মহিলা চৰিত্ৰৰ বলিষ্ঠ অভিনেতা- সদা | বহু নতুন অভিনেতাৰ আদৰ্শ | Sinaki #07 | Vauna | Vaona | Bhauna

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • মহিলা চৰিত্ৰৰ বলিষ্ঠ অভিনেতা- সদা | বহু নতুন অভিনেতাৰ আদৰ্শ | Sinaki #07 | Vauna | Vaona | Bhauna
    চিনাকীৰ আজিৰ খণ্ডটিৰ অতিথি নাৰী চৰিত্ৰত অভিনয়েৰে ভাওনা প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হোৱা, নাৰী চৰিত্ৰ সমূহক এক সুকীয়া মাত্ৰা প্ৰদান কৰা অবিনাশ শইকীয়া ওৰফে সদা।
    আশাকৰোঁ ভিডিঅ'টি চাই ভাল পাব।
    সদাই ৰজকিনীৰ চৰিত্ৰত অভিনয় কৰা এটি ভিডিঅ':
    • ৰজক-ৰজকিনীৰ কাজিয়া | ৰ...
    জনপ্ৰিয় মহিলা চৰিত্ৰৰ অভিনেতা দাদু বৰাৰ সৈতে চিনাকী:
    • নাৰী চৰিত্ৰত অভিনয়েৰে ...
    যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
    Cover Topic:
    Sinaki
    Pmb mix
    hoda
    Hoda vauna
    Assamese interview
    Assamese podcast
    Assamese vauna
    Vauna
    Bhauna
    Vaona
    Vauna actor
    Assamese actor
    Vawna
    Bhaona
    Interview video
    Assamese vauna
    #pmbmix
    #sinaki

ความคิดเห็น • 63

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 หลายเดือนก่อน +2

    এখেতৰ বৰ সুন্দৰ অভিনয় এই যাত্ৰা সফল হ ওক ভাল লাগে

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 หลายเดือนก่อน +2

    আপোনাৰ দেউতা মহান মনৰ মানুহ আছিল ঈশ্বৰে দীঘায়ু কৰক আপোনাক শুনি ভাল লাগিল

  • @latukalita3457
    @latukalita3457 11 หลายเดือนก่อน +3

    খুবেই ভাল লাগিল। সদা দাৰ দেউতাকে গুৱাপান লৈ ৰাইজলৈ নিজৰ সন্তানক আগুৱাই দিয়া কথাষাৰে হৃদয় স্পৰ্শ কৰিলে। সদা দা অনুপ্ৰেৰণা হৈ ৰওক সকলোৰে❤

  • @junmrinal7576
    @junmrinal7576 11 หลายเดือนก่อน +3

    যুক্তিসংগত কথা প্ৰকাশ কৰিলা সদা দা ।

  • @anshumanlahon9507
    @anshumanlahon9507 11 หลายเดือนก่อน +1

    ভাল লাগিল 👏👏👏

  • @Limashree-kb8xb
    @Limashree-kb8xb 11 หลายเดือนก่อน +1

    ভাল লাগিল অবিনাশ তোমাল লগত অভিনয় কৰা মুহুত্ববোৰ আজিও মনত আছে।❤

  • @axomialoramoibhargob
    @axomialoramoibhargob 11 หลายเดือนก่อน +1

    সদা দাৰ অভিনয় মানিবলগীয়া। সদা দাৰ লগত অভিনয় কৰি সুবেই ভাল লাগে ❤। সুন্দৰকৈ উপস্হাপন কৰে

