ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ ৪০ টা বৃহৎ ঘোষণা

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 พ.ย. 2024

ความคิดเห็น • 797

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 7 หลายเดือนก่อน +8

    ❤❤❤❤❤মামাৰ কথা শুনি বহুত ভাল লাগিল ধন্যবাদ মামা মোৰ অৰুণোদয় নাই জয় আই অসম

  • @taramaipegu1610
    @taramaipegu1610 2 ปีที่แล้ว +156

    মামা দুখীয়াই সকলো সুবিধা পায় ধনীবোৰে ঠিকা পাই মধ্যবিত্তবোৰে কি পাব
    আপোনৰ মুখৰ পৰা কোনো দিনা মধ্যবিত্ত
    শব্দ উচ্চাৰণ কৰা শুনা নাই।মধ্যবিত্তৰ কাৰণে একো আঁচনি নাই নেকি?চেন্নাই কেৰেলাত বছৰ জুৰি হাজিৰা কৰি যেনে তেনে সৰু পকী ঘৰ এটা বনালেও মধ্যবিত্তত পৰে হাজিৰা কৰি ফ্ৰিজ এটা কিনিলেও মধ্যবিত্তত পৰে। মধ্যবিত্ত বোৰে
    ভোট দিয়া নাইনেকি?আমাৰ অসমত আটাইতকৈ মধ্যবিত্তৰ মানুহ বেছি কাৰণ
    হাজিৰা কৰি পকী ঘৰ ফ্ৰিজ থাকিলেই
    সকলো সুবিধাৰ পৰা বঞ্চিত।BJP লিদাৰ
    বিধায়ক মন্ত্ৰী বোৰৰ চকু বোৰ অলপ ডাঙৰকৈ মেলি চাবলৈ শিকক।কোৱাৰ
    বাবে বেয়া নাপাব কাৰণ ময়ো এই মাজৰেই বঞ্চিত এজন ।

    • @rabhavoice8720
      @rabhavoice8720 2 ปีที่แล้ว +1

      Hoy moyu aponar dorei dada... Thikei kose aponi

    • @thunukathakuria1769
      @thunukathakuria1769 2 ปีที่แล้ว

      Amio apunar kothat akmot

    • @hemendradas1096
      @hemendradas1096 8 หลายเดือนก่อน

      😊 see

    • @creategoogleaccountsahid-me8ut
      @creategoogleaccountsahid-me8ut 8 หลายเดือนก่อน

      Mb​@@hemendradas1096

    • @dipikaroy8792
      @dipikaroy8792 5 หลายเดือนก่อน

      😅bhul veer😂r₹wp z❤❤,,,,88,,',,,,,,,❤dzZZ🐷bbyek❤❤​@@hemendradas1096

  • @korobibora7267
    @korobibora7267 4 หลายเดือนก่อน +27

    ভালেই কৰিচে মামাই

  • @pobitraboruah9266
    @pobitraboruah9266 2 ปีที่แล้ว +3

    বহুত বহুত ধন্যবাদ থাকিল ছাৰ

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 ปีที่แล้ว +15

    আচঁনি বাদ দিয়ে যেন ✔️✔️✔️
    মূল্য বৃদ্ধি হ্ৰাস কৰক 🙏

  • @MonirulIslam-ev6my
    @MonirulIslam-ev6my 2 ปีที่แล้ว +3

    ৪৮ নং বকো সমষ্টিৰ মাহাতলী গাওঁ পঞ্চায়তৰ ৬ নং ওৱাৰ্ডৰ Nambera দুখীয়া ৰাইজৰ পৰা ৩০০০/পৰা ৫০০০/ টকা লৈ আছে ।

