LIVE | Cash For Job : চাকৰিৰ মুকলি বজাৰ পাতি আটক বিজেপি নেতা | N18L
ฝัง
- เผยแพร่เมื่อ 14 ธ.ค. 2023
- LIVE | Cash For Job : চাকৰিৰ মুকলি বজাৰ পাতি আটক বিজেপি নেতা | N18L
#cashforjob #bjp #corruption #live
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk - บันเทิง
ইহঁত দেশৰ শত্ৰু
মুৰব্বী জনৰ সেউজ সংকেত আছে নিশ্চয়,
তদন্তৰ প্ৰয়োজনীয়তা নুই কৰা উচিত নহব চাগে
Bjp netar khetrat eko mat mata thik nahobo. Hihotei raja.......
P0
Mja ❤❤❤
ধন সামৰিবৰ বাবেই নেতাগীৰি কৰিছে।
Thank. You. Sir. Anekuwa. Lidare. Dexo. Khon. Ake. Dinai bohu. Dur. Ago. Bahi. Jabo. Dei. Jar. Karone. Congresor Atiya. Ane. Goti. Hoise. Manuh. Xokolu. Akei. Swlatuhe. Beleg dei. Beya. Napabo. Dei.
পুৰণা নেজেৰে মালিচ কৰিলেও কুকুৰৰ ঘিউ চিধা নহয়৷(পুৰণা ঘিউৰে মালিচ -------)
I think raja is arrested most probebly commission not reached to concerning ministeres ,otherwise,why
অপ কর্ম কৰি মানুহে লাজ
নাপায় হব লা
মানুহ বোৰ কিয় ইমানে নিলাজ😂
moja i lovu
Rolling Sarkarar capacity
Ai bilak bjp r sepa
Thanks
Ei bor karib nalage bhak shikharthir jeeban bor athole jabo ene kora neta sakt saja hob lage. Bideshi shikha di ami amar Desh bhal karib noaro Bhartiya Shiksha bebostha hobo lage. Manish
সচা অথতআৰু ওলাব
বাতৰি নপঢ়ি আপুনি কিবা নাটকৰ সংলাপ মতা যেন লাগিছে।
সংবাদ জগতত আপোনাৰ এটা সুকীয়া পৰিচয় আছে গতিকে আপোনাক আমি আজি কালি প্ৰচলিত পন্থাটো পৰিহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।
Narack.kha
প্ৰশ্ন কাকতেই বিক্ৰী হৈ আছে আৰু কি? সব ফাকিবজি চলি আছে আৰু চলি আহিছে।
Bjpdol.bhalnahai.jetia.congese.beacom.karisil.tetia.janahadharane.sarkar.badalikaril.amiu.saporat.karisilu.kintu.atiakihase..haiconges.dalhupai.akubjpt.ahil.ati.haimanuh.bure,bjpk,vot,dibane,keneke,bjp.jikiba.arunalageai.bjp.bjpk.bidaifoak.hakaluea
।।আমি কেলা এতিয়া গাঁৱত এসাঁজ খাই এসাঁজ নাখাই জীৱন নিক্ষেপ কৰিছো।। মাত্ৰ আত্মহত্যা কাৰণে কৰিছো অপেক্ষা।।ফ্ৰেচবুকক বিদায় দিছো এতিয়া।।উপায় নাই চলিব পৰা নাই চুৰি ডকাইত কৰাৰো অভিপ্ৰায় নাই।।সকলো ফালেই নাই।। মাত্ৰ দেখিছোঁ আত্মহত্যাক দেখোন সহজেই পায়।।ভাবিছো কেলা ভাবি আছোঁ থায়ে থায়ে সেয়েহে মনৰ কথা লিখি আছোঁ।।হয়তু শেষ কলমৰ যৌৱনিকা পৰিব চাগৈ।।হৱ বন্ধু দিয়া এনেকৈয়ে হয়তু চাগৈ পাপিৰ আত্মাৰ জীৱণ।।
111111111111111¹
মজা দাললৰ ৰুপ সলনি পুলিচে কৰিব পাৰিব যদি সাহসেৰে চাৰ্চচিট দিয়ে নহলে দুদিনতে মুকলি হব,নেতা বা চৰকাৰে ভালপাওক শুদ্ধতাক,বহু আছে ??
ভবানীপুৰ ৰাজাখাটৰ ৰহমান আলী য়ে বহুত মানুহৰ পৰা 3/4 লাখ কৈ চাকৰি দিব পাৰিব বুলি 3বছৰ ৰপৰাই সংগ্ৰহ কৰিছিল। বহুতে হাৰাশাস্তিৰ সন্মুখীন হৈছে। মামাই তদন্ত কৰাৰ আহ্বান।
Muslim nahai janu? Aolokar jatir dakh. Beya karjyakalap ketiyao arib noware.
Broker is all in country.
বিজেপিৰ দিনত বিনা পইচাৰে যুবক যুবতীয়ে চাকৰি"পাইছে বুলি দম্ভালি মাৰে! এতিয়া সেই দম্ভালি কত গল? বিষ্ঠা "খোৱা গৰুৱে কাহানি বিষ্ঠা এৰা দেখিছে? যিমান চাকৰি দিছে সব তলে তলে টকা লৈ দিছে।কোনে"কত সচা কথা কব?কাৰণ দিয়াৰো লাভ(চাকৰি পালে)আৰু লোৱাৰো লাভ(পইচা পালে)।
यह असम में जितना बीजेपी वाला है यह सारे ऐसी दलाली है जितना भी है सरकारी दलाली
BJP daudte hue so raha hai