'ৰেন মৌ'ত আইচেংফাৰ স'তে অভিনেত্ৰী প্রস্তুতি পৰাশৰৰ জীয়াৰী প্রাজনা প্রজাক্তা (হিয়া) EP 21 ft. Hiya
ฝัง
- เผยแพร่เมื่อ 2 ต.ค. 2024
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction & Audio - Xulfi
Video Edit - Dipankar Saharia
Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
Make-Up - Binita Das
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏
বহুত ভাল লাগিল, ৰৌন মৌ জৰিয়তে ৰিয়াৰ বাতালাপ চাই সছায়ে বহুত ভাল পালো , তেওৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
Congratulations baa ❤
আন্তৰিক অভিনন্দন জনালো।
Maramar Hiya tomaloi bahut2 maram thakil. Tomar ujjwal bhabishyat kamana korilo.
Eman gohin, eman smart, eman besi talented tumi hiya...
Kotha bur j eman dhunia koi koisa.
Bohut dangor manuh hoba tumi. Bhagawane hodai akhirbaad korok
Tumi sei kakoli ba nahoine
মইও 8th ot পঢ়ি আছোঁ ....হিয়া age r a হৈ but...she is very smart more than me ...... I like your motivation.... Tumar kotha bur vl lgise deii❤❤.....
ইমান matured কথাবোৰ বহুত ভাল লাগিল।মৰম দিলো তোমালৈ আগুৱাই যোৱা বেতা
সকলো লৰা ছোৱালীয়ে যদি এনেকৈ ভাবিলে হয়। তেতিয়া বহুত আগ বাঢ়ি গলে হয়।ভাল লাগিল video to sai❤
হিয়া তোমাৰ কথাবোৰ মোৰ শুনি হেঁপাহ পলুৱা নাই শুনিয়েই থাকিব মন গৈছে ,তোমাৰ চিন্তা বহুত গভীৰ আৰু দূৰদৰ্শী,আগবহি যোৱা আগলৈ তাৰে কামনা কৰিছোঁ।
প্ৰস্তুতী বাৰ নিছিনা। সৰুতে ইমান কথা বুজি পায় হিয়া
Prostuti baar dore hiya khula monor
oh my good kunu qitionsr answer nidiakoi nathakil oo emn vlkooi koisa kolijajoni....
Etiya jenekoi prastuti bar sowali bli hiyak sini pai...... Edin hiyar mak bli prastuti bak sini pab lagib jen lagise... Hiyar show sai...
কণমানি হিয়াজনী ডাঙৰ হ'ল❤ তোমাৰ কথা ই মন চুই গ'ল 😊 ভগৱানে তোমাক আৰ্শীবাদ কৰক❤ স্পষ্টবাদী হিয়াজনী, মাকৰ দৰেই ❤
বৰ ভাল লাগিল হিয়া, তোমাৰ উপলব্ধি ক প্ৰণাম 👏আগুৱাই যোৱা,সফল হোৱা
মই অভিভূত। ইমান পৰিপক্কতা এই কুমলীয়া বয়সতেই সততে বিৰল। আমাৰ ভৱিষ্যত প্ৰজন্মৰ শুভ দিনৰ চিহ্ন। খুব ভাল লাগিল। ভাষা নাই প্ৰশংসাৰ। অন্তৰৰ পৰা আশীৰ্বাদ থাকিল মাজনী। ❤
Achurjya da matiba sun ba
Utpal da k jtya anibo tetia he apunar Chanel tu subscribe korim dei 😢
Best episode...... Love you Hiya❤❤❤❤❤❤❤❤❤❤
😢
বহুত মৰম হিয়ালৈ❤😘
মাক চাই জীয়েক একদম। ভুল কোৱা নাই হয়তো।❤