  • @lakhyajitmili7083
    @lakhyajitmili7083 2 ปีที่แล้ว +14

    ❤️❤️❤️❤️মামাৰ কথা শুনি বহুত ভাল লাগিল জয় আই অসম ❤️❤️❤️❤️❤️

  • @intajalialiali2869
    @intajalialiali2869 2 ปีที่แล้ว

    Sir apunar vaxon bhut val lagil bjp nhoi hemanta Biswas Sharma jindabat

  • @extraknowledge9839
    @extraknowledge9839 2 ปีที่แล้ว +2

    Anekuwa lage amak cm Love you and we brod of my cm

  • @beautykonwar427
    @beautykonwar427 2 ปีที่แล้ว +54

    আমি চৰকাৰী কেসা তামোল এখনো খাই পোৱা নাই।

    • @purabibaruah3201
      @purabibaruah3201 2 ปีที่แล้ว +2

      Right aru nalageo

    • @lungidance194
      @lungidance194 2 ปีที่แล้ว +1

      খাব মন থাকিলেহে

    • @rinkukumarkarjee7052
      @rinkukumarkarjee7052 2 ปีที่แล้ว

      😀😁😆

    • @sitalsam6797
      @sitalsam6797 2 ปีที่แล้ว

      Kisuman manuh ase pai u nupua naam but ji ki nohouk ami nijor nhoi homaj aru dekhor sinta koribo lage...amar bjp sokar thoka loike ama india r mukhot hahi biringi thakibo jay hind

    • @gaoaha3700
      @gaoaha3700 2 ปีที่แล้ว

      Toka poisa ase sage aponalokor

  • @amarjyoti3174
    @amarjyoti3174 2 ปีที่แล้ว +31

    Thank you CM sir এতিয়া ও বহুত মানুহ। পাব লগা আছে

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ᗩᒍE.ᗰᗩYᗩ.ᗷOIᑎᗩK.KᗩIᗷᖇ.SᕼᑌᗪIᑕᗩ.ᗷᗩTISᑌᗪᗩᖇ.ᑭᑌ.ᒍOᕼᖇᗩᖇ.ᑕOᒪE

  • @nirmolnirmol518
    @nirmolnirmol518 2 ปีที่แล้ว +16

    ইটা,শিল,বালি,ৰ'দ, চিমেণ্টৰ বৰ্তমান দাম জানে নে নাই অসমৰ মুখ্যমন্ত্ৰীয়ে,, আগতে মুল্য বৃদ্ধি কমোৱাৰ ব্যৱস্হা ল'ব লাগে,,,,

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      ᗷᗩᖇᗩI..ᑎᗩ Kᕼᗩ.KOᑕᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.SOᖇETᖇO.ᗷOᕼᑌT.ᗷOYᗩ.Tᑌᕼᖇ.ᐯᒪ.Gᑎ.ᑎI.ᗰᑌᖇOT.Tᑌᕼᖇ.

  • @sm10349
    @sm10349 2 ปีที่แล้ว +14

    দুখীয়া নিবনুৱা শ্রমিক সকলৰ এই সমস্যাৰ বাবে এনে সিদ্ধান্তলোৱাত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @MIRKASHIMUDDINAHMED
    @MIRKASHIMUDDINAHMED หลายเดือนก่อน