  • @sourovburagohain4538
    @sourovburagohain4538 11 หลายเดือนก่อน

    Thank you hada da vl lagil apunar video ti ....aru ag bahi jaok

  • @Fusicomedyofficial
    @Fusicomedyofficial 11 หลายเดือนก่อน +1

    Val lagil monar kotha kola

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 11 หลายเดือนก่อน +1

    সদা দা তোমাৰ ব্যক্তিত্ব আৰু তোমাৰ অভিনয় খুৱ প্ৰিয় মোৰ ❤ সদায় ভালে থাকা❤🎉

  • @mainasaikiaassam5445
    @mainasaikiaassam5445 11 หลายเดือนก่อน

    বৰ ধুনীয়া কৈ কৈছে কথা বোৰৰ ভাল লাগিল

  • @biswajitborahyt7908
    @biswajitborahyt7908 11 หลายเดือนก่อน +1

    Mama❤️

  • @anjusaikia2483
    @anjusaikia2483 11 หลายเดือนก่อน

    ভাল লাগিল🙏

  • @debankasentertainment7362
    @debankasentertainment7362 11 หลายเดือนก่อน +2

    গাওঁ খনৰ লগতে অঞ্চলটোৰ গৌৰৱ আমাৰ সদা ককাই,, ভাল লাগিল

  • @ankurboruah8273
    @ankurboruah8273 11 หลายเดือนก่อน

    Mojjja দেই ❤️❤️

  • @bhargavboruahboruah598
    @bhargavboruahboruah598 11 หลายเดือนก่อน

    বহুত সুন্দৰ হৈছে সদা দাদা

  • @bishawjitdutta437
    @bishawjitdutta437 11 หลายเดือนก่อน

    Hundor.vl lgil ❤️

  • @jutichetia2018
    @jutichetia2018 11 หลายเดือนก่อน

    Hoda da tumi ,🔥🔥🔥🔥🔥

  • @pocojieditzgaming2453
    @pocojieditzgaming2453 11 หลายเดือนก่อน

    Hoda da 💥👍

  • @axomiyadrama0455
    @axomiyadrama0455 11 หลายเดือนก่อน

    সুন্দৰ 🙏🙏🙏

  • @jibonnath6395
    @jibonnath6395 11 หลายเดือนก่อน

    Vl lgil

  • @ranihazarika7116
    @ranihazarika7116 11 หลายเดือนก่อน

    Hoda mama ❤️

  • @UtpalBahai-rm9yo
    @UtpalBahai-rm9yo 11 หลายเดือนก่อน

    Hosa kotha apunar ovinoi sai val lage

  • @parthapratimborboruah6959
    @parthapratimborboruah6959 11 หลายเดือนก่อน

    Hoda da🔥

  • @karobisaikia3548
    @karobisaikia3548 11 หลายเดือนก่อน +1

    তেওঁ অভিনয় মোৰ বৰ পীয় ❤❤

  • @sattriyasanskritikukildutt8669
    @sattriyasanskritikukildutt8669 11 หลายเดือนก่อน

    সুন্দৰ সদা

  • @subhashborboruah6895
    @subhashborboruah6895 11 หลายเดือนก่อน

    যুক্তিসংগত❤

  • @bitupandas2280
    @bitupandas2280 11 หลายเดือนก่อน

    Hoda da ❤️

  • @BikramBaruah-jz8ve
    @BikramBaruah-jz8ve 11 หลายเดือนก่อน

    সুন্দৰ

  • @siddharthahatimuria1338
    @siddharthahatimuria1338 11 หลายเดือนก่อน

    সদা দাৰ অভিনয় চাই ভাল লাগে❤

  • @sachindutta9405
    @sachindutta9405 11 หลายเดือนก่อน

    যথেষ্ট গঠনমূলক মন্তব্য , ভাল পালোঁ শুনি# সদা দা

  • @axomialoramoibhargob
    @axomialoramoibhargob 11 หลายเดือนก่อน +2

    জীৱনজ্যোতি দা‌, দীপাংকৰ দা ৰ সাক্ষাৎকাৰ‌ লাগে।

  • @nakuldasofficial9304
    @nakuldasofficial9304 11 หลายเดือนก่อน

    ❤❤

  • @dipakelectrical1131
    @dipakelectrical1131 11 หลายเดือนก่อน

    right ✅️

  • @priyankuborah6132
    @priyankuborah6132 11 หลายเดือนก่อน +3

    Mohesh Boah... Dipen Dutta... Dipankor(Godo)... Pranjit Bhorali(Ranga)... Latumoni Saikia... ভাওনা জগতৰ এইকেইজন বলিষ্ঠ অভিনেতাৰ interveiw apunr video t Dekha pam buli Aakha Thakil❤.....

    • @madhurjyaborah8814
      @madhurjyaborah8814 11 หลายเดือนก่อน

      দাদা, অনুগ্ৰহ কৰি অঙ্কুৰ শইকীয়া আৰু বিষ্ণু বৰা দেৱৰ এটা Interview দিব চোন,অপেক্ষা মাথোঁ সেই দিনটোলৈ 🙏🙏🙏🙏