হিয়া তুমি ইমান ধুনীয়াকৈ ভাবিব জানা ক'ব জানা। মই নিশ্চিত তুমি ডাঙৰ মানুহ হোৱাৰ লগতে ভাল মানুহো হ'বা। বহুত মৰম তোমালৈ লগতে তোমাক ইমান ধুনীয়াকৈ সজাই তোলা তোমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ। প্ৰস্তুতিবা আৰু ভিনদেউ আপোনালোকক সেৱা জনাইছোঁ হিয়াক হীৰাৰ দৰে জিলিকাই তোলাৰ বাবে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
NXT utpal da k aniba ba..... please please please
বা তুমি please Pongkhi বৰদলৈ youtuber Pongkhi production তাইক আনা না তাই এগৰাকী বিধৱা আৰু এগৰাকী এটা সন্তানৰ মাতৃ তাই মানুহৰ বহুত বেয়া বিবহাৰত জীয়াইছে বহুত দুখ লাগে আশা কৰিলোঁ বা
এতিয়া হিয়াক কোনগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে পঢ়াই তেওঁলোককহে চাব মন গৈছে ৷ কিয়নো হিয়াক পঢ়োৱা ছাৰ-বাইদেউসকলেও নিশ্চয় Talented হ’ব ৷ এই episode টো সঁচাই Amazing❤❤❤
বহুত বহুত মৰম তোমালৈ হিয়া❤❤তোমাৰ কথা ই মন চুই গৈছে, ভগৱান তোমাৰ সদায় সহায় হওক❤❤❤
Prastuti ba aru Prayashi ba vlogs t hiya k dekhi thaku kintu aji dekha hiya joni bohut beleg....
iman kom boyokhot iman hundor ke koise hiya tumale vohut vohut huvesa thakil
Interview tu eman bhal lagile j hiyar logot sinaki hoboloi mon goise,moi obak hoisu hiyar kotha bilak huni
জোন জ্বলে কপালত ফিল্মখনৰ দেবো দাক ভাল পাইছিল যে সেই মহিলা গৰাকীক আনিব লাগে মহিলা গৰাকি বহুত মৰমিয়াল আছিলে
সাংঘাতিক ছোৱালী মাকৰ আদৰ্শ আগুৱাই যোৱা শুভেচ্ছা থাকিল
খুব সুন্দৰ। হিয়াৰ মানসিকতা বয়সতকৈ বহু বেছি পৰিপক্ক। তোমাৰ পৰা ভৱিষ্যতলৈ বহু বেছি আশা কৰিম। বহু বহু মৰম আৰু শুভকামনা তোমালৈ হিয়া।
❤❤❤❤
Such a mature heart
Go ahead 👍
Good luck from my side to you Hiya...
যি মূলা বাঢ়ে তাৰ দুপাততে চিন।ইমান কম বয়সতে ইমান গাম্ভীৰ্যপূৰ্ণ কথা।বুজন শক্তি মানিবলগীয়া। Best Episode বুলি ক'বলগীয়া ❤❤
কমলীকা কাশ্যপ ক আনিব চোন
Baa apuni plz bauli fagun r Parishmita khongia baak mane bauli fagun r pari k matibo sun aber 😊
আজিৰ Episodeটো চোৱাৰ পাছত 'হিয়া' অসমৰ ৰাইজৰ বাবে 'হিয়াৰ আমঠু' হৈ ৰ'ব...💚
Munuha koi nohoi maak sai suwali ❤amr hiya always rock ❤god bless you hiya tmi hodai vle thaka ..aru smrthua ❤....i am your new subscriber ❤Vl lagise vedio tu saii
আইচিঙফা মই পাগল হৈগলো।ইমান কান্দিলো কথাবোৰ শুনি তাক ভাষাৰে বুজাব নোঁৱাৰো এটা বজাৰ পৰা দুবাৰ চালো ভাবাচোন তুমি প্ৰশ্নটো কৰাৰ পিছত উত্তৰটো দুবাৰ শুনো ভাবা ? ইমান সৰুতে এনেকুৱা উত্তৰ দিছে। ডাঙৰ হৈ কি হ'ব।হিয়ালৈ🎉যাঁচিলো।শুভৰাত্ৰি।আকৌ এদিন মাতিবা হেপাহেই নপলালে ।
Barsha bak anib sun 😢🙏
Prastuti baai bohut dhunia k dangor korise deii hiyak..logote prastuti baar maa deta borongoni bohut.. teuluk bohut broad minded hoi . Kokak jihetu JB college.r Principal asil .