    আজিলৈ যিমান বোৰ আচনি দি আছে, সকলোবোৰ ধোঁৱাচাঙত।

  • @abouahmed166
    @abouahmed166 2 ปีที่แล้ว +31

    মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো যে দৰিদ্ৰৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে আৰু সহায় কৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, সদায় আঁচনি আৰু ফ্ৰী পলিচিৰ দ্বাৰা ৰাজ্য চলোৱাতো সম্ভৱনে? এই যে লক্ষ লক্ষ কোটি টকাৰ ঋণৰ বোজাটো কোনে বহন কৰিব বা কৰি আছে, এই বিষয়ে দুবেলা-দুসাজ খাবলৈ সমল নথকা দৰিদ্ৰ মানুহখিনিয়ে জানো ভাবিব পাৰে? চৰকাৰ এখন চলাবলৈ জনতাৰ সহায় লাগিবই। কিন্তু জনতাক এটকা সহায় কৰাৰ নামত দহ টকা কাঢ়ি নিলে জনতাৰ প্ৰকৃত সহায় হবনে? পাৰ্যমানে সকলো দিয়ক, কিন্তু মাছৰ তেলেৰে মাছ ভাজি নোখোৱাব। যদি প্ৰকৃততে সহায় কৰিব খোজে তেন্তে- ইন্ধন, খাদ্য-সামগ্ৰী, ঔষধ-সামগ্ৰী, ৰাস্তা-ঘাট আৰু ঘৰ-নিৰ্মাণ সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, টোলগেটকে ধৰি বিভিন্ন দ্ৰব্যৰ সীমা চেৰাই যোৱা কৰ-কাতলৰ ব্যৱস্থাটোত সাধাৰণ জনতাক স্বাসৰুদ্ধ পৰিৱেশৰ পৰা উদ্ধাৰ কৰক । অসমৰ চৰকাৰী যন্ত্ৰটোৰ প্ৰধান অংগবোৰত শোষণ আৰু আবৰ্জ্জনাৰ প্ৰতি অনবৰতেই শেণ-দৃষ্টি ৰাখক। যদি সেয়া সম্ভৱ কৰি তুলিব পাৰে তেতিয়া দেখিব দৰিদ্ৰতাৰ হাৰ নিশ্চয় বহু হ্ৰাস হ'ব আৰু আঁচনিৰ নামত কৌটি কৌটি টকাৰ ধাৰৰ বোজা নিশ্চয় কঢ়িয়াব লগীয়া নহʼব। এইয়ে মূখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ।

  • @nuramin000
    @nuramin000 2 ปีที่แล้ว +50

    দিনত ৪০ টা কৈ ঘোষণা কৰে কিন্তু কাম এটাও নকৰে ঘোষণা লৈকে সমাপ্ত। 😡

  • @budaikutum1641
    @budaikutum1641 2 ปีที่แล้ว +3

    মহোদয় সিমন্ত্ৰণ ছাৰ আপুনাক অনুৰোধ কৰিছোঁ
    যদি পাৰে আমাকো সহাই কৰিব ধন্যবাদ

  • @orjifabegum7845
    @orjifabegum7845 2 ปีที่แล้ว +4

    প্ৰকৃত দুখীয়া জনে নাপায়চোন।

  • @souravray1843
    @souravray1843 2 ปีที่แล้ว +9

    বাকী বৰ নাজানো কিন্তু লাইচেন্স বনাব গলে dto office t ghus নিদিয়া কৰি কাম নহয় ।

  • @npsnwl8810
    @npsnwl8810 2 ปีที่แล้ว +13

    দুৰ্নীতি হোৱা নাই নেকি ।।।।আপোনালোকে ভাবে নিকি।।।নাম অহা মানুহে ঘৰ পোৱা নাই।।।আপোনালোকে কি ভাবিছে।।।আহিব গম পাব।।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      KᑌKᖇOT.KOᖇEO.ᗩᗪᕼᗰ.Tᑌᕼᖇ.ᑭᗩᖇE.Tᑌ.ᗷᖴ.SO.ᑎESTᑌᖇ.ᗷᗩIᗰᑎ

  • @nurbahadur2662
    @nurbahadur2662 5 หลายเดือนก่อน

    😮😮😮😮❤❤❤❤hai Ram Jai Hind Jai Jawan ❤❤❤ Modi Yogi Hemanta Zindabad Jai Shri Ram ❤❤❤❤❤❤❤ B,J,P, Zindabad❤❤❤❤❤❤😊😊😊😊😊

  • @snehalatakonwar3728
    @snehalatakonwar3728 9 หลายเดือนก่อน +2

    Thank you sir .very good session .joi joi assam .joi joi varat .

  • @kalyankonwar3530
    @kalyankonwar3530 2 ปีที่แล้ว +1

    Very good mr himanta

  • @jayantahazarika1343
    @jayantahazarika1343 2 ปีที่แล้ว +7

    নৰেন্দ্ৰ মোদীৰ টকা নহয় ভাৰত চৰকাৰ ৰ হে

    • @pabitradaimry232
      @pabitradaimry232 2 ปีที่แล้ว +1

      Absolutely decision discuss you sir I also help need your help.

