উদাত্ত ভাষণেৰে বিজেপি চৰকাৰক থকা-সৰকা গৌৰৱ গগৈৰ....
ฝัง
- เผยแพร่เมื่อ 30 เม.ย. 2024
- ফাঁচীবজাৰত মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্রচাৰত গৌৰৱ গগৈ। উদাত্ত ভাষণেৰে বিজেপি চৰকাৰক থকা-সৰকা গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ ভাষণত ক্ষুৰধাৰ সমালোচনা মোডী আৰু হিমন্ত বিশ্ব শৰ্মাক। অসমৰ একমাত্র লাখপতি বাইদেউ কোন? ৰামৰ নাম লৈ দেশত ৰাজনীতি বন্ধ কৰিবলৈ হুংকাৰ গৌৰৱ গগৈৰ।
#PratidinTime #assam #GauravGogoi #ElectionWithPratidinTime
মামাই এনেকুৱা কৈ হিন্দী কবলৈ শিকিব লাগে।
Mamai nuare 😂
😂😂😂😂
Dekhot ke momai dangor nohoi. Gaurav gogoi going to be that lachit ✊🇮🇳🇮🇳🇮🇳
Hei jone ru ata jonomo lobo lagibo
Jibonot nuware enekuwa bhakhon dibo😅
সঁচাকৈয়ে এনেকোৱা লাগিছে যেন অসম কংগ্ৰেছৰ হৈ ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতাই ভাষণ দি আছে। গৌৰৱ কৰিছোঁ গৌৰৱ দাদা ❤️❤️
সঁচা দেই
Hosa
Gourav is one man real hero... কি ভাষণ না প্ৰধান মন্ত্ৰী না মূখ্যমন্ত্ৰী কাৰো লগত তুলনা নাই ❤❤❤
🙏🙏❤️❤️@@sarbadoley3105
@@mthuborgohain1956❤🙏
চাব্বাজ গৌৰৱ গগৈ....কি দমদাৰ ভাষণ...বহুত বহুত ভাল লাগিল।।
শিয়ালৰ জাক-জাক সিংহৰ এটাই ভাল 👍🙏❤
Vl lagise j ami tekhetk vote diboloi paisu.nijke vagoyban buli vabisu
কেৱল অসম নহয় ভাৰতবৰ্ষৰ এক মহান, বিশাল উদাৰতাবাদী সুযোগ্য প্ৰিয়ম্বাদী নেতা
গৌৰৱ গগৈ জিন্দাবাদ❤
গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ ❤❤❤
বহুত বেছি ভাল লাগিল। তেখেত এজন অত্যন্ত জনপ্ৰিয় ব্যক্তি ৰূপে নিজকে গঢ়ি তোলে। আজি মোৰ আকৌ তৰুণ গগৈ দেবলৈ মনত পৰি গল।
Next cm of assam gourav gogoi
গৌৰব গগৈ অসমৰ CM হোৱাতো অত্যন্ত পয়োজন আমাৰ বাবে । ❤❤❤
অসমৰ আচল সিংহ পুৰুষ টো আমাৰ গৌৰব হয় । এদিন সচাকৈ অসম সলনি কৰিব❤
গৌৰৱ গগৈ অখিল গগৈ লুৰিনজ্যোতি গগৈ ভাৰত গাত্বন্ধন jindabad
Iman Gogoi Gogoi Kori thako😡😡tumr ammir logot gogoidar nikah korai da 10 12 ta puwali jogabo Tatia Allah val pabu.
গৌৰৱ গগৈ অসমৰ গৌৰব ।❤❤❤❤❤❤❤❤❤❤
মামাৰ বুকু কপিব ধৰিছে লাহে লাহে...
Gaurav Gogoi zindabad zindabad
100%সচা কথা গৌৰৱ গগৈৰ নিচিনা নেতা আমাক লাগে।
Gogoidak Ghar jamai bonailo nikah halala kori 10 12 ta puwali jogai lu Tatia Allah aru bal pabu.sidha jannat pai jabi.
অসম তথা ভাৰতৰ গৌৰৱ শ্ৰী যুত গৌৰৱ গগৈ। ভগৱান শ্ৰীকৃষ্ণই সদায় তেখতক কুশলে ৰাখক। জয়তু গৌৰৱ গগৈ 🎉
Gaurav Gogoi Zindabad Congress Zindabad Rahul Gandhi Zindabd Priyanka Gandhi Zindabad
Gaurav gogoi jindabad ❤❤❤
গৌৰৱ অসমৰ গৌৰৱ
Gaurav gogoi jindabad . 2026 Apunalokor sorkar lage.
Gaurav Gogoi Zindabad ❤❤❤
Hamara next CM
Gaurav gogoi jindabad, Congress jindabad
অসমীয়া এজনে নেতা আছে যি ইংৰাজী আৰু হিন্দী সুন্দৰ ভাবে কব পাৰে সেই জন নেতা হৈছে গৌৰব গগৈ। তৰুণ গগৈ পুত্ৰ ।❤
Gaurav Gogoi Next Chief Minister of Assam.
