belgtkoi bhut bhut belag❤❤mur enakua lage vgban hisape apunar nisina manuhru jodi heua lou monot bhut hanti pua jab😢❤❤❤❤😘😘
সময় তুমি কলিযুগৰ ভগৱান স্বৰূপ। তোমাৰ মঙ্গল কামনা কৰিলো
Mor falor pora tomak 🙏🙏🙏❤️❤️❤️👏👏
Bohut besi morom xomyi daa❤
তুমাক কবলৈ ভাষা নাই আৰু 😢❤❤
মহান আদৰ্শ আগলৈ আৰু আগ বাঢ়ি গৈ থাকা ------।। আশীৰ্বাদ কৰিছো তোমাক ।।
You are the person mankind needs
মানুহ জনৰ প্ৰতিভা দেখি ভাল লাগিল আৰু সময় তোমাক চেলুট
Homoy da apunak bohut val lage dei
আচৰিত!!! তেখেতৰ ওচৰ-চুবুৰীয়া ই ইমান দিনে দেখা নাই নেকি!!! গাঁৱৰ মানুহে দেখোন অলপ অলপ পইচা তুলি ঘৰ এটা সাজি দিব পাৰে।
Dada apuni jate aru aguwai jai .manuhok jate hodai aneke hohai kori thake❤
Love❤❤ from Nalbari (Makhibaha)
তোমাক ভগৱানে সদায় ভালে ৰাখক ❤❤❤❤❤❤
God bless u Dada.❤❤❤number 1 youtuber...
Homoy daa best ❤❤❤❤❤❤❤❤❤
কি বোলি কম তোমাক ভাষাই নাই বেতা তোমাক ভগৱানে শক্তি দিয়ক
Good job bro God bless you ❤🙏
Homoy সদায় অনন্য,ভগৱানৰ আৰ্শীৱাদ সদায় থাকিৱ,,আগুৱাই যোৱা❤❤❤ 8:18
Government e eibor mnh nedekhe nki baru...😢😢😢😢..Bht vl km kri asa bro tumi...ki kom vbi ni powa tomk vakha ni koble tomk...❤❤❤
Xomoi da apuni bohut mohan hoi ❤❤❤
কোনো স্বাৰ্থ নথকাকৈ সহায় কৰা মানুহ জনেই হল সময় দাদা🥰..….
Love From Golaghat 💞
কব ভাষা নাই তোমাৰ গুণ বোৰ দাদা তুমি মহান ❤❤ তোমাক দেখা পালো সপোন জাগি উঠে ❤❤ love you dada from gohpur pora morom tomale ❤❤🎉🎉
আৰু এবাৰ চালোঁ মন টো বেয়া লাগি গল মানুহ জনক এনে দেখা পাই দাদ কিবা এটা জলদি কিবা এটা কৰি দিয়া মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব লগে দে মানুহ জনৰ গাঁওৰ মানুহে অলপ চাব আশা কৰিলোঁ আৰু তেওঁ এজন অসমীয়া মানুহ হৈ আৰু নিজৰ মানুহৰ মাজত আজি এনেকুৱা হৈছে 😢😢
মোৰ আহিবলগা সন্তান টোৰ নাম সময় দিম... এক বুজাব নোৱাৰা দুখ লাগি গল....😢😢
Bhogawan r ki bisar
আনৰ কাৰনে কান্দিব জানিলে, কান্দোনতও সুখ পায়।কিবুলি কম তোমাক----ভাষা নাই❤ ঈশ্বৰে যেন ঐশ্বৰিক শক্তি প্ৰদান কৰিছে তোমালৈ---🙏
মানুহবোৰে যে ইমান কষ্টত আছে আপোনাৰ দৰে মানুহৰ বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤️❤️❤️❤️😢😢😢😢
এইটো আমা অসমৰ Sonu Sood ❤হয় Love you Daaa গহপুৰৰ পৰা মৰম দিলো❤
সময়দা গাওঁ বুহা সহায়ত বিকলংগ পেন্সন ধৰাই দিয়ক। অঘৰী মুধচ তুয়ে আপুনী। ধন্যবাদ তুমালৈ মুৰ আয়ুস দিলু।হাজাৰ হাজাৰ বছৰ জীয়াই থকা
সঁচাই কৈছোঁ আপুনি মানুহৰ ৰূপত এজন ভগৱাণ হয় দাদা 🙏🙏🙏
তেখেতৰ কথা আৰু বিশেষকৈ খোলৰ চাপৰতে গম পোৱা যায় সমাজত তেখেতৰ গুৰুত্ব কেনে আছিল। যি হওক দাদাৰ সহায়ত ব্যক্তি জনে পূনৰ আগৰ দৰে এটা নতুন জীৱন পায় তাকে কামনা কৰিলো।