  • @rahuluddin1063
    @rahuluddin1063 2 ปีที่แล้ว +39

    দিনত 100টা কৈ ঘোষণা কৰে দিয়াৰ নামত এটাও নাই 0000

  • @ratnaswartaye1712
    @ratnaswartaye1712 2 ปีที่แล้ว

    BJP জিন্দাবাদ জয় হিমন্ত মামা

  • @nituldutta796
    @nituldutta796 2 ปีที่แล้ว

    সুন্দৰ আঁচনি গ্ৰহণ কৰিছে

  • @dipennath9396
    @dipennath9396 2 ปีที่แล้ว +6

    ছাৰ‌ আমি এইবাৰ পাম বুলি আশা কৰিলো আপোনি এইকণ সোবিধা আমাক দি সহায় কৰে যেন,🇮🇳 জয় আই অসম

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Gᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᒍᑎTᑌT.KOᖇEO.ᑎES.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 2 ปีที่แล้ว +6

    Good desition

    • @ForidulIslam-yz3yl
      @ForidulIslam-yz3yl 2 ปีที่แล้ว

      Ami eman doridro sorkaror kow, ami ako napow

    • @Payaldas-e1z
      @Payaldas-e1z 4 หลายเดือนก่อน

      . .5​@@ForidulIslam-yz3yl

  • @AnowarHussain-gq7hu
    @AnowarHussain-gq7hu 2 ปีที่แล้ว +2

    Good Job H Sir (Mama💖💖💖)

  • @pritom-channel
    @pritom-channel 2 ปีที่แล้ว

    আৰু কিছুমান গাওঁত ৰাস্তা ঘাট বহুত বেয়া এবাৰ যদি ভাল হয় ভাল আছিল

  • @mohabirmurah1687
    @mohabirmurah1687 2 ปีที่แล้ว +18

    অকল ঘোষণা কৰিলেই নহ'ব ।

  • @mamonibegum585
    @mamonibegum585 2 ปีที่แล้ว +8

    Thank you very good CM sir

  • @gomratiarif6971
    @gomratiarif6971 2 ปีที่แล้ว

    Thank you CM sir🙏 apuni bohut val kam korise

  • @mohiallinall922
    @mohiallinall922 2 ปีที่แล้ว +2

    Very good

  • @ajantabaruah2975
    @ajantabaruah2975 2 ปีที่แล้ว +1

    খুউব ভাল লাগিছে ছাৰ দুখীযাৰ প্রতি অধিকাৰ দিযাষ বাবে

  • @highlighteditin
    @highlighteditin 3 หลายเดือนก่อน

    দুখীয়া মানুহে ঘৰৰ টকা কিবা কৰিল ঘৰৰ নিৰ্মান নকৰাকৈ আছে ।

  • @dilip1344
    @dilip1344 8 วันที่ผ่านมา

    Thanks sir g 🌹🙏🏻🙏🏻🙏🏻🙏🏻 BJp ❤❤❤❤❤❤ jai hoo

  • @lalitdehingia9371
    @lalitdehingia9371 2 ปีที่แล้ว +5

    আপোনাৰ দৰে কোনো এজন ভগৱান হব নোৱাৰে ।

  • @brvlog123
    @brvlog123 2 ปีที่แล้ว

    Think sir apunar kota huni val lagil sir

  • @badrullaskar1210
    @badrullaskar1210 2 ปีที่แล้ว +1

    Assam cm sir thanku

  • @raktimfreestyle3699
    @raktimfreestyle3699 2 ปีที่แล้ว +2

    Congratulations mama

  • @masukudin2369
    @masukudin2369 2 ปีที่แล้ว +1

    Thanks for cm sir.

  • @isakahmed6009
    @isakahmed6009 2 ปีที่แล้ว

    100% Assam Cm Thanks

  • @happyjourneyjeherul7155
    @happyjourneyjeherul7155 2 ปีที่แล้ว +1

    mama zindabad 🔥 ake ake dui mama tmi jui .. 🔥🔥🔥🔥.. mama mk ata gov.. job lge police r .. bht essh ase khati pusak pindhiboloi...