Sachke emn dhuniya katha koi emn talent girl dagonr hole ru agbarhi joa
Xasake bohut besi smart girl hoi
খুউব ধুনীয়াকৈ চালোঁ। ভাল লাগিল। হিয়া সদায় এনেদৰে থাকিবা দেই। বহুত মৰম তোমালৈ। "মোৰো এটা সপোন আছে" এই কিতাপখন পঢ়িবা দেই পাৰিলে ভাল পাবা।
Kokak aaitakor logot dangor howa babe bohut matured...
হিয়াৰ স্পষ্টতা গুণটো বেছি ভাল লাগিছে,
Tomar ktha bor bhot val lagil hiya tomr ma abbah bhot laki Karn tomar dre ajni sowali powar ...
❤
Maak Sai jiek buli kotha khar Jen hiya r lgt khap khai goise emn marjito emn smart tai....
Hiya❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
দেউতাকৰ দৰে ACS হব ,,, আজি কৈ দিলো
এয়াৰ আমাৰ ভৱিষ্যত প্ৰজন্ম। ভগৱানে তোমাৰ মঙ্গল কৰক। পৰিয়ালটিলৈ আন্তৰিক ধন্যবাদ সমাজৰ বাবে এগৰাকী আত্মবিশ্বাসী ছোৱালী উপহাৰ দিয়া বাবে ৷
সুন্দৰ
স্কুলৰ ল'ৰা - ছোৱালীক আনিব চোন দেই
Age otkoi bohut dangor kotha koisa. Bhal lagil kothabur huni.
বহুত ভাল লাগিল, হিয়াৰ কথাবোৰে সচাকৈ অন্তৰ চুই ইমান সৰু ছোৱালী জনীৰ ইমান ডাঙৰ ডাঙৰ উত্তৰ বোৰ দিছে৷৷৷ সচাকৈ বহুত ভাল লাগিল
hiya tumi online study platfrom nexa classes ulai porhiba dhuniya ke mathematics buji Paba
You are a perfect junior citizen..God bless you
ইমান ভাল লাগিল হিয়াৰ কথাখিনি,, শুনি থাকিব মন যোৱা 😘😘
Rupom dutta episode tu ketia ahibo
O so cute tumar bohut bhal hob
ইমান সৰুতে ইমান ধুনীয়া মনোভাৱ,চিন্তাধাৰা সচাঁই বহুত ভাল লাগিল,আগুৱাই যোৱা আৰু সফল হোৱা।
বৰ ভাল লাগিল কথোপকথন খিনি।
Very nice 👍 baa video ❤
Achurjya daa k matibo sun ❤️
খুব ভাল লাগিল কথোপকথন টো শুনি, অলপ সৰু হৈ থাকোতেই প্ৰস্তুতী বাৰ ভিডীঅত হিয়াক দেখিছিলো,আজি সেই কণমানি জনীয়ে ইমান গুৰু গম্ভীৰ কথা কৈছে, সঁচাকৈ খুব ভাল লাগিল। বহুত মৰম ও শুভেচ্ছা তোমালৈ ❤❤❤
Hiya tumar kothai mon sui gol....bhut bhut morm tumly.❤❤
Prastuti ba r episode tutkoi hiya r episode tut besi views ahise deii ......🤗😃😃
Hiyak log paisu khub val suwalli tai ❤
Priyodorson Dekak matibosun naam gukha path kore j bor val pabo Raije..❤
Nice video💐
মই সহযাত্ৰীয়ে কৈছোঁ। ইমান সৰু বসয়তে ইমান পৰিপক্কতাৰে কথাবোৰ কৈছে, বহুত ভাল লাগিল। ইয়াৰ শ্ৰেয় নিশ্চিত ভাৱে মই প্ৰস্তুতি বাক দিব বিচাৰো।
Hiya bohut val lage tumak
Ajiloke anekua interview sai pua nai bht xundar episode.... keep smiling always hiya ..God bless you allways ❤
বয়সতকৈ বহুত পৰিপক্ব ছোৱালীজনী৷অসমৰ ভৱিষ্যত
Anushka Tarangini Boruahk matibosun.