    • @PMBMix
      @PMBMix  11 หลายเดือนก่อน

      ধৈৰ্যৰ ফল সদায় মিঠা😊

    • @user-mq4wp4ez3h
      @user-mq4wp4ez3h 11 หลายเดือนก่อน

      Nabo kalita k lage aru

    • @PMBMix
      @PMBMix  11 หลายเดือนก่อน

      Aji lom bhabisilu... Kintu aji teu Digboi gol... Next week try korim sure

  • @njproduction900
    @njproduction900 11 หลายเดือนก่อน

    বহুখিনি ভাল কথা কৈছে ৷
    কিন্ত তাৰে মাজত ক’লে যে চৰিত্ৰটো কেনেকুৱা মানুহে অভিনয় কৰিছে তাত কে অভিনয় চাব লাগে বুলি ৷
    অভিনয়টো চাব লাগিব ৷কিন্ত প্ৰতিটো চৰিত্ৰ এটা বৈশিষ্ট্য আছে ৷ গতিকে উপস্থাপন চৰিত্ৰটো লগত মানুহজন মিলিছে নাই সেইটো নাচালে কেনেকে হ’ব ৷
    অগ্নিগড় পাৰ হোৱা লগে লগেই মানুহে দেখি কব লাগিব যে এইজন আমোক চৰিত্ৰ হ’ব ৷

  • @utpalsaikia654
    @utpalsaikia654 11 หลายเดือนก่อน

    সহজ সৰল ভাল মনৰ ব্যক্তি সদা দা।♥️🙏

  • @bhargabgogoi8767
    @bhargabgogoi8767 11 หลายเดือนก่อน

    Prahlad kokai Hoda kokai🔥❣️

  • @achyutneog5909
    @achyutneog5909 11 หลายเดือนก่อน +1

    Ankur saikia interview pam buli akha korilu

  • @user-uy6ue4ic8g
    @user-uy6ue4ic8g 11 หลายเดือนก่อน

    Pankaj dutta dadak lage mohila soritra kora

  • @lukumonisaikia6881
    @lukumonisaikia6881 27 วันที่ผ่านมา

    টীয়কৰ ৰঞ্জন দত্তক আনিব

  • @ankurboruah8273
    @ankurboruah8273 11 หลายเดือนก่อน

    বিষ্ণু বৰা ৰ লাগে দেই ,, তেঁও মোৰ খুব প্ৰিয় ,,, আগ্ৰহেৰে বাট চাই আছোঁ

  • @ManashjyotiDas-bj8kw
    @ManashjyotiDas-bj8kw 11 หลายเดือนก่อน

    কাইলৈ লগ পাম আমাৰ শংখনিনাদ নাট্যগোটীত

  • @madhujyasaikia5078
    @madhujyasaikia5078 11 หลายเดือนก่อน

    Pranjit gayan r interview lage

  • @anshumansarmahsarmah5697
    @anshumansarmahsarmah5697 6 หลายเดือนก่อน +1

    নাৰী চৰিত্ৰৰ বিতুপন কাকতি , গায়ন যদু দত্ত ,লুলু নেওগ এই কেইজন ব্যক্তিক চিনাকি অনুস্থান লৈ আনিব চোন

    • @PMBMix
      @PMBMix  6 หลายเดือนก่อน

      যদু দত্তক আশা নকৰা ভাল... বাকী কেইজনক নিশ্চয় আনিম...

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 6 หลายเดือนก่อน

      @@PMBMix কিয়

    • @PMBMix
      @PMBMix  6 หลายเดือนก่อน

      তেওঁ কেমেৰাৰ আগত ওলাবলৈ বেয়া পাইছে

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 6 หลายเดือนก่อน

      @@PMBMixতেওঁক ভাল লাগে কাৰণে হে কৈছিলো , সেই বুলি আকৌ চেষ্টা এটা চলাব বুলি আশা কৰিলো

  • @Dutta.S
    @Dutta.S 11 หลายเดือนก่อน

    Sabitri satyavan khon ndie nki

    • @PMBMix
      @PMBMix  11 หลายเดือนก่อน

      Dim

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 2 หลายเดือนก่อน +1

    সচা কথা অভিনয় হে আচল গুৰুত্ব দিব লাগে ল'ৰা ছোৱালী কথা নাই ধুনীয়া টো চাব নেলাগে বিচাৰক সকলে

  • @prasantabaruah1728
    @prasantabaruah1728 11 หลายเดือนก่อน +1

    Akdom hosa khota kisoman besaroka sahara sai acting nasai

  • @manashsaikia1006
    @manashsaikia1006 11 หลายเดือนก่อน

    Simanta kolita (dangor Jaan da ) interview lobo

  • @alponaboiragi
    @alponaboiragi 11 หลายเดือนก่อน

    Hoda da 🔥🔥

  • @kukildowarahofficial
    @kukildowarahofficial 11 หลายเดือนก่อน

    Hoda da ❤

  • @madhusmitasaikia7580
    @madhusmitasaikia7580 11 หลายเดือนก่อน

    Hoda da❤❤

  • @bastovb.4265
    @bastovb.4265 11 หลายเดือนก่อน

    Hoda da 💥