  • @prahladdas2609
    @prahladdas2609 2 ปีที่แล้ว +6

    We proud of our HBSarma c m

  • @dipjyotisarkar4587
    @dipjyotisarkar4587 2 ปีที่แล้ว +2

    ভঙা পজাতে থাকিম আৰু তথাপিও চৰকাৰী ঘৰ আশা নকৰোঁ ।

  • @daizee4510
    @daizee4510 2 ปีที่แล้ว +9

    ঘোষণাটো বৃহৎ কৰে কিন্তু কাৰ্যকৰি কৰাটোহে সৰ্বনিম্ন কৰে ৷

  • @dimbeswarbordoloi970
    @dimbeswarbordoloi970 2 ปีที่แล้ว +5

    Well-done topic

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      KOTᕼᗩ.KOᗷᗩ.ᑎᒍᑎᗩ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗩᒪ.ᗷᒪ.ᗷOIKᗷᗩ.ᒍᑎᗩ..ᗰᑌKᕼOT.ᕼᗩGᗰ.Tᑌᕼᖇ

  • @fajlulhoque6735
    @fajlulhoque6735 2 ปีที่แล้ว +2

    Always hero HBS sir

  • @jd5714
    @jd5714 2 ปีที่แล้ว +3

    Thank you very much sir 💞

  • @mohanmudi4682
    @mohanmudi4682 2 ปีที่แล้ว +1

    Thanks you dada

  • @monimalaborabaruah700
    @monimalaborabaruah700 2 ปีที่แล้ว

    You are the best 👍 rekord minister

  • @Lalung88
    @Lalung88 2 ปีที่แล้ว

    Himanta jindabad

  • @lilabahadurruchal6460
    @lilabahadurruchal6460 2 ปีที่แล้ว +3

    nice sir God bless you ❤ 🙏 🙌

  • @bipulsharma1206
    @bipulsharma1206 2 ปีที่แล้ว +3

    Thanks you

  • @aaraveditor3231
    @aaraveditor3231 2 ปีที่แล้ว +1

    Mama we loves you

  • @shantiramadhikari9984
    @shantiramadhikari9984 2 ปีที่แล้ว +1

    Good sr

  • @azfacts5914
    @azfacts5914 2 ปีที่แล้ว +2

    Joi ai axom..... ❤❤🙏🙏🙏🙏🙏🙏🙏🙏

  • @sidharthabaruah588
    @sidharthabaruah588 2 ปีที่แล้ว +4

    মোৰ গাঁৱত পকী ঘৰ , চাকৰি , পেঞ্চন পোৱা মানুহে চৰকাৰী ঘৰ পাইছে ।
    বিশ্বনাথ চাৰিআলি নগৰৰ ওৱাৰ্ড নং ১
    Enquiry কৰি জেল দিব পাৰিব ।।

  • @rashelkhan4751
    @rashelkhan4751 2 ปีที่แล้ว +1

    Good cM

  • @lipikachetiya6641
    @lipikachetiya6641 3 หลายเดือนก่อน

    মোৰ.কেস্সাৰ.হৈ.আছে.
    সাধাৰণ.ৰেচন.কাৰ্ডখন.বনাই.দিওঁতে5000.হাজাৰ.লৈচে.ঘৰ.কত.পাম.আজি.দুটা.বছৰে.
    বি.বৰুৱাত.বেমাৰ.ভাল.কৰি.আছো.কিন্তু.দাম.কেমৈ.বোৰ.পোৱা.নাই.কিয়.বা.মোক.
    অলপ.সহায়.কৰে.হিমন্ত.ছাৰ.🙏.মোৰ.সৰু.ছোৱালী.এনজী.আছে.বহুত.কষ্ট.হৈচে

  • @misschayanikasaikia4462
    @misschayanikasaikia4462 ปีที่แล้ว +1

    Dhonnabad

  • @dijenrabha5208
    @dijenrabha5208 2 ปีที่แล้ว +1

    Thanks you sir

  • @lalitkutum8592
    @lalitkutum8592 2 ปีที่แล้ว +2

    Many many thanks CM sir.