মানুহ জন মানসিক ভাৱে ভাল যেন লাগিছে গতিকে তেখেতক কিবা এটা কাম দিব পাৰিলে বহুতেই ভাল হব
প্ৰতি বছৰে দি অহা চৰকাৰৰ যি সমূহ ঘৰ কোন সকল ব্যক্তিয়ে পাইছে আজিৰ দিনতো এনে ব্যক্তি ৰৈ গৈছে
আপোনাক ভগৱানে ভালে ৰাখক কাৰণ আপোনাৰ দৰে মানুহক সমাজত অতি মাত্ৰ প্ৰয়োজন।❤
মানুহ জনৰ কথা খিনি বৰ ধুনিয়া
পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ।।। কথাষাৰ সত্য 👌👌👌👌👌👌👌👌👌
আপুনি আৰু আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ৷ I LOVE YOU DADA❤️🙏
ভাল কাম কৰিছে dada
Thànk.you.homoy.bohot.bohut.thanks.tumak
You are number 1 great youtuber in assam... For helping every poor people... That's why great salute to you and may God bless you💕💕💕
সচাঁই তোমাক মানিছো।ভগবানে তোমাক সহায় কৰক 🙏🙏
ভগৱানে আপোনাক শক্তি দিয়ক ❤🙏🙏🙏
নিঃ স্বাৰ্থ কৰ্ম কৰা একমাত্ৰ মহান ব্যক্তি আপুনি দাদা। ভগৱানে মংগল কৰক আৰু লগতে দূৰ্ভগীয়া লোকজনক সহায় কৰি তেখেতক উদ্ধাৰ কৰক
Oh.ram.eman.duk.laga.drisha.dakila.aponak.sata.kout.namaskar.🙏🙏🙏🙏🙏
সচাকৈয়ে এনেদৰেও যে মানুহে বসবাস কৰিব পাৰে ভাবিবলৈও কষ্ট হয়, তেনেক্ষেত্ৰত কিমান অসহায় হ’লে তেনেকৈ থাকিব পাৰে বুজি পাইছো,এনেদৰে অসহায় জনলৈ সহায়ৰ হাত আগবঢ়াই তেওঁলোকক যিমান খিনি সকাহ দিছা সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি,বহুত বেছি মহান কৰ্ম কৰি আছা তুমি,প্ৰত্যেক জননীয়ে তোমাৰ দৰে সন্তান হোৱাতোৱেই কামনা কৰে,ভালে থাকা সদায়,মৰম তোমালৈ।
Frist like Frist view Frist comment ❤❤❤
বহুত ইউটিউবাৰ দেখিলোঁ কিন্তু আপোনাৰ দৰে মহান মানুহ হয়তো বহুত কম দেখিবলৈ পাইছো।।
আপোনাৰ সু-স্বাস্থ্য ৰ কামনা কৰিছো homoy daa❤❤❤
Mor favourite namber 1 youtuber tumi❤❤❤
তুমি মহান ভগবানে তোমাক সহায় কৰে যেন
আচৰিত , কি বিচিত্ৰ জীৱন ধাৰণ দেখা পাইছো তোমাৰ ভিডিঅবোৰত । বৰ দুখ লাগে ।
Homoy da karana ata like ❤ proud of you dada
Hosa dei duk loga😢 apuni hosake bhogoman rupot shila🙏🙏🙏👍👍👍
Hosa Homoy 2mr kame bhut bssi inspire krse..2mi hodai aag bahi jua...hohai hua hokolure...hodai enekoi thakiba...holoni nohoba ktiau.....all d best
....God bless you always
Homoi da manibolagibo apunak a behghor lachara manhuk j help korisa homoi ulaii grand salute
Homoy ভাইটি তুমি দুখীয়া সকলক ইমান সহায় কৰিছা ❤তাৰ বাবে তোমালৈ অশেষ অশেষ ধন্যবাদ🙏God bless you 🙏 Homoy ভাইটি পাৰিলে অকণমান মানুহ জনক Doctor দেখোৱাই অলপ মান ঔষধ দি দিবা 🙏🙏🌺
Man proposes God disposes.God disposes.God bless him.