এনেকুৱা এজন নেতা অসমৰ মূৰ্খ মন্ত্ৰী হোৱা টো মই বিচাৰো।❤
মুখ্য
Gourav Gogoi a fali dise💪💪💪💪💪💪💪💪
সুন্দৰ ভাষন
Gourav gogoi zindabad,apunar sorkar lage amak❤❤
সঁচাকৈয়ে আমি গৌৰৱ কৰিব লাগিব গৌৰৱ দা কাৰণে। আমাৰ অসমীয়া এজনে এনেকৈ ভাষণ দিছে যেন সচাঁ এজন হিন্দী ভাষীয়ে ভাষণ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ হিন্দী কব পাৰে নে। যোৰহাটৰ সংসদ তপন গগৈয়ে পাৰে নে। প্ৰকৃত অসমীয়া এজন নেতা। সঁচাকৈয়ে এজন যোগ্য ব্যক্তি।
Gourab Gogoi zindabad
ধন্যবাদ তৰুণ গগৈ ডাঙৰীয়া। আমাক এজন সুযোগ্য নেতা দি থৈ গল। আপুনি যতেই আছে শান্তিৰে থাকক। 🙏
গৌৰৱ গগৈ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
গৌৰৱ দা জিন্দাবাদ❤❤❤❤❤। সাম্প্রতিক মোৰ আটাইতকৈ প্ৰিয় নেতা।
Gorob gogoi jindabat
Bjp hataoo Desh bachao 🇮🇳🇮🇳🇮🇳
গৌৰৱ গগৈ আমাৰ দেশৰ যাউতিযুগীয়া সম্পদ হৈ ৰওক। তেওঁৰ এই উদাত্ত ভাষণে শাসকীয় দলৰ নেতাবিলাকৰ বুকু কপাই দিছে নিশ্চয় ।।
আমাৰ অসমৰ গৌৰব গৌৰব গগৈ ❤❤... আমি আপোনাক বিচাৰো আমাৰ অসমৰ প্ৰতিনিধি হিচাপে.... আমি মামাৰ সলনি আপোনাক বিচাৰো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ❤️❤️... আপুনি আমাৰ অভিভাৱকৰ যোগ্য ❤❤❤মনে প্ৰাণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনি জয় যুক্ত হোৱাটো.... গৌৰব গগৈ জিন্দাবাদ ❤️❤️
সঁচাকৈ আমি গৌৰৱেৰে কব লাগিব অসমৰ ৰত্ন গৌৰৱ গগৈ, ইমান সুন্দৰকৈ হিন্দীত মূল্যবান মন্তব্য উপস্থাপন কৰিছে, ধন্যবাদ ও চেলুট জনালোঁ। আগন্তুক দিনত অসমৰ মুখ্যমন্ত্ৰী হব প্ৰয়াত তৰুণ গগৈৰ জ্যেষ্ঠ পুত্ৰ গৌৰৱ গগৈ দেৱ।
100% right..
Gourab Gogoi Zindabad ❤🎉
মই আজি গৰ্বিত, এনেকুৱা নেতা লাগে।
Right speech
এ জনে হৈছে আমাৰ অসমৰ গৌৰব ❤❤❤ PJPৰ লাজ লাগিছে নাই 😂😂
We want to see you as chief minister of our Assam.
Powerful Speech 🔥
Very welcome speech
Gourab Gogoi Zindabad
Bohut khubsurat speech ❤
অসমৰ ভবিষ্যত
মই বিজেপি হলেও গৌৰৱ গগৈয়ক ভাল পাওঁ বাৰু
Gaurav Gogoi long life
গৌৰৱ গগৈ অসমৰ গৌৰৱ।
Very nice speaking sir Jai hind
Jindabad jindabad gaurav gogoi jindabad
Wonderful ❤❤❤❤
Good speech
Awesome speech in Hindi.
Nice speech
Good meeting in fancy bazaar Guwahati for MIRA BORTHAKUR . CONGRESS ZINDABAAD
গৌৰৱ গগৈ ❤
Rights
হিমন্তই ইয়াৰ উত্তৰত কি কব ? গৌৰব গগৈ অসমৰ গৌৰব |
Gaurav gogoi zindabad❤❤❤
Dharm ka sthan dharm aur rajniti ka sthan rajniti.... great line...
গৌৰৱ গগৈ আমাৰ ভবিষ্যত
No doubt gourab is great
Priyo neta ❤❤❤❤
High quality speach then present CM
Hi❤❤❤❤❤❤❤❤
Gourav Gogoi zindabad
Coment pohi pohi emotional hoi golu , joi Gaurav Gogoi joi
Gaurav Gogoi zindabad
এনেকুৱা কণ্ঠ সদায় আমাক লাগে
Gaurav gogoi
wah gourav ji wah...Aaj phir se dil garv se ujjar ho geya@proud of you Gourav Gogoi
ইমান সুন্দৰ মন্তব্য, গগৈ দিবলৈ ধন্যবাদ ।
❤❤
বহুত সুন্দৰ ভাষণ দিলে ❤
গৌৰৱ গগৈ মহান ৰাজনীতি নেতা ❤❤
আমাৰ গৌৰৱ গৌৰৱ গগৈ ❤❤❤❤❤❤
New jenneration perfect candidate Gourav Gogoi ❤❤❤❤❤❤❤❤❤
Mama Hindi hikiboloi aru 20 basar lagibo. Gaurav gogoi zindabad
অতি সুন্দৰ ককাইদেউ।
I love Congress for gourav Gogoi and Rahul Gandhi ❤️🔥
You are legend Gourav ji
Our next CM
ভাল বাতৰী শুনি ধন্যবাদ জনাইছো।
congrese jindabad ❤
Very very nice
Aia he asol neta katha kenekua koise ... Gaurav gogoi jindabad
This is the Real Hero of Assam and thanks for sharing the true news
Assam
Congress 7
AIUDF 1
BPF 1
BJP 5
Assam ka nest CM Gourav Gogoi 🎉🎉🎉🎉
Great speech gg
Excellent 👍
Iman hol holiyakoi hindi voice....salute sir
Bohut vl lgile akebare Right koise ...❤
সুন্দৰ ❤🙏🙏🙏
Kiman dhuniya Hindi koise wow
এক কথাত "তামাম"।