  • @gitimonimahanta4198
    @gitimonimahanta4198 2 ปีที่แล้ว +1

    Great job sir

  • @BijoyGoala-o1z
    @BijoyGoala-o1z หลายเดือนก่อน

    Thank you so much

  • @akashrabha5954
    @akashrabha5954 2 ปีที่แล้ว +2

    ঘৰ কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰে ঘোষণা নকৰিলেও হবই

  • @AbulKalam-wy3ec
    @AbulKalam-wy3ec 2 ปีที่แล้ว

    বিজেপি সরকার ধন্যবাদ সুন্দর কথা

  • @RenumaiMili-j9t
    @RenumaiMili-j9t 8 หลายเดือนก่อน +1

    Bthankyousir

  • @dhruvsharma5181
    @dhruvsharma5181 2 ปีที่แล้ว +1

    Hundor step 🙏🏻

  • @mainasharma7225
    @mainasharma7225 2 ปีที่แล้ว +3

    Thank you sir.🙏🙏

  • @viralonly2
    @viralonly2 2 ปีที่แล้ว +6

    এতিয়া মামাৰ অলপ চিন্তা বাঢ়িছে,,, আম আদমি পাৰটি আৰু তৃণমুল আহিছে,, সেই কাৰণে এতিয়াই সব দিবো বুলি কৈ আছে,,, কাম কিন্তু এটাও নহব।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      TOI.ETTᗩ.Tᖇ.TEᖇETᑌᖇ.ᗷᑌS.Kᕼᑎ.SᑌᕼE.ᗩSᗩ.ᖇᗩᑎᗪEᖇ.ᑭᑌTᗩK.ᗰᗩYᗩK.Sᑌᗪᗩ.ᗷᒪ.KᕼOᖇ.ᑭᑌ

    • @harshar3622
      @harshar3622 2 ปีที่แล้ว

      Eko nidiye ..... Narendra Modi he dise bole mama diya nai........ajiloi k kimanta aasoni uliaise hisab nai ...aru kiman aasoni ulabo mama (bhagwan)he jane,......🤭🤭🤭

  • @rdxsalehchoudhury6816
    @rdxsalehchoudhury6816 2 ปีที่แล้ว +1

    Thank you sir ji 👍👍👍

  • @nonisaikiagogoi4990
    @nonisaikiagogoi4990 2 ปีที่แล้ว +1

    চাৰ আপুনি মদৰ মহল বোৰ কেতিয়া বন্ধ কৰিব

  • @AnimaiPatgiri
    @AnimaiPatgiri 5 หลายเดือนก่อน

    মামা আপোনা কথা শুনি ভাল লাগিছে কিন্তু বহুত দুখীয়া মানুহে আপোনিয় কৰা সুবিধা পুৱানাই😮😮❤

  • @norottamdas8895
    @norottamdas8895 2 ปีที่แล้ว +2

    Thank you so much sir

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      Tᑌᕼᖇ.ᗷᑎGSᕼO.TᑌI.ETTᗩ.KOTEᗰᗩᖇᗩ.ᗰᗩᖇE.Kᕼᗩᒪᗩ.ᗩSᗩ.ᒪᑎGTᗩ.ᕼOI.KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.ᗷᑌS.KᕼOᖇ.ᑭᑌ