Best TH-camr belekor Kotha sinta Kora 👍👍
2mi bhut val kam kori asa. Moi vabile nijoke bujabo nuwaru. Muru mon jai koribole
Good ......tumi tumar kormot hahokhere agbarhi goi thaka.... Rasta ulai goi thakibo
তোমালৈ কোটি কোটি নমস্কাৰ 🙏🙏🙏🙏
Apunar Dirghayu kamona korilu.... Homoi da... Anekoi hodai anor mukhot hahi jilikai thakib buli akha korilu...
তুমি আৰু এনেদৰে আৰু সহায় কৰি যোৱা যেন
আজিৰ যুগতো মানুহ এনেদৰে
থাকিবলগীয়া হৈছে 😢😢
দাদা আপুনি মানুহ নহয় ৷ আপুনি ভগৱানৰে অন্য এটা ৰূপ ❤❤❤
দেখি দুখ লাগিল তোমাৰ লৈ আশীৰ্বাদ লাগিল
❤❤❤❤❤❤❤❤🙏🙏🙏🙏bhagobane tumak kukhole rakhok tare kamona korilu.
❤❤❤❤❤❤❤❤❤❤ bohud val kam koresa apune dada ❤❤
He krishna, he vogowan, himonto mamay dekha napay neki, kunu manuh nay neki tekhetor bikhoa jonaboly, homoy beta tumak vogowane kripa korok 🙏🙏🙏
Bro tumak manisu amar axomor jiman TH-camr ase sob kela mogoniya Jen lagise tumak dekhar pisor pora bro🥰🥰🥰
Dada apuni hosai bohut vogoban tuilo manuh dukhiya manuh burk hahi dib parise vogobane apunak mongl korok
Aru aguai jua tumi...vgobane mongol korok homoi da tumk...
ভগৱানে তোমাৰ লগতে মানুজনক আশা পূৰণ কৰক
Bro tumak manisu ama axomor jiman TH-camr ase sob kela mogoniya Jen lagise tumak dekhar pisot pora bro🥰🥰🥰
ভগৱানে আপোনাক আগুৱাই নিয়ক❤
Hosai Dada apuni mohan hodai ane dore hohai kri jai jn
এইটো সোনকালে কৰি দিয়ক দাদা বেছি বেয়া লাগিছে 😢😢
Love from Dhemaji 💥💥🔥💥🔥💥🔥💥🔥💥🔥💥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥💥🔥
I liked homoy bhaijan apunar kan2 bohut Val love from majuli
Aaponar kambur say mour bohut Val lagy homoy dada
Dada apunak vogobane hokti diyok❤
আগবাঢ়ি যাওঁক দাদা ভগৱানে সহায় কৰক তাৰে কামনা ভালে ৰাখত ভগৱানে 🙏
সঁচাই মানুহজন কিন্তু কব লাগিব দেই এনেকুৱা এটা জীৱন অতিবাহিত কৰিছে 😢😢😢😢
সময় দা আপোনাক যে কি বুলি ধন্যবাদ দিম, কোনো ভাষা নাই।
Dil se❤like disu
Moja 👍
Tomi kibaa ataa kori diyaa Dost Axomiyaa manuh...Beaa lagil dekhi...xosakee Gaour Manuh buree ghor ati bonai diboo nuwreenee...
