মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্রেছ নেতা ৰকিবুল হুছেইনৰ বাকযুদ্ধ এতিয়া তুংগত উঠিছে....
ฝัง
- เผยแพร่เมื่อ 5 ต.ค. 2024
- মূল্যবোধ আৰু উন্নয়নৰ ৰাজনীতি নহয়, এতিয়া যেন মুখ চুপতি আৰু ব্যক্তিগত আক্রমণেই মূল বিষয় হৈ পৰিছে ৰাজনীতিকৰ বাবে। এনে এক প্রসংগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্রেছ নেতা ৰকিবুল হুছেইনৰ বাকযুদ্ধ এতিয়া তুংগত উঠিছে। দৰং-ওদালগুৰিত নিৰ্বাচনী প্রচাৰ চলাবলৈ গৈ ৰকিবুল হুছেইনক পুনৰ গঁড় হত্যাৰে জড়িত থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্রীয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল কংগ্রেছ নেতাগৰাকী।
#pratidintime #assam #electionwithpratidintime #নিৰ্বাচনমানেইপ্ৰতিদিনটাইম
যিয়ে নকওক ডঃ শৰ্মাক আজি সমগ্ৰ দেশতে এজন ভ্ৰষ্টাচাৰী মূখ্যমন্ত্ৰী বুলি জানে। টিভি খুলিলেই তেওঁৰ কুকাৰ্য্য বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আলোচনা হয় । যদিও অসমৰ মানুহে সহজে নলয় । এতিয়া তেও আনৰ দুৰ্নীতিৰ কথা কলে ভাল নেলাগে ।
😊
O poggl to
Axomor aadha mati kune kinise??
ROKIBUL THIK KOISE JEN LAGISE AMAR SONDEH XOSA HOL
Ki koi raij
Bodor uddin ajmol Misakothar Aaru Kam Nohobo Rokibul Dangoriya ZINDABAD
Mama maltu kenekuwa bostu jonabo ?
ধুনীয়া কথা কৈছে।
Rokibulhusen tike guese
Gor hottay karjoyat rokibul nai,ter naam diya hol
Sob Jumla
Red wearing Sweater boy is now richest man alongwith his better half in Assam while Akhil is living a common life for the greatest interest of Assamese going to loose identify very soon .
Sob Jumla kio
Hemanta Biswas Sharma jindabad Modi jindabad Yogi jindabad
Rokibul da zindabad ❤
Atia kio nohoi
ৰঙা চুৱেটাৰ আৰু খালি মুনা পৰিধান কৰা লৰাটো অখিল গগৈ হয় 😂
Dilip saikia huni asa ki mal aitu
Atiya 2024 cha-cha appni harib
K, k, a, n
😂😂😂