  • @ajantabaruah2975
    @ajantabaruah2975 2 ปีที่แล้ว

    Very good idea Sir

  • @moniruzzamanzaman8787
    @moniruzzamanzaman8787 2 ปีที่แล้ว +4

    অপদাৰ্থ চৰকাৰে মানৱ সম্পদ গঢ়োতা সকলৰ বাবে একো কৰিব নোৱাৰে ।

  • @rajunath4784
    @rajunath4784 2 ปีที่แล้ว

    Thank You Sir
    God Bless You

  • @sibanathburagohain7573
    @sibanathburagohain7573 2 ปีที่แล้ว

    বহু বহু ধন্যবাদ

  • @sanjibboro5869
    @sanjibboro5869 5 หลายเดือนก่อน +1

    Very good mama

  • @krishnasaikia3285
    @krishnasaikia3285 2 ปีที่แล้ว

    Hemanta.biswa . Sharma. Dhanyvad

  • @pappubordoloi6068
    @pappubordoloi6068 2 ปีที่แล้ว

    Super opinion , himanta mama

  • @purabidas3914
    @purabidas3914 2 ปีที่แล้ว +1

    Thank you sir

  • @mukundarabha7697
    @mukundarabha7697 2 ปีที่แล้ว +1

    Good decision mama

  • @AbuBakkarSiddik-zb4mv
    @AbuBakkarSiddik-zb4mv 3 หลายเดือนก่อน

    আপনি ভালকামকৰিছে

  • @saityasaikia1648
    @saityasaikia1648 2 ปีที่แล้ว +2

    You are real hero 👏 sir🙏

  • @tutumanidas4386
    @tutumanidas4386 2 ปีที่แล้ว +1

    ThankyouSir

  • @abhilashidas1515
    @abhilashidas1515 2 ปีที่แล้ว

    Thanks ma'am moi abhilashi 9 poru Tokar poreyagan🥰🥰🥰🥰🥰😀😃😃

  • @THE.COOL.BOY.95
    @THE.COOL.BOY.95 หลายเดือนก่อน

    আপোনাৰ কথাবোৰ ভাললাগে ভাঙিপাতি কৈ দিয়ে

  • @munindradas9179
    @munindradas9179 2 ปีที่แล้ว

    Himanta sir jindabaad

  • @GubinGogoi-s9c
    @GubinGogoi-s9c 13 วันที่ผ่านมา

    Thankyou cm sir

  • @barmandeep8814
    @barmandeep8814 2 ปีที่แล้ว +1

    প্ৰথমতে অসমৰ জলন্ত সমস্যা বোৰ সমাধান কৰক।

  • @BijoyGoala-o1z
    @BijoyGoala-o1z หลายเดือนก่อน

    Thank you very good

  • @avaranihazarika1730
    @avaranihazarika1730 2 ปีที่แล้ว +2

    বহুত বছৰৰ মুৰত অসমবাসীয়ে এজন সৎ ভাল মুখ্যমন্ত্ৰী পাইছে ৷সচাকৈয়ে এইজনা মন্ত্ৰীমহোদয় অত্যন্ত মেধাবী চিন্তা শক্তিৰে পৰিপুষ্ট এজন উপযুক্ত মন্ত্ৰী আৰু লগতে এজন ব্যক্তি ৷

  • @FixGutishillong
    @FixGutishillong 2 ปีที่แล้ว +5

    Dear sir...logote mithalel, dail, alu, piyaj or dam kom korai diok jate vat keita pet bhori khabo paru.

  • @kardoiguri-01barbaruah32
    @kardoiguri-01barbaruah32 2 ปีที่แล้ว

    আমিও মৰাণ সমষ্টি,গৰুধৰীয়া পঞ্চায়তৰ বাসিন্দা।কেৱল মোৰ বৃদ্ধা মাতৃক লৈ এজনী ছোৱালীয়ে বাস কৰি আছো,কিন্তু এই চৰকাৰৰ পৰা মা বৃদ্ধপেঞ্চন ২৫০ টকা বাহিৰে ঘৰ নেলাগে অৰুণোদয় টকাও নেপাও।আমি মা আৰু এজনী ছোৱালী বাস কৰি জীয়াই থকাটো ছাগে বি ,জে,পি চৰকাৰৰ চকুত বহুত ধনী মানুহ।

  • @prabinnath5792
    @prabinnath5792 2 ปีที่แล้ว +5

    অসমৰ বহুত ঠাইত বানপানী হৈছে ,আপুনি যদি giato , সেই সকলৰ খবৰ লওঁক।

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 ปีที่แล้ว

      ᑭᖇETᕼEᗷEᖇ.ᐯITᖇOT.ᑎEᒪOITᒍᗩ.Gᑌᑎᗪᗩ.ᗩᒪᖴᗩ.Sᗩᑌᖇ.ᑌTTᕼᗩ.ᗩᗪᕼᗰ.ᗷᑌᖇᗷOK.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.ᑎES.ᗩGOᗰᑌᖇᗩ

  • @ZakirMazumder-qq6gv
    @ZakirMazumder-qq6gv 5 หลายเดือนก่อน

    CM sir congratulations👍