tomakk log korim moi
😢😢😢😢 চকু পানী ওলাই গল দেখি।সুন্দৰ সুৰ সুন্দৰ খোল বজনা
Press the lord apunak esore ahirbad korok from Dhemaji
Vogobane bohut bohut valk rakhok
Apunak bhut bhut thank u....❤bhut mohan kam kri ase dada apuni....❤bhogoban a apunak xodai val a raxok....❤
মোৰ ক'বলৈ একো শব্দ নাই। মানুহে এনেদৰে কেনেকৈ জে জীয়াই থাকিব পাৰে, জীৱন টো অনুচিত। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ব্যক্তিজনে তেওঁৰ বাকী জীৱনটো সঠিক আশ্ৰয়ত জীয়াই থাকিব পাৰে। আৰু আপোনাক বহুত শুভেচ্ছা থাকিল সময় দা🙌🏼
সময় তোমাক সহায় কৰিব পাৰিলে বহুত ভাল লাগিব।তুমি আমাৰ গৌৰৱ।
Manhjonok dakhi xasae beya lagise ..apuni xasaake bhagoban sarup .god bless you
Xosakoi apuni bohut great hoi
Hosakoi bohut dukh loga disho hoi .. homoi da hosakoi aapunak selut ... ❤
Hodhai anekoi aguyai jaok bohut val lage❤️
স্বাৰ্থহীন ভালপোৱা আৰু সময় দা দুয়োটা এক বিশেষ combination ❣️
Love you dada tumar Kam Dekhi vl lagil ❤❤❤
Apuni nijor vul bur Sikar korise heiai bohut. Nijor vulor Babe j etia ene kuwa obstha hol. Etia val Dore Thakok. Hoi jwa bur hoi gol. Etia val koi thoka 2 h main.nijor vul Sikar kora2 bohut val kotha.
You are a great You tuber , great human being. Angel in one word . May God bless you and your lovely family.
Tmi dukhiya manuhok help kori ☺ manuhor upokar koribo khuja 😙 heibbe tmk moi mnr pora vl pao❤🥰mur flr pora tmk bht bht dhoinyobad 🙏 homoy dada aru aguwai jua 💝 agoloiu jate anedore manuhok help kora tare kamona korilu 😊
Nice bro .......jibon 2diniya ........
homoy da bhut val kam koriase apuna nisina manu homajot doka
Bhogowane aaponak saday bhale rakhibo,sohay kori jowa
homoi da karone ata like 💖💖
I have nothing except blessing.Salute to you.
Thanks to nephew,God bless you.
Homoy da tumr video bur sai thaku,aje moi pothm comments korisu apunak kble vakha ni apuni belgtkoi bhut bhut belag❤❤mur enakua lage vgban hisape apunar nisina manuhru jodi heua lou monot bhut hanti pua jab😢❤❤❤❤😘😘
সময় তুমি কলিযুগৰ ভগৱান স্বৰূপ। তোমাৰ মঙ্গল কামনা কৰিলো
Mor falor pora tomak 🙏🙏🙏❤️❤️❤️👏👏
Bohut besi morom xomyi daa❤
তুমাক কবলৈ ভাষা নাই আৰু 😢❤❤
মহান আদৰ্শ আগলৈ আৰু আগ বাঢ়ি গৈ থাকা ------।। আশীৰ্বাদ কৰিছো তোমাক ।।
You are the person mankind needs
মানুহ জনৰ প্ৰতিভা দেখি ভাল লাগিল আৰু সময় তোমাক চেলুট
Homoy da apunak bohut val lage dei
আচৰিত!!! তেখেতৰ ওচৰ-চুবুৰীয়া ই ইমান দিনে দেখা নাই নেকি!!! গাঁৱৰ মানুহে দেখোন অলপ অলপ পইচা তুলি ঘৰ এটা সাজি দিব পাৰে।
Dada apuni jate aru aguwai jai .manuhok jate hodai aneke hohai kori thake❤
Love❤❤ from Nalbari (Makhibaha)
তোমাক ভগৱানে সদায় ভালে ৰাখক ❤❤❤❤❤❤
God bless u Dada.❤❤❤number 1 youtuber...
Homoy daa best ❤❤❤❤❤❤❤❤❤
কি বোলি কম তোমাক ভাষাই নাই বেতা তোমাক ভগৱানে শক্তি দিয়ক
Good job bro God bless you ❤🙏
Homoy সদায় অনন্য,ভগৱানৰ আৰ্শীৱাদ সদায় থাকিৱ,,আগুৱাই যোৱা❤❤❤ 8:18
Government e eibor mnh nedekhe nki baru...😢😢😢😢..
Bht vl km kri asa bro tumi...ki kom vbi ni powa tomk vakha ni koble tomk...❤❤❤
Xomoi da apuni bohut mohan hoi ❤❤❤