,Love you hiya,moi arunachal namsai pora Sai aasu tumar mak moi bhout vl paw❤❤❤
Mak sai jiyek.god bless you hiya lv u
ভিডিও টো চাই একেবাৰতে শেষ কৰিব নোৱাৰিলোঁ তিনি বাৰে চাইহে শেষ কৰিছোঁ।শেষত হিয়ালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ
All credit goes to @Prastuti parasar❤
Moi atia 23 years old kin2 mur iman xini gyan nai jixini hiyar ase hiya 15 yearst jiman xini mature moi atia loike hobo para nai aji hiyar pora bahut kotha xikilu hiyar future xosake bahut val hobo hiya god bless you sis tumar Xokulu xupun pur hok
আচৰিত মানিলো বা কি আচৰিত হাইলাখ প্ৰস্তুতি বাৰ দৰে মাতে কথাই আমাৰো ল'ৰা আছে ইমান বোৰ নাজানে কিন্তু বিচুতি হে মানিছো আৰু
খুব স্পষ্টবাদী তাই like Baa ❤... Protitu Question r Ans khub unique koi dise hiyai.. prastuti baar suwali hisape nhoi tai nijake porisoy ata ghoribo nijor kaamere in future 😊😊..
Angur lata ma'am nd teer konmani jonik anibo sun baa.
Apunar show protitu ye saw
Khub vl lge logote apunaku
Emn morom lage
Baa gitawali baar jiyori manak matiba sn❤❤❤hiyar ktha blak xuni bor vl lgl. Aguai joa hiya 2mi❤❤❤❤much love
Best wishes hiya.. god bless you 🧿😘
আগুৱাই যোৱা,,, সফল হোৱা। অনুষ্কা তৰঙগিনী বৰুৱাক মাতিবচোন ।
❤❤❤
👍👍
Much love❤
জিমুলা বাঢ়ে দুপাততে চিন ভগবানে তাইৰ মঙ্গল কৰক
Vl lagil apunar jugadi mur priyo Hiya majonik log pai .baa apunak bhut bohut thanks 🙏
Bahut vhal lagil ba. Hiyary ujol vhobishot kamona korilu... Maar kotha bur bahut vhal pau Tumi Hiya maar ekdom saa tur dore❤❤❤ 1:13:08
Hiya bht moram
চেতনা বাইদেউক মাতিবছোন
মইও একমত মাইনা গৰাকী ৰ লগত , কাৰণ, ন্যায় বিচাৰো যি কোনো
সঁচাই বৰ ভাল লাগিল....মইটো প্ৰস্তুতি বাৰ vlog আৰু প্ৰয়াসী ৰ vlog চাইয়েই হিয়াক খুব ভাল পাওঁ....আশীৰ্বাদ থাকিল....আগুৱাই যোৱা অসমক উজ্বলাই তোলা 😊❤
ভাল পৰিবেশ ত ডাঙৰ হৈছে। গতিকে ভাল হবই। হিয়ালৈ বহুত মৰম।
এই episode টোৰ বাবে আইচেংফা বা আৰু সমূহ “ৰেন মৌ” বাসীলৈ বহুত বহুত ধন্যবাদ । এনেকুৱা অতিথি আৰু মাতিব লাগে । হিয়াৰ কথা কʼবলৈ গʼলে সঁচাকৈ তাইৰ চিন্তাধাৰা , তাইৰ পছন্দবোৰ আচৰিত হৈ গʼলো
Eman horute Eman govir kotha botora.bohut val lagile.tumaloi bohut bohut huvokamona Hiya❤
বহুত ভাল লাগিল হিয়া তোমাৰ চিন্তাধাৰাক সহস্ৰ প্ৰণাম।আগুৱাই যোৱা,সফল হোৱা।
Bollywood r singer Jubin Nautiyal k apunar show le matibo sun please 🙏
❤bohut bhal lagil
God bless